প্ৰথম শ্ৰেষ্ঠ দল,কূৰ্ম অৱতাৰ।ভাওনা প্ৰতিযোগিতা,হাফলুটিং।Kurma Avotar |Vauna Competition
HTML-код
- Опубликовано: 4 фев 2025
- প্ৰথম শ্ৰেষ্ঠ দল,কূৰ্ম অৱতাৰ | ভাওনা প্ৰতিযোগিতা, হাফলুটিং | Kurma Avatar | Vauna Competition
Cover Topic:
Vauna
কূৰ্ম অৱতাৰ
Kurma Avatar
bhauna
Vauna competition
Bhauna competition
vauna competition 2024
Vauna video
vauna assamese
Bhaona
vawna
bhaona assamese
assamese vauna
Assamese bhauna
Vauna probekh
Bhauna probekh
assamese culture
vauna 2024
অসমীয়া ভাওনা
ভাওনা
assamese bhawna
Assamese vaona 2024
সদৌ অসম ভাওনা প্ৰতিযোগিতা
#vauna #bhauna #vawna#SonjibMix
নাৰদৰ কণ্ঠ অতি সুন্দৰ। সেৱা জনাইছোঁ তেওঁৰ কণ্ঠক ❤🙏
ধন্যবাদ।ছেয়াৰ কৰিব ভিডিঅতো।
Bahut val hoise super excellent keep it up
ইমান সুন্দৰ অভিনয় সকলোৱে আশীৰ্বাদ থাকিল
ধন্যবাদ।
দেৱৰাজ ইন্দ্ৰৰ অভিনয়ত আপ্লুত হলো ❤️❤️
জয় ভাওনা সংস্কৃতি ✊🏻
Thanx
ইমান ধুনীয়াকৈ সজ্জিত কৰি সমাজৰ মাজলৈ এই নাট ভাগি পৰিৱেশন আগুৱাই দিয়া বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো কৰ্ম কৰ্তালৈ❤
@@MadhabMajuli ধন্যাদ।
বৰ সুন্দৰ হৈছে ।
বহুত কষ্টকৰ। অভিনয় দুখ ও লাগে চাই গুৰু জনালৈ সেৱা জনালো
ধন্যবাদ।
Bor val lagil sai স্পষ্ট হৈছে সকলো বচন
ধন্যবাদ।
Bahut Hahut Muhit Karile Bhaona Karile 👍🙏
❤ সুন্দৰ ❤
@@NarayanPanika-z2p ধন্যবাদ
Sundor pradarshan, bohut val lagil, sundor ovinoi korise sokolue... Krishna Krishna..
ধন্যবাদ।
এটা প্ৰশ্ন আছিল , যদি সাগৰ মন্থন কৰোঁতে বাসুকী আছিল তেনেহলে শিৱৰ ডিঙিৰ থকা জন কোন, আৰু যদি শিৱৰ ডিঙিত থকা জন বাসুকি তেনেহলে মহাদেৱে বিষ পান কৰোঁতে ডিঙিত কিয় বাসুকি মেৰিয়াই আছে, কাৰণ ইতিমধ্যে সাগৰ মন্থনৰ সময়ত বাসুকি ব্যৱহাৰ হৈ থকা দেখিবলৈ পাইছোঁ, বিচাৰক সকলে চকু দিলে ভাল লাগিব, এটা প্ৰশ্নৰ উত্তৰ বিচাৰি হে কথাসাৰ কোৱা হয়, ভূল নুবুজে যাতে কোনেও 🙏
চাই ভাল লাগিল... কিন্তু এটা প্ৰশ্ন থাকিল!!!
ভগৱানৰ দ্বিতীয় অৱতাৰ কূ্ৰ্ম অৱতাৰ আৰু চতুৰ্থ অৱতাৰ নৃসিংহ প্ৰভূ। ইয়াত ৰজা বলিক প্ৰহ্লাদৰ নাতি বুলি উল্লেখ কৰা হৈছে যিটো কিবা এটা মিলা নাই যেন লাগিছে। তাৰোপৰি প্ৰহ্লাদৰ নাতি বলিক বামণ ৰূপে ভগৱান বিষ্ণুৱে ত্ৰেতাযুগত পাতাললৈ প্ৰেৰণ কৰিছিল আৰু চিৰঞ্জীবি হোৱাৰ বৰ প্ৰদান কৰিছিল। কুৰ্ম্ম অৱতাৰ সত্য যুগত ধাৰণ কৰা হৈছিল আৰু বামণ অৱতাৰ ত্ৰেতা যুগত ধাৰণ কৰা হৈছিল।
বহুত সুন্দৰ প্ৰদৰ্শন। সশ্ৰদ্ধ সেৱা ভাগ জনালোঁ। কৃষ্ণ হৰি ৰাম মাধৱ।🙏🙏🙏🙏
ধন্যবাদ।
Narod❤️🔥
Bohot dhuniya hoise❤❤
ধন্যবাদ।
সুন্দৰ অভিনয় হৈছে🌹🌹
ধন্যবাদ।
বৰ সুন্দৰ 🙏🙏🙏🙏🙏🙏🙏
ধন্যবাদ।
Bhal palu
কৃষ্ণ কৃষ্ণ সুন্দৰ
Dhuniya val lagil ❤
Video tu vl koi korise , aru vauna d jabo
Competition r ❤🎉
@@sikumonidutta1420 ধন্যবাদ
Ami goislu 20 tarikhe😊
@@gitamonigogoi7398 ধন্যবাদ।
All actor performance best of the best.. congratulations 🎉🎉🎉
ধন্যবাদ।
প্ৰথম শ্ৰেষ্ঠ নাটক হোৱাটো যোগ্য❤
ধন্যবাদ।
Val lagil sai moiu goisilu sabo🙏🙏
ধন্যবাদ।
Bohut Hundor Hoise Vaunavag lgte Sound Qualityt thoka Mixer Soluwa jonoloiyu Dhoinyabad thakil...Joi Guru Shankar
@@ripulkataki4387 ধন্যবাদ।
Eman eco tu koribo nalagisil baki Val hisa natok aru lighting sound
Vhal lagil sai
ধন্যবাদ।
বৰ সুন্দৰ
ধন্যবাদ
Val lagil sai🙏🏼
ধন্যবাদ।
Superb❤
@@debojitbhuyan4172 ধন্যবাদ🙏।
গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ৷🙏🙏🙏🙏
ধন্যবাদ।
Moja next vauna❤❤
সকলোৰে বৰ সবন্দৰ অভিনয়❤️❤️❤️
ধন্যবাদ।
Dhuniya
Bht bht vl lgil❤ sai.
@@BhupenBorah-y9p ধন্যবাদ।
First pale ❤❤❤
ধন্যবাদ।
❤❤❤❤❤❤❤❤bhallagll
ধন্যবাদ।
সুন্দৰ🙏🙏
ধন্যবাদ
🙏🙏🙏
ধন্যবাদ।
Main khulor bass tu kon hl aru olp dia hole aru Val lagil haten
Boli super
ধন্যবাদ।
Xundor hoisa ❤❤❤
@@Anurag_boruah ধন্যবাদ।
সুন্দৰ dada ❤❤❤
ধন্যবাদ।
Vl lagil Sai❤
ধন্যবাদ
Vall lagil sai...❤......
Dhuniya hoise. Sound vl.
ধন্যবাদ।
Tome sound ha val pala
mojja ❤
ধন্যবাদ
val hoisil..pabo vabisilu.❤
বাকী "শ্ৰেষ্ঠ" শব্দটো আপোনাৰ Thmbnl আৰু Title দুয়োটাতে ভূল হৈ আছে।
ধন্যবাদ
Oti hundor podorhon..Krishna
ধন্যবাদ।
ভাল লাগিল
Nice🙏🙏🙏🙏
ধন্যবাদ।
Borhiya
@@DuttakD ধন্যবাদ।
First partho soritro indro hoboi
Val lagil sai
ধন্যবাদ।ছেয়াৰ কৰিব ভিডিঅতো।🙏
সুন্দৰ হৈছে
ভাল লাগিল চাই
ধন্যবাদ
টীয়কৰ গৌৰৱ কেন্দ্ৰীয় সাংস্কৃতিক যুৱ সংঘ
ধন্যবাদ।সকলোৱে চাব লৈ ভিডিঅতো ছেয়াৰ কৰিব🙏।
❤
Share kori dsu
ধন্যবাদ।
Sounds Tu clear ni baki buror nisina
Nice....Val.lagil.sai.Magarahat.Mahi.goan.pora
ধন্যবাদ।ছেয়াৰ কৰিব ভিডিঅতো।
Hundr❤
@@SushantaJyotibordoloi123 ধন্যবাদ
Sai aihelu dai ❤❤🙏
ধন্যবাদ
😊😊
❤❤❤
🙏
ধন্যবাদ।
❤
Narod guya jon kor hoi , tau logot contact kanakoi koribo parim , jonabo sun
নাৰদৰ অতিমাত্ৰা হৈছে
কৃষ্ণ
ধন্যবাদ🙏
Narodar name 2 jonabo sun 🙏🙏
উজ্জ্বল দত্ত।
Dhuniya hoise
বৃহনল্লা গান্ধীৱ ধাৰণ নাট ভাগ দিব।
বিশেষ অসুবিধাৰ বাবে যাব নোৱাৰিলো🙏
পাৰিজাত উপাখ্যান ভাওনা ভাগ দিব চোন যদি Record কৰিছিল।
Mantania pora sai asu
ধন্যবাদ🙏।
বাকী কেইখন দিয়া হ'ব নে?
যি কেইখন গৈছো গোটে খন নিশ্চয় পাব।
Narod jonr nam2 ki jonabo nki
utjol দত্ত।
@@SonjibMixcontact koribo kanakoi parim
🙏🙏🙏
@@parashmoniborh1674 ধন্যবাদ।
কৃষ্ণ কৃষ্ণ সুন্দৰ
❤
ধন্যবাদ।
কৃষ্ণ কৃষ্ণ সুন্দৰ