আকাশদ্বীপৰ কন্যা নমামীৰ জন্মদিনত কোন কোন আহিল চাওঁক II Namami Birthday Celebration
HTML-код
- Опубликовано: 2 авг 2022
- অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপৰ একমাত্ৰ কন্যা নমামীৰ জন্মদিনৰ কিছু ভাল লগা পৰিৱেশ
❤️❤️❤️
Follow me on Facebook-
RUclipsr Mayur Manash
Follow me on Instagram-
Mayur Manash
Special thanks to-
Lakhinandan Lahan
ধন্যবাদ 🥰
#namamibirthday #interview
ছোৱালী জনীক ভাল সংস্কাৰৰ প্ৰয়োজন আছে.. বহুত সৰু ল'ৰা ছোৱালী দেখিলোঁ.. কিন্তু এনেকুৱা কৰা দেখা নাই.. এই ক্ষেত্ৰত আইমী বাৰ ল'ৰা ছোৱালী দুটা ৰ ব্যৱহাৰ কিন্তু বৰ ভাল লাগে.. কোৱা বাবে কোনেও বেয়া নাপায় যেন.. কাৰণ শিশু এটিৰ কথা এনেকৈ কব নাপায়.. তথাপিও এতিয়াৰ পৰাই অলপ বুজালে আগলৈ বুজি পাব নিশ্চয় 👍
Agulota dat men Maa kot
Hosa kotha kintu de.আচলতে তাই মাকৰ লগত থকাৰ কাৰণে তেনেকুৱা হৈছে ,মাকক টো সকলোৱে গম পাই মাকে কেনেকুৱা,
আকাশদ্বীপৰ ছোৱালী নমামীৰ জন্ম দিনৰ শুভেচ্ছা থাকিল। সৰু ছোৱালী হিচাপে তাইৰ ব্যৱহাৰ টো বৰ বেয়া লাগিল। এজনক তাই চৰ দেখুৱাইছে আৰু আনজনক পুতলাটো দলিয়াই দি যি কমেণ্ট দিছে সেয়া বেয়া লাগিছে।
Moiu haituwai vabisu,
Xarutae sob buji pua hoi Aru..dnghor holae thik buji pua hobo goi Aru..kintu make deoutakae vul bur dexai bujai dibo lagib aru
Moiu bhabisu..
Aru apuni deutak hoi eku khikuwa nai. Gali pora nai. Very bad... Behaviour.
Moio bebhar bor val napalu
জন্ম দিনৰ শুভেচ্ছা থাকিল,,, কণমানিজনীক অলপ ভাল শিক্ষা দিয়ক আকাশ দা,,এতিয়াৰ পৰা এনে আচৰণ কৰিলে বেয়া দেখে,,মাক দেউতাক ইমান ডাঙৰ মানুহ হৈ জীয়েকৰ এনে আচৰণে শোভা নাপায়। যি নহওক সৰু ছোৱালী ভালকৈ বুজালে বুজি পাব,
সৰু ছোৱালী যে... একো নাই
Happy birthday🎂🎉🎂Nomami,maak J nai,birthday Dina,kio
Dangar manuhar suwali je sei ya a sikha
@@MayurMixAssamese Angurlta kot
@@MayurMixAssamese akou xoru suwali nohoi. Hat donga behavior nojona, bapek maa ke sage aneke treat kore manuh. Upon donor uloj jasilu. Alop sistasar xikabo taik
Dhuniya dada ❤️ happy birthday namami 🎂may God bless you ❤️
শুভ জন্মদিন ,মাক নোহোৱাকৈ জন্মদিন টু অলপ আধৰুৱা যেন লাগি আছে
Maake bapek nuhua ke patibo pare...so babpeke kio nuaribo....akash da dukh kaaku nokole u buji paisu😭😭😭😭
Maja video👍 happy birthday may god bless you baby enjoy your party
ছোৱালী জনি বৰ হৰামি দাই ইমান বত্মস ছোৱালী জনি জীৱ দিও তেওঁ কেনেকৈ কৈছে শক সোণ বাৰু মাক আৰু বাপেক ভুৰে এভুৰ হে শিক্ষা দিছে পিছ আৰু হৰামী হব গে
উপহাৰ সৰু হলেও মৰম কিন্তু বহুত থাকে । দলিয়াই দিয়া, হাত ডঙা এইবোৰ এতিয়াই শুধৰাই নললেহে দিকদাৰ হব বাকী বহুত মৰম লগা তুমি happy birthday
Hmm apuni 100% hosa kotha koise Tai bujib pora hoise ru
Dosa kotha koise apuni
Akeloge makoku dekha hle vl lgil hoi . . Ji ki nhouk jnmo dinr huvessa thakil. . Vobishyote ajni valnuh huwa 👍🏻❤️
Happy birthday Namani.....God bless you.....🎂🎂🎂🎂
নিলিখোঁ বুলি কলেও নিলিখাকৈ নোৱাৰি লো। নাবালক শিশু" গাত দুখ নাই। কিন্তু" মাক চাই জীয়েক হব। সংস্কাৰৰ প্ৰয়োজন সৰুৰে পৰাই। ছোৱালী জনীৰ ব্যৱহাৰ চাই,সৰু কালত পঢ়া সাঁধুটো লৈ মনত পৰিল। ৰজাৰ ভ্ৰমণ কালত এটা ভাটৌ ৰবি,ৰবি ধৰ, ধৰ মাৰ,মাৰ মাত। আৰু এটা ভাটৌ ৰজাক দেখি আহক,বহক নমস্কাৰ🙏 মাত।
এখন সংসাৰত এজনে আন জনৰ পৰিপুৰক সংসাৰ হব লাগিছিল। ইহঁত সষ্কৃতিৰ দিশত সাধাৰণ জনগণৰ বোলে একো গৰাকী জনপ্ৰিয় শিল্পী। কিন্ত"ইহঁতৰ সংসাৰতেই ঘূণে ধৰা সাধাৰণ জনতাক কি শিক্ষা দিব??.
আকাশ এজন সহজ-সৰল যেন লাগে। বেমাৰ হোৱাৰ পিছত অকলশৰীয়া। দুভাগ্য।😢
জন্ম দিনৰ শুভকামনা আৰু হিয়াভৰা মৰম দিলো ❤️💖 🥳🥰🎂❤️💐
Bohut val lagil... Namami❤️❤️
Amar fale batcha bure bday patile manuhor hatole sai ki anise buli aru gift tu loi bohut happy feel kore. But namami r behaviour dekhi tair proti morom e komi goise
Suvo jonmodin baby....tair bor khongal suwali hobo Jen lagise... video Tut dekha palu kapur dekhuwai thoka manuh jon k haat khn dangise maariboli...papa k besi patta nidiye.... vogoban a tair mongol korok❤️
কিন্তু মা দেউতা দুয়োজনকে দেখা পালে ভাল লাগিল হয়।জীয়াই থাকি ও এই অৱস্থা মোৰ হলে বৰ বেয়া লাগিছে দাই
Mja lage apuner video sai❤️
আকাশ দাই আঙুৰক বিয়া পাতি নিজৰ অভিনয় কেৰিয়াৰটো ক'ৰবাত হেৰুৱাই পেলাইছে বুলি মই ভাবোঁ
Happy birthday 🎂🎉 Namami may god bless you 😍🥰🥰♥️
Hi Tumi mur u frd hba ni moiu back krim tumk dai
Hundor dada ❣️
Mozahhh
Maku logat thoka hole vhl lgil hoi.. happy birthday namami
সৰু চোয়ালী হয় কিন্তু তাইৰ ব্যৱহাৰ দেখি বাপেক জনে হাঁহি থকা দেখি হে আচৰিত হ লো। ঘৰ খন হল শিক্ষাৰ প্ৰথম থল।ইমান ডাঙৰ মানুহ জনলৈ হাত দাঙি আহিছে বাপেক জন এ হাহিছে কি মানে সনস্কাৰ এইটো
Hundor😍happy birth day🎂
আচলতে নমামী অলপ আনফিল কৰিছে কাৰন ওচৰত মাক নাই তাৰবাবে। আৰু তাই সৰু ছোৱালী এতিয়া পখিলাৰ লগত খেলা বয়স ভাল বেয়া বুজি নাপায় গতিকে সেই টো তাৰ বয়সৰ বাবে হৈছে বাৰু। যি কি নহওক জন্মদিনৰ শুভেচ্ছা থাকিল মৰম বোৰ দিলোঁ। সৰু ছোৱালী বুজি নাপায়। পিছলৈ ভাল হোৱাৰ আশা থাকিল। 😍😍
Happy Birthday namami 💞
Mojja mojja
Ultimate ❤️💕
Happy birthday namami .....
Maja video
Happy Birthday Namami ❤️
Akash da always God blessing you ❤️
Happy birthday Namami 🎂 ✨❤️ May god bless you💞
Mojaaaa
ভাল লাগিছে দেই 🥰❤️❤️
ইমান সৰু ছোৱালী হৈ ইমান বেয়া ব্যৱহাৰ
Emn bea bhv khikise soali jnie..pisor loi vl hoa kamonare...happy birthday tikli...
Mojja lagise dada 🖤❤️🖤
Happy birthday Namami.
Happy birthday Namami baby🎂❤ God bless you baby girll ❤😍
Namami you are sweet daughter of your dignified Papa. LOVE your Papa more than mama
Happy Birthday 🎂 🎁🎉
Happy Birthday To You Namami 🎂🎂🍫🍫🎈🎈🥰
Happy birthday maina .
Nice 😍
Happy birthday namami 🎂🎂🎂🎂🎂🎂🎂🎂🎂🎂👍👍👍👌👌👌👌👌💐💐💐💐💐
Happy birthday birthday 🎂🎉
Happy Birthday
Happy birthday dr maina
Happy birthday 🎉🎉
😍😍😍😘😘😘
Namamiye ocarot sai samai khinit maakr bisara jen anuvab hol .Happy birth day namami .
Moja 🔥❤
Mayur dada.... akashdeep dadar ghor kot asa jonabo soon moi aakashdeep dak bhout log koribo mon goise
Happy birthday🎁
moja
birthday grl ❤❤❤
ব্যৱহাৰ টো বহুত বেয়া লাগিল। মাক দেউতাক ডাঙৰ মানুহ হলেই নহয় , লৰা ছোৱালীক উচিত শিক্ষা দিয়াতোহে ডাঙৰ কথা,
Nice.....
God bless you baby
Happy birthday namami🎂🎂🎂
Happy Birthday namami
Happy birthday🎂🎂
Happy birthday🎂🎉🎊
Happy birthday Namami god bless you ❤❤❤🎉🎉🎉
happy birthday
Nice video
Beautiful ❤️
🎂🍕🍧🍨🍦🎂🎂🎶🎸 happy birthday 🎉🎈🎈🎈🎉🎉
Nice
শুভ জন্ম দিনৰ বহু বহু মৰম যাচিলোঁ
Happy birthday
nice❤️❤️❤️
Happy birthday🎂🎁🎉👑 namami beta
Happy birthday মাইনা 🎁🎂🎈
Nanami ব্যৱহাৰ টো ভাল পোৱা নাই । দাদা এজনে birthday boli মৰমত Give দিলে মইনা দলিয়া দিছে আছে বাৰে বাৰে ।মানুহ জনৰ বহুত বেয়া লাগিছে মই video দেখি গম paiso 🥲
Bebahar tu akdom vl lga ni
@@sangitakalita8182 thike koise
সৰু ছোৱালী যে...একো নাই
ব্যৱহাৰ শিকাব হল
ভাল নাই লগা সঁচাকৈ
Dangor hole vl hobo horu hui thakile ki kore nokore ako buji napai je hehote . Video to sai vl lagil
Happy birthday maina..
Happy birthday ..mak kot gol
Belated Happy Birthday Namami...kintu tai r behaviour tu dekhi beya lagil ..eman horu suali enekua attitude Val nalage...horu suali bhal koi bujabo Tai bujibo.video tu Sai beya ha lagil
Same...dangorok keneke bebhar kribo lage..mak bapeke nisikale...😠😠
Happy birthday Namami
Happy birthday Namani ❤❤may god bless you ❤❤
😴😴😴😴
imen vl ghar suwali bebhar vl hobo lage..angulata bai imen manuhk bujai suwali janik kio sikuwa nai kak kenekoi bebhar korib lage ..and. happy birthday namami
Kamaror gharat xuluka dah
Birthday ৰ দিনটোত মাক কাষত নাই, তাতেই উমান পোৱা যায় মাকৰ কিমান মৰম আছে।
Happy birthday namami 😘😘🎂🍬🍭🥳 kintu dada ?? Namamir maakk dekha napalo je kio 🤔🤔
Akash da ba eman dhuniya kinto suwali joni ximan ceut nhoy
Happy Birthday 🎂 namami
Dada...bhut request krilo..kinto Munmi kalita baa r interview apuni aber nalale🥺
নিজৰ মাক জনী ছোৱালী জনীৰ জম্মদিনৰ দিনা কিয় নাথাকে জোৱা বছৰ দেখা পোৱানায় ।আপোনাক এৰিলে নেকি ।
Nic
Happy Birthday Namami,,, Maa k he nedekhilo ,ai j amar আঙুৰ বা
Happy Birthday ❣️
Maak u এনেকুৱা আছিল sake সৰুতে একে লক্ষণ এ দেখা দিছে, দেউতাকে যিমান খিনি পাৰে চেষ্টা কৰিছে কনমানিজনিক সুখী কৰিবলৈ মাকে অলপ সময় দিয়ক নহলে যি দেখিছোঁ ছোৱালী ডাঙৰ হলে মানুহক মানুহ বুলি নাভাবিব ।
Be lated Happy Birthday 🎂🎂🎁🎁namami😊.. behaviour tu eman val napalu moi
Happy Birthday Namami
আচৰিত লাগিল অকণমানিজনীৰ ব্যৱহাৰ দেখি --তাতোকৈ আচৰিত লাগিল মাক নোহোৱাকৈ Birthday celebration !!!
@@bobybaruah4478 hoi Kotha2
Hpybrthday
👑🎁🎂haapi.bardy.nomami
জন্ম দিনৰ শুভেচ্ছা থাকিল নমামি l সৰু ছোৱালী যদিও ব্যবহাৰ একদম ভাল নহয় এতিয়াই ভালদৰে শিক্ষা দিয়ক বুজালে বুজিব মাকে অলপ জীয়েকক সময় দি আগতে নিজৰ ছোৱালী জনীক সু শিক্ষা দিয়ক l আইমী বা ৰ লৰা ছোৱালী কেইটাক চাব সৰু যদিও খুব ভদ্ৰ সুন্দৰ ব্যবহাৰ পাতি তেঁওৰ পৰা আগতে অলপ শিকি লওক 🙏 বাকি নমামী ৰ সুন্দৰ ভৱিষ্যত ৰ কামনা কৰিলো ভালে থাকা ❤️
Happy birthday ❤️❤️❤️
মাক কলৈ গল ।
আধৰুৱা যেন লাগিল
Wow happy birthday cute
এইবাৰৰ জন্মদিনৰ ভিডিঅ’টো চাই এতিয়া আগৰ ভিডিঅ’ চাই আছোঁ 😊
আগতে চোৱা নাছিলোঁ কিবা এটা বেয়া লাগিছিল ৷ নমামী বৰ মৰমলগা ৷ দেউতাকৰ লগত তাই মুকলিমনেৰে ফূৰ্তি কৰিছে ৷ ভালে থাকা নমামী , ভালে থাকক আকাশদা ❤️
তাই হাল্লা ভাল নাপাই , ডাঙৰকৈ কথা ক’লে ভয় কৰে ছাগৈ ! এইটো ভিডিঅ’ত আৰু এইবাৰৰ জন্মদিনৰ ভিডিঅ’ত কথাটো লক্ষ্য কৰিছোঁ ৷ ভিডিঅ’টোত কাণত সোপা দিছে এইবাৰ কৈছে অলপ সৰুকৈ কোৱা 😞
টেঙা আঙুৰ বাইদেউ কত গল বা ?
Happy birthday 🎂🎉🎂🎂🎉
Tv aru mobile t jetiya lora suwali k busy rakhibo babohar kot hikibo,ata kotha hikise Jitu hol ohongkar,saru suwali hoi atiyar pora dami/ komdami bostu sinibo parise,ontoto niti hikhya khini angurlotai val dibo lagisil,dangor hole jetiya aitu video dekha paba tetiya bujibo saru te kenekuwa baybohar asil.