AAMAR BHAAL HOBO || Srijani Bhaswa Mahanta | Mridul Haloi | Bikash Boruah and Amitabh Baruah

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • Presenting my new single 'Aamar Bhaal Hobo'
    Audio credits:
    Composition and Vocals: Srijani Bhaswa Mahanta
    Lyrics: Mridul Haloi
    Music Arrangement: Bikash Boruah and Amitabh Baruah
    Acoustic Guitar: Amitabh Baruah
    Recordist: Dipankar Baishya at Orange Recording
    Mixing & Mastering: Bikash Boruah
    Video credits:
    Illustration and Animation: Writwika Nisha Saikia
    Animation: Protap Hazarika
    Lyrics Translation: Adhiraj Kashyap and Daradi Patar
    Follow me on Facebook: / srijani.mahanta
    Follow me on Instagram: / srijanibhaswamahanta

Комментарии • 209

  • @nilakshigogoi2501
    @nilakshigogoi2501 3 месяца назад +3

    বা‌ তুমি সঁচায়ে এক‌ সত্ত্বা, যাৰ সৃষ্টি কেৱল সৃষ্টিৰ বাবেহে‌ হৈছে যেন বোধ হয়। 'যাত্ৰা' ত তোমাৰ বাৰ্তালাপ চালো। এই গীতটি লগে লগে বিচাৰি শুনিছো। সাংঘাটিক ইতিবাচক দৃষ্টিভংগী এটা মনলৈ আহে। বহুদিনৰ পাছত অৰ্থ পূৰ্ণ গীত এটি‌‌ শুনিলো। তোমালৈ অন্তহীন শুভ কামনা ❤

  • @dipamonichutia5791
    @dipamonichutia5791 Месяц назад

    মন জুৰাই যোৱা গানটো প্ৰাণঢালি গাইছা।বৰ ভাল লাগিল।তোমাৰ ভাল হওক সৃজনী।

  • @midumonichutia6718
    @midumonichutia6718 4 месяца назад +2

    ইমান কোমল কন্ঠ কেনেকৈ সম্ভৱ! বহুত দিনৰ পাচত এটা ভাল গান শুনিলো, সুৰ শুনিলো। ভিতৰলৈ সোমাই যাব পৰা গানৰ কথা,গানৰ সুৰ। বৰ ভাল লাগিল শুনি। এবাৰ নহয় কেইবাবাৰো শুনিছো।

  • @ambydash
    @ambydash 4 месяца назад +7

    Beautiful song. It's a very positive manifestation.

  • @mainakmoitra5376
    @mainakmoitra5376 4 месяца назад +1

    Baap re, this is so comforting, inspiring and heart touching... Thank you for this... What a voice and such beautiful movement in the arrangement.
    Blown away to peace!

  • @ananyapuzari5531
    @ananyapuzari5531 4 месяца назад +1

    কিমান গভীৰ অনুভৱ হ'লে শব্দবোৰ ইমান ধুনীয়া হ'ব পাৰে..!!💚❣️

  • @nirmaldeka6607
    @nirmaldeka6607 3 месяца назад +1

    মৃদুল দাৰ কথা আৰু সৃজনী বাৰ কণ্ঠ। সামগ্ৰিকভাৱে বৰ সুন্দৰ হৈছে।
    শুভকামনা দুয়োলৈ ❤️

  • @paragbarman7899
    @paragbarman7899 17 дней назад

    In this negative era, this song gives a positive vibe… congratulations to both srijani & mridul haloi da

  • @rubirajkhowa7110
    @rubirajkhowa7110 24 дня назад +1

    এক সঁচা অনুভূতিত তিতিলো। আমাৰ ভাল হব।

  • @ismileali3657
    @ismileali3657 4 месяца назад +1

    আশাৰ, হেঁপাহৰ, মৰমৰ কথাবোৰ সুললিত সুৰৰ মালাত গাঁঠি বৰ সুৱলাকৈ সজাইছে। ভাল লাগিল শুনি। 👏👏👏💐

  • @najanunaam5978
    @najanunaam5978 4 месяца назад +1

    এইবোৰ গান কেৱল কিছুমান মানুহৰ বাবে উপলব্ধ হ'ব লাগে!
    শুনি যথেষ্ট ভাল লাগিল । ❤

  • @dayalkishurkonwar6859
    @dayalkishurkonwar6859 3 месяца назад +1

    Such a beautiful.. pleasing.... echoing..and sweet.... .. bhal lagil huni...👍👍👍
    Amar Da'r logot log palei kotha patu tumar gaan'or bikhoye....
    .. Best wishes 💐

  • @kamalkrishnathakuria3492
    @kamalkrishnathakuria3492 17 дней назад

    Xosakoi emn dhuniya

  • @user-yk5mj6uc4l
    @user-yk5mj6uc4l 4 месяца назад +1

    Gayaki touches the chords in my heart❤
    Nostalgia of Parbati Prasad genre - the melodious ballad touching shades of our very own aai naam. Western blending of music appropriately designed.
    Great wordcraft, Mridul Haloi
    Now's the time for a promo blitzkrieg

  • @nihashreekalita1281
    @nihashreekalita1281 4 месяца назад +2

    আলফুল ,আদৰুৱা❤

  • @RactimGoswamiOfficial
    @RactimGoswamiOfficial 4 месяца назад +1

    গীতিকাৰ, কণ্ঠশিল্পী আৰু সংগীত শিল্পী সকলোলৈ শুভকামনা জনালো। ❤

  • @dreemligogoi3123
    @dreemligogoi3123 4 месяца назад +2

    Peaceful🌻

  • @dipuborah1315
    @dipuborah1315 4 месяца назад +3

    So soothing 🌼

  • @SANJAYDAS-DABANG
    @SANJAYDAS-DABANG 4 месяца назад +2

    bahut dhuniya gaan...Mur Xekh gaan movie khont bahut val avinoi korisile ..aru natun gaan akha Karu....

  • @morangexplorer6654
    @morangexplorer6654 4 месяца назад +1

    Uff ki gaan ❤❤❤gaan val pua manuhor karone eti hundar upohar🙏🙏🙏

  • @pragyaparmita3108
    @pragyaparmita3108 4 месяца назад +1

    কথা,সুৰ,কণ্ঠ কি যে অৰ্পূব....

  • @charubaruah8843
    @charubaruah8843 4 месяца назад +2

    কি মধুৰ কণ্ঠ আৰু কথা ! আস্ !

  • @susmitahazarika9080
    @susmitahazarika9080 3 месяца назад +1

    This song becomes like meditation for me 💚 " আমাৰ ভাল হব"

  • @Kajolandprakash
    @Kajolandprakash Месяц назад +1

    সঁচাকৈ এদিন আমাৰ ভাল হ'ব❤

  • @aninditaboruah7664
    @aninditaboruah7664 4 месяца назад +1

    বৰ আলফুলকৈ সজাই তুলিছে ❤ অশেষ শুভকামনা অনাগত দিনলৈ।

  • @Bedabrataaa
    @Bedabrataaa 3 месяца назад +1

    My Love Send me this though im don't listen to songs more often but it's a whole new breath of fresh air for me and US ❤️😌

  • @gargisarma8840
    @gargisarma8840 Месяц назад

    ৰাতিপুৱা সদায় শুনি দিনটোলৈ মনটো ভাল লগাও.....ইমানযে সুন্দৰ গীত এটি উপহাৰ দিলা আমাক.....সৃজনী তোমালৈ বহুত মৰম আৰু শুভেচ্ছা থাকিল❤

  • @sikhagoswami2900
    @sikhagoswami2900 4 месяца назад

    আমাৰো নিশ্চয় ভাল হ'ব brilliant concept and singing 🌿🌺🍀💕

  • @wanderingp589
    @wanderingp589 4 месяца назад +1

    Wow... mesmerizing lyrics❤❤❤❤

  • @amitdeka763
    @amitdeka763 4 месяца назад

    Dhunia hoise,Auditya dutta tumar recommendation xodai monok sui jai.

  • @dipakkumardutta3860
    @dipakkumardutta3860 4 месяца назад

    'তোমাৰ ভাল হব' গীতটিত সৃজনীৰ সুন্দৰ কণ্ঠ আৰু সংগীত পৰিকল্পনাই অভিভূত কৰিছে । সৃজনী ৰ অভিনয়ৰ লগতে এনে সৃষ্টিৰ বাবে শুভেচ্ছা যাচিলোঁ

  • @parishmitabordoloi9720
    @parishmitabordoloi9720 4 месяца назад +1

    গানটো শুনি উঠাৰ পাছত অন্তৰাত্মাই যেন কৈ উঠিছে এইদৰে ...আমাৰ ভাল হৈ আহিছে

  • @kiranmoyborah5829
    @kiranmoyborah5829 4 месяца назад

    খুউব সুন্দৰ অৰ্থবহ গীত এটা শুনিলো বহু দিনৰ মূৰত।

  • @parishmitagogoi9361
    @parishmitagogoi9361 4 месяца назад

    Believe me last r timet mur goosebumps feel korisu...emn hundor...Amar val hobo....ekdom positive feel korisu

  • @aninditadas9303
    @aninditadas9303 4 месяца назад

    বৰ ধুনীয়া..কথা- সুৰ - মাত সকলোখিনি

  • @Bibliophile_Luna
    @Bibliophile_Luna 2 месяца назад

    সৃজনী বা, আপুনি গানটোত খুব সুন্দৰকৈ প্ৰাণ দিছে । ইমান ভাল লাগিল শুনি, বুজাব নোৱাৰোঁ.. । ❤ ইমান প্ৰশান্তিময়, কিবা যেন মৰমৰ বুলনি । আগলৈও আপোনাৰ পৰা এনে ভাল গীতৰ উপহাৰ আশা ৰাখিলোঁ ❤

  • @AnneB000
    @AnneB000 4 месяца назад

    Eman dhunia voice and lyrics too 💖

  • @mukundamadhabborah9174
    @mukundamadhabborah9174 4 месяца назад +1

    Awesome lyrics ❤

  • @bishnuratbora956
    @bishnuratbora956 4 месяца назад

    Bohut bhal lagise Srijani baa❤. Xodaiye xunu gaantu. Nijor kolpona t uti bhahi furu... Dhanyabad baa gaantur babe🥺😭

  • @kunjalatamedhi762
    @kunjalatamedhi762 4 месяца назад

    বৰ সুন্দৰ গীত। ভাল লাগিল। শুভেচ্ছা আৰু অভিনন্দন জনালো সৃজনীলৈ।❤❤🎉🎉

  • @sumpiboruah6356
    @sumpiboruah6356 4 месяца назад +1

    বহুত ধুনীয়া ❤

  • @avilashaboruah312
    @avilashaboruah312 4 месяца назад

    Eman dhuniaaaaa

  • @dikshitatalukdar8802
    @dikshitatalukdar8802 3 месяца назад +1

    Sooo soothing n soulful ❤❤

  • @ankurgoswami6454
    @ankurgoswami6454 4 месяца назад

    ইমান বেছি মৰমলগা, ইমান বেছি ধুনীয়া।💚

  • @jmdcreation3210
    @jmdcreation3210 4 месяца назад

    মনতো শান্তি লাগি গল ৷ বহু দিনৰ মুৰত এটা বৰ সুন্দৰ অসমীয়া গীত শুনিলোঁ

  • @sumihazarika4604
    @sumihazarika4604 3 месяца назад

    আপোনাৰ ভাল হব সঁচাকৈয়ে❤ধন্যবাদ এই সুন্দৰ উপহাৰটিৰ বাবে

  • @kashmirisaikia6638
    @kashmirisaikia6638 4 месяца назад +1

    Ahhh lyrics ❤❤❤❤

  • @lavitachetia-qc6lj
    @lavitachetia-qc6lj 3 месяца назад

    ইমান ধুনীয়া শব্দ, কণ্ঠকে ধৰি সকলো।। কামবোৰ কৰি থাকক ভাল হব।। ❤

  • @binitaborah7850
    @binitaborah7850 4 месяца назад

    অতি সুন্দৰ হৈছে মৌ মা।শুভকামনা সদায় তোমালৈ।💕💕

  • @aditimahanta362
    @aditimahanta362 4 месяца назад

    সুন্দৰ হৈছে সোনজনী❤❤❤

  • @sopnabaruah4620
    @sopnabaruah4620 28 дней назад

    ❤❤❤❤

  • @debashisdeuri2282
    @debashisdeuri2282 4 месяца назад

    অপূৰ্ব গায়কী শৈলী । হৃদয়স্পৰ্শী গীত ।

  • @manashjyotiborah6904
    @manashjyotiborah6904 4 месяца назад

    Bohut dhuniya hoise, total production is so beautiful

  • @meetasarmah3760
    @meetasarmah3760 3 месяца назад

    আশাৰ বতৰা, খুব সুন্দৰ হৈছে কথা ,সুৰ ,কন্ঠদান ।

  • @ashimpathak8301
    @ashimpathak8301 4 месяца назад +1

    আশাবোৰ জীপাল হ'ল...
    এজাক পাৰ চৰায়ে ঢাকি ধৰিব আমাৰ ঘৰৰ মূধচ..❤❤
    আমাৰ ভাল হ'ব ।

  • @MurchanaChutia
    @MurchanaChutia Месяц назад +1

    মই যোৱা এক সপ্তাহত প্ৰায় ৫০বাৰ মান শুনিছোঁ৷এতিয়া নিজৰ সময়সূচীলৈ আকৌ ঘূৰি অহাত ৰাতি ২/৩বাৰ মান শুৱাৰ আগেয়ে,ৰাতিপুৱা ২বাৰ আৰু আবেলি জিৰাবলৈ শুনোঁ৷মোক বহুত সতেজ আৰু উদ্যমী কৰি ৰাখে৷

  • @Sum672
    @Sum672 3 месяца назад +2

    ~আমাৰ ভাল হ'ব ~
    আমাৰ ভাল হ'ব
    মেলি দিয়া আমাৰ নাৱৰ পালত
    পশ্চিমৰ বতাহ আহি লাগিব।
    দূৰৈত বেলি ওলাব সোণ
    পোহৰ হ'ব...
    এদিন আমি ভাবি উলিয়াম
    আমাৰ অকমানিজনীৰ নাম
    অসংখ্য কুঁহিপাতে
    শীতৰ শীৰ্ণ গছবোৰ ঢাকি পেলাব।
    এজাক পাৰ চৰায়ে ঢাকি ধৰিব
    আমাৰ ঘৰৰ মূধচ
    আমাৰ ভাল হ'ব...
    আমাৰ ভাল হ'ব!
    তোমাৰ হাতৰ মুঠিত মোৰ দুহাত ঘুমটি যাব
    তৰাবোৰে পোখা মেলিব !
    কেতেকীৰ হাবিত গোন্ধোৱা মৰমে জানিব...
    পোহনীয়া পাৰহালে, মৌমাখিটোৱে জানিব!
    আমাৰ ভাল হ'ব সোণ...
    আমাৰ ভাল হ'ব!
    জোনাকত লহপহকৈ
    গছৰে পুলিবোৰ বাঢ়ি আহিব
    সুমথিৰাৰ বাগিছাবোৰ পাৰ হৈ বসন্ত আহিব
    সুমথিৰাৰ বাগিছাবোৰ পাৰ হৈ বসন্ত আহিব
    আমাৰ জীৱনলৈ বসন্ত আহিব!
    আমাৰ ভাল হ'ব সোণ
    আমাৰ ভাল হ'ব!
    ❤🌻

  • @mousumidas631
    @mousumidas631 4 месяца назад

    বৰ ধুনীয়া হৈছে গীতটি ❤️

  • @Priyanka55-ds5tf
    @Priyanka55-ds5tf 4 месяца назад

    আমাৰ ভাল হ'ব ❤❤বহুবাৰ শুনিলো ।ইমান ধুনীয়া কণ্ঠ😍 ।ভাল হওঁক🙏

  • @অনুপমবিতোপন
    @অনুপমবিতোপন 4 месяца назад

    🙏🙏🙏🙏🙏🙏 বৰ ধুনীয়া

  • @lizatalukdar1689
    @lizatalukdar1689 4 месяца назад

    একক আৰু অনন্য ❤❤❤

  • @mridulsaikia4926
    @mridulsaikia4926 4 месяца назад

    Excellent.. Awesome

  • @dipankarkalita9863
    @dipankarkalita9863 4 месяца назад

    গানটো বৰ ধুনীয়া ❤🎉

  • @heemascreativeliving9292
    @heemascreativeliving9292 4 месяца назад

    কথা , সুৰ , কণ্ঠ সকলো ভাল লগা। ❤🎉

  • @ruparanidasborah3200
    @ruparanidasborah3200 4 месяца назад

    Soulful song.. Very nice Congratulations Srijani❤

  • @ktalukdar3681
    @ktalukdar3681 4 месяца назад

    Bahut xundor...voice and lyrics....

  • @nationalpathsala3934
    @nationalpathsala3934 4 месяца назад

    ❤ বৰ ভাল লাগিল। বাৰে বাৰে শুনিও শুনি থাকিব পাৰি এইটো গান।

  • @Ranjandutta123
    @Ranjandutta123 4 месяца назад

    So amazingly talented you are, I have watched your film too, it was just amazing, now your song has given me the listening pleasure. Good Wishes 👍

  • @jitendeka5451
    @jitendeka5451 4 месяца назад

    Hosai Bohut hundor hoise, voice & Lyrics..❤

  • @ratulborah1191
    @ratulborah1191 4 месяца назад

    সুন্দৰ, অৰ্থবহ।

  • @sajidahmed6467
    @sajidahmed6467 4 месяца назад

    What a song ❤

  • @gobindadas7213
    @gobindadas7213 3 месяца назад

    She send me this masterpiece and told me this song is for us . Now I understand why she was saying so . Ya love this is made for us ❤️

  • @nipanhaloi2928
    @nipanhaloi2928 4 месяца назад

    বহুত ধুনীয়া

  • @kankalita6600
    @kankalita6600 4 месяца назад

    Bhal laagil. Soulful song...Best wishes.

  • @sangitabarman3963
    @sangitabarman3963 3 месяца назад

    Dhunia lyrics dhunia voice

  • @monishabehal7438
    @monishabehal7438 4 месяца назад

    Thank you. Both the lyrics and melody blend well to make the song pleasurable.

  • @gautamtalukdar2659
    @gautamtalukdar2659 4 месяца назад

    সুন্দৰ অনুভৱ...ভাল লাগিল।।

  • @wyrdo_21
    @wyrdo_21 4 месяца назад

    বৰ শুৱলা কণ্ঠ। ❤

  • @satyendradutta4075
    @satyendradutta4075 4 месяца назад

    Very beautiful singing. Lyrics is excellent.

  • @rajashrinath2562
    @rajashrinath2562 4 месяца назад

    What a Heart touching song....and your voice ufff😘😘😘😘 lots of love baa❤❤❤

  • @geetanjalikakoti9592
    @geetanjalikakoti9592 3 месяца назад

    অতি সুন্দৰ ৷ মন ভৰি গ’ল

  • @ChandanaDeka.
    @ChandanaDeka. 4 месяца назад

    Ufff ufff❤ ki je dhuniya gaan😍

  • @GaanFunStudio
    @GaanFunStudio 4 месяца назад

    বৰ মিঠা ❤

  • @karabideka6607
    @karabideka6607 4 месяца назад

    ধুনীয়া ❤

  • @simarekhabordoloi6707
    @simarekhabordoloi6707 4 месяца назад

    Hundar lagil......best wishes ❤

  • @dipankarbarkakati6516
    @dipankarbarkakati6516 4 месяца назад

    Beautifully done, Mouma......love your voice. ❤ Always did!

  • @dikshitatalukdar8802
    @dikshitatalukdar8802 3 месяца назад

    The more i listen to this song more i addicted to this song.. ❤

  • @queenstoryofartistic
    @queenstoryofartistic 4 месяца назад

    Loving ❤

  • @mamaniroy12345
    @mamaniroy12345 2 месяца назад

    যাত্ৰাৰ সাক্ষাৎকাৰটি চালো, বৰ ভাল লাগিল । ❤️

  • @anjumoniboruah5884
    @anjumoniboruah5884 4 месяца назад

    ধুনু ধুনু মৌ

  • @pranjalbaruah1624
    @pranjalbaruah1624 4 месяца назад

    Very well composed ❤
    The passion in the words touches very deep inside.
    The composition and presentation is mind blowing 😮😮

  • @ruptrishnabhuyan2180
    @ruptrishnabhuyan2180 3 месяца назад

    A masterpiece ❤ listening this song 3/4 times in a day gives me immense life reviving energy nd motivation. thank u Baa😘

  • @junmonigohain16
    @junmonigohain16 3 месяца назад

    Very nice song and beautiful singing ❤

  • @SuperGautamgautam
    @SuperGautamgautam 4 месяца назад

    অনন্য ৷ বহুত বেছি ভাল লাগিল ৷

  • @Operationkashyap
    @Operationkashyap 4 месяца назад

    Nichukoni feel paisu... Amru bhal hobo

  • @rajashreedas5746
    @rajashreedas5746 4 месяца назад

    Beautifully sang and the lyrics are really thoughtfull❤

  • @jayantabhuyan184
    @jayantabhuyan184 4 месяца назад

    শিলৰ বুকুখন গলাব পৰা গীত।❤️

  • @sagarikatamulidas186
    @sagarikatamulidas186 3 месяца назад

    Sundor monor suali , s.voice , xur , lirix God bless u

  • @jaiaaiaxom6410
    @jaiaaiaxom6410 2 месяца назад

    Beautifully Sung Comrade

  • @mallikakandali
    @mallikakandali 4 месяца назад

    খুব ধুনীয়া