এটা কথা কিন্তু স্পষ্ট দেই ,। সেই শাক পাচলি যে দাম বৃদ্ধি হৈছে সেই উচিত মূল্য কিন্তু খেতিয়ক সকলে পোৱা নাই , মাজৰ কিছুমান মানুহে খাইছে । চৰকাৰক গেট পাঁচ নামত দিব লগা হৈছে।
Sobji dam 80 toka tolot aku ni,, aru mori jiyai bukai bukai kora kheti r dhan 20/21 toka... kihor system kihor sorkar maintain.. sobjit k saol r dam 2x 3x hobo lage.. tetia manuhe kheti koribo
Okol Guwahati nohoi All Assam t same condition 😢😢aji moi vegetable 🥒🍆 kinibo goi khali hate return hoisu so high price.. so We request to government take a good step on this matter .
এটা কথা কিন্তু স্পষ্ট দেই ,। সেই শাক পাচলি যে দাম বৃদ্ধি হৈছে সেই উচিত মূল্য কিন্তু খেতিয়ক সকলে পোৱা নাই , মাজৰ কিছুমান মানুহে খাইছে । চৰকাৰক গেট পাঁচ নামত দিব লগা হৈছে।
ডাঙৰ ডাঙৰ হোটেল কেইখন ৰ খবৰ কৰক চাব সেই একেই অৱস্থা।
খেতি পথাৰ আৰু খেতিযকৰ অভাৱ
খোৱা মানুহ বেছি, সকলোকে চাকৰি লগে । এনে এদিন আহিব টকা দিলেও বস্তু নাপাব। সঁচা কথা কিন্তু দেই ।
আৰু কিছু বছৰৰ ভিতৰত উগ্ৰপন্থী সংগঠন হব জন্ম যিটো বাধ্য কৰাব চৰকাৰে.. সকলো বস্তু যিমান মূল্যবৃদ্ধি হৈ আছে মধ্যবৃত্ত পৰিয়াল, মধ্য ব্যৱসায়ী সুদ্ৰ ব্যৱসায় সকলো বন্ধ হোৱাৰ পথত বেছি ভাগ বন্ধ হৈছেয়ে.. সাধাৰণ ৰাইজক এনেকৈ মাৰিছে মানে আগৰ অৱস্থালৈ আহিবলৈ অতি কমেও 10ৰ পৰা 15 বছৰ লাগিব.. মানুহ খাব নোপোৱা হব অৱশেষত চুৰ ডকাইতি লগতে নতুন নতুন উগ্ৰপন্থী সংগঠন জন্ম হোৱাত চৰকাৰ দায়ী হব.. 26ত যেনেকৈ নহওক সকলোৱে একগোট ওলাই আহি বিজেপি দলৰ বিৰুদ্ধে ভোট দান কৰি গাডি পৰা উফৰাই পেলাওক..প্ৰতিজ্ঞাবদ্ধ হওক ✊
Umm tohat keijon Maan hoi lo agote . rajniti korat koi alop kheti kor goi ja ,vote bjp a dim .
Haikrne sobe notun notun gari kiniba okat hoi ase 😅
তথাপিও মন্ত্ৰী বিধায়কে কনভয় ল'বলৈ এৰা নাই
শাক পাচলিৰ দাম বাঢ়িছে কিন্তু খেতিয়ক সকলে সেই পইছা নাই পোৱা পাইছে মাথোঁ দ্বিতীয় পক্ষ মানুহ খিনিয়ে। খেতিয়ক সকলৰ পৰা ২০/৩০ টকাৰ দামত এ কিনি আনে কিন্তু বজাৰ পাই মানে ১০০ হৈ যায়।
সচাঁকৈ বৰ আচৰিত... দুখীয়াৰ দুখ কোনে বুজিব। কেৱল বাচঁনিৰ সময়ত বচন কেৱল দুখীয়াৰ বাবেহে কিন্তু বাস্তবত!!!???
বেছি দিন নাই আৰু মানুহে টকা থাকিলে ও খাদ্য নোপোৱা হব এটা সময়ত
B J P চৰকাৰোৰ এয়াই উপহাৰ।
গুৱাহাটীত ঘৰ ভাড় বহুত যায়।। মাহটোৰ আধা পইচা ঘৰ ভাড়া দিওঁতে শেষ হয়।
পদুম ফুলৰ ষ্টাম্প আগে পিছে মাৰি গ'লে ৫০% সস্তাতে পায় সকলো বস্ত 👍
এই চৰকাৰ খনে মানে বৰবাদ কৰি দিছে
Same moyo dukan bndho koribo loga hoise
Double enjen hoina no problem👍 BJP jindabad❤❤❤
বিজেপিকে ভোট দিবি দে আকৌ😂😂
Sobji dam 80 toka tolot aku ni,, aru mori jiyai bukai bukai kora kheti r dhan 20/21 toka... kihor system kihor sorkar maintain.. sobjit k saol r dam 2x 3x hobo lage.. tetia manuhe kheti koribo
Aamar Kokrajhar aahok, Aaru besi dam.. Aapunarloke mohanogori khonoke dekkha pay.
😢😢😢😢😢😢😢
Nobody cares about farmer. It is just starting. The Citizen and the Govt should start recognising the Farmer's hard work.
Okol Guwahati nohoi All Assam t same condition 😢😢aji moi vegetable 🥒🍆 kinibo goi khali hate return hoisu so high price.. so We request to government take a good step on this matter .
Ami dukan eri kerela ahisu
Aro dba de sb free te..arunodoi db.apik gari db..kne kheti krb aro
মজা হৈছে ৷ আকৌ এবাৰ মোদী চৰকাৰ !
@@daizee4510 ইয়াত চৰকাৰ অলপ হাত আছে যদিও বেছি ভাগ মাজৰ মানুহ খিনিয়ে এই বোৰ কাম কৰে । জানি বুজি এই বোৰ কৰে।
আপোনাৰ মতে মোদী খেতি কৰিব আহিব নেকি ?
@@LankeswarRajbongshiমোডীৰ ৰাজত্ব কালতেইতো এই অৱস্হা হৈছে ৷ তোৰ দৰে বিজেপিৰ চুৱা চেলেকাই এইবোৰ দেখি নাপাৱ ৷
@@dhrubajyotigogoi8147um Congress dinot sur dokait,gundami Kori fokatiat soliseli atia Kam Kori khabo logar babe koti di rash olaise na 😂😂
@@dhrubajyotigogoi8147 এবাৰ নিজে কষ্ট কৰি খেতি কৰি চাই ল শাকপাচলি কেনেকৈ কম দামত দিব পাৰি বুজি পাবি ৷
Enkoi hole sadharon manuh moribo
Manuhe pratigya korok amah konowa sabji nakhau buli mas khauk tetia sabji palai dibo lagibo.
এয়া মিঞা strategy কলেও মিছা কোৱা নহব। বানপানীৰ সময়তো এনে দেখা নাই। এই সময়ত খেতিয়কে পাচলি এৰি মাকৈ খেতি কৰিছে। পাচলি খেতিৰ পৰিশ্ৰম আৰু দাম মাকৈ খেতিৰ বিপৰীত। গতিকে এনে অৱস্থা। ৰাজ্যৰ কৃষি বিভাগে খেতিয়কক মাকৈৰ বাহিৰে ও পাচলি খেতিৰ বাবে উৎসাহিত অথবা বাধ্য কৰিব লাগিব। যিদৰে যাতায়ত, শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত বাধ্য কৰিছে।
Freee te mnuh poisa bilai thkile enkwai hbb
Good job development in Guwahati smart City under BJP government increase GDP 😊😊😊
চৰকাৰে মধ্যভোগীৰ ওপৰত নিয়ন্ত্ৰণ আনক৷,কৃষকে দাম নাপাই ইমান দাম বঢ়াৰ স্বত্বেও,ক্ষুদ্ৰ বেপাৰীও লাভ কৰিব নোৱৰে৷
Allu Rs 70 per kg
Toll Tex
Ki hobo mama action please
এয়াই নেকি পৰিবৰ্তনৰ নমুনা.😂😄😁
Paribartan Mane tok suta combol lage sage 😂😂
Dinot bondho thake aisob dukan... Evening khule.
Bhal kotha sak pasalir sahida besi hoise dam barhise.atiya aamar manuhe aitok industry hisabe gar dib pare.lavaban hb .aanar talato thakib nalage
Paribartan sarkar BJP 100+
Salary borawk minister sokolor aru servicemenr , Ami sadaran raiz boka
Thai ke koi ase kot nu dm hoisa
Sobji dam dekhai ase sorkare tel dali alo aibore nedakhai kea pretol dam bahise aibor ki
Vale hoise.......
Voi loga sobi....
Sarar manuh uthai dile to anekuwai hobo
26r election r poisa uthaise
B J P Zindabad
বহুত দুঃখ পাইছো দুখীয়া মানুহ মৰিব লাগিব।এই অৱস্থা কলিৰ লক্ষণ। ভাগৱানেজে সকলোৰে কষ্ট হৰিনিয়ে
নিজৰ ঘৰত শাক পাচলি লগাওক । বজাৰ পৰা যিমান খাব সকলো ভেজাল
@@Binod__dewriমই খেতিয়কৰ ঘৰৰ সেই কাৰণে পৰিস্থিতিৰ লগত চলিব পৰাকৈ সামৰ্থ্য ৰাখিছোঁ পৰমেশ্বৰৰ কৃপাত। ধন্যবাদ 🙏।
@@dipikahazarika7245 বৰ ভাল লাগিল।
Good news joy kisan
Ok
😢
Himontok aru asoni bonabole kok .pasoli nakhaleu hobo mamar asoniye pet bhoribo.
B=Bandor
J=Jator
P=Prani 😂😂
kesa sobji dam sarkare bidhi korisene
Miyar sobji aha nai ja haikarna?
B.J.P.ohar pora dam besi hoi sae😂😂😂 sorkar jindabad
Miya khedile dam komibo
এইবিলাক ৰাতিপুৱাৰ ফটো । এইবিলাক দোকান পুৱা নোখোলেই।বাতৰি নোপোৱা আৰু হা !!!!! মানুহক বুৰ্বুক বনা হা !!!!!!!!!!! অসমীয়া নাপালে বঙাল এটাৰ সাক্ষাৎ লৈছে
Tax aru logabo lage
Ro dam barhibo lagaa. Tetya ha khetyok alop huka paboo
Tik koise kela😊
Good
Ami gorib aru gorib hoi golu karon dam bese sir goribok Kune bosabo sir
Kheti nokorile kot no pabo. Kam damat.. Sorkar thori kheti koribo
Ihotr mote sorkar a kheti koribo Lage..😅
Sorkar change koribo lage
পিছৰ খন চৰকাৰে খেতি কৰি ঘৰত দি থৈ যাবহি, হাত ধুই মাত্ৰ খাব লাগে।
😂😂😂
Baad de dukan south india gusi aahok sob.
Keidin man pisot Gan bajbo ako ebar modi sorka..baki sob pahri jabo😅😂😂😂😂
Hemantai maribo soboke
😢😢😢😢😢😢😢
😢😢😢😢😢