চাকৰি কৰি থকা অৱস্থাত দুর্নীতিৰ অভিযোগত ইমানসংখ্যক বিষয়াক একেদিনাই কাৰাগাৰলৈ প্ৰেৰণ কৰা ঘটনা...

Поделиться
HTML-код
  • Опубликовано: 15 сен 2024
  • এক ঐতিহাসিক ৰায়যোগে দুর্নীতি সম্ৰাট ৰাকেশ পালৰ আমোলত ধনৰ বিনিময়ত চাকৰি লাভ কৰা ২৯ কৃষি উন্নয়ন বিষয়াক আজি কাৰাগাৰলৈ প্ৰেৰণ কৰে ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতে। এই গোচৰত মুঠ ৪৪জন লোকক অভিযুক্ত কৰা হৈছিল যদিও ইয়াৰে ১১জনক উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত দোষমুক্ত ঘোষণা কৰে আদালতে। অসমৰ ইতিহাসত চাকৰি কৰি থকা অৱস্থাত দুর্নীতিৰ অভিযোগত ইমানসংখ্যক বিষয়াক একেদিনাই কাৰাগাৰলৈ প্ৰেৰণ কৰা ঘটনা এয়াই প্ৰথম।
    #pratidintime #assam #guwahati

Комментарии • 261