মহিলা চৰিত্ৰৰ বলিষ্ঠ অভিনেতা- সদা | বহু নতুন অভিনেতাৰ আদৰ্শ | Sinaki #07 | Vauna | Vaona | Bhauna

Поделиться
HTML-код
  • Опубликовано: 19 окт 2024
  • মহিলা চৰিত্ৰৰ বলিষ্ঠ অভিনেতা- সদা | বহু নতুন অভিনেতাৰ আদৰ্শ | Sinaki #07 | Vauna | Vaona | Bhauna
    চিনাকীৰ আজিৰ খণ্ডটিৰ অতিথি নাৰী চৰিত্ৰত অভিনয়েৰে ভাওনা প্ৰেমীসকলৰ মাজত জনপ্ৰিয় হোৱা, নাৰী চৰিত্ৰ সমূহক এক সুকীয়া মাত্ৰা প্ৰদান কৰা অবিনাশ শইকীয়া ওৰফে সদা।
    আশাকৰোঁ ভিডিঅ'টি চাই ভাল পাব।
    সদাই ৰজকিনীৰ চৰিত্ৰত অভিনয় কৰা এটি ভিডিঅ':
    • ৰজক-ৰজকিনীৰ কাজিয়া | ৰ...
    জনপ্ৰিয় মহিলা চৰিত্ৰৰ অভিনেতা দাদু বৰাৰ সৈতে চিনাকী:
    • নাৰী চৰিত্ৰত অভিনয়েৰে ...
    যিকোনো সাংস্কৃতিক অনুস্থান প্ৰচাৰৰ বাবে যোগাযোগ কৰক: 6003582951
    Cover Topic:
    Sinaki
    Pmb mix
    hoda
    Hoda vauna
    Assamese interview
    Assamese podcast
    Assamese vauna
    Vauna
    Bhauna
    Vaona
    Vauna actor
    Assamese actor
    Vawna
    Bhaona
    Interview video
    Assamese vauna
    #pmbmix
    #sinaki

Комментарии • 63

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 3 месяца назад +2

    এখেতৰ বৰ সুন্দৰ অভিনয় এই যাত্ৰা সফল হ ওক ভাল লাগে

  • @latukalita3457
    @latukalita3457 Год назад +4

    খুবেই ভাল লাগিল। সদা দাৰ দেউতাকে গুৱাপান লৈ ৰাইজলৈ নিজৰ সন্তানক আগুৱাই দিয়া কথাষাৰে হৃদয় স্পৰ্শ কৰিলে। সদা দা অনুপ্ৰেৰণা হৈ ৰওক সকলোৰে❤

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 3 месяца назад +2

    আপোনাৰ দেউতা মহান মনৰ মানুহ আছিল ঈশ্বৰে দীঘায়ু কৰক আপোনাক শুনি ভাল লাগিল

  • @njproduction900
    @njproduction900 Год назад

    বহুখিনি ভাল কথা কৈছে ৷
    কিন্ত তাৰে মাজত ক’লে যে চৰিত্ৰটো কেনেকুৱা মানুহে অভিনয় কৰিছে তাত কে অভিনয় চাব লাগে বুলি ৷
    অভিনয়টো চাব লাগিব ৷কিন্ত প্ৰতিটো চৰিত্ৰ এটা বৈশিষ্ট্য আছে ৷ গতিকে উপস্থাপন চৰিত্ৰটো লগত মানুহজন মিলিছে নাই সেইটো নাচালে কেনেকে হ’ব ৷
    অগ্নিগড় পাৰ হোৱা লগে লগেই মানুহে দেখি কব লাগিব যে এইজন আমোক চৰিত্ৰ হ’ব ৷

  • @anshumanlahon9507
    @anshumanlahon9507 Год назад +1

    ভাল লাগিল 👏👏👏

  • @bhargavboruahboruah598
    @bhargavboruahboruah598 Год назад

    বহুত সুন্দৰ হৈছে সদা দাদা

  • @mainasaikiaassam5445
    @mainasaikiaassam5445 Год назад

    বৰ ধুনীয়া কৈ কৈছে কথা বোৰৰ ভাল লাগিল

  • @anjusaikia2483
    @anjusaikia2483 Год назад

    ভাল লাগিল🙏

  • @sourovburagohain4538
    @sourovburagohain4538 Год назад

    Thank you hada da vl lagil apunar video ti ....aru ag bahi jaok

  • @bishawjitdutta437
    @bishawjitdutta437 Год назад

    Hundor.vl lgil ❤️

  • @BikramBaruah-jz8ve
    @BikramBaruah-jz8ve Год назад

    সুন্দৰ

  • @sattriyasanskritikukildutt8669

    সুন্দৰ সদা

  • @junmrinal7576
    @junmrinal7576 Год назад +3

    যুক্তিসংগত কথা প্ৰকাশ কৰিলা সদা দা ।

  • @Fusicomedyofficial
    @Fusicomedyofficial Год назад +1

    Val lagil monar kotha kola

  • @axomiyadrama0455
    @axomiyadrama0455 Год назад

    সুন্দৰ 🙏🙏🙏

  • @biswajitborahyt7908
    @biswajitborahyt7908 Год назад +1

    Mama❤️

  • @jibonnath6395
    @jibonnath6395 Год назад

    Vl lgil

  • @ankurboruah8273
    @ankurboruah8273 Год назад

    Mojjja দেই ❤️❤️

  • @UtpalBahai-rm9yo
    @UtpalBahai-rm9yo Год назад

    Hosa kotha apunar ovinoi sai val lage

  • @jutichetia2018
    @jutichetia2018 Год назад

    Hoda da tumi ,🔥🔥🔥🔥🔥

  • @karobisaikia3548
    @karobisaikia3548 Год назад +1

    তেওঁ অভিনয় মোৰ বৰ পীয় ❤❤

  • @Limashree-kb8xb
    @Limashree-kb8xb Год назад +1

    ভাল লাগিল অবিনাশ তোমাল লগত অভিনয় কৰা মুহুত্ববোৰ আজিও মনত আছে।❤

  • @siddharthahatimuria1338
    @siddharthahatimuria1338 Год назад

    সদা দাৰ অভিনয় চাই ভাল লাগে❤

  • @pocojieditzgaming2453
    @pocojieditzgaming2453 Год назад

    Hoda da 💥👍

  • @nakuldasofficial9304
    @nakuldasofficial9304 Год назад

    ❤❤

  • @madhusmitasaikia7580
    @madhusmitasaikia7580 Год назад

    Hoda da❤❤

  • @axomialoramoibhargob
    @axomialoramoibhargob Год назад +1

    সদা দাৰ অভিনয় মানিবলগীয়া। সদা দাৰ লগত অভিনয় কৰি সুবেই ভাল লাগে ❤। সুন্দৰকৈ উপস্হাপন কৰে

  • @parthapratimborboruah6959
    @parthapratimborboruah6959 Год назад

    Hoda da🔥

  • @ranihazarika7116
    @ranihazarika7116 Год назад

    Hoda mama ❤️

  • @debankasentertainment7362
    @debankasentertainment7362 Год назад +2

    গাওঁ খনৰ লগতে অঞ্চলটোৰ গৌৰৱ আমাৰ সদা ককাই,, ভাল লাগিল

  • @rupamtamulikaku6271
    @rupamtamulikaku6271 Год назад +1

    সদা দা তোমাৰ ব্যক্তিত্ব আৰু তোমাৰ অভিনয় খুৱ প্ৰিয় মোৰ ❤ সদায় ভালে থাকা❤🎉

  • @subhashborboruah6895
    @subhashborboruah6895 Год назад

    যুক্তিসংগত❤

  • @priyankuborah6132
    @priyankuborah6132 Год назад +3

    Mohesh Boah... Dipen Dutta... Dipankor(Godo)... Pranjit Bhorali(Ranga)... Latumoni Saikia... ভাওনা জগতৰ এইকেইজন বলিষ্ঠ অভিনেতাৰ interveiw apunr video t Dekha pam buli Aakha Thakil❤.....

    • @madhurjyaborah8814
      @madhurjyaborah8814 Год назад

      দাদা, অনুগ্ৰহ কৰি অঙ্কুৰ শইকীয়া আৰু বিষ্ণু বৰা দেৱৰ এটা Interview দিব চোন,অপেক্ষা মাথোঁ সেই দিনটোলৈ 🙏🙏🙏🙏

    • @PMBMix
      @PMBMix  Год назад

      ধৈৰ্যৰ ফল সদায় মিঠা😊

    • @RajuDutta-j5r
      @RajuDutta-j5r Год назад

      Nabo kalita k lage aru

    • @PMBMix
      @PMBMix  Год назад

      Aji lom bhabisilu... Kintu aji teu Digboi gol... Next week try korim sure

  • @dipakelectrical1131
    @dipakelectrical1131 Год назад

    right ✅️

  • @ankurboruah8273
    @ankurboruah8273 Год назад

    বিষ্ণু বৰা ৰ লাগে দেই ,, তেঁও মোৰ খুব প্ৰিয় ,,, আগ্ৰহেৰে বাট চাই আছোঁ

  • @sachindutta9405
    @sachindutta9405 Год назад

    যথেষ্ট গঠনমূলক মন্তব্য , ভাল পালোঁ শুনি# সদা দা

  • @achyutneog5909
    @achyutneog5909 Год назад +1

    Ankur saikia interview pam buli akha korilu

  • @anshumansarmahsarmah5697
    @anshumansarmahsarmah5697 7 месяцев назад +1

    নাৰী চৰিত্ৰৰ বিতুপন কাকতি , গায়ন যদু দত্ত ,লুলু নেওগ এই কেইজন ব্যক্তিক চিনাকি অনুস্থান লৈ আনিব চোন

    • @PMBMix
      @PMBMix  7 месяцев назад

      যদু দত্তক আশা নকৰা ভাল... বাকী কেইজনক নিশ্চয় আনিম...

    • @anshumansarmahsarmah5697
      @anshumansarmahsarmah5697 7 месяцев назад

      @@PMBMix কিয়

    • @PMBMix
      @PMBMix  7 месяцев назад

      তেওঁ কেমেৰাৰ আগত ওলাবলৈ বেয়া পাইছে

    • @anshumansarmahsarmah5697
      @anshumansarmahsarmah5697 7 месяцев назад

      @@PMBMixতেওঁক ভাল লাগে কাৰণে হে কৈছিলো , সেই বুলি আকৌ চেষ্টা এটা চলাব বুলি আশা কৰিলো

  • @bhargabgogoi8767
    @bhargabgogoi8767 Год назад

    Prahlad kokai Hoda kokai🔥❣️

  • @axomialoramoibhargob
    @axomialoramoibhargob Год назад +2

    জীৱনজ্যোতি দা‌, দীপাংকৰ দা ৰ সাক্ষাৎকাৰ‌ লাগে।

  • @ManashjyotiDas-bj8kw
    @ManashjyotiDas-bj8kw Год назад

    কাইলৈ লগ পাম আমাৰ শংখনিনাদ নাট্যগোটীত

  • @lukumonisaikia6881
    @lukumonisaikia6881 2 месяца назад

    টীয়কৰ ৰঞ্জন দত্তক আনিব

  • @utpalsaikia654
    @utpalsaikia654 Год назад

    সহজ সৰল ভাল মনৰ ব্যক্তি সদা দা।♥️🙏

  • @JishuBoruah-z6f
    @JishuBoruah-z6f Год назад

    Pankaj dutta dadak lage mohila soritra kora

  • @madhujyasaikia5078
    @madhujyasaikia5078 Год назад

    Pranjit gayan r interview lage

  • @Dutta.S
    @Dutta.S Год назад

    Sabitri satyavan khon ndie nki

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 3 месяца назад +1

    সচা কথা অভিনয় হে আচল গুৰুত্ব দিব লাগে ল'ৰা ছোৱালী কথা নাই ধুনীয়া টো চাব নেলাগে বিচাৰক সকলে

  • @manashsaikia1006
    @manashsaikia1006 Год назад

    Simanta kolita (dangor Jaan da ) interview lobo

  • @prasantabaruah1728
    @prasantabaruah1728 Год назад +1

    Akdom hosa khota kisoman besaroka sahara sai acting nasai

  • @alponaboiragi
    @alponaboiragi Год назад

    Hoda da 🔥🔥

  • @bitupandas2280
    @bitupandas2280 Год назад

    Hoda da ❤️

  • @kukildowarahofficial
    @kukildowarahofficial Год назад

    Hoda da ❤

  • @bastovb.4265
    @bastovb.4265 Год назад

    Hoda da 💥