পদ্ম ভৰালীয়ে সংস্হাপন দিছে গাঁৱৰ ২২ জনকৈ নিবনুৱা যুৱক আৰু মহিলাক | Lion Brand Owner Padma Bharali
HTML-код
- Опубликовано: 17 окт 2024
- পদ্ম ভৰালীয়ে সংস্হাপন দিছে গাঁৱৰ ২২ জনকৈ নিবনুৱা যুৱক আৰু মহিলাক | Lion Brand Owner Padma Bharali
তিনিটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি তেওঁউৰ্ত্তীণ হ’ল মেট্ৰিৰ পৰীক্ষা ৷
কিন্তু দৰিদ্ৰতাৰ বাবে প্ৰেকটিকেলৰ বহী কিনিব নোৱাৰাত তিওঁক উলিয়াই দিয়া হ’ল পৰীক্ষা হলৰ পৰা ৷
সেই মেধাৱী ছাত্ৰজনে বুজি উঠিলে যে দৰিদ্ৰতাৰে ভৰা জীৱন কিমান যন্ত্ৰণাদায়ক ৷ সেয়ে পঢ়া আধাতে এৰি তেওঁ এদিন ধন ঘটিবৰ বাবে ৰাওনা হ’ল মুম্বাইলৈ
মুম্বাই বেংলোৰ গুৱাহাটী বিভিন্ন ঠাইত কাম কৰি তেওঁ অনুভৱ কৰিলে যে গাঁৱৰ ঘৰলৈ গৈ আৰম্ভ কৰিব ব্যৱসায়া ৷ ২০১৪ চনত মাত্ৰ ১০ কেজি জলফাই আচাৰ বনাই তেওঁ বজাৰত আচাৰ বিক্ৰীবলৈ আৰম্ভ কৰিলে ৷
ব্যৱসায়ত ৰাপ বৃদ্ধি পোৱাৰ লগে লগে তেওঁ ন ন ব্যৱসায় আৰম্ভ কৰিলে ৷
এতিয়া Lion Brandৰ নামত তেওঁআচাৰ , চাউমিনৰ পৰা আৰম্ভ কৰি ফেনাইল চিত্ৰনলালৈকে ১৪ বিধ সামগ্ৰীৰ ব্যৱসায় কৰে ৷একোটা মাহত তেওঁ প্ৰায় ১৩ লাখ টকাৰ ব্যৱসায় ৷
uparjan.in
খোৱা সমগ্ৰীবোৰ বনাওঁতে গ্লোভ আৰু টুপী পিন্ধিব লাগে লগতে বাকী দৰৱবোৰৰ পৰা দূৰত হব লাগে ।
বাকী দেখি ভাল লাগিল আগুৱাই যাওক আপুনি
ভাল লাগিল এজন অসমীয়াৰ ব্যৱসায়ৰ উন্নতি দেখি।
Bhal lagiche bhaiti tumar kannur.god bless you
ভগবান তোমাৰ সহায় হওক পদ্ম বহুত ভাল লাগিছে তুমি আগুৱাই যোৱা কেতিয়াবা সময় হলে লগ কৰিম তোমাক অসমীয়া লৰাৰ উন্নতি দেখিলে মনত বৰ সুখ অনুভৱ কৰো ভগবান তোমাৰ সহায় হওক
বহুত সুন্দৰ ৷ ভাল লাগিল ঘৰৰ প্রয়োজনীয় সামগ্রী ব্যৱসায় কৰিছে ৷ অন্তত আমাৰ অসমীয়া লৰা আগবাঢ়ি আহিছে। অতি সুন্দৰ পদক্ষেপ
বহুত ভাল লাগিছে। অসমীয়া মানুহে ব্যৱসায় কৰিব জানিছে।
খুবেই ভাল লাগিল । লাইন ব্ৰেণ্ডৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ ❤️
লাচিতৰ প্ৰকৃত উত্তৰাধিকাৰী। অভিনন্দন !
ধুনীয়া দাদা আপোনাৰ দৰে এজন ভাল ব্যবসায়ী হব বিচাৰো,কেতিয়া হতাশ হৈ পৰো ,
আপোনাৰ নিচিনা অসমীয়া উদ্ৰোগ প্ৰতিৰ পৰা অসমীয়া স্বৱলম্বী হবলৈ উৎসাহ পাব।আপোনাৰ উন্নতি দেখি বৰ ভাল লাগিল। আৰু উন্নতি কৰক যাতে আমাক অসমীয়া লোকসকল চাকৰি মূখী নহৈ আপোনাৰ নিচিনা একোজন উদ্যোগ প্ৰতি হবলৈ আগবাঢ়ি যায়।👍👍👍👍👍👍👍👍👍👍
ভাল লাগিল বহু প্ৰেৰণা পালো
দাদাজনৰ কথা খিনিৰ জৰিয়তে বহুত নিবনুৱা যুৱক যুৱতীয়ে মনত উদ্যম পাব ।তেখেতক ধন্যবাদ জনালোঁ
ভাল লাগিল দাদা । ধন্যবাদ
সততা আপোনাৰ সফলতা ৰ মূলমন্ত্র
সুন্দৰ চিন্তা ধাৰা আৰু আগুৱাই যোৱা
বহুত বহুত শুভেচ্ছা আৰু ধন্যবাদ জনালোঁ ।
Bhal lagil❤
বহুত ভাল কাম কৰিছে দাদা আৰু সফল হয় যেন
Very very nice and very good thank you so much beautiful proses dada
সুদক্ষ কৰ্ম অভিজ্ঞতা দেখি বহুত ভাল লাগিল ।
🙏🙏Bohut dhuniya kaam korise sir👌🏻
আৰু আগবাঢ়ি যাওঁক । বৰ ভাল লাগিল ।
ভাল লাগিল আৰু আগোৱাই যাওক
Dada Bohut Bhal Lagil
অসমীয়া ব্যক্তিৰ ব্যৱসায়িক উন্নতি দেখি ভাল লাগিল কিন্ত্ত ফেনাইল আৰু চাওমিন একেঠাইতে প্ৰস্ত্তত কৰাটোহে বৰ আশ্চৰ্যকৰ ।
আপত্তি কত ? ফেনাইলত ডুবাই চাওমিন নবনাই তো
আপোনাৰ পদক্ষেপ সুন্দৰ শুভেচ্ছা থাকিল
সুন্দৰ পদক্ষেপ
Number one RUclips channel ,uperjon .
সুন্দৰ পদক্ষেপ। ঈশ্বৰে আশীৰ্বাদ কৰিব আগবাঢ়ি যাওক। ধন্যবাদ।
ভাল কাম কৰিছে দাদা।i support you
Big success.... Congratulations
আগুৱাই যাওঁগ শুভেচ্ছা থাকিল।
Motivational story...Biratei val lagil suni
চাফ চিকুণতাৰ ওপৰত ধ্যাণ দিয়াটো অতি জৰুৰী !
খুব ভাল লাগিল।।ভিডিঅ টো চাই।।।
আপোনাকো ধন্যবাদ ।। এনেকুৱা ভিডিঅ দিয়াৰ বাবে
Good boy, excellent 👍👍🙏🙏
Bohut val lagil dada we are so happy to know about your progress
ভাল লাগিল, কিন্তু ফেনাইলৰ ওচৰতে চাউমিন খিনি,কিবা hygienic নহয় যেন লাগিল।
সুন্দৰ
Bhal lagil 👌👍👍
Right
Tell them to cover their hair and wear hand gloves while making food items.
Hundor dada
I'm appreciate with your activities... Brother... Go ahead......
Excuse me, I,from Baksa District (Assam),I am also thinking to setup the Pickle manufacturing unit, So I want to meet him, How to connect him?
Great 👍
Mjahh 👍
সুন্দৰ দাদা, শুভেচ্ছা জনালোঁ।
আপুনি আমাৰ বাবে সঁচাই আদৰ্শ।আগবাঢ়ি যাওঁক আপুনি।ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।
Good job dada👍👍👍
Congratulation.
God bless him
Bohut val lagil apunar kotha jani dukhu lagil uliyai diyar kotha huni hosakoi apuni ohomiya nibonua manuh khinir karone perona hoi robo aru parile pl nibonua hokolor baby olop senta koribo Sun aru aguai niyat Mongol kamona korilu
Dada buhut Val Kam korise
Val lagile
Hundor dada muru tenekuai ata hapon ase nijor logote gaon khnt nibonua alp komabo bisaru
Khub hundor bohut bhal lagise logote aapuni bohu khini kothai hikaise manuhe hot aru hosa monere kam korile hokolu hombhob hoi tare proman dile
ভাল লাগিল
Happy for this achievement
Mojaa dada❤️❤️
Good Jub
Proud of you bro
Very nice video sir...
Really great work 👌👌 , khub bhal palu dekhi 🙏🙏
Real hero
ভাল কৰিছে আপুনী।
আপুনি আগবাঢ়ি যাওক 🙏🙏
Well done brother.... flourish more and more
Val Kam karesa bohut suvasha god blasts you
ধন্যবাদ
Very nice storey, This is an inspiring journey of success.
এইবোৰ ভিডিঅ' একেবাৰতে চাব পাৰি। চোৱা আৰম্ভ কৰিলে শেষ নোহোৱালৈকে নেৰু
Nice
Buhut val
বহুত ভাল কৰিছে।ভাল লাগিল।
বৰ ভাল লাগিছে ।
Great 👍 👌
আত্ম সহায়ক গোটৰ উপাৰ্জনৰ বাবে আচাৰ বনোৱা মেচিন কি নাম কিমান দামত কত পোৱা যায় জনাব বুলি আশা থাকিল ।
Dada apunak bohut bhal lagil
Bahut val
Bhout Val lagil dada
Well done dada
Agbahi jua
আপোনাৰ চেনেল টো, চালে হে কামত আহে ।বাকী যিমান যি চালেও কোনো কামৰ নহয়।
You think just like me very good dada
তুমি নৱ প্ৰজন্মৰ প্ৰেৰণা হোৱা ।
Khundor. Aru. Aguai. Jauk. Apuni.
Eyake koi prokito axomiyagiri...👍👍👍
congratulation
Best of luck dada
Supper
Good 🙏👍❤️
Keep it up 🙏
Good job...aapunar Brand moi besi paisuu...kintu phenyl aru Chowmein sem roomot nobonabo.. karmosari aru Machine sab-sikun uporot aakoman bhabi sabo...
Jai aai Axom ,, Dada RESPECT
Val lgl
এদিন এই চেনেলত মোৰো সফলতাৰ কাহিনী দেখা পাম ।
Uparjon channel or joriyate apunak hubhessa jonaisu .bhabisya ujjal kamona korisu apunar.
bahut lage bro anekuwa video pale apuni aguwai jaouk salute
Bhal lagil
আগুৱাই যাওক
Val lagel ❤️
Vl lgil ...apunr lgt jugajug korb pora jab nky,,,