ভাওনা জগতৰ অন্যতম এটি ভোটাতৰা ৰাজীৱ লোচন বড়া | Sinaki #02 | Rajib Luson Vauna | Rajib Lochan Borah

Поделиться
HTML-код
  • Опубликовано: 31 авг 2023
  • ভাওনা জগতৰ অন্যতম এটি ভোটাতৰা ৰাজীৱ লোচন বড়া | Sinaki #02 | Rajib Luson Vauna | Rajib Lochan Borah
    PMB MIX ইউটিউব চেনেলৰ নতুন শিতান "চিনাকী"ৰ প্ৰথমটো ভিডিঅ'ত আপোলোকৰ আগত চিনাকী কৰাই দিছোঁ ভগৱান আৰু নাৰদৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ অন্তৰ জয় কৰা শ্ৰদ্ধাৰ ৰাজীৱ লোচ বড়া দাক।
    আশাকৰোঁ ভিডিঅ'টি চাই ভাল পাব।
    যিকোনো সাংস্কৃতিক অনুস্থান প্ৰচাৰৰ বাবে যোগাযোগ কৰক: 6003582951
    Cover Topic:
    Sinaki
    Rajib luson borah
    Rajib luson
    Rajib lochan borah
    Rajib luson vauna
    Rajib lochan vauna
    Vauna
    Bhauna
    Rajib lochan narod
    Rajib luson narod
    Interview
    Assamese interview
    Vauna
    Vauna actor
    Vauna actor interview
    #pmbmix
    #interview
  • РазвлеченияРазвлечения

Комментарии • 101

  • @HORIKRISHNA_BORA
    @HORIKRISHNA_BORA 11 месяцев назад +3

    ভাওনাত সুন্দৰ অভিনয়ৰ আৰু গীতৰ মাজেৰে ৰাজীৱ দাৰ এটি পৰিচয়। তেওঁ নিজৰ পৰিচয়ৰ উপৰিও বহুতো কিশোৰ কিশোৰীক সমাজত সুদক্ষ অভিনেতা হিচাপে গঢ় দিছে। এই সুযোগতে আমাৰ পৰিয়ালৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ।

  • @rupamtamulikaku6271
    @rupamtamulikaku6271 11 месяцев назад +5

    ভাল‌ লাগিল 🌸আমাৰ সমীপৰ এগৰাকী প্ৰতিভাৱান ব্যক্তিৰ সাক্ষাৎকাৰটি। লগতে আতধৰোতা উদিয়মান যুৱ শিল্পী গৰাকীয়ে ইমান সুন্দৰ কৈ নিখুঁত ভাৱে অনুষ্ঠান টি আগবাঢ়াই নিছে আগলৈকে এনেদৰে আগবাঢ়ি যোৱা বহুত শুভ কামনা ❤️

  • @dhyanjitsvlogs3621
    @dhyanjitsvlogs3621 11 месяцев назад +2

    অতি সুন্দৰ পদক্ষেপ...
    ৰাজীৱ দা অদ্বিতীয়....

  • @lukumainaborah6109
    @lukumainaborah6109 11 месяцев назад +5

    ৰাজীৱ লোচন বৰা এক দূদান্ত সুঃনিপুন স্বতস্ফুত অভিনেতা ❤️❤️ ককাই জন আমাৰ গৌৰৱ 🥰🥰 লগতে স্পষ্টবাদি । শুভ কামনা নেদেখা জনে সুখত ৰাখক 🙏 লগেত সুন্দৰ প্ৰতিভা ব্যক্তি সম্পৰ্ন সংস্কৃতি প্ৰেমি সকল চিনাকি কৰাই নৱ প্ৰজন্মক আগুৱাই যাবলৈ উৎসাহ দিয়া বাবে আপোনাৰ চেনেলটিলৈ অন্তহীন শুভকামনা । সু-স্বাস্থ্য অধিকাৰি ৰাখক আপোনাক❤লগতে ভাতৃ প্ৰতিম চন্দ্ৰমনিলৈ মৰম যাঁচিলো অনুষ্ঠানটো সুন্দৰকৈ আট ধৰা বাবে❤️❤️❤️

    • @PMBMix
      @PMBMix  11 месяцев назад

      অশেষ ধন্যবাদ🙏

  • @funnymoment299
    @funnymoment299 11 месяцев назад +2

    এই অনুষ্ঠানটিৰ জৰিয়তে ভাওনাৰ লগত জড়িত জনপ্রিয় মুখ ৰাজীৱ দাৰ ৱহুতো নজনা কথা জানিব পাৰিলো । বহুত ভাল লাগিল ।অনুষ্ঠানটিট আৰু কথা জানিৱ পাৰিম বুলি আশা থাকিল । অৱশেষত অনুষ্ঠান টি আৰু আগুৱাই যাওক । শুভেচ্ছা থাকিল
    আগুৱাই

  • @poragdhorborah9783
    @poragdhorborah9783 11 месяцев назад +1

    অতিশয় প্ৰতিভাৱান ভাওৰীয়া এও।নাৰদৰ ভাৱত এখেত অতুলনীয়।

  • @brushupyourliterature1
    @brushupyourliterature1 11 месяцев назад +2

    Always proud of you, Rajibda. Whatever I have learned so far, it's only from you. You are such a brilliant actor who really deserves such love and affection. I feel privileged to acknowledge about you.Go ahead, there are miles to go.
    --with best wishes,
    Ashim Kumar Hazarika

  • @bornaliborgohain685
    @bornaliborgohain685 11 месяцев назад +2

    বৰ সুন্দৰ লাগিল ৷ বহুতো নজনা কথা জানিব পৰিলো ৷
    অনুষ্ঠান এটি ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াৰ বাৱে এই চেনেলটিলৈ অশেষ ধন্যবাদ জনাইছো ৷

  • @pranjaldutta7978
    @pranjaldutta7978 11 месяцев назад +1

    সুন্দৰ অনুষ্ঠান ভাল লাগিল,ভাগবানে দুয়োজনক ভালে ৰাখক,

  • @pradipsaikia234
    @pradipsaikia234 11 месяцев назад +1

    সুন্দৰ কথা কৈছে deaiii ভূলকে গাব nelage বেয়া কথা ......

  • @axomsantanbitupan2108
    @axomsantanbitupan2108 11 месяцев назад +2

    এই channel ৰ পদক্ষেপ সলাগ লৈছো, সুন্দৰ অনুষ্ঠান উপভোগ কৰিব পাৰিছো ❤️‍🩹

  • @boraxomsubhrajitbailung1289
    @boraxomsubhrajitbailung1289 11 месяцев назад +2

    ৰাজীৱ দা আমাৰ গৌৰৱ❤️

  • @chetiavaii3417
    @chetiavaii3417 11 месяцев назад +1

    ৰাজীৱ দা ৰ বিষয়ে বহু টো নজনা কথা জানিব পাৰিলো।।। ভাল মনৰ মানুহ তেও ❤।।।।। ভালে ৰাখক👍 ভগৱানে।।।।।

  • @pankajdutta9809
    @pankajdutta9809 11 месяцев назад +1

    ভাল লাগিল অনুষ্ঠান ভাগি।

  • @abhijitpathak5837
    @abhijitpathak5837 11 месяцев назад +1

    অনুষ্ঠানটো চাই ভাল লাগিল। আৰু আগুৱাই যাওক ❤❤❤❤❤

  • @apaditya6554
    @apaditya6554 11 месяцев назад +1

    আপুনি এনেদৰে আগুৱাই যাওক । আপুনি আমাৰ বাবে গৌৰৱ ।

  • @bontiborah2734
    @bontiborah2734 11 месяцев назад +1

    Mur namtuje loli bhal lagil . Bhogowane tuk aguwai niyok ❤

  • @jitamoniborabora4400
    @jitamoniborabora4400 11 месяцев назад +2

    বহু দূৰ আগুৱাই যাওক,,,অলেখ শুভকামনা আপোনালৈ❤🎉

  • @Adityaankur939
    @Adityaankur939 11 месяцев назад +2

    Hosai bhtt val lagil ❤

  • @raktimjyotiborah1487
    @raktimjyotiborah1487 11 месяцев назад +6

    প্ৰিয় শিৰণাক্ষ অংকুৰ শইকীয়া দেৱৰ সাক্ষাৎকাৰ এটি বিচাৰিছোঁ 🙏🙏🙏

    • @PMBMix
      @PMBMix  11 месяцев назад +1

      নিশ্চয় চেষ্টা কৰিম...

    • @monujsaikia7843
      @monujsaikia7843 11 месяцев назад

      Narod Nabajyoti Kalita intrvw ETA lage..Nabajyoti kalita homan ovinoy kribo pra narod ny ru All assamr

    • @ankurboruah8273
      @ankurboruah8273 10 месяцев назад +1

      মইও জানিববিচাৰোঁ অংকুৰ শইকীয়া দাৰ বিষয়ে

    • @PMBMix
      @PMBMix  10 месяцев назад

      নিশ্চয়...

  • @hemantadas8814
    @hemantadas8814 11 месяцев назад +1

    সাক্ষাৎকাৰটো সুন্দৰ লাগিল।

  • @amlandip
    @amlandip 11 месяцев назад +3

    সুন্দৰ অনুষ্ঠান।। 👌

    • @PMBMix
      @PMBMix  11 месяцев назад +2

      অশেষ ধন্যবাদ... আমাৰ প্ৰিয়, আমাৰ সম্পদ ভাওনা জগতৰ ব্যক্তিসকলক ৰাইজে ওচৰৰপৰা যেন অকণমান হলেও জানিব পাৰে তাৰেই চেষ্টা কৰিছোঁ...

  • @satyaranjanbharali3454
    @satyaranjanbharali3454 11 месяцев назад +2

    প্ৰতিটো কৰ্মই তোমাৰ নৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ থল।সূত্ৰ ভাৱৰ পৰা বিষ্ণুলেকে, গীটাৰ শিকাৰ পৰা সংগীত সৃষ্টি, লেকে প্ৰতিটো কৰ্মই জনমানসত তোমাক উজ্জ্বল তৰাৰ দৰে জিলিকাই ৰাখিব বন্ধু। আশা ৰাখিছোঁ প্ৰতিজন নৱপ্ৰজন্ম তোমাৰ আলোকেৰে আলোকিত হব।

  • @nirrdeepsaikiaokhom6800
    @nirrdeepsaikiaokhom6800 11 месяцев назад +2

    দুয়োজন সঁচাকৈ অন্যতম ❤ ৰাজীৱ দা বহু নজনা কথা জানিব পাৰিছো, আপোনালোক আমাৰ আদৰ্শ , আদৰ্শ বোৰ আজীৱন থাকি যাওঁক সকলোৰে মাজত , আৰু লগতে আপোনাৰ সু স্বাস্থ্য কামনা কৰিলো 🙏 প্ৰিয় শিল্পী চন্দ্ৰ মণি গগৈৰ কথা কোৱাৰ যি কলা সেইয়া সঁচাকৈ আকৰ্ষণীয় হৈছে good job ❤ ধন্যবাদ

    • @chandramoni_gogoi
      @chandramoni_gogoi 11 месяцев назад +2

      ধন্যবাদ জনাইছো

  • @bibhutisaikia1256
    @bibhutisaikia1256 11 месяцев назад +1

    Val lagile..bisheshkoi vogoban soritro homporke kuwa kotha keitai provabito korile...

  • @user-uc3mj3cq6f
    @user-uc3mj3cq6f 11 месяцев назад +1

    সুন্দৰ

  • @simantabaruah1631
    @simantabaruah1631 11 месяцев назад +2

    Proud of u Dada 🙏

  • @user-fx9ic9jj1d
    @user-fx9ic9jj1d 11 месяцев назад

    বা বা ৰাজীৱ দা । আপুনি মহান।❤❤

  • @madhobhazarika5780
    @madhobhazarika5780 11 месяцев назад +1

    সচা কথা❤

  • @parishmitadutta3138
    @parishmitadutta3138 11 месяцев назад +1

    ৰাজীৱ দা যেতিয়া কৃষ্ণ ৰূপ লৈ ওলাই আহে সঁচাই মানিব লাগিব। শ্লোক ভাগ যেতিয়া গাব গায়কে ৰাজীৱ দাই ৰৈ জুন টো ৰূপ দিব অকমান দিঙিটো বেকা কৰি মুখত এটা মিঠা হাঁহি কি কম।

  • @pobontamuli4168
    @pobontamuli4168 11 месяцев назад +1

    Val lagil dei ! Tur intervewtu
    আগন্তুক দিনবিলাকতো আকৌ এনেদৰে আগুৱাই যা তাকে কামনা কৰিছো ।।
    Wishing you all the best

  • @tonentertainment4132
    @tonentertainment4132 11 месяцев назад +2

    Rajib da ❤🙏

  • @proytushvlogandfacts6894
    @proytushvlogandfacts6894 11 месяцев назад

    সুন্দৰ অনুষ্ঠান❤️

  • @palashbhuyan1503
    @palashbhuyan1503 11 месяцев назад

    সুন্দৰ❤

  • @Jintu-tv8on
    @Jintu-tv8on 11 месяцев назад +1

    Bor val lage Rajib lusonr narod ovinoy.

  • @nishebora8300
    @nishebora8300 11 месяцев назад

    proud of u brother ❤

  • @pranjaldutta1529
    @pranjaldutta1529 11 месяцев назад

    বৰ সুন্দৰ অনুষ্ঠান

  • @bishalbrox3923
    @bishalbrox3923 11 месяцев назад +1

    Rajib da my fav❤

  • @aadikrishnagogoi2683
    @aadikrishnagogoi2683 10 месяцев назад +2

    বহুত ভাল লাগিল❤️❤️❤️ যোৰহাটৰ সৰু জান দাৰ সাক্ষাৎকাৰ লাগে 😊

  • @arupchutia2708
    @arupchutia2708 11 месяцев назад +1

    সুন্দৰ অনুষ্ঠান। ভাওনা ৰ বহুতো নজনা কথা জানিব পাৰিলোঁ

  • @bitupachani9256
    @bitupachani9256 11 месяцев назад +2

    Hosa da da ❤❤

  • @pradipsaikia234
    @pradipsaikia234 11 месяцев назад +4

    ৰূপম তামূলী আৰু mukunda kolita ata সাক্ষাৎ কাৰ পাম বুলি আশা ৰাখিলোঁ ❤❤

    • @PMBMix
      @PMBMix  11 месяцев назад +3

      নিশ্চয় চেষ্টা কৰিম...

  • @ridipdutta1370
    @ridipdutta1370 11 месяцев назад +1

    Rajib dar sinta dhara ovinoi hukia....

  • @himanshugogoi5036
    @himanshugogoi5036 11 месяцев назад +1

    Hosa kotha koise narod or gan huni huni amoni lage bhawnat ,,,😊

  • @arpitaa.09
    @arpitaa.09 10 месяцев назад

    গুৰু ❤️

  • @ACTIONBHAI-yo4hi
    @ACTIONBHAI-yo4hi 11 месяцев назад +1

    ❤❤❤

  • @mainamaina1350
    @mainamaina1350 11 месяцев назад +1

    Mur khura hoi❤❤❤

  • @anuranansarmah4079
    @anuranansarmah4079 11 месяцев назад +2

    Dipan Da or interview ata lobo

  • @gyanamscreation9743
    @gyanamscreation9743 10 месяцев назад

    ৰাজীৱ আমাৰ অঞ্চলৰ গৌৰৱ..কিন্তু মঞ্চৰ সামাজিক নাটকৰ ক্ষেত্ৰত তোমাক আগবঢ়াই অনা দুজন স্বনামধন্য ব্যক্তিৰ নাম নললা..

  • @ACTIONBHAI-yo4hi
    @ACTIONBHAI-yo4hi 11 месяцев назад

    Dada parela mukunda kalita আৰু rupom tamulir সাক্ষাৎকাৰ লব চোন।🙏

  • @nboruah3634
    @nboruah3634 11 месяцев назад +3

    Vauna jetialoike soli thakibo. Tetia loike Rajib da Narod 1st position t thakibo.

  • @binoygogoi6421
    @binoygogoi6421 10 месяцев назад

    Ranga da

  • @Lakhya0098
    @Lakhya0098 10 месяцев назад

    মহেশ দাৰ লাগে

    • @PMBMix
      @PMBMix  10 месяцев назад

      কৃষ্ণ... কিমান দূৰ সম্ভৱ নাযানো... ঈশ্বৰে মিলালে এদিন হয়তু নিশ্চয় আগবঢ়াব পাৰিম...

  • @sanjibchutia6188
    @sanjibchutia6188 10 месяцев назад

    Mur priya abhinata ranga

  • @madhurjyaborah8814
    @madhurjyaborah8814 11 месяцев назад +1

    দাদা, অংকুৰ শইকীয়াৰ (ধিতাইপুখুৰী) সাক্ষাৎ এটা দিব চোন।🙏🙏🙏

    • @PMBMix
      @PMBMix  11 месяцев назад

      নিশ্চয় চেষ্টা কৰিম

    • @madhurjyaborah8814
      @madhurjyaborah8814 11 месяцев назад

      @@PMBMix ধন্যবাদ

  • @Potou-mx8jl
    @Potou-mx8jl 11 месяцев назад +1

    নৱ কলিতা লাগে দাদা

  • @anurag35710
    @anurag35710 10 месяцев назад

    Atulananda Goswami Sir r interview lobosoon.

    • @PMBMix
      @PMBMix  10 месяцев назад

      নিশ্চয় চেষ্টা কৰিম

  • @rajdeepbora5025
    @rajdeepbora5025 11 месяцев назад +1

    সদাক মাতিব অসমৰ এজন ভাল অভিনেতা

    • @PMBMix
      @PMBMix  11 месяцев назад

      নিশ্চয়...

  • @deepallblock3796
    @deepallblock3796 11 месяцев назад

    মই নজানো হা মই এদীনো নাই দেখা ভোওনাত

    • @PMBMix
      @PMBMix  11 месяцев назад +2

      এসময়ৰ এজন বিখ্যাত ভাৱৰীয়া... যিসকলে ভাওনা বহু আগৰপৰা চাইছে তেওঁলোকে ভালদৰেই জানে ৰাজীৱ লোচন দা কোন...

  • @aimeemili1185
    @aimeemili1185 11 месяцев назад +1

    hoda dak matibo maiki bosan gai j pabnecha)

    • @PMBMix
      @PMBMix  11 месяцев назад

      নিশ্চয়

  • @user-lb7zo6dr7t
    @user-lb7zo6dr7t 11 месяцев назад

    Ranga da matibo soon

    • @PMBMix
      @PMBMix  11 месяцев назад

      নিশ্চয় চেষ্টা কৰিম

    • @ankurboruah8273
      @ankurboruah8273 10 месяцев назад +1

      Ranga kam nai ,, মৰ চিয়ৰ এহূপা মাৰে ,, video কাৰণে চিনি পাই আৰু 🙄

  • @anantaborabora2801
    @anantaborabora2801 11 месяцев назад

    Kolia Dak matiba

  • @bituponduttavlog7287
    @bituponduttavlog7287 11 месяцев назад +9

    নমস্কাৰ ৰাজীৱ দা , আপোনাৰ কথা খিনি শুনি সুখী হৈছোঁ আৰু ভাল লাগিছে ।কিন্তু তাৰ মাজতে এষাৰ কথা কওঁ ৰাইজ সকল কোনেও ভুল নুবুজিব আৰু আপুনিও ভুল নুবুজিব ,। মই এজন উঠি অহা যুৱ প্ৰজন্মৰ ভাওৰীয়া শিল্পী ,আৰু অসমত নহয় ভাওনা অসমৰ বহুত কম ঠাইত পতা হয় আৰু বহুতো শিল্পী আছে শিকিবলৈ আগবাঢ়ি অহা । প্ৰথম কথা হল শিল্পী এজন হৈ মিডিয়াৰ সন্মুখত আন বহুতো শিল্পীক অপমান নকৰি যদি আপুনি ভাল 100 জন শিল্পী জন্ম দিব পাৰিলেহেঁতে আপোনাক ধন্যবাদ জনালো হয় । উপদেশ আপুনি দিছে আমি শুনিছোঁ । কিন্তু আপোনাৰ আৰ্হি শ্ৰেষ্ঠ হোৱা উচিত বুলি ভাবো উপদেশ সমূহতকৈ ,বেয়া নাপাব বহুত ভাওনাত আপোনাক লগ পাইছোঁ আপোনাৰ লগত অভিনয়ো কৰিছোঁ কিন্তু আপোনাৰ দৰে এজন মানুহক এষাৰ মাত দিবলৈ বেয়া পোৱা ভাওৰীয়া মোৰটো জীৱনত কাকো লগ পোৱা নাই । ভাবি আছিলোঁ আপোনাৰ পৰা কিবা শিকিম কিন্তু আপোনাৰ মুখ মণ্ডল দেখিলে ভয় লাগে গুৰুত্ব দিবলৈ আপুনি শিল্পী এজনক টান পাই । গতিকে বেয়া নাপাব কোৱাৰ বাবে আপোনাৰ কথা খিনি শুনিলোঁ মনত আছে নে ,মই যে ৰাজীৱ দা ৰাজীৱ দা বুলি মাত দি আপোনাক কৈছিলোঁ ,চেনিজান ভাওনা এভাগত যে দাদা মোৰ ঠিকেই হৈছেনে আপুনি যে কৈছিল ভাল হৈছে কিন্তু তেতিয়া কিয় মুখৰ আগত নকলে যে তোমাৰ ভুল এইটো ।। মই এষাৰ কথা কওঁ শেষত 100 জন শিল্পী জন্ম দিয়ক অপমান নকৰিব🙏🙏🙏🙏 । উপদেশ দিয়ক ,আগত আৰ্হি ঠিক কৰক , অহংকাৰী নহব এদিন পতন হব। ভুল হৈছে আঙুলিয়াই দিয়ক , মুখৰ আগত । আজিৰ সমাজে যি যেনেকৈ বিচাৰিছে সেই মতেই আমি কাম কৰি আহিছো আৰু সকলোৰে মন মিলাই আমি শিল্পী হৈ কাম কৰিব নোৱাৰো যিটো বস্তুটো 100 জনে আদৰিছে সেই মতেই আমি কাম কৰিম 1জনৰ মতে নহয় ।। শিল্পী হলে ডিপো দা( চাৰিগাঁও ,) তিলোক ছাৰ ,পতিয়া (গাঁও) কৃষ্ণ দা নাৰদ kk(বাঘ মৰা) বসন্ত দা (পতিয়া গাঁও) বিষ্ণু বৰা দেৱ (টিয়ক) তেওঁলোকৰ দৰে হব লাগিব যাতে আন এজনক শিকাই বুজাই শিল্পী ৰূপে সমাজৰ আগত চিনাকি কৰি দিয়ে । ধন্যবাদ বেয়া নাপাব কথা খিনি আপুনি কোৱাৰ বাবে মইয়ো কলো ।

    • @RajibLochanVlogsu
      @RajibLochanVlogsu 11 месяцев назад +10

      মোৰ মনৰ কথা খিনি কৈছিলো বা তোমাক কোৱা নাছিলো।কোনো কথা নাই,মই কি কৰি আছো আৰু কিমান শিল্পী ক জন্ম দিলো সেইয়া ৰাইজে কব মই নকওঁ । কথা বিলাক যে তোমাৰ গাত লাগিল, তুমিও তেনেকুৱা ভূল কৰিছা নি? তুমি কিমান সৃষ্টি কৰিছা জনাবা? তুমি যি সকল ব্যক্তিৰ নাম উল্লেখ কৰিছা তেওঁলোকৰ পৰা জানিবা মই কেনেকুৱা । এটা কথা মইও ভালকৈ জানো আৰু তোমাকও কও "অহংকাৰ পতনৰ মূল" ।

    • @bituponduttavlog7287
      @bituponduttavlog7287 11 месяцев назад

      মই জন্ম দিব পৰা নাই উঠি আহিছোঁ কিন্তু আপুনি ফোন কৰি বেয়া দেখিলে সকলোকে কওক কিন্তু আনৰ কতব্যত ৰাইজে বিচৰা কিছুমান কথাত আপোনাৰো মতা অধিকাৰ নাই । গাত লগা নলগা পাছৰ কথা কিন্তু আপোনাৰ অহংকাৰ খিনি ফুটি উঠিছে ।

    • @bituponduttavlog7287
      @bituponduttavlog7287 11 месяцев назад

      বহুত গীত আমিও গাইছোঁ সন্মানো পাইছোঁ কিন্তু নিজক লৈ অহংকাৰ হৈ এতিয়াওঁ হব দিয়া নাই । কিমান ডাঙৰ অভিনেতা গম পোৱা গল যিহেতু সবিত্ৰী দেউতাকৰ নামেই মনত নাই ধন্যবাদ । আৰু আপুনিও শুনিব হে হৰি গীত গাই কিমান জন নাৰদ এতিয়া আগবাঢ়ি গৈ আছে ।

    • @ACTIONBHAI-yo4hi
      @ACTIONBHAI-yo4hi 11 месяцев назад +3

      সবিত্ৰী দেউতাকৰ নাম আমিও নাজানো।কিন্তু সাবিত্ৰী দেউতাকৰ নাম শুনিছো।

    • @assamgg6067
      @assamgg6067 11 месяцев назад +3

      বিতুপন দা আপুনি বহুত অভিজ্ঞ ব্যক্তি 😀আমাৰ ভাওনাৰ বিষয়ত জ্ঞান সীমিত।🙏
      আচলতে নাৰদ চৰিত্ৰ ভাগ কেনেকুৱা হব লাগে জনাব ,
      নাৰদ ঋষি , সংগীতজ্ঞ,নে গায়ক পাৰিলে
      জনাবচোন ।

  • @tubemedia4674
    @tubemedia4674 11 месяцев назад +1

    কথা খিনি আত্মকেন্দ্ৰিক যেন লাগিল। চাই ভাল নালাগিল। ধন্যবাদ

    • @PMBMix
      @PMBMix  11 месяцев назад +1

      অনুষ্ঠানটিৰ উদ্দেশ্যই হৈছে ব্যক্তিজনৰ বিষয়ে নজনা কথাবোৰ জনা... গতিকে তেওঁ স্বাভাৱিকভাৱে নিজৰ বিষয়েই কৈছে... তাৰ মাজতে কিন্তু যিসকলৰ পৰা তেওঁ শিকিছিল তেওঁলোকৰ বিষয়েও কৈছে... মন্তব্যৰ বাবে ধন্যবাদ...