LIVE : Phanibhusan Choudhury Speech in Lok Sabha : লোকসভাত সাংসদ ফনীভূষণ চৌধুৰীৰ ইংৰাজীত ভাষণ

Поделиться
HTML-код
  • Опубликовано: 21 окт 2024
  • LIVE : Phanibhusan Choudhury Speech in Lok Sabha : লোকসভাত সাংসদ ফনীভূষণ চৌধুৰীৰ ইংৰাজীত ভাষণ
    #phanibhusanchoudhury #news18assamoriginals
    #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 831

  • @mihinathgogoi1810
    @mihinathgogoi1810 2 месяца назад +59

    আপোনালোকে বিভিন্ন ধৰণৰ Comments কৰিছে, কিন্তু প্ৰভুৰ গাত একো দোষ নাই। কিয়নো তেখেতে বহুত বাৰ কাকূতি-মিনতি কৰিছিল যে মোক M P আসন খন নালাগে, কাৰণ মই নোৱাৰিম, মোক বিধায়ক হৈ থাকিবলৈ দিয়ক । নাই কোনোৱে নুশুনিলে । এতিয়া M P হ'ল যেতিয়া কিবা এটা ক'বটো লাগিবই । তথাপিও অসমীয়াতে হওঁক বা ইংৰাজীতে হওঁক অসমৰ বানপানী সমস্যাটো উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে, তাৰবাবে প্ৰভুক ধন্যবাদ । হিন্দীতে ভাষণটো দিব পৰা হ'লে ভাল আছিল !! কিন্তু " I am sorry" ৰাইজ ???

    • @abhijitborah3183
      @abhijitborah3183 2 месяца назад +1

      Right

    • @Assamkaladka-01
      @Assamkaladka-01 2 месяца назад

      Right but ehote je comment korise anekoi Assamese language kuwa karone val ke Assamese language perliament kunubai kotha koise and perliament to 22 language kobo pari and Assamese language kobo pari so teu Assamese koise and teu jai a axomr mein problem kotha a koise aru to kunu mp a kuwa nai . And jiman val korileo kisuman manuhe xodai beya to a dexe ❤

    • @phulendas2688
      @phulendas2688 2 месяца назад

      Kotha to real ,

  • @sacindradeka8192
    @sacindradeka8192 2 месяца назад +54

    কথা কব নোৱাৰে দেখুন।কোনোবাই লিখি দিছে তাকো পঢ়িব নোৱাৰে শুদ্ধকৈ।চাই থকা সকলেহে লাজপাই!

    • @rupdhannath6894
      @rupdhannath6894 2 месяца назад

      ঠিকেই ,

    • @Assamkaladka-01
      @Assamkaladka-01 2 месяца назад

      ​@@rupdhannath6894ki thikei tohote ki koriso ko sn

    • @Gunakantaboruah-up5vc
      @Gunakantaboruah-up5vc 2 месяца назад

      এই বিলাকেই হ'ল দেশৰ গোৰিধৰোতা

  • @anilsaikia6953
    @anilsaikia6953 2 месяца назад +69

    অসমীয়া mp ৰ ভাষাৰ জ্ঞান। এই বোৰকে মানুহে ভোট দিয়ে ।

    • @janardanbora2803
      @janardanbora2803 2 месяца назад +6

      মানুহ বোৰে চাই ছে নাই বাৰু সমষ্টি বাসীৰ এই বোৰ ভাষণ

    • @dewanyashinali9077
      @dewanyashinali9077 2 месяца назад +2

      অসম তথা ভাৰতৰ মানুহৰ কেৱল৫%মানুহে বাজেট তথা parliament ৰ debate লৈ চিন্তা চৰ্চা কৰে। সেইকাৰণে ৰাজনীতি নেতিসকলে ধৰ্মলৈ ভণ্ডামী কৰে!

    • @digantadewri6559
      @digantadewri6559 2 месяца назад +4

      ইংৰাজী কব পাৰা জনেই যে শিক্ষিত তাৰ কোনো কথা নাই ৷ শিক্ষত সেইজনক কয় যি নেকি সমাজৰ সকলো কাম কায বা সকলো ডাঙৰ সৰু লগত মিলিব পৰা জনহে প্ৰকৃত শিক্ষত বুলি মই ভাবো সেয়ে ৰাইজে এখেতক জয় কৰিছে

    • @unmanphukan
      @unmanphukan 2 месяца назад

      ডাঙৰীয়া, তেখেতৰ কথা আমি বুজি পাইছোঁ। ইংৰাজী সলসলীয়াকৈ ক'লেই যে ভাল সাংসদ হ'ব পাৰি তেনে কথা নহয়।

  • @dibyasonowal4193
    @dibyasonowal4193 2 месяца назад +5

    ইংৰাজীত ভাষন দিব নোৱাৰীলেও অসমৰ সমস্যা সমাধানৰ বাবে উপস্থাপন কৰা বাবে ধন্যবাদ থাকিল।

  • @bhaktideepamusic2619
    @bhaktideepamusic2619 2 месяца назад +24

    অসমীয়া ভাষা ভাৰতৰ সাংবিধানিক স্বীকৃত ভাষা, গতিকে মহাশয় অসমীয়া ভাষাৰেই অসমৰ সমস্যাসমূহ উপস্থাপন কৰক। ইংৰাজী কবলৈ গৈ অসমীয়া সাংসদৰ পৰম্পৰাগত দূৰ্বলতা সমূহ দেখোৱাব নালাগে। সন্মানীয় সাংসদ সকলেই সভাৰ পৰিচালক হিচাপে কোন বহি আছে তাকেই কব নোৱাৰে। গতিকে নিজৰ দৰমহা পেঞ্চন কিমান পাম তাকেহে হিচাব কৰি থাকে, জীৱনৰ বেছি খিনি সময় দেশৰ জনসাধাৰণৰ বাবে সেৱা আগবঢ়োৱা সকলৰ কথা তেওঁ লোকে জানো ভাবিব পাৰিব ? সম্ভৱ নহয় । কাৰণ MLA/MP ৰ সুবিধা মাৰ যাব।

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 2 месяца назад +25

    ইমান Nagetive comments দিব নালাগে কাৰন তেওঁ যেনেকৈ হ'লেও অসমৰ বানপানীৰ সমস্যাটো দিল্লীৰ বৰমুৰীয়া সকলৰ আগত ডাঙী ধৰিছে । তেওঁ এনেই ও দিল্লীত যাব খোজা নাছিল , বিধায়ক হৈ থকাৰ হে ইচ্ছা প্ৰকাশ কৰিছিল কিন্তু তেওঁৰ কথা কোনেও নুসুনিলে । ৰাজনীতিৰ পাকচক্ৰত পৰি দিল্লী যাব লগা হৈছে । তেওঁ কিবা এটাটো কৈছে বাকীবোৰে অসমৰ সাংসদ দেখোন পিছৰ পৰা ফিচিঙা -ফিচিঙি কৰি আছে ।

    • @mosttalentedvideo3207
      @mosttalentedvideo3207 2 месяца назад +1

      right. panditbore sun mone mone ase kio kob nuare amar problem bor. amar j kisuman pandit ase nhy akol somalosona he kore bisonar talat lukai thaki.

  • @TilakKtDoley-gd1dt
    @TilakKtDoley-gd1dt 2 месяца назад +106

    ইংৰাজী ভাষণ দিয়া যেন লাগে জানো?ভালকৈ পঢ়িব নজনা ছাত্ৰৰ পাঠপঢ়া যেনহে লাগিছে৷

    • @anilgoswami2238
      @anilgoswami2238 2 месяца назад +9

      ইহঁত কেইটাৰ বাবে অগপ জাহান্নামে গৈছে

    • @dhanmanikalita4956
      @dhanmanikalita4956 2 месяца назад +5

      ত ই বাল খ ই ইংৰাজী জানি অসমৰ কাৰনে কি কৰছা এ হা লেউৰা তেওঁ অসমৰ বানপানীৰ কথা কৈছে ভাষা মেটাৰ নকৰে দামৰা

    • @Assamkaladka-01
      @Assamkaladka-01 2 месяца назад +4

      ​@@dhanmanikalita4956 ehotor ki kam ase nijor to aku kam nai belege korileu tat vul dhore 😂 jibonot bohut unnoti koribo ehote Assamese language is accept for perliament

    • @TilakKtDoley-gd1dt
      @TilakKtDoley-gd1dt 2 месяца назад

      @@dhanmanikalita4956 তোৰ নিজৰ অসমীয়া লিখন/বানান আৰু শব্দ প্ৰয়োগ নিজে ভালকৈ চাইছানে বোপা?তহঁতৰ নিচিনা গেলা শব্দৰ মুখ থকা মানুহবোৰৰ নীতিশিক্ষা বোলা জ্ঞান নাই বুলি নিজকে পৰিছয় দিছে৷

    • @dharmendradas2825
      @dharmendradas2825 2 месяца назад +2

      Really

  • @dipuchakravorty
    @dipuchakravorty 2 месяца назад +47

    একেবাৰে বগা চাহাব নিচিনা লাগিছে। কত লুকাই আছিল এনে প্ৰতিভা

  • @bimalkumarbarman2350
    @bimalkumarbarman2350 2 месяца назад +77

    নিজক জাহিৰ কৰিবলৈ গৈ লগত লিখি লৈ যোৱা কথাখিনিকে চাই চাই ঠিকমতে উপস্থাপন কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক। ইংৰাজীত কব নোৱাৰিলে সুন্দৰ কৈ সাৱলীল ভাৱে কবলগা কথাখিনি অসমীয়াতে কলে ভাল আছিল !

    • @anilgoswami2238
      @anilgoswami2238 2 месяца назад +5

      অসমৰ ৪০ বছৰ ধৰি ৰাইজৰ ৰাজনৈতিক প্ৰতিনিধিৰ দুঃখ জনক অৱস্থা !!!!!!!!

    • @rupamraj4638
      @rupamraj4638 2 месяца назад +1

      Last vedio kheni sabo .. asomiya koise sun

    • @mukulbordoloi9965
      @mukulbordoloi9965 2 месяца назад +1

      দুৰ্ভাগ্যজনক for Asom

    • @zitul2020
      @zitul2020 2 месяца назад

      Pisot sa koti selka tu hahi ase

    • @mukulchandrabaruah3631
      @mukulchandrabaruah3631 2 месяца назад

      সঠিক কথা। সম্পূৰ্ণ ভাষণ অসমীয়াত দিলেই হ'লচোন।

  • @nilutpaldas8659
    @nilutpaldas8659 2 месяца назад +108

    নিৰ্বাচন কৰা সকল কম পণ্ডিত নহয় দেই.....

    • @abdulhasem9048
      @abdulhasem9048 2 месяца назад +7

      Khale khale o khale..

    • @mintukalita8164
      @mintukalita8164 2 месяца назад

      @@nilutpaldas8659 বৰপেটাৰ ৰাইজ হয়

    • @manisankarnarzary6763
      @manisankarnarzary6763 2 месяца назад +4

      Smart manuhok potiabo lage.

    • @Assamkaladka-01
      @Assamkaladka-01 2 месяца назад

      ​@@abdulhasem9048ki khale o tor oi ki koribo pariso

    • @Assamkaladka-01
      @Assamkaladka-01 2 месяца назад

      ​@@manisankarnarzary6763toi kiman smart o toi jibonot ki koriso ko son

  • @bhaskarborah4254
    @bhaskarborah4254 2 месяца назад +8

    যি কৈছে বহুত কৈছে বুলি ভাবোঁ কাৰণ অসমৰ চৈধ্য জনৰ ভিতৰত এজন বা দুই তিনি জন মানকহে দেখা পোৱা যায়, ধন্যবাদ জয় হিন্দ

  • @moshmibarman7661
    @moshmibarman7661 2 месяца назад +89

    এনেকুৱা এজন মানুহ দেশৰ নেতা হোৱাটো দুৰ্ভাগ্যজনক সঁচা হৈয়ে লাজৰ বিষয়।।

    • @nurmahammadali7887
      @nurmahammadali7887 2 месяца назад +4

      লাজলগা কাহিনী .....

    • @Hitesh-d6g
      @Hitesh-d6g 2 месяца назад +7

      তেখেতৰ একো দোষ নাই দোষ ৰাইজৰ কাৰণ ৰাইজে ভোট দি জিকাইছে

    • @anilgoswami2238
      @anilgoswami2238 2 месяца назад +2

      বিশেষকৈ অসম আৰু অসমীয়া ৰ বাবে।

    • @mosttalentedvideo3207
      @mosttalentedvideo3207 2 месяца назад +1

      pise madam belegok kob goi apunar Assamese word a vul hoi gol 😂😂😂. teo bht val manuh

    • @Hitesh-d6g
      @Hitesh-d6g 2 месяца назад

      @@mosttalentedvideo3207 right 👍

  • @bishwadeepgogoi5436
    @bishwadeepgogoi5436 2 месяца назад +71

    অপদাৰ্থ প্ৰদান বৰুৱাটোৱে হাঁহি হাঁহি কি ভাবি আছে

  • @janardanbora2803
    @janardanbora2803 2 месяца назад +58

    অহাবাৰ আকৌ নিৰ্বাচন খেলক বিধান সভা আপুনি মহাশয় মুঠতে নমৰা লৈকে এৰি নিদিব 😅😅😅

  • @SmritiPriyanku
    @SmritiPriyanku 2 месяца назад +4

    samajhdar ko Ishara hai kafi hai.....❤ তেওঁ কেনেকৈ কৈছে, কি ভাবে কৈছে দৰকাৰ নাই, তেওঁ কোৱাটো আপুনি বুজি পাইছে নে নাই সেইটো ডাঙৰ কথা বা সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব ।

    • @nabajyoti5893
      @nabajyoti5893 2 месяца назад

      Right

    • @NipamTalukdar
      @NipamTalukdar 15 дней назад

      Sei2apuni moi khar khuwa adomiyai buji ple khbo,,,DELHIWALAI BUJIB LGIB,,,,,AI BOR A HOISE AAMAR NETAR GIYANOR NOMUNA

  • @dimplehazarika9609
    @dimplehazarika9609 2 месяца назад +7

    হিমন্ত বিশ্ব শৰ্মাই ভাল দৰে মন দি শুনক আৰু গৌৰৱান্বিত বুলি কওক ।

  • @assamnoobgamer9752
    @assamnoobgamer9752 2 месяца назад +15

    ইংৰাজী কব নাজানিলো বেচেৰা সাংসদ জনৰ মনটো খুব ভাল।

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq 2 месяца назад +32

    জনতাৰ নিৰ্বাচন শলাগ নলৈ নোৱাৰি। হাই ৰে অসমৰ জনতা, পণ্ডিতক ভোট দিয়া সকলকে অন্ধ ভক্ত বুলি কোৱা হয়,

    • @mosttalentedvideo3207
      @mosttalentedvideo3207 2 месяца назад

      apunar nisina panditr sthan stage or pisfale. teo najanib pare kin2 amar problem bor j kob sesta korise vabib.

  • @amritsagardehingia9526
    @amritsagardehingia9526 2 месяца назад +1

    অশেষ ধন্যবাদ আৰু আন্তৰিক শুভকামনা জনাইছোঁ। যেনেকৈ নহওক কিয় আপুনি চেষ্টা কৰিছে।আমি কৃতজ্ঞ আপোনাৰ দৰে জনপ্ৰতিনিধিৰ ওচৰত।

  • @kirandeka5482
    @kirandeka5482 2 месяца назад +28

    জ্ঞানীলোক সকলে যি শব্দই ব্যৱহাৰ নকৰক কিয় নিজৰ ভাষাত সংসদত আপোনাৰ সমষ্যা ডাঙি ধৰিছে । তাৰ বাবে ধন্যবাদ । 🙏

  • @balinkoch5695
    @balinkoch5695 2 месяца назад +53

    38 বছৰ 6 মাহ বিধানসভাত শুই বহি কটোৱাৰ ফল এইয়া। বুঢ়া মাউত 😅।

  • @jhoondeka8568
    @jhoondeka8568 2 месяца назад +2

    অসমৰ ডাঙৰ সমস্যাটো প্ৰকাশ কৰাৰ বাবে ধন্যবাদ। মানুহজন কিন্তু বৰ সহজ -- সৰল ।unkommon person

  • @SMJ2021
    @SMJ2021 2 месяца назад +1

    আমি ভাষণ শুনি থাকিলে নহব, ফণী sir ৰ কথা খিনি আমাৰ অসমৰ কাৰণে অতি প্ৰয়োজনীয়।

  • @golamrasul5081
    @golamrasul5081 2 месяца назад +63

    চুকুৰ আলীৰ ভাষণ আৰু এই মৰা গৰুতৰ ভাষণ একে।

    • @Hitesh-d6g
      @Hitesh-d6g 2 месяца назад

      😂😂

    • @AbudulaAli
      @AbudulaAli 2 месяца назад

      Hey Hey

    • @asomiaasom6008
      @asomiaasom6008 2 месяца назад +1

      বুঢ়া হালোৱা গৰুটোৱে কেতিয়া ৪৬০০ কৌটি টকা বানপানীৰ নামত পালে?বানপানীৰ নামত ৪৬০০ হাজাৰ কৌটি টকা কত খৰছ কৰিলে কত ৰাখিছে মনে মনে হিমন্তক পৰিয়ালক দিছে নেকি ?বুঢ়া গৰুটোৱে তৃতীয় চতুৰ্থ শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰীৰ দৰে সংসদত অসমীয়া ভাষাত পাঠ পঢ়িছে তাৰ বাবে ধন্যবাদ দাত নথকা বুঢ়া গৰু ।

    • @anilgoswami2238
      @anilgoswami2238 2 месяца назад

      👌👌👌👌👌👌👌👌👌👌

    • @jugalbarman8165
      @jugalbarman8165 2 месяца назад

      😂😂😂

  • @arabindataye4524
    @arabindataye4524 Месяц назад +1

    The honorable MP sir bravely analyzes flood situations of Assam . There is no need for an English speech at the parliament house. Sir, we hope and request that you will next time purely Assamese language speech in the house . Thanks.

  • @Nabin-q9o
    @Nabin-q9o 2 месяца назад +3

    গৌৰৱ গগৈৰ বাদে কোনেও সংসদত বিষয় বস্তুবোৰ বলিষ্ঠ ভাৱে আৰু স্পষ্টকৈ উল্থাপন কৰিব নোৱাৰে। বাকী সকলো ঘৰগুণা।

  • @birajbaishya711
    @birajbaishya711 2 месяца назад +2

    অৱশেষত অসমৰ বানপানীৰ সমস্যাটো সঙসদলৈ লৈ যোৱাবাবে
    ধন্যবাদ জনালো।

  • @debojitdutta5652
    @debojitdutta5652 2 месяца назад +33

    ধন্যবাদ চাৰ..
    অসমীয়াতে অসমৰ সমস্যাবোৰ দাঙি ধৰক ।
    ইংৰাজীত কলেহে যোগ্যতা থকা সাংসদ তেনে কথা নহয় । 🙏

    • @munakalita60
      @munakalita60 2 месяца назад +2

      অসমীয়াটো কৈছে টো&&_

    • @RahulPatar-lf5ps
      @RahulPatar-lf5ps 2 месяца назад +1

      Englishot kuwatu 100% dorkar aseih oky .

    • @MAK_M68
      @MAK_M68 2 месяца назад

      তামিলনাদুৰ বোৰে হিন্দী নজানে কি সিহঁত যজ্ঞ নহৈ নেকি?

    • @RahulPatar-lf5ps
      @RahulPatar-lf5ps 2 месяца назад +2

      @@MAK_M68 khihote english jane oky

    • @Karma_is_Life.
      @Karma_is_Life. 2 месяца назад +1

      তাত বহিথকা জননেতা কেইজনে অসমীয়া ভাষা জানে? ইংৰাজীত বা হিন্দীত কোৱাতো জৰুৰী।

  • @prabhatkumargogoi2717
    @prabhatkumargogoi2717 2 месяца назад +11

    Language is not a matter, actually the matter is " ৰজাই ভাল পায় যাক হাতী ঘোঁৰা নেলাগে তাক "

  • @P.N.SivasagarP.S.Sivasag-os4hp
    @P.N.SivasagarP.S.Sivasag-os4hp 2 месяца назад +1

    Vl lagil Sir............. Hokolu kotha kua karone......

  • @dhanjitdas6299
    @dhanjitdas6299 Месяц назад +3

    নিগেটিভ কমেন্ট কৰাবোৰ ধদুৱা আচল কথা কব পৰাটোহে আৰু তাত মানুহজন সফল হৈছে। অসমৰ সমস্যাৰ কথা কৈছে গৌৰব গগাৰ দৰে অসমৰ সাংসদ হৈ মণিপুৰৰ কথা কোৱা নাই। সেইকাৰণে কিছুমানৰ জ্বলন হৈছে কাৰণ সিহতে ভাবে যে গৌৰবেহে কব পাৰে কিন্তু আবুল টাবুল মনিপুৰ মিজোৰামৰ কথা কলে কিডাল হব। ধন্যবাদ ফণীভুষণ ডাঙৰীয়া আপুনি পৰীক্ষাত সফল হৈছে আৰু ঈমি এজন সচী আৰু বাস্তব সমস্যাৰ কথা কব পৰা মানুহক সাংসদ হিচাপে পঠাই অতি আনন্দিত হৈছো।

  • @bobybezbaruah2082
    @bobybezbaruah2082 Месяц назад

    কৈছে যে !!!! ধন্যবাদ, আপুনি ভয়
    কৰা নাই....

  • @hemasarmah802
    @hemasarmah802 2 месяца назад +1

    নিজৰ ভাষাত কোৱা বাবে ধন্যবাদ।

  • @kimjennie5870
    @kimjennie5870 2 месяца назад +20

    আৰু কেতিয়া জানিব শিকিবগৈ বাৰু, নাকটো থাকিবগৈ নে,,,,

    • @anilgoswami2238
      @anilgoswami2238 2 месяца назад

      চিতাত উঠাৰ ২ দিন মানৰ আগেয়ে

  • @binandas5579
    @binandas5579 2 месяца назад +1

    আজি MP মহোদয়ক লৈ আমি গৌৰৱ কৰিব পাৰে, অতি সুন্দৰকৈ অসমৰ সমস্যা প্ৰকাশ কৰিচে লগতে আমাৰ অসমীয়া ভাষা।

  • @ASSAMVISION-TrailokyaSharma
    @ASSAMVISION-TrailokyaSharma 2 месяца назад +42

    ইমান বছৰে অভিজ্ঞতা থকা সত্বেও ইমান দুৰ্বল ইংৰাজী। সম্পূৰ্ণ বিশুদ্ধ অসমীয়া ভাষাত ভাষণটো দিব পাৰিলেহেঁতেন!

    • @drbilayethussain4969
      @drbilayethussain4969 2 месяца назад +5

      শুদ্ধ অসমীয়াও আশা কৰিব পাৰি জানো?
      ইংৰাজী হিন্দী শুনিছোঁ সকলোকে হহুৱাবলে ভাল হ'ব 😮😅

    • @munakalita60
      @munakalita60 2 месяца назад +1

      ইংৰাজীৰ পিছত অসমীয়াত দিছেটো

    • @শ্ৰীসঞ্জীৱ
      @শ্ৰীসঞ্জীৱ 2 месяца назад +5

      লাগিলে যি কোনো ভাষাতেই উত্থাপন নকৰক কিয় , উদ্দেশ্য বুজি পালেই হল ❤

    • @guliathasda8786
      @guliathasda8786 2 месяца назад +1

      এনেকুৱা হলে আমিও সংসদ অধিবেশনত ভাষণ দিব পাৰিম। আজিহে গম পালোঁ ফুণীভূষণ ডাঙৰীয়া ইংৰাজীত যে ইমান পাকৈত।

    • @S.A93920
      @S.A93920 2 месяца назад +1

      ​@@guliathasda8786do you know english?

  • @BhabanandaDas-y7z
    @BhabanandaDas-y7z 2 месяца назад

    Very.very.thanks

  • @SubhashDas-j1h
    @SubhashDas-j1h 2 месяца назад +1

    সুন্দৰ প্ৰতিভা , অসমৰ গৌৰৱ, এনেকুৱা 4/5 জন সাংসদ থাকিলে অসমৰ উন্নতি.......

  • @morominath8022
    @morominath8022 2 месяца назад +1

    ইংৰাজী জনা নজনা লৈ বহুত কমেণ্ট দেখিলোঁ। এটা কথা আমাৰ চাৰে ইংৰাজী বহুত জানে কিন্তু কথা কোৱাতে হয়তো অলপ ইফাল সিফাল হৈছে।কথা কোৱা আৰু জনাৰ মাজত বহুত দিফাৰেছ আছে। কিছুমান মানুহে বহুত ধুনীয়া কৈ toking কৰিব জানে কিন্তু ?????????? ।।আমাৰ চাৰৰ আছে। কাৰণ অসমৰ পৰা যিহেতু অসমীয়া ও অলপ অলপ সকলোৱে জানিব লাগে।।।।।।।।।।।।।।❤❤

  • @Abdlah98
    @Abdlah98 2 месяца назад +2

    ফনীভূষণ ছাৰ , আগলৈ এইবোৰ ভাষণ দিবলৈ বাদ দিয়ক । শুই থাকক । শুই থকাই ভাল ।

  • @eng.social.s.class1020
    @eng.social.s.class1020 2 месяца назад +1

    এনে ইংৰাজী কব নোৱাৰা, অৱসৰ দিব লগা এজনক সাংসদ হিচাবে পঠাই দিয়া,সকলক চেলুট। অসমৰ হৈ ভাল চিঞঁৰিছে।

  • @birajkumardas4230
    @birajkumardas4230 2 месяца назад +3

    কি যে হ'ব আৰু অসমখন ......👣

  • @abdurrezzak53
    @abdurrezzak53 2 месяца назад +2

    পৃথিৱীৰ বুকুত আমি ভাৰতবৰ্ষৰ ভিতৰত অসমৰ বৰপেটা বাসী গৌৰৱান্বিত ইমান ধুনীয়া সাংসদ এজন পালোঁ।
    হাহিওঁ উঠে দূখ লাগে।

    • @SyedaEllinNaharSyeda
      @SyedaEllinNaharSyeda 2 месяца назад

      আপুনি বৰ সুখী যেন পাইছোঁ !

    • @S.A93920
      @S.A93920 2 месяца назад +1

      তেখেতে যি ভাষাত কওক কিয় কিন্তু মূল কথাটো হ'ল তেওঁ আমাৰ বানপানীৰ সমস্যাৰ বিষয়টো সংসদত উত্থাপন কৰিছে...

  • @rupjyotiboruah9535
    @rupjyotiboruah9535 2 месяца назад +4

    ফণিদাই থিকেই কৈছে
    আমাৰ প্ৰদান মহা
    শয় যে নিমাতি কইনা....

  • @brothersglobe5706
    @brothersglobe5706 2 месяца назад +16

    কাগজৰ আখৰবোৰ ডাঙৰ ডাঙৰ কৈ লিখি ল'লে Reading দিবলৈ সুবিধা হয়,, মহাশয়ে কিন্তু আমাক পঞ্চম, ষষ্ঠ শ্ৰেণীৰ দিনবোৰ মনত পেলাই দি নষ্টালজিক কৰি দিলে দেই 😅😅😅

  • @phuleswarrabha6142
    @phuleswarrabha6142 2 месяца назад +39

    সততা আৰু নিষ্ঠাৰে তেখেতৰ MP fundৰ টকা ব্যৱহাৰ কৰিব৷ আমাৰ বিশ্বাস৷ তেখেতৰ ওপৰত বৰপেটা সমষ্টিৰ জনসাধাৰণৰ আস্থা,বিশ্বাস জড়িত হৈ আছে৷

    • @SudhanKar-zy7pm
      @SudhanKar-zy7pm 2 месяца назад

      By vi 0:43

    • @anilgoswami2238
      @anilgoswami2238 2 месяца назад

      চৌধুৰীক দেখি অসমৰ খেতি পথাৰৰ হাল, গৰু, নাঙল, হালোৱাৰ কথা মনলৈ আহিছে।

  • @bijuchetia3935
    @bijuchetia3935 2 месяца назад +2

    লিখি নিয়া প্ৰতিলিপি খনো স্পষ্টকৈ পঢ়িব পৰা নাই এইবোৰেই আমাৰ নেতা ৷

  • @safiruddinahmed.8274
    @safiruddinahmed.8274 2 месяца назад +2

    অসমত শিক্ষিত প্ৰতিনিধিৰ অভাৱ হৈছে যেন অনুভৱ হৈছে।

  • @NabinKachari
    @NabinKachari 2 месяца назад +3

    বৰ সুন্দৰকৈ ভাষন পৰিৱেশন কৰিলে ভাল লাগিল। ❤❤

  • @krishnakamalbharali8382
    @krishnakamalbharali8382 2 месяца назад

    বহুত ধন্যবাদ। তেখেতে সঁচাকৈয়ে প্ৰকৃত সমস্যা টো উল্লেখ কৰিছে। Thank you honorable MP.

  • @ganeshprasadjaiswal8965
    @ganeshprasadjaiswal8965 2 месяца назад

    মাননীয় ফণী ভূষণ চৌধুৰী ডাঙৰীয়া আপুনি অসমৰ জ্বলন্ত বান - পানী আৰু গডা খহনীয়াৰ সমস্যাৰ ওপৰত সঙসদত ডাঙি ধৰাত আমি সন্তোষীত , সেয়ে ম ই আপোনাক অশেষ অশেষ ধন্যবাদ জনাইছোঁ। কিছুমান অপদাৰ্থ সাঙসদে কেচুৱা লৰা ছোৱালীৰ দৰে সঙ্সদত হৌ হুলস্থুল‌ কথি থাকে , সেয়া ভাৰতৰ সচেতন নাগৰিকৰ দৃষ্টি গোচৰ হৈছে। আপুনি অসমীয়া ভাষাতেই কথা বিলাক উপস্থাপন কৰিব। অসমীয়া ভাষাৰ লগত বাঙলা ভাষা , উৰিয়া ভাষা আৰু অলপ অচৰপ হিন্দী ভাষাৰ লগত মিল আছে। পাৰিলে অলপ কষ্ট কৰি হিন্দী ভাষা শিকি ললে আপুনি হেম বৰুৱাৰ দৰে বক্তব্য ৰাখিব পাৰিব বুলি আশা ৰাখিলোঁ। ভগৱানে আপোনাক সহায় কৰিব মোৰ ‌দৃঢ বিশ্বাস। জয় আই অসম। ( এজন নাগৰিক বোকাখাত বিধান সভা সমষ্টিৰ ) স

  • @eunusaliahmed5912
    @eunusaliahmed5912 2 месяца назад

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @Pratibha9269
    @Pratibha9269 2 месяца назад +2

    এওঁ হৈছে মাটিৰ মানুহ, এওঁ মানুহৰ দুখ দুৰ্দশা বোৰৰ লগত যুদ্ধ কৰি ভাল পায়। এওক বেয়াকৈ নকব? তেওঁক ভাল পোৱা মানুহ বোৰৰ দুখ লাগিব। আনক দোষী কৰাৰ আগতে,আপোনালোক শিক্ষীত বোৰ আগুৱাই আহক।

  • @bhabeshkalita2504
    @bhabeshkalita2504 2 месяца назад

    Very nice presentation 🙏

  • @SureshPegu-j4c
    @SureshPegu-j4c 2 месяца назад +1

    Thanks you poni sir ❤❤❤

  • @Abduljalil-yv8qx
    @Abduljalil-yv8qx 2 месяца назад +3

    ঠিকে আছে, আমাৰ ভাষাতে স্ংসদত ভাষণ দিয়াৰ বাবে ধন্যবাদ ছাৰ।

  • @nabanitasarma5204
    @nabanitasarma5204 2 месяца назад +1

    অংকৰ শিক্ষক হিচাপে বহুত ভাল শিক্ষক আছিল ছাৰ। শিক্ষক হৈয়ে থাকিব লাগিছিল।

  • @RavitavSk
    @RavitavSk 2 месяца назад +1

    Delivering speech in English fluently doesn't mean a good and efficient leader. He has been a member of legislative assembly for 38 years from Bongaigaon LAC that's only because of his efficiency to work for the people of Assam and dedication for the local people of the constituency . He deserved that.

  • @WASBIRes
    @WASBIRes 22 часа назад

    সংসদৰ মজিয়াত অসমীয়া ভাষাত ভা ষন দিয়া ব্যক্তি জনেই হৈছে , অসমৰ এক মাত্ৰ সু সন্তান ফণীভোষন চৌধুৰী । ইতিহাস হৈ থাকিব। ধন্যবাদ MP sir.বাকি সকলে অসমীয়া ভাষা বুজাৰ চেষ্টা কৰক। জয় আই অসম।

  • @pankajdas3757
    @pankajdas3757 2 месяца назад

    Though he is not fluent in English but a legendary politicians of India.
    Fanibhushan sir.. . Always speak Assames by pride

  • @deltaone2882
    @deltaone2882 2 месяца назад +1

    মই ক্লাছ 5/6 মনত থাকোতে এনেকৈ English পঢ়িছিলোঁ...😂😂😂😂😂
    Ultimately Vote eiya manuh bur goru..

  • @suryakiran2748
    @suryakiran2748 2 месяца назад

    অসমৰ হৈ দুআষাৰ ক'লেও জগৰ নক'লেও জগৰ ।

  • @TarunSharma-e4e
    @TarunSharma-e4e Месяц назад

    Thank you our MP Mr Phanibhusan choudhari for your advice for assamise people in parliament

  • @bijuliroy8786
    @bijuliroy8786 2 месяца назад

    ধন্যবাদ

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt 2 месяца назад

    Thank you FB Chy sb. We the people of Assam happy. So don't lost your hearts and go ahead.practice makes a man perfect.🎉

  • @janardanbora2803
    @janardanbora2803 2 месяца назад +18

    অতুল বৰাই কব পায় ফোন কৰি ইংৰাজীত কবলৈ😅😅😅

  • @indviews8812
    @indviews8812 2 месяца назад +9

    নিদ্ৰা মহাৰাজ কি জয় হো

    • @Harendranathbhuyan
      @Harendranathbhuyan 2 месяца назад

      LIKE him M. P for Assam what will do? WHAT will say nothing understand.

  • @abushamamollah4984
    @abushamamollah4984 2 месяца назад +2

    আচলতে দোষ কাৰ তেওঁ অসমৰ পৰা সংসদ লৈ যাবলৈ অস্বীকাৰ কৰিছিল। যোৰকৰি পঠিয়াই দিয়া হৈছে। যোৰ কৰি কঠাল পকালে এনেকুই হব। অসমৰ বাবে দূৰ্ভাগ্যজনক

  • @mohantalukdar6067
    @mohantalukdar6067 2 месяца назад +2

    অসমত ইমান জনা মানুহ আছে জে এইজনমানুহক এত পি বনাইছে বাহ কিজে সুন্দৰ ধন্য আমি বোৰ

  • @Prabhatgogoi692
    @Prabhatgogoi692 2 месяца назад

    Good ,val lagil Assamese kowa babe

  • @prabitachutia448
    @prabitachutia448 2 месяца назад +3

    চৌধুৰী দেৱে যে বিষয় টো উত্থাপন কৰিছে , শুভ লক্ষণ বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে ,

  • @praneshdas4091
    @praneshdas4091 2 месяца назад

    Thanks , Phanibhushan chaudhary Sir.

  • @newarali9056
    @newarali9056 2 месяца назад +3

    Thank you Dada

  • @TarunSharma-e4e
    @TarunSharma-e4e Месяц назад

    ইংৰাজী ভালকৈ নকলেও সাংসদ জনক অসমৰ সমস্যা সমাধানৰ বাবে কেবিনেটত দিয়া ভাষণৰ বাবেই ধন্যবাদ

  • @HappyKnittingYarn-wx1pw
    @HappyKnittingYarn-wx1pw 2 месяца назад +18

    আজিলৈকে হিন্দীটোও নাজানিলেনে ।লাজৰ কথা ।

    • @dhanmanikalita4956
      @dhanmanikalita4956 2 месяца назад

      হিন্দী অসমৰ ভাষা নহয় টো ত ইও নাজানিলি হয় যদি আজিৰ পৰা ৫০০ বছৰ আগৰ অসমত বাস কৰিলি য'ত ম'বাইল নাছিল টিভি নাছিল কোৰ পৰা শিকিলি হয় 😅😅

    • @HappyKnittingYarn-wx1pw
      @HappyKnittingYarn-wx1pw 2 месяца назад

      অসমৰ বাহিৰলৈ গৈ পালেহে ।হিন্দী ভাৰতৰ ৰাষ্ট্ৰ ভাষা দেই মহাশয় ।

    • @S.A93920
      @S.A93920 2 месяца назад +1

      ​​@@HappyKnittingYarn-wx1pw..क्या आप हिंदी और अंग्रेजी बोलना जानते हैं?আমি অসমীয়া নহওঁ দুখীয়া.....
      লক্ষ্মীনাথ বেজবৰুৱা

  • @jayanta5182
    @jayanta5182 2 месяца назад

    Dehi oi, beyai lage. Sir namaskar 😢

  • @kiranmedak1516
    @kiranmedak1516 2 месяца назад

    You are absolutely right sir...

  • @khogenrajkhowa3479
    @khogenrajkhowa3479 2 месяца назад

    ফনিভূষন ডাঙৰীয়ালৈ ধন্যবাদ

  • @rajibmoran107
    @rajibmoran107 2 месяца назад +1

    অসমীয়াতে ক'

  • @kulendrabora58
    @kulendrabora58 2 месяца назад +1

    এজিপিএ এনেকুৱা বোৰ ফটোৱা নমুনাকে গোটাই থৈছে ।

  • @rahulraymusical425
    @rahulraymusical425 2 месяца назад

    বহুতে বহুত Comment কৰিলে এনে দৰে সমালোচনা কৰি থাকক ৰাইজ কিয়নো এনেদৰে সমালোচনা কৰি থাকিলে অসম আগুৱাই যাৱ দেই ৰাইজ 🤔

  • @gautamsuperpower4271
    @gautamsuperpower4271 2 месяца назад +1

    মামাই বেলেগ MP পথালে দেই।
    অসমৰ BJP ৰ mp কেইজনক ভাৰত বৰ্ষৰ সকলো লোকেই কিন্তু চিনি পায় দেই।😭😭

  • @dhrubajyotigogoi2195
    @dhrubajyotigogoi2195 2 месяца назад +1

    আমাৰ অসমত ইংৰাজী কোৱাত ইমানে ভাল যে উদাহৰণ ফণীভুষণ মহাশয়

    • @S.A93920
      @S.A93920 2 месяца назад +1

      What about your english?

  • @imon1_040
    @imon1_040 2 месяца назад +1

    এওঁক শুবলৈ দিয়া।

  • @Ruhul_Amin_Mondal
    @Ruhul_Amin_Mondal 2 месяца назад +2

    শুকুৰ আলীৰ ডাঙৰ ভাই । ইয়াত কৈ শুকুৰ আলীৰ ইংৰাজী ভাল। ইয়াৰ কাৰণে অসমে লাজ পাইছে All India লেবেলত।

    • @S.A93920
      @S.A93920 2 месяца назад +1

      Do you know how to speak english and hindi?😅😅😅😅😅আপুনি কেৱল অসমীয়া ভাষাহে জানে,অন্ততঃ তেওঁ ইংৰাজী কৈছে....Our honorable mp knows english better than you..😅😅😅😅😅

  • @mubarakalichoudhury8779
    @mubarakalichoudhury8779 2 месяца назад +1

    Good

  • @sakuwatali8257
    @sakuwatali8257 2 месяца назад

    Very good . Which direction Assam going on.

  • @amritboruah8458
    @amritboruah8458 2 месяца назад +1

    বছৰত এদিনকৈও যদি ৩০ দিনত ইংৰাজী শিকক খন পঢ়িলে হেঁতেন !
    ভূচুংপহু নিচিনা লাগিছে ।

  • @hemalatachetia3765
    @hemalatachetia3765 2 месяца назад +1

    অ ককাইদেউ, কিনো আনে লিখি দিয়া কথাবোৰ ঘেহাই ঘেহাই ইংৰাজীত পঢ়ি আছে তৃতীয় শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ দৰে ।।
    অসমীয়াত ভাষণ দিলে Sir,,Madam য়ে একো বুজিবই নোৱাৰিলে ,,মুখলৈ চাই থাকিল। ।😂😂

  • @mitaleechowdhury890
    @mitaleechowdhury890 2 месяца назад +1

    Why are you underestimate the,M.P? What language he is using is not mater, but what is he going to say, you are not respected his actual direction about our flood problems. Very nice lacture sir. Atlist we have seen a leader of Assam who is sharing our problem! Weldon sir!❤❤❤❤❤🎉

  • @tapeswarmedhi1303
    @tapeswarmedhi1303 2 месяца назад

    ধন্যবাদ চাৰ, এনেদৰে ভৱিষ্যতেও অসমৰ সমস্যা সমূহ সংসদৰ মজিয়াত দাঙি ধৰিব বুলি আশা ৰাখিলোঁ। ( Hathi Chole Raste por "KUTTE" Bhuke Haazaar .)

  • @DrDilipChDas
    @DrDilipChDas 2 месяца назад

    হে ভগবান। লাজ লগা মুহুৰ্ত।

  • @BijenRegon-ly2xd
    @BijenRegon-ly2xd 2 месяца назад +1

    বাদ দিয়া হে! ফনী খুৰা মেদাম এ বুজি পোৱা নাই তোমাৰ কথা।

  • @MR-hp6ui
    @MR-hp6ui 2 месяца назад

    Good speech 💬 thank you dadu

  • @BiplobhatiBaruah
    @BiplobhatiBaruah 2 месяца назад +10

    এই জনে কি কৰিব দৰমহা খাবলৈ গৈছেঅ।অসমৰ বাবে কিছু কৰিব বুলি আশা কৰিব নোৱাৰি দেই।

  • @kanaklatadas8367
    @kanaklatadas8367 2 месяца назад

    English ক'ব পৰা কেইটাই আজিলৈকে অসমৰ বানপানীৰ সমস্যাটোৰ কথা কোৱা নাই। আজি ফনীভূষন ডাঙৰীয়াই সুন্দৰকৈ বক্তব্য আগবঢ়াইছে। সুন্দৰ নিদৰ্শন অসমৰ হৈ মাত মতাৰ বাবে।

  • @HalimUddin-c5w
    @HalimUddin-c5w 2 месяца назад

    Thanks uncle

  • @NabinDhadumia-e7z
    @NabinDhadumia-e7z 2 месяца назад

    বাঃ বাঃ ফণিভূষণ আপুনি সচাঁকৈয়ে অসমৰ অনন্য ভূষণ ! 😂😂😂

  • @madhabsarma7002
    @madhabsarma7002 2 месяца назад

    অসমৰ জলন্ত সমস্যা বানপানীৰ সমাধনৰ সবল ব্যক্তব্যৰ বাবে ধন্যবাদ।