Zubeen Garg furious at fake imported "Gamucha"!
HTML-код
- Опубликовано: 6 окт 2024
- In the time of fake imported Gamuchas destroying Assam's authentic industry, Zubeen Garg pointed out and was furious at one such Gamucha that was presented to him. Watch the full clip to know more on this story.
#pragnews #gamucha #zubeengarg
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Visit: www.pragnews.com
আপোনাৰ স্পষ্টতাক মই প্ৰশংসা কৰোঁ জুবিন দা। অসমীয়া সংস্কৃতি অলপ দিনৰ পিছত লুপ্ত হব।অসমীয়া গামোচাখন আমাৰ স্বাভিমান।আমাৰ প্ৰতীক জয় জুবিন দা
ধন্যবাদ জুবিন গাৰ্গ ডাঙৰীয়া। আপোনাৰ দৰে সকলো শিল্পী এই কামত আগভাগ ললে অসমীয়া শিপিনী সকল উপকৃত হব।
পোন মানুহ চিধা কথা...মই জুবিন দা লগত একমত....আপুনিও যদি জুবিন দাৰ অনুৰাগী/ফ্রেণ্ড হয় তেন্তে..... বি like হিয়েৰ.....//
I love you ZG..💝
love u zubeen da...😘😘😘
Yes
@Naima Hayat ধন্যবাদ..জুবিন দাক এনেদৰে সদায় চাপোৰ্ট কৰি যাব..
Yes
Moi,o asu zubeen dah logt eta porag newsr fal2 news hy
🙏🙏ধন্যবাদ জুবিন দা 🙏🙏চিধা কথা আমাক আমাৰ নিজৰ আইয়ে বৈ দিয়া গামোচা লাগে 🙏🙏
বহুত ভাল কাম কৰিছে আঙুৰলতাবা আৰু জুবিনদায়ে l
Keidin man agte dekhun thte koisili who is zubeen😡😡😡aji akw zubeen dak loi news bonai asa amr zubeen da always great
prag news e fast time zuben dak loi e trpy loisil. pahorile sage
বঢ়িয়া জুবিন দা, মানুহৰ পানীয়ে প্ৰাণ, কিন্তূ আপুনি অসমৰ প্ৰাণ ❤️🙏
Zubin Garg is not only a great singer.. He is one of the best human being of our world...
🌍💓
প্ৰাগ নিউজ জুবিন দাদাক চিনি পালে নে? বিদেশী গামোচা সকলোৱে পিন্ধে জুবিন দাই নিপিন্ধে কিয়নো জুবিন দা আমাৰ জুবিন দা 😘😘😘জুবিন দাদা জিন্দাবাদ
Oo..thik koise zubeen dai 👏👏👏👏👏
চিধা মানুহ চিধা কথা ।যি কয় সচাঁই কয় ।এনেও অসম বহিৰাগত বণিকৰ হাতোৰাত ।সেইকাৰণেই অসম নালাগে গোটেই ভাৰতৰ্ষত জুবিনৰ জনপ্ৰিয়তা বিপুল ।সেইকাৰণে জুবিনে কয় ghanta খাতিৰ নকৰো WELL DONE ZUBEEN.
You are legend of Assam..
❤️
হয় জুবিন দাই সঁচা কথা কৈছে কাৰণ আমি হৈছোঁ অসমীয়া গতিকে আমি অসমীয়া গামোচা পৰিধান কৰা উচিত
চিধা মানুহ চিধা কথা।।জুবীন দাই যি কয় সঁচা কয়।।। love you Zubeen Da
Jubeen da thokaloike akhom joyyyy
Val karise.,ai salani gamosa bore aamr thalua silpak mritur mukhaloi theli dse...এতিয়া অন্তত আপোনাক দিবৰ বাবে দুখন হলেও থলুৱা গামোছা ৰ বিক্ৰী হব৷ thanks a lot
Proud of You জুবিন দা, 👍🏻🤗
Zubeen da hoi
Sidha kotha koi
Kaku bhoi nokore
থিক কথা কইছে জুবিনদা বাহিয় গামোচা নেলাগে কিনিব আমাৰ অসমৰ গামোচা ভাল
ঔ পোনাকন অসমীয়া শব্দবোৰ একে লেথাৰিয়ে লিখিলেই নহ'ৱ । ডাৰি কমা বিলাক থিক ঠাইত নবহুৱালে কমেন্ট বোৰ পঢ়িবলৈ অসুবিধা হয় ঔ ।
Moi zubindak masto val paw kio ba moi nije gom napaw
@@satyajithazarika3560...kokai ou! Hei dinbur aru nai de...
@@zonakmahanta মহাশয় কি বুজাব খুজিছে কথাটো থিক মই বুজি পোৱা নাই ।
মই চাউথ ইন্দিয়া গামোছা ব্যৱহাৰ কৰো......কিন্তু ভৰি মছিবলৈ !!
Yes, Zubeen Da ur always right
চিধা মানুহ চিধা কথা
মই জুবিন দাৰ লগত আছু
💖 zubeen....💖
Ohhh sidha kotha ghenta. Love u zubeen da❤
Jubin da is an example of being simple with great humanity!
Yes zubeen daa.
এইটো বস্ত মইও বহুত বেয়া পাওঁ..
কেলা অসমত শিপীনীবোৰ নোহোৱা হ'ল নেকি
Very good thank you
কেইদিনমান আগতে দেখোন কৈছিল ।WHO IS ZUBEEN.😡😡😡😡 আজি আকৌ আমাৰ জুবিন দাক লৈ চেনেল চলাই আছে । জুবিন দা আগতেও খাঁটি ৰত্ন আছিল আৰু থাকিব ।💖💖💖💖💖💖💖💖
কেবল জুবিন দাই কিয়
সকলোৱে এই পদক্ষেপ লোৱা উচিত
পোন মানুহ চিধা কথা
জয় জুবিন দা
Gamusa Pelai di vl km krise Zubeen dai .... sakaloe buji saba lage je Zubeen dai kio anekowa krise...
W
মই জুবিন দাৰ কথাত একমত
জুবিন দা জীন্দাবাদ
জয় আই অসম
আজি নুসুধে নেকি who is zubeen
Hundor kotha kole Zubeen da 👏👏👏
Hosa kotha koise zubeen da e karon amar gamusa akhon bohut mulyaban hoi.
Sidha manuh sidhaa kothaa..... love u zubeen daa.... U r real hero of worlds....
1.10t kun sdrvi ata uthisil
Love you zubeen daa💝
Jubeen da manu nohoy he is God assam r manuhok val pay babe koise
Yes, you are correct. I am with you
Love you Zubeen. Da..❤😘😘😘😘🙏🏽🙏🏽🙏🏽
Zubeen da I axomiya ho mat mate ru mat mati jabo. Haiya ha zubeen da k mur bohut Val lage
অসমৰ তিৰোতাসকলে গামোচা বব নাজানে নেকি???
Love you jubin da aponi bht val Kam korise .aibur gamusa Amar assamr nohy
I love you dada 👍🙏
Love u jubin...apunak loi gowrob koru
Hosa kta zubeen da joi zubeen da and love you
Good jubeen daa....We are always with you...
Hosa koisa zubeen da i love you da
Zuben da great.val kam korele
You are right Zubeen da. Very good Zubeen da.l love you.
Zubeen.a tar nijor Hindi gan gale tak mana kore...
kintu aei bohi Rajyar pora ona Gamuchak loi kiyo aalusona nohoi...
right
Jai jai jai zubeen da.... Love you
Dada.... Right... Love u dada
Joy zubeen daa ❤❤❤🙏🙏🙏
Love from hajo love u zubeen rm
ঠিক কৰিছে দা আপুনি... আপুনি যদি কিছুমান অবগত নকৰে আন কোনো নাই অসমত...
ধন্যবাদ জুবিন দা
jolabo Laage eibur gamusa.
Industrialists anok .Axomor xipinir uddhar korok.
চৰকাৰে আকৌ বহি ৰাজ্যৰ গামোচা লৈ হে ভাল পায়।
Right zubeen da.. U r a rockstar🎸
You are great Zubeen da
জুবিন দাৰ ওচৰলৈ হঠাতে এজন মানুহ মঞ্চলৈ কিয় উঠি আহিছিল??আৰু কিয় সেই মানুহজনক মঞ্চৰ পৰা ঠেলিয়াই নিয়া হৈছিল??
Krishna Jai pravu Zubeen da😘😘😘
Love u zubeen daa...dada is great...dadai khosa kothake koise.....moi dadar khoite ekmot......joy zubeen daa....
সচাকৈয়ে জুবিন দা , 🙏🙏👍👍👍 ,আঙুলতা বা🙏🙏🙏😘😘😘👍👍👍
we love zubeen n all love Assam😘😘😘😘😘😘😘😘😘
Great zubeen da......aji Kali amar assamor xipini xokol ...Tiktok aru Facebook,whatsappot lagi thakutei jai ..gamusa boboloi kot xomoi pabo nu . Jodi moi hosa kotha koixu zubeen dar karone tolot 1ta like korok👇👇👇👇👇👇👇👇👇
right ZG we r always with u dada .....
Love you Zubeen da... Zubeen da amr eyat ahibo sarupathar ❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏
I love zubeen da ❤
I also love Zubeen ❤️
Assam king zubeen da
Zubeen da valai koiso
Joi zubeen da ❤️ love you zubeen da ❤️
Nice জুবিন দা ❤️❤️❤️
Jubeen da Right. God bless you...
Right💖💖💖💖💖💖💖
zubeen da bohut vaal korise
Jubeen dai thike koise,jubeen da jai ai axom🇮🇳
Jubeen dai bohut vl korisa. Love u jubeen da
100% Rite. Zubeen Da I love you
Zubeen dar lgt aami xakalo asamia xipini ekmot....
Love you zubeen da
God bless you
জুবিদ দা এজন গায়কে নহয়....এজন অতি সচেতন নাগরিকো হয়.....প্রতিটো বেয়া কামত তেওঁ মাত মাতি আহিছে.....ভূপেনদার পিছত সমাজর অন্যায়র বিরুদ্ধে অধিক মাত মতা শিল্পীজনেই হৈছে জুবিন দা.....সেয়ে তেওঁ সকলোরে অতি প্রীয়....
Zubeen is Best
Hoi Zubin da Moi aji 3 bosore dhori south India Bengaluru t asilu jua Kali 24 tarkhie Assam loi ahi payxu Benglor tu Flipkart amezon dandor dangor mohl bilakuru asomyea gamusha Pai but asol kahani bur aji he Zubin dar pora gom palu thanks zumin da
Wonderful news
Love you zubeen da... Because zubeen da right
Good.....Zubin da
Good love u zubeen da
MLA Angurlotai other state r pora aha ai fal2 gamosak loi koa babe suta bisarisil ajak Khar khoa Asomiai... khihote atia Zubindak tat khal bohai dib nokle hol....
আজি কালি ছোৱালীয়ে তাতবব নাজানে অ’ জুবিন দা"
যিটো কাম কনেও কৰিব নোৱাৰে জুবিনে কৰি দেখাই,
ভাল লাগিল
সুন্দৰ জুবিন দা।
সুন্দৰ জুবিন দা...
ককাইদেৱে আজিহে গ'ম পালে দক্ষিণ ভাৰতৰ গামোছা তেখেতক দিয়া বুলি ৷ গামোছা খন চাউথ ইণ্ডিয়াতেই হওঁক বা যতেই নবনাও গামোছা অসমীয়া প্ৰাণ ৷ হয়তো দলিয়াব নালাগিছিল ৷ বিধায়িকা গৰাকীয়ে তো দলিয়াই দিয়া নাই ৷ ভাল পাও তেখেতক ৷ মই এগৰাকী তেওঁৰ অনুৰাগী অইনৰ জৰে কিন্তু গামোছা খন অন্তত দলিয়াব নালাগে ৷ অফিচাৰ আৰু মন্ত্ৰী সকলে যে চকীত বহোতে পিঠিৰ ফালে গামোছা পাৰি লয় সেইয়া কি হ'ব ৷
Yes this is zubeen
Sidha manuhor sidha kotha
Love you zubeen da
zubeen da love you ...dhuniya
আমাৰ ভগবান জুবিন দা
Dhunia podokkhep
.
Assamese gamucha should be made in assam.... Rightly said by zubeen da.... How can a south Indian make a North East India thing.....
Really
সুন্দৰ মন্তব্য।
Zubeen da is best
Hei2 kun ahxl majote😐..gotiai loi goise tak😂..zubeen da😍😎👍
🤣🤣