মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

Поделиться
HTML-код
  • Опубликовано: 5 сен 2024
  • কি উজনি, কি নামনি, কি বৰাক- বানত বুৰিছে সমগ্র ৰাজ্য
    খাদ্য-বস্ত্র-বাসস্থান, অনাময় ব্যৱস্থাৰ অভাৱত বিধ্বস্ত জনজীৱন
    কিন্তু বান পৰিস্থিতিক লৈ যেন ৰাজ্যত আৰম্ভ হৈছে ৰাজনীতি
    বানাক্রান্তক এৰি বিদেশত পুত্রৰ উপনয়নত ব্যস্ত বিজেপি বিধায়ক!
    মহানগৰীৰ মাজমজিয়াতো সংঘটিত হ’ল শোকাৱহ ঘটনা
    ৪৮ ঘণ্টাৰ পিছতো খবৰ নোলাল সন্ধানহীন কণমানিটিৰ
    মুখ্যমন্ত্রীৰ আশ্বাসে মহৌষধ হিচাপে কাম কৰিব জানো?
    অসমত এতিয়া ৰাজনীতিৰ ঊৰ্ধ্বত একো নাই নেকি?
    বানাক্রান্তৰ সমস্যাক গৌণ কৰি ৰাজনীতি উচিত নে?
    বান পৰিস্থিতিৰ মাজত নেতাৰ দৃষ্টিভংগী কেনে হোৱা উচিত?
    বান সমস্যা সমাধান কৰাত কাৰো সদিচ্ছা নায়েই নেকি?
    কিয় প্রতিশ্রুতি পাহৰিলে কেন্দ্রীয় গৃহমন্ত্রী আৰু প্রধানমন্ত্রীয়ে?
    নেদাৰলেণ্ডৰ দৰে বান নিয়ন্ত্রণৰ কিবা বিজ্ঞানসন্মত ব্যৱস্থা ওলাবগৈনে?
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
    #pratidintime #assam #flood #abhimat #nitumonisaikia

Комментарии • 173

  • @ganeshmazumdar6053
    @ganeshmazumdar6053 2 месяца назад +19

    লৰাৰ উপনয়ন মাতিবলৈ বিদেশলৈ যোৱা জীতু গোস্বামিৰ ডাঙৰ কথা কোৱাৰ অধিকাৰ নাই।

  • @SushantaKhaund
    @SushantaKhaund 2 месяца назад +18

    জিতু গোস্বামীৰ অতিতৰ কথা মনত পেলাই চাওঁক !

  • @inglishvlogs1015
    @inglishvlogs1015 2 месяца назад +36

    ইহতে নলবাৰীত কেবিনেটৰ খানা ঠিকছে খালে,

  • @dipankar709
    @dipankar709 2 месяца назад +8

    Akhil gogoi is thy bast👏👏👏👏👏

  • @utpalgoswami1990
    @utpalgoswami1990 2 месяца назад +10

    জিতু গোস্বামী ডাঙৰীয়া আপুনি মূৰ্খযে তাৰ বেলেগে প্ৰমাণ দিব নালাগে । হিন্দু ধৰ্মৰ বামুন মানুহ, আমিও লগুণ লৈছিলো ল'ৰা, ভতিজাকো লগুণ দিছিলো , কিন্তু অনা হিন্দু ধৰ্মৰ দেশ এখনত লগুণৰ অপমান কৰা পাগল মূৰ্খ মানুহ নহয় বুলি কব পাৰিবনে ? চালা চোৰ, মিছলিয়াৰ দ'ল ----

  • @bikashsahariah1096
    @bikashsahariah1096 2 месяца назад +9

    বানপানী হোৱা ঠাইত ২২বিধ খাদ্য আয়োজন কৰা মুখ্যমন্ত্রী আৰু কেবিনেট মন্ত্রী এনেই দৌৰি থাকিব।

  • @inglishvlogs1015
    @inglishvlogs1015 2 месяца назад +47

    অতনু ভুঞাই হিমন্তৰ চামছা হয়

  • @SaratiPraja
    @SaratiPraja Месяц назад +2

    Akhil sir nice nice

  • @akashdowari3479
    @akashdowari3479 2 месяца назад +9

    গোস্বামী বোলাটো লাজ নাই

  • @zreducationallive8000
    @zreducationallive8000 2 месяца назад +5

    Akhil is on fire❤

  • @devdas8542
    @devdas8542 2 месяца назад +8

    থাইলেণ্ডত মাছাজ লব হে যাই... উপনয়নও পাতে নেকি আজিকালি 😂😂😂 জিতু গোস্বামী ডাঙৰীয়া কি শুনিছোঁ এইবোৰ...😂😂😂

  • @rajibdutta5929
    @rajibdutta5929 Месяц назад +3

    জিতু গোস্বামীয়ে যে কলে চাৰে চাৰি হাজাৰ টকা জলসম্পদ বিভাগত খৰচ কৰিলে। মুখ্যমন্ত্ৰীয়ে আকৌ কয় এইবোৰ মঠাউৰী কংগ্ৰেছৰ দিনত হোৱা।। কথাটো কি?

  • @nripenborgohain201
    @nripenborgohain201 2 месяца назад +8

    অখিল গগৈয়ে সকলো কথাই সত্য -

  • @hemprasadbordoloi2020
    @hemprasadbordoloi2020 2 месяца назад +21

    সকলোৰে মুখ বান্ধি ল'ব , কেৱল ক'বলৈ দিয়াজনক খুলি দিব ...

    • @arpanagogoi5220
      @arpanagogoi5220 2 месяца назад

      কৰ কেবাৰি গোস্বামী

    • @gunajitsarma5579
      @gunajitsarma5579 Месяц назад

      Right 👍.tenekuwa hole rayje o buji pabo

  • @AnilkumarGogoi
    @AnilkumarGogoi 2 месяца назад +14

    যদি টকা আছে, কাম কিয় হোৱা নাই ? ৰাইজ পানীত ডুবি কক বকাই মৰিছে ।

    • @kalpanadeka6201
      @kalpanadeka6201 2 месяца назад

      গোস্বামী ডাঙৰীয়াই মিছা কৈ আছে।আনে কৈ থাকিলে ওপৰত কথা কোৱা বেয়া অভ্যাস। পৰিবেশ ‌বেয়া‌হয়। নতুন প্ৰজন্ম ক কি শিকাব ?

  • @SatymevaJayate007
    @SatymevaJayate007 2 месяца назад +14

    ধৰুৱা চৰকাৰ 😂

    • @user-qi1zn4wp2q
      @user-qi1zn4wp2q 2 месяца назад +3

      অসমৰ ‌বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে কি কয় ৰাইজে yes and no

    • @user-qi1zn4wp2q
      @user-qi1zn4wp2q 2 месяца назад +1

      Yes

  • @NRJ19888
    @NRJ19888 2 месяца назад +12

    এই BJP বিধায়ক জনক খেদি দিয়ক ষ্টুডিঅ ৰ পৰা

  • @user-wy9vk2mr9n
    @user-wy9vk2mr9n 2 месяца назад +4

    বানাক্ৰান্ত ৰাইজ ...কাণ পাতি শুনক... জলসম্পদৰ বাজেট বহুত বেছি 😅😅

  • @MagneticShock-me5kk
    @MagneticShock-me5kk 2 месяца назад +12

    ভগৱান ৰামক অসন্তুষ্ট কৰিলে । ভগৱান ৰামক ইলেকচনত নমাই দি ইলেকচনত জিকিব বুলি ভাবিছিল।ৰাম অসন্তুষ্ট হ'ল, অযোধ্যাত হাৰিল সেই বাবে আৰু ইয়াৰ দৃষ্টি গোটেই ভাৰততে পৰি পানী পানী হৈ গ'ল, ইয়াৰ বাবে দায়ী মোদী। ভগৱান ৰামক ইলেকচনত ব্যৱহাৰ কৰা বাবে দোষ লাগিছে।

  • @SatymevaJayate007
    @SatymevaJayate007 2 месяца назад +21

    বান সাহায্য বিতৰণৰ দুৰ্নীতিৰ CBI তদন্ত লাগে ৷

  • @studyloverjyoti7439
    @studyloverjyoti7439 Месяц назад +2

    Akil gogoi thik kothai koise

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 Месяц назад +2

    গোস্বামী ডাঙৰীয়া টকা যদি আছেই হেজাৰ কোটি টকা কিয় লোন লয়

  • @bipulali9045
    @bipulali9045 Месяц назад +2

    জীতুৰ একো কাম নাই

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r 2 месяца назад +8

    মাঠাউৰী বনোৱা ঠিকা কোনে পাব বাৰু

  • @champasaikia1170
    @champasaikia1170 2 месяца назад +5

    Jitu Gusami misa

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638 Месяц назад

    অখিল দাই সত্য কথা কৈছে ৷

  • @smritichetia7497
    @smritichetia7497 2 месяца назад +5

    কেনেকৈ পাৰে বাৰু ইহঁতে ,ৰাইজে খাবলৈ নাপাই হাহাকাৰ কৰিছে ইহঁতে বিধে বিধে ব্যঞ্জন খাই মস্তি কৰা বিদেশত পাৰ্টি কৰে,কিমান স্বাৰ্থপৰ মানুহ হব লাগিব

  • @devdas8542
    @devdas8542 2 месяца назад +9

    থাইলেণ্ডত election খেলিব নেকি এইবাৰ প্ৰভুৱে 😂😂

  • @paragboruah1132
    @paragboruah1132 Месяц назад +2

    BJP টোৱে বৰ অভদ্ৰামী কৰিলে অ’ আনক ক’বলৈ নিদিয়ে

  • @prahladdas6664
    @prahladdas6664 Месяц назад

    Akhil Gogoi Right

  • @pranjal1393
    @pranjal1393 2 месяца назад +4

    পাট্টায়াত মানুহে হেৰি কৰিবলৈ হে যায়, লগুণ দিয়ণী পাতে নেকি।

    • @bkp9774
      @bkp9774 Месяц назад

      লগুণ দাল হেৰিত ঘঁহি নিমজ কৰি পৰিধান 😅😅😅😅

  • @gunaramdas131
    @gunaramdas131 Месяц назад

    বৰ ঠাকুৰ ডাঙৰীয়া আপুনি সুন্দৰ
    পৰামৰ্শ আগ বঢ়াইছে ! আপোনাক
    অশেষ ধন্যবাদ জনাইছোঁ! সকলো
    মিলি জুলি সমস্যাটো সমাধান কৰক!

  • @mainudavi9510
    @mainudavi9510 2 месяца назад +9

    অতনু ভূয়াৰ সঙবাদ মেলত কমেন বকচ কিয় বনধ রাখে?নিতুদা জনাবচোন ।অসমৰ কেলেঙকারী তালিকা তেও ভবিষ্যতে দিব পারিবনে নে ভয় খাব

    • @kusumsarma6702
      @kusumsarma6702 2 месяца назад

      সি জহৰা সাংবাদিক যি😅😅😅

  • @DibyajyotiBaruah-lz2mm
    @DibyajyotiBaruah-lz2mm Месяц назад +2

    বানপানীৰ সময়ত মন্ত্ৰী- বিধায়কৰ দৰমহা বৃদ্ধি ৷ এয়াই আমাৰ অসম ৷

  • @imranhussain.7631
    @imranhussain.7631 Месяц назад +2

    হাতীমুৰা মাথাউৰিৰ কাম গাফিলতি হৈছে।

  • @user-nc6mr4os6p
    @user-nc6mr4os6p Месяц назад

    Thik kotha koise Akhil sir e

  • @bkp9774
    @bkp9774 Месяц назад +1

    ২০২৬ ত মই বঢ়মপুৰ সমষ্টিত election খেলিম । আঙুৰ তেঙা হোৱাৰ দৰে টেঙা হই যাব, যদি জিটোক টিকট দিয়ে,

  • @kandarpa2622
    @kandarpa2622 2 месяца назад +1

    Akhil is 100% correct. Goswami is quite wrong.

  • @tarunchandranath
    @tarunchandranath 2 месяца назад +2

    গোস্বামী।।দেহ।।বৰ।।ভাল।।নহয়

  • @minahazarika7578
    @minahazarika7578 Месяц назад +1

    গোশ্বোমী ৰ্মূখতো কথা পতায়োই ভুল

  • @user-ly2uf2sh4r
    @user-ly2uf2sh4r 2 месяца назад +1

    জিতুমণি ভালকৈ ৰোলিং দি‌য়া কাৰণ আনজনে ওপৰাওপৰিকৈকৈছে

  • @bkalita3283
    @bkalita3283 Месяц назад

    এজনে কৈ থাকোঁতে আনজনক কিয় কবলৈ দিয়ে। এজনে‌ কৈ‌ থাকোঁতে আনজনক কোৱা টো অশোভনীয় হোৱা নাই নে ?

  • @SaratiPraja
    @SaratiPraja Месяц назад +1

    BJP GO BACK

  • @umeshkuli849
    @umeshkuli849 2 месяца назад +1

    এই মূৰ্খ BJP মন্ত্ৰী জনৰ মুখত সোপা দিয়ক।

  • @parthaboruah634
    @parthaboruah634 Месяц назад +1

    Akil gogoi uparat.raijar.astha.asa dai

  • @hemkantaborah7434
    @hemkantaborah7434 Месяц назад +1

    বিজেপিৰ প্ৰতিনিধিটোৱে ফটুৱা কথাবোৰ কৈছে।

  • @Lekhakch.BorahBorah
    @Lekhakch.BorahBorah Месяц назад +1

    নিতুমনি এজন এজনকৈ কবলৈ দিয়া ৷নহলে এইবোৰ কাম নাই৷

  • @user-nc6mr4os6p
    @user-nc6mr4os6p Месяц назад

    Akhil Gogoi is the best man

  • @gunakantabaruah6243
    @gunakantabaruah6243 2 месяца назад +1

    এনেদৰে সমালোচনা হৈ থাকিব। এটা স্থায়ী সমাধান কেনেকৈ? টকা বিলাক খৰচ কৰিলেই হবনে? অন্যান্য দেশৰ আৰ্হি মতে বা নিজা ববীয়া আঁচনি যাৰ দ্বাৰা চিৰদিনলৈ সকলো নিৰাময় কৰিবপৰা হ'ব। অলপ জলপনা কল্পনা দেশৰ উন্নতিৰ বাবে। ৰাজনৈতিক উত্থানৰ বাবে নহয়।

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq Месяц назад

    এও লোকে কথা কেনেকৈ পাতে, তাৰ শিক্ষা লোৱাৰ প্ৰয়োজন।

  • @namratadutta1840
    @namratadutta1840 Месяц назад

    জয় আই অসম
    অখিল গগৈ ডাঙৰীয়া

  • @anjubegum6320
    @anjubegum6320 2 месяца назад +3

    অখিল চাৰ 100% ৰাইট ব্যক্তি

  • @jadukoch7576
    @jadukoch7576 Месяц назад

    জিতু বোলাতো অভদ্র।

  • @birenbharali4536
    @birenbharali4536 2 месяца назад

    Val kotha right

  • @rakashdas9087
    @rakashdas9087 2 месяца назад +1

    এই গণতন্ট্ৰ ৰাইজৰ ভোটৰে জিকি ৰাইজক বুৰ্বক বনাই

  • @hsensuasensua2215
    @hsensuasensua2215 Месяц назад

    দাক‌ হৈছে নেকি‌‌‌‌ মাছ

  • @dipakkonwar8462
    @dipakkonwar8462 Месяц назад

    পৰিচালনা ভাল দৰে হ'ব লাগে ।সমতা ৰাখিব লাগে

  • @prasantaprasanta4503
    @prasantaprasanta4503 Месяц назад

    নীলা চচমা উস" কি যে সাহিত্য

  • @ankanasaikia-wi4zm
    @ankanasaikia-wi4zm Месяц назад +1

    Goswamir nisina fal2 atak kio mate Nitu Moni daa?

  • @rubikoch5083
    @rubikoch5083 Месяц назад

    গুৱাহাটী ত তো কৃত্ৰিম বানপানী আৰু ডেইন ৰ পানী কিন্তু খোৱা পানী নাই। নিতুমনি ।

  • @imkbc
    @imkbc Месяц назад

    Nitumoni dq , next time please dont allow any guest member of your show to overlapped. Jtu Goswami must know how to speak , when speak, where speak.

  • @user-oy4gb3qx2f
    @user-oy4gb3qx2f 2 месяца назад +1

    Apuni je photo session kari thake tetia ki. Apunar to kuno possitivity nai.

  • @bhupendeka3730
    @bhupendeka3730 2 месяца назад +2

    Akhil is gold of Assam

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr 2 месяца назад +4

    বিজেপি নেতা সকলৰ এই স্বভাব টোৰ বাবেই ভাল নালাগে। মূখত চোৰাতপাত লগাই আহে নেকি?

  • @user-ed4fn3nt1y
    @user-ed4fn3nt1y Месяц назад

    আপোনালোকক সকলো লোকে চাই; আপোনালোকৰ কথা কোৱা আৰু শুনা ভিডিঅ বিলাক এবাৰ চাবচোন? এইবোৰৰ দেখি নতুন প্ৰজন্মই কি শিকিব ।

  • @rambinaymahato9085
    @rambinaymahato9085 2 месяца назад

    BJP jindabad

  • @prahladdas6664
    @prahladdas6664 Месяц назад

    Atonu Bhuyai Mamar gungan gaboi

  • @TCF573
    @TCF573 2 месяца назад +1

    Jitu bulatu kot sofor korisilgoi. Ba.... Bamoonkitar pora dekhot hanti nuhuwa hol... 😅😅

  • @beria842
    @beria842 2 месяца назад

    Cong

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j 2 месяца назад +2

    গৌৰৱ গগৈ ২০২৬ ত মুখ্যমন্ত্ৰী গম পায় গ’লোঁ ৷ বানপানী লৈ মুখ্যমন্ত্ৰী য়ে কৰা ৰাজনীতি গৰিহণা যোগ্য ৷ ইয়ে ২০২৬ নিৰ্বাচনত নিশ্বয় প্ৰভাৱ পেলাৱ ৷ পিযুষ , জয়ন্ত মল্ল আৰু দিগন্ত কলিতাৰ তুচ্চ তাচিল্য ৰ কাৰনে হিমন্ত শৰ্মা গেলিছে ৷

  • @prankrishnavlogs9890
    @prankrishnavlogs9890 2 месяца назад

    Akhil gogoi jindabad

  • @abulbasarmohiuddin6993
    @abulbasarmohiuddin6993 Месяц назад

    Ei bjp MLA kobo loke eko nai. Hai purano record bajaiche

  • @abulbasarmohiuddin6993
    @abulbasarmohiuddin6993 Месяц назад

    This BJP MLA said After 10 years repair will be done. After so many people died and lakhs people affected.

  • @user-cm2ip7oc2u
    @user-cm2ip7oc2u Месяц назад

    B j p neta bilake. Anak. Kaboloi kio Nidia

  • @RC-eo6om
    @RC-eo6om Месяц назад

    Dada ami 2022 t diploma in pharmacy AMCH pora complete kori bohi aso,amk atiwaw licence dia naii,,,,dada amar karoney alop mat matok nada

  • @NikhilGogoi-sz8ix
    @NikhilGogoi-sz8ix Месяц назад

    Congress - Congress koi thakile BJP A ki hobo -- ji kijon ase Congress Re - BJP KI JON namt he , hoi nai kowksoon ?Aikhon BJP sorkar nohoi - CONGRESS sorkar he -- Pali neta bilakor koob Saba - nijor BJP boli koboloi azonoi nai - CM jonei dekhon Congress R .

  • @dbhargab
    @dbhargab 2 месяца назад

    মই এখন ৰাজ্যৰ মুৰব্বী হ’লে পোনপ্ৰথমতে এই নিউজ চেনেল কেইটাক বন্ধ কৰিলো হয় কাৰণ ইয়াত ভাষণ বেছি চলে কামবোৰ ৰৈ যায় কৰিবলগীয়া ,বাতৰি কাকতৰ প্ৰচাৰ বেছিকৈ হৱ লাগে ।

  • @user-so2jq6fw9p
    @user-so2jq6fw9p Месяц назад

    Moi likhisiu

  • @AdarshrajSingh-pt8mm
    @AdarshrajSingh-pt8mm Месяц назад

    Smrity rekha
    Bjp bidhayokjon banpanit haturiboloi ghuri ahilneki assamoloi.

  • @digantadeka7201
    @digantadeka7201 2 месяца назад

    Akhil gogoi k nuare muthor uport

  • @basantahira8645
    @basantahira8645 2 месяца назад

    উপনয়ন পতাৰ এখন ফটো দিয়ক অখিল ভাই

  • @apalnarah9459
    @apalnarah9459 Месяц назад

    Singori singori nokoleu hunipaung.niyomni kobonuarene.kimanu.jolokia manu

  • @MamaniDeka-tr4ek
    @MamaniDeka-tr4ek Месяц назад

    Toksot bohele sune dhaija thakib lagib

  • @pranjalbhuyan1098
    @pranjalbhuyan1098 2 месяца назад

    Jitu guswami ata faltu😂

  • @tapanrajbongshi5953
    @tapanrajbongshi5953 2 месяца назад

    Emty vessel sound mush, dhora sapar fos fosani ye sar

  • @minakshisaikia2672
    @minakshisaikia2672 2 месяца назад

    Jitu Guswamie xistasar bajane natuba nitsiksha noporhile neki?

  • @gunajitsarma5579
    @gunajitsarma5579 Месяц назад

    Akhil gogoir ,banpanir babe hotel customer komise buli a siyaribo nelage diyak .akol siyaribo jane . mal hoi ki nu kam korise .puhonia dol keitak puhar bahire

  • @JJB-uc5ev
    @JJB-uc5ev 2 месяца назад

    Right.. Central government a kio package nidiye flood r karone. Ai kei din 70% axom panit dubi ase. Central government a ki stape lole?

  • @user-xk7vd5pj5k
    @user-xk7vd5pj5k Месяц назад

    Jitu goswami assam ar chif minister neki.anwkowa kotha koise
    .prafulla mahanta election khelile jitu Goswami ar ki hol hoi aji

  • @sarbanidas4262
    @sarbanidas4262 Месяц назад

    Apune keman toka kaicha

  • @pramodkalita6574
    @pramodkalita6574 Месяц назад

    ডাঙৰকৈ কথা কলে সচা হৈ নাজায়....

  • @BabulPaying
    @BabulPaying Месяц назад

    Jitu Gutswami is gulami

  • @AbinashDas-wf2rl
    @AbinashDas-wf2rl 2 месяца назад

    Jitu goswami thailand at goi body massage loi thke bule.

  • @TuniramGohain-sm2rj
    @TuniramGohain-sm2rj Месяц назад

    Majotdhori matmota eikukurtu kun

  • @birenbharali4536
    @birenbharali4536 2 месяца назад

    free toka je public or toka je

  • @mroy6862
    @mroy6862 Месяц назад

    Md Akhil Ali bah bah tumare mukh ase aru ni tu niropekho

  • @pradiphandique9005
    @pradiphandique9005 Месяц назад

    Bamunor din ukolil. Aji kali bamunok kuneu pata nidia

  • @jagneswarpathak4606
    @jagneswarpathak4606 2 месяца назад

    Jitu Goswami ki kaba janu hamanta bisha sarmai Assam and india and Asia and world famous person and he is all in all

  • @PradunnaBordoloi-fp9op
    @PradunnaBordoloi-fp9op Месяц назад

    Moodi a poisa dilei hbo neki thote mili kene xai pelabi

  • @gyanmantraassamese6904
    @gyanmantraassamese6904 Месяц назад

    Vl dui dese 😂😂😂😂