ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল যোৰহাটৰ সাংসদ গৌৰৱ গগৈ

Поделиться
HTML-код
  • Опубликовано: 14 окт 2024
  • মাজুলীৰ পহুমৰা মথাউৰি ছিগাক লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাকযুদ্ধ সাংসদ গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে সমালোচনা কৰি নিজৰ স্বৰ্গগামী পিতৃকহে গালি পাৰিছে মন্তব্য কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।
    #pratidintime #assam #assamflood #gouravgogoi

Комментарии • 166

  • @Hunmoinastudy-v7b
    @Hunmoinastudy-v7b 3 месяца назад +65

    তাৰমানে BJP এ কংগ্ৰেছৰ দিনৰ পৰা এটাও মথাউৰি মেৰামতি কৰা‌ নাই ।

  • @HappyLife-v1z
    @HappyLife-v1z 3 месяца назад +31

    মৃত ব্যক্তিকলৈ ৰাজনীতি 🤮
    মালটো বহু তললৈ নামিছে ।
    গৌৰৱ গগৈ ডাঙৰীয়াৰ ধৈর্য বৰ প্রশংসনীয় ❤️

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr 3 месяца назад +48

    মূখ্যমন্ত্রীৰ টোলোঙা মন্তব্যৰ সলনি বান পীড়িত সকলৰ বৰ্তমানৰ কথা চিন্তা কৰিলে বেছি ভাল হব।

    • @pranjal3406
      @pranjal3406 3 месяца назад

      Bhahut vl lagil

    • @theeasternworld
      @theeasternworld 3 месяца назад

      2003 me food rokne kaaccha technology bhi nahi tha. Ab to he, karke dikhao.

  • @NKMedia-d6k
    @NKMedia-d6k 3 месяца назад +54

    গৌৰৱক যে কৈছে দেউতাকক গালি পাৰিছে,
    হিমন্তইনো ১৬ ৰ আগত কি দলত আছিল

    • @prabhatchborah3751
      @prabhatchborah3751 3 месяца назад +6

      সেই সময়ত তেৱেঁই আটাইতকৈ বিশ্বস্ত সেনাপতি আছিল তৰুণ গগৈ দেৱৰ।

  • @debashiskhound2160
    @debashiskhound2160 3 месяца назад +33

    ইমানদিনে মানে মথাউৰিৰ মেৰামতি নকৰাকৈ চৰকাৰ বহি আছিল? 🤔

  • @golapborah12
    @golapborah12 3 месяца назад +12

    হিমন্তয়টো গৌৰৱৰ পিতৃ পৰাই ৰাজনীতি কৰিছিল, মানে বুজিলো উপকাৰীক অজগৰে খাই।

  • @birenburagohain8132
    @birenburagohain8132 3 месяца назад +27

    চৰকাৰে নিজৰ দায়িত্ব পালন কৰি যাব লাগে।কাৰো সমালোচনা নকৰি কাৰ্য্যৰ যোগেদি নিজৰ পৰিচয় দিব লাগে।

  • @bakulboruah2026
    @bakulboruah2026 3 месяца назад +8

    জননেতা গৌৰৱ ২০২৬ ৰ মূখ‍্যমন্ত্ৰী।

  • @mainam8554
    @mainam8554 3 месяца назад +15

    আপুনি মানে এতিয়া লোকে এটাও মথাউৰি বনোৱা নাই নি

  • @किरण2021
    @किरण2021 3 месяца назад +8

    নিজৰ অকৰ্মণ্যতাৰ পৰিচয় কিয় দিছে মূখ্য মন্ত্ৰী মহাশয়...
    ১০ বছৰ আগতে বনোৱা মাথাউৰি এটাৰ মেৰামতি যদি কৰাই নাই... তেন্তে কৰিছে কি...
    আনৰ পৰা কিবা বস্তু ক্ৰয় কৰিলে কিনোতাই পিছত ভালদৰে মেৰামতি কৰি লয়...
    শাসন ভাৰ লোৱাৰ ৮ বছৰ কি নাক বজাই শুই আছিল নেকি...
    নে হিন্দু মুছলিম কৰি শুই থাকোঁতে গল...
    নিজৰ দোষ আনৰ ওপৰত দলিয়াই দিলেই কোনোয়ে মানি নলয়

  • @NilaSarmah-t2n
    @NilaSarmah-t2n 3 месяца назад +42

    আপোনাৰ দিনত হাতীমুৰা মাঠাওৰী কি হ'ল। যোৰহাটত আমি আপোনাক শিক্ষা দিলো

    • @prabalnath4555
      @prabalnath4555 3 месяца назад

      জাতি মাটি বিছাৰি মিয়াক ৰক্ষা কৰা কংগেছক ভোট দি মূৰ্খৰ পৰিচয় দিলা।এতিয়া জাতি মাটিৰ কথা কবলৈ লাজ নেলাগিবনে?

    • @NilaSarmah-t2n
      @NilaSarmah-t2n 3 месяца назад +3

      @@prabalnath4555 মিঞা‌ মিঞা বুলি চিঞৰি থাকা কেন্দ্ৰীয় চৰকাৰ বিজেপি ৰাজ্য চৰকাৰ বিজেপি মিঞাক খেদিব লাগে। ২০১৬ চনত মোদীয়ে কি কৈছিল মনত পেলাব।

    • @prabalnath4555
      @prabalnath4555 2 месяца назад

      মুদিয়ে উপায় বিছাৰী আছে।সদিছা থকাৰ বাবে ই দেশৰ উন্নতি সাধি আছে ।চকু থাকিও কনাবোৰেহে দেখা নাপায়।মুদিয়ে 16চনত ঠিকেই কৈছে ।দেশতদ্ৰুহিবোৰে বিদেশী খেদাব নোৱাৰাকৈ ব্যৱস্থা কৰি থৈছে।যাৰ বাবে মিঞাৰ উৎপাত বাহি আছে।অন্ধ অসমীয়া বোৰে তেতিয়া বুজিব,যেতিয়া জীয়ৰী বোৱাৰীবোৰ বেগমহৈ যাব।

  • @joshnaray3117
    @joshnaray3117 3 месяца назад +13

    মামাৰ হাহিতু আচল হাহি নহয় গৌৰৱ গগৈক ইঞ্চেল মৰা হাহি মানুহে বুজি পায়

  • @prabhatchborah3751
    @prabhatchborah3751 3 месяца назад +6

    মথাউৰি নিৰ্মাণত আৰু মেৰামতিত ৰাজনীতি কৰাতকৈ সকলোৱে কামত অগ্ৰাধিকাৰ দি ৰাইজক উদ্ধাৰ কৰা চিন্তা কৰক !

  • @assamvoice01
    @assamvoice01 3 месяца назад +10

    2004 চনত হিমন্ত দা কংগ্ৰেছৰে মানুহ আছিল 😂

  • @bibekbhatta254
    @bibekbhatta254 3 месяца назад +7

    কথাত কটা যায় আৰু কথাত বটা পাই

  • @debajanibaruah3105
    @debajanibaruah3105 3 месяца назад +37

    মাথাউৰি ভাঙিলে গৌৰৱৰ দেউতাই বনোৱা হয় নেকি ।আৰু নেভাঙিলে বিজেপি বনোৱা হয় ।গৌৰৱৰ কথাবোৰ সচা শুনি ধৈয্য ধৰিব পাৰি ।

  • @hirokjyotiborah5966
    @hirokjyotiborah5966 3 месяца назад +8

    কলিয়াবৰৰ মঠাউৰিনো কাৰ দিনত বনোৱা? কি কথা কয় হে মামা

  • @GobinRegon
    @GobinRegon 3 месяца назад +18

    তৰুণ গগৈ দিনৰ মাথাউৰী এতিয়াৰ দম্ভালীমৰা ৰাজনৈতিক দালালীবোৰ কিয় বনোৱা নাই।

  • @DebojitkrboraBora
    @DebojitkrboraBora 3 месяца назад +4

    সঁচা কথা কাৰণ কেশৱ মহন্তৰ পৰিয়ালত হাতমুৰা মথাউৰি ঠিকা নোপোৱা হ'লে নাভাগিলে হেঁতেন।।

  • @animecontent8296
    @animecontent8296 3 месяца назад +23

    কংগ্ৰেছৰ দিনত মুখ্যমন্ত্ৰী জন সাধাৰণ ভোটাৰ আছিল নেকি।যদি কংগ্ৰেছৰ দিনত মঠাউৰি বেয়াকৈ বনোব়া হৈছিল, সেই সময়ত তেখেত কংগ্ৰেছ পৰিয়ালৰ দ্বিতীয় জন ব্যক্তি আছিল। গতিকে কথাই প্ৰতি কংগ্ৰেছক দোষাৰোপ কৰাতকৈ নিজে কৰি অহা ভুলৰ বাবে আত্ম সমালোচনা কৰক। কাৰণ ভোটাৰ সকলক এতিয়া ইমান বুৰ্বক বুলি না ভাবি ব। আপুনি যি কব সেইটোকে ভোটাৰে শুদ্ধ বুলি ধৰি লব।

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf 3 месяца назад +1

    এনেকুৱা কথা ৰাইজে মামা পৰা আশা নকৰে এইবোৰ তুলুঙা মন্তব্য

  • @nayankumarpawe2671
    @nayankumarpawe2671 3 месяца назад +3

    বিৰোধ কৰিছোঁ বুলিয়ে ইমান তললৈ এজন মুখ্যমন্ত্ৰী যাব নালাগে বুলি ভাবোঁ। তৰুণ গগৈ ডাঙৰীয়াই শেষৰ কাৰ্যকালত এনেকুৱা তুলুঙা মন্তব্য দিছিল। তথাপিও তিনিটা কায্যৰ্কাল খালেই। আপুনিটো এটা কাৰ্যকালতে এনেকুৱা অহংকাৰী তুলুঙা কথাকৈ এটা কায্যৰ্কালতে গাদি যাব যেন অনুমান কৰিব পাৰি

  • @mehek__borakhavlogs3534
    @mehek__borakhavlogs3534 3 месяца назад +5

    কংগ্ৰেছ চৰকাৰ হৈ থাকোঁতে মামা আপুনি BJP ত আছিল নে কংগ্ৰেছ ত আছিল , নিজকে হোধি চাওক এবাৰ

  • @PK.Travel
    @PK.Travel 3 месяца назад +10

    হেমন্ত বাবু এতিয়া গা... কংগ্ৰেছ কংগ্ৰেছ 😂

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 3 месяца назад +2

    Congress ছে বনোৱা মথাউৰিত , মুখ্যমন্ত্ৰী জনে খোজ দিব নালাগে ।

  • @Gjpchannel23
    @Gjpchannel23 3 месяца назад +1

    ১০০%পাগল মুখ্যমন্ত্ৰী

  • @Csk.16233
    @Csk.16233 3 месяца назад

    এজন‌ মুখ্যমন্ত্ৰী হৈ দিনক দিনে নিজৰ মানসিক ভাৰসাম্য হেৰুৱাটো ৰাজ্যৰ বাবে শুভ সংকেত নহয় ।

  • @SADAGARMILI
    @SADAGARMILI 3 месяца назад

    ✔️✔️✔️

  • @dipanjalidutta2454
    @dipanjalidutta2454 3 месяца назад +5

    Apunitu kongress asil mama

  • @nipendranarayanmedhi876
    @nipendranarayanmedhi876 3 месяца назад

    তেতিয়াৰ চৰকাৰো আপোনালোকৰে আছিল, এতিয়াও আপোনাৰে চৰকাৰ ।ভাল কাম কৰক ভাল মান পাব।

  • @brahmanandadutta7357
    @brahmanandadutta7357 3 месяца назад

    কংগ্ৰেছৰ ৬০ বছৰীয়া শাসন কালত লুটি পুটি নেখাই ৫০%খাই ৫০% কাম কৰা হলেও আজিৰ অসম এনেদৰে নাথাকিলেহেঁতেন। কথাৰ ফুলজাৰিত কাম নহয়।

  • @prasantaprasanta4503
    @prasantaprasanta4503 3 месяца назад

    বুজিছো কংগ্ৰেছৰ দিনত বনোৱা মথাউৰি অতদিনে মেৰামতিও নকৰিলে ।

  • @AyanPatgiri
    @AyanPatgiri 3 месяца назад

    Cm সপোন দেকী লাভ নাই গগৈ দাদা😅😅😅

  • @enjoyamazinglife
    @enjoyamazinglife 3 месяца назад +1

    মুখ্যমন্ত্ৰীৰ মন্তব্য বহুত পাতল

  • @rumineog6736
    @rumineog6736 3 месяца назад

    মুখ্যমন্ত্ৰী এজনে এনেকুৱা তুলুঙা মন্তব্য দিব নেলাগে

  • @NakulGogoi-f5s
    @NakulGogoi-f5s 3 месяца назад

    Gaurav gogoi jindabad

  • @gunakantabaruah6243
    @gunakantabaruah6243 3 месяца назад

    মাটিৰ মঠাওৰিৰ কিবা gourantee থাকেনে। আমি কম বিভাগ এটা আছে যেতিয়া ইয়াৰ নিয়মীয়াকৈ পৰ্যবেক্ষণ ও সামান্য মেৰামতিৰ maintenance শিতানত কিমান টকা ধাৰ্য হয়। ইয়াৰ এক প্ৰতিবেদন লাগে। চৰকাৰ চলালে এই সকলো কথা দৰকাৰ। কোনে কেনেকৈ বনালে ইমান প্ৰয়োজন নাই। সেয়ে সকলো কথাত এতিয়া কঠোৰ নহ'লে বিপদ হ'ব।

  • @nirmalhazarika
    @nirmalhazarika 3 месяца назад

    মাথাউৰিবোৰ প্ৰতিবছৰে মেৰামতি কৰা নহয় তাৰমানে ?

  • @sikhuchetia1972
    @sikhuchetia1972 3 месяца назад +1

    মানুহৰ জীৱনক লৈ ৰাজনীতি নকৰিব মূখ্যমন্ত্রী মহোদয় আগ ৰ কংগেজ চৰকাৰত আপুনিও আছিল

  • @durlovgogoi5965
    @durlovgogoi5965 3 месяца назад

    ঠেলা ঠেলি ৰাজনীতি কৰি জনপ্ৰতিনিধিৰ পৰিশ্ৰয় দিয়াতো এৰক। আনৰাজ্যত গৈ নিজকে এজন বহুত দক্ষ্য দেখুৱাই,নোহোৱা কামবিলাক এতিয়া দক্ষতাৰে কৰি জনসাধাৰণৰ কল্যাণৰ হেতু দক্ষ্যতাৰ পৰিশ্ৰয় দিয়ক।

  • @MajemAli-rj8mv
    @MajemAli-rj8mv 3 месяца назад

    দশ বছৰে আপু না লোকে কি কৰিলে পুৰানা মাধাউৰী মেৰামতি কৰিব লাগিছিল

  • @purnanath-oh9ts
    @purnanath-oh9ts 3 месяца назад

    মূখ্যমন্ত্ৰী দাঙৰিয়া আপোনাৰ মূখত হাঁহি বিৰিঙাইচে বানপানী উপঙা ৰাইজে চকুলো তুকিচে বিৰুদ্ধিৰ কথা শুনিব লাগে তেতিয়া ৰাজ্যৰ উন্নতি হ'ব অকল উপলোঙা কৰিলে নহ'ব হাঁহি উত্তৰ ৰাইজে দিব অপেক্ষা মাথো ।

  • @KiranPhukon-f4z
    @KiranPhukon-f4z 3 месяца назад

    মুখ্যমন্ত্ৰীৰ মুখৰ হাহিটো‌ ভাল লাগিল দেখি।

  • @hemantamahanta5578
    @hemantamahanta5578 3 месяца назад

    কংগ্ৰেছৰ দিনত বনোৱা মথাউৰিবোৰ ভাল কৰাৰ দায়িত্ব বি জে‌‌‌‌‌‌ পি‌‌ চৰকাৰৰ নাই নেকি । দেউতাকে বনোৱা ঘৰ পুতেকে ভাল কৰিব নোৱাৰিলে তাক কুপুত্ৰ বা কুলাঙ্গাৰ পুত্ৰ বুলি সকলোৱে লেই লেই চেই চেই বুলি দুৰতে বিদুৰ হোন্ত তাৰ ।

  • @amritdas1477
    @amritdas1477 3 месяца назад

    Tulunga montoibo

  • @Uborsing
    @Uborsing 3 месяца назад

    😢😢

  • @bhairabbora677
    @bhairabbora677 3 месяца назад +2

    মামা মাথাউৰি সমস্যাত আচনি এইবোৰ হব কিন্তু আমাৰ কি হব নিবনুবাবোৰৰ চিন্তা কৰক সময় বহুত পাৰ হল ২৬ পাব আহি সোনকাল কৰক

  • @ptentertainment5744
    @ptentertainment5744 3 месяца назад

    Good advice

  • @champaknath3239
    @champaknath3239 3 месяца назад

    Val lage gourav da apunk❤

  • @FaridaBegum-f6e
    @FaridaBegum-f6e 3 месяца назад

    Good❤

  • @prabalnath4555
    @prabalnath4555 3 месяца назад

    চুৰে সাধুক সমালোচনা দোষ ধৰাৰ বাহিৰে অণ্য ভাল একো কৰিব নোৱাৰে ।মিয়াক ৰক্ষা কৰি থকাবোৰে এতিয়া ঘৰিয়ালৰ চকু পানী দেখাইছে ।জাতি মাটি বিচৰাবোৰে তাকে সমৰ্থন কৰিছে ।সংসদত বানপানীৰ কথা,মিয়াই হিন্দু ছোৱালীক নষ্ট কৰাৰ কথা ,বিদেশী বিতাৰনৰ কথা,জাতি ৰক্ষাৰ কথা কৈ থাকক।তেহে ৰাষ্ট্ৰীয় নেতা হব।

  • @aliciadawns8535
    @aliciadawns8535 3 месяца назад +1

    CM r hanhitu bor dhunia dei.

  • @malinemaline-nu7ym
    @malinemaline-nu7ym 3 месяца назад

    Gurob gogoi jindabad

  • @papuborgohain8156
    @papuborgohain8156 3 месяца назад +4

    পৰিদৰ্শন কৰিলে কি হব কাম কৰিব লাগিব

    • @thedevogramstory7483
      @thedevogramstory7483 3 месяца назад

      Hoi da akal himanata, piyaz aru maluak property bonaba di baki bur kam korila hba na?

  • @bestudy8004
    @bestudy8004 3 месяца назад

    Joy Gaurav Gogoi

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 3 месяца назад

    Gaurav Gogoi zindabad 💯🙏💪

  • @BiswaJit-uk9ww
    @BiswaJit-uk9ww 3 месяца назад

    No mama

  • @karabibaruah2135
    @karabibaruah2135 3 месяца назад

    Hokuni mama 😂😂

  • @pulakkonwar5082
    @pulakkonwar5082 3 месяца назад +1

    ইহতে মানুহৰ নিৰাপত্তাৰ কথা নভাবে
    সেইবাবে কংগ্ৰেছৰ দিনৰ মাথাউৰিকেইটাৰ ওপৰত ভৰষা কৰি আছিল

  • @ChayanikaSaikia-kl8fs
    @ChayanikaSaikia-kl8fs 3 месяца назад +2

    গৌৰৱ গগৈ এ ভালকৈ এজাউৰি দিব লাগে cm অ ক। মগজুত নধৰা কথা কয়। আমাৰ দিনৰ মথাউৰি নহয় মানে আগতে সি bapekor ঘৰত চাহ ভাত বনাই আছিল মানে। ৰাজনীতি কৰা সময় নহয় বুলি কৈ নিজেই ৰাজনীতি কৰে

  • @pranjalbaruah6225
    @pranjalbaruah6225 3 месяца назад

    Cm must learn From Gaurav Gogoi..

  • @mridulbora409
    @mridulbora409 3 месяца назад

    Xeyal hoi mama

  • @manabkalita2660
    @manabkalita2660 3 месяца назад

    great gourav😅

  • @abulhussaintapadar6739
    @abulhussaintapadar6739 3 месяца назад

    Apunaluke 10 years complete hoboloi goi asa

  • @rmtookjiminsjamsandgivesit1068
    @rmtookjiminsjamsandgivesit1068 3 месяца назад

    😮

  • @iballap90
    @iballap90 3 месяца назад

    😂😂😂😂 bjp ye 10 years ki bonale

  • @socialmediaworld432
    @socialmediaworld432 3 месяца назад

    Tarun gogoi dinnot apuni tu sge montri asile assam.
    Sobe jne mohakhoy history, apunar fotua kotha bad diyok.
    #Boycott himanta.
    # boycott himanta

  • @mousumlason13
    @mousumlason13 3 месяца назад

    Public r flood r Solution uliabo lage ne political juddho koribo lage. First priority homadhan korok tar pasot politics khelibo. Shame

  • @thedevogramstory7483
    @thedevogramstory7483 3 месяца назад

    Haha mama emn salu mora mnuhk ari ndiila atia lacture dia sisi

  • @apurbadas4151
    @apurbadas4151 3 месяца назад +3

    তৰুণ গগৈ 😃😃😄😁বানপানী হেনো আমেৰিকোতো হ'য়!!
    সেই নেতাৰ পুতেক হে!!!

    • @babuldas4341
      @babuldas4341 3 месяца назад

      ঠিকে কৈছে

    • @FSN-v5c
      @FSN-v5c 3 месяца назад +1

      Himantai ki kori asile

    • @apurbadas4151
      @apurbadas4151 3 месяца назад

      @@FSN-v5c তৰুণ গগৈ অকলে ১৫বছৰ CM আছিলে!!! নামনি বাংলাদেশ বনোৱাৰ বাদে কি ঘন্টা কৰিলে???

    • @benudharmoran1970
      @benudharmoran1970 3 месяца назад

      ​@@apurbadas4151bjp aa ke kore asa khadebo nuwara.

  • @Jitu-q6v
    @Jitu-q6v 3 месяца назад

    😂😂😂

  • @utpaldas4016
    @utpaldas4016 3 месяца назад

    2004 sanar pisat eyar maintenance o haba lage..

  • @padmesharshenapati6895
    @padmesharshenapati6895 3 месяца назад

    Worldat pani hoise

  • @UMESHBORA-kc1hw
    @UMESHBORA-kc1hw 3 месяца назад +1

    মুখ্য মণ্ট্ৰীৰ মন্তব্য অতি টুলুঙা । তেখেতে কংগ্ৰেচত থকাটো পাহৰিলে নেকি ?

  • @chandankumarsarma9409
    @chandankumarsarma9409 3 месяца назад

    Congress pandit

  • @theeasternworld
    @theeasternworld 3 месяца назад +1

    PWD department me commission % paisa Minister ko jyada milta he jara samjha karo. Jisme jyada commission milega wahi dept. lega na. Jal sampad bibhag me paisa thoda kam milta hai na

  • @tapandutta7449
    @tapandutta7449 3 месяца назад

    CM sir bor nilaj,,,,tekhet tetiya ki congress t nasil,,,sih sih,,,

  • @sahidulIslam-ev8kz
    @sahidulIslam-ev8kz 3 месяца назад

    Ok

  • @rupdutta3305
    @rupdutta3305 3 месяца назад

    Apuni u tetiya congress t asil nki mama?

  • @jaychankarboro4439
    @jaychankarboro4439 3 месяца назад

    What type of CM he is.

  • @ptentertainment5744
    @ptentertainment5744 3 месяца назад

    HBS sir apuni kun swargat asil?

  • @Hostinapurmisingko
    @Hostinapurmisingko 2 месяца назад

    Like

  • @sitadeviray5007
    @sitadeviray5007 3 месяца назад

    Congress rr dinot Himanta biswas Sharma nashil neki......Iman dhuniya koi koise jee see............!

  • @Ridip498
    @Ridip498 3 месяца назад

    Himanatr mathat okl paisar tnsn ase .blg aro ako mal ni tar mathat

  • @barkhabarman755
    @barkhabarman755 3 месяца назад

    😂😂😂 CM 😂😂😂😂 ki j hobo

  • @krishnabarman5395
    @krishnabarman5395 3 месяца назад

    Rajniti bad desh ka bhola Karo all are same

  • @lokengogoi5007
    @lokengogoi5007 3 месяца назад

    CONGRESSOT 20Yr. Kun HIMANTA SARMAH HEALTH N EDUCATION MINISTRYT AACHIL ,ALL PEOPLE OF ASSAM KNOW IT WILL.. NOW THE TIME TO HELP PEOPLE WHO IS SUFFERING BUT WHO IS NOW ABSENT IN THIS WORLD YOU BLAME HIM ,SO SAD ,THE MAN WHO HELP YOU TOO BUT YOU HAVE NO ANY GOOD INTENTIONS. WHY? MAN IS MORTAL, THEN WHY YOU ? MAN LOVE YOU BUT YOU HATE US , WHY ?❤❤❤

  • @JJB-uc5ev
    @JJB-uc5ev 3 месяца назад

    Government BJP r kintu kam koribo nuwari toka khai atia banpani huwa dekhi 10 bosoror agor congress sorkarok jogoriya kore😂

  • @babusrk371
    @babusrk371 3 месяца назад

    Abdul khalek same Kam korise

  • @SahilKhan-u8h1t
    @SahilKhan-u8h1t 3 месяца назад

    😂😂trmne 2016 pora aje 2024 loi jua 8 bosr a 😁😁bjp a eta mathuri bonua nii neki? Cm a ji kotha koi media t sai asu minister kesav mahanta brother👦👦 a 😁😁contract krisa tr raij a koisa 😅😅etiah😁😁 cm a reply ki dibo?

  • @rurallifene4766
    @rurallifene4766 3 месяца назад

    Congress dinor mothauri hole tetia apuni asile CM dangoria.Apuni atia he BJP.

  • @naganokbee4589
    @naganokbee4589 3 месяца назад

    Apuni tu ata montri
    MP jikile apuni you sorkar apuni k leura tu korise ...

  • @hun380
    @hun380 3 месяца назад

    Himanta biswa Sarmah laaz lagibo lge......Mora manuhjonok taani ane....nijae kaam vl koribo pora nai.....2026 election t ami congress jika2 bsru ttya hei raije hokah pabo

  • @baharzanbibi1297
    @baharzanbibi1297 3 месяца назад

    Bekar cm,like a toy

  • @champaknath3239
    @champaknath3239 3 месяца назад

    Sarma sir gol aru Buji a napay ki Kay family man sarma sir

  • @digambarkonwar686
    @digambarkonwar686 3 месяца назад

    Apuni rajniti korise himonta sar

  • @AyanPatgiri
    @AyanPatgiri 3 месяца назад

    Cm সপোন দেকি কব নাই গগৈ

  • @bhagyabatirabha9369
    @bhagyabatirabha9369 3 месяца назад

    Aitu poristhitik limited buli koise tenehole unlimited hole ki poristhiti hobo raij r

  • @girinkalita8995
    @girinkalita8995 3 месяца назад

    Kiman din Sarkar Karile cm

  • @dilipkrsharmah3384
    @dilipkrsharmah3384 3 месяца назад

    C M or montyaba tu val nalagol
    Purona burot repaing koribo napainaki