এগৰাকী ছাত্ৰৰ তেজস্বী ভাষণ ৷৷ AJP ৰ মঞ্চত ছাত্ৰ ত্ৰিদিপ ভাগৱতীৰ গুৰুত্বপূৰ্ণ বক্তব্য ৷৷ AJP

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • #AssamPolitics
    #AssamNewPoliticalParty
    #AJP
    #AASU
    #AJYCP
    আৰু অধিক News, Information, Entertainment, Vlogging & Motivational ৰ ভিডিঅ'ৰ বাবে আমাৰ RUclips Channel টো SUBSCRIBE কৰাৰ লগতে ভাল লাগিলে LIKE, COMMENT আৰু SHARE কৰি আমাক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা থাকিল।

Комментарии • 481

  • @wahidurrahman2375
    @wahidurrahman2375 5 месяцев назад +47

    তোমাৰ কথাখিনি এজন অসমীয়া হিচাবে হৃদয়ঙ্গম কৰি জাতিৰ হৈ আগবঢ়া ওচিত।🎉🎉🎉

  • @rofiqulislam1080
    @rofiqulislam1080 4 месяца назад +7

    ত্ৰিদিপ ভাগৱতী, তোমাক অজস্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণে যে তুমি বাস্তৱ সন্মত হৃদয়স্পৰ্শী মন্তব্য আগবঢ়াইছা, আৰু তাৰ বাবে তোমালৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল !!!

  • @binodkakati7300
    @binodkakati7300 2 года назад +131

    অতি সুন্দৰ ভাষণ ! বহুত ভাল লাগিছে ! সাৱলীলভাৱে বিশ্লেষণ কৰিছে ! ভৱিষ্যত জীৱন উজ্বল হওঁক ! তাৰেই কামনাৰে ত্ৰিদীপ ভাগৱতী লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ !

    • @bhabenpegu3338
      @bhabenpegu3338 2 года назад

      💔Q

    • @jharonachetia2767
      @jharonachetia2767 Год назад +3

      আপোনাৰ সৈতে মইও একমত ।

    • @dhirajdohutia4487
      @dhirajdohutia4487 5 месяцев назад +1

      সুন্দৰ মন্তব্য।

    • @vishwadarpan2622
      @vishwadarpan2622 5 месяцев назад

      জধা-মূৰ্খতাৰ সীমা চেৰাই হিন্দু বিৰোধ কৰি পাকিস্তান তালিবান ISIS PFI কংগ্ৰেছ ৰ দৰে ৮৫৫ অসমীয়া ৰ তেজ খোৱা অসুৰৰ গোলামি কৰা নিলাজ বদন

  • @KuntiRabha
    @KuntiRabha 5 месяцев назад +28

    বহুত ভাল লাগিল বাপা তোমাৰ কথা খিনি শুনি তুমি আগুৱাই যোৱা

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 5 месяцев назад +30

    বৰ ধুনীয়া ভাষন তেওঁ যেন সদায় এনেকৈ অসমৰ হকে কাম কৰি যাওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো

  • @ranamedhi3484
    @ranamedhi3484 5 месяцев назад +16

    তোমালোকৰ দৰে নিষ্ঠাবান জাতীয়তাবাদী যুৱকৰ অতি প্ৰয়োজন , সময় কিন্তু সমাগত ।

  • @koushik21774
    @koushik21774 5 месяцев назад +12

    বহুত সুন্দৰ ভাষন। উজ্বল ভবিষ্যত কামনা কৰিলো

  • @mrinalmedhi8346
    @mrinalmedhi8346 5 месяцев назад +13

    বহুত ভাল লাগিল,অসমী আইৰ সুযোগ্য সন্তান, আমি ভবা অসমখনক বাস্তৱ ছবি দাঙি ধৰাবাবে আন্তৰিক ধন্যবাদ।জয় আই অসম 🙏🙏🙏

  • @user-ge9kz8vi4q
    @user-ge9kz8vi4q 5 месяцев назад +41

    ভাইটি, মোৰ ফালৰ পৰা তোমালৈ শুভেচ্ছা থাকিল।

  • @travelsphere9985
    @travelsphere9985 2 года назад +97

    "প্ৰথমতে আমি অসমীয়া হম
    তাৰ পিছত ভাল ভাৰতীয় হ'ম
    তাৰ পিছত আমি বিশ্ব নাগৰিক হম"
    ❤️❤️

  • @user-nj1jf1mf3z
    @user-nj1jf1mf3z 5 месяцев назад +89

    সকলো অসমীয়াৰ চিন্তা তোমাৰ দৰে হক তাকে কামনা কৰিলো

    • @vishwadarpan2622
      @vishwadarpan2622 5 месяцев назад +2

      সকলো অসমীয়া বদন নহয়।
      সকলো অসমীয়া জধা-মূৰ্খ নহয়
      সকলো অসমীয়া ভৰিত কুঠাৰ মাৰি
      পাকিস্তান তালিবান
      ৮৫৫ অসমীয়াৰ তেজ খোৱা কংগ্ৰেছ ৰ গোলামি কৰি বিবেক বিক্ৰী কৰি মুখত জয় আই অসম মাৰি কলাক্ষেত্ৰ ধ্বংস কৰি মোগলক মহান বনোৱা লাচিতক অপমাণ কৰা
      অসমৰ ১২ জিলাত যুগ ধৰি অবৈধ মুছলমান পুহি হিন্দু সংখ্যা লঘু কৰি
      অসমক ইছলাম ৰাজ্য কৰাৰ অভিসন্ধি কৰা নকল নামধাৰুি অসুৰ দানব চয়তান কংগ্ৰেছৰ গোলামি কৰা নিলাজ বদন নহয়..
      সকলো অসমীয়াই নজনা নহয় যে
      CAA খন কোনো বিজেপি ৰ আইন নহয়
      সকলো অসমীয়াই নজনা নহয় যে যাক আপুনি বাংলাদেশী বুলি আজি বিৰোধ কৰি হিন্দুৰ বিৰোধ কৰিছে
      সেই খিনি ৰাভা বসুমতাৰি ৰাজবংশী উপাধিধাৰি লোক এদিন অসমীয়া আছিল আৰু সিহতক বাংলাদেশী কৰা অসুৰবোৰ হল কংগ্ৰেছ
      যাৰ গোলামি কৰি আপোনালোকৰ দৰে এচাম বদনে মৌপবাদী
      পাকিস্তামৰ সহযোগত উপদ্ৰব কৰা সন্ত্ৰাসত সহযোগ কৰি
      হিন্দু বিৰোধ কৰি লেতেৰা ৰাজনীতি কৰিছে
      ইয়াত চৰকাৰৰ আজি ভুল
      আপুনি নিজক সুধক
      আপুনি কোন সঁচৰ অসমীয়া ।
      সুধক
      আপুনাৰ ঘৰ বাৰী অসমত আছিল
      কংগ্ৰেছে টুকুৰা কৰি বাংলাদেসৰ সীমাত পেলালে আপুনি ইছলাম ৰাষ্ট্ৰৰ সীনাত সুমাল তাত প্ৰতাৰিত হৈ থাকিব নোৱাৰি প্ৰাণ লৈ আজি আপোনাৰ নিজৰ অসমত শৰণাৰ্থী হৈ আছে
      কিন্ত্ত
      আপোনাৰ দৰে অসমীয়াই চিঞৰ মাৰিছে ...caa আনি নামানো ..
      CAA আইন আনিছিল কোনে
      নিলাজ বোৰে জানে নে নাই? কোনে আনিছিল .কিয় আনিছিল
      কোনে সেইবোৰ মানুহক বাংলদেশী বনাইছিল....কি অধিকাৰ আছিম
      এইখম কংগ্ৰেছৰ পৈত্তিক সম্পত্তি আছিল নি
      😡😡😡😡😡😡

    • @AnamikaRamchiary-en7gp
      @AnamikaRamchiary-en7gp 4 месяца назад

      Tene Assam nagalend problm solution ki apnr modi himu bapekee korisile nki. 😂😂😂😂😂😂😂😂😂 lora jonok utkha dibo lge ne dhmki dibo lge roles nd respons mgojut ni nki apnr

    • @moviesnation240
      @moviesnation240 3 месяца назад

      Joi Aai Asom

  • @Dibyangana-lk7ov
    @Dibyangana-lk7ov 5 месяцев назад +14

    Hundor Jai ai assam

  • @ranjubhuyan262
    @ranjubhuyan262 2 года назад +21

    বৰ সুন্দৰ ভাষণ দিছে ।তোমাৰ কথাবোৰ বাস্তৱ হওক এনে ত্ৰিদীপ বহুজন হওক ।

  • @nirugogoi4576
    @nirugogoi4576 Год назад +23

    শক্তি দিয়ক এইদৰে ৰাইজক বুজাবলৈ অহাৰ বাবে

  • @hiranlahkar1534
    @hiranlahkar1534 4 месяца назад +3

    ইমান মননশীল ভাষণ।খুবেই আপ্লুট হ’লো।সুন্দৰৰ পথেৰে বাট বুলি যোৱা ভাইটি।এদিন দেখিবা সাফল্যৰ জয়মাল্যৰে উজলি উঠিবা

  • @junuborgohain3453
    @junuborgohain3453 5 месяцев назад +7

    ভাগৰতী অসমীয়া জাতিৰ বাবে এজন পথ প্ৰদৰ্শক । তেওঁৰ উত্তৰো উত্তৰ উন্নতি কামনা কৰিলোঁ। জাতীয় পৰিষদৰ জয় হওক 🎉

  • @darpandeka5141
    @darpandeka5141 2 года назад +53

    বহুত বহুত সুন্দৰ ভাষণ । ধন্যবাদ

  • @mohsinahasin8071
    @mohsinahasin8071 2 года назад +24

    সুবেই সুন্দৰ!!!! ভাষণটো সুবেই সুন্দৰ হৈছে। মাথোঁ কথাখিনি কাৰ্য্যত পৰিণত কৰিব পাৰিলে আমাৰ অসমখনৰ নাম বিশ্ব দৰবাৰত উজলাই তুলিব পৰা যাব ।। প্ৰফুল্ল কুমাৰ মহন্ত, হিমন্ত বিশ্ব শৰ্মা , সৰ্বানন্দ সোনোৱাল, ৰিপুন বৰাৰ দৰে নেতাৰ পুনৰাবৃত্তি হব নালাগে।।

    • @rajaborah1550
      @rajaborah1550 2 года назад +3

      Kar Nisina hobo lage apuni vote Diya rakibul r party ne baddaruddinr party??

    • @rajaborah1550
      @rajaborah1550 2 года назад

      Apunalukor jatir kotha valdore janu eyat dangor dangor comment likhibo kin2 vote dia xomoit mohila deka jyostho hokuluwe kebol either anti Modi party nohole pro Muslim party k Di dibo

  • @utpalbdas
    @utpalbdas 2 года назад +29

    শক্তিশালী কন্ঠ ! যুক্তি আছে। 🙏🙏🙏

  • @jayantahazarika4326
    @jayantahazarika4326 5 месяцев назад +4

    সঁচাই বহুত ভাল লাগিল তোমাৰ কথা খিনি আমাৰ অসমৰ মানুহ খিনি তোমাৰ নিচিনা চিন্তা কৰক তেতিয়া হে অসম খন আগ বাঁহী যাব জয় আই অসম

  • @abdulkader6922
    @abdulkader6922 Год назад +12

    ভাইটি আগুৱাই যোৱা ভাল লাগিছে।

  • @indreswardowari1876
    @indreswardowari1876 5 месяцев назад +5

    সুন্দৰ অনুভৱ । বহুত ভাল লাগিল । জয় আই অসম।

  • @alokdutta5907
    @alokdutta5907 2 года назад +29

    বহুত সুন্দৰ ভাষণ । জয় আই অসম ।

  • @AijoneePori
    @AijoneePori 5 месяцев назад +15

    অতি স্পষ্ট আৰু বাস্তৱ।

  • @anjusaikia9306
    @anjusaikia9306 5 месяцев назад +10

    সুন্দৰ ।বহুত বহুত শুভেচ্ছা থাকিল

  • @crmusical689
    @crmusical689 5 месяцев назад +7

    খুব ভাল লাগিল কথাকেইটা শুনি অনুপ্ৰাণিত হলো ।

  • @popingogoi2605
    @popingogoi2605 Год назад +7

    সুন্দৰ ভাষণ আগোৱাই জুৱা জাতিক বছাবলৈ সকলোবোৰ এক হব লাগিব

  • @gakulkalita7918
    @gakulkalita7918 2 года назад +18

    ভাল লাগিল ।আগলৈ শুভেচ্ছা থাকিল ।

  • @dipagogoi9673
    @dipagogoi9673 5 месяцев назад +12

    বহুত ভাল লাগিল জয় আই অসম

  • @madanborah9015
    @madanborah9015 Год назад +15

    বৰ সুন্দৰ কথাবোৰ

  • @sadhanagoswami6256
    @sadhanagoswami6256 5 месяцев назад +2

    অতি মননশীল চিন্তা। ভাল লাগিল, তোমাৰ নিচিনা চিন্তা ধাৰাৰে সকলো অসমীয়া মাৰ বান্ধি আগবাঢ়ি গ'লে এখন সুন্দৰ অসম আমাৰ অসম আশা কৰিব পাৰিম। জয় আই অসম। 🙏

  • @abinashkalita9242
    @abinashkalita9242 6 месяцев назад +4

    অতি সাৰুৱা,সাৱলীল বক্তব্যৰ বাবে ধন্যবাদ।

  • @pjbhuyan
    @pjbhuyan 2 года назад +11

    ভাগৱতী দা মই কটনত আপোনাৰ তৰ্ক চাইছিলো। মই অভিভূত হৈ পৰিছিলো। আজি আপোনাৰ জাতীয়তাবাদী পন্থাদেখি মোৰ বৰ ভাল লাগিল। এদিন কটনত চিনাকী হ'ম।

  • @hemantadas2357
    @hemantadas2357 5 месяцев назад +4

    Bohut Val lora Tridib,,, Salute tumak

  • @anilkumarkalita6774
    @anilkumarkalita6774 4 месяца назад +1

    মন চুই যোৱা ভাষন " ভাল লাগিল " অসমৰ সংকতৰ সময় ! তোমাৰ নিচিনা ডেকা শক্তি জাগিব লাগিব " শুভেচ্ছা থাকিল " !

  • @pratapkalita8894
    @pratapkalita8894 Год назад +5

    সুন্দৰ ভাষন দিছা ভাইটী, ভাল লাগিছে। তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।

  • @jatindas4577
    @jatindas4577 5 месяцев назад +2

    অতি সুন্দৰ ভাষন। তোমাৰ দৰে চিন্তাধাৰা সকলোৰে হওঁক। তাকেই কামনা কৰিলোঁ।

  • @binudas8708
    @binudas8708 5 месяцев назад +5

    তোমাৰ লগত একমত। আমি এটা কথা সদায়েই চিন্তা কৰিব লাগিব। যে আমি জাতী ক ভাল পালেহে আমাৰ জাতীটো জিয়াইয়াই থাকিব ।আমি আমাৰ ভাষাটো ক জিয়াই ৰাখিলেহে আমি জিয়াই থাকিব পাৰিম। আমি আমাৰ সকলো পৰমপৰা জিয়াই ৰাখি আমাৰ সন্তানৰ হাতত থৈ গলেহে আমি যে এটা অসমীয়া জাতি জগতত আছিলো তাক আগলৈ আমাৰ প্ৰজন্ময়ে জানিব । যদি আমি এইবিলাক পাহৰি আছনীৰ লোভত জিয়াই থাকিবলৈ হয় তেন্তে আমি ২৪চৰ পিচত এই আমাৰ জাতিটোক বগা কপোৰ পিন্ধাই চাঙীত তুলিবৰ সময় সমাগত।কাৰন আমাৰ মাজলৈ caa আহি আমাৰ সন্মুখত কালসৰ্প হৈ দিয় দিলেহি। আহক আমি সকলোৱে caa ৰ বিপৰীতে এক লগ হৈ সকলোকে দেখুৱাই দিও যে কনকলতা মুলাগাভৰুৰ তেজ আমাৰ গাত এতিয়াও আছে। আমি নিজৰ দেশক আৰু নিজৰ জাতি আৰু নিজৰ মাতিক কিমান. ভাল পাও তাক হয়টো তেওঁলোকে জানিবলৈ বাকি আছে । দেশৰ আবে মৰিবলৈ অলপো ভয় নকৰো সময এতিয়া সমাগত।❤😂 দেশ বুলিলে নেলাগে আদেশ। সৰুৰে পৰায়েই আন্দোলন কৰি কৰি ডাঙৰ হলো। পুলিচৰ মাৰ খাইছো , জেলত আছো, বাগানীয়া মানুহৰ ঘৰৰ ধানৰ ডোলীটো ৰাতি আছো এই কথা অগপ আৰু BJP ৰ ডাঙৰ নেতাবিলাকে বহুতে জিনে নিশ্চয়। কাৰন সেই সময়ত সোনোৱাল মোৰ মাৰ ঘৰৰ ওচৰত থকা মোৰ ম আমাৰ ঘৰতে থাকেগৈ ।অগপৰ সকলো নেতা মোৰ 2 নম্ৰ বাইদেউ ফুলু দত্তৰ ঘৰত থাকি আন্দোলন কৰে। ৰাতি হলে লোকাই থাকে। সেইবিলাক কথা পাহৰি গৈছে 😂কিয়?????

  • @Spc760
    @Spc760 Год назад +10

    কথাবোৰ একেবাৰেই নুই কৰিব নোৱাৰি , সম্পূৰ্ণ যুক্তিসন্মত

  • @pankajphukan6468
    @pankajphukan6468 2 года назад +11

    সুন্দৰ । অতি সুন্দৰ মন্তব্য ।

  • @pabanboruah6801
    @pabanboruah6801 4 месяца назад +1

    সঁচা কথা, সুন্দৰ চিন্তাধাৰা সুন্দৰ ভাষণ আগুৱাই যাওক আপুনি,

  • @dkvlogs0145
    @dkvlogs0145 2 года назад +22

    ভাষণটো শুনি বহুত বহুত ভাল লাগিল । কিন্তু মানুহে কেৱল ভাষণ দিলেই নহয়।
    অসমৰ ৰাজনীতিৰ ইতিহাসত বৰ্তমানলৈকে যিমান বিলাক নেতাই জাতিৰ নামত ৰাজনীতি কৰি আহিছে কেৱল মাত্ৰ নিজৰ স্বাৰ্থ পূৰণৰ লক্ষ্য আগত ৰাখিয়েই ডাঙৰ ডাঙৰ ভাষণ প্ৰদান কৰি আহিছে। এই বাবে অসমীয়াত এষাৰ কথা আছে , লংকালৈ যিহে যায় সি ৰাৱণ হয়।
    লগতে তামিলনাডুৰ কথা ইয়াত বাৰে উল্লেখ কৰা হৈছে, তামিলনাডুৰ জনতাৰ লগত অসমৰ জনতাৰ তুলনা কৰিব নোৱাৰি। কাৰণটো হৈছে তামিলনাডুত শিক্ষাৰ লগত কৰ্ম তুলনা নকৰে। কিন্তু আমাৰ ইয়াত BA pass কৰা লৰাই হাজিৰা নকৰে। কৰে মাথো আন্দোলন, আন্দোলন আৰু আন্দোলন

  • @budheswarnath6516
    @budheswarnath6516 5 месяцев назад +2

    প্ৰকৃত উন্নয়ন কেৱল জাতীয় তা বাদী চৰকাৰত হে সম্ভৱ , ই চিৰন্তন সত্য !!.. এই মৰম লগা ভাইটি জনৰ কথা খিনি বহুত সচাঁ কথা... এওঁ জাতীয় পৰিষদত থাকি দলটিক সহায় কৰিব বুলি আশা কৰিছো ।

  • @RahulDas-rz2bu
    @RahulDas-rz2bu 2 года назад +53

    বাস্তৱক মানি লোৱা আগতে। এনেকুৱা ভাষণ শুনি হে ভাল লাগে। বাস্তৱত ৰূপায়িত কৰা খুব কঠিন।

    • @auxesis303
      @auxesis303 2 года назад +2

      Hosa

    • @biswabora1394
      @biswabora1394 2 года назад +2

      সুন্দৰ

    • @birajbordoloi9647
      @birajbordoloi9647 2 года назад +2

      Right,,..

    • @basantanath2647
      @basantanath2647 2 года назад +2

      ভাষন আৰু কামৰ মাজত পাৰ্থক্য নেথাকে যানো বন্ধু।

    • @gauravdutta546
      @gauravdutta546 2 года назад +2

      Xhosa kotha

  • @ashokpuzari6099
    @ashokpuzari6099 5 месяцев назад +3

    Very good speech.wish you a bright future.

  • @pranjithazarika8537
    @pranjithazarika8537 4 месяца назад +1

    সচাঁকৈ বহু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিলা। বহুত ধন্যবাদ।

  • @ruprekhahazarika5921
    @ruprekhahazarika5921 5 месяцев назад +5

    আজিৰ সকলো নবপ্ৰজন্মৰ চিন্তা ধাৰণাবোৰ তোমাৰ দৰে হলে কোনোৱে আমাৰ নোম এদালো লৰাব নোৱাৰে আমি অসমতে অসমীয়া ভগনীয়া হব লগিয়া পৰিষ্ঠিতি হব লগা নহয় ❤জয় আই অসম 🙏

  • @srigunajitsharma8282
    @srigunajitsharma8282 5 месяцев назад +8

    Apunak ❤❤🙏 ,kotha apunar dore hb lage ,apunar dore akhil Gogoi jodi kotha kole hoi rayjor support pale hoi

  • @bittosaikia7009
    @bittosaikia7009 Год назад +13

    ধুনীয়া

  • @padmapaninath
    @padmapaninath 5 месяцев назад +6

    জাতীয় চেতনা মূল সম্বল । ভাল লাগিল

  • @rantuvlogs2257
    @rantuvlogs2257 2 года назад +6

    বহুত সুন্দৰ

  • @konkon3774
    @konkon3774 Год назад +6

    Majja

  • @pritygogoi1886
    @pritygogoi1886 4 месяца назад

    ❤❤ তোমাৰ কথাবোৰত মোৰ একমত তোমাৰ কথাবোৰ শুনি মোৰ মন চুই গল । তোমাৰ দৰে সকলো অসমীয়াই বুজি পোৱা উচিত লগতেই তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ঈশ্বৰৰ তোমাক সদায় কুখলে ৰাখক ।

  • @mintumonidas2771
    @mintumonidas2771 2 года назад +12

    সুন্দৰ লাগিলে কথাকেইতা শুনি ।

  • @hemantagogoi9462
    @hemantagogoi9462 2 года назад +11

    বহুত সুন্দৰ।

  • @manjithregon3831
    @manjithregon3831 5 месяцев назад +3

    বহুত বহুত ভাল লাগিল

  • @user-ey5ie1ei1c
    @user-ey5ie1ei1c 11 месяцев назад +5

    Bhal lagil

  • @biswajitnath4703
    @biswajitnath4703 5 месяцев назад +1

    Bohut val lagil kotha khini xuni.xokolo axom basiye xuna usit ei kotha khini.

  • @nilishaika5262
    @nilishaika5262 8 месяцев назад +4

    Hundar.

  • @jayshreedas2538
    @jayshreedas2538 Год назад +8

    ৱাহ!সুন্দৰ

  • @lipikabhuyan6979
    @lipikabhuyan6979 5 месяцев назад +5

    সুন্দৰ

  • @dipenboro7210
    @dipenboro7210 5 месяцев назад +2

    VERI. GOOD. BHAI

  • @bhaskarborah4254
    @bhaskarborah4254 2 года назад +32

    দীৰ্ঘদজীৱি হোৱা। জয় আই অসম।

  • @janulahon9911
    @janulahon9911 5 месяцев назад +1

    একেবাৰে সচা কথা।মৰমৰ ছাত্ৰ জনে কোৱা কথাখিনি মানি চলিলেহে অসম বাচিব। 🎉🎉

  • @munindradeka5934
    @munindradeka5934 2 года назад +4

    Bhal lagil, moi lagat aaso,, jai aai assam

  • @uttambhuyan6413
    @uttambhuyan6413 2 года назад +7

    হয় সচা কথা সৎ সত্য সনাতন (জয় হিন্দ জয় আই অসম ) অউম শান্তি )

  • @saurabhgogoi8744
    @saurabhgogoi8744 5 месяцев назад +2

    ভাল লাগিল।

  • @padumibaruah2798
    @padumibaruah2798 Год назад +4

    Dhunia Boktobyo uposthapon korisa vaiti sotyor Sodai joi hoboii

  • @rajuramray4964
    @rajuramray4964 2 года назад +5

    আপুনি ভাষণটো ভালেই দিছে ,সুন্দৰ

  • @dipikakonwar8315
    @dipikakonwar8315 4 месяца назад

    বৰ ভাল লাগে তোমাৰ কথাবোৰ। এনেকৈয়ে থাকিবা । আশীৰ্বাদ থাকিল।

  • @samiulhoque6488
    @samiulhoque6488 5 месяцев назад

    বহুত সুন্দৰ,(জয় আই অসম 👍👍

  • @basantanath2647
    @basantanath2647 2 года назад +32

    " কাকনো বুলিম ককা, সকলোৰে দাৰি-চুলি পকা "
    - বিগত সময়ত এই ধৰণৰ ভাষণৰ দ্বাৰাই অসমত বহু মন্ত্ৰী বিধায়কৰ জন্ম হ'ল, আৰু তাৰ পিছত সেই সকলেও ভাষণটোত কোৱাৰ দৰেই...... 😁 😁 😁 ।এতিয়া সেয়েহে এই লেখিয়া ভাষণ বোৰৰ প্ৰতি বহুতৰে সন্দেহৰ অৱকাশ থকাতো নিতান্তই স্বাভাৱিক। 🙏 🙏

    • @alokdutta5907
      @alokdutta5907 2 года назад

      যেনেকৈ বিজেপি আৰু বিজেপিৰ নেগুৰত ধৰা অগপ দলৰ কথা আৰু কামৰ মাজত বহুত পাৰ্থক্য আছে ঠিক তেনেকুৱা কথা কিন্তু সকলো মানুহ একেই নহয় ।

    • @BJBUTTRADING
      @BJBUTTRADING 2 года назад

      কি কৰিব তেন্তে, সন্দেহ কৰিব নে পথ এটা দিব ? যদি পথ দিয়ে ভুল হলে আঙুলিৰ ক্ষমতা আছে ।

  • @nagendas9671
    @nagendas9671 4 месяца назад

    ভাল লাগিল অসমীয়া জাতিৰ হৈ সকলো ওলাই আহক ।

  • @user-km6nx1rx1j
    @user-km6nx1rx1j 4 месяца назад +2

    ট্ৰিদিপ ৰ চিন্তা ক অসমৰ জনগণই সহাইৰি জানুৱা উচিত।। জয় আই অসম

  • @iliasali-kq1ut
    @iliasali-kq1ut 4 месяца назад

    Every Assamese should try to think like you for his native land. Thaks to you for your patriotic speech.

  • @puspadhar6239
    @puspadhar6239 5 месяцев назад +1

    Best expression, I hope new generation follow you

  • @bhanimaborgohain-xy1he
    @bhanimaborgohain-xy1he 4 месяца назад

    অতি সুন্দৰ,ভাল লাগিল , ধৈনয়বাদ আপুনালৈ

  • @minaborahvlogs6348
    @minaborahvlogs6348 Год назад +6

    অতি সুন্দৰ ভাল লাগিল 🥰

  • @musficali6843
    @musficali6843 5 месяцев назад +1

    বহুত বহুত ধন্যবাদ

  • @uttambhuyan6413
    @uttambhuyan6413 2 года назад +8

    অতি সুন্দৰ শুৱলা ভাষণ সকলোৱে বুজিব পৰাকৈ কৈছে )

  • @mrinaligogoi5823
    @mrinaligogoi5823 5 месяцев назад +2

    Oti hundor ❤❤❤

  • @sanjitkumarswargiary8092
    @sanjitkumarswargiary8092 2 года назад +5

    Bor xundor bhaxon.

  • @sambarukumardas1357
    @sambarukumardas1357 6 месяцев назад +3

    ধন্যবাদ।

  • @anjugogoi2390
    @anjugogoi2390 5 месяцев назад +1

    Bohut. Val. Kotha. Ajp. Zindabad

  • @user-ul8si7dc6t
    @user-ul8si7dc6t 5 месяцев назад +2

    অতি সুন্দৰ

  • @ramendrasarmah9040
    @ramendrasarmah9040 5 месяцев назад +2

    দাদা সুন্দৰ

  • @LakhyajyotiSaikia-iz3yg
    @LakhyajyotiSaikia-iz3yg 5 месяцев назад +1

    Future of Assam has been rise.

  • @user-gp4nn5sf2z
    @user-gp4nn5sf2z 6 месяцев назад +6

    শুভ কামনাৰে,জয় আই অসম।🌷👌

  • @prasantadas2828
    @prasantadas2828 4 месяца назад

    তোমাৰ দৰে যেন আৰু সহস্ৰ জন নসুৰুজ উদয় হওঁক তাৰে কামনা কৰিলোঁ ।

  • @rajuramray4964
    @rajuramray4964 2 года назад +40

    আপুনি ভাষণটো ভালেই দিছে, সুন্দৰ কথা কৈছা কিন্তু আপুনি যদি অসমৰ মুখ্যমন্ত্ৰী পদটো পায় আপুনি ও একে পথেৰে যাব ১০০% মই লিখি দিম। আজি যিটো পথেৰে গৈ আছে আজিৰ মুখ্য ভূমিকাত থকা মানুহ বোৰ আপুনি ও একেটা পথেই বাছি লবি

    • @manashjyotiray5648
      @manashjyotiray5648 2 года назад +1

      এক দম সঠিক... মই কোনো ৰাজনৈতীক দলৰ নহয়

    • @kamaltalukdar8884
      @kamaltalukdar8884 5 месяцев назад

      Absolutely right

  • @manjugohain6786
    @manjugohain6786 4 месяца назад

    সুন্দৰ বক্তব্য দিয়াৰ বাবে ধন্যবাদ ।

  • @hemolotasonowal9146
    @hemolotasonowal9146 2 года назад +25

    ইমান ধুনীয়া ভাষন শুনীয়ে থকিব মন যায়

  • @farhasuhana9646
    @farhasuhana9646 2 года назад +5

    আগুৱাই যাওঁক দাদা ❤

  • @bitulsaikia6055
    @bitulsaikia6055 2 года назад +6

    Val kotha koise . So very good 👍

  • @PrasantaChangmai-lx6wd
    @PrasantaChangmai-lx6wd 6 месяцев назад +3

    নাইচ ভাষণ নাইচ 💐💐💐💐

  • @rupalahon-bt3zn
    @rupalahon-bt3zn 5 месяцев назад +1

    Ati hundor vakhon

  • @janulahon9911
    @janulahon9911 5 месяцев назад

    বহুত বহুত শুভাশিষ ছাত্ৰ জনলৈ।

  • @mukutborah4081
    @mukutborah4081 5 месяцев назад +1

    অতি সুন্দৰ বক্তব্য। ভাল লাগিব।

  • @jahnobibhorali5177
    @jahnobibhorali5177 2 года назад +14

    শুনিয়ে থাকিম যেন।

  • @lachitdas7038
    @lachitdas7038 7 месяцев назад +3

    সুন্দৰ বক্তব্য ❤