THE INCREDIBLE STORY OF MA : A WOMAN'S MISSION TO CARE FOR 50 CHILDREN | INSPIRATIONAL| ASSAM FLASH
HTML-код
- Опубликовано: 30 сен 2024
- #amazing #lady #mother #motherhood #childcare #untoldstory #media #assamflash #inspirational #story #positive #kakoliborthakur
বাইদেউ লৈ বহুত মৰম আৰু সেৱা জনাইছো 🙏🙏🙏🙏❤❤❤❤
ককুলি বাইদেউ আপোনালৈ বহুত বহুত ধন্যবাদ। আপোনাৰ কথাবোৰ শুনি মোৰ আনন্দৰ চকুলো বয় গল 😢😢😢😢😢😢😢😢😢😢 😢 ভ্গবানে । আপোনাক মাতৃ হবলৈ আশীৰ্বাদ দিয়ক । 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Great news ❤
সচাঁই মাতৃৰ মৰম দিব পৰা এগৰাকী শিক্ষয়িত্ৰী ।
আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিলো।।শিক্ষক শিক্ষয়িত্ৰীৰ সকলে পিতৃ মাতৃৰ মৰম স্নেহ দিবলৈ চেষ্টা কৰিব লাগে ।
শিক্ষয়িত্রী আৰু ছাত্র-ছাত্রীৰ মাজত সম্পর্ক তেনেকুবাই হয় | যদি শিক্ষয়িত্রী গৰাকী মৰমীয়াল হয় | ছাত্ৰ-ছাত্ৰী ক আকোৱালি লব পৰা গুণ থাকে |
মাতৃলৈ সেৱা জনালোঁ ।
🎉🎉🎉অভিনন্দন🎉🎉🎉আপোনালৈ।❤❤আজি ৰাখি পূণিমাৰ দিনটোতে আপোনাৰ লগত এক মহান যোগসুত্ৰ।ভাল লাগিল বাইদেউ আপোনাক দেখা পায়।🙏🙏🙏
মাদাৰ তেৰেচাৰ দৰে আপুনি বহুজনৰ মা ৰূপে প্ৰতিপন্ন হওঁক তাকেই কামনা কৰিলো॥
বাইদেউক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই দৰে সেৱা আগবঢ়ায় যাওক
ভগৱানে কৃপা কৰক আমাৰ লৈ আশীৰ্বাদ কৰিব বাইদেউ 🙏🙏
গণিত বিষয়ৰ ওপৰত গাই শুনোৱা গীত টো শুনি আপ্লুত হ'লো আৰু বহুত বহুত আন্তৰিক শুভেচ্ছা জনালোঁ।
Bahut bhal lagil.matrir morom diya teacher garakiloi mur shahatra Pronam janaesu.Chaparmukh Nagaon.
Maa Tujhe Salaam 🙏🙏🙏🇮🇳🇮🇳
আপুনি মহান
আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো, ভগৱানে আপোনাৰ মঙ্গল কৰক তাৰেই প্ৰাৰ্থনা কৰিছোঁ 🙏🙏🙏
বাইদেউ ধন্যবাদ আৰু দুখ নকৰিক নাকান্দিব ভাল পালো আপোনাক
কাকলী বাইদেউ বহুত বহুতধন্যবাদ❤❤❤❤❤❤
Nice baidew
এটা মহৎ তথা বিৰল কাৰ্য্যত লাগি থকা বাবে তেও সকলোৰে শ্ৰদ্ধাৰ পাত্ৰী।। হিয়া ভৰা অভিনন্দন জনাইছো ।
আপোনাৰ আদৰ্শ মোৰ জীবন বাটৰ পথ ❤
ব হু ট ভাল পায় চু বাই দে ওঁ
Baideu. Apunak. Bohut Dhonyobad jonalu. Nije. JonomDia. Makot koi. Ji Goraki Matrie. Lora Sualiik. Udar Vabe Morom kore. Teuei. Ma. Jene. Sri Krishnaok. Josudai Matrir. Morom. DisilSei karone. Teuei. Ma. Doiboki a Matro. Jonom He Disil. Nohoi. Janu.
এনেকুৱা শিক্ষক-শিক্ষয়েত্ৰী সমাজত বিৰল
আপোনালৈ অশেষ ধন্যবাদ ।
মমতা মই মাতৃ ❤❤❤ বহুতেই ধন্যবাদ
আপোনাৰ দৰে মানুহৰ আছে বাবে আমিও জীয়াই আছোঁ। ভগৱানে আপোনাৰ ভাল লে ৰাখক বা।
আপোনাৰ আদৰ্শ মোৰ জীৱন পথ❤
Kakoli ba god. Bless you ,long. Live long. Live
Care to donot care chintta kori loi mon xobol kori rakhib, 🎉🎉🎉🎉
Assam Flash এটা ব্যতিক্ৰমী চেনেল ৷ ইয়াত উপস্থাপন কৰা অনুষ্ঠানবিলাক ব্যতিক্ৰমী নাৰীৰ জীৱন আৰু ব্যতিক্ৰমী ধনাত্মক চৰিত্ৰৰ প্ৰতিফলন ঘটিছে ৷ কাকলি বৰঠাকুৰ আৰু নীলিমা বাঠাকুৰৰ জীৱনশৈলীত সঁচাকৈয়ে অনন্যা নাৰীৰ মাহাত্ম্য উদ্জৱিত হয় ৷ বৰ সুন্দৰ ৷৷
এক অনন্য নিদৰ্শনৰ নিগৰিত , মমতাময়ী মাতৃ❤
আপোনাৰলৈ বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল বাইদেউ 🙏♥️
বাইদেউ আপুনিহে মাতৃ আপোনাৰ দৰে মাতৃ প্ৰতিতো পৰিয়ালত থকাটো দৰকাৰ । শেষত আপোনালৈ বহুত বহুত ধন্যবাদ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
প্ৰকৃত মাতৃ god bless u❤❤
বাইদেউ আপোনাৰ এই মহান কামক বহুতো ধন্যবাদ জনাইছোঁ। আৰু আগবাঢ়ি যাওক।
সঁচাকৈ ভাল লাগিল।
Aaponak bahut bahut dhyan bad mem .
Respect to you madam💐
বৰ ভাল লাগিল ।
কাকলি বৰঠাকুৰ বাইদেউক মোৰ শত-শত প্ৰণাম। আন্তৰীক মৰম সি নিজৰ হক বা অন্যৰ হক ইয়াক অন্তৰৰে আকোঁৱালি লৱ লাগে।
Bhout Val. Kam Kori goisa
Great ma'am 🙏🙏🙏♥️♥️♥️♥️♥️♥️♥️♥️
প্ৰণাম জনাইছো নতশিৰে
মা শব্দ টো তেওঁৰ লগত হে খাটিছে ❤❤❤ সচাই বহুত ভাল লাগিল বাতৰি টো ❤❤
কাকলি, তোমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি থকা মহানুভৱতাক লৈ সহকৰ্মী হিচাপে আজি আমি গৌৰৱবোধ কৰিছো।
আপুনি সমাজৰ সাহস হৈ থাকক বাইদেউ
মাতৃ বাইদেউলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো! ধন্যবাদ!
বাইদেউ বহুত বহুত ভাল লাগিল ।
আজিৰ সমাজত এনেকুৱা মহিলা পোৱাটো কঠিন
Matree rupi Sikhaytry gorakiloi sasardha pronam.
God bless you baideu
আমাৰ মৰমৰ বাইদেউ ❤
God bless you ba we Looking from Hyderabad 🙏🙏🙏
Bhut val lagil ❤
Mam l love you very much❤ also May God bless you in the all sides 🙏🙏
Great kakoli ❤
Great mem❤❤❤❤❤
Kakoli ba val lagil apunar anusthan Sai.
Bohut val lagil baideo apunak bohut2 dhainyabad
Aponaloi sahasra slagagr sarai ag barhalo.
God bless youmam frm ghy
Assam Government Reward Please 💎🙏
অতি সুন্দৰ, শুভেচ্ছা জনালো
Apuna loi bhut bhut Dhanyawad thakil 💐🙏🙏
Aibur newahe dibo lage❤❤❤❤❤❤❤❤upni mhan...
Bohut val lagil,
God bless u mam
Nice ❤
God blessed you
ভাল লাগিল বাইদেউ আপোনাক
Great. Salutations to ma'am.
Great.
😊😊😊😊😊
Nice
Bohot val lagil dei
🙏🙏🙏👍👍👍🥲🥲🙏 very nice
God bless you, madam
Kakoli madamis great
❤❤❤❤❤❤❤❤❤❤❤❤❤❤
🙏🙏🙏👍👍👍. Dhoinobat.baido.
❤❤❤❤❤is
Great baidew ❤❤❤
U r great Baideo
Thank you mam
Mam u r great 👍
God bless you
God help u .
Nice ma❤❤
Great mem
Very
Nice
Hundur
Great❤
🙏🙏🙏
❤
বহুত বহুত ধন্যবাদ বাইদেউ ৷শিক্ষক জীৱনত পোৱাআনন্দ শিশুৰ সৰল মনোভাৱ বূজিপোৱা আনন্দ আন কোনো সম্পদৰ লগত তুলনা নহয় ৷ধন্যবাদ বাইদেউ ৷
Maa hodai maa ,
Maa toje salam
❤❤❤❤
❤❤
🚴 50 Children's Kakali ba God bless you . 🚴
Nice 👍👍👍👍👍
Good bless you baideu❤❤
Congratulations