হঠাৎ মোহন ভাগৱতে কিয় কৰিলে এই ঘোষণা, সকলো হিন্দু একত্ৰিত হওঁক | Prag Focus

Поделиться
HTML-код
  • Опубликовано: 6 окт 2024
  • হঠাৎ মোহন ভাগৱতে কিয় কৰিলে এই ঘোষণা
    সকলো হিন্দু একত্ৰিত হওঁক
    Watch the full clip to know more about this story.
    #pragnews #mohanbhagwat #rss #hindu #india #pragdigital
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

Комментарии • 67

  • @Kiran-si2bf
    @Kiran-si2bf 23 часа назад +19

    টোৰ কথা মতে হবনে

    • @kumudbaruah2001
      @kumudbaruah2001 19 часов назад

      তই মুছলমানৰ জোৱাই নে মুছলমান তোৰ ভিনিহী, খুলখালী, শালপতি, জেঠেৰী, বৈনাই। নিজকে মুছলমান নহয় বুলি সাহসেৰে কওক। ৬০০ বছৰ শাসন কৰা আহোমৰ মুখত, ১৭ বাৰ মুছলমানক খেদা আহোমৰ মুখত ইমান ভয়াতুৰ ভাৱ কোনো প্রকাৰে শোভা নাপায়। দূভাগ্য।

  • @rawandreal99
    @rawandreal99 9 часов назад +3

    হিন্দুস্তান জিন্দাবাদ থা, হে aur hamesa ৰহেগা।

  • @inglishvlogs1015
    @inglishvlogs1015 22 часа назад +7

    ই অকৌ নতুনকৈ ভিটামিন খালে নেকি

  • @PrahaladDas-yh1cb
    @PrahaladDas-yh1cb 22 часа назад +10

    জয় শ্ৰীৰাম

  • @dilipkrsharmah3384
    @dilipkrsharmah3384 21 час назад +2

    Good suggestion

  • @nabajyotichetia51
    @nabajyotichetia51 21 час назад +3

    এখন দেশ এক ধৰ্ম ঠিক কথা। কিন্তু এখন দেশ এটা ভাষা হ'ব নাই?আৰু হ'লে ভাষাটো কি হ'ব জনাব লাগে।

  • @premkumarbiswas9713
    @premkumarbiswas9713 22 часа назад +2

    Very good

  • @GauriBaruah-gx7ck
    @GauriBaruah-gx7ck 20 часов назад +3

    হিন্দুত্ববাদী মোহন ভাগৱতৰ কথাত ধৰ্মীয় ভাবে হিন্দু সকল এক হলো বাৰু ছালচিগা দৰিদ্ৰ সকলৰ কিবা লাভ হ'ব নে? ভাগৱতে অৰ্থনৈতিক সমতাৰ কথা নকয় কিয়? ভাৰতত হিন্দু সকল দেখো সংখ্যা গুৰু, কাৰপৰা ভয় আহিল! আচলতে হিন্দুৰ সঙ্কত অহা নাই,সঙ্কত আহিছে হিন্দু ধৰ্মৰ।তাকো একশ্ৰেনী ধৰ্মান্ধ মৌলবাদী উগ্ৰ হিন্দুত্ববাদিৰ বাবে। হিন্দু শব্দ সকলোৰে বাবে ব্যৱহাৰ কৰিলেই সকলো হিন্দু হৈ নাযায়। অপ্ৰাসঙ্গীক কথা কৈ লাভ নাই।

  • @Udiptakumarsarmah
    @Udiptakumarsarmah 22 часа назад +19

    মণিপুৰত জুই জ্বলি আছে। আহি পাইছিলি নে কেলা মণিপুৰলৈ? নে মোডী বেপাৰিক পঠাছিলি? কলিকতা জ্বলি আছে তই আহি পাইছিলে? আগতে ৰাইজৰ দুখ সুখৰ সমভাগি হব লাগিব ।

  • @ChrisBrownBreezyBoyyyy
    @ChrisBrownBreezyBoyyyy 23 часа назад +4

    Hindu muslim korak bade Bjp rss r nu aru ki kaam axea hei tahani r pora

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho 10 часов назад +1

    জি বোৰ লেকচাৰ মাৰি তহতক ধনী বনো মিছিন নেকি হিন্দু সকল

  • @ChampakRabha
    @ChampakRabha 22 часа назад +2

    Jai sri ram ❤

  • @ashimtalukdar6187
    @ashimtalukdar6187 10 часов назад +3

    হিন্দু এক হওক শ্লোগান দিয়। হেৰৌ কটা নিধক , হিন্দু হলেও যে তহতে দলিত পিচপৰা আদি সম্প্ৰদায়ক মন্দিৰতে সোমাব নিদিয়,উচ্ছ বৰ্নৰ মানুহৰ আগেৰে পিচপৰা সম্প্ৰ্দায়ৰ দৰাও ঘোৰাত গলে কোবাইএ মাৰি পেলায় একে হিন্দু হলেও তেতিয়া তহতে কত থাক? হিন্দু ধৰ্মৰ সমান জাতিভেদ আৰু উচ্ছ নীচ বোধ হয় কোনো ধৰ্মতে নায়। ভাগ্য ভাল আমাৰ অসমত এয়া কিচু কম

    • @anandabordoloi3008
      @anandabordoloi3008 3 часа назад

      এনে বিয়োগাত্মক চিন্তা-ধাৰাৰ বাবে সমাজৰ এই অৱস্হা প্ৰতি কথাতেই আনৰ বেয়া,আনৰ সমালোচনা,আনৰ দাই ধৰা আগত মোৰ নিজা বুকুত হাত ৰাখি কব লাগে মই কিমান নিকা॥

  • @Rana-hg8hg
    @Rana-hg8hg 7 часов назад +1

    বিজেপি চৰকাৰৰ দিনত হিন্দু মানে বামূণ গোশাই মহন্তৰ হে উন্নয়ন হোৱা দেখা গৈছে, জনগোষ্ঠীয় লোক সকলৰ অধিকাৰ সমূহ খৰ্ব কৰি বামূণ গোশাই মহন্তই জনগোষ্ঠীয় লোক সকলক শাসন চলাবলৈ ষড়যন্ত্র চলাই আছে

  • @dibyajyotihaloi6610
    @dibyajyotihaloi6610 26 минут назад

    Right 👍... Joy shree Ram 🙏🙏🙏

  • @ChrisBrownBreezyBoyyyy
    @ChrisBrownBreezyBoyyyy 23 часа назад +1

    Prega news

  • @RantanDutta
    @RantanDutta 23 часа назад +12

    জয় শ্রীৰাম

    • @realhero5657
      @realhero5657 22 часа назад +4

      জয় শ্ৰী ৰাম খাদ্য বস্তুৰ ইমান দাম ।

    • @dibyajyotihaloi6610
      @dibyajyotihaloi6610 26 минут назад

      Joy shree Ram 🙏🙏🙏

  • @dhirajnath1167
    @dhirajnath1167 23 часа назад +2

    Baba ram Rahim k kiya sapart bjp vote politics

  • @jaanelectrical9158
    @jaanelectrical9158 23 часа назад +2

    Eito ki batari hol neki ?

  • @uttambhuyan6635
    @uttambhuyan6635 20 минут назад

    এই পৃথিৱীত (হিন্দু ধৰ্মৰ মানুহৰ সংখ্যা আৰু ৰাজ্য আৰু দেশ কিমান খন আছে কব পাৰিব নে বাৰু?
    তাহানিতে পৃথিৱীৰ বিশ্বৰ বিশ্বব্ৰক্ষ্মাণ্ডৰ জগতৰ ভিতৰত আৰু বাহিৰত (সকলো মানৱজাতিৰ মানুহ আছিল সনাতন+মন আত্মা প্ৰকৃতি হৃদয়ৰ বিবেক বিবেচনা চিন্তা ভাৱনা অনুভৱ কৰি মিলন আৰু মহা মিলনৰ জৰিয়তে সকলোৱে বস বাস কৰি আহি ছিল ( কিন্তু ৰামায়ণ আৰু মহাভাৰতৰ যুদ্ধ কোন কোন আৰু কাৰ কাৰ মাজত যুদ্ধ হৈছিল কিয় হৈছিল কিহৰ বাবে আৰু বিষয় আৰু কাৰণ কি আছিল (
    ৰামায়ণ (ৰাম আৰু ৰাৱণৰ মাজত যুদ্ধ হৈছিল বিষয় আৰু কাৰণ কি আছিল (তাৰ পাছত আকৌ ভাৰত বৰ্ষৰ ভিতৰতেই হৈছিল সকলো
    মহাভাৰতৰ দ্ৰুপদী আৰু মহাভাৰতৰ যুদ্ধ পঞ্চ পাণ্ডৱৰ আৰু কৌৰৱৰ যুদ্ধ যে হৈছিল (সেই কোন ধৰ্মৰ মানুহৰ জীৱ আছিল (
    আৰ এছ এছ মুৰব্বী পদত অধিষ্ঠিত হৈ থকা মোহন ভাগৱতে যে কৈছে (সকলো হিন্দু একত্ৰিত হ'বলৈ যে কৈছে (যি কেই জন হিন্দু হিন্দু আৰু হিন্দু হিন্দু কৈ আছে সেই কেইজনে (নিজৰ নিজৰ পৰিয়ালৰ সদস্য মেমৱাৰ লগতে যুদ্ধৰ আৰম্ভ আৰম্ভণি কৰি হত্যা হিংসা কাজিয়া কটা কটি আৰু মৰা মৰি কৰি মৰি আছে সেই সকলক প্ৰথমে (শুদ্ধ পবিত্ৰ চিন্তা ভাৱনা অনুভৱ কৰিব লৈ কব লাগে (অকল হিন্দু আৰু হিন্দু হিন্দু আৰু হিন্দু কৈ থাকিলে হ'ব নে?
    ভাৰতবৰ্ষৰ হিন্দু ধৰ্মৰ মানুহে যে (পাপ আৰু মহাপাপ লগাইছে আৰু দুনীতি আৰু ভ্ৰষ্টাচাৰ ভ্ৰষ্টাচাৰী ৰাজ নেতা আৰু ৰাজনীতি নেতা বিধায়ক সংসদ মন্ত্ৰী আৰু গৃহমন্ত্ৰী আৰু মুখ্য ইত্যাদি সকলক প্ৰথমে শুদ্ধ পবিত্ৰ কৰি লব লৈ কব লাগে আৰু (হিন্দু ধৰ্মৰ মানুহৰ সদস্য মেমৱাৰ সকলক যে হিন্দু ধৰ্মৰ মানুহে অপহৰণ কৰে বন্ধ কিয় নকৰে (ভাৰত বৰ্ষৰ ভিতৰত (সকলো হিন্দু মানুহৰ ভিতৰত (ধনী ব্যক্তি আৰু পৰিয়ালৰ সদস্য মেমৱাৰ ঘৰ দুৱাৰ অট্টালিকা নিৰ্মাণ কিমান জনৰ আছে (ৰাজনীতি নেতা আৰু ৰাজনীতি নেতা বিধায়ক সংসদ মন্ত্ৰী আৰু প্ৰধান মন্ত্ৰী আৰু গৃহমন্ত্ৰী আৰু মুখ্য মন্ত্ৰী আৰু ৰাজ্য পাল ইত্যাদি সকল আৰু আমোলা আৰু ঠিকা দাৰ কিছুমান (কোটি কোটি ধনৰাশিৰ টকাৰ বান্ধিল বান্ধিল বাকচ বাকচ মালিক গৰাকী হৈছেহি উদ্যোগ আৰু কোম্পানীৰ মালিক গৰাকী হৈছেহি (তাৰ বাহিৰে (জনতা ৰাইজ ভোটাৰ জনসাধাৰণ আৰু চৰকাৰী কৰ্মচাৰী আৰু পুলিচ বাহিনী আৰু সেনা বাহিনী (ধনী ব্যক্তি হিচাপে কিমান আছে (কোনো মতে দুবেলা দুমুঠি খাই জীয়াই আছে আৰু বেংকৰ পৰা লোন লৈ কোনো চলি আছে (আৰ এছ এছ মুৰব্বী হৈ কি কৰিব সেয়া প্ৰত্যেক ঘৰ মানৱজাতিৰ মানুহে চিন্তা আৰু ভাৱনা অনুভৱ কৰিব (সেই য়া আনৰ কথাত উঠা বহা নকৰোঁ)সময়ে সময়ত সময়ৰ শক্তিশালী শক্তিয়ে সৃষ্টিকৰ্তাই সময়ে সিধান্ত গ্ৰহণ কৰিব)

  • @RahulDas-rz2bu
    @RahulDas-rz2bu 5 часов назад +2

    হিন্দু এক হব লাগে 💪

  • @hafijursikder9104
    @hafijursikder9104 22 часа назад

    মোহন ভাগৱতৰ ককায়েকে হিন্দু ৰাষ্ট্ৰ বনাই থৈ গৈছিল । ইন্ডিয়া গেটত লিখা আছে ।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 21 час назад

    85 কৌটি ৰেচনৰ চাউল খোৱা সকলৰ লগত মুষ্টিমেয় ধনীক শ্ৰেণীয়ে কিয় একত্ৰিত হব?

  • @DhaneswarNath-r8f
    @DhaneswarNath-r8f 22 часа назад

    Keijon HINDUe BHAGAWAT Sai HINDU Ek kore Vokate..

  • @Tokdir555
    @Tokdir555 48 минут назад

    BJP য়ে বহূত সুবিধা পাইছিল

  • @manujyotidihingia8652
    @manujyotidihingia8652 11 часов назад

    তহতৰ হিন্দু শব্দ তু আৰু নচলে মনিপুৰৰ মানুহ বুৰ
    কী মানুহবোৰ এতীয়া ভাৰতীয় হব লাগে সংবিধান
    মানী চলিব লাগে সকলোৱে

  • @RajibKashyap-yk8zc
    @RajibKashyap-yk8zc 21 час назад

    Apuni Agt Oxom t 6th Community r issue problem 2 solve kriboloi PM aru CM sir k zor diok Hindu r ktha koi thake kin2 apunaloke amr issue problem solve nkre Hindu r ktha koi thakile nhobo

  • @cubedragon1683
    @cubedragon1683 7 часов назад

    তই মনিপুৰলৈ যা কাৰণ কোকি উগ্ৰপন্থী সকলে হিন্দু মনিপুৰীসকলক কচু কাটন দিছে

  • @atulchandrahazarika7888
    @atulchandrahazarika7888 22 часа назад

    Nahala bipad haba

  • @abidurrahmanbappu3399
    @abidurrahmanbappu3399 22 часа назад

    BJP FAIL HOIAASE LAHE LAHE ... DANGA E KON LAGABO DEE

  • @parthaprotimborah5328
    @parthaprotimborah5328 18 часов назад

    Amar oxomor hupa eneu nohoi ...tate oxomot eta beleg duplicate hindu projati ase .. title hunilei mur tu gorom uthi Jai ..heihupa eneu nohoi...ami asu kintu 🙏🙏🙏

  • @TinkuChetry-yq4dm
    @TinkuChetry-yq4dm 18 часов назад

    Good like hindu gutany a clockhole

  • @isfaqulhussain6078
    @isfaqulhussain6078 19 часов назад

    Xomajok usso-nis kori bhag bhag kori thoise, kenekoi akotrit hobo. Aikaroneitu amar purbopurukh xokole islam grohon korisil....

  • @NittanandaBiswas-oq2sl
    @NittanandaBiswas-oq2sl 23 часа назад +2

    Bharat Mata ki Jai

    • @realhero5657
      @realhero5657 22 часа назад +2

      ভাৰত দেশৰ নাম এজন ভৰত নামৰ ৰজাৰ নামেৰে হ'ল কিন্তু ভাৰত মাতা কিয় কোৱা হয় 🤔🤔

  • @abidurrahmanbappu3399
    @abidurrahmanbappu3399 22 часа назад

    MANIPURI KIYA HINDHU NEHI HAI.... KITNA MONTH SE JOL RAHA HAI MANIPUR

  • @soneshwarrabha9886
    @soneshwarrabha9886 19 часов назад +1

    হিন্দুসকলৰ সমস্যা আগতে সমাধান কৰক চোন। যেন মুল

  • @AR_Assam_kings
    @AR_Assam_kings 21 час назад

    kot likha ase bharat hindu rastra

  • @manojnath267
    @manojnath267 11 часов назад

    হৰ হৰ মহাদেৱ

  • @Jintukakati-bh7qy
    @Jintukakati-bh7qy 9 часов назад

    Asomiya hindu tur kotha mote nasale

  • @abubokkorsiddik5252
    @abubokkorsiddik5252 22 часа назад

    😂😂

  • @s-jitlifestyle7457
    @s-jitlifestyle7457 12 часов назад

    Jai Shree Ram ❤❤❤

  • @uttamroy4434
    @uttamroy4434 19 часов назад

    Jay shri Ram 🙏🙏🙏🚩🚩🚩

  • @AbbasAli-p6r
    @AbbasAli-p6r 22 часа назад

    স্বাধীনতা যুঁজাৰু মোহন ভাগৱত ছাৰ সুন্দৰ কথা কৈছে
    মোহন ভাগৱত ছাৰ আৰু তেখেতৰ সংগঠনৰ জৰিয়তেহে দেশখন স্বাধীনতা লাভ কৰিছিল। সেয়ে ভাগৱত ছাৰৰ কথাষাৰ পালন কৰিব লাগে দেশৰ সকলো হিন্দুয়ে।

  • @jatinlaujary9147
    @jatinlaujary9147 12 часов назад

    Good.stape

  • @rubulsarma5869
    @rubulsarma5869 21 час назад

    Hindu🕉️ Guri Dhorota Val nata olai aahibo laga. India pora Bangladesh Muslim khadila. Hindu ata hobo