ছচিয়েল মিড়িয়াত ভাইৰেল হোৱা কণমানি Talented পিউচেন গগৈ || Piusen Gogoi ||
HTML-код
- Опубликовано: 10 фев 2025
- *জীৱনৰ ৰং ইউটিউব চেনেল আৰু ফেচবুক পেজৰ তৰফৰ পৰা পিউচেন গগৈ’লৈ অফুৰন্ত মৰম আৰু শুভ কামনা জ্ঞাপন কৰিলোঁ ৷ আশা কৰিছোঁ ভিদিঅ’টো সকলোৱে আদৰি লব ৷
কণমানি নাচনী পিউচেন গগৈক সন্ধান বিচাৰি দিয়া লগতে তাইক এই ক্ষেত্ৰত আগুৱাই অনা নিতাইপুখুৰীৰ ভাইটি কেইটালৈ অশেষ ধন্যবাদ ৷
*আমাৰ FACE BOOK PAGE
/ 294758591962046
*অচিনাকি মুখ বোৰ চিনাকি কৰাই দিয়া লগতে সুপ্ত প্ৰতিভা সমূহ জাগ্ৰত কৰা আমাৰ একমাত্ৰ লক্ষ্য ৷৷ প্ৰিয় বন্ধু সকল আপোনালোকৰ এনে যিকোনো প্ৰতিভা,অনুষ্ঠান ইত্যাদি থাকিলে আমাৰ লগত যোগাযোগ কৰিবলৈ নাপাহৰিব ৷
*আমাৰ ঠিকনা= মৰাণ ডিব্ৰুগড় অসম
*ফোন নং=8638717852
#Talent#jibonorrong
কণমানি জনিৰ এটা সুন্দৰ ভৱিষ্যত আছে। ❤️
আপোনাৰ এই পদক্ষেপ টি দেখি সচাকৈ ভাল লাগিছে ।
ধন্যবাদ
@@Jibonorrong1popular pplplppppp
ধুনীয়া হৈছে আৰু আগবাঢ়ি যোৱা
অতি সুন্দৰ ভনিতি 😍 মৰম লগা কণমানি নাচনীজনী ইমান মৰম লগা বিহু নৃত্য প্ৰদৰ্শন কৰিছে উফ সঁচাকৈ খুব ধুনীয়া ❤️😘
Gd bls u aguai juwa moinA agloi vl ajni bihu kuari hb pariba
ইমান ভাল লাগিলে♥️💓 moinaa..
ভাল লাগিল...... ইমান ধুনীয়া নাছিচে
সুন্দৰ হৈছে। আগবাঢ়ি যোৱা আশীর্বাদ থাকিল মোৰ ফালৰপৰা।
Vll lgil 🥰
একেখন গাৱৰে এগৰাকী কণমানি বিহু নৃত্য দেখি সঁচাকৈয়ে আপ্লুট হৈছো । বেটি তুমি আগুৱাই যোৱা ,তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো ।।
ইমান ধুনীয়া নাচে ।। তুমি আগবাঢ়ি যোৱা ।। আশীৰ্বাদ থাকিল ।।👍👍
কনমানিজনীলৈ বহুতো মৰম আৰু আৰ্শীবাদ ----আগবাঢ়ি যোৱা সোণজনী ভগৱানে কুশলে ৰাখক তোমাক।❤️❤️
ভাল লাগিল,পিউচন গগৈ!ডাঙৰ নাচনী হ'বাগৈ দেই।
ইমান ধুনীয়া নাচে,,আগবাঢ়ি যোৱা মোৰ ফালৰ পৰা আৰ্শীবাদ থাকিল❤️❤️
Dhagun falar puli lagisi nambar dibosun
বহু মৰম লগা নাচনী জনি 😊 আৰু আগবাঢ়ি য়োৱা মৰম লগা নাচনী জনি 🤩😘😘😘
সুন্দৰ পদক্ষেপ... কণমানি পিউচেং ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ🙏
বহুত ধুনীয়া হৈছে 😍😍😍😍আৰু আগুৱাই যোৱা তুমি😘😘😘
বহুত সুন্দৰ ভবিষ্যত উজ্জল কামনা কৰিলো
বৰ ধুনীয়া কৈ নাছিছা মাইনাজনী। তুমি আৰু আগুৱাই যোৱাঁ। আপোনাৰ পদক্ষেপ ক আমি ধন্যবাদ জনাইছোঁ।
অতি সুন্দৰ। ভৱিষ্যতে আগুৱাই যোৱা ।মৰম আৰু আশীবাদ থাকিল।
ধন্যবাদ
বহুত ধুনীয়া নাচি ছে। আগুৱাই যোৱা দিনবোৰ ভাল হওঁক।
বহুত বেছি ধুনীয়া লাগিছে, আৰু আগ বাঢ়ি যোৱা তোমালৈ বহুত বহুত শুভেচ্ছা জনালোঁ
খুব ভাল লাগিল। আপোনাকক পদক্ষেপ সমান জনাইছোঁ। চাই বৰ ভাল লাগিল। পিউছেন গগৈ লগতে আপোনাৰ জীৱনৰ ৰং চেনেলক মঙ্গল কামনা কৰিছোঁ। পিউছেনৰ ভৱিষ্যতে ভাল হ'ব বুলি আৰু আপোনাৰ চেনেলটো আগ বাঢ়ি যাওঁ বুলি। ধন্যবাদ।
আপোনালোকে মৰম আশীৰ্বাদ কৰিব সদায় ধন্যবাদ ৷
@@Jibonorrong1 আমি সদায় লগত থাকিম
ধন্যবাদ ৷
বহুত মৰমৰ লগা কণমানি 😘জনী তাই আৰু আগোৱাই যাই যেন 😍🥰😘
ধন্যবাদ ৷
Bohut val lagil
ইমান ধুনীয়া লাগিছে মৰম লগা কণমানিটোৰ বিহু নৃত্য চাই👌👌সচাঁই বহুত ভাল নাচিছে আৰু আগুৱাই যোৱা মোৰ ফালৰ পৰা আশীৰ্বাদ দিছো
সচাকৈ বৰ ধুনীয়াকৈ নাচিছে দেই ডাঙৰ হ’লে আৰু ভাল কৈ নাচিবা দেই বহুত বহুত ভাল লাগিল ৷
❤️❤️
Maina tumi eman moram loga tumi aguai jua
সুন্দৰ কণমানি নাচনীৰ বিহু নাচ চাই বহুত ভাল লাগিল আগুৱাই যোৱা।
Bohut dhuniya lagise,,,tumi agbarhi jua
সুন্দৰ নাচ , উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ,
Morom loga konmani nasoni vonti..🥰🥰❤️❤️❤️
কণমানি পিউচেন বহুত ধুনীয়া নাছিলা ।এইদৰে আগবাঢ়ি যোৱা ।তোমাৰ উজ্জল ভবিষ্যত কামনা কৰিলো
Bohut dhuniya vonti joni aru dhuniya ke nasib janise vonti Tumi aguwai juwa ❤️❤️❤️❤️❤️
Khub hundor koi nasise konmani Joni , Iman kom boyokhot.. khub hundor aguai juaa, God bless you 🥰🥰❤️❤️❤️
অতি সুন্দৰ,ইমান ধুনীয়াকৈ আয়ত্ব কৰিছে কম বয়সতে,ভৱিষ্যত উজ্জল হোৱাৰ কামনা কৰিলো,লগতে সকলোলৈকে মৰম ও অভিনন্দন জ্ঞাপন কৰিলো ।
ধন্যবাদ জনালোঁ
Mr log paboloi mn goise...konmani jonik...aru vl houk aguwai jauk take kamona korilu
Kopilbastunrpal
ধুনীয়া। লাগিচে অ মাইনাজনীক
Konmani joni bor morom loga❤..
Aru aguyai jua 😘
খুবেই ধুনীয়া নাচনী আৰু নাচ ও ধুনীয়া 👌👌
I proud of you really so cute girl . I pray to God you success one day . God bless you child . ❤️🔥❤️
Bhut vl lgile dai vl vonti jnik... Aru bhut cute ase ...
বহুত ভাল লাগিল আগলৈ আৰু পাৰিবা বুলি আশা কৰিলো 😘😘😘
বহুত ধুনিয়া লাগিচে😘😘😘😘😘
Bah ইমান ধুনীয়া নাচিছে , ইমান সৰু ছোৱালী জনীয়ে ,, তাই জীৱনত বহুত আগবাঢ়ি যাব । চেনেল tuk বহুত বহুত ধন্যবাদ ।
ইমান মৰম লগা কনমানি জনি, তুমি এনেকৈ আগুৱাই যোৱা দেই, আশীৰ্বাদ কৰিছো। বহুত মৰম থাকিল তোমালৈ
Bhut mja nsisa vnti .. Bhut vl lgil
dhunia nasoni Joni aguai jua ❤️❤️❤️❤️🥰🥰
অতি সুন্দৰ।তেওঁৰ উজ্জ্বল ভবিষ্যত আছে।এনেকৈয়ে আগুৱাই গৈ এদিন তেওঁ লতাশিলৰ বিহুৰ সমাগ্ৰী নিশ্চয় হব পাৰিব।ভগৱানে তেওঁক সদায় কৃপা কৰক।কৃষ্ণ, আশীৰ্বাদ কৰিছোঁ ৰাণু আৰু মনোজৰ কণমানিজনীয়ে তেওঁলোকৰ লৈ সুনাম কৰিয়াই আনক।
Mina joni video virel hobo pora পোৱা পৰা মই বাৰে বাৰে তোমাৰ video bor sau ইমান সৰুতে ইমান ধুনীয়াকৈ প্ৰতিভা ডাঙৰ হ'লে আৰু ভালকৈ পাৰিবা তোমাক দেখিয়েই ক'ব পাৰি God blessed you maina তোমাৰ উজ্বল ভৱিষৎত জোনৰ দৰে জিলিকি উথক তোমাৰ পেহীজনীলৈ Bohut bohut শুভেচ্ছা থাকিল তোমাৰ উৎসাহ টো বাবে পাৰিছা maina emn telent maina joni নাছত
ধন্যবাদ
Aio dehi dhunu joni eman mrm lga. Ei keidin wp statust dekhi asilu aji finly vl koi dekhilu 😍❤️
সোনজনীৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিলো
Iman moromlga Konmani jni ..iman dhuniya koi nasise .. agbahi jua tumi ..gd BLS u🙏🙏
কণমানি জনী মৰম লগা😍😍বহুত মৰম 🥰🥰😘আগুৱাই যাওঁক তাই সফলতাৰ দিশত😍😍
ধন্যবাদ জনালোঁ
kanubv
সচাঁকৈই কণমানি জনী বৰ মৰম লগা । আৰু তাই সুব সুন্দৰ কৈ নাছীচে । তাই ভবিষ্যত উজ্জল কামনা কৰা হল ।
Aioo dehi imn mrm loga😘 imn dhuniakoi nasise🤩
Bhut dhuniya lagil sy swli jni k💞
khub dhuniya 🥰😍
konmani naconi joni 😘😘
aru aguai jua 🥰🥰
Hundor nasise Amar akhibad hodai thakibo❤️❤️❤️
বৰ সুন্দৰ হৈছে বিহু নৃত্যটি ! তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ!!
Bahut bahut dhuniya lagila konmani joni bihu nass cai 😘😘😘😘 Tumi aguwai ai juwa 🥰🥰🥰🥰
Bohut Morom loga maina jni .....❤️❤️😍 2mr vobissot utjol kamona korilu🙏 ru agbahi jua 👍👍 lv u tiklu maina ❤️😍 lgte apunaloiu dhoinobad maina jnir hundor porisoi dani dhora babe🙏
ধন্যবাদ
Ohh Asort dai....eman dhuniya Nas aru ekdam pokhila jonir dore ghuri ghri nasise o... Bor bhal lagil dai Tikli 😘😘😘😘😘
So Beautiful 😀😁 moja
পিউচেং তোমাৰ ভৱিষ্যত উজ্জল কামনা কৰিলো ।
আগুৱাই যোৱা আশীৰ্বাদ থাকিল ।
Morom loga nasoni joni aguwai juwa 👍
ধন্যবাদ
ইমান মৰম লগা আৰু আগুৱাই যাওক তাই❤️❤️❤️
Morom tikli jni ❤️
Tikili moina jni, Eman mrm lga, eman khundr bihu nasibo jane,akha kru,,,aru jate aguwai jabo para,,👌👌👌👌👌🥰🥰🥰🔥🔥🔥🔥🔥🔥🔥🔥
Aguwai jowa maina ❤️❤️❤️ iman dhuniya nachise ❤️❤️❤️
Maina tume aru aguwai juwa. Vogobane tumak khodai vale rakhon 🥰🥰
আগবাঢ়ি যোৱা সোন 😘😘😘
পিউচেন গগৈ, ইয়াৰ আগতেও তোমাৰ নাচ মই দেখিছিলো নেকি? তোমাৰ নাচোনে মোৰ মনটো চুই দিছে জানা । ইয়াৰ আগতেও মইCommentত লিখিছিলোঁ আগলৈ আগবাঢ়ি যোৱাৰ চেষ্টা কৰিবা বুলি , আজি আকৌ তোমাৰ নাচ দেখা পাই নথৈ আনন্দিত হৈছো। খুবেই সুন্দৰ হৈছে আৰু আগলৈ আগ বাঢ়ি যোৱাৰ চেষ্টা কৰিবা তাৰেই কামনা কৰিলোঁ 👌👍
অকণমানী মাইনা জনী আৰু আগুৱাই যোৱা তুমি 😘
মৰম লগা নাচনী জনী আগুৱাই যোৱা ।
Agole agbarhi jowa tare kamna korisu konmani joni👏👏👏👌
Iman morom loga nasoni joni 😘 valke nasiba deh 🥰
আইও কলিজা মাইনা জনী। ধুনু জনী। ভালকে থাকা দেই। মৰম পঠাইছোঁ💜💜
কণমানি তোমাক ঈশ্ৱৰে সহায় কৰিব ৷
ভগবানে সহায় কৰিব ৷
খুব সুন্দৰ নাচিছে আগুৱাই যাওঁক কণমানি জনী 💚💚💚
ইমান ধুনীয়া মৰম লগাজনী ❤️❤️❤️❤️❤️
Hii
ধন্যবাদ
সঁচাকৈ বৰ ধুনী য়া । উজ্জল ভৱিষ্যত কামনা কৰিলো
Dhuniya hoise❤❤
Nice❤😊🎉🥇🥈🥉🏆
Wow ❤️❤️❤️
ধন্যবাদ
আইঔ মোৰ কলিজাজনী ইমান মৰমলগা অই😘😘। সুন্দৰকৈ নাচিছে দেই👌👌। মৰম জনালো🥰🥰। আগবাঢ়ি যোৱা 👍👍।
congratulations Brother's today one million views cross❣️ 😍
Ow rumashri 🤩🤩🤩❤.mur logor hoi rumashri.eman dhunia hikaise 😘😘
Bor dhunia hoisay... Florina Gogoi (Sony Super DAncer4) ai Tumar dance sai bor bhal palai... Tumaloi Florina bohut moram thakil...........
অতি সুন্দৰ প্ৰদৰ্শন,মাইনাজনীৰ বিহু নৃত্য চাই সচাকৈ ভাল লাগিছে।
কনমানি জনীলৈ বহুত বহুত মৰম 😍😍😍😍🥰🥰🥰🥰🥰❤️❤️❤️
ধন্যবাদ
Good luck
VL lgisa dai sai
ধন্যবাদ
Mojjjaaaaa .
Moina kolija 2mi juiiii
Mojja ❤️
Bohut dhunia nas
ধুনীয়া লাগিছে নাচনী জনী
Xundor ❤❤
ধন্যবাদ ৷
ruclips.net/video/9Ksy8OdAk5o/видео.html
🙏🏻🙏🏻🙏🏻🙏🏻
Mojjaa hoise
Màina👍👍👍👍😷🙏🙏
Wow....🥰🥰🥰Iman horu suwali joni iman dhuniya koi nasise and kotha bur iman ispostho koise......xosakoi aguai jauk 👏👏😘😘
𝐺𝑜𝑑 𝑏𝑙𝑎𝑠𝑒 𝑦𝑜𝑢 𝑚𝑎𝑖𝑛𝑎❤️𝑎𝑟𝑢 𝑎𝑔ℎ 𝑏𝑎𝑟𝑖 𝑗𝑢𝑤𝑎🙏
বহুত ধুনীয়াকৈ নাচিছে
Nice❤️
ধন্যবাদ
Wow ki dhunia 👌dagarau saga eman dhunia ka nasibo nuwara hobola👌👌best of luck vanti👍👍👍
ইমান ধুনীয়া নাচে ৷বৰ মৰমলগা