গীতাৰ উপদেশ নমনা ভকত

Поделиться
HTML-код
  • Опубликовано: 27 дек 2024

Комментарии •

  • @hindusanatan0474
    @hindusanatan0474 День назад

    Eatkoi aru kiman gyan dibo apunaloi bohut bohut nomoskar🙏🙏🙏🙏🙏🙏

  • @banikantahandique6280
    @banikantahandique6280 13 дней назад

    ধন্যবাদ মহোদয় ৷ আপোনাক সমৰ্থন জনাইছো ৷ বান্দৰে ডাল জোকাৰি ভয় খোৱাবলৈ ছেষ্টা কৰেই ৷ আপুনি হাতীৰ দৰে আগবাঢ়ক ৷
    (কথা কৈ থাকোতে বা৺হীৰ সুৰটো ব্যৱহাৰ নকৰিলেই ভাল আছিল ৷)

  • @NripenThakuria
    @NripenThakuria 18 дней назад +1

    সুন্দৰ🙏

  • @MonuKunch
    @MonuKunch 6 дней назад

    Bohut bhal lagile

  • @ratulnath7722
    @ratulnath7722 28 дней назад +3

    যত নিদিষ্ট সংঘ নিদিষ্ট বাখ্যা কাৰি নিজৰ মান সন্মান লাভ ৰ বাবে কিছু ভুল বাখ্যা ৰে ভকত সকলক দিছে ,ভকত সকলক আপোনাৰ লোকে,সেই সকল বাখ্যা কাৰি সকলে যে ভুল কৈ জ্ঞানবিলাই আছে ভকত সকলে বুজিব পৰা নাছিল ।আপুনি এনেকৈ ভুল বোৰ শুধৰণি কৰি আমাৰ সমাজ খনক এটা ভাল গঠন মূলক জ্ঞান লাভ কৰিব বুলি আশা কৰিলোঁ।আপোনাক ভগৱানে ভালে ৰাখক ।

  • @Dassa395
    @Dassa395 17 дней назад

    Thank you guru ji

  • @anilsaikia342
    @anilsaikia342 Месяц назад +5

    ভাল ব্যাখ্যা কৰিছে | আমাৰ আশীৰ্বাদ থাকিল |জয় শিৱ শঙ্কৰ | কৃষ্ণ কৃষ্ণ কৃষ্ণ |

  • @JunmoniDevi-ko4iu
    @JunmoniDevi-ko4iu Месяц назад +5

    😢 আপোনাৰ প্ৰচেষ্টা ক আদৰণি জনাইছোঁ। জয় শিৱ শঙ্কৰ, ওম নম শিৱাই।

  • @PutuliSadar
    @PutuliSadar 22 дня назад +1

    Joyguru

  • @p.m.sharma6026
    @p.m.sharma6026 28 дней назад +3

    সুন্দৰ ৷

  • @BodhenBorah
    @BodhenBorah Месяц назад +6

    সুন্দৰ বাখ্যা

  • @nababeharidas4822
    @nababeharidas4822 26 дней назад

    Bahut Sundar koi gotei khini buji palo aponar para , aru Murkha Badmas boroko Sini palo..Dhanyabad Aponak...

  • @PobitraBora-h1c
    @PobitraBora-h1c 8 дней назад

    Apunar lbakhya korute an vokot thakana nathake..

  • @liladas1146
    @liladas1146 19 дней назад

    মই জন্মৰ পৰাই শিৱ পুজা কৰোঁ ৷কাৰন শিৱ কোন মোৰআত্মাই সৰু কালতেই বুজি পাইছিল ৷

  • @mintushankarofficial6333
    @mintushankarofficial6333 Год назад +7

    বৰ ভাল কথা বৰ সুন্দৰ প্ৰভু🙏🙏🙏

  • @ganeshsarma706
    @ganeshsarma706 Месяц назад +1

    এয়া সনাতন ধৰ্মৰ পুৰ্বৰ পৰাই আছে বৌদ্ধ জৈনৰ নৈৰস্যবাদৰ পৰা কক্ষচ্যুত হৈছে তাৰ পাছত খ্ৰীষ্টান ইছলাম আদি সৃষ্টি হয় হ'ব ম্লেছ তেনেকৈয়ে হ'ব। গুৰু সকলৰ কিন্তু ভেদ নাছিল ধৰ্মান্তৰিত নহ'ব বুলি তেওঁ লোকে আহোপুৰুষাৰ্থ কৰিছিল শংকৰদেৱৰ বৰগীতত সদাশিৱক ৰক্ষক বুলি লিখিছে। ৰাখু ৰাখু সদাশিৱ ।গোপালে কি গতি কৈছে।

  • @BhubanSonowal-h1v
    @BhubanSonowal-h1v 14 дней назад +1

    খুব সুন্দৰ ব্যখ্যা ভাল লাগিল ধন্যবাদ

  • @bharatisaikia1388
    @bharatisaikia1388 18 дней назад

    আপুনি দিয়া জ্ঞানে সৰু মানুহ ৰ মাজত বিবাদ ৰ স্বৃষ্টি কৰিব যেন লাগিছে। আপুনি জ্ঞানী জনৰ লগত আলোচনা কৰি ভাইৰেল হ ওক।কাকো হিংসা নকৰিব। সত্য ত থাকিব।মিচা নকব। অন্যায় নকৰিব। দুখীয়া ক সহায় কৰিব। পিতৃ মাতৃ ক, ডাঙৰ ক সন্মান কৰক। সেয়ে ধৰ্ম। সেই জনে মুখ্য পায়। বৈকুণ্ঠত য়ায়।শুদ্ধ অশুদ্ধ বিচাৰ কৰি লাভ নাই।

    • @updeshmala2737
      @updeshmala2737  17 дней назад

      @@bharatisaikia1388 দূৰ্গা নুপুজিবা, মুৰ্তি নুপুজিবা,যজ্ঞ দান পুজা এইবোৰ ধৰ্ম নহয় এনেদৰে পাগল বকি আনক নিন্দা কৰাটো আপোনালোকৰ ধৰ্ম নেকি?আপুনি নিজেই এজন জ্ঞানীৰ ওচৰলৈ গৈ ধৰ্ম শিকক। যিজন গুৰুৰ পৰা জ্ঞান লৈ আছে। সেই জনৰ পৰগতি লৰা যেন মোৰ অনুভৱ হৈছে।

  • @ProbinaSonowal-h3t
    @ProbinaSonowal-h3t 2 месяца назад +2

    Janibo pari bhal lagil

  • @AmritSaikia-j2z
    @AmritSaikia-j2z 17 дней назад

    Apuni geeter bhagawan Krishna ne Arjun ?

  • @horenbora3464
    @horenbora3464 7 месяцев назад +4

    আপোনাৰ প্ৰচেষ্টাক আদৰনি জনালো ।।

  • @sunalideka1524
    @sunalideka1524 2 месяца назад +2

    মূৰ্খ লগত যুক্তি তৰ্ক কৰি লাভ নাই।

    • @updeshmala2737
      @updeshmala2737  Месяц назад

      @@sunalideka1524 যুক্তি তৰ্ক কি কৰিবা। শাস্ত্ৰৰ তত্ত্ব প্ৰকাশ কৰি জয়লাভ কৰক যদি ইমানেই তত্ত্ব দৰ্শী হয়।

  • @putulsarmah5900
    @putulsarmah5900 2 месяца назад +2

    Good good Good

  • @sunalideka1524
    @sunalideka1524 2 месяца назад +3

    T.v.ত ছুপতি নামৰ channel এটা আছে। ঠিক একেই লাগিছে।

    • @updeshmala2737
      @updeshmala2737  Месяц назад

      @@sunalideka1524 মীঞাৰ লগত চুপতি মাৰাগৈ। মীঞাৰ ধৰ্ম তোমাৰ ধৰ্ম একেই।

  • @krishnakakaty2624
    @krishnakakaty2624 29 дней назад +2

    Krishna Krishna provu xundror. 1109. No comments likhise. Atiya. Koli jug. Kintu. Xei buli. Goruwe. Gaho khaboloi. Arise. Neki. ? Xighoi. Magxo. Nakhai. Gaho. Khai. Neki. ? Tamul. Gosot. Narikol. Lagisene. ? Krishna Krishna beya. Napabo. Oporadh. Binaxono. Aru. Bahut. Kotha. Ase.

  • @putulsarmah5900
    @putulsarmah5900 2 месяца назад +4

    Bhal disa pakhanda hakolk

  • @naliniadhikary6791
    @naliniadhikary6791 2 месяца назад +2

    বাপ আপুনি সনাতন ধৰ্মৰ বিষয়ে অলপ বিশদভাৱে অধ্যয়ন কৰক। সনাতন ধৰ্মৰ কেবাটাও ভাগত বিভাজিত হৈ আছে। এয়াই সনাতনৰ বৈচিত্ৰ্য আৰু সোন্দৰ্য্যতা।সৌৰ,গানপত্য,শৈৱ, শাক্ত আৰু বৈষ্ণৱ। মূল কথাখিনি নাজানি সকলোকে একাকাৰ কৰি খিচিৰি বনাই নিজেই খেলি মেলিত পৰিছে। গীতাত শ্ৰীকৃষ্ণৰ মুখেৰে অৰ্জুনক কোৱা কথাখিনি"সৰ্ব ধৰ্মং পৰিত্যজং মামেকং শৰনং ব্ৰজ।তম্ অহং সৰ্ব পাপেভ্যু মোক্ষয়ামি চ:,হে অৰ্জুন মা সুচ:এই বাক্যষাৰ পঢ়িছেনে?বাপ কৃষ্ণ 🙏

  • @putulsarmah5900
    @putulsarmah5900 3 месяца назад +5

    Bhal upadas apunar

  • @rupalidevi1513
    @rupalidevi1513 7 месяцев назад +2

    Nice nice nice

  • @ranahazarika220
    @ranahazarika220 15 дней назад

    আপুনি গীতাৰ্থ বূজি‌‌য়েই পোৱানাই ।আনক ভুল ধৰণেৰে বুজোৱাটো আপোনাৰ ভুল। সৰ্ব শেষত অৰ্জুনক বিশ্ব ৰূপ দৰ্শণ কৰাই তেখেতেই যে পৰম ব্ৰহ্ম কৃষ্ণত সুদৃহ বিশ্বাসে শৰণ লৱলৈকোৱাত অৰ্জনেও তাকে কৰি শৰণাপৰণ হ'ল । আপুনি যদি শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা পৰপচাৰিত একশৰণহৰি নামধৰ্মত শৰণ লোৱা নাই লৱ। কিন্তু মহাপুৰুষৰ লিখনিক নিনদা নকৰিব।দোষত পৰিব । কৃষ্ণ।

    • @updeshmala2737
      @updeshmala2737  15 дней назад

      @@ranahazarika220 হেৰ মূৰ্খ।বিশ্ব ৰুপ দৰ্শন কৰাৰ পিছত অৰ্জুনে কৃষ্ণ কৃষ্ণ বুলি শ্রবন কীৰ্ত্তন কৰিব লাগিছিল কিন্তু ধনু কিয় উঠাই লল।কিয় যুদ্ধ কৰ্মত লিপ্ত হল ? যুদ্ধৰ শেষত কৃষ্ণ বুলি শ্রৱণ কীৰ্ত্তন কৰি বহি থাকিব লাগিছিল কিন্তু জ্ঞাতি সকলৰ পিণ্ড দান কিয় দিছিল? তহঁতৰ নিজৰ ধৰ্ম জ্ঞান নাই মোক জ্ঞান দিবলৈ আহিছা?যদি কৃষ্ণৰ বাহিৰে আন দেৱ ভজিলে ভক্তি ব্যাভিচাৰ হয় তেন্তে ঘৈণীয়েকৰ লগত কিয় আছা? আপোনাৰ তিৰোতাজনী অন্য দেৱী নহয়নে?তাইক খুৱাই বুৱাই পিন্ধাই উৰুৱাই থকাটো সেৱা হয়নে নহয়? লৰা ছোৱালীবোৰ অন্য দেৱ হয়নে নহয়? মূৰ্খ তহঁত।

  • @horenboruah1109
    @horenboruah1109 Месяц назад +1

    ছালে বাৰে কোবাই কথা কই লাভ নাই।বুজাই বুজি পাইছে।এতিয়া কলি যুগ হয় মনত ৰাখিব

  • @DhrubaJyoti.Patowary
    @DhrubaJyoti.Patowary Месяц назад

    Srabon. And. Kirton. Jug. Dharma. Aapuni. Koise. Jug. Dharma. Nai. 4jug. Ki

  • @krishnakakaty2624
    @krishnakakaty2624 29 дней назад +1

    Nam kitoniya. Bilak. Beya. Mohol. Amar. Bamuniya. Manuh. Bur.or. Murot. Mal. Nai. Tate. Bamun. Bere. Domain. Kora. Kam tu. Loi.

  • @jitendranathsaikia9341
    @jitendranathsaikia9341 29 дней назад

    Apuni bhaloki dhama puthi bilak pohihe manuhok buzabo manuhok burbok no bonabo apuni Dr Maheswari Neog , Dr Nagendra Saikua,Lakhinanadan Bora dore pandit hoboloi nazabo

    • @updeshmala2737
      @updeshmala2737  28 дней назад

      @@jitendranathsaikia9341 কাষত আহি বহি লওঁক জীৱনটো আপোনাৰ ধন্য হৈ পৰিব। মিছা কোৱা নাই।

  • @mahendrasaikia4782
    @mahendrasaikia4782 Месяц назад

    এই জন কৰ ওলাল ।

  • @jyotishgoswami8713
    @jyotishgoswami8713 3 месяца назад +1

    মুল সংস্কৃৃিত ভাগৱতে কি কয় চাৱ ?

  • @jibonborah619
    @jibonborah619 Месяц назад

    তুমি। কি কৰিছা ।

    • @updeshmala2737
      @updeshmala2737  Месяц назад

      @@jibonborah619শাস্ত্ৰৰ তত্ত্ব লৈ আঁহক।

  • @RatulGayon
    @RatulGayon 3 месяца назад +2

    আপুনি নিজকে নিজেই পণ্ডীত বোলাই ৰাইজৰ মাজত জিলিকিব বিছৰা যেন অনুমান হৈছে কিয়নো আজিলৈকে কোনোএজন বাখ্যাকাৰে সনাতন ধমৰ ওপৰত পোন পতীয়াকৈ বাখ্যা আগবঢ়োৱা পোৱা নাই!পাইছো কেৱল বৈষ্ণৱ ধমৰ ওপৰতহে গতিকে আপুনি বৈষ্ণৱ ধম মানিব নোৱাৰে নালাগে!সেই বুলি মানৱ জাতিৰ কান্দাৰী গুৰু দুজনাক অপমাণ কৰিবলৈ সাহস ক'ত পালে।

    • @updeshmala2737
      @updeshmala2737  3 месяца назад +2

      @@RatulGayon হেৰ যি জনে গীতাৰ বিৰুধত আদৰ্শ প্ৰচাৰ কৰে যি জনে পুৰাণৰ বিৰুধ ধৰ্ম প্ৰচাৰ কৰে যি জনে সনাতন সংস্কাৰৰ বিৰুদ্ধাচৰণ কৰে সেই জনক মোৰ সনাতন ধৰ্মৰ ধৰ্ম গ্ৰন্থই মায়াবীৰ গুৰু বুলি আখ্যা দিছে। সাহস নহয় তহঁতৰ পৰ্দাপাছ কৰিম।

    • @updeshmala2737
      @updeshmala2737  3 месяца назад +4

      @@RatulGayon আপুনি নিজেই সনাতন ধৰ্মৰ বুলি পৰিচয় দিছে নেকি? যি নৰাধম শিৱৰ বিৰুধী ,যি নৰাধমে শিৱ প্ৰসাদ নিন্দা কৰে, যি নৰাধমে শিৱ মন্দিৰক অপৱিত্ৰ বুলি ভাৱে সেই জন আকৌ সনাতনী কেনেকৈ হল? বৰ্তমান ম্লেছ ৰ সংখ্যা বেছি হৈছে। আপুনি দূৰৰ পৰা চিঞৰি নাথাকিব। আপোনাৰ কি তত্ত্ব আছে মোৰ লগত আলোচনা কৰক ।নতুবা ধৰ্ম চেমিনাৰ পাতক। আমি আপোনালোকৰ দৰে কণা হাঁহক পতান ধান নিদিও। মনত ৰাখি লব। সত্য শুনি অধৈৰ্য নহব

    • @RatulGayon
      @RatulGayon 3 месяца назад

      কলিযুগৰ মানুহক বিপথে পৰিচালিত কৰি ধন ঘটা ধাণ্ডা বন্ধ কৰ।

    • @sunalideka1524
      @sunalideka1524 2 месяца назад +1

      আমাক চাৰি ভাগত ভগাইছে Brahman khatria boi shyaআৰু khudra ।baishya কাম. কি সেী কাআৰো😮মেই কৰি আছে । আপুনি krisn a. আৰো শ্ংকৰ নাম লব নালাগে । বেপাৰ বেলগ কৰক। জয় Kris na জয় গোৰো শংকৰ ।

    • @updeshmala2737
      @updeshmala2737  2 месяца назад

      @@sunalideka1524 আপুনি আমাৰ জ্ঞান লব নালাগে। লোৱা সকলে লৈ আছে।

  • @sunalideka1524
    @sunalideka1524 2 месяца назад

    হে মহান কলি যোগ ।

    • @KhagenBorah-n1n
      @KhagenBorah-n1n 2 месяца назад

      Apunar byakhya akebare bhul.Apuni bedor habdaor arthoi najane. Apunar abultabul bokoniyei Apunar parishay .Ajir para apunar video nasau.apuni akuyei najane.

  • @DhrubaSarma-op5co
    @DhrubaSarma-op5co Месяц назад

    শিৱ বহু1000বছৰ আগতে জন্ম হৈছিল।

  • @BUDHESWARBARHOI-wt1br
    @BUDHESWARBARHOI-wt1br 6 месяцев назад

    কৃষ্ণই কৈচেএকশৰনলবলাগে

    • @updeshmala2737
      @updeshmala2737  6 месяцев назад +3

      অৰ্জুনে একশৰণ কিয় নলল। কিয় শিৱৰ পুজা কৰিলে?কিয় দুৰ্গা পূজা কৰিলে?

    • @jkblogging9398
      @jkblogging9398 2 месяца назад

      ​@@updeshmala2737আপুনি এ জনাওক চুন, কিয় কৰিলে , শাস্ত্ৰ giyan আপোনাৰ হে আছে গতিকে আপুনি সহজ সৰল ভাষাত বুজায় দিলে ভাল পাম

  • @durlovchkalita207
    @durlovchkalita207 Месяц назад +1

    আপুনি শাস্ত্র ভালকৈ অধ্যয়ন কৰক নহলে কোনোবা সংস্কৃত পণ্ডিত ৰ লগত বহী শিক্ষক চাৰি বেদ ১৮ পুৰাণ চৈধ্য শাস্ত্র ই কি কৈছে মনুষ্য জাতি তোক ভূল জ্ঞান নিদিব কৃষ্ণ

  • @putulsarmah5900
    @putulsarmah5900 2 месяца назад +1

    Bhal upadas apunar

  • @putulsarmah5900
    @putulsarmah5900 3 месяца назад

    Nice nice nice

    • @PoranJyotibora
      @PoranJyotibora 2 месяца назад

      Provu apunihe vul baikha korise

    • @MileswarGogoi
      @MileswarGogoi Месяц назад

      Bap jonai podbur thike pohise kintu utor sob bhul bad Mane. Ki mukha mukhi hua hola bujai diiluhola krisno