জাৰ জাৰ পইচা গল তেওঁলোকৰ বহুত লোকচান হল ,,কিন্তু চৰকাৰৰ বহুত লাভ হল ,,2000 হাজাৰ কোটি মাৰিছিল 10000 হাজাৰ কোটি চৰকাৰক দি দিলেই কাম ফিনিচ,, সাপ ও মৰিল লা নভঙ্গিল
Good , Assam police zindabad ! If you know everything, then let it be informed to a senior police officer, to whom you can believe. but you will not do it. Reason ? Every body knows.
Toka pale sob bodli hoi . So jiman bur ase cr cr toka aji amar nisina sadharon manuhor vat khabo toka nai bohut lukar Hazar hazar cr cr property thake soboke check koribo Lage dukhiyar vat khabo nuhuwa hoise thakibo olp mati nai haibur u dukh buji jar jiman cr cr toka ase flat gari property ase ami check kora bisaru.. jodi ek moat like koribo comment at.
অসমত এনেকৈ চলি আছে , অসমৰ কিছুমান পুলিচ অকল পইচা কাৰণে জীয়াই আছে
Hindu je🙂
@@maintugaribhoon4704buslim r aukad e nai..
@@maintugaribhoon4704 oi konikota tur nixina burei poixa khai
Kor baalor Hindu Muslim kotha aahil iyat 😂@@maintugaribhoon4704
অসম পুলিচ মনেই দুৰ্নীতিৰ পাহাৰ বুলি আগৰ পৰাই জানো আমি
Important questions
Right
Right
একেবাৰে সঁচা। কাৰণ ইমান দিনে চুমি বৰাক ধৰি ব পৰা নাই বৰ লাজৰ কথা অসম আৰক্ষী ৰ ।
Hekhot dekhibo sob fusfas hoi gol.
পলাবলৈ,বাতৰি নকৰিলেও ভাল।আগতে অনুমান কৰিছোঁ, সঁচাই এনে ঘটনা ঘটিব বুলি।ইয়াত একাংক ৰাজনৈতিক নেতা,পুলিচ,আইন বিভাগ ,লাভ হোৱাৰ সম্ভাৱনা আছে।সন্দেহ ।
দুদিন ধৰি যেতিয়া পুলিচে সন্ধান উলিয়াব নোৱাৰিলে তেতিয়াই মই গম পাইগৈছিলো।। টকা আৰু টকা।। আইন সদাই সৰু মানুহৰ বাবে। 😢
Yes
Thik koise
Socha kotha.ain soru manuhor babe he.
100%
Taai suruni joni eku dangar manuh nohoy... Lukor kostor poisa maari dangar manuh hoise bonori jini
অতিকৈ লাজ লগা বিষয় অসমৰ আৰক্ষী বিভাগৰ বাবে। অসমৰ আৰক্ষী সঞ্চালক প্ৰধানজন আমাৰ বাবে আস্থা আৰু বিশ্বাস স্থল সেই কাৰণে দৃষ্টিকটু হৈছে এই বিষয়টো.. কেৱল প্ৰৱঞ্চকেই নহয় ভাতৃ-ভগ্নীৰ দৰে পবিত্ৰ সম্পৰ্কক কলংকিত কৰা ঘিনলগা নৰ্তকীজনীৰ বাবে । এইজনীয়ে সেই পোৱালি ল'ৰাটোকো এৰি নিদিলে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে ছিঃ লাজ লগা নাই.. এতিয়াও অসমৰ আৰক্ষী বিষয়াসকল উবুৰি খাই পৰিছে যে অসভ্য মাইকী ৰক্ষাৰ অৰ্থে ধিক অসম আৰক্ষী....!!
Hoi diyak ki je assam 👮
100% Right koisa
sumik dhorile Assamor rothi moharothir nam ulai oribo je final
অসম আৰক্ষীৰ নাটক কৰিছে।চব মেনেজ কৰিছে চুৰণি বড়াই।
Policek dokh di ki hbo policer kr mote sole ?? Sai bstu kitai protect nkrili Kune bosabo ....janibr baki ni ..next br election ahibo di
ৰৌ বৰালীৰ জালত উঠাৰ ভয়।ভাল নাটক এখন ৰচনা হৈ আছে।
অসম আৰক্ষীৰ বিফলতা। কাৰণ বহুত
সকলো মেনেজ কাৰাৰ কাৰণে পলায়ন কৰি ৰাখিছে নেকি এছাম ধূৰণধৰ আৰক্ষী বিষয়াই এতিয়া হে গম পালোঁ নিউজ টো চায় অসমৰ ৰাইজে সেইটোৱেই সন্দেহ কৰি আছিল। মাননীয় মূখ্যমন্ত্ৰী মহোদয় ইমান কঠোৰতাৰ পিছতো আৰক্ষী বিভাগ দুটা ভাগত বিভক্ত বৰ আচৰিত কথা।
ভাবি থকাটোৱেই হল ইহঁতৰ লগত আৰক্ষীৰ লোক ভাগ বতৰা আছে। স্মাৰ্ট আৰক্ষী সকলে অকল ঘোষ খাব কাৰণে জীয়াই আছে যেন লাগে
😜
যদি কথাটো সঁচা তেতিয়া হলে অসম বাসী ৰাইজৰ বাবে দুৰ্ভাগ্য,মুখ বন্ধ কৰিবলৈ এনকাউণ্টাৰ কৰি দিয়ক
অসমত এয়া কি ?ৰক্ষকেই যদি এনে ?মামাৰ দিনত সকলোবোৰ একাকাৰ। কি হব অসমৰ ভৱিষ্যত! হায় অসম !!!
Mama sama nohoi muthor uprot ihotok kedibo lage, agote enekuwa politics ketiwao huwa nasil, ai mama tuye assom khon khale.
@@boonsaikia8526...Johora Mamai Hindu Muslim Christian kori Assam khon Khale
Victor sir dhoribo pare sumi k noware sab sur
😂
Ghoti sir.😂
@@top-on-dus10 nije vl hoi dekhuwabi pst ank hihibi kimn haha
DGP o involve ase😂
অসমত এনেকুৱা বাতৰি বহুত হল
ajoni suali ru akhom police,,,,,,,,,,,asorit nalage ne
Tetu fali fota lecture mora CM himontoi ki korise?? Chanda loi thoise sage jar karone mukh melibo nuware etia.
পুলিছেই চুৰ দেখোন। সেই পুলিচ কেইটাক চাকৰিৰ পৰা উলিৱাওক।
জাৰ জাৰ পইচা গল তেওঁলোকৰ বহুত লোকচান হল ,,কিন্তু চৰকাৰৰ বহুত লাভ হল ,,2000 হাজাৰ কোটি মাৰিছিল 10000 হাজাৰ কোটি চৰকাৰক দি দিলেই কাম ফিনিচ,, সাপ ও মৰিল লা নভঙ্গিল
Gadho khi jdi sarkark 10000 corer toka dibo parile hoi 2000 corer toka marile hoi nki
Heitu a hbo goi ase
আৰক্ষী সকলৰ লাজ নালাগে বহুত ৰহস্য সোমাই আছে বুলি জানো । কবিতা লিখিলে জেলত ভৰাই সাধাৰণ ৰাইজক চিহ এতিয়া এনে কৰিছে
Kobita likhile tewlukor sorottotu ulai pore je gat bisai dokadi fake seikarone jelot vorai thoi ako
Police sahab keitak sumie bisona gorom kori thoise logote toka ru lathi dhora keitai ki koribo hukum mote kam.
পুলিচৰ সুদিন আহিছে @ বৃহৎ ধনৰ টোপোলাৰ আশাত ব্যস্ত যেন অনুভৱ হয় ⁉️⁉️⁉️💯💯💯
দেখহ শুনহ নিৰন্টৰে হৰিবল হৰিবল হৰিবল ।
Hori bollll hori bollll
অসমত এইবোৰ সৰু সৰু ঘটনা।আগতে,গম পালো অনেকুৱাই নিউজ ওলাব। ধন্যবাদ,ৰাজনৈতিক নেতা ও অসম police
Vishal is the main mastermind. Sob agotei planning kri thoisil. He gom paisil edin fosiboi lgbo.
আমাৰ অসম পুলিচৰ শীৰ্ষ বিষয়া কেইজনে পইছা পালে তেঁওলোকে একো নজনা হৈ যায়।
This is called Assam Police
আইন ব্যৱস্থা দূৰ্বল কাৰণে তো অসম খনত লুটিপুটি খোৱা ঠগবাজৰ অভাৱ হোৱা নাই। আৰু দূৰ্নীতি কৰা সকলে সকলো ফালৰ পৰা সহায় পায় কাৰণে দূৰ্নীতিৰ পয়ভোৰ বাঢ়িছে।। দূৰ্নীতি কৰাসকলক সকলো ফালৰ পৰা সহায় কৰা বন্ধ কৰি দিয়ক তেতিয়া দূৰ্নীতিও বন্ধ হৈ যাব।। টকাত বিক্রী হোৱা বন্ধ কৰক সকলো লৈ বিনম্ৰ অনুৰোধ মোৰ ব্যক্তিগত ফালৰ পৰা।।।
কিছুমান অপৰাধিক অসম আৰক্ষীয়ে বিচাৰি নোপোৱাতো স্বাভাৱিক। কাৰণ পকেট গৰমৰ কথা আছে।সু সম্পৰ্ক চলি আছে নিশ্চয়।
চুমি বৰাৰ ঘৰত থকা সোনৰ Latin 🚽 Set টো কাক কাক লাগে 😂😂😂😂😂
Police এ জব্দ কৰাৰ আগতে এবাৰ হাগি আহক বা উঠাই লৈ আহক 😂😂😂😂
Haitu hunor nhy o gold colour o hey...tenkua gold colour o wtaer tap basin sb oy onlinet u py
Tur ghorot latin nai neki suderbhai bhikhari sur kara manohor gharot jabole koisa
যিমান টকা খৰছ কৰি বিয়া পাতিলে , সেই অনুসৰি অসম পুলিছক কিনি লোৱাটো বহু সৰু কথা।
Babu bhya... Sob poisa ka khel hy..... Dhikkar Assam police, dhikkar Assam government...
Toi jadi kiba vul kora
Tur baperer vul hobo neki ?
Police kaijon man beya hol buli
Sab police goverment beya hobo neki
Gujarati boniyar party enekuwai hoi, ji kunu prokare toka bonabo lage, ai tu hoise mul montro.
সৰিহৰৰ তলিতে ভোট ওলাইছে অসম পুলিচক কি বুলি বিশ্বাস কৰিব আৰু ধন্যবাদ প্ৰতি দিন টাইম
অতি লজ্জাৰ বিষয় এই যে একাংশ অসম পুলিচৰ বিষয়া কৰ্মচাৰীৰ নিৰ্লজ্যতাৰ বাবে সমাজত অপৰাধীৰ সংখ্যা বাঢ়ি গৈ আছে।ই আমাৰ সমাজৰ বাবে অতিশয় দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ বিষয়।
ইয়াৰ শিপা ডাল বহুত দুৰ লৈকে আছে সেইবাবে ইহঁত দুটাক একো কৰিব পৰা নাই
চোৰ চুমি তাৰ্কিক বা বিশাল নহয় চোৰ পুলিচ কেইজন হে?
যদি তাত আছে বুলি জানে,ধৰিব পৰা নাই কিয়?ইয়াত কোনোবা ডাঙৰ মানুহৰ হাত আছে
Himonto
50+50 kotha ase
বদনাম অসমৰ মুখ্যমন্ত্ৰী জনৰ হে হব হাইৰে assam police 🚨
Smart police ❌
Luviyaa police ✔️
এতিয়া গোটেই খেলখন মুখ্যমন্ত্ৰীৰ উপৰত । টকা পালেই আইন খনেও নিয়ম সলাব পাৰে, সৰু সৰু মানুহৰ কাৰণে হে আইন খন পবৰ্তন হৈছে ।
এতিয়া হিমন্ত্ৰ মামা কত গল ' তেওঁৰ নিমাত কীয়??? মামাই কৰোঁ বুলিলে কি কৰিব নোৱাৰে ??? নে সকলোৱে seting হৈ গল ???? অসমৰ ৰাইজে বুজিবলৈ কিবা বাকি আছেনে??? DGP মুখৰ শাসন কত গল ??
Investigation ot police e jodi Mari pelai so polabo chance dile
Mama😮
সত্ৰভূমিত বাহিৰৰ মানুহে মাটি কিনা নিষিদ্ধ হোৱাৰ পূৰ্বে মাজুলীত ভূমি ক্ৰয় মুখ্যমন্ত্ৰীৰ পত্নীৰ | এইবোৰ বাতৰি কেতিয়া দিব???
আপোনালোকে পাৰিলে দিপাংকৰৰ কথাটো অলপ অনুসন্ধান কৰিব।
জানোৱেই অসম আৰক্ষী যে লগত আছে। চিহ!! পুলিশ প্ৰশাসন
Jodi xosa br laaz loga kotha tarmane aru criminal k xubidha dise...kintu xadharon manuh k utpaat kora t pora ustaad very shame so called assam police
Police training from himonto.
পলাবলৈ সুবিধা কৰি দিয়া শীৰ্ষ আৰক্ষী বিষয়াৰ নামবোৰ ৰাজহুৱা কৰিব লাগে ।
Pratidin টাইম ❤
অসম পুলিচ একো কাম নাই😂😂
Anei loi ase salary😂
Riksha alla aru thela alla er tyre or pump hai khulibo pare okol.okad nai foolish officers or
আমি গেলা গৰমত নাটক চাই আছোঁ। তেওঁলোকে মেঘালয়ৰ ঠাণ্ডাত 'এইশ' কৰি আছে।
🙂পুলিচে চুৰ হয় আচলতে জানিব বাকী নাই কাছয়ে দিল্লী যোৱাৰ নিচিনা সিহঁতে ইনভেষ্টিগেট কৰি আছে...
বদনাম টো গৃহমন্ত্ৰী গৰাকীৰ হে হবগৈ দেখোন এনে হৈ আছে যদি।
অসম আৰক্ষী হায় হায়
পুলিচ বোৰৰ বাবেই আজি অসমৰ কোনো কথাত চেটেল হব পৰা নাই ।চুনিলৰ নাম শুনি শুনি আমনি লাগিল এতিয়া চুমি চুমি শুনি শুনি কাণ গেলিছে আৰু।
অসম পুলিচ আৰু ভাওনাৰ বহুৱা'ৰ মাজত একো পাৰ্থক্য নাই
CM should involved personaly
Of course.
কিবা ভূত প্ৰেত নেকি অশৰীৰী এবাৰ গুৱাহাটী ত এবাৰ মেঘালয় ত ওলাই।। অভিনয় জগতৰ পৰা বহিস্কাৰ কৰিব লাগে লগতে তাইৰ অভিনীত সকলো গান।
Ehot kitak FASI dibo lage...2 years jail pora ulai ahi, 2 numberi poisa enjoy koribo...😶😶
Assam Police ghuskhor buli sobe jane...Yar SP APSC di pai, aru APSC Scam sobe jane...so Assam Police main docait hoi Assamor...😶😶
Wah re Assam police
অলপ CAG য়ে ফাদিল কৰা চৰকাৰী কেলেংকাৰিৰ বিষয়েও বাতৰি পৰিবেশন কৰক .......অসমত এতিয়া কেৱল চুমি বিশাল আখ্যান .....জনসাধাৰণৰ কৰ কাটলৰ ধন কিদৰে আত্মসাৎ হৈছে .... তাক লৈ জনসাধাৰণৰ খবৰ নাই .. ...CAG ৰ প্রতিবেদন লৈ বাতৰি পৰিবেশন কৰিলে TRP নাহে
বন্ধু-বন্ধুৱনী নতুন শব্দ শুণিলো ৷ ইমান দিনে বন্ধু-বান্ধৱী শুণি আহিছিলো
আৰক্ষীৰ এই চৰিত্ৰৰ বাবেই এইবোৰ অপৰাধী বাচি যায় লগতে এইবোৰ ঘটনা ঘটে ।
Only Many Power
Jatian borai help kori ase... BJP khela hoi ase
এটায়েই বুজিলোঁ মাৰিলে কোটি টকাত মাৰক মানে হাজাৰ কোটি টকা, বাকি চব মেনেজ হৈ যাব। এতিয়া ডাঙৰ কিবা বেলেগ ঘটনা হব অসমত যি দেখিছোঁ।
ইমান দিন লাগে জানো। আমি সৰু মানুহ কমেন্ত এটা দিবলৈও ১০বাৰ মান ভাবিব লাগে কিজানি পুলিচে উঠাই লৈ যায়।যি নহওঁক চুমি আৰু তেওঁৰ স্বামী মোৰ চকুত চিৰ দিনলৈ বহু তললৈ গ'ল গৈ ।
ahise ahise himonto ahise axare botora loi ohohooooooo
Himontoi chanda hisabe loisil toka jar karone mukh bondho.
😂😂😂
🤣🤣🤣
Good , Assam police zindabad ! If you know everything, then let it be informed to a senior
police officer, to whom you can believe. but you will not do it. Reason ? Every body knows.
আচলতে চৰকাৰ খনে যদি ইহঁতক এনেকৈ এৰি দিয়ে তেতিয়া হলে আৰু এনেকুৱা কাম কৰা মানুহ ওলাব । ইমান সহজতে ইহঁতক এৰি দিব নালাগে
লুকাই থকা সময়খিনিতেই অসমত সম্পূৰ্ণ পৰিকল্পনা কৰিব কেনেকৈ সিহঁতক বচাব পাৰি।
Case dairy bodli jabo ru dhara.
বহুত লাজলগা কথা অসম আৰক্ষীৰ কাৰণে অসমত এনেবোৰ ঘটনা বাৰে বাৰে হৈ থাকে যদিহে আইন আছেই তেতিয়াহলে সকলোকে এৰেষ্ট কৰিব লাগে চৰকাৰে এটা ভাল পদক্ষেপ লওক
...Some people are more equal.
Mama is involved
ৰসাতলে গ'ল সকলো 😢😢😢😢
Bahhhhhhh Assam police anakua niki
🙏
বেঙেনা চুৰ ধৰিবলৈ নোৱাৰা এই অসম পুলিচৰ নাক কাটি দিব লাগে ।
পুলিচ আৰু চোৰ ইপিঠি সিপিঠি,ছি কি নিলাজ, ইহঁতৰ ওপৰত অলপো বিশ্বাস নাইকীয়া হ'ল
As expected
অসম পুলিচৰ ওচৰত চুমি-তাৰ্কিকে আত্ম সমৰ্পণ কৰাৰ পৰিবৰ্তে চুমি-তাৰ্কিকৰ ওচৰত হে অসম পুলিচে আত্ম সমৰ্পণ কৰা যেন অনুভৱ হৈছে।
B j p go back
Bjp Bangladeshi hindu supporter aru congress Bangladeshi Muslim supporter
চুনিল গগৈ বাছি গ'ল চুমি বৰাও বাচি যাব মুথতে বি জে পি লগত হাত থাকিলেই হল
মামা ৰ police কিবা কবনে মামাই
Poisa ple sob sup krwa Jai aji kli htu lgile g crime a nhk kio
Blr police srkar khan a jdi poisat bikri gse to ki bl crime bndho hb Assam khnt
ঠিকেই সকলো ভৱাৰ দৰে হৈছে আৰু হবগৈও চাগে😊
Cbi lage Baki sab mili thakib pare
এটোয়ে হব বুলি ভাবিছিলোয়ে।
এই sumi, bishal ৰ টকাৰে বহু নামি দামী ব্যক্তি লাভবান হব, এই টো সঁচা
Atia sumik aru bohute sumibo
Asom r main jonar haat ase jen lagise 😂
Bohut dukhor obosta Assam police 🤧🤧
সিহঁতৰ খবৰ নিদিৱ কাৰন সকলোয়ে যানে কাৰন 20 হাজা কোটি টকা থকা মানুহ তাৰে500খ কোটি দিলে শেলা সতম কাৰন পুলিছে এতিয়া বহুত ভাল পাইছে মাল আহিগল,
তেওঁলোকে চাগে মেঘালয়ত water fall চাবলৈ গৈছে।
সকলোকে কপজাত ৰখাই ললে।
কোটি টকা লৈ পুলিচ বহি আছে, আগতেই গম পাইছিলো
ধৰক
CBI k case tu handle koribo dile sob ulai jabo
😂sob eke o bhai. 1dal gosore guti😢
Aji CBI ajnoko arest krise
CBI bortman bjpr bohotia sakor.
Bohut dinor agor porai hokolu soli asil ,Toka aru hundori juwati.duwuta
এই পুলিচ বিলাকৰ কাৰণেই দাগী অপৰাধী ডকাইত বিলাকৰ কাৰণেই অসমখন ৰসাতলে গৈছে। কাৰণ 2000 হেজাৰ কোটি টকাৰ ভাগ মন্ত্ৰীৰ পৰা শীৰ্ষ পুলিচ বিষয়ালৈকে সকলোৱেই পাব ।যিসকল দুখীয়া মানুহে ছোৱালীজনীক বিয়া দিম বুলি দুপ টকা সাচিছিল সেই দুখীয়া ব্যক্তি সকলৰ অৱস্থাটো কি হৈছে সেইবোৰ ভাৱিবলৈ কাৰো আহৰি নাই ।ইমান ডাঙৰ অপৰাধীক এনকাউন্টাৰ কিয়া নকৰে ?কিন্ত্ত দুখীয়াৰ লৰাজন নিৰ্দোষী হোৱাৰ পিছতো কিয় এনকাউন্টাৰ কৰে ?
Chumi Borar pora CM (Mama)eo commision loise. Nohole hihote police or Nakor tolote ghuri furiboloi hubidha kenekoi pabo?
🎉
Aia mohan assam police
Toka pale sob bodli hoi . So jiman bur ase cr cr toka aji amar nisina sadharon manuhor vat khabo toka nai bohut lukar Hazar hazar cr cr property thake soboke check koribo Lage dukhiyar vat khabo nuhuwa hoise thakibo olp mati nai haibur u dukh buji jar jiman cr cr toka ase flat gari property ase ami check kora bisaru.. jodi ek moat like koribo comment at.
Bjp sarkar thakile enekuwa hoiye thakibo, rapistok mala pindhuwa party gotike aibur sadharon kotha.
Police Mane sur
এনেও জানো আৰক্ষীয়ে যে ৰক্ষণাবেক্ষণ দি আছে।প্ৰাক্তন ডি.জি.পি ভাস্কৰজ্যোতি মহন্ত চাৰ থকা হ'লে ইমান দিনে কৰায়ক্ত কৰিলেই হেঁতেন।মোৰ মতে কোনোবা বিধায়ক,মন্ত্ৰীৰ পত্নীয়ে ও হয়টো চুমিৰ যোগেদি বিনিয়োগ কৰিছিল।নহ'লে ট্ৰেকিং ত ল'কেচন পোৱাৰ পাচত নিশ্চয় নাকাবন্দি কৰিলে হয় ৰাস্তাবোৰ বা ৰাস্তাত তালাচী চলালে হয়।বিলম্ব কৰি আছে যাতে তাই আইনৰ সুৰুঙাৰে জামিন ল'ব পাৰে।সামান্য এজনি ফটুৱা নায়িকাক ধৰিব নোৱাৰাৰ কি ক'থা আছে।এনেও অসমখনৰ আধা চুমিৰ নিচিনা অপৰাধী আৰু মাফিয়া,চিণ্ডিকেটৰ নায়কবোৰৰ আৰু মামীৰ হে,আমি বোৰ টো এলাই বাদুহে।এনেকৈ হ'লে অসমত আৰু দুৰ্নীতিৰে শিপাব সেইটো নিশ্চিত।কাৰণ,আমাৰ অসমত অপৰাধীক সদায় প্ৰশ্ৰয় দিয়ে।স্মাৰ্ট নামত হে অসম পুলিচ,কিন্তু কাম কাজত স্মাৰ্ট দেখালে ভাল লাগিল হয়।মুঠতে আমাৰ অসমত দুৰ্নীতি আৰু অপৰাধ কেতিয়াও শেষ নহয়।কাৰণ অসমৰ সমগ্ৰ আইনী ব্যৱস্হা আৰু প্ৰশাসন যন্ত্ৰটো চৰকাৰৰ হাতৰ মুঠিত।চৰকাৰে উঠ বুলি কলে উঠ আৰু বহ বুলিলে বহ।ইয়াত টো কোনো সিংঘাম বা বিক্ৰম সিং ৰাথ'ৰ নাই চিনেমাৰ দৰে।এনেই নি বিধান সভাত দেখিবা ইজনে সিজনৰ ঘোৰ শত্ৰু কিন্তু খাদ্য আপ্পায়ণ ৰুমত গৈ আক' চামৰা চেণ্ডেলহে উপহাৰ দিয়ে😂