Jayanta Hazarika Birth Anniversary | Tumar Morome Mur | নিজৰ কথাৰে- জয়ন্ত হাজৰিকা |
HTML-код
- Опубликовано: 19 сен 2021
- Jayanta Hazarika Birth Anniversary | Tumar Morome Mur | নিজৰ কথাৰে- জয়ন্ত হাজৰিকা |
Anchor:- Kamal Kataki
Editing:- Parag Nath
Camera:- Indrajit Das
Facebook: Headline 8 /
Twitter: @headline8assam / headline8assam
Instagram: / con
Jayanta Hazarika Mor অতি Marmar.
খুউব ভাল লাগিল। ৰাণাদাৰ প্ৰতিটো গীতেই মন চুই যায়।
এনে সুন্দৰ ভিদিও upload কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছো!!ৰাণা দাৰ সুৰ আৰু কন্ঠই আজিও আমাৰ মন পুলকিত কৰে!!
আপুৰুগীয়া ৷৷ আমিয়েই শেষ প্ৰজন্ম এই সকল মহান মনিষীৰ আশীষ পোৱা
হৃদয়ত এটি সীমাহীন আশা যাতে আমাৰ পিছৰ প্ৰজন্মৰো প্ৰিয় শিল্পী হওক.. জয়ন্ত হাজৰিকা
@@smvlogs3463❤❤❤ঊ❤😅
তুমি জয়ৰ অনন্ত জয়ন্ত
"যদি কাহানিবা সুৰবোৰ শেষ হয়
এই সৃষ্টিৰ ৰূপৰ বেলাত
হে সুৰকাৰ কিহেৰে সজাবা
পৃথিৱীত সুৰৰ মেলা
যদি ম ই প্ৰশ্ন কৰো----জয়ন্তৰ শূণ্য স্হান কোনেও পূৰাব নোৱাৰে
ৰাণাদাৰ গীত মানেই মোৰ এটি উজাগৰি ৰাতি
পল অনুপল গঢ়ি উঠা যাযাবৰী জাতি . . .
Jayanta Hazarika my favourite singer
Anusthantosai.khubval.lagil.
দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাদেৱৰ প্ৰতিটো গীতেই মন পুলকিত কৰে, হ্দয় চুই যায় ।তেওঁৰ মহান স্ষ্টিসমূহ চিৰযুগমীয়া হৈ ৰ'ব অসমীয়াৰ জনমানসত । এনে সুন্দৰ Video আপলোড কৰাৰ বাবে আপোনাক বহু ধন্যবাদ ।।
ভগৱানে এনেকুৱা মানুহৰ জন্ম হওক❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Dada xasakoi khub bhal lagil.
হিয়াত হেন্দো লনি তোলা সঁচা শিল্পী । অসমৰ সংগীত জগতক ধন্য। কৰা এই শিল্পী সকলৰ সৃষ্টিশীল যাত্ৰাৰ সহযাত্ৰী নহলেও সেই সুৰ আৰু কথাত মোহাচন্ন জনতাই আজিও ৰানা দাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰোঁ। তোমাৰ কণ্ঠ আৰু সুৰ আমাৰ সিৰাই সি ৰাই।🙏🙏
Thik koise sir.
জয়ন্ত হাজৰিকা মোৰ অতি প্ৰিয় কণ্ঠশিল্পী।তেখেতৰ প্ৰতি টো গীতেই মোৰ ভাল লাগে
বহু নজনা কথা আজি গম পালোঁ, দাদা k dhanayabad
Very very nice efforts for focusing rana da' s great evergreen songs
এই গীতবোৰ কি মে জানো শুনি আমনি নালাগে ।সচাকৈয়ে গানৰ শব্দ বোৰ হৃদয় ভেদি যোৱা একো একোটা বান ।👍👍👍
বিশিষ্ট সঙ্গীত শিল্পী জনাৰ আশীবছৰীয়া জন্মদিন ত সভক্তিৰে শ্ৰদ্ধাঞ্জলি যাচিলো।
Excellent.
সচাকৈ জয়নত দাৰ গান বোৰ সুনিলে সুনি থাকিব মন য়ায়. তেখেত আজিও আমাৰ মাজত অসমৰ ৰাইজৰ অনতৰত জীয়াই আছে. তেও অমৰ . জয় আই অসম.🙏
মোৰ অন্যতম প্ৰিয় কণ্ঠশিল্পী।এটি মিঠা কণ্ঠ ৰ অধিকাৰী
My ever favourite singer JAYANTA HAZARIKA. Very unfortunate to lost him in such a young age!
Thank you for the valuable and very justified presentation.
Man with golden voice with feelings of Assam.
❤❤❤
ধন্য হ'লো আমি
স্বৰ্গীয়া জয়ন্ত হাজৰিকা,, আপুনি অতি সোনকালে আমাৰ সকলোৰে ওচৰৰ পৰা গুছি গৈছে,,কিন্তু আপোনাৰ মধুৰ মাত আৰু প্ৰতিতো গান যিবোৰ গৈছে,, সেইবোৰ গান জেন আজি কালিৰ দৰে।
সচাই অতুলনীয়, তোমাক সহস্ৰাধিক প্ৰণাম।🙏🙏🙏🙏🙏🙏🙏
7:04😌 magical
❤
Thank you Kamal da
জয়ন্ত দা মহান।
Bar xundar lagil
💐🙏🙏🙏
Jate aase bhagabane bhale rakhak .aakou ahib dei aamar majarloi ranada.🎉🎉🎉
ৰানাদা তুমি অবিস্মৰণীয়৷
Old is gold.
Hundor
He fits in every generation and that is his magic ❤
Hunile huni thakiboloi mon jua.... ❤️❤️❤️Rana da.... We miss you..
Man with golden voice.
আপুৰুগীয়া অনুষ্ঠান। আজি ২০/৯/২০২২ইং তাৰিখে তেখেতৰ জন্ম দিৱসৰ শুভক্ষণত তেখেতৰ এনে এটি চিৰসেউজ অনুস্থান উপভোগ কৰি তেখেতক সোঁৱৰিছো।তেখেতলৈ জনালোঁ মোৰ শত সহস্ৰ শ্ৰদ্ধাঞ্জলি। এনে এটি চিৰসেউজ উপহাৰৰ বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।🙏🙏.
A great tribute to Ranada (Jayanta Hazarika) .Evergreen melody soldier of ASOM and Asomia .
হে নহান তোমাক শতকৌতি 🙏
An autograph from him I had also collected from late Jayanta da,at Bajali college cultural function premises,Pathsala,he was a legend singer belonging from N E India,I had been collected two autograph from his elder brother late Dr.Bhupen Hazarika also at this
time...,
Bor bhal lagik dei🙏
❤️❤️❤️❤️❤️
🙏
🙏🙏🙏
হিয়া চুই গ'ল
Ranadak aami jodi eatia loike pua hole aasomia sangit dhara2eai change hol heten . Bohut kaljoyai geet palu hoi sage . Nisthur niotiea ranadak eman hukale loi gol !!! Ranada bohut val pao tumar geet bur. Tumi aamar logotei aasa.
Juge juge smaraniya hoi thakib shilpi jana
RUN RUN FOR RUN A DAY FOR SOOR BAHINI.MAHENDRA HAZARIKA,BIPIN CHOWDUNG ,VIDYA SAGAR ,T😮HE TRIO ON THE FOREFRONT OF SAMAR HAZARSIKHA IN THE FIELD OF LATASIL IN FRONT OF
THE RESIDECE OF BORROWER
SANGSAR.
দৰদী কণ্ঠৰ ৰাণাদাক মোৰ লগ পোৱাৰ সৌভাগ্য ঘটিছিল ----১ম বাৰ ১৯৮২ চনত-----নিজৰাপাৰৰ নিজা ঘৰত-----অতি ষ্মৰনীয় আছিল সেই লগ পোৱা---কি মধুৰ ব্যৱহাৰ----আমাৰ ভাগ্যই বেয়া--এনে শিল্গীক অকালতে হেৰুৱালোঁ--
82 ne 72?
Moi je kor palu goi gamei napalu.Rana Da ase buli ayi buli bhabilu .Rana Da shibo.
Bhakha naai koboloi . Mor atikoi priy jayanta hajorikar devar geet sanuh
এই অমৰ গীত সমূহ কেতিয়াও হেৰাই নাযায়।
Mur dada nohoi asolote khurai hobo karon Deutar boyakhorei hobo sage. Ji nohouk tekhetor protitu geetei Val pau Aru khodai khunu aru gaboloi sesta koru. Tekhetor geet burot iman chords khumai ase. Bahut tan gaboloi. Tekhetor geet khodai sirokheuj hoi thakok. Aru Apunak bahut bahut dhanyavad jonalu. Kionu apuni prochar kora babe Tekhetor jibonor bahutu nojona kotha janibo parilu. Likhat bhul hobo pare khyoma koribo. Akou ebar dhanyavad jonalu.
Siyahottor mane?
Wow! Great! এপাচি শাকৰ মাজৰ পৰা এটা জালুক বিচাৰি উলিয়াব পৰা মানুহ বৰ দুৰ্লভ। আপুনি সঁচাকৈয়ে প্ৰসংশাৰ পাত্ৰ। congratulations 🙏
0.
Rana dar logote apunaloi huvkamona jonalu thathavitik ei....
Rànadaamarhuk
তেখেতৰ সকলোবোৰ গীত এতিয়া উপলব্ধ নহয়। যদিহ এই গীতসমূহ আপলোড দিব পৰা যায় তেন্তে আপলোড কৰাৰ ব্যৱস্থা লব লাগে। নহলে নতুন প্ৰজন্মই এইবোৰ কেতিয়াও নাপাব আৰু কালৰ সোঁতত এই যুগজয়ী গীতবোৰ কৰবাত হেৰাই যাব!
❤️❤️❤️
❤