চৰ্জুন হাঞ্চেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব.....
HTML-код
- Опубликовано: 18 сен 2024
- চৰ্জুন হাঞ্চেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব। আছুৰ ইতিহাসত প্রথমজন খ্রীষ্টান ‘সম্পাদক’ চৰ্জুন হাঞ্চে। আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণৰ পাছত চৰ্জুন হাঞ্চেৰ সৈতে 'প্ৰতিদিন টাইম'ৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ এক সাক্ষাৎকাৰ।
#PratidinTime #assam #Aasu
জয় আই অসম
সদৌ অসম ছাত্র সন্হা
আছু জিন্দাবাদ ✊✊✊🙏🙏🙏
Good to see a karbi boy becanme the gs of AASU
সদৌ অসম ছাত্ৰ সন্থাৰ পাহাৰ আৰু ভৈয়ামলৈ সুন্দৰ ৰ্বাতা।
বহুত ভাল লাগিল ভালদৰে একটাৰে আগবাঢ়ি যাওক ।
Good news for all ❤❤❤
জয় আই অসম
Asu নেতা হব হলে কথা বোৰ ভালকৈ কব শিকিব লাগে,আছোঁ নেতা হিচাপে শকৰ জ্যোতি বৰুৱাৰ কথাবোৰ বহুত ভালকৈ হিষ্পস্ত আছিলে ।
Congratulations Mr Hanse
Congratulations...
Utpal sarma nijar best friend krna tak disa... Akw karbi ba blag krna nhai... I have doubt sankarjyoti paln kri side kora nai to... Krn swali joni guhati university law porhi asa... And utpal sarma tar student phd kri asa...
Exactly mur thought.. Ultimately utpal sarma e AASU r xorbe xorba hbo goi ase,, Hanse dangoriyar baak potuta nai,, so utpal sarma e AASU etia.
Good bless your life
Congratulations 🎉
আছু কি কাম কৰিব প্রথম সুধ ক . নিজৰ কৰিব নে ৰাইজৰ
Tur kiba aukaat ase
@@apocalypto77 তই ক আমছ বে অসমিয়াক ইমান challage দি আছে আছু কত আৰু আছুৱে অসমৰ কাৰনে বত্তমান কি কৰিলে তুষ মনত আছে নাই আছুষে EX লুৰিন এতিয়া বাংলাদেশী ভক্ত আৰু কিবা প্রমান লাগে যদি Massag কৰিবি
তহতৰ এচামৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ ওপৰত দাগ লাগিছে। অসমৰ জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা সদায় জিলিকি আছে আৰু জিলিকি থাকিব 🤗জয় আই অসম ✊✊✊
Congratulation ❤❤
Congratulations
Congratulations ❤
Sunit toi emn utajito nohobi..... Loratuk aguwai jabo da
AAsu now kokar nijar property hoi gol....
কথা কোৱাৰ দক্ষতা নাই।
Keep patience after all he is Assamese h tribal guy
কথা কব নেজানে,,,
😂😂😂😂
Ktha kbo najane vl dre
Ako ni.... Amar Majuli MLA t koi 100% uport koise.... Aru MLA Rupjyoti kurmi t koi uport
@@NorthEastIndia7919 xai tu o hoi hle....ae burha burha manhu bur j kene k Satra hoi ase🥹
Congratulations
Congratulations ❤❤