চাকৰি এৰি অহা এজন যুৱক আৰু তেওঁৰ উচ্চ শিক্ষত পত্নীৰ সংগ্ৰমাৰ কাহিনী এয়া | TMH

Поделиться
HTML-код
  • Опубликовано: 10 сен 2024
  • চাকৰি এৰি অহা এজন যুৱক আৰু তেওঁৰ উচ্চ শিক্ষত পত্নীৰ সংগ্ৰমাৰ কাহিনী এয়া TMH
    uparjan-9101735732
    উপায়ুক্ত কাৰ্যালয়ৰ চাকৰি এৰি অহা এজন যুৱক আৰু তেওঁৰ উচ্চ শিক্ষত পত্নীৰ সংগ্ৰমাৰ কাহিনী এয়া
    মাত্ৰ ১৫০০ টকাৰে এই দম্পতীয়ে লকডাউনৰ সময়ত আৰম্ভ কৰিছিল ম’ম’ বিক্ৰী কৰাৰ ব্যৱসায় ৷ ঘৰতে ম’ম’ প্ৰস্তুত কৰি দুয়োজনে ডেলিভাৰী দিছিল ঘৰেঘৰে।
    সেয়াই আৰম্ভণি ৷উপায়ুক্ত কাৰ্যালয়ত ঠিকাভিত্তিক কৰ্মচাৰী হিচাবে কাম কৰা যুৱকজনে এদিন ঠিৰাং কৰিলে যে তেওঁ চাকৰি ত্যাগ কৰি আৰম্ভ কৰিব ব্যৱসায় ৷ তেওঁৰ পত্নীয়ে এইক্ষেত্ৰত যোগালে উৎসাহ ৷
    ইয়াৰ পাছতে এই দম্পতীয়ে বাটৰ কাষত টেবুলৰ ওপৰত ম’ম’ বিক্ৰী কৰা আৰম্ভ কৰালে...
    uparjan.in

Комментарии • 124