নাৰদ আৰু বেদনিধিৰ এক ৰসাল দৃশ্য || নাৰদ - Bitupan Dutta
HTML-код
- Опубликовано: 5 фев 2025
- নাট : ৰুক্মিণী হৰণ
স্থান : মাজুলী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, কমলাবাৰী
নাৰদ : বিতোপন দত্ত (যোৰহাট)
#Vaona #BitupanDutta #Narod
অসমীয়া ভাওনা
সংস্কৃতিৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিঅ' সমুহ সকলোতকৈ আগত চায় থাকিবলৈ আজিয়েই অসমীয়াৰ ঐতিহ্য চেনেলটো subscribe কৰি থওক ,সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আমাক সহযোগীতা কৰক / @heritageassam
#HeritageAssam
#vauna
#vaona
Vauna
Vaona
Vauna probekh
Vauna Assamese
Vaona Competition
Vauna Krishna
Vauna Video
ভাওনা সমাৰোহ মাজুলী
ভাওনা প্ৰতিযোগীতা
ভাওনা প্ৰবেশ
ভাওনা
Vauna competition majuli
Vauna competition jorhat
Vauna jorhat
Asomiya vauna
Amlan dip
vauna dohar
vauna
vauna 2021 Assamese vaona new Asomiya vauna geet
Broklend boy
Asomiya vauna Sanskriti
Sinaki asom
Ram parajoy
Ram Porajoy
বৰ সুন্দৰ অভিনয় ভগবানে আজীৱন ভালে ৰাখক দুয়ো জনকে
সঁচাই ভাওনা বুলি কলে । গাটো ৰাখিব নোৱাৰা হৈ যায়। বহুত ধুনীয়া কৰিছে ।
২জনৰ অভিনয় সঁচাকৈয়ে অতুলনীয় ।।নাৰদৰ ইমান ধুনীয়া কণ্ঠ সঁচাকৈয়ে শুনি থাকিলে শুনি থাকিব মন যাই । ২জনকে ঈশ্বৰে কুশলে ৰাখক ❤❤
বেদনিধি সুন্দৰেই নহয় কেৱল অতি সুন্দৰ। আচলতে কথাৰে বুজাব নোৱাৰি 🙏।
কৃষ্ণ কৃষ্ণ হুললিত কণ্ঠ সুন্দৰ অভিনয়।
সুন্দৰ অভিনয় দিপাংকৰ দা আপোনাৰ ❤❤
দীপাংকৰ দা আৰু বিটোপান দা কন্ঠ 🔥🔥🔥🔥🔥🔥🔥🔥🔥🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Bedonedhi vau dipmoni da..... Moja...narod betupon da moja
🎉অতি সুন্দৰ লাগিল 🎉
কৃষ্ণ।। কৃষ্ণ।। বহুত ধুনীয়া হৈছে।। দুই জনৰে সুন্দৰ অভিনয়।। 🙏🙏🙏
Mojja bedonidhi
দুয়োৰে সুন্দৰ অভিনয়♥️ভাল লাগিল চাই।কৃষ্ণ🙏
সুন্দৰ অভিনয় কৰিছে দুয়োজনে । ভাল লাগিল ।
hndor hoixe bitupon dada
Very nice both ,Krishna Krishna, God bless you
Bahhhhh.... 🎉🎉🎉🎉🎉🎉
বেদনিধিক ভাল লাগিল দেই
Emn dhunia lagise bitupon da bahut bahut dhunia.
Krisna krisna doiujonera avinoi bohut dhuniya lagise...
এ মজা
কৃষ্ণ ঘোষা ভাগ ভাল লাগিল দেই কৃষ্ণ
ah aoti hundor
সুন্দৰ লাগিলে।
Ati sundar krishna
সুন্দৰ হৈছে
ভাষা নাই 🙏 🙏
অতি সুন্দৰ অভি 😮😊 12:57 নয় ৷বেদনিধি ভাওৰ অতি মনোমোহা । অতিকে আল্পুত হলোঁ
Hundar hoise Mon parn vori goisa moi hodai saw
Very very nice
Bitupon da priyo mur
Ram Krishna
এই দৃশ্য ত বহু ভাল লাগে
মইও এই দৃশ্য কৰিছো
সুন্দৰ
Thank you
বৰ সুন্দৰ , পিছৰ খনিও পাৰিলে দেখাব।
Kori dilu deiiii
Duyujanake khewa janalu bar xundar kantha duyure Krishna Krishna
Xundor lagil vauna khon sai amiu goisilu kontho ki huwla duyujonore😍🥰😘
বৰ ধুনীয়া লাগিল।
Thank you
Hii
Krishna..... Xundr hosai
mul nat vagor pora kisu atori goise
So good
Oti ❤️hundor❤️
moja
🙏 সুন্দৰ ❤️❤️
Hundor
Huni thakilyu Amoni nlgy.
Krishna
So good 🤩🤩😅😅😅
Geet bhaug bor Val lageel ❤
sundra
চকুযোৰ সেমেকি উঠিল । বেদনিধি চৰিত্ৰ টো বাঢ়ৈ ককাই সাংঘাটিক এটা পৰ্যায়ত লৈ যায় সচাই আবেগিক হৈ যাও কৃষ্ণ ভক্তিত
english words humisa ata 😇 baki kinto bor hundor hoisa😍
Thank you
Ki word
KRISHNA
🙏🙏🙏🙏🙏👌👌👌
দীপাংকৰ দা বেদনিধি ভাৱৰ অদ্বিতীয়
কাইলে বাসুদেৱ থানত আপোনাৰ অভিনয় চাম বিটোপন দা
আপোনাৰ লগত যোগাযোগ কৰিব পাৰিম নেকি ?
99
এইফাকি গুহা বৰ ধূনিয়া আছিল হে যেন সুনি থাকিবৰ মনযাইঐ
Guha nhoi ghukha
Moje axomia hongs kiti
Hun dor
💕❤️❤️❤️👌👌👌👌👌👌
dipankar bahoi badonidhi
বেদনিধি লোৱা জনৰ নামটো পাৰিলে জনাব চোন
দীপাংকৰ বাঢ়ৈ
যোৰহাট
@@HeritageAssam ঔ এইজন বেদনিধিৰ অভিনয়ত অদ্বিতীয়❤️খুব সুন্দৰ অভিনয় কৰে
Oh ki karun ou natkhoni ki
ৰুক্মিণী হৰণ
এ মজা
সুন্দৰ
Hundor