LIVE শ্ৰেণীকোঠাতে মূৰ,পেট আৰু বুকুত উপৰ্যুপৰি আক্ৰমণ | Sivasagar Crime News | Sai Vikash AcademyN18L

Поделиться
HTML-код
  • Опубликовано: 3 авг 2024
  • LIVE শ্ৰেণীকোঠাতে মূৰ,পেট আৰু বুকুত উপৰ্যুপৰি আক্ৰমণ | Sivasagar Crime News | Sai Vikash AcademyN18L
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #sivasagarcrimenews #teacherkilledbystudent #sivasagarmurder #saivikashacademy #pranjalphazarika
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/desc-youtube
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

Комментарии • 153

  • @pullokthengal3346
    @pullokthengal3346 28 дней назад +75

    যি অসুৰ সি অসুৰেই সৰু ডাঙৰ বুলি কথা নাই।শাস্তি কঠোৰ হব লাগে।এনেকুৱা দুভাগ্যজনক ঘটনা যাতে আৰু নঘটক।

    • @JotinBorah-bv6bt
      @JotinBorah-bv6bt 28 дней назад +3

      😊😊😊

    • @RajumoniRajumonidas
      @RajumoniRajumonidas 25 дней назад +2

      উচিত বিচাৰ হ'ব লাগে । নাবালক বুলি সাৰি যাবলৈ দিব নালাগে ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 28 дней назад +9

    অতি লোমহৰ্ষক আৰু শিহৰণকাৰী ঘটনা। ক'ত হেৰালে মানৱতা। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সম্পৰ্ক কলৈ গৈছে বাৰু। আমাৰ নতুন প্ৰজন্ম কোন দিশে ধাৱমান হৈছে বাৰু। কথাষাৰ নিশ্চয় ভাৱিব লগা হৈছে। অতি হৃদয়স্পৰ্শী ঘটনা। প্ৰয়াত শিক্ষক গৰাকীৰ আত্মাৰ সদগতি কামনা কৰিলো লগতে শোকসন্তপ্ত পৰিয়াল বগলৈ সমবেদনা জ্ঞাপন কৰিলো।ওম শান্তি।❤❤❤

  • @nilakhi2383
    @nilakhi2383 28 дней назад +12

    সৰুতেই যদি ইমান ভয়ংকৰ কাম কৰিব পাৰে...তেনেহলেনো তাৰ নামটো ললে কি হব...

  • @SanjibBorgohain-hl3zk
    @SanjibBorgohain-hl3zk 28 дней назад +23

    ঘাতকৰ পৰিচয় দিয়াত বাধা থকা কি আইন আছে জনাবচোন ?

    • @Shinechemistry123
      @Shinechemistry123 25 дней назад

      Xaitu kothai moiu vabu. Mukh khon kio nedekhai. Enekua manhuor mukh khon dekhabo he lage

  • @blueocean9430
    @blueocean9430 28 дней назад +26

    মাৰি পেলা ইয়াক সকলোৱে মিলি..... 🙏🙏🙏🙏🙏মাৰি পেলা..... 😭

    • @hemantanath1175
      @hemantanath1175 28 дней назад +3

      এই বিলাক জহৰা চলি মাৰিপেলাব ই লাগে

  • @prohelikadas9747
    @prohelikadas9747 28 дней назад +15

    There are many mentally disturbed students, teacher should remain alert

    • @Sushmita-e5o
      @Sushmita-e5o 28 дней назад +1

      I agree

    • @NearLuga
      @NearLuga 27 дней назад

      Atleast someone knowledgeable here, i knew him he was mentally disturbed i was his junior and i knew him pretty well

  • @JulHoque-zp8vr
    @JulHoque-zp8vr 28 дней назад +8

    কিয় নাম লব নোৱাৰে তেওঁ কোন মন্ত্ৰীৰ লৰা

  • @brojengogoi1748
    @brojengogoi1748 28 дней назад +4

    অভিযুক্ত আৰু অভিযোগ কাৰী এই দুয়োৰে কথা শুনিব লাগিব তেহে আচল সত্য ওলাই পৰিব। পক্ষপাতিত্ব মূলক ভাবে কথা কব নেলাগে।

  • @user-lt9nm2cc7z
    @user-lt9nm2cc7z 28 дней назад +19

    ছাত্ৰজনৰ নাম কৌওতে কিয় ভয় কৰা বে এইটো কোনটো সম্প্ৰদায়ৰ জানিব লাগিব নহয় 😂

    • @user-gm3ng5nz8k
      @user-gm3ng5nz8k 28 дней назад

      ছাতৰজনৰ সমপৰদায় জানিবলৈ ইমান আগৰহ কিয় ?সামপৰদায়িক বিষবাষপ বিয়পাবলৈ চেলু বিচাৰি নহয় জানো? আমাৰ কথা হ'ল অপৰাধীজনক কোনো কাৰণতেই ৰেহাই দিব নালাগে , আনকি সি নাবালক হ'লেও ।

    • @day-to-dayanimation4211
      @day-to-dayanimation4211 28 дней назад

      Sinta nokoribi Mia nohoi

  • @mintugogoi7031
    @mintugogoi7031 28 дней назад +5

    ইমান অসুৰ লৰা জনৰ নাম লোৱা কি বাধা ।মাক দেউতাকে কি শিক্ষা দিছে । গুৰু হত্যা মহা পাপ ।

  • @Sahityamudi
    @Sahityamudi 27 дней назад +2

    ছাত্ৰৰ পক্ষে আইন আছে ,শিক্ষক সকলৰ পক্ষত নাই। শিক্ষক সকল মানুহ নহয় নেকি?

  • @pobitraboruah9266
    @pobitraboruah9266 27 дней назад +3

    ঘৰৰ অভিভাৱকৰ জ্ঞান দিব নাজানে, লগতে পঢ়া পতি যত্ন নাই লৰা ছোৱালী কেৱল মবাইল

  • @THEGAMINGSQUARD417
    @THEGAMINGSQUARD417 28 дней назад +7

    যুৱ উশৃখল বাঢ়িছে উচিত ব্যৱস্থা পুলিচৰ হতুৱাই দমাব লাগে 😢

  • @diliphandique7156
    @diliphandique7156 28 дней назад +3

    প্ৰাপ্তবয়স্ক বা অ প্ৰাপ্তবয়স্ক যি নহওঁক লাগে এই সামাজিক ব্যাধিবিলাক একেবাৰে শেষ কৰি দিব লাগে,যাতে এনে ঘটনা পুনৰাবৃত্তি নঘটে।

  • @B.R-gaming-bo6rz
    @B.R-gaming-bo6rz 28 дней назад +11

    কিয় নাম লব নোৰিব ছাত্ৰ জনৰ ?

    • @RajumoniRajumonidas
      @RajumoniRajumonidas 25 дней назад

      নিশ্চয় কোনো অভিজাত পৰিয়ালৰ সন্তান হ'ব !

  • @user-mn8vd7nb5c
    @user-mn8vd7nb5c 28 дней назад +13

    নাম ল'ব নোৱাৰে, কিন্তু কাৰ সুপুত্ৰ হয় সেইটো জনাবলৈ পাৰে

  • @hemalatachetia3765
    @hemalatachetia3765 28 дней назад +3

    ছাত্ৰ জনক কঠোৰ শাস্তি দিব লাগে ,,যাতে জেলত গোটেই জীৱন কটাব লগীয়া হ'ব। ।নাম কি কাৰণত লোৱা কোৱা নাই,,,অসুৰ ,অসুৰক,,বালক বুলি ,,নামী দামী ,,স্কুলৰ ছাত্ৰ। ।অভিভাৱকৰ টকা আছে ,,মৰম কৰে ,,শাসন নকৰে বাবে হৈছে । কথাতে কয়,,, ""হাতীৰ খাৱনে খুৱাবা,,,বাঘৰ চকুৰে চাবা """,।
    শিক্ষক জনে কেতিয়াও ছাত্ৰ ছাত্ৰীৰ বেকাঁ পথেৰে যোৱাটো ইচ্ছা নকৰে ,,সদায়েই ছাত্ৰ ছাত্ৰীৰ আগবাঢ়ি সু নাগৰিক হোৱাৰ কথা হে ভগৱানৰ ওচৰত কামনা কৰে ।।
    ছাত্ৰ জনক বালক বুলি এৰি দিব নালাগে ,,,নহ'লে আন ছাত্ৰ ছাত্ৰী সকলেও একো নকৰে বুলি এনে জঘন্য অপৰাধ সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰিব। ।😂

  • @kp23456
    @kp23456 26 дней назад +2

    মা দেউতাক বিলাকে শিক্ষকৰ বিৰুদ্ধে কেতিয়াও ল'ৰা-ছোৱালীৰ আগত সমালোচনা কৰিব নালাগে

  • @surenpawe2169
    @surenpawe2169 28 дней назад +3

    অ জীৱন খাৰাৱাজ দিব লাগে

  • @4u206
    @4u206 28 дней назад +11

    দেশ তথা ৰাজ্য ৰসাতলে ।😮

    • @subhasishchutian8801
      @subhasishchutian8801 28 дней назад

      তোৰ মোৰ নিচিনা বোৰৰ বাবেই

  • @tolokynath2444
    @tolokynath2444 23 дня назад

    Very,,very,good

  • @mridulkumarrabha892
    @mridulkumarrabha892 28 дней назад +2

    ছাত্ৰ অৱস্থাতে ইমান নিষ্ঠুৰ হ'ব পাৰে নে ?

  • @SriCCDas
    @SriCCDas 28 дней назад +3

    এই জহৰা ছাত্ৰ জনক আজিৱন জেল বা ফাচি হ'ব লাগে।

  • @RatulGayon
    @RatulGayon 27 дней назад +1

    সাপৰ কোনো সৰু বৰ নাই ।তাক দেখিলেই মাৰি পেলাব লাগে ।

  • @jayantachetia4488
    @jayantachetia4488 27 дней назад +1

    কিয় মেদিয়াই ছাত্ৰ জনৰ নাম নকয় এনে ঘাটকক ক্ষমা কৰি লাভ নায় মাইনৰ বুলি ক্ষমা নায় উচিত শাস্তি পাব লাগে

  • @hemaboiragi6243
    @hemaboiragi6243 25 дней назад +1

    যি কাৰণে নহওঁক শিক্ষক জন মৰিলটো গতিকে ই আৰু কৰিব‌
    এনেকুৱা ফাঁচী দিব লাগে

  • @shyamolikabora2924
    @shyamolikabora2924 28 дней назад +3

    Shool is my temple teacher s is my god stady is my aim this is real

    • @NearLuga
      @NearLuga 27 дней назад

      They failed ig sad to hear

  • @ManjulataBhattacharya
    @ManjulataBhattacharya 15 дней назад

    কঠোৰ শাস্তি হব লাগে

  • @nirensaikia7017
    @nirensaikia7017 28 дней назад +2

    Intolerance, we have failed to teach our child the virtue of tolerance. The blind love towards the child make them Durjudhana, Dukhana of Mahabharata. Without fear and loyalty towards the teacher, value based education is impossible. Mare carrier oriented private educational institution are may be responsible for this types of degradation of social,morale and spiritual values.

  • @mandakinibaruah5622
    @mandakinibaruah5622 28 дней назад +1

    Lack of quality hospital facilities in Sivsagar. That costs lives. No reliable treatment for strokes, snake bites, accidents, etc in Sivsagar . Quality Hospital needed in Sivsagar.

  • @dijenborthakur1393
    @dijenborthakur1393 27 дней назад

    ছাত্ৰ ছাত্ৰীৰ সকলৰ স্কুলত শিক্ষাৰ ক্ষেত্ৰত শাস্তি প্ৰদান উঠাই দিয়াৰ কাৰনতে , আজিৰ শিক্ষাৰ্থী এনে হ'ব ধৰিছে। মাননীয় অসমৰ মুখ্যমন্ত্ৰীক মোৰ এটা অনুৰোধ জনাইছোঁ, ভবিষ্যতে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ শাস্তি প্ৰদানৰ বাবে অসমৰ বিধানসভাত এই বেৱষ্ঠা অসমৰ কাৰনে পাৰিত কৰিব লাগে 🙏 🙏

  • @Happychenal12345
    @Happychenal12345 24 дня назад

    Teachers ei student r manet aaghat dibo nalage.
    Seb studentek saman sakure sabo lage.
    ETIYA Seb manuhe satra janek beya buli kaboi .

  • @ratuldeka152
    @ratuldeka152 28 дней назад +4

    Lack of Management......

    • @NearLuga
      @NearLuga 27 дней назад

      Lack of proper education

  • @blueocean9430
    @blueocean9430 28 дней назад +1

    হে ভগৱান... 🙏মোৰ দেউতাও এজন শিক্ষক.. 😭।

  • @Mukti283
    @Mukti283 28 дней назад +1

    প্ৰকৃত বাতৰিটো কলে ভাল হয় ।

  • @SanjaySingha-hr5vo
    @SanjaySingha-hr5vo 26 дней назад

    Nomoskar🙏 Draksh

  • @kp23456
    @kp23456 26 дней назад

    এইবোৰ ল'ৰাক ক্ষমা কৰা উচিত নহয়। কাৰণ এবাৰ পাপ কৰিলে সি আকৌ কৰিবলৈ মন যায়

  • @jitengogoi7933
    @jitengogoi7933 28 дней назад +3

    ছাঊ জন নে শিক্ষক জন ঢলি পৰিল

  • @harendrachungkrang5702
    @harendrachungkrang5702 28 дней назад +1

    ছাএ ৰ নাম কি?

  • @JulHoque-zp8vr
    @JulHoque-zp8vr 28 дней назад +7

    তেওঁ মুছলিম হলে নাম লব পাৰিলে হয়। হিন্দু কাৰণে লব নোৱাৰে

    • @nilakhi2383
      @nilakhi2383 28 дней назад

      হিন্দু মুছলিম বুলি কথা নাই....অপৰাধী অপৰাধীয়ে হয়

  • @probhatchetia3321
    @probhatchetia3321 28 дней назад +1

    Teacher habaloiu bhoi hol. Karan studentok akp kabo nuwara hol. Asari agot bidya nuhuwa babe l. P porai kerunto lagijai. Studentto lp pora habit chuwar proujoyan

  • @gitadeka9178
    @gitadeka9178 23 дня назад

    নামটো কলে একো অপৰাধ নহয়। মাৰি নেপেলালে উঠি অহা চাম উৎসাহিত হব ।আইন প্ৰস্তুত কৰি অপৰাধ ৰোধ কৰিব লাগে ।

  • @user-lm3pt6ik8d
    @user-lm3pt6ik8d 28 дней назад

    ছাত্ৰ জনৰ নাম কোৱাত বাধা ই কেনেকুৱা নিউজ, সেই অসুৰ ছাত্ৰ জনকো এতিয়াই শেষ কৰি দিব লাগে নহ'লে আগলৈ আৰু অসুৰ হব

  • @BinodPhukon
    @BinodPhukon 28 дней назад

    It is annesaserry we want best result

  • @SonadharTaye
    @SonadharTaye 26 дней назад

    ছাত্ৰ জনৰ নাম উল্লেখ কৰি দিয়াত কি আপত্তি আছে ্কৈ দিব লাগে।

  • @parbatisarmah-zh7bp
    @parbatisarmah-zh7bp 28 дней назад +2

    Ma'kr khakhon nohole anekuway hoi

    • @robeendas3623
      @robeendas3623 28 дней назад

      Maak aru deutak duyujonore Xomane dayitto thake.kintu Maak joni Hui lora suwalir goti bidhi bhal nedekhile moromote Deutakok Kobo nibisare,Tarei porinoti jen lage ei durbhagyo jonok ghotonatu.

  • @JAHRAT17
    @JAHRAT17 28 дней назад

    Every parent dreams their son to be a good citizen not a murderer...
    The fear of their child becoming a murderer or engaging in any form of criminal activity is a nightmare for parents. Such an outcome represents a complete failure of the moral and ethical teachings they have tried to instill. It's a path that not only destroys lives but also brings immense pain and suffering to families and communities.

  • @midnightrocky7849
    @midnightrocky7849 27 дней назад

    Drugs aru sorkarole end t blame tu di dibo lge. আচলতে drugs টু নিজ ইচ্ছাৰে ক্ৰই কৰি ব্যৱহাৰ কৰা হয়। এইদৰে অপৰাধীবোৰৰ দুখবোৰ আৰু কিমান ধাকিব। কেতিয়াবা টকাৰ কথা বাদ দিও কামবিলাক কৰিবছোন। 😢🙏🙏🙏 jai hind.

  • @BalinKalita
    @BalinKalita 28 дней назад +1

    বাতৰি নাম নকলে দিব নালাগে।

  • @AmlanGogoi-fq7bb
    @AmlanGogoi-fq7bb 28 дней назад +1

    Naam kobo lage

  • @urmiroychaudhary8420
    @urmiroychaudhary8420 28 дней назад

    Krishna 😢😢

  • @mansidash78
    @mansidash78 26 дней назад

    বৰ দুখৰ খবৰ, এনে হিংশ্ৰ প্ৰকৃতিৰ লৰা বহুত আছে, হয় তো ঘৰ খনত পৰিবেশ হিংশ্ৰ, লৰা পালন পোষণৰ সময়ত তাক বাট দেখোৱাতাৰ অভাৱ, সময় মতে counselling কৰিব পৰা হেঁতেন হয় তো এটা দিশ পালে হয়। Juvenile court তাক নিয়ম অনুসৰি release দি দিব। ইয়াৰ পাছত হে আচল সময়। তাৰ পৰিয়ালৰ ভিতৰৰ অৱস্থা কেনে বা সৰুৰ পৰা ডাঙৰ হোৱা সময় খিনিত তাৰ আচৰণ কেনে আছিল সবিশেষ জানি কোনো ভাল counsellor অক গটাই দিয়া টো উচিত হব। নহলে পুনৰাবৃত্তি আশা থাকি যাব।
    দুয়ো ৰে কাৰণে মনটো বেয়া লাগিছে। Teacher গৰাকীৰ history ও প্ৰয়োজন। আশা কৰোঁ লৰা টিৰ মানসিক শুধৰণি হয়।

  • @AswiniBaro
    @AswiniBaro 22 дня назад

    Encounter habo lage

  • @animamahanta3293
    @animamahanta3293 23 дня назад

    মাক দেউতাকৰ টকা বেছি লৰাই কিকৰে চাবলৈ সময় নাই

  • @Sushmita-e5o
    @Sushmita-e5o 28 дней назад +1

    Nowadays students have very less patience level , they are very stubborn , they are easily impulsive nature , they don't know how to respect teacher honestly this generation literally sucks i am also from this generation but its shameful that students really have no boundaries of what they do and don't do i myself a students ,i have also been part of coaching and passed out my hs even we got scolding, insult and what not but we even not think of doing such rubbish scene instead i think that if he is or she is saying something bad next time I will proof him by improving myself i took pessimistic comments as optimistic comments this students are literally mentally , physically very very negative and weak😢

  • @soniasarkar1431
    @soniasarkar1431 28 дней назад

    Minor buli uddhar pale aru studenteo ane akow koribole hahoh napabone baru kothur punishment hobo lage

  • @jharnadevi5217
    @jharnadevi5217 25 дней назад

    লৰাটো চেহেৰাটো দেখাই দিযক

  • @somlama4077
    @somlama4077 24 дня назад

    😢

  • @maheshjwngmaramchiary1611
    @maheshjwngmaramchiary1611 28 дней назад

    Minor or adult joye nohok fasi deok.

  • @nityaborah5789
    @nityaborah5789 27 дней назад

    ৃবহুত বেয়া কথা হৈছে।

  • @jalaramcochin9009
    @jalaramcochin9009 28 дней назад +2

    Nam koi diok

  • @asmeducationris-kq9dj
    @asmeducationris-kq9dj 28 дней назад

    ছত্ৰজনৰ নাম কি?

  • @user-oh2wv1fu4p
    @user-oh2wv1fu4p 28 дней назад

    Iar karone parents responsible

  • @HabibUllah-yp9rd
    @HabibUllah-yp9rd 27 дней назад

    Enekoiye Gurudaxina dishe 🤔🤔🤔🤔

  • @RameshDas-dt2lq
    @RameshDas-dt2lq 28 дней назад

    Abhibhaok hojag nohoi dhonot mosgul abhibhabpkor hontanor proti anuprerona.

  • @rsd236
    @rsd236 26 дней назад

    সংস্কাৰ নথকা ঘৰৰ লৰা ।

  • @JahidulIslam-er2er
    @JahidulIslam-er2er 28 дней назад +1

    Ci ci ci

  • @priyabala2064
    @priyabala2064 24 дня назад

    Anon Teachers Mari palabo pora student.buli koboloi laj lagise...Damon loraha..taor Nam Tu koboloi keo makos korise..hai akhur loratur..Nam jonai deok

  • @bollywoodganna7896
    @bollywoodganna7896 27 дней назад

    Eman jodi huge incident koribo pare , name kiyo lobo nuware

  • @arunimakuli2073
    @arunimakuli2073 28 дней назад +2

    Hei bur Abibabokru Duk Ase.

  • @user-tk3bm9pm7i
    @user-tk3bm9pm7i 27 дней назад

    Minor howar babe nam nuluwatu aporadh ai satra jone aru ki koribo nuaribo,

  • @NiranBharali-s2u
    @NiranBharali-s2u 28 дней назад

    Kothur xasti pabo lage. Logote sunil gogoir kothatu ki hol kole val Pam. ne junmonir dore khotom hoi gol ?

  • @kalpanaboruah3516
    @kalpanaboruah3516 27 дней назад

    সি নিজৰ শিক্ষকক হত্যা কৰিব পাৰিছে যেতিয়া সি নাবালক হৈ থকা নাই।

  • @umeshdas811
    @umeshdas811 28 дней назад

    Nam aru photo dekhuwai diyak

  • @purabhinarzary9278
    @purabhinarzary9278 28 дней назад +2

    Aikone Assomor Gourove

  • @rahulgogoi5573
    @rahulgogoi5573 27 дней назад

    Namtu kio kua nai..

  • @DARKBOY75000
    @DARKBOY75000 27 дней назад

    Murderor nam lobo nuari neki?

  • @kalyaniborah9217
    @kalyaniborah9217 26 дней назад

    কি ঠাইতে ঢলি পৰিল ছাত্ৰ জন,,, ইমান ভুল কৈ বাতৰি পঢ়িছে কিয়?

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 28 дней назад +1

    KI NIWJ KORISO PAPEK MAKOR NAMTU KO TOI NITI SIKHA DIBO NALAGE

  • @ashishdas9636
    @ashishdas9636 28 дней назад

    Anekua aru bahut hobo. Bahut teacher studentor mar khabo. Karon hol studentok teacher kiba kole ba bhul korile marile guardian e Policot FIR lekhai nohole studente school bondho kori die. . Teacheror atia aku value nai. Aibilak ghotonar babe studentor guardian daie. Ai killer student tuk bichar nokori encounter kori Mari pelabo lage nohole aru manu maribo

  • @rupamsaikia9198
    @rupamsaikia9198 27 дней назад

    News bilak dada vul hoise kua

  • @ritabordoloi4544
    @ritabordoloi4544 28 дней назад

    Amar tax r poisat eituk jailt vaat khuabo nelage eyak fasi diyok. Jailor pora ulai ahi ako hotya, dhorkhon adi hongothito koribo.

  • @moshmibarman7661
    @moshmibarman7661 27 дней назад

    Ai kalnktor baci thakar adikar nay

  • @Subash.CheruwaCheruwa
    @Subash.CheruwaCheruwa 27 дней назад

    Atu horb hikha utha dia karone

  • @user-kk5eb2fm3h
    @user-kk5eb2fm3h 26 дней назад

    Fase dibo laga aru Manu matebo

  • @PromilaGogoi-kv2no
    @PromilaGogoi-kv2no 27 дней назад

    Lo in

  • @user-dm5nq9fp7s
    @user-dm5nq9fp7s 28 дней назад

    name nai kowa je ,,maldai sage.

  • @madhurjyak
    @madhurjyak 28 дней назад

    Samaikhan murar Paraiso gelib dharise .. sangskar...khadhya eibor mani salak. Dr sakale garvawati sakalak sattik khadhya khowarhe advice karib lage. Kon dangar police-rba putek

  • @Subash.CheruwaCheruwa
    @Subash.CheruwaCheruwa 27 дней назад

    Hoetakare nam lobpare atu kunu val lora hob nuwre

  • @skldc
    @skldc 28 дней назад

    man tu kob nuari neki...

  • @arupdas3232
    @arupdas3232 28 дней назад

    Lela.p..s..hobo..gove..s..me.nahigo😊

  • @user-yb1ps4xo9x
    @user-yb1ps4xo9x 24 дня назад

    Tak fac dwok

  • @abdurrouf2996
    @abdurrouf2996 28 дней назад

    Batori poribeshonot bhal howa nai

  • @user-rn2ru3fh4g
    @user-rn2ru3fh4g 28 дней назад

    Hai akhor tok tew boli kb nalage,aito manoh na
    Mr kolonk pagl bork jiai rakhi lav nai

  • @binapanisonowal9687
    @binapanisonowal9687 27 дней назад

    শিৱসাগৰ বাসী সচেতন হবৰ হ’ল৷ মাক দেউতাকে সদায় নিজৰ লৰা ছোৱালীক কত গৈছে কি খাইছে , কিমান সময় বাহিৰত আছে , সিহঁতৰ Friends কোনবোৰ হয় সকলো চোৱা উচিত ৷ up টো BA / Bsc তক ৷ এনেকৈ এৰাল চিঙা গৰুৰ দৰে এৰি নিদিব কোনেও ৷ আমি শিৱসাগৰৰ বাসিন্দা হয় ৷ যোৱা বছৰৰ পৰা দেখিছো লৰা ছোৱালীবিলাক সকলো নহয় কিন্ত বহুত তললৈ নামি গৈছে ৷ দৰিকা দলংৰ আশে পাশে ৰাতি ৰাতি ডাগচ্ খোৱা বিলাক ঘুৰি ফুৰে ৷গতিকে সচেতন মহলক অনুৰোধ কৰিছো এইসকলক যেন নমু’ল কৰে ৷

  • @babudutta6243
    @babudutta6243 23 дня назад

    Mak babokor dhukh

  • @HoqueBandari
    @HoqueBandari 28 дней назад

    Miya hole nam kole hai

  • @babudutta6243
    @babudutta6243 23 дня назад

    Fach

  • @juriborah3189
    @juriborah3189 28 дней назад

    Lorato ghr kot jonauk

  • @probirsharma3703
    @probirsharma3703 28 дней назад +3

    Are bhai sahab yah Asam Yahan per Gutka Bidi Ganja Daru Sab open Milta Hai Shiksha system mein rishwatkhor hai Har Sarkari department Jis Tarah Se train Karega Usi Tarah Se to Banega😅😅