কোনটো ৰত্ন কোনটো গ্ৰহৰ হয় ?কি বাৰে আৰু কোনটো আঙুলিত গ্ৰহৰত্ন পিন্ধিব লাগে ?gems stone and substitute

Поделиться
HTML-код
  • Опубликовано: 26 дек 2024

Комментарии • 52

  • @bibakaxomiya3017
    @bibakaxomiya3017 3 месяца назад +2

    black gemstone

  • @purabisaikia2147
    @purabisaikia2147 2 месяца назад

    Dada mur konya rakhi kola mukuta pathor pindhile vl ne bea jonabo sun

  • @dipshikhabora7542
    @dipshikhabora7542 6 месяцев назад +1

    Sir sagar pathar kenekuwa hoi janabsun

  • @GabindaBaroGBaro
    @GabindaBaroGBaro 11 месяцев назад +1

    Sir mongol groh pattor kiman dam lowa jay jonabi sun de sir

    • @assameseastrogyan5957
      @assameseastrogyan5957  10 месяцев назад

      quality loi beleg bele dam hoy tathapito 5/ 6 hajarat val quality r stone pai jaba 8 carat manar

  • @pallavisonowal9090
    @pallavisonowal9090 23 дня назад +1

    Robi ledies hokole kuntu fingart pindhib lage aru kenekoi pindhib lage jonab jun aru panna bikhye kob sun

    • @assameseastrogyan5957
      @assameseastrogyan5957  20 дней назад

      Sohatar ring finger t pindhibo
      Rabibare 12 bajar agate suryar mantra jap Kari pindhibo pindhar agate ring to shodhan Kari labo
      Panna budh grahar babe pindha hay

  • @pyarigohain8535
    @pyarigohain8535 2 месяца назад +1

    Hati datar anguthi kun angulit pendhe plz janaba

  • @HappyChocolateStrawberry-lr7io
    @HappyChocolateStrawberry-lr7io 8 месяцев назад +2

    Mur donu rashi ki pindib lage aru khun to anglit aru ki bar

    • @assameseastrogyan5957
      @assameseastrogyan5957  7 месяцев назад

      সাধাৰণতে ৰাশি অনুযায়ী ৰত্ন পিন্ধা নহয় গ্ৰহৰ অৱস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিহে ৰত্ন পিন্ধা হয় তথাপিতো ৰাশি হিচাপত কবলৈ গলে ধনু ৰাশিৰ বাবে পোখৰাজ, টোপাজ আদি শুভ ৰত্ন শুভ ধাতু হল সোন বা ব্ৰঞ্জ শুভ আঙুলি তৰ্জনী শুভ বাৰ বৃহস্পতি

  • @pranjitchetia
    @pranjitchetia 10 месяцев назад +1

    Mur koinya rakhi ki pindhibo lagibo

    • @assameseastrogyan5957
      @assameseastrogyan5957  10 месяцев назад

      sadharanate rakhi anujaye stone pindha nahay stone rashi chakarar grahar abasthan sai he pindha hay tathapito jadi sakalo thike thake tente kanya rashir babe mukuta , panna aadi shubha ratna hisape bibesana kara hoy

  • @ChitushnaNeog
    @ChitushnaNeog 4 месяца назад

    Mur meen (Pisces) rakhi hoi ki pathor pindhile val hoi jonab sun

    • @assameseastrogyan5957
      @assameseastrogyan5957  3 месяца назад

      Grahar abasthiti loi he kabo pari tathapito rashi hisape kale topaz,pokhraj adi shubha

  • @dekajyotish719
    @dekajyotish719 18 дней назад +1

    Orginal ne duplicate kenekoi seni pam

    • @assameseastrogyan5957
      @assameseastrogyan5957  17 дней назад

      লেব ত টেষ্ট কৰি গম পোৱা যায় কিন্তু তাতো ঠগাব পাৰে সেয়ে চাই চিতি বিশ্বাস যোগ্য পৰীক্ষাগাৰত পৰীক্ষা কৰি লব

  • @Munu-nw5cb
    @Munu-nw5cb Год назад +1

    Dada income korile poisa rakhibo nuwarile ki pathor pindhibo lage

    • @assameseastrogyan5957
      @assameseastrogyan5957  Год назад +1

      চাওক এনেকৈ যিকোনো এটা নিৰ্দিষ্ট সমস্যাৰ বাবে ৰত্ন পিন্ধা নহয় আপোনাৰ ৰাশি চক্ৰত নিশ্বয় খৰচৰ ঘৰ বা অৰ্থৰ কাৰক গ্ৰহ ইত্যাদিৰ ক্ষেত্ৰত কিবা সমস্যা হৈছে বা আপোনাৰ খৰচ কেনে ক্ষেত্ৰত বেছিকৈ হয় তাতো গ্ৰহৰ কথা আছে আৰু সেইবোৰ আপোনাৰ জন্ম চক্ৰ চাই হে গম পাব যে আপোনাক কি ৰত্ন লাগে যিটো গ্ৰহক পাৱাৰ দিব লাগে সেই গ্ৰহৰ বাবেহে আপোনাক ৰত্ন দিয়া হব আপোনাৰ জন্ম কুণ্ডলী নোচোৱাকৈ কোনোৱে আপোনাক কি ৰত্ন পিন্ধিব লাগে সেয়া কব নোৱাৰিব আৰু আপুনি যদিহে এইদৰে কি ৰত্ন মই পিন্ধিব লাগিব বুলি ডাইৰেক্ট সোধে তেত্নে এনে কিছুমান জ্যোতিষী আছে যিয়ে আপোনাক ঠগিব পাৰে তথা লুটিব পাৰে (মই সকলোৰে কথা কোৱা নাই )সেয়েহে ৰত্ন লোৱাৰ আগতে ভাল জ্যোতিষীক দেখুৱাই হে ৰত্ন লব লগতে ৰত্নটো অৰিজিনেল হয় নে নহয় তাৰ প্ৰমান পত্ৰ লব , আশা কৰিছো বুজি পাইছে

  • @pryka4
    @pryka4 5 месяцев назад +1

    Mur konya rakhi, moi kun tu rottna pindhile val hob ,ru rati bhutor hpun khub dkhu ,upai dibsun🙏🙏🙏

    • @assameseastrogyan5957
      @assameseastrogyan5957  4 месяца назад +1

      সাধাৰণতে ৰত্ন ৰাশি অনুযায়ী পিন্ধা নহয় তথাপিটো কন্যা ৰাশি হিচাপত কবলৈ হলে পান্না আপোনাৰ বাবে শুভ ৰত্ন বুলি কব পাৰি আৰু শাস্ত্ৰ অনুযায়ী বেয়া সপোন দেখিলে কাকো কব নালাগে সেয়া বেল গছৰ ওচৰত গৈ মনে মনে কলে তাৰ বেয়া ফল কটা যায় বুলি কয় বাকী শিৱ নাম জপ কৰিব পাৰে শুভ ফল পাব

    • @pryka4
      @pryka4 4 месяца назад +1

      @@assameseastrogyan5957 boht boht dhanyawad 🙏🙏🙏

  • @BijuliSharma-r6t
    @BijuliSharma-r6t 7 месяцев назад +1

    Mur makor rakhi moi ki pathor pindhim dada

    • @assameseastrogyan5957
      @assameseastrogyan5957  6 месяцев назад

      Rashi anusari stone pindha nahay tathapito makar rashi hisapat kabaloi gale nili, nilom adi makar rashir babe shubha

  • @mousumisworld5070
    @mousumisworld5070 11 месяцев назад +2

    Sir mur sinha rashi ..lagno soni ..muk nilom lobo dise moi pindhibo parim ne sir

    • @assameseastrogyan5957
      @assameseastrogyan5957  11 месяцев назад +1

      লগ্নত শনি থাকিলে ই যে neelam পিন্ধিব লাগিব তেনে নহয় যদিহে সচাই শনিক শক্তি দিয়া দৰকাৰ তেন্তে ধাৰণ কৰক neelam কিন্তু বহু দামী ৰত্ন ভালদৰে চাই লব নহলে বহু পইচা এনে যাব লগতে আপকাৰো কৰিব পাৰে

  • @rintutamulihuntu
    @rintutamulihuntu 5 месяцев назад

    Zircon 6.30crt lgisil.pricetu kimn hbo bru

  • @swapnalihazarika6609
    @swapnalihazarika6609 9 месяцев назад +2

    দাদা মই পান্না পাথৰ তজনী আঙুলি ত পিন্ধো
    কামত দিব নে

  • @ManimaGogoi-v9y
    @ManimaGogoi-v9y 2 месяца назад +1

    Ratna moni kintu dekhabosun

  • @lifeisnotperfect-ul9lr
    @lifeisnotperfect-ul9lr 9 месяцев назад

    Apunak kenkoi contact korib parim

  • @hemantagogoi1871
    @hemantagogoi1871 4 месяца назад

    চাৰ মোক এজন Astrology য়ে মধ্যমীয়া আঙুলিত পিন্ধিবলৈ কৈছিল।

  • @zomunarajbongshiyadav2
    @zomunarajbongshiyadav2 Год назад +1

    মোৰ নামৰ প্ৰথম আখৰ দুটা হ'ল ন,য সেইকাৰণে মোৰ ৰাখি বৃশ্চিক ৰাখি বাবে মই কি পাঠ্যৰ কি ধাতুৰ লগত পিন্ধিব লাগে জনাব চুন 🙏🏼🙏🏼🙏🏼

    • @assameseastrogyan5957
      @assameseastrogyan5957  Год назад +1

      সাধাৰণতে ৰাশি অনুযায়ী ৰত্ন পিন্ধা নহয় জন্ম কুণ্ডলীৰ গ্ৰহৰ অৱস্থান তথা শুভ অশুভ বিচাৰ কৰিহে ৰত্ন ধাৰণ কৰা হয় তথাপিতো ৰাশি হিচাপত কবলৈ গলে বৃশ্চিক ৰাশিৰ বাবে প্ৰবাল হীৰা আদি শুভ লগতে তাম সোন শুভ ধাতু হয়

    • @boruah3147
      @boruah3147 10 месяцев назад +1

      Baw hator torjpni angulit mukuta pindhile kiba akhubidha hobo nki moi mane baw hatot pindhi asu

  • @hemantagogoi1871
    @hemantagogoi1871 4 месяца назад

    চাৰ ৰত্ত প্ৰবাল আঙঠি মধ্যমীয়া আঙুলিত পিন্ধিব পাৰিনে? জনাবচোন মোক

    • @assameseastrogyan5957
      @assameseastrogyan5957  3 месяца назад +1

      Nowari Anamika anguli Mane ring finger t pindhiba

    • @assameseastrogyan5957
      @assameseastrogyan5957  3 месяца назад

      সো হাতত নোৱাৰিলে বাও হাতত হলেও পিন্ধিব পাৰিব তাতো যদি নোৱাৰে তৰ্জনীত পিন্ধিব কাৰন তৰ্জনী আঙুলিতো বৃহস্পতিৰ আঙুলি আৰু বৃহস্পতি মঙ্গলৰ মিত্ৰ গ্ৰহ তাতো নোৱাৰিলে মধ্যমাত পিন্ধিব মধ্যমাতো হল শনিৰ আঙুলি শনি হল মঙ্গলৰ সম গ্ৰহ
      আঙুঠি কৰি নোৱৰিলে লকেত কৰিও পিন্ধিব পাৰি

  • @supriyaborah4234
    @supriyaborah4234 Год назад +1

    শনি গ্ৰহৰ বাবে কি পিন্ধি লাগে চাৰ।

  • @MamoniMedak-e1o
    @MamoniMedak-e1o 7 месяцев назад

    Apunar number tu dibo neki dada

  • @nishitaborah6866
    @nishitaborah6866 6 месяцев назад +1

    চাৰ পান্না পাথৰ কি বাৰে কি কি নিয়মে পিন্ধিব লাগিব লগতে সময়টোও জনাবচোন

    • @assameseastrogyan5957
      @assameseastrogyan5957  6 месяцев назад

      বুধ বাৰ লৈ সো হাতৰ কনিষ্ঠা আঙুলিত পিন্ধিব পিন্ধাৰ আগতে শোধন কৰি লব পিন্ধা ৰ সময়ত বুধ ৰ মন্ত্ৰ জপ কৰিব পাৰিলে ভাল (ওম বুধায় নম: )

  • @HirakJyotikalita-s5y
    @HirakJyotikalita-s5y 6 месяцев назад

    Apunar contact number to diyoksn please