Aapunaar moi Facebook friend hoi. But.....aaji he gom paalu je aapuni 1goraaki xunipun uduogi mohilaa buli. Moi KIRTI SHANKAR e aapunaar ujjal bhobishyot kamona korilu
Very good sister , l am also manufacturer , ----- (1st stap ) loss & failure (2) brave & passion (3) customer service (4rth) after these slowly grow , it is true ------ (( brand name / trade mark registered ? ))
Machine kinuty val ke kinibo , moi o machine lauty thogisy amar nejor axoniya manuhy Ganapati Associate Owner Pran Jyoti Borah From Jorhat Fake,fraud hoi Ehotor pa machine nolobo Google reviews sai lauk ehotor fraud kotha Case o soli asy Be alert !!! Be safe !!
বহুত ধুনীয়া বাইদেউ। আগবাঢ়ি যাওঁক বাইদেউ 👌👌👍👍👍✅✅✅✅✅✅✅
প্ৰথম চেলু্ট উপাৰ্জন লৈ ৷ মুন দেৱীলৈ দ্বিতীয়তে চেলুট জনালো ৷ বৰ ভাল ৷ তেওঁৰ উন্নতি কামনা কৰালোঁ ৷
কৃষ্ণ কৃষ্ণ আপোনি আগুৱাই যোৱা ঈশ্বৰে দয়া কৰক বহুত বহুত ধন্যবাদ থাকিল 🙏🙏🙏🙏🙏🙏
Bohut val lagilse very good very very nice
আপোনাৰ উৎসাহ আৰু প্ৰচেষ্টাক প্ৰশংসা কৰিছোঁ।
আপুনি সফল হব,প্ৰথমতে কিছু বাধা আহিবই কিন্তু শেষত সফলতাও লাভ কৰিব।
আপোনাৰ কথাবোৰ সম্পূৰ্ণ যুক্তিসংগত ভন্টী , সেয়ে শুনি ভাল লাগিল। এতিয়া মই ভাবোঁ যি সকলে একেবাৰতে সামগ্ৰী নাকচ কৰি দিছে তেখেতসকলৰ যথেষ্ট ভুল হৈছে বুলি। কাৰণ তেওঁলোক অলপকৈ ( কমকৈ ) হলেওঁ ৰাখি প্ৰমাণ চাব লাগিছিল বস্তুখিনি কিমান মান চলে বা নচলে , সেইবোৰ মাল নিশ্চয়কৈ পেলনীয়া বস্তু নিয়া নাছিলে , থলুৱা বস্তু হে আছিলে। কিনো অসুবিধাৰ কথা আছিলেনো বাৰু....
Bohut val kam korise val lagil
Bohut vl Kam korise
Thank you so much
Uparjon Chennal...
Apunar Chennal aru AXOM biopi parok tare kamona..
JAI AAI ASOM...
সুন্দৰ 👍👌
আমাৰ গাঁৱৰ জীয়ৰী, ভনী সদৃশ মুনৰ এই সাহসী পদক্ষেপত সমূহ অসম বাসীৰ সঁহাৰি পালে তেওঁলোকৰ কষ্ট সাৰ্থক হব।
Go to success
Salute this women.wish her bright future.god bless her
শুভেচ্ছা জনালোঁ বাইদেউ গৰাকীলৈ
All the best
প্ৰণাম মুণ,অতি সুন্দৰ CRPF. ৰ পৰিযালৰ এগৰাকী ধৈয শিল কৰ্মী আগুৱাই যোৱা ------------------- ধন্যবাদ
👍
সুন্দৰ কাম , আনৰ নিচিনাকৈ ঘৰত শুই বহি mobile লত ৰীল বনুৱাতকৈ এইয়া হাজাৰ গুণ ভাল কাম , কৰ্মৰ মাজতে নিজক ব্যষ্ট কুৰি ৰখাৰ লগতে নিজেও আত্মনিৰ্ভৰশীল হৈছে, তেখেতৰ এই সৰু প্ৰতিষ্ঠানটো অনাগত দিনবিলাকত আৰু বেছি দাঙৰ লগতে বিখ্যাত হৈ উঠক তাৰে কামনা কৰিছোঁ
Good ,
Baideo bhal katha koise
Bht val baideu
Amar manuhbur anekuwai anr vl huwatu sab nuware bht hundar baideu xdei aguwai jaun👍👍👍
সাক্ষাৎকাৰটো ভাল লাগীল
Good.
Great
Very good mem
Salut baido aru agbahi jouk❤❤❤🙏🏼🙏🏼🙏🏼🙏🏼
aadorsoban naari...... great salute
Very good
ধুনীয়া দে
Brilliant
নগাঁও জিলা বাসিয়ে নাখালে বুলি আন জিলাৰ মানুহে কিয় নখাব , নিশ্চয় খাব
আগবাঢ়ি যাওক চব ঠিক হৈ যাব ।।
Proud of u
Proud of you mun mun❤
আগুৱাই যাওঁক 👏👍
Val lagil apunar business nu dekhi
Aapunaar moi Facebook friend hoi. But.....aaji he gom paalu je aapuni 1goraaki xunipun uduogi mohilaa buli. Moi KIRTI SHANKAR e aapunaar ujjal bhobishyot kamona korilu
So nice
Moon devi baido kot trainning kori hikisa plz jonabo sun
anugraha kori
Mahat kam, aguai jaok
First bostu dile hoie. Moiu koru business kiman kotha hunu ou. Beya lagi jai. Tothapiu meri bikihe aru
Congratulations
ধন্যবাদ জনাইছো আৰু আগুৱাই যোৱা মই ভাবিছিলো যদি আপোনাৰ সহায় পালে মই কৰিম যনাৱ বাইদেউ
ভাল ভাল ভাল হৈছে । অসমীয়া মানুহবোৰে অলপ চাপৰ্ট কৰিলে অসমখনেই উন্নতি হব।
Good❤ moja❤
❤
আমাৰ আশীৰ্বাদ সদাই আছে।তুমি আগুৱাই যোৱা।
Ghty t product kot pai jonabo.
Congrats and best wishes
সুন্দৰ কাম কৰিছে আপোনি | লোকৰ কথা বাদেই দিয়ক | যি বোৰ মানুহে আকো কৰিব নোৱাৰে সেই সকল লোকে আনৰ ভালটো চাব নোৱাৰে | ঠিকে কৈছে আমাৰ অসমিয়া মানুহ বোৰে গছত উঠাই গুৰি কাটে সেইকাৰণে আজি আমাৰ এই অৱস্থা | একো একতা নাই আমাৰ কেবল নিজৰ মাজত হিংসা |
প্ৰথমে brand টো প্ৰতিষ্ঠা কৰি (পৰাপক্ষত বাহিৰৰ ঠাইত) তাৰ পাছতহে নিজৰ জিলাত / ৰাজ্যত বিতৰণ কৰিব। কঠিন যেন লাগিব পাৰে কিন্তু প্ৰকৃত ব্যৱসায় কৰিব বিচাৰে যদি এইটোৱেই সঠিক উপায়। অন্যথা সমবেদনাৰ ব্যৱসায় আচল ব্যৱসায়ৰ ওচৰত হাৰ মানিবলৈ বাধ্য।
কিয় নাজানো আমাৰ লোকেল বস্তুবোৰ বিক্ৰী কৰিব নিবিচাৰে দোকানি বিলাকে।
Customer a kinibo nebesare hai karone ha narakhe
প্ৰথমে brand টো প্ৰতিষ্ঠা কৰি (পৰাপক্ষত বাহিৰৰ ঠাইত) তাৰ পাছতহে নিজৰ জিলাত / ৰাজ্যত বিতৰণ কৰিব। কঠিন যেন লাগিব পাৰে কিন্তু প্ৰকৃত ব্যৱসায় কৰিব বিচাৰে যদি এইটোৱেই সঠিক উপায়। অন্যথা সমবেদনাৰ ব্যৱসায় আচল ব্যৱসায়ৰ ওচৰত হাৰ মানিবলৈ বাধ্য।
Excellent procesta 👍
God bless you both including "Uparjan".
Tumak kunei akhonor manuh, assomiyai tumak rhog bazi kora nai. Bengali ye hei tumak rhogise
Bhut ye Local nexai international products khai😂 best of luck 🤞
Reels বনাই থকা মাইকী বোৰতকৈ বহুত ভাল
Agree❤
প্ৰথমে brand টো প্ৰতিষ্ঠা কৰি (পৰাপক্ষত বাহিৰৰ ঠাইত) তাৰ পাছতহে নিজৰ জিলাত / ৰাজ্যত বিতৰণ কৰিব। কঠিন যেন লাগিব পাৰে কিন্তু প্ৰকৃত ব্যৱসায় কৰিব বিচাৰে যদি এইটোৱেই সঠিক উপায়। অন্যথা সমবেদনাৰ ব্যৱসায় আচল ব্যৱসায়ৰ ওচৰত হাৰ মানিবলৈ বাধ্য।
🙏🙏🙏🙏🙏🙏
Nmbr dibo sun
Haldi kg keneke?..Amar tat bahut Asa
বহুত ভাল লাগিলে বা এনেদৰে সদায় আপোনি আগবাহি যাওক
Bhal lagil
নলবাৰীৰ ফালে আহিব ছোন❤
বহুত ভাল লাগিছে। আগ বাঢ়ি যাওঁক
বাইদেউ আগলৈকে আগুৱাই যাওক
Kapili block 👍👍
Moja moi like korisu,mur ghrr Usorote sini paisu jega khini suti gole 1k bar sab jam baideu uduk to
Very good sister , l am also manufacturer , ----- (1st stap ) loss & failure (2) brave & passion (3) customer service (4rth) after these slowly grow , it is true ------ (( brand name / trade mark registered ? ))
katha khini bhal lagil
Very very nice ❤🎉❤ Video 💯❤ U T Roast star Boy 🙏
Dibrugarh hazel bank yea Eatate ot.. sanitary pads bonai.. dekahbo paribo ai channel tut
Bohut val lagil video tu sai aru chenel tu subscribe kori dilu dei ❤👍
Good
Kamrup r fale best material ase
Good job
Nijokei besi buli nabhabiva
Brand publicity nijei korib parib dei, bur dhunia baideo jni, mat tu mrm loga.
প্ৰথমে brand টো প্ৰতিষ্ঠা কৰি (পৰাপক্ষত বাহিৰৰ ঠাইত) তাৰ পাছতহে নিজৰ জিলাত / ৰাজ্যত বিতৰণ কৰিব। কঠিন যেন লাগিব পাৰে কিন্তু প্ৰকৃত ব্যৱসায় কৰিব বিচাৰে যদি এইটোৱেই সঠিক উপায়। অন্যথা সমবেদনাৰ ব্যৱসায় আচল ব্যৱসায়ৰ ওচৰত হাৰ মানিবলৈ বাধ্য।
Good job
মই কিন্তু আপোনাৰ পৰা কিনিলোঁ ওচৰত থকা হলে fres মছলা ঘৰুৱা ভাৱে বনোৱা।বাহিৰৰ পৰা অহা কিমান কি মিলাই নজনাকৈ খাই আছো
Very good mem ❤❤❤❤❤❤
Good 👍 step
Machine kinuty val ke kinibo , moi o machine lauty thogisy amar nejor axoniya manuhy
Ganapati Associate
Owner Pran Jyoti Borah
From Jorhat
Fake,fraud hoi
Ehotor pa machine nolobo
Google reviews sai lauk ehotor fraud kotha
Case o soli asy
Be alert !!! Be safe !!
ধন্যবাদ দাদা।
Bohut val lagil..
Bohut val km korise God bless you...
সুন্দৰ নিদৰ্শন....
শুভেচ্ছা থাকিল বহুত❤❤❤❤❤
God bless you
Good job Good idea Good cariar Good life 👍
Baidew aguwai jowa, kamona korilu.
Bohut shukhi hoisu aaguwai juwak jibanar batat aanar negetive kathat kan nidib
Correct, Koise aapuni
❤
Very good bow
Congratulations dear🎉
Very good
Very good 👍👍👍
গোলাঘাটৰ পৰা আপোনাক আগুৱাই জোৱা সাহক দিলো
প্ৰথমে brand টো প্ৰতিষ্ঠা কৰি (পৰাপক্ষত বাহিৰৰ ঠাইত) তাৰ পাছতহে নিজৰ জিলাত / ৰাজ্যত বিতৰণ কৰিব। কঠিন যেন লাগিব পাৰে কিন্তু প্ৰকৃত ব্যৱসায় কৰিব বিচাৰে যদি এইটোৱেই সঠিক উপায়। অন্যথা সমবেদনাৰ ব্যৱসায় আচল ব্যৱসায়ৰ ওচৰত হাৰ মানিবলৈ বাধ্য।
GD bht bhal korisa.
ভাল লাগিল। ধন্যবাদ। আগুৱাই যাওক।
well come mem, business is your happy life
Baidow goraki dekhiboleu bor dhunia kamr logote
😂😂😂😂
Ki hol moi kiba commedy korilu neki
100%right sentence
Ummm dbo pari
Booriyyya 😀
Best wishes ❤❤❤❤
Majja
Go ahead baideo