Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
হৃদয় জুৰ পৰি যোৱা তোমাৰ সু মধুৰ কণ্ঠ ই সকলোকে আনন্দ প্ৰদান কৰিছে তোমাৰ মঙ্গল কামনা কৰিলো।
বহুত সুন্দৰ কণ্ঠ হৃদয় জুৰ পেলোৱা লোকগীত ধন্যবাদ থাকিল তোমালৈ। ❤❤❤❤
সঁচাই বহুত ভাল লাগিল মন প্ৰাণ চুই গ'ল আগলৈ আশাৰে বাট চাই ৰলো ধন্যবাদ
অতি সুন্দৰ কণ্ঠ । এই লোকগীতসমূহেই হ'ল মানৱৰ চিত্ত পৰিশোধনৰ একমাত্ৰ উপকৰণ। তোমাৰ গায়কী অতি উচ্চখাপৰ। আগলৈ আৰু শুনিবলৈ পাম বুলি আশা কৰিলোঁ। তোমাৰ লগত বাদ্য সংগীতকাৰী নাৰায়ণ কলিতা আৰু পৰমেশ্বৰ বসুমতাৰী আমাৰ পৰম সুহৃদ। দুয়োকে একেলগে দেখি ভাল লাগিল।
Aq s
Gb😊
মই অতিকৈ ভাল পাওঁ লোকৰ গীত তোমাৰ কণ্ঠ বহুতে ভাল আগলৈ আগবাঢ়ি য়োৱা আশীৰ্বাদ কৰিছো দেই ভণ্টী ।
খুব ভাল লাগিল।সুললিত কণ্ঠ। আগুৱাই যোৱাৰ কামনা কৰিলোঁ।
Exelent 7:47
অতি সুন্দৰ হৈছে আমাৰ শুভেচ্ছা জনালো
Sister your voice is so sweet and also music teams arenice performance God bless you coments from pathsala bajali
সুন্দৰ কণ্ঠ, লোকগীত বুলি ক'লে শিপাৰ সন্ধান বিচাৰি পোৱা যায়।
Git to bohut bhal lagise. God bless you infuture.
দাছ আই সুন্দৰ কৃষ্ণ মাধৱ মাধৱ।🙏🙏🙏🙏🙏🙏
বহুত ভাল লাগিল ভৱিষ্যত অাৰু সুন্দৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে মোৰ তৰফ ৰ পৰা আশীৰ্বাদ থাকিল
Jumi Das, Very nice Lokgeet. Wish you a very nice day together with your musical group. Best of luck. HNath Pune
সুন্দৰ বহুত ভাল লাগিল ...🙏🏻🙏🏻🙏🏻
Lokageet suni bahut bahut bhal pow Sundar haise
বহুত ধুনিয়া লাগিছে লোকগীত শুনি 🙏
Borhia program . Good ahead Maina .
মনতো সাতপৰি গৈছে কিমান ভাল লাগিল ভাষাৰে বুজাব নোৱাৰু আগুৱাই যোয়া ভাল হব
Very nice.God bless you
Nice voice dear sister god bless you
অতি সুন্দৰ। খুব ভাল লাগিল। এনেকৈ সদায় গাই থাকিবা। কৃষ্ণ প্ৰভূই তোমাৰ মংগল কৰক।
Bhal lagil dhanybad
সুন্দৰ নাম 🙏🙏 কণ্ঠ সুৱলা
সুন্দৰ কন্ঠত মনোৰম গীত....আৰু আগবাঢ়ি যাওক সংগীতৰ বিশ্বত...
সুন্দৰ ভাল লাগিল 🙏🙏🙏
মোৰ প্ৰিয় গীত৷আগলৈ আগবাঢ়ি যোৱা৷ সুন্দৰ কণ্ঠ৷
বহুতবহত ভাল লাগিল।ভগৱানে তোমাৰ মঙ্গল কৰক।মাধৱ দাস বাকসা বাৰাপেটা
Cn কৃষ্ণ কৃষ্ণ কৃষ্ণ বহু ত ভাল লাগিল লোকসংগীত জিয়াই ৰখাৰ প্রচেষ্টা কৰা বাবে ধণ্যবাদ ভগৱন্তয় কৃপা কৰক।
Nice tune and lovely performance wlsh your bright ful future thanks
সুন্দৰ কণ্ঠ❤❤❤❤
Vanti bahut sundar val lagil God bless you
ধুনীয়া হৈছে আগলৈ আৰু এনেকুৱা গীট শুনিব পাম বুলি।আশা কৰিছোঁ
ভাল লাগিল ৷আগবাঢ়ি যোৱাৰ কামনা কৰিলো ৷
সুন্দৰ কণ্ঠ, আশীৰ্বাদ থাকিল ।
Bar Sundar hoise Jumi God bless you
পৰিবেশন ধুনীয়া
Dipen।deka। হুগলী। ৱেষ্ট বেংগল। ক্যালকাটা। অসাধাৰণ। কণ্ঠ
Jumi , l am very glad to hear your singing. It is more sweet than origin song. The words used in Kàmrupi lokgeet, it means the word s of undivided Kàmrupi spoken language, is well prounced . Lokgeet is our heart beat. Keep it up.
Khub bhal lagil suni bhagawane mangal kariba .
Bor xundor hoise,,, vogowantoi kripa korok,,,,
কৃষ্ণ কৃষ্ণ আৰু আগবাঢ়ি যোৱা।সৰু পাই দাস ❤❤🎉
সুন্দৰ কণ্ঠ ভাল লাগিল , মোৰ লোকগীত বৰ প্ৰিয় ।
বহুত ভাল লাগিলসুন্দৰ কন্ঠLove from tamulpur ❤️❤️
Xundor hoise
Monograhi paribashan wish your bright ful future
বহুত ভাল লাগিল । ভবিষ্যৎ উজ্জ্বল কামনাকে আশীর্বাদ থাকিল।
বহুত ভাল লাগিছে লোকগীত টু
ধুনীয়া হৈছে ভাল হৈছে।মন্তব্য সমূহ অসমীয়া লিপিৰে লিখিবলৈ আৰম্ভ কৰিলে ভাল হয় যিহেতু আমাৰ মাতৃভাষা অসমীয়া। ৰোমান লিপি ৰে লিখা টো অশোভনীয় দেখা যায় কৃষ্ণ।English language ত লিখিলে শুদ্ধ English লিখিব লাগে।
Sri hariey aru xakti diyok, xundar hoise,,,,,
sunddar kantha ,go forward ,👌🌹🌼
Excellent jumi
সুন্দৰ।
সুন্দৰ 👏👏👏👏👏👏
সুন্দৰ হৈছে, শুনি ভাল লাগিল
বহুত ভাল লাগিছে আৰু আগুৱাই জোৱা
বৰ শুৱলা কন্ঠ। নিভাজ সুৰৰে গোৱা এই লোক গীতটো মোৰ অতি প্ৰিয়। শুনাৰ লগে লগে চকু সেমেকি আহে। আৰু কি কম !!
ভাল হৈছে ।
সুন্দৰ
সুন্দৰ 🙏🏼 কন্ঠ ❤
❤❤❤❤❤ অতি সুন্দর
Dhuniya
Dhunia kanhta, deh mon jur pari jai।।,
জুমি গীতটো শুনি ভাল পালো ।
Hundor 🙏🏻 🙏🏻
Bor hundor 👍
Tomar kantha porishkar suni thakibore monjai good luck
সুন্দৰ কন্ঠৰ অধিকাৰী 😘
বহুত ভাল হৈছে
সুন্দৰ কন্ঠ নিগৰাইছে
Good performance God bless you
❤1
সুন্দৰ কণ্ঠ। আৰু আগুৱাই যোৱা।
Pop 👆 and 👇 and get some pp
Bahut bhale lagise khuni khundor
সুন্দৰ👌👌👌🙏🙏
সুন্দৰ সুন্দৰ
Dhuniya lagisa
Your voices seems very sweet
❤❤❤😊😊😅😅😅😅🎉Eman Hundar hoise.
বহুত ভাল লাগিল
অতি সুন্দৰ কন্ঠ,
অতি সুন্দৰ কণ্ঠ
ভাল লাগিছে জুমি
কৃষ্ণ কৃষ্ণ সুন্দৰ কণ্ঠ কৃষ্ণ
ভাল লাগিল।
Hari Hari❤
The song is very good ❤❤
Mami dakhon dhuniya hoise
Bhal lagil bhobisot ase
লোক গীত মোৰ বহুত ভাল লাগে ❤❤❤❤❤❤
Sem to you God bless you
Moza
proud of you beti
Veri nice
Sundar .suni thakibarr man jai.
God bless you .mam❤❤❤❤❤❤❤
Nice
সুন্দৰ কণ্ঠ
Very nice.
Apurba kanthoswar, xuni hridoi xant pore.
Very nice
Nice vary nice ❤❤❤
Bhal hoise
God bless you
Naice

সুন্দৰ কন্ঠ
Love from tamulpur ❤️❤️
Xundor hoise
Monograhi paribashan wish your bright ful future
বহুত ভাল লাগিল । ভবিষ্যৎ উজ্জ্বল কামনাকে আশীর্বাদ থাকিল।
বহুত ভাল লাগিছে লোকগীত টু
ধুনীয়া হৈছে ভাল হৈছে।
মন্তব্য সমূহ অসমীয়া লিপিৰে লিখিবলৈ আৰম্ভ কৰিলে ভাল হয় যিহেতু আমাৰ মাতৃভাষা অসমীয়া। ৰোমান লিপি ৰে লিখা টো অশোভনীয় দেখা যায় কৃষ্ণ।
English language ত লিখিলে শুদ্ধ English লিখিব লাগে।