Agali Batahe Kanpale | Assamese Song | Jayanta Hazarika
HTML-код
- Опубликовано: 7 фев 2025
- Listen to Assamese Song Agali Batahe Kanpale sung by Jayanta Hazarika
Label :: Saregama
For more videos log on & subscribe to our channel :
/ saregamaregional
For more updates Follow us on Facebook:
/ saregama
Follow us on Twitter:
/ saregamaglobal
এতিয়া মাজৰাতি প্ৰায় ২ বাজিব হৈছে , নাজানো কি মন গল গানটো শুনিব, শুনি আছোঁ ❤
Same
*আগলি বতাহে কঁপালে কলৰে পাত*
কথা: নিৰ্মলপ্ৰভা বৰদলৈ
আগলি বতাহে কঁপালে কলৰে পাত
মন উৰণীয়া হেৰালে বাটৰে আঁত।
বুজোঁ কি নুবুজোঁ
চিনাকি কুলিৰে মাত,
মেলোঁ কি নেমেলোঁ
আকাশ চুবলৈ হাত।
হেৰালে বাটৰে আঁত
হেৰালে বাটৰে আঁত
আগলি বতাহে কঁপালে কলৰে পাত।
এটি ফুল মাথোঁ
মনৰে ডালতে কঁপে,
এটি মাথোঁ পখী
এই উৰে উৰে ৷৷
কিনো ফুল, সিটি কি,
অ' কি সিটি?
জিৰাব কিহৰে ছাঁত,
হেৰালে বাটৰে আঁত?
আগলি বতাহে কঁপালে কলৰে পাত।।
উৎস: ''নিৰ্মলপ্ৰভা বৰদলৈৰ গীত আৰু কবিতা সমগ্ৰ" (২০০৮), পৃ. ২১
Very very useful
দিনটো ফাগুনৰ , পিৰালিত বহি পছোৱা বতাহে কোবাই যোৱা গছৰ পাত প্ৰত্যক্ষ আৰু উক্ত গীতটিৰ কলিৰ উপভোগে সচাকে মনটো জিপাল কৰি পেলাইছে ❤️❤️
অতুলনিয়।গীতৰ কাম সলাগিবলগীয়া|..বৰ ধুনীয়া হৈছে ..বৰ ধুনীয়া...মোৰ অতি ভাল লগা গীত..আমি হাইস্কুল পয্যায়ৰ পৰাই গীতটি শুনি আহিছোঁ ।আৰু সুৱদি তথা দৰদী কণ্ঠৰ অধিকাৰী .. আমাক আৰু বহু গীতৰ উপহাৰ দি থৈছে । তেখেতক আমি জনমে জনমে মনত ৰাখিম ।অতিকে প্রিয় সুৱদী দৰদী কণ্ঠৰ সংগীত শিল্পী গৰাকীৰ এই গীতটি বৰ প্ৰিয় মোৰ। তেখেতৰ কণ্ঠৰ গীত সমূহ সদায়ে মন ভৰাই তোলে। সুন্দৰ গীতৰ কথা,সুৰ আৰু সংগীতেৰে এটি যুগমীয়া গীত...! ভাল লাগিল। মুগ্ধ হ'লো।
ৰানা দাৰ কণ্ঠ আৰু নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ লিখনি ❤❤❤
কি সুন্দৰ কণ্ঠ! কি সুন্দৰ গীত। গীতিকাৰ,সুৰকাৰ দুয়োকে শ্ৰদ্ধাৰে সুঁৱৰিছো
মোৰ জীৱনৰ আটাইতকৈ ভাল লগা এই গীতটি
This song will never get old . Always evergreen
Best song, my favourite song, I love you this song, my favourite song, most beautiful song, best song
Guiness world record book world no 1 best song
Ai geet tir aar t ati sundar kahini ase,, khei kahini to khuna r pisat moi geet ti RUclips t charge korisu ❤ such a wonderful song....Old is gold but gold never gets old.. ❤👌
Kahini tu ki!!
Only those are third class people they have disliked this song. I feel you people even don't repect your parents.
This song is amazing 😊😄😀☺🙂🤗from dimpee
This song is very close to my heart . Thanks to give me the chance to listne.
This is an amazing song if you are listening with how the lyrics says
Exactly brother 💜
This is heart touching song for me
rana da is 🔥🔥 lyrics writer Dr.nirmalprava wrote this lyrics in 3 minutes...
Bhal loga eti geet🙏💝✨
Heart touching song, best song, wonderful voice
Fav❣️❣️❣️❣️
I love you Jayanta sir
আগলি বতাহে কঁপালে কলৰে পাত ২
মন উৰণীয়া হেৰালে বাতৰে আত ২
আগলি বতাহে কঁপালে কলৰে পাত ।
বুজো কি নুবুজো চিনাকি কুলিৰে মাত ২
মেলো কি নেমেলো আকাশী চুবলে হাত।
হেৰালে বাতৰে আত২
আগলি বতাহে কপাঁলে কলৰে পাত
এটি ফুল মাথো মনৰে ডালতে কপে ২
এটি মাথো পখী এই উৰে উৰে
কিনো সূৰ কেতেকীনো অ কেতেকী
জিৰাব কিহৰে ছাত হেৰালে বাতৰে আত ।
হেৰালে বাতৰে আত
আগলি বতাহে কপালে কলৰে পাত ।
Bhal korise
Kintu chandra bindu keitaman roi goise dei xudhorai disu
Hoi Amar ru xubidha hoi
@@jagritiii_ hoi diyok,. 😎
Greetings from Turkey 🇹🇷
Do you like this song?
@@mgdestiny4288 Yes
Excellent song, evergreen, marvelous, awesome, superhit, most beautiful song, best song,i love you this song
অপূৰ্ব ❤
Parameswar Garo Sonapur ... Hearing this nostalgic song I become overwhelmed.
So soothing 💖
অতুলনিয়।Superb
Sundor gan❤❤❤❤❤❤❤❤❤❤❤
Very nice song.No one can sing easily
This is my favourite song.
This is an amazing song 👍👍😍😍
❤❤
সুন্দৰ গীত।
Awsm song
Very nice song
Love this song from my heart ❤
ॐंंंंंंंंंंंंंंंंंंंंंं
GOLDEN DINAR GOLDEN SIRA JUGAMIYA SIRA SEOWS ASSAMESE KALJAI SINGER MOR MIRAMAR JAHA YANTA HA KARIKA DADAK SON ARAM KHEL PATHARAT GAN GOWA DEKHISILU ASSAM AR GOLDEN SINGER.
Aitu gan tini minutes likha,,, wow❤❤❤❤
Hi,
❤️
🙏❤️🐦🕊️🕊️🕊️
Swaraswati Nirmalprabha baideur lekhoni
Agali not Agoli is correct
😀😀
Hahiboloi akou ki hol.
Hoi bhal hoise bule comment tu dibo pre 😡
@@juliphukan5107 um
'Agoli Botahe Kopale'
Writer: Nirmal Prabha Bordoloi
Music: Jayanta Hazarika
Singer: Jayanta Hazarika
Jayanta Hazarika's first commercially released single.
Ng😄😄😁😁😁
What do you mean by Ng ?
@@jagritiii_ Ng mane not good bujaise sege xeijoniye ..... Napay dei 😡,
Tai subscriber 6 tahe matro .
Haha haha 😂😂 ustadi..