তেজৰে কমলাপতি | Tezore Komolapoti | Mayurponkhi Dutta | Borgeet | Sri Sri Madhavdeva
HTML-код
- Опубликовано: 22 сен 2023
- বৰগীত: তেজৰে কমলাপতি (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)
ৰাগ: শ্যাম
তাল ক্ৰমে: পৰিতাল, দোমানি, ধৰমজ্যোতি
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত উচ্চ আধ্যাত্মিকভাৱপূৰ্ণ নিদিষ্ট ৰাগবিশিষ্ট এক বিশেষ শৈলীৰে গোৱা গীতসমূহেই হৈছে "বৰগীত"।
পঞ্চদশ শতিকাৰ শেষৰভাগত অথবা ষোড়শ শতিকাৰ প্ৰথম ভাগত গুৰুজনাৰ সৃষ্ট অঙ্কীয়া ভাওনাৰ দ্বাৰা সৃষ্টি কৰা নৃত্যৰ ধাৰাটিয়ে হৈছে "সত্ৰীয়া নৃত্য" ।
ভাবানুবাদ: হেৰা মোৰ সমস্ত ধনৰ অধিকাৰী (কমলাপতি) কৃষ্ণ, ৰাতিপুৱাৰ টোপনি এৰাঁ। তোমাৰ জোন যেন সুন্দৰ মুখখনি চাওঁ, গোৱিন্দ, উঠাঁ। ৰাতিৰ আন্ধাৰ আঁতৰিল, দিশসমূহ পোহৰ হʼল । আন্ধাৰ ফালি সূৰ্যৰ কিৰণ ওলাই আহিছে। পদুম ফুল ফুলিল, ভোমোৰা উৰি ফুৰিছেহি, ব্ৰজৰ বোৱাৰীসকলে তোমাৰ গুণ বখানি দধি মথিছে। দাম - সুদামহঁতে তোমাৰ নাম ধৰি মাতিব লাগিছে। সৌৱা চোৱাঁ , বলৰামো উঠি আহিল। পিতাৰা নন্দ খুটিলৈ গʼলেই । গোৱালবোৰেও নিজৰ পালৰ কাম কৰিবলৈ গʼল। তুমিও গৰু চৰাবলৈ যাব লাগে। গোপাল উঠাঁ। ক্ষীৰ, লৱণু,শিঙা,বেত, বেণু লওৱআঁ আৰু ৰাতিপুৱাই গৰুপোৱালীবোৰ মেলি দিয়া গাইবোৰে হেম্বেলিয়াই আছে। মাধৱে কৈছে - আই যশোদা, তুমি কি তপস্যা কৰিছিলা নো, ত্ৰিজগতৰ স্বামী হৰিক তুমি গৰখীয়া কৰি পাইছিল যে ?
গুৰুজনাৰ অমূল্য সৃষ্টিৰাজীক এক বিশেষ শৈলীৰে প্ৰদৰ্শন কৰি আগুৱাই নিয়াৰ আমাৰ এইয়া মাথোঁ এক ক্ষুদ্ৰ প্ৰয়াস। এইখিনি কৰিবলৈ যাওঁতে আমাৰ ফালৰ পৰা হয়তো অনেক ভুল ত্ৰুটি ৰৈ গৈছে। ভুল খিনি আমাক আঙুলিয়াই দি ভিডিঅ'টি সহৃদয়তাৰে আকোঁৱালি লব বুলি আশা ৰাখিলোঁ।
ধন্যবাদ।
Borgeets are musical compositions composed by the Vasnavite Saint Srimanta Shankardeva and Sri Sri Madhavdeva around five hundred years back. Both the Guru's are the pioneers of the Vasnavite moments in Assam, India.
Sattriya dance is a genre of dance created by the Guru in the late fifteenth or early sixteenth century through the Ankiya Bhaona.
A borgeet, the creation of Sri Sri Madhavdeva , presented by the students of Sankari Sangeet Vidyalaya
Translation : O Krishna, possessor of all my wealth (Kamalapati), give up your morning sleep. Let me see your beautiful face like the moon, Govind, get up. The darkness of the night is gone, the directions are bright. The sun's rays are rising through the darkness. The lotus flowers are blooming, the butterflies are flying, the daughters-in-law of Braj are beating your praises. Dam - The Sudams are calling your name. Here you go , Balaram got up. Pitara Nanda went to the pole. The shepherds also went to their flocks. You should go graze the cows too. Let's get up, Gopal. Bring milk, salt, horns, cane, and flutes, and the cows that let their calves go in the morning are swarming. Madhav asks , “ Mother Yashoda, what prayers did you chant, what was your penances to have the Lord of three universes as a mere cowherd?”
This is just a small attempt to promote the precious works of the Guru in a special style. There may have been many mistakes on our part in doing this. Please point out the mistakes and enjoy the video.
Thank you.
#assamesesong
#borgeet
#sattriya
#সত্ৰীয়ানৃত্য
#culture
🔽 Follow Us On Instagram
☑️ Mayurponkhi Dutta
mayurponkhi.dut...
🔽 Follow Us On Facebook
☑️ Sankori sangeet vidyalaya, Missamora, Dergaon,Golaghat, Assam
LotikaHazari...
☑️ Lotika Hazarika Dutta
lotikshazari...
☑️ Akhil Kumar Dutta
akhilkumar.d...
Directed by ~
Lotika Hazarika Dutta
Singer ~
Mayurponkhi Dutta
Choreography ~
Mayurponkhi Dutta
Planning and management ~
Lotika Hazarika Dutta
Khol ~
Shashanka Jyoti Dutta
Bahi~
Bhupen Dutta
Tal~
Mayurponkhi Dutta
Cast -
Mayurponkhi Dutta
Hrishikesh Saikia
Anuranan Dutta
Priyanuj Bora
Artists ~
Rituparna Bora (yashoda)
Aradhya Baroua (Krishna)
Baridhi Hazarika (Krishna)
Ayushpran Dutta (Balram)
Hrishikesh Shaikia (Nanda)
Dancer~
Aradhya Baroua
Baridhi Hazarika
Ayushpran Dutta
Hrishikesh Shaikia
Priyanuj Bora
Ankita Dutta
Ritusmita Bora
Sudiksha Baroua
Gariyasi Shaikia
Denitpala Bora
Akrishti Mahant
Kasturi Devi
Pahi Baroua
Mridusmita Bora
Babli Hazarika
Pragya Sri Dutta
Jyotisma Dutta
Dipshikha Bora
Lonismita Dutta
Mayuri Gogoi
Annesha phukan
Uttam Bora
Pragyasmita Bora
Aklant Jyoti Bora
Supratim Parashar
Swapnilraj Hazarika.
Cinematography~
Abinash Bora, Piyush Pratim Hazarika , pranjal Bora and Ankur Bora
Video editor ~
Abinash Bora
Recording ~
Jhankar studio
Special thanks to ~
The glorious Khanik Puthi Namghar
Numaligarh township
Shiromani Clothing Store
Sri Ajit Kumar Bora
Sri Ranjit Bora
Sri.Ujjwalnay Sandiky.
Sri. Akhil Kumar Dutta
Sri. Amulya Dutta
Sri. Bhavesh Baroua
Srmti. Rekhamani Baroua Bora
Srmti. Pratisha Hazarika
Sri. Jayantjin phukan
Sri. Sourav Jyoti Shaikia
Parents of the sankari sangeet vidyalaya,Missamora
Видеоклипы
Bohut val lagisa
কৃষ্ণ কৃষ্ণ।।
অতি সুন্দৰ হৈছে।।
শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Bhal Lagise bohut xundar
অতি সুন্দৰ ❤❤
Bor dhuniya hoise
Sundor 🙏🙏
Val lagil xuni bohute ❤❤
ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত ৰ পৰিৱেশন চাবলৈ পালে নথৈ সুখী হম, ভগৱানে কুশলে ৰাখক আৰু সঙদি বাধিত কৰক ইমানেই
Marvelous,Bahut bhal lagil
বহুত সুন্দৰ হৈছে।
Hundor khontho hune val lagese.Happy New Year.
Dhoinyabad
সুন্দৰ আৰু সুমধুৰ বৰগীত শুনিবলৈ পাই মনতে খুব সুখ পালো ভবিষ্যতেও এনে ভক্তি মূলক বৰগীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনাক সংগ দি বাধিত কৰক ইমানেই,,,,
অশেষ ধন্যবাদ জনালোঁ
জয় শ্রী কৃষ্ণ 🙏🙏🙏🙏🙏
সুন্দৰ অতি সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল,, সেয়ে তোমালোকে গাই যোৱা, সুন্দৰ পৰিকল্পনা আৰু পৰিৱেশন চাইও ভাল লাগিল,, ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো, ধন্যবাদ থাকিল সকলোলৈ আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে তোমালোকক এই মানসেৰে ই,,,
🙏হে কৰুণাময়।
Krishno
বহুত ধুনীয়া হৈছে।
সুন্দৰ কণ্ঠ ❤👌👌
Very
Sweet.barageet.of.mafhabdeva
Best best.
Otee hundar🎉 Krishna 🌞 🌻
Dhoinyabad
Moiu borgeet gau, xuni bohut val lagil❤
সুন্দৰ ৰাগিনী আইগৰাকী কৃষ্ণ
Dhunia hoise
বহুত বহুত ভাল লাগিল
বৰ ভাল লাগিল❤️
Mor priay bhakti geet clas. 9/ 10 shool pahi thakute puwa bela xuni val paisilo ( nai & ase )৫&৬ 😂😊
সুন্দৰ♥️
সুন্দৰ আৰু শুনিও আনন্দ পালো এই গীতটি শুনি মই খুবেই ভাল পালোঁ, পৰিৱেশন চাইও ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ হৈছে পুৱা তে এনে ভক্তি মূলক বৰগীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয় সেয়ে ভৱিষ্যতে এনে ধৰণৰ গীত শুনিবলৈ ইচ্ছা কৰিলো,,,,,,,
ধন্যবাদ জনালোঁ আপোনাক
সুন্দৰ প্ৰয়াস।আপ্লুত হলো।❤
সুন্দৰ ❤
Xunder Oti xunder kontha
Dhoinyabad
তেজৰেৰ ঠাইত ত্যজৰে হব লাগে।
❤❤❤
❤❤❤
ভাল লাগিল
❤❤ 😊
Hundor hoise ❤
Hundor
সুন্দৰ হৈছে।। ভাল লাগিল
সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ খুবেই ভাল লাগিল ভৱিষ্যতে ও এনে ধৰনৰ গীতেৰে শুনিবলৈ পালে খুবেই ভাল পালোহেঁতেন, সেয়ে তোমালোকে গাই যোৱা ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ তোমালোকক জনাবলৈ,,
সুন্দৰ অতি সুন্দৰ আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনাব বুলি খুবেই আশা কৰিলোঁ ভগৱানে আপোনালোক ক কুশলে ৰাখক এই মানসেৰে ই মোৰ মন টো হে প্রভু জনাৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয় সেয়ে আপোনালোকে গাই যাওক চোন ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক ক জনাবলৈ সুন্দৰ ৰূপত উপস্থাপন কৰা হৈছে আৰু শুনিও ভাল পালোঁ
Bohut dhunia lagishe
বহুত ধুনীয়া ♥️
❤❤❤❤❤❤
সুন্দৰ হৈছে।🙏🏻🙏🏻🙏🏻
বৰ ভাল লাগিল
কনমইনা হতৰ নৃত্য বৰ ভাল সুন্দৰ হৈছে।
Very beautiful 💙💙💙
❤❤
Dhuniya👌👌
সুন্দৰ❤️
❤
❤❤❤❤
Sundar hoise
সুন্দৰ ভাল লাগিল সঁচাই
Natun hur 😢
Sundar
বৰ ভাল লগিল
Dhuniya hoise 💕
Very.sw
Bohut dhunia
বহুত ভাল লাগিল ❤️
সুন্দৰ😮
bohut vl lagil ❤️
Khub hundor ❤
ভাল লাগিল💖
ভাল লাগিল ❤
Mojaa❤
Bhal lagil
❤ really awesome
Bahutbhal
Dhunuya❤
তেজৰেৰ ঠাইত ট্যজৰে হব লাগে।
Dhunia ♥️
সুন্দৰ পৰিকল্পনা আৰু পৰিৱেশন চাইও ভাল লাগিল সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ শুনি খুবেই ভাল লাগিল সেয়ে একে সুৰতে ক ও আপুনি গাই যাওক চোন বিশেষ কৈ কবলৈ ভাষা নাই, ইমানেই,,,,,,,
নৃত্যৰ লগত আৰু অনেক কিছু পৰিৱেশন চাইও ভাল লাগিল গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু শুনি খুবেই ভাল লাগিল,,,,
অশেষ ধন্যবাদ জনালোঁ
নমস্কাৰ গ্ৰহণ কৰিবা, গুৰু দুজনাৰ নামেৰে জনাজাত এই গীতটো শুনিবলৈ পাই অতিকৈ আনন্দ পাইছো, আৰু শুনিও ভাল লাগিছে সেয়ে ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক গীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন সেয়ে তোমালোকে গাই যোৱা ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ তোমালোকক দিবলৈ ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো,,,
আৰু নাচটো চাই ভাল লাগিল সুন্দৰ হৈছে আৰু পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়,,, ইমানেই বেছি গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে,,,
কৃষ্ণ বহুত ভাল লাগিল
Dhoinyabad
Geet music diyu ucha manar hoise
Krishna Krishna a I garaki
Dhoinyabad
Very nice
Thanks
😊
Xundor ❤
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
🦚🦚🦚🥀Beautiful🥀🦚🦚🦚💥Assam💥💥💥JaySriRam💥🥀💥💥
Khubei xundor..... kintu Raag vag u poribexon koribo lagisil .... Video tur aromvonit egoraki aaii aru dujon baap e poribexon kora dekhaise jetia voktire raag vag gua hoy .................,..mur vul u hobopare kuar bake .....
khyoma bisarisu 🙏
Sunbor hosy kntu ragt bibo gabo lagisil
আচল সুৰ হোৱা নাই
Krishna ai sur ami borgeet or hat puthi Borgeet or mukur or pora gaisu
Bohut val lagisa
সুন্দৰ হৈছে
সুন্দৰ ❤
Hundor
Dhunia hoise❤
❤❤
❤❤❤❤
Bohut val lagil
❤❤