অসমৰ নিউজ চেনেল বোৰ সচাঁ কৈ বিক্রি হৈছে কাৰণ অসমৰ সমস্যা ৰ বিষয়ে ,দাম বৃদ্ধি ৰ বিষয়ে এইবোৰ দেখিও নিউজ নকৰে ।জুবিনৰ নিউজ কিন্তু ৰিপিদ কৰি কৰি বজায় আছে । জুবিনে এই কথা টো কৈ দোষ কৰিছে হয় কিন্তু কাৰোবাৰ দোষনীয় নিউজ বন্ধ কৰি ৰাখে ।
Axomiya t bapek k asolote deuta ishwar buli koi. Tente deutak ku ishwar buli bhabibo nalage. Iyat Zubin daa right buli sobei koise. Kintu kunubai dekhile ne je iman beyake kua pisot u Sattradhikar Jone kiman hantire kotha tu rakhi thole. Eitue hol Sattra r hikhya. Sattradhikar heibabe i hoi. Nijor khong, honman, ohongkar hokolu atorai keneke iman dhuiya koi rakhi thole. Ji holeu, Zubin daa e ghenta kobo nalage. Beya maat mati mati ajikali amar generation Tue jote tote, sthan kaal patro nasai ubhot maat kobo dhorise. Jodi youth icon e enekua hoi tente youth e ki hikibo. Eta homoyot youth icon Bhupen Hazarika aru Jayanta Hazarika u asil. Kintu teuluke kunu edin tene hobdo byobohar nokora ke axom r manuh r hridoy t kaal joi hoi rol. Amar hokolure ador aru moromor Zubin daa e heitu buja usit.
hoi , Zubin e garg kio likhe tetiyahole , Garg munir tej boi ase neki , Dangoriya hobdotu teur khetrot use koribo nalage tetiyahole karon dangoriya u kothito honmaniyo byokti
@@krishnaborah1513 Moi u tu koisu je sattradhikar bhogoban nohoi buli. Ejon sattradhikar e eneke kole buli ki anbur manuh r sreni t noporibo neki?? Sattradhikar k somalusona korar logote Zubin Garg ku korok. Kio nu teu u manuh ei aru ami u manuh.
Shiv e ketiya koise je ganja khabo ......manuhe bonoya ....sonman jijone jane prabhu ishwar koboy pare ....aru nijotkoi jijon dangor teok sonman diya usit ......Zubeen sonman or patro e nohoy ....
hoi , Zubin e okol hotriyai gua naai j hongeet hurjya bota dile , topina daangor u gaaise , tukari geet u gaaise . eyatei satradhikaror bikhalota lukai aase.
এতিয়া সত্ৰাধীকাৰ মহোদয়ে বুজি পালে । ধন্যবাদ।🙏🙏🙏
শংকৰদেৱ আৰু মাধৱ দেৱ যদি গুৰু হয় তেন্তে সত্ৰাধিকাৰ কিদৰে ঈশ্বৰ হল.....মানুহ ঈশ্বৰ নহয়,জুবিন দা এ থিক কৈছে....
Right.... মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে
Krishnak Ishwar nohoi boli voba neki
Morkh zubeene malor logat garo mankh khai pagol hoi goise sage
Gitat krishnai nijei koise moyei Param Brahma parmeshwar Zubeene Ishwarr gyan ako najane
⁹⁹⁹@@bijulibarmansaikia7583
নিজৰ যুক্তি যেতিয়া নাখাটে তেতিয়া যিফালে পাল্লা ভাৰী হয় সেইফালে তাল মিলাই দিয়াটো ভাল লক্ষণ। নহ'লে মানৱ ৰূপী ঈশ্বৰ সকলৰ সান্দহ খোৱা বালি একেবাৰে তল যাব।
Right...
জুবিন গাৰ্গ মানুহজন কেনেকুৱা মানুহ ভূল বোৰৰ বাবে সদায় মাত মাতি আহিছিল আৰু থাকিব।। জয় জুবিন দা 💝
Ji koise jubeen dai thikei koise
মই কোনো দিন সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ বুলি কৈ পোৱা নাই আৰু নকওঁ
@ManabjyotiBharali Prabhu Iswar2 baru baad dilu
Krishna j Bhagwaan nhoi buli koi
Taku support krene?
একো মিছা কথা কোৱা নাই জুবিনে, কোনো মানুহ প্ৰভু ঈশ্বৰ হব নোৱাৰে আৰু নহয়ও, সত্রৰ সত্ৰাধিকাৰ গৰাকীয়ে সঁচা কথাই কৈছে তেখেতো এজন মনুষ্যই হয় , কথাবোৰ ইয়াতে শেষ হব লাগে
আমি সেইটোৱেই জানো, ব্ৰামুন সকল ভগবান নহয় হিহঁত জাতিক বিবেদ সৃষ্টি কৰাৰ বাহিৰে একো নাই । কিয়নো হিহঁতেই জাতিভেদ প্ৰতাৰ সৃষ্টি কৰিছে।।। 0:02
Right
ধৰ্ম কৰি কৰি তীৰ্বতখন ছাইনাই দখল কৰিলে । অসম খনৰো ধৰ্ম কৰোতে কৰোতে বাংলাদেশে দখল কৰিব নেকি ? এইবোৰ বাক বিতণ্ডা এৰাই চলক । কাম কৰক । কৰ্ম ই ধৰ্ম ।
Aukat sai kotha kobi 🙂
Pehle acche se spelling toh sikh le 🫠🙃
Thikei koise
অসমৰ নিউজ চেনেল বোৰ সচাঁ কৈ বিক্রি হৈছে কাৰণ অসমৰ সমস্যা ৰ বিষয়ে ,দাম বৃদ্ধি ৰ বিষয়ে এইবোৰ দেখিও নিউজ নকৰে ।জুবিনৰ নিউজ কিন্তু ৰিপিদ কৰি কৰি বজায় আছে । জুবিনে এই কথা টো কৈ দোষ কৰিছে হয় কিন্তু কাৰোবাৰ দোষনীয় নিউজ বন্ধ কৰি ৰাখে ।
সএাধীকাৰ জনৰ কথা শুনি ভাল পালো। ধন্যবাদ আপুনালৈ
জুবিন দাৰ কথাৰ আগত আৰু পিচত একোটা যুক্তি আৰু উদ্দেশ্য লুকুৱাই থাকে ,বুজিপোৱাজনেহে বুজি পায়,
Prabhu Iswar2 baru baad dilu
Krishna j Bhagwaan nhoi buli koi
Taku support krene?
Zubeen Garg r mote Bhagwad geeta Misa Neki
Its right। zubeen Garg এ সত্ৰা ধিকাৰক aku কৰা নাই।ন।
শব্দ টো বেয়া পাওঁ বুলি হে কৈছে
Zubeen da King❤❤
King zubeen garg ❤❤
Zubeen Garg 100% right
Dekhila Zubeen dar jubo hokti kiman power joi ZuBeen Da ❤❤
চিধা মানুহ চিধা কথা জুবিন দা ৷ মানুহ কেতিয়াও ঈশ্বৰ বা ভগৱান হ’ব নোৱাৰে ৷ ভগৱান হ’বলৈ হ’লে এশ টা গুণ থাকিব লাগিব ৷
Prabhu Iswar2 baru baad dilu
Krishna j Bhagwaan nhoi buli koi
Taku support krene?
Zubeen Garg r mote Bhagwad geeta Misa Neki
শুদ্ধ কথা। সত্ৰাধিকাৰক আমি প্ৰভু ঈশ্বৰ বুলি ক'ব নালাগে।গুৰু বুলি কোৱাহে উচিত।
আপোনাক কৈ থকা জনৰ ভয়ত মন্তব্য টৌ দিয়া বুলি মোৰ ধাৰণা হৈছে।
*ধন্যবাদ জনাইছো ❤❤❤*
ZG 🤟🤟 ❤
ZG modahi
Dr . Zubeenuddin ahmed
জুবিনে বিতৰ্ক নকৰে । বিতৰ্ক আনে সংবাদ মাধ্যমবোৰে।
Hosa kotha
Joi zubeen da like 💓📌
Love you Zubeen da
100 right we are not a god
Joy Zubeen da
Axomiya t bapek k asolote deuta ishwar buli koi. Tente deutak ku ishwar buli bhabibo nalage. Iyat Zubin daa right buli sobei koise. Kintu kunubai dekhile ne je iman beyake kua pisot u Sattradhikar Jone kiman hantire kotha tu rakhi thole. Eitue hol Sattra r hikhya. Sattradhikar heibabe i hoi. Nijor khong, honman, ohongkar hokolu atorai keneke iman dhuiya koi rakhi thole. Ji holeu, Zubin daa e ghenta kobo nalage. Beya maat mati mati ajikali amar generation Tue jote tote, sthan kaal patro nasai ubhot maat kobo dhorise. Jodi youth icon e enekua hoi tente youth e ki hikibo. Eta homoyot youth icon Bhupen Hazarika aru Jayanta Hazarika u asil. Kintu teuluke kunu edin tene hobdo byobohar nokora ke axom r manuh r hridoy t kaal joi hoi rol.
Amar hokolure ador aru moromor Zubin daa e heitu buja usit.
Nizor jati tuk a Respect nokorile aaitu ki koribo bhai
Zubin eta modahi
hoi , Zubin e garg kio likhe tetiyahole , Garg munir tej boi ase neki , Dangoriya hobdotu teur khetrot use koribo nalage tetiyahole karon dangoriya u kothito honmaniyo byokti
এজন সত্ৰাধিকাৰে দেখোন জুবিন দাক কাণতলীয়া চৰ দিব বুলি কৈছিল।
@@krishnaborah1513 Moi u tu koisu je sattradhikar bhogoban nohoi buli. Ejon sattradhikar e eneke kole buli ki anbur manuh r sreni t noporibo neki?? Sattradhikar k somalusona korar logote Zubin Garg ku korok. Kio nu teu u manuh ei aru ami u manuh.
আজিৰ prag newsk val paisu
জুবিন জুবিনেই ❤
অসমত যদি ভগৱান আছে ইমান problems কিয় হৈছে। জুবিন দা কথাটো 100% right
সত্ৰাধিকাৰ সকলে দুখীয়া মানুহক কিমান সহায় কৰি পাইছে । নিজৰ পেটৰ কথা চিন্তা কৰে অকল আৰু কাক কেনেকৈ তললৈ নিব পাৰে সেইটো চিন্তা কৰে । এইটো এ হৈছে মহৎ গুণ নহ । জুবিন দাৰ নিচিনা অলপ মানুহক সহায় কৰা তাৰ পিছত ভগবান হব আহিব আপোনালোকে ।🙏
Joi zubeen da
Joi modahi zubeen da
অসমত ভবিষ্যতৰ দিনত কোনেও যাতে সত্ৰাধিকাৰ সকলক প্ৰভু ঈশ্বৰ বুলি নকয়।
God is good
Thankyou so much.apuni j buji pale.jubeen da amar heart hoi .asomor heart hoi.
জুবিন দাদাই মানব জাতিক প্ৰভু ঈশ্বৰ নহয় বুলি থিকেই কৈছে। আমি মানু্হ ভগৱান নহয়। WE ARE HUMAN NOT GOD.
Yess..
Assam king 👑👑ZG❤
Zubeen is right
Joi joi joi joi joi joi joi Ki ki ki 😊😊😊😊😊❤❤❤❤❤❤❤❤❤ Zubeen Garg daaa
Jubin Garg is a good garu
জুবিন দাই ঠিক কথাই কৈছে ❤
অসমৰ কিছুমান মানুহ এনেকুৱা ই কিবা এটা উলা ব হে লাগে বিতৰ্ক কৰাত লাগি যায় 🤣 এইয়াই অসম
শংকৰদেৱে ভাকতকে ঈশ্বৰ বুলি ভাবিব দিছে, আৰু সেইদৰে সেৱা কৰিব শিকাই গৈছে মাধৱদেৱে, সকলোতে ঈশ্বৰ থাকে, গতিকে সত্ৰাধিকাৰ বাপক ঈশ্বৰ বুলি কোৱাটো উচিত 🙏🙏🌹🌹
প্ৰাভু ইচ্ছাৰ শব্দ থু কি বেয়া
? মাজুলী সএধিকাৰ আপোনাক ইমান ধুনীয়াকে সম্বাধন জনালে নিজৰ ল'ৰা ইচাপে। নিজকে আপোনী কি বেৱহাৰ কৰিলে । কলেজৰ পিনচিপালক ছাৰ বুলি নকয় গেন্তা বুলি ক'ব নেকি। নিজৰ অসমৰ মানুহে এইবোৰ ক'লে আনে কি ক'ব ?
ভাবধাৰা ঠিকেই আপোনাৰ ! অলপ বানানবিলাক শুদ্ধকৈ লিখিবলে যত্ন কৰিব !
প্ৰকৃতিয়েই ঈশ্বৰ প্ৰকৃতিৰ বিনে পৃথিবী নিৰ্থক।
বুজা জনে বুজিছে, ক্ষ্যমা কৰিব পৰা শক্তিটো সকলোৰে বাবে সম্ভৱ নহয়!
গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ-----। এইটো আমাৰ গুৰুৰ প্ৰতি আস্থা, বিশ্বাস, মূল্যবোধ।
দেৰিকৈ হলেউ কথা টো আপোনা লোকে বোজি জে পালে সেইয়াই বহোত
Shiv e ketiya koise je ganja khabo ......manuhe bonoya ....sonman jijone jane prabhu ishwar koboy pare ....aru nijotkoi jijon dangor teok sonman diya usit ......Zubeen sonman or patro e nohoy ....
@@Devilkaustavlkg admission kori lobi sudurvhai
Right.
এতিয়া হে গম পালি হা
জুবিন দা সঁচা মানুহ যে সঁচা কথাই কয়
জয় জুবিন দা
Thik koi sa apuni dhoinobad apunak 🙏
Zubeen da can say anything, I always agree with zubeen da, joi zubeen da❤❤❤
জুবিন দা সদাই ঠিক কথা কৈ । মাজুলীৰ কিছুমানক আকো জুবিন দাক নালাগে । জুবিন দাৰ অনুৰাগী যে অকল মাজুলীত এ আছে সেইটো নহৈ মাজুলীৰ এটাও অনুৰাগী নোহোৱাকৈ চলিব পাৰিব জুবিন দা । জয় জুবিন দা ❤
প্ৰভু ঈশ্বৰ ,,, অমুক বৰগোহাঁই,,,,
Zubeen da jindabad ❤❤❤
Zubeen da king
Yes
Sri P. Goswami's comment is very mature.❤ News Channel should not create any new controversy.
দাদা 🔥🔥🔥
Joi zubeen daa ❤️❤️❤️🙏🙏🙏
অসমৰ সকলোকেইখন সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ সকলোৰে চৰণত সেৱা ধৰিছোঁ । কৃষ্ণ ।
জুবিন দা আপুনি ক্ষমা বিচাৰিব লগীয়া একো কোৱা নাছিল। আপুনি ১০০ পাৰচেনট ঠিকেই কৈছে। আপোনাক শত শতবাৰ নমস্কাৰ
Yes right zubeen Da..
প্ৰকৃত জ্ঞানী লোক তেওঁকেই কোৱা হয় । 🙏🙏🙏
জুবিন right
A joi zubeen Da
❤
Dhanyabad janaisu 🙏
জোকাই জোল খোৱা জাতি। এনেদৰে গু খুচৰি থকা তোমালোকৰ স্বভাৱ।
জুবিনে ঠিকেই কৈছে।
Jubin daa you are right. Jay I axom
Akdom right koise Zubeen dai
সত্ৰাধিকাৰ কেতিয়াও ভগৱান হব নোৱাৰে,,,আত্মাই ভগৱান
😂😂😂😂😂😂fox
মানুহ বোৰৰ কাম নাই যিকোনো এটা কথা উলিয়াই ৰহন সানি বেছি কৰিব বিচাৰে
Right❤
Joi zubeen da 🎉
Zubeen da right hoi❤
সত্ৰাধিকাৰ সকলক নাম কোৱ নায় কিন্তু প্ৰভূ ঈশ্বৰ আগতে কাক কোৱা হয় সত্ৰাধিকাৰ ক নহয় জানো গতিকে কথাষাৰ কাক উদেশ্য কৰি কলে ভাবি চাওক।
I agree with him
Zubeen Garg ❤❤❤❤ Right
জুবিনৰ আচৰণ সমাজ আৰু সংস্কৃতি ৰ কাৰণে অতি দুখ জনক। সত্ৰাধিকাৰে কথাতো এৰি দিলে ঠিকেই। এই কথা শুনা সকলে দিয়া ধিক্ কাৰ বোৰে জুবিনলৈ অশনিসংকেত কঢ়িয়াই আনিব।
উচতাই গাই গৰু শালত লগাবলৈ এই চেনেলৰ উদেশ্যে নিহিত আছে যেন দেখা গ'ল।বৰ চলাহি কথাৰে জুইত ঘী ধালিছে । জুবিন যে সত্য বাদী তাত কি থাকিব পাৰে। সত্ৰৰ মাজত নিজক আৱদ্ধ ৰাখি হাইদনদৰ মাজত অসমীয়া মৰক। তেওঁ লোক প্ৰভু ঈশ্বৰ হৈ মাজুলী দখলত ৰাখক। নহয় জানো?
Zubeen da right kotha koise
❤❤❤❤
❤
Joi jubin da u are right manoh ketiau vogoban nhoi
Zubeen ❤
Good decision
Zubeen have all the guts to say honest thing... He is 100 perc right....
মাজুলী ৰাইজৰ হৈ জুবিন গাৰ্গক সত্ৰাধিকাৰ গৰাকীয়ে 'সংগীত সূৰ্য' উপাধি প্ৰদান কৰিলে। বিনিময়ত জুবিন গাৰ্গে সত্ৰাধিকাৰ গৰাকীক ভক্ত সকলে 'প্রভু ঈশ্বৰ' বুলি সম্বোধন কৰা সহ্য কৰিব নোৱাৰিলে। গতিকে মাজুলী ৰাইজৰ জয় আৰু জুবিনৰ পৰাজয়।
hoi , Zubin e okol hotriyai gua naai j hongeet hurjya bota dile , topina daangor u gaaise , tukari geet u gaaise . eyatei satradhikaror bikhalota lukai aase.
Power of zubeen ⚡
Assam's Rockstar ZG❤
জয় জুবিন দা ❤️
Huge respect for Satradhikar je teu agree korise..🙏🙏🙏
সত্ৰাধিকাৰ কেটিয়েও ভগৱান হব নোৱাৰে জুবিনে ঠিক কৈছে তেওঁ ভগত
Man is the greatest temple of God
Zubeen Garg right
জুবিন গাৰ্গ ক বাৰে। বাৰে বিতৰ্কত আনি তেওঁক দুৰ্বল কৰাৰ মানসিকতা ।বাৰে বাৰে বিতৰ্কত জড়িত হোৱাৰ বাবে পৰিবেশ এটা সৃষ্টি কৰা হৈছে। গায়ক জনক মঞ্চত গান পৰিবেশন কৰিব মাতি ডেকা চাম ৰ দ্বাৰা শিল ইটা দলিয়াই অপদস্ত কৰা কোন লোকৰ লেতেৰা সংস্কৃতি ।মানুহক শান্তি সন্মান দিব নোৱাৰে যদি অশান্ত পৰিবেশ সৃষ্টি কৰা কোনো যুক্তি নাই । সাপ হৈ খুটা বেজ হৈ জাৰ।সাপে এবাৰ খোতে আজি কালি এনেকুৱা খুটা সাপ বহুত ওলাইছে ।শান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ হলে হিংসা নিয়ন্ত্ৰণাধীন কৰিব লাগিব ।জুবিন গাৰ্গ ডাঙৰীয়া আপুনি অসমীয়া সমাজৰ আপুৰুগীয়া সম্পদ।নিৰোগী হৈ জীয়াই থাকক । বিশ্ব ৰ প্ৰতিজন লোক সাৱলীল সুস্থ হৈ জীয়াই থাকক তাৰেই কামনা কৰিলোঁ ভগবানৰ ওচৰত।ধন্যবাদ।
Right
Jay zubeen da ❤❤❤❤❤❤