Headline 8
Headline 8
  • Видео 864
  • Просмотров 329 221

Видео

নৃশংস, ভয়াবহ ! সংগীৰ‌ দেহক ৩৫ টুকুৰাকৈ কাটিলে আফতাবে
Просмотров 189Год назад
দেশত সঘনাই হৈ থকা হত্যাকাণ্ডৰ এক নতুন অধ্যায় । " লিভ ইন " ত থকা সংগী শ্ৰদ্ধাৰ দেহক টুকুৰা-টুকুৰকৈ কাটি পেলাই দিলে দিল্লীৰ বিভিন্ন স্থানত । আফতাবৰ নৃশংসতাক লৈ দেশজুৰি চাঞ্চল্য । #Headline8 #LoveJihad #Crime #police #murders
নাছাৰ মহাকাশযান পুনৰ চন্দ্ৰলৈ
Просмотров 22Год назад
অৰ্ধশতিকাৰ পাছত চন্দ্ৰলৈ উৰা মাৰিব নাছাৰ মহাকাশযান আৰ্টেমিছ-১, ১৯৭২ চনৰ পাছত ২০২২ বৰ্ষৰ নৱেম্বৰ মাহত চন্দ্ৰলৈ নাছাৰ অভিযান #Headline8 #NASA #Artemis #space #moon Link- fb.watch/gNMcU3YMOa/
হৰা-জিকা খেলত থাকেই
Просмотров 20Год назад
ছেমিফাইনেলত ইংলেণ্ডৰ লগত ভাৰত পৰাস্ত হোৱাত সকলোতে সমালোচনাৰ জোৱাৰ উঠিছে । শশী থাৰুৰে কয়, খেলত হৰা-জিকাটো একো ডাঙৰ কথা নহয় । #Headline8 #cricket #TeamIndia #INDvsENG #T20 link- fb.watch/gJLPZLbNvJ/
নিউজিলেণ্ডৰ পৰাজয়, পাকিস্তানৰ এখোজ
Просмотров 11Год назад
fb.watch/gIDTM1UVMe/ ৩০টা বছৰৰ পাছতো পাকিস্তানক হৰুৱাব নোৱাৰিলে নিউজিলেণ্ডে, পুনৰবাৰ পাকিস্তানৰ হাতত পৰাজয়‌ স্বীকাৰ কৰিলে নিউজিলেণ্ডে চলি থকা টি-২০ বিশ্বকাপত । #Headline8 #pakistancricketteam #newzealandcricket #cricket #T20WC2022
বিৰাটলৈ ভয় কৰে পাকিস্তানীয়ে
Просмотров 6Год назад
fb.watch/gIAP3L4L-Q/ ভাইৰেল হৈ পৰা এগৰাকী পাকিস্তানী ক্ৰিকেট অনুৰাগীৰ ভিডিঅ', বিৰাটলৈ হেনো তেওঁৰ ভয় লাগে , বিৰাটৰ চকুকেইটা বৰ ভয়লগা হেনো ! #Headline8 #viratkohli #rohitsharma #indiavspakistan #cricket #T20WC2022 #INDvsENG
তেজস্বিতাৰ‌ মৃত্যু পিতৃ-মাতৃৰ বাবেহে হৈছে !
Просмотров 30Год назад
fb.watch/gIAl6BzU2V/ মাজুলীৰ তেজস্বিতাৰ মৃত্যু চিকিৎসকৰ গাফিলতিৰ বাবে নহয়, পিতৃ-মাতৃয়ে দৰৱ খুওৱা বন্ধ কৰাৰ বাবেহে হৈছে , মুখ্যমন্ত্ৰীয়ে মাজুলীত ক'লে এই কথা । #Headline8 #HimantaBiswaSarma
আকৌ কংগ্ৰেছ ত্যাগ,বিজেপিত যোগদান !
Просмотров 13Год назад
fb.watch/gIA2OLIxWt/ পুনৰ ভাৰতীয় জাতীয় কংগ্ৰেছত খহনীয়া , সমাগত গুজৰাট নিৰ্বাচনৰ পূৰ্বেই দলটোৰ‌পৰা পদত্যাগ কৰিলে এজন জ্যেষ্ঠ কংগ্ৰেছ নেতাই, অনিশ্চয়তা আৰু সংশয়ত কংগ্ৰেছ দল । #Headline8 #Congress #BJPGujarat #RahulGandhi #NarendraModi
অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ সুজিৎ কুমাৰ ঘোষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
Просмотров 6Год назад
অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ সুজিৎ কুমাৰ ঘোষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন গুৱাহাটী উচ্চ ন্যায়ালয়ত । #Headline8 #guwahatihighcourt #boycott #Bilasipara #Assam
এজন অনুৰাগী আৰু ৰোহিত শৰ্মা
Просмотров 30Год назад
চলি আছে টি-২০ বিশ্বকাপ, ভাৰত আৰু জিম্বাৱেৰ মাজৰ খেল । হঠাৎ খেলপথাৰৰ মাজত এজন ল'ৰা, প্ৰিয় তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মাক এবাৰ লগ পাবলৈ দৌৰি আহিল ল'ৰাজন । #Headline8 #rohitsharma #indiacricketteam #cricket
তিৰুপতি মন্দিৰৰ সম্পত্তিক লৈ বিতৰ্ক, চৌদিশে চৰ্চা
Просмотров 11Год назад
বিশ্বৰ আটাইতকৈ ধনী‌ মন্দিৰ হিচাপে পৰিগণিত হৈছে তিৰুপতি মন্দিৰ। এই মন্দিৰৰ পৰ্বতসম সম্পত্তিক লৈ এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ । #Headline8 #Tirupati
৫৫১ পিতৃহাৰা যুৱতীৰ বিবাহত মোডী
Просмотров 11Год назад
৫৫১ গৰাকী পিতৃহাৰা যুৱতীৰ সামূহিক বিবাহ অনুষ্ঠানত নৰেন্দ্ৰ মোডী, আশীৰ্বাদ দিলে নৱবিবাহিত দম্পতীক, গুজৰাটৰ ভাৱনগৰত এই আয়োজন #Headline8 #NarendraModi #wedding
আলোচনাত ভাগ ল'বলৈ ৰাছিয়ালৈ এছ. জয়শংকৰ
Просмотров 3Год назад
ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ‌ই ৯ মাহ অতিক্ৰম কৰিলে, এক আলোচনাত ভাগ ল'বলৈ ৰাছিয়ালৈ ৰাওণা হ'ল ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী । #Headline8 #ExternalAffairsMinister #india #russia
প্ৰদূষিত পৰিৱেশ, দিল্লীত বন্ধ স্কুল
Просмотров 3Год назад
বিপদজনক প্ৰদূষণ উশাহ লৈ জীয়াই থাকিবলৈ কষ্ট হৈছে দিল্লীবাসীৰ । প্ৰদূষিত বায়ুৰ প্ৰভাৱে বিনষ্ট কৰিছে চৌপাশ, চৰকাৰ বাধ্য হৈ বন্ধ কৰিবলগীয়া হৈছে স্কুল । . . . arvind kejriwal Delhi, India #AAPgovernment
তেওঁক গুলিয়াই হত্যা কৰাৰ বাহিৰে কোনো লক্ষ্য নাছিল
Просмотров 10Год назад
তেওঁক গুলিয়াই হত্যা কৰাৰ বাহিৰে কোনো লক্ষ্য নাছিল
তুংগত হৈ উঠিছে দেউৰী স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযান ।
Просмотров 22Год назад
তুংগত হৈ উঠিছে দেউৰী স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযান ।
চাৰমিনাৰত পিতৃক সুঁৱৰিলে ৰাহুলে
Просмотров 16Год назад
চাৰমিনাৰত পিতৃক সুঁৱৰিলে ৰাহুলে
মুলায়ম সিঙক "ভাৰত ৰত্ন" প্ৰদানৰ দাবী
Просмотров 7Год назад
মুলায়ম সিঙক "ভাৰত ৰত্ন" প্ৰদানৰ দাবী
মৰবী নদীৰ দুৰ্ঘটনা "ভগৱানৰ ইচ্ছা" !
Просмотров 4Год назад
মৰবী নদীৰ দুৰ্ঘটনা "ভগৱানৰ ইচ্ছা" !
মহিলাৰ বাবে মহল্লা ক্লিনিক
Просмотров 11Год назад
মহিলাৰ বাবে মহল্লা ক্লিনিক
মনীষ চিচোডিয়াৰ প্ৰশ্ন বিজেপিলৈ
Просмотров 3Год назад
মনীষ চিচোডিয়াৰ প্ৰশ্ন বিজেপিলৈ
Y+ Security প্ৰদান ছলমান খানক
Просмотров 10Год назад
Y Security প্ৰদান ছলমান খানক
ৰাহুল গান্ধী নেতৃত্ব অবিহনে বিজেপিৰ পৰাজয় অনিশ্চিত!
Просмотров 10Год назад
ৰাহুল গান্ধী নেতৃত্ব অবিহনে বিজেপিৰ পৰাজয় অনিশ্চিত!
হোৱাটছ‌এপে কিয় নিষিদ্ধ কৰিছে একাউণ্ট?
Просмотров 3Год назад
হোৱাটছ‌এপে কিয় নিষিদ্ধ কৰিছে একাউণ্ট?
ভয়াবহ ৰূপ লৈছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ‌ই
Просмотров 6Год назад
ভয়াবহ ৰূপ লৈছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ‌ই
প্ৰয়াত সেনা-পত্নীৰ চেতনা
Просмотров 10Год назад
প্ৰয়াত সেনা-পত্নীৰ চেতনা
বিতৰ্কিত নেতা ৰিপুণ বৰা
Просмотров 16Год назад
বিতৰ্কিত নেতা ৰিপুণ বৰা
বিদেশী খেদা আন্দোলনৰ পৰা মুখ্যমন্ত্ৰীত্বলৈঃ প্ৰফুল্ল কুমাৰ মহন্ত
Просмотров 174Год назад
বিদেশী খেদা আন্দোলনৰ পৰা মুখ্যমন্ত্ৰীত্বলৈঃ প্ৰফুল্ল কুমাৰ মহন্ত
পীযুষ হাজৰিকা : যুৱ কংগ্ৰেছীৰ পৰা মন্ত্ৰী পীযুষলৈ
Просмотров 44Год назад
পীযুষ হাজৰিকা : যুৱ কংগ্ৰেছীৰ পৰা মন্ত্ৰী পীযুষলৈ
বিজেপিয়ে বিধায়ক কিনে
Просмотров 5Год назад
বিজেপিয়ে বিধায়ক কিনে

Комментарии

  • @bhadrakantadas6101
    @bhadrakantadas6101 6 дней назад

    Long live. J P Das. Da.

  • @kusholbhuyan4221
    @kusholbhuyan4221 13 дней назад

    Very very nice efforts for focusing rana da' s great evergreen songs

  • @bhabeshdas5924
    @bhabeshdas5924 14 дней назад

    Excellent.

  • @bikisarma850
    @bikisarma850 21 день назад

    ❤❤❤

  • @renukakoty3540
    @renukakoty3540 24 дня назад

    খুউব ভাল লাগিল। ৰাণাদাৰ প্ৰতিটো গীতেই মন চুই যায়।

  • @hariphukan672
    @hariphukan672 26 дней назад

    Jayanta Hazarika my favourite singer

  • @MAINULHOQUE-cc8fi
    @MAINULHOQUE-cc8fi 26 дней назад

    Jayanta Hazarika Mor অতি Marmar.

  • @arundhatidas1248
    @arundhatidas1248 Месяц назад

    Dada xasakoi khub bhal lagil.

  • @nirmalibora-dy6cu
    @nirmalibora-dy6cu Месяц назад

    Jate aase bhagabane bhale rakhak .aakou ahib dei aamar majarloi ranada.🎉🎉🎉

  • @s.s.musicvideoguwahati9125
    @s.s.musicvideoguwahati9125 Месяц назад

    বহু নজনা কথা আজি গম পালোঁ, দাদা k dhanayabad

  • @user-hr4md8gh6o
    @user-hr4md8gh6o Месяц назад

    😢😢😢😢😢😮😮😮😮

  • @ANUJBORBORAH-hi5qw
    @ANUJBORBORAH-hi5qw 2 месяца назад

    Rana dar logote apunaloi huvkamona jonalu thathavitik ei....

  • @JyotiBorah-xu9ri
    @JyotiBorah-xu9ri 2 месяца назад

    Ketio napaharu apunak Arun da

  • @prastutidebi8034
    @prastutidebi8034 2 месяца назад

    7:04😌 magical

  • @dhirendeka784
    @dhirendeka784 2 месяца назад

    "সন্ধিয়াৰ আকাশত এহালি তৰাই" ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰৰ পৰা সংৰক্ষণ হৈ আছে মোৰ তাত ।

  • @bikashtangha7904
    @bikashtangha7904 2 месяца назад

    petli jonik kele bohai thoise ene ene maajot

  • @user-tm2kx4ru7w
    @user-tm2kx4ru7w 2 месяца назад

    Lerki chahiye

  • @biradattadas9216
    @biradattadas9216 3 месяца назад

    RUN RUN FOR RUN A DAY FOR SOOR BAHINI.MAHENDRA HAZARIKA,BIPIN CHOWDUNG ,VIDYA SAGAR ,T😮HE TRIO ON THE FOREFRONT OF SAMAR HAZARSIKHA IN THE FIELD OF LATASIL IN FRONT OF THE RESIDECE OF BORROWER SANGSAR.

  • @user-je1mu7fx6k
    @user-je1mu7fx6k 3 месяца назад

    Axomor amulya xompod

  • @himanibanikya8168
    @himanibanikya8168 4 месяца назад

    ভগৱানে এনেকুৱা মানুহৰ জন্ম হওক❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @alexanderdren
    @alexanderdren 4 месяца назад

    atul bora jindabad

  • @kamalkalita3293
    @kamalkalita3293 4 месяца назад

    Thank you Kamal da

  • @puspanjaligogoiboruah5992
    @puspanjaligogoiboruah5992 4 месяца назад

    তুমি জয়ৰ অনন্ত জয়ন্ত "যদি কাহানিবা সুৰবোৰ শেষ হয় এই সৃষ্টিৰ ৰূপৰ বেলাত হে সুৰকাৰ কিহেৰে সজাবা পৃথিৱীত সুৰৰ‌ মেলা যদি ম ই প্ৰশ্ন কৰো----জয়ন্তৰ শূণ্য স্হান কোনেও পূৰাব‌ নোৱাৰে

  • @user-wf4rr7vq3d
    @user-wf4rr7vq3d 5 месяцев назад

    💐🙏🙏🙏

  • @bhishmadevrabha4886
    @bhishmadevrabha4886 6 месяцев назад

    কমল কটকী দাৰ পৰা ভূপেন হাজৰিকাৰ জীৱনৰ দীঘ-বাণী সম্পৰ্কে শুনি অতিশয় আনন্দিত হৈ পৰোঁ । কটকী দাৰ সুস্বাস্থ্য আন্তৰিকতাৰে কামনা কৰিছোঁ,,,,,🙏

  • @bhishmadevrabha4886
    @bhishmadevrabha4886 6 месяцев назад

    সংগীত জগতলৈ আগবঢ়োৱা বৰ্ণাধ্য অভিজ্ঞতা খিনি জানি মুগ্ধ হ'লোঁ শ্ৰদ্ধাৰ সংগীত শিল্পী জে , পি , দাৰ পৰা ,,,,,, । স্বনামধন্য দুয়ো গৰাকী শিল্পী লৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনালোঁ 🙏

  • @rajivdas9937
    @rajivdas9937 6 месяцев назад

  • @mamonipator7640
    @mamonipator7640 7 месяцев назад

    Bar xundar lagil

  • @BikashNeog-fr9kp
    @BikashNeog-fr9kp 8 месяцев назад

    Bor bhal lagik dei🙏

  • @rintasharma6006
    @rintasharma6006 8 месяцев назад

    Arun das is best singer of assam

  • @bibhutibhusanhazarika3189
    @bibhutibhusanhazarika3189 8 месяцев назад

    ❤❤❤

  • @Dadabhai77
    @Dadabhai77 8 месяцев назад

    🙏🙏🙏

  • @ajoydevnath3047
    @ajoydevnath3047 9 месяцев назад

    Raita anak na খাই o

  • @jibeshkalita5865
    @jibeshkalita5865 9 месяцев назад

    এনে সুন্দৰ ভিদিও upload কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছো!!ৰাণা দাৰ সুৰ আৰু কন্ঠই আজিও আমাৰ মন পুলকিত কৰে!!

  • @pranabjyotikashyap6238
    @pranabjyotikashyap6238 10 месяцев назад

    Gan ata gabow lage ki kotha koi a time bur nostaw kori ase. Apuni besi kotha koi any o olop val nalage . Bhupen dai j ki logot loi asel koboi nuwaru . Arun da gan ata gai diyok.

  • @moonlightmediaeventservice1393
    @moonlightmediaeventservice1393 10 месяцев назад

    🙏❤️🙏

  • @panchamborah6298
    @panchamborah6298 10 месяцев назад

    No comment but but🎉🎉🎉

  • @JepsDesign
    @JepsDesign 10 месяцев назад

    This THUMBNAIL IS great !! It SUITS the personality of this unique & sentimental musical rock king of the 80's & 90's

  • @ashimduwarah7109
    @ashimduwarah7109 10 месяцев назад

    তেখেতৰ সকলোবোৰ গীত এতিয়া উপলব্ধ নহয়। যদিহ এই গীতসমূহ আপলোড দিব পৰা যায় তেন্তে আপলোড কৰাৰ ব্যৱস্থা লব লাগে। নহলে নতুন প্ৰজন্মই এইবোৰ কেতিয়াও নাপাব আৰু কালৰ সোঁতত এই যুগজয়ী গীতবোৰ কৰবাত হেৰাই যাব!

  • @lakhijan2366
    @lakhijan2366 10 месяцев назад

    Wcome Pronam

  • @SanjuNarah
    @SanjuNarah 11 месяцев назад

    Nice

  • @dhirajmusical4055
    @dhirajmusical4055 11 месяцев назад

    Man with golden voice.

  • @arupsaloi6871
    @arupsaloi6871 Год назад

    Mur dada nohoi asolote khurai hobo karon Deutar boyakhorei hobo sage. Ji nohouk tekhetor protitu geetei Val pau Aru khodai khunu aru gaboloi sesta koru. Tekhetor geet burot iman chords khumai ase. Bahut tan gaboloi. Tekhetor geet khodai sirokheuj hoi thakok. Aru Apunak bahut bahut dhanyavad jonalu. Kionu apuni prochar kora babe Tekhetor jibonor bahutu nojona kotha janibo parilu. Likhat bhul hobo pare khyoma koribo. Akou ebar dhanyavad jonalu.

  • @raghavidutta9761
    @raghavidutta9761 Год назад

    Xundor

  • @tuheensharma2296
    @tuheensharma2296 Год назад

    He fits in every generation and that is his magic ❤

  • @boradilip818
    @boradilip818 Год назад

    Give me torun saikia contec no

  • @kukhaldeori6711
    @kukhaldeori6711 Год назад

    Anusthantosai.khubval.lagil.

  • @kusumsharma4537
    @kusumsharma4537 Год назад

    😂🎉😢😮

  • @user-ev4cb5nh3d
    @user-ev4cb5nh3d Год назад

    এই অমৰ গীত সমূহ কেতিয়াও হেৰাই নাযায়।

  • @HemendraSarma-tp8ge
    @HemendraSarma-tp8ge Год назад

    An autograph from him I had also collected from late Jayanta da,at Bajali college cultural function premises,Pathsala,he was a legend singer belonging from N E India,I had been collected two autograph from his elder brother late Dr.Bhupen Hazarika also at this time...,