কংসৰ ৰূপত KK Sir || মাজুলীৰ জেংৰাইত কংসৰ ৰূপত সিদ্ধাৰ্থ শৰ্মা || কি যে সুন্দৰ অভিনয়
HTML-код
- Опубликовано: 8 фев 2025
- কংসৰ ৰূপত KK Sir || মাজুলীৰ জেংৰাইত কংসৰ ৰূপত সিদ্ধাৰ্থ শৰ্মা || কি যে সুন্দৰ অভিনয়
মাজুলীৰ জেংৰাইত ৰাসলীলা মহোৎসৱ
কংসৰ ৰূপত অভিনয় জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাই।
#allrounderhumen #majuli_rakh #kk_sir #beharbarioutpost #tending #funnyvideo #jengrai_majuli #anupombitupon #majulirakh #beharbarioutpostcomedy #funny #rashlila2024 @Dhemajikendriyaharinam @RengoniTV @অনুপমবিতোপন @sumitsaikiaofficial2991
Kk দাক উগ্ৰেসন দিব লাগিছিল😕🤣
আমাৰ থলুৱা সকলে ইয়াতকৈ বহুত বেছি সুন্দৰ অভিনয় কৰে😊
অভিনয়ৰ লগত জড়িত গাঁৱৰ লোক সকলক এচুকত পেলাই থৈ সস্তীয়া জনপ্ৰিয়তাৰ পৰিণাম.....ৰাস বা ভাওনাৰ চৰিত্ৰ এটি ফুটাই তুলিবলৈ বহু সাধনাৰ প্ৰয়োজন।
কংসৰ কন্ঠ সঁচাকৈয়ে দুৰ্বল হৈছে।
সিদ্ধাৰ্থ দা ,, অকনমান আৰু লাগিব। ৰাস ভাওঁনাত অভিনয় কৰাটো বৰ কঠিন ।
ইমান সহজ নহয় ভাওনা, ৰাসৰ অভিনয়। কিন্তু কি হব আমি আধ্যাত্মিকতাতকৈ জনপ্ৰিয়তাক বেছি প্ৰাধান্য দিও।
কে কেই যিমানেই অভিনয় নকৰক কিয় বেহৰবাৰিৰ সেই বিশেষ চৰিত্ৰটোৰ বাদে কোনো অভিনয়ৰ বাবে উপযোক্ত নহয় যেন অনুভৱ হয় । কংস , দুৰ্যোধন , ৰাৱন ৰ বচন গোৱাটো সকলো ভাৱৰীয়াৰ পক্ষে সম্ভৱ নহয় । ইয়াৰ বাবে বিশেষ অৰ্হতাৰ প্ৰয়োজন হয় ।
💯 right....only beharbari
আচলতে ,কালকেতুৰ ৰূপত ভাওদিয়াজনকহে কংসৰ চৰিত্ৰটো দিব লাগিছিল।
Val loga nai
Val liga ni . 🐯🐯🐯
Yassssss
কালকেতুৰ voice quality কংসতকৈ বহুত ওপৰত লগতে অভিনয়ও । comedy কৰা অভিনেতাইও বেলেগ অভিনয় কৰা দেখিছোঁ কিন্তু কে কে দা তাৰ পৰা বাহিৰ ওলাই আহিব পৰা নাই । এইবিলাকতেই প্ৰমাণ পাই অসমীয়া অভিনেতাৰ সস্তীয়া জনপ্ৰিয়তা ।
একদম শুদ্ধ
মাজুলীত কংস কৰা মানুহৰ ইমান অভাৱ হ'ল নে, এইখন ভেকু ভাওনা কৰি আছে যে...
Artist hisape desa aru chance ata taku kam nai😂😂😂😂
কংসৰ অভিনয় বহুত বেয়া লাগিছে।
কংসৰ অভিনয় কৰিবলৈ যোগ্যতাৰ প্ৰয়োজন। এক সাৱলীল অভিনয় কে কে দাৰ দ্বাৰা হোৱা নাই। কংস সদায়েই উচ্চ কন্ঠ স্বৰৰ।
বসুদেৱ☺️ৱাহ
সকলোকে জনাও যে মাজুলীত কেৱল এটাই ৰাস মঞ্চ নাই , প্রায় ৭০ খন ৰাস মঞ্চ আছে। আৰু ইয়াৰে ৩,, নাইবা ৪ খন মান মঞ্চতহে বাহিৰৰ অভিনেতাই অংশগ্ৰহণ কৰিছে।। ধন্যবাদ।।
PIN 📌
Yes
অভিনেতাৰ লগতে পৰিচালকৰো দূৰ্বলতা সম্পুৰ্ণ প্ৰকাশ পাইছে 😢
বচন সকলো খেলি মেলি
Bor Beaa hoise pai
টেটোন তামুলীৰ Vauna 🎉🎉🎉🎉
ruclips.net/video/NQ2FNCtJ3FM/видео.html
কৌতুক অভিনয় এজনৰ পৰা ইয়াতকৈ আৰু কি আশা কৰিব পাৰি
কংস অভিনয়ত বিউটি বাইলুং Best 💯
আগৰ দিনৰ মাজুলী ৰাস নাই। কোৱাৰ পৰা বেয়া নাপাব।
নমস্কাৰ।
কংসৰ পোচাকযোৰ চাই ভাল লাগিল, কিন্তু অভিনয়ৰ কথা .............. হব নকওঁ। বসুদেৱৰ চৰিত্ৰটি কৰিবলৈ আন কাকো নাপালে চাগৈ......... যত্নৰ অসাধ্য় একো নাই। কিন্তু আপোনালোকৰ অভিনয় চাবলৈ কত দূৰ-দূৰণিৰ পৰা দৰ্শক আহিছে। এই মৰ ঠাণ্ডাত টোপনি খতি কৰি সন্মুখৰ আসনত বহি আছেহি। গতিকে ভৱিষ্যতে সেই কথাটো মনত ৰাখিব দেই। কোৱাৰ কাৰণে অপৰাধ মাৰ্জনা কৰিব। কৃষ্ণ
ওস্তাদি মাৰি বেহাৰবাৰী এৰি আহি এতিয়া নিজৰ ভৰিত নিজেই কুথাৰ মাৰি আছে 😂
KK ক মাজুলীত কংস ভাও দিয়াটো দুৰ্ভাজনক বুলি ভাবো। তেওঁতকৈ বহু ভাল শিল্পী মাজুলীত আছে। 🙏
কৌতুক শিল্পীৰ জৰিয়তে কংসৰ অভিনয় 😢 ইয়াতকৈ আৰু কি আশা কৰিব ? দুৱৰীৰ দৰে লাগিল😂
মাজুলীত বহুত ভাল ভাল অভিনয় কৰা মানুহ আছে সেইবোৰক স্থান নিদি ইহঁত বোৰক আনাটো অনুচিত ৷ কংশ চৰিত্ৰ টো ৰূপায়নত ব্যৰ্থ ৷ কমিটি বোৰ Glamour ৰ পিছত দৌৰিছে ৷ মাজুলী খন এনেও সাংস্কুতিক জগতত আগবঢ়া ৷ সেয়ে কেকে ৰ দৰে কিছুমান পাবত গজা মানুহৰ কাম নাই ৷ মাজুলী ৰ স্থানীয় যুৱক যুৱতীয়ে ভাল অভিনয় কৰে তেওঁলোকক কমিটিয়ে স্থান দিয়ক ৷ এইটো নো কংশ হ’ল নে বাৰু ? ইমান ভালকৈ এৰেঞ্জ কৰিছে কংশ চৰিত্ৰ টোৱে বৰ্বাদ কৰি দিলে ৷ আগলৈ এই ভূল নকৰে যাতে কমিটিয়ে ৷
পাবত গজাটো বেয়া কৈছে দাদা।তেওঁ কংসৰ চৰিত্ৰটো বহুত বেয়া কৰিছে অকল।
হে প্ৰভু 🙏
আমাৰ থলুৱা সকলৰ বেছি ভাল হল হয়, কলকেতুজন থলুৱা যুৱক তেওঁৰ অভিনয় চাওক। বাকি kk দাই চেষ্টা কৰিলে পাৰিব ❤
Not a Kangshar character, FALTU
কালকেতুকেই ৰজা যেন লাগিছে দেই 😂😂😂😂
Hosa kotha
কালকেতুৱে গিলি পেলালে কংসক😅😂
মাজুলী ৰ উজনি চূপহা কৃষ্টি বিকাশ কেন্দ্ৰ ৰ শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা মহান
বিয়লি বৃন্দাবন খালী পোছাক যোৰ সলনি
দাদা কংসৰ আৰু অভিনয় নকৰিব।ইমান বেয়া অভিনয় কংসৰ প্ৰথম চালো।
Protm baror baabe krise teu 0 experience next time aru bhal k paribo. Karubab motivate kribo hikok.
@@zeskai262sudurvai toe kor sun motivation klah.............. Ji jot val tot koribo lage........
আমাৰ ৰাস কমিটি বিলাকে মানুহ টানিবৰ বাবে আৰু কিমান তললৈ নামিব 😂😂 comedy কংসৰ,🙏
Val koribo nuwarile kk
Val nailoga kk daak
কংসৰ ভাওৰ উপযুক্ত নহয় কে কে। বিউটি বাইলুং কংসৰ অভিনয় কৰা উপযুক্ত। বেহাৰবাৰীৰ বাবে উপযুক্ত কেকে । গতিকে নিজৰ কেৰিয়াৰত সীমাবদ্ধ থাকি মানুহক মনোৰঞ্জন দিবলৈ পুনৰ ঘূৰি আহক বেহাৰবাৰি লৈ ।
কংসই দুৱৰীৰ বচনহে মাতিছে |
কালকেতু টো ভালো লাগিছে 😁
A moja O hori O ram
Ru hikibo lagibo Kk da a
দুৱৰীক কংসৰ বচন মাতিব দিলে ,এনেকুৱাই হব। 😂
কংস আৰু কালকেতুৰ হাঁহি টো অনাহকত যেতিয়াই তেতিয়াই ।।মানে মন গলেই হল হুহো.... হা...হাঁ.....😂😂😂
Fantastic !
low voice kk sir😢😢😢
Mojja ❤❤
ধেই 😂😂😂😂
Bhal hua....
কংস ক'ত 😅😅।ধপাত
2:18 মহাৰাজ ও আকৌ অতি সৰল😅। অধিক বেছি বহুত লেতেৰা🤣।
যি জেগাৰ মানুহ তাতে থকা ভাল,দৰ্শকে কী পালে নাজানো।
Beuati bailung ✔️
Glamour is not everything at all time ...Rash is in our soul
অলপো ভাল নালাগিল
Majulite bht Val ovinoy kora voice Val konkho dhai ulabo ,aru k k da beya hia ni kintu taw কৌতুক অভিনয় কৰিলেহে বেছি ভাল লাগিল হেঁতেন
কংসৰ চৰিত্ৰটো এনেকুৱা এটা চৰিত্ৰ বহুত ভাল অভিনয় কৰা লোকেও সেই স্থানত অভিনয়ত শূণ্য হৈ পৰে। ইয়াতকৈ বেছি একো কবলৈ নাই।😂😂
একদম বেয়া হৈছে।😂
Bess lgibo
Krishno provu 🙏🙏🙏
কংস আৰু দেই।
Director great 0
কে কে ৰ অভিনয় মই বহুত ভাল পাওঁ , কিন্তু কংসৰ বাবে উপযুক্ত নহয় ।
এইবাৰ ৰাস ধ্বংস কৰিবলৈ গৈ আছে...... ভাওনা টো শেষ হওঁ হওঁ 😢😢😢😢 অতি দুখৰ বিষয়
পনীয়া হৈছে
Dhuiii🤣🤣🤣🤣🤣
আধ্যাত্মিক আখ্যানৰ অভিনয় ইমান সহজ নহয়। সিদ্ধাৰ্থ শৰ্মা সদায় কে কে হিচাপে থকা টোৱে ভাল আছিল।
নিহাৰিকা বৰাই সচা কথা কাছে।
আমাৰ বিউতি বাইলুং কলৈ গল
3 Rd class acting 😅😂
😂😂😂😂😂😂😂broooo
Kk only comedy actress
গাৱঁৰ ৰাসত কংস গাই ফালি থোৱা নগেনে আজি ঘূগুণী পকৰীৰ দোকান দিছে। ইমান ফ্লপ কালকেতু আৰু কংস জনা হোৱাৰ পৰা দেখা নাই
কংস চৰিত্ৰত তেওঁৰ কণ্ঠত একেবাৰে জোৰ নাই...এটা হাঁহি ভালকৈ মাৰিব পৰা নাই... ইমান সুন্দৰ মিউজিচিয়ানৰ লগত তেওঁ নিজকে ফুটাব পৰা নাই...আয়োজক সমিতিয়ে অহাবাৰ মাতিলে তেওঁ নন্দালয়ৰ কাঞ্চা চৰিত্ৰটোৰ বাহিৰে যেন অন্য নিদিয়ে দেই। কালকেতুৰ কণ্ঠ আৰু অভিনয় অতি সুন্দৰ । কালকেতুহে যোগ্যতা আছে কংস চৰিত্ৰৰ।
Val nalagil
কমেডি যেন লাগিছে😂
অভিনেতা হ'লেও সকলো অভিনেতা যিকোনো চৰিত্ৰ বাবে উপযুক্ত নহয়, প্ৰমাণ কে কে ।কংসৰ সংলাপ প্ৰক্ষেপণত যি দাম্ভিকতা প্ৰকাশ পাব লাগে সেইয়া মুঠেই হোৱা নাই। আৰু নাটকত নথকা কিছু শব্দ ব্যৱহাৰ কৰিছে, সামাজিক নাটক নহয় মিলাই দিলে মিলি গৈ থাকিব। সৰু সৰু ল'ৰা ছোৱালীৰ ওঠঁৰ আগত কংসৰ বচন, মোক ধৰিলে ধৰ ,নহ'লে মই এতিয়া দৈৱকীক মাৰিম, তেনেকুৱা হোৱাৰ দৰে অনুভৱ হৈছে।
ফটোৱা লাগিছে
Xundar ❤
নাটক কৰা যেন লাগিল, ৰাস বা ভাওনাৰ উগ্ৰ চৰিত্ৰৰ কাৰণে উপযুক্ত নহয় যেন অনুভৱ হল... ধেমেলীয়া চৰিত্ৰত অদ্বিতীয় অভিনেতা..
Msto fotowa
তেল কৰি দিলে kk দাই 😂😂
কংসৰ গজ্ণত দৈৱকীৰ দুখত দুগালে চকু পানী বাগৰী আহিল।
Very funny,
বৰ বেয়া কৰিছে অ
মনৰ পচন্দৰ নহ'ল
আধ্যাত্মিক অভিনয় কৰাটো বৰ সহজ সাধ্য নহয়। কিন্তু বৰ জটিল ও নহয়। মাথো অধ্যয়ন আৰু প্ৰচেষ্টা। অভিনয় কোনো জনৰে শলাগ ল'ব নোৱাৰিলোঁ।
ইয়াত কৈ বেয়া হ'লে আৰু চাব নোৱাৰি।
মাজুলীৰ মানুহৰ মাজত অভিনেতাৰ ইমানেই অভাৱ নে ? এই সকলতকৈ বাইলুঙৰ অভিনয় হাজাৰ গুণে উন্নত মানৰ আছিল
🎉
কংস ৰূপত বেছিকৈ বিউটি বাইলুংক ভাল লাগে।
comedy he lagise😂
চাহত নিমখ দিয়াৰ নিচিনা হল ।
ভাল অভিনেতা তাত কোনো সন্দেহ নাই ।কিন্তু নিমখ চাহ ত ভাল নালাগে ।
Background music moja dise...
উগ্ৰসেন লোৱা ভাল আছিল নেকি
দুটকা মান টকাৰ লোভত, গাওঁৰ ভাল ভাওৰিয়া কিজনক এচোকত পেলাই থৈ চিৰিয়েল চিনেমা কৰা মানুহক আনি ৰাস ভাওনা কৰিলে এনেকোৱা অভিনয় এ চাব পাৰি ইয়া ত কৈ ভাল চাম বুলি আশা কৰা টো ভুল ।
অহা ৰাস ত বেহাবাৰি চিৰেলৰ ৰাকেশ ক দিব। ভাল হব
Music best
Beauti bailung ha val laga
কংসৰ মাতেই নাই।মুকলি মন্ছ আৰু টিভি ত কৰাটো একে নহয়।
Val lagise❤
K K dai comedy he val kre
Kk sir a kitap poha di koise dakhun boson
Hundor ovinoi
Acting korise kin2, voice ny
Kk আপুনি অকল বেহাৰবাৰী কৰা মানুহ হে ৰাসৰ কংস গোৱাৰ কিঞ্চিৎ মনো যোগ্যতা নাই।
কংস হেনো 😂😂😂😂😂 তাতকৈ কমেডী চৰিত্ৰ কৰাই ভাল আছিল। যাৰ যি যোগ্যতা😂😂