Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ভাওনাবোৰ চাই সচাই বহুত বেছিয়েই ভাল লাগে...❤❤Proud to be a অসমীয়া...#জয়_আই_অসমচাই ভালপোৱা সকলে Like এটা কৰি যাব Please 😉
অতি সুন্দৰ ভাওনা।।। জয় গুৰুৰ শংকৰ।।।মৎস্য অৱতাৰ ভাওনা।।।
খণ্ডটি চালো। অভিনয় / পৰিৱেশন সকলো সুন্দৰ হৈছে । পিছে নাট্যকাৰ কোন নাজানিলো। নাটখনৰ ৰচনাত নাট্যকাৰে ভক্তি সাহিত্যৰ যি পুৰাতন গদ্যৰ ধাৰা সেইটো ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই । ইয়াত একেবাৰে আধুনিক সৰল শব্দৰ প্ৰয়োগ কৰাত নাটখনৰ গুৰু গাম্ভীৰ্যতা ম্লান পৰিছে । আজিৰ পৰ্দা মঞ্চৰ একাংকিকা নাটৰ দৰে কিছু পাতল শব্দৰ প্ৰয়োগ কৰি ৰচনা কৰাত অভিনেতা সকলৰো অভিনয়ৰ সাৱলীলতা হ্ৰাস হৈছে । এই কথাবোৰ কলা কুশলীসকলৰ লগতে নাট পৰিচালক সকলে নাট নিৰ্বাচন কৰাৰ সময়ত লক্ষ্য কৰা প্ৰয়োজন। আজিকালি বহু নাট পৰিচালকে শংকৰী সাহিত্য সংস্কৃতিৰ আৰু ভক্তিসাহিত্য সমূহৰ চাৰিচুক অধ্যয়ন নকৰাকৈ নাটসমূহ সম্পাদনা কৰি প্ৰতিয়োগিতামুখী কৰি তোলাৰ বাবেই আজিৰ ভাওনাই ভক্তিসাহিত্যৰ ওজস্বী গদ্যৰ পৰা আঁতৰি আহিছে। এই কথাবোৰ তৰুণ পৰিচালকসকলে চিন্তা কৰাৰ প্ৰয়োজন আছে । শংকৰী সংস্কৃতিৰে অসমীয়া জাতি এটা চহকী জাতি । গুৰুজনাৰ এই মহান সংস্কৃতি আমিয়েই সুন্দৰভাৱে আগুৱাই নিব লাগিব। আমিও এতিয়ালৈকে জীৱনৰ সময়খিনি গুৰুজনাৰ সাহিত্য সংস্কৃতি তথা সৃষ্টিৰাজি আৰু ভক্তি সাহিত্যৰ অধ্যয়ন চৰ্চাত মনোনিৱেশ কৰি অপাৰ আনন্দ লাভ কৰিছো। এজন শুভ চিন্তক হিচাপে দুটা পৰামৰ্শ আগবঢ়ালো । অপৰাধ মাৰ্জনীয়। আপোনালোক সকলোকে আৰু আগুৱাই যোৱাত ঈশ্বৰে কৃপা কৰক। কৃষ্ণ ৷
অসমৰ শ্ৰেষ্ঠ নাৰদ নৱজ্যাতি দা
Bitupon
@@jogotguhain2533Lllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllll
Rregergehegshesfj
Bhut Val lagil vaunakhan sai❤❤❤
Saraswati ovinoi bhut dhuniya ❤❤❤
ধুনীয়াকৈ সজাই পৰাই সুন্দৰ হৈছে আপুনি আমাক সকলোকে অভিভূত কৰিছে যাওক সৰস্বতীক বিয়া কৰায় আমাক দেখাই দিয়ক
সচাই অভিভূত হৈ পৰিছো।কৃষ্ণ।
মজা হৈছে ভাওনা ❤❤❤❤❤❤❤
Bohut val lagile vaunakhon sai❤
WcomeGreatCongratulations
Sound quality and video quality is 🔥🔥🔥
Xundar hoise alop dui eta khutiniti ase bhal haba
Ati.Hondur.krishna 🙏🙏🙏🙏🙏🙏🏼
Bohut dhuniaya lagila Sai 🙏🙏🙏🙏
Vouna.na.mana..moja❤❤❤😮
বৰ সুন্দৰ হৈচে
Nabo da bht dhunia narod kore
লক্ষ্মীৰ চৰিত্ৰটি অকনমান আসোৱাহ আছে বুলি আমি ভাৱো
সুন্দৰ লাগিল অভিনয়।
সুন্দৰ অভিনয় দাদা
সুন্দৰ দৃশ্য শ্ৰব্য, তৃতীয় খণ্ডৰ বাবে অধীৰ আগ্ৰহৰে অপেক্ষাত,,
Valei lagise sai
val lagile sai🎉
অভিজিত দাই মজা কৰিছে কিন্তু
Bhut val lagil sai
Val lagil sai goi silu sab ami❤❤❤❤💖💖💖💕💕💕😍😍😍😘😘😘😘
লক্ষ্মী দেৱী মজা🙏🙏
Bohut bohut val lagil dei
জ্ঞানৰ দেৱীৰ চুঙা চাই সোপা ..ভাল লাগিল ৷
খুব ধুনীয়া হৈছে
সুন্দৰ অভিনয়
Avinoy,val,lagil
আজি 6টা বছৰৰ মূৰত চাইছোঁ এইভাগ ভাওনা অতি সোনকালে তৃতীয় খণ্ড প্ৰকাশ কৰক বহুত ভাল লাগিছে সুন্দৰ অভিনয় ♥️♥️♥️♥️🙏🙏🙏💥💥💥💥🔥
Video moja lagi
KRISHNA
তৃতীয় খণ্ডৰ বাবে অপেক্ষাৰত
ভাল লাগিল
বৰ সুন্দৰ হৈছে অভিনয় ভাল লাগিছে ❤️
Rvefsgwheedu
I m Vaona addicted ❤️
বৰ সুন্দৰ হৈছে
Bohut dhuniya lagila sai 🙏🏻
অতি সুন্দৰ
সৰস্বতীৰ অভিনয় বৰ ধুনীয়া হৈছে ❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏
সুন্দৰ
অনুপম দাদা , আপুনাৰলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই ভাওনা ভাগ আমগুৰিৰ মোৰ নিজৰ পেহী পেহা বাসগৃহত আগবঢ়োৱা হৈছিল । তাত মইয়ো গৈছিলো। ভাওনা ভাগী বহুত ভাল হৈছিল।
Val lagile said auko saboli pambuli akha korixu
বহুত বেছি ভাল লাগে
সুন্দৰ 🙏
Nic val lagil sa
কৃষ্ণ🙏🙏🙏
কৃষ্ণ কৃষ্ণ
😊😊😊❤❤1
বহুত সুন্দৰ অভিনয় কৰিছে সকলোৱে ❣️❣️
কৃষ্ণ ৷ সুন্দৰ ❤️🙏 #ভাৱতৰ জ্ঞান
🙏🙏🙏
Val lagese 👃👃
ব্ৰহ্মা ৰ অভিনয় ভাল পালো
নাৰদ moja
সুন্দৰ অভিনয়ৰ। হৰদত্ব
সৰস্বতী অভিনয় সুন্দৰ
🙏🌺সুন্দৰ লাগিছে 🌺🙏
Val hoise
মজা
সুন্দৰ |
Vaunakhn sai bhl lagil😍🙏
অনুপম দা বিতুপন দা তৃতীয় ভাগৰ বাবে অপেক্ষা আমাৰ 🥰।
Bohut vl lagil 🥰🥰🥰 moi u vauna koru bohut basi vl lage 😍
সুন্দর লাগিচে।
ধন্যবাদ
Mozza lagil aru dibosun
লক্ষ্মী দেৱীৰ অভিনয় থিয়েটাৰৰ দাইলগ কোৱা যেন লাগিছে। লক্ষ্মী দেৱীৰ চৰিত্ৰ ৰ আৰু লয় লাসৰ বিষয়ে অধ্যয়ন কৰিলে পৰৱৰ্তী ভাল হ'ব বুলি অনুমান কৰিব পাৰি...👍
Q
C you have 0
EQ
Pobykh2 vl lagisy dai
Nice মিনাল দা
Bor hundor koi krise hkolu a .aru vll hobo buli akha thakil🙏🙏🙏
কালি চালো
🙏
Moja
Mojaaa
Hundor🙏🙏🙏
Very good👍👍
অতিসুন্দৰ next...
Hundor🥰
সুন্দৰ অভিনয়
Mojja
Moja anupam dada
সুন্দৰ অভিনয় 🙏🙏
Joy Shri ram
Hundar val lagise
Nice. Song
বহু ত ভাল পাওঁ মই ভাওনা চাই
কৃষ্ণ
সুন্দৰ অভিনয়👌👌👌💗💗💗
সুন্দৰ অভিনয়🙏
Nice 3D
মোৰ দৃষ্টিত লক্ষীৰ চৰিত্ৰটিৰ অভিনয় বহু বেছি টুলুঙা যেন হৈছে । এজন সাধাৰণ দৰ্শক হিচাপে কৈছোঁ ।
Right amiu bhauna koru ki2 anakua ka nokora boson
Excellent
Thanks
সুন্দৰ সংলাপ আৰু সুন্দৰ অভিনয় । কৃষ্ণ ।
Nobo da best narod hoi
Bohut sundor 👌 val lagil dai
লক্ষ্মী চৰিত্ৰ ভাগি বেছি তুলুঙা হৈছে।
🙏🙏
লক্ষ্মীৰ বচন সমূহ খৰ খেদা হোৱাৰ দৰে লাগিল।।
Umm hoi
Fagun mahor 24 tarikhar Dina mur mamai eai koroniea vao vagi korisil, hosi bor dhuniea natok , aji ako eabar apunar sanelot sabo pai bor Val lagil
সন্দুৰ অভিনয়
Krishna
Very nice
ভাওনাবোৰ চাই সচাই বহুত বেছিয়েই ভাল লাগে...❤❤
Proud to be a অসমীয়া...
#জয়_আই_অসম
চাই ভালপোৱা সকলে Like এটা কৰি যাব Please 😉
অতি সুন্দৰ ভাওনা।।। জয় গুৰুৰ শংকৰ।।।মৎস্য অৱতাৰ ভাওনা।।।
খণ্ডটি চালো। অভিনয় / পৰিৱেশন সকলো সুন্দৰ হৈছে । পিছে নাট্যকাৰ কোন নাজানিলো। নাটখনৰ ৰচনাত নাট্যকাৰে ভক্তি সাহিত্যৰ যি পুৰাতন গদ্যৰ ধাৰা সেইটো ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই । ইয়াত একেবাৰে আধুনিক সৰল শব্দৰ প্ৰয়োগ কৰাত নাটখনৰ গুৰু গাম্ভীৰ্যতা ম্লান পৰিছে । আজিৰ পৰ্দা মঞ্চৰ একাংকিকা নাটৰ দৰে কিছু পাতল শব্দৰ প্ৰয়োগ কৰি ৰচনা কৰাত অভিনেতা সকলৰো অভিনয়ৰ সাৱলীলতা হ্ৰাস হৈছে । এই কথাবোৰ কলা কুশলীসকলৰ লগতে নাট পৰিচালক সকলে নাট নিৰ্বাচন কৰাৰ সময়ত লক্ষ্য কৰা প্ৰয়োজন। আজিকালি বহু নাট পৰিচালকে শংকৰী সাহিত্য সংস্কৃতিৰ আৰু ভক্তিসাহিত্য সমূহৰ চাৰিচুক অধ্যয়ন নকৰাকৈ নাটসমূহ সম্পাদনা কৰি প্ৰতিয়োগিতামুখী কৰি তোলাৰ বাবেই আজিৰ ভাওনাই ভক্তিসাহিত্যৰ ওজস্বী গদ্যৰ পৰা আঁতৰি আহিছে। এই কথাবোৰ তৰুণ পৰিচালকসকলে চিন্তা কৰাৰ প্ৰয়োজন আছে ।
শংকৰী সংস্কৃতিৰে অসমীয়া জাতি এটা চহকী জাতি । গুৰুজনাৰ এই মহান সংস্কৃতি আমিয়েই সুন্দৰভাৱে আগুৱাই নিব লাগিব। আমিও এতিয়ালৈকে জীৱনৰ সময়খিনি গুৰুজনাৰ সাহিত্য সংস্কৃতি তথা সৃষ্টিৰাজি আৰু ভক্তি সাহিত্যৰ অধ্যয়ন চৰ্চাত মনোনিৱেশ কৰি অপাৰ আনন্দ লাভ কৰিছো। এজন শুভ চিন্তক হিচাপে দুটা পৰামৰ্শ আগবঢ়ালো । অপৰাধ মাৰ্জনীয়। আপোনালোক সকলোকে আৰু আগুৱাই যোৱাত ঈশ্বৰে কৃপা কৰক।
কৃষ্ণ ৷
অসমৰ শ্ৰেষ্ঠ নাৰদ নৱজ্যাতি দা
Bitupon
@@jogotguhain2533Lllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllll
Rregergehegshesfj
Bhut Val lagil vaunakhan sai❤❤❤
Saraswati ovinoi bhut dhuniya ❤❤❤
ধুনীয়াকৈ সজাই পৰাই সুন্দৰ হৈছে আপুনি আমাক সকলোকে অভিভূত কৰিছে যাওক সৰস্বতীক বিয়া কৰায় আমাক দেখাই দিয়ক
সচাই অভিভূত হৈ পৰিছো।কৃষ্ণ।
মজা হৈছে ভাওনা ❤❤❤❤❤❤❤
Bohut val lagile vaunakhon sai❤
Wcome
Great
Congratulations
Sound quality and video quality is 🔥🔥🔥
Xundar hoise alop dui eta khutiniti ase bhal haba
Ati.Hondur.krishna 🙏🙏🙏🙏🙏🙏🏼
Bohut dhuniaya lagila Sai 🙏🙏🙏🙏
Vouna.na.mana..moja❤❤❤😮
বৰ সুন্দৰ হৈচে
Nabo da bht dhunia narod kore
লক্ষ্মীৰ চৰিত্ৰটি অকনমান আসোৱাহ আছে বুলি আমি ভাৱো
সুন্দৰ লাগিল অভিনয়।
সুন্দৰ অভিনয় দাদা
সুন্দৰ দৃশ্য শ্ৰব্য, তৃতীয় খণ্ডৰ বাবে অধীৰ আগ্ৰহৰে অপেক্ষাত,,
Valei lagise sai
val lagile sai🎉
অভিজিত দাই মজা কৰিছে কিন্তু
Bhut val lagil sai
Val lagil sai goi silu sab ami❤❤❤❤💖💖💖💕💕💕😍😍😍😘😘😘😘
লক্ষ্মী দেৱী মজা🙏🙏
Bohut bohut val lagil dei
জ্ঞানৰ দেৱীৰ চুঙা চাই সোপা ..ভাল লাগিল ৷
খুব ধুনীয়া হৈছে
সুন্দৰ অভিনয়
Avinoy,val,lagil
আজি 6টা বছৰৰ মূৰত চাইছোঁ এইভাগ ভাওনা অতি সোনকালে তৃতীয় খণ্ড প্ৰকাশ কৰক বহুত ভাল লাগিছে সুন্দৰ অভিনয় ♥️♥️♥️♥️🙏🙏🙏💥💥💥💥🔥
Video moja lagi
KRISHNA
তৃতীয় খণ্ডৰ বাবে অপেক্ষাৰত
ভাল লাগিল
বৰ সুন্দৰ হৈছে অভিনয় ভাল লাগিছে ❤️
Rvefsgwheedu
I m Vaona addicted ❤️
বৰ সুন্দৰ হৈছে
Bohut dhuniya lagila sai 🙏🏻
অতি সুন্দৰ
সৰস্বতীৰ অভিনয় বৰ ধুনীয়া হৈছে ❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏
সুন্দৰ
অনুপম দাদা , আপুনাৰলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
এই ভাওনা ভাগ আমগুৰিৰ মোৰ নিজৰ পেহী পেহা বাসগৃহত আগবঢ়োৱা হৈছিল । তাত মইয়ো গৈছিলো। ভাওনা ভাগী বহুত ভাল হৈছিল।