PORIDHI ~ GAURAV RAJ ( OFFICIAL MUSIC VIDEO )
HTML-код
- Опубликовано: 3 июн 2021
- Song Credits :
Name : Poridhi
Singer/Music/Composition : Gaurav Raj Hazarika
My Instagram : / gaurav_raj_hazarika
Lyrics : Abdul Malik
Mix / Mastered : Gaurav & Jahnu
Guitar : Mrinmoy Kashyap
Video Credits :
Direction : Asim Kumar Nath
Assistant Direction : Kuldip Saharia
Cinematographer : Rupamjyoti Saikia
Camera Attendant : Himanshu
Editing : Hirak J. Sarma
Cast : Jintu Jiban, Nabajyoti Saharia, Saswati Shivam
Special Thanks : Sarsa, Theatre Campus, Sipajhar
Lyrics :
আজি মানৱতা
মৰীচিকা বুলি জানোচা নোকোৱা
আজি উদাৰতা
জ্ঞানীজনৰ এটি মৃদু হুমুনিয়াহ
আজি নীৰৱতা
সততাৰ হকে বিপ্লবী ভাষা
আজিচোন একোৱেই নাই
চৌদিশে হত্যা হিংসা ধৰ্ষিতাৰ
অশ্রু কিয় ?
আজি কোনে লাঞ্ছিত বঞ্চিতৰ
অধিকাৰ ওভটাই দিব ?
আজি কোনে সত্যৰ সংজ্ঞা
অকাতৰে বুকু ডাঠি ক'ব ?
ৰচিবলে' আজি মানুহৰ নৱ বুৰঞ্জী,
নালাগে আৰু কথাৰ ফুলজাৰি
মানুহৰ হকে আজি
পাৰা যদি মচি দিয়া উকা পৰিধি।
আজি দৈন্যতা
আপোন বুলিতো কাকোৱেই নোপোৱা
আজি শূন্যতা
প্ৰৱঞ্চনাৰ বলি পোহৰতে হোৱা
আজি কলুষতা
সমাজে নমনে নিদাৰুণ চেঁকা
সকলোতে মাথো অভিনয়।
চৌদিশে হত্যা হিংসা ধৰ্ষিতাৰ
অশ্ৰু কিয় ?
আজি কোনে লাঞ্ছিত বঞ্চিতৰ
অধিকাৰ ওভটাই দিব ?
আজি কোনে সত্যৰ সংজ্ঞা
অকাতৰে বুকুডাঠি ক'ব ?
ৰচিবলে' আজি মানুহৰ নৱ বুৰঞ্জী,
নালাগে আৰু কথাৰ ফুলজাৰি
মানুহৰ হকে আজি
পাৰা যদি মচি দিয়া উকা পৰিধি।
#Gauravrajhazarika #Poridhi Видеоклипы
এটা গান আৰু বৰ্তমানৰ সমস্যা - সমাজ ব্যৱস্থা বিষয়ে ব্যক্ত কৰিছে । গৌৰৱ ৰাজৰ বাবে এটা like দিব 💜
Abdul malik debo aa likha gan ❤️😍
ধুনীয়া ভাই❤️❤️ ...পৰিস্থিতিৰ লগত খাপ খোৱা এটি গীত...আৰু আগুৱাই যোৱা
❤️বৰ্তমান আমাৰ চাৰিওফালে ঘটি থকা ঘটনাৰ বৰ্ণনা সুন্দৰ ভাৱে ফুটি উঠিছে পৰিধিত ❤️❤️❤️
Bhut val lgise gan2 👌👌👌👌
মানৱতা শূণ্য পৃথিৱীত , নতুন দিগন্তৰ সন্ধান কৰাত এটি দুটি সৰু উপহাৰে সমৃদ্ধ কৰিবলৈ এইয়া আপোনাৰ শ্ৰেষ্ঠ উপহাৰ ❤️ শুভেচ্ছা জনালোঁ 👍❤️ ভালে থাকক 🌼
bor dhunia hoise gaurav..
সময়উপযোগী ❤️ এটা এটা শব্দৰে প্ৰকাশ বৰ্তমান সমাজৰ সমস্যা - পৰিস্থিতিৰ এখন সঁচা ছবি ❤️🥺...
🔥🔥
Nice Yar🔥❣️❣️😘
Vlll lagil bro tumi aguai jua tare kamona korilu
Bhut val lagise vai 👍👍
ভাষাই নাই এনেকুৱা গানৰ ওপৰত কিবা কব।🙏🙏👌👌👌❤️❤️
Bohut bhut val lagel apuni je aru aguyai jai tari kamona ❤️❤️👍
সমাজত বৰ্তমান চলি থকা কাহিনী👍👍👍 সুন্দৰ উপস্থাপন ভাই
Khub xundor🥺🥺🥺🥺🧡🧡🧡aguai jaok........🥺🥺🧡🧡
পৰিধি। এটা বহুত ধুনীয়া গান
গৌৰৱ দাৰ গানবোৰ অৰ্থৰ বাবে ভাল পাওঁ.... ❣️✨💯
Mator babe O
Bohut bohut vl lqgil xuni
bodiya bro aru aguyai jua🙏
👍 👍👍
Wow.nice🔥❤️
Dhuniya lgse Bro,, Apunr Gan huni Bht vl paw
xub xundor hoise mon....aguwai juwa....
Dhuniya hoise
Dhuniya bro
Bhut vl lagise gaan tu ❤
Dhunia
😘😘😘😘
বহুত আশাৰে ৰৈ আছিলো
বহুত ধুনীয়া ❤️❤️ সময়পযোগী গান 🌹🌹
বহুত ধুনীয়া লাগিছে ❤️💚, এইটো গীতত বহুত ভিউআৰ্চ হব ।
Nice bhai😍😍😍
Ganto xuni bahut bhal lagil.tomar ujjal bhabixot kamona kariso.
Jibon apuwnar song xuni vl lagise dada
অসাধারণ ❤
Dhuniya Mon Mama❣️❣️
Moja moja
nice. 😘😘so cut
Mojaa Bhai
👍👍
Gaurav da dhunia lagise
Nice gaurav da😍😍
Nice very nice song
Tmr voice wow 😍😍
tmi aru aaguyai juya dada ❤❤
Borhiaaa
মজা ভাই
Gaurav da mojjja
Lyrics মেইন❤️সুন্দৰ
Nice song
Super
Nice 👌
অহংকাৰ আঁতৰাই তুমি কাম কৰি যোৱা । তোমাৰ উজ্বল ভৱিষ্যত আছে । দৰংবাসীৰ শুভ কামনা সদায় তোমাৰ লগত আছে ।
Mojjjjja bro
Love ❤ you from barpeta
❤️❤️
Nice song, nice video...
Truly Clearfying the todays senerio with this song...Keep going Gaurav 💙
Bhut val singing korisha🙏🏻🙏🏻❤️👍🏾👍🏾👍🏾❤️❤️
😍😍😍
Ufff 👍👍👍
Bhal hoise 👍
❤️❤️❤️
Borhiya
Nice bro bhut dinar morat salo Miss kari so
Your voice is so satisfactory ❤️this song and the current scenario of the whole world.. This is insane 🤍
💋💋💋👌👌
Waw😷❤
Good concept is seen through this song.... Good lyrics, composition, vocal, music, video 🥰
Tomar gan to xoni bar val lagil aru val laga gan banaba
XUNDOR COMPOSITION 🤗🤗🤗🤗🤗🤗🤗🤗🤗🤗🤗🤗🤗🤗🤗🤗
All time favourite 💕💕💕💕
Vi jui
Nice
দাদা তোমাৰ গান শুনি মই বহুত ভাল পাওঁ❤❤❤
Moja 😍😍❤❤❣❣💕💓💗💖💝💟
Hundorr🔥
বাহঃ অতি সুন্দৰ💕 । গৌৰৱ বহু দিনৰ মুৰত এটি সম উপযোগী গান শুনিবলৈ পালো দেই তোমাৰ কন্ঠত। গীতটিৰ জৰিয়তে বৰ্তমানৰ সমাজ ব্যৱস্থা, সমস্যা আৰু পৰিস্থিতি সচাঁ ছবি খন অতি সুন্দৰ ভাৱে উপস্থাপন কৰিলা । প্ৰতিটো শব্দৰ প্ৰেমত বাৰুকৈয়ে পৰিলো দেই। আকৌ এটা শ্ৰেষ্ঠ গীত উপহাৰ দিলা, গীতটিত জড়িত সকলো কলা - কুশলীলৈ আন্তৰিক শুভেচ্ছা জনালো, আগুৱাই যোৱা তোমালোক ।
বি:দ্ৰ : কথা - সুৰ, দশ্য গ্ৰহণ সকলো ভাল হৈছে দেই।
এটা লাইক গৌৰৱ আৰু তেওঁৰ সহযোগীসকলৰ বাবে ❤️
OP
Wow
Keep growing bro ...day by day lots of more expectations arising from you ...best of luck ❤👍👍
Monu bhaii❤️😊❤️
Mojja gaurav da.we proud of you. from JVS
Bom voice apunar
After a long time .nice
💚💚💚☮️
Excellent
Love you bro from Tinsukia ❤️❤️
Keep it up bro .🙏
Very Nice Dada
Mozza bhai
তোমাৰ গানে যাতে সকলোকে সত পথত আনে তাৰ কামনাৰে…………… always lovely your voice ....nice song ....
🔥🔥🔥
💌🤩Agoni oo ...tmr voice tu zuben Garg r childhood r voice tu sammm🥀❤️🙃🙃
Dada apunar lyrics melody bapre lv u from mangaldoi apunak abar log kribo prile......
Tq dada ai gaan to bonuyar babe❤
Nice song ❤️❤️❤️❤️👍👍
best
বৰ ধুনীয়া লাগিল
আপ্লুত হৈছো
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Nice 🔥🔥❤️❤️
Lyrics n composition 💐