Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
পকা ৰ'দত থাকি ডিউটি কৰা সকলক হে ঈশ্বৰ,সহনশক্তি দিবা , স্বাস্থ্য ভালে ৰাখিবা ! প্ৰাৰ্থনা মোৰ I
আপুনি কোট পিন্ধা দেখি বেছিকৈ গৰম উঠিছে।
Mojja disa esat
E kla AC room t ase 😂😂
News roomt bohi news kole ki coat pindhi h news kuar niom ase..
A c ত আছে কি গৰম পাব।
সঁচাকৈ
মোৰ মনত পৰাত ৫০ বছৰ ভিতৰতএইবছৰ গৰমেই সবাটোকৈ বেছিহৈছে।
চৰকাৰক পাহাৰ ভাঙি ৰাস্তা বনাব দিয়ক। পাহাৰ বিক্ৰী কৰি ব্যক্তিগত ইনডাস্ট্ৰি স্থাপন কৰিব দিয়ক। নেতা বিলাক এ. চি. ত থাকিবলৈ দিয়ক।
Niza kiman gas lagisa ??😂
চৰকাৰ আৰু মানুহ সকলোৰে ভুল আছে
Nije kaidal gos bosaisa....😅
❤
ককাইটো বৰ ডাঙৰ পণ্ডিত দেই। গছৰ পুলি এটা ৰুই নোপোৱা মানুহে ননচেন্স কথা ক'ব নালাগে নহয়।
গছ কাটি শেষ কৰিলে। আৰু গৰম হ'ব ।
Nije kaidal man gos basabi agote 😅
tum gom pai ke jupa gos rula....
School bandh diok. Student r kotha sinta korok
Hosake mur vaity kali ghort ahi kandi ase gorom prosab jola pura hoi , bht deri pist he val paise😢
😮😮
😔 moi bohut din jaboe pora nai 🥲@@lakhyasdiary5762
এইয়া আমাৰ কৰ্ম ফল।
প্ৰকৃতিৰ বিৰুদ্ধে কাম কৰা হৈছে , ধনী পৰিয়ালৰ চিন্তা নাই , এসি চলাই আছে।মৰিছো আমি বিলাক । 😢😢😢😢
Nature r logot sobei har manibo
উন্নতি উন্নতিৰ নামত গছ কাটি থাকিলে এনেকুৱাই হ'ব। ইয়াৰ সম্পুৰ্ণ দায়ি মানৱ । মানুহৰ নামত সকলো দানৱ। যদি আৰু এনে হোৱাতো নিবিচাৰে গছ পুলি ৰোপন কৰক।
Ekodm Xokoloe Gos Puli Ruwok Porti Bosor t 1ta Koi Hole o Tetya hy Olp roikha Porim Ami bur Nohle ru DhongkhoSAVE PLANT ☘️
প্ৰকৃতিৰ ওপৰত কৰা নিৰ্মম অত্যাচাৰৰ ফল ভুগিব লগা হৈছে
ভয়ানক গৰম মহাশয়, ডিব্ৰুগড়ত। ডাঙৰ জুই একুৰাৰ কাষত থকা নিচিনা লাগিছে।
🥵🥵🥵🥵🥵🥵🥵🥵🥵🥵🥵 Dibrugarh jui joli ase
Sumi jailot kaneka thakibo atiya
@@jayantadeka9623sumi loi sinta 😂😂😂😂😂😂
মামাই ৰোৱা গছবোৰ ডাঙৰ হলেই গৰম নাইকীয়া হব।ধৈয্ ধৰক।
বাকী থকা গছ কেইজোপাও কাটিব দিয়ক উন্নয়নৰ নামত 🙏
Right
সেউজীয়া গছ গছ নি গুৱাহাটীত ভৰি আছিল 1961 চনত সদায় গধুলি পচিম আকাশত মেঘৰ গুম গুমনিএজাক ডাঙৰ ধুমুহা 1 ঘন্টা মান থাকি আমাৰ গুৱাহাটীৰ ওপৰেদি পাৰ হৈ উজনিৰ ফাললৈ গুছি গৈছিল গুৱাহাটীত ডাঙৰ ডাঙৰ বিল আছিল বৰষুণ আহিলে বৰ ভাল লাগিছিল মাছ মাৰি আগৰ গুৱাহাটী নাই আগৰ বৰষুণ জাকো নাই আমাৰ সেই দিন ভাল আছিল অহা দিন বিলাক কেনেকে পাৰ কৰো একো ভাবিব পৰা নাই ক এটা কথা মনলৈ আহিছে গৰমৰ পৰা বাচিবলৈ হলে শিলঙলৈ যোৱাই ভাল হব জান টো বাচিব
গৰমে সকলোকে দহিছে, সেই বাতৰটো আপুনি কোট টাই মাৰি আমাক জনাইছে ৷
আপোনাৰ হে ঠাণ্ডা লাগিছে যেন পাইছোঁ।
গৰম বুলি সকলোৱে গম পাইছে মহাশয়। গৰমৰ পৰা পৰিত্ৰান পাবলৈ ৰাইজক উপদেশ দিয়ক
বিদ্যালয় সমূহ সাময়িক ভাৱে চৰকাৰে বন্ধ ঘোষনা কৰিব লাগিছিল।
মই গোলাঘাটৰ, আগতে নাই পোৱা। বহুত গৰম।
গছ কাটি আলি বনাওক ।পাহাৰ ভাঙক। সোনকালে মৰক।
অদ্ভুত গৰম সঁচাকৈ।আহিনত এইবাৰ প্ৰথম অভিজ্ঞতা।।
এসপ্তাহ বিদ্যালয়বোৰ বন্ধ দিয়া হেঁতেন ভাল আছিল । একোটা শ্ৰেণীকোঠাত ৮০/৯০ জন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ পৰিবেশটো বৰ কষ্টকৰ হৈ পৰিছে।
Half yearly September't hoa karane hoise...nhle July't disil agate Summer vacation't
প্ৰাথমিক বিদ্যালয় সমূহৰলৈ লক্ষ্য ৰাখি এই গৰমত আৰু দুদিন মান বন্ধ ৰখা ব্যৱস্থা কৰক।
Private sector school teachers bilajor kosto hoise 5ta 5ta class koribo Lage ,,,Ami morim bondho dibo lage😢
এই কথা শুনাৰ পিছতো আৰু গছ কাতি থাকক 😢 ।
প্ৰদূষণ ৰোধ কৰিবলৈ নিউজ কৰক গৰম বুলি টো সকলোৱেই গম পাই ছে
বইটামাৰী বঙাইগাঁও। খুব গৰম।৩৭ চে।
পুনৰ যুদ্ধকালীন তৎপৰতাৰে গছ ৰুপন কৰক চৰকাৰে সহায় কৰিব লাগে। নহলে অসম মৰুভূমিত পৰিণত হব।
এই ৰদত ৰেলৱে ট্ৰেকত কাম কৰিব লগা হৈছে। কি কষ্ট অ প্ৰভু......
গৰমৰ বন্ধৰ দীয়ক
প্ৰকৃতিৰ ওপৰত যি অত্যাচাৰ তাৰ পৰিনাম ভোগ কৰিবলৈ সকলো সাজু থাকক।বন ধ্বংসৰ পৰিনাম।
School xomuh bondho dbo lge nohole morning school dbo lge.... lora suwali khini r bht kosto hoise
পাঠশালাৰ পৰা ।এনেকুৱা দিন এনেকুৱা সময়ত মনতেই নপৰে।
AC বোৰ বন্ধ কৰি দিয়ক গৰম সহ্য কৰিবলৈ চেষ্টা কৰক গৰম গৰম বুলি ভাবি থাকিলে গৰম বেছি অনুভৱ কৰিব আমি ছোন ঘৰত কৰিব লগা কাম নিয়মিত ভাবে কৰি আছো ।
বিউটি চৌধুৰী।জুইৰ দৰে গৰম। ওদালগুৰিত ৩৬ ডিগ্ৰী চেলচিয়াছ
গছ গছনী ধংসৰ পৰিণাম এই বোৰ
সকলো ৱে সজাগ হওক জিমান পাৰে গছ ৰুৱক🙏
৩৭ ডিগ্ৰী।অসহ্য গৰম। ভিতৰতো থকা কষ্টকৰ হৈছে। বৰডুমচা - তিনিচুকীয়া।
শিৱসাগৰৰ পৰা কৈছোঁ বহুত গৰম , ৩৬
পিছে আপুনি গৰম অনুভৱ কৰা নাই । AC ত থাকি বাতৰি পৰিবেশন কৰিছে ।এটা কথা সূৰ্যৰ তাপমান বাঢ়িব এইটো বহুত বছৰৰ আগতে বাইবেলত উল্লেখ কৰা আছে ।
মানুহে আৰু পৰিবেশক ধংশ কৰা ফল। লখিমপুৰ।
অসম, এতিয়া, দুই, নম্বৰ, ৰাজস্থান,, হৈছে
গৰমে দহিছে । মাৰ্ঘেৰিটাত আগতে কেতিয়াও আহিন মাহত এনে গৰম পোৱা নাই । গছ গছনি কাটি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰাৰ বাবেই প্ৰকৃতি বিটুষ্ট হৈ পৰিছে । এইটো সঁচা কথা অসমত গছপুলি পুৱা নাটক খন নকৰি গছ কথা বন্ধ কৰিলেই অসমত গছ গছনিয়েভৰি পৰিব
মই কলিয়াবৰৰ , ইমান গৰম আগতে নাই পোৱা
আমাৰ ঘৰত গেছ নাই চিলিণ্ডাৰ নাই ভালেই হৈছে বাহিৰৰ ৰদত য়ে সকলো বনাই খাই আছো😊
গৰম তো গৰম তাতে কাৰেণ্ট নাথাকে । আমি সৰ্ব সাধাৰণে গৰমত আছো আৰু নেতা সকলে এচি ৰুমত আছে ।
মই দৰঙৰ ছিপাঝাৰৰ লোকৰাই নগেন শৰ্মাই কৈছোঁ ৩৭' গছ নাকাটিলেও ১২টা সূৰ্যৰ তাপ হ'ব ই : ধৰ্ম গ্ৰন্থ
ধুবুৰী জিলাটো বহুত গৰম পৰিছে
জীৱকূল শেষ হৈ যাব। AC ত থকা ডাঙৰ ডাঙৰ মানুহ বোৰে ৰাজত্ব কৰিব।
ফৰলেনত বৃহৎ বৃহত গছ কটা হৈছে।উন্নয়নো লাগে।কিন্তু পৰিত্ৰানৰ উপায় নাই আৰু ভয়ানক ভৱিয্যতৰ দিশে মানৱ জাতি।
বৰপেটা জিলাতো ৪০ ডিগ্ৰী চেলচিয়াছ এনেকৈ কি হব😢
দুখিয়া ৰ দুখ। ধনী সমভ়ৰানত
জূইতকৈও বেলিৰ প্ৰকোপ সৰ্বাধিক বেছি ।
তেজপুৰ চহৰত আজি অতিপাত গৰম 😢
4 land বনাব লাগে আৰু গছ কিটিবলাগে ,11 kv line খুটা পুটিব লাগে আৰু গছ কাটিব লাগে কাম টো সেইবিলাগকে হৈ আছে , য'ত 4 land বনাই হ'ল তাৰ কাষে কাষে গছ ৰুলেনে বাৰু,আৰু এতিয়া গৰমৰ বাবে গাই একো লাভ নাই,দিয়ক আৰু গৰম দিয়ক ভালহে হৈছে এয়াটো গৰমেই নহয় আৰু দিয়ক
আৰু ৰখক ছোন 10 বছৰ মান । জলা ফুটিব মানুহৰ গাত চাই থাকক
যিমান গছ গছনি আছে সেইবোৰ যাতে সোনকালে শেষ হয় তাৰ বাবে অসম চৰকাৰ যিমান সোনকালে পাৰে গছ কটা মেছিনৰ লাইচেন্স প্রদান কৰক | যিটো সময়ত বননিকৰণ কৰিবৰ বাবে লাখ লাখ টকা খৰচ কৰিব লাগে সেই সময়ত গছ কটা মেছিন প্রদান কৰিছে | বৰ ভাল পদক্ষেপ | এতিয়াও সময় আছে মানৱজাতি যদি জীয়াই থাকিব লাগে গছ গটা বন্ধ কৰক তথা বননি কৰণ কৰক
ছাৰ আপুনি নাজানে বেছি ভাগ মানুহে কোট, জাকেত, আদি পিন্ধা ৰ বাবে ৪৫ ডিগ্ৰী ত গৰম হৈছে
আমি বিশ্বনাথৰ পৰা চাইছো উৎকট গৰমৰ অনুভব ! প্ৰকৃতিক ধংশ কৰি আমি ফল আৰ্জি লৈ ছো ।ভোগ কৰিব লাগিবই ।
আহিন আহিছে সঁচা কিন্তু শৰতে যেন ভয়তে লুকাই আছে গৰমৰ উৎপাতত।
গছপুলিবোৰ কেতিয়া ডাঙৰ হ'ব জানো
এতিয়া মীয়ায় গৰম জিহাদ চলাই আছে। সম্পূৰ্ণ দায়ী মিয়া
এইবাৰ শৰৎ নহয় -- গ্ৰীষ্মহে হ’ল৷
অসমত খাদ্যৰ অভাৱ হব ! ধানৰ গছ পকি লেৰেলি গৈছে |
এই সময়ত হোৱা গৰমৰ দৰে আগত কোনোদিনে পোৱা নাই।মই চাই আছো চৰাইদেউ সোণাৰি ৰ পৰা
But still you are wearing coats and neck tie.. Malik e koise Garm, toh Garam, malik e kole Thanda to Thanda, this is today’s Reporters…. Salute…
মামাই অসম বন্ধ দি দিয়ক। 26 ৰ নিবাচনত সুবিধা হব।
বহুত গৰম ৩৭%স্কুলত ল'ৰা ছোৱালী লৈ থাকিব পৰা নাই মৰিগাঁও
জুই দৰে গৰম। তাতে আকৌ বিদ্যুত লোকাভাকু আৰু ওচৰতে আছে দুটাকৈ কাঠ ফলা মিল। হাজাৰ হাজাৰ কাঠ ফালি তহিলঙ। চাবুৱা।
আহিনৰ মাহত এনে গৰম কেতিয়াও পোৱা নাই। আমাৰ এই অঞ্চলত পথ নিৰ্মাণৰ নামত 1000ৰ ওপৰত গছ কটা গৈছে। অন্যান্য অঞ্চলতো একেই হৈ আছে বুলি ভাবিছোঁ। ইয়াৰ প্ৰভাৱ এয়া
বহুত গৰম পৰিছে মহাশয়.
Second summer vacation ghohona koribo logiya poristhitir udvabh hoise.
উৎকট গৰমে দহিছে সকলোকে আমাৰ চামতা অঞ্চলত ৷৩৯ ডিগ্ৰী তাপমান ৷
শেৱালী ফুলাৰ সময়ত এনেকুৱা গৰম নহয় সেয়ে সকলোৱে গছপুলি ৰোৱক।
ঘৰত ফেন চলাব নালাগে। গছৰ তলত থাকিব লাগে।
Four lane কাৰণে কিমান গছ কাটি তহিলং কৰা মনত আছেনে মানুহে গমেই পোৱা নাই প্ৰকৃতিয়ে কেনেকৈ ৰূপ সলাই ছে
😅nije kaidal gosor jibon basaisa😅
Absolutely correct
গছ কাটিবলৈ দিয়ক । ঠাণ্ডা হব দিয়ক ।
আহিনৰ সেই দিনবোৰ এতিয়া একেবাৰেই নাই ।ভাবিলেই কিবা লাগে।
Voltage হ্ৰাস হৈ পাংখাৰ গতি অতিশয় হ্ৰাস হৈছে শিৱসাগৰৰ ডিমৌৰ সংমণ্ডলৰ অধীনস্থ মিলন নগৰত। AC এ Error signal সঘনাই প্ৰদৰ্শনে গৰমৰ মাত্ৰাত অস্হিৰ জনজীৱন। APDCL এ ৰাইজৰ পক্ষত ,public interested হৈ Voltage ৰ ওপৰত মনোযোগ দিয়ক।
সকলোৱে নিজৰ ঘৰৰ কাষত গছ ৰোৱক,ৰাস্তাৰ কাষত গছ ৰোৱক,মই কিন্তু ঘৰত ইমান গৰম পোৱা নাই,ৰাতি হলে ব্লেংকেত লব লগা হয়,কাৰন মোৰ ঘৰ গছৰে আৱৰী ৰাখিচো,
Himanta Mama, school college bondha diyok.
গৰমে মাৰিব নেকি
Sarupeta ত তাপমাত্ৰা আজি 41 ডিগ্ৰী ।
আপুনি ইমান গৰমৰ কোট টাই পিন্ধি আছে, মই হ'লে নোৱাৰো দেই।
😂ac
Experiencing extremely hot here in Nazira.Even walls,floors are becoming more nd more warmer35degree celsius here.
সঁচাকৈয়ে বহুত বেছি গৰম 😢😢😢
সূৰ্য দেৱতা খং উঠিছে
হয়, অতি গৰম। এয়া কোনোবা দুষ্ট চক্ৰৰ হাত আছে নেকি। আপোনাৰে ভাল কোট টাই লগাই থাকিব পাৰিছে, কৃষ্ণ 🙏
চিত্ৰ গগৈ কাকভোঙা গৰ্ৰমৰ বাবে বৰ অশান্তি হৈছে।
গৰমেই পৰম ধৰ্ম।কাৰণ ৰাম ৰাম কৃষ্ণ কৃষ্ণ ইমান গৰম উহ হে ৰাম 😅😅😅😅। লখিমপুৰ (লিলাবাৰী)!
জধে মধে গছ গছনি কটাৰ ফল।
শনি আৰু কালিৰ প্ৰভাৱ ।
গছ গছনি কাটি শেষ কৰাৰ ফল ভোগ কৰিবই লাগিব
মোৰ নাম কেশৱ মই ধেমাজি জিলাৰ 3333% কিন্তু 42%😢
Gogamukh, Dhemaji, its 53 degree celcious😢
বেলি টো গুলটি মাৰি যেন বহু দূৰলৈ পাম যেন লাগিচে ৩৯ পাইচে তেজপুৰত
School bon dbo laga
Olabo noari
Goram ki Joy ho.... 🙏🙏🙏 Goram zindabad.. 💪💪
আমি গছ ৰুম চৰকাৰক গছ কাটিব দিওক।
পকা ৰ'দত থাকি ডিউটি কৰা সকলক হে ঈশ্বৰ,সহনশক্তি দিবা , স্বাস্থ্য ভালে ৰাখিবা ! প্ৰাৰ্থনা মোৰ I
আপুনি কোট পিন্ধা দেখি বেছিকৈ গৰম উঠিছে।
Mojja disa esat
E kla AC room t ase 😂😂
News roomt bohi news kole ki coat pindhi h news kuar niom ase..
A c ত আছে কি গৰম পাব।
সঁচাকৈ
মোৰ মনত পৰাত ৫০ বছৰ ভিতৰত
এইবছৰ গৰমেই সবাটোকৈ বেছিহৈছে।
চৰকাৰক পাহাৰ ভাঙি ৰাস্তা বনাব দিয়ক। পাহাৰ বিক্ৰী কৰি ব্যক্তিগত ইনডাস্ট্ৰি স্থাপন কৰিব দিয়ক। নেতা বিলাক এ. চি. ত থাকিবলৈ দিয়ক।
Niza kiman gas lagisa ??😂
চৰকাৰ আৰু মানুহ সকলোৰে ভুল আছে
Nije kaidal gos bosaisa....😅
❤
ককাইটো বৰ ডাঙৰ পণ্ডিত দেই। গছৰ পুলি এটা ৰুই নোপোৱা মানুহে ননচেন্স কথা ক'ব নালাগে নহয়।
গছ কাটি শেষ কৰিলে। আৰু গৰম হ'ব ।
Nije kaidal man gos basabi agote 😅
tum gom pai ke jupa gos rula....
School bandh diok. Student r kotha sinta korok
Hosake mur vaity kali ghort ahi kandi ase gorom prosab jola pura hoi , bht deri pist he val paise😢
😮😮
😔 moi bohut din jaboe pora nai 🥲@@lakhyasdiary5762
এইয়া আমাৰ কৰ্ম ফল।
প্ৰকৃতিৰ বিৰুদ্ধে কাম কৰা হৈছে , ধনী পৰিয়ালৰ চিন্তা নাই , এসি চলাই আছে।মৰিছো আমি বিলাক । 😢😢😢😢
Nature r logot sobei har manibo
উন্নতি উন্নতিৰ নামত গছ কাটি থাকিলে এনেকুৱাই হ'ব। ইয়াৰ সম্পুৰ্ণ দায়ি মানৱ । মানুহৰ নামত সকলো দানৱ। যদি আৰু এনে হোৱাতো নিবিচাৰে গছ পুলি ৰোপন কৰক।
Ekodm Xokoloe Gos Puli Ruwok Porti Bosor t 1ta Koi Hole o Tetya hy Olp roikha Porim Ami bur Nohle ru Dhongkho
SAVE PLANT ☘️
প্ৰকৃতিৰ ওপৰত কৰা নিৰ্মম অত্যাচাৰৰ ফল ভুগিব লগা হৈছে
ভয়ানক গৰম মহাশয়, ডিব্ৰুগড়ত। ডাঙৰ জুই একুৰাৰ কাষত থকা নিচিনা লাগিছে।
🥵🥵🥵🥵🥵🥵🥵🥵🥵🥵🥵 Dibrugarh jui joli ase
Sumi jailot kaneka thakibo atiya
@@jayantadeka9623sumi loi sinta 😂😂😂😂😂😂
মামাই ৰোৱা গছবোৰ ডাঙৰ হলেই গৰম নাইকীয়া হব।ধৈয্ ধৰক।
বাকী থকা গছ কেইজোপাও কাটিব দিয়ক উন্নয়নৰ নামত 🙏
Right
সেউজীয়া গছ গছ নি গুৱাহাটীত ভৰি আছিল 1961 চনত সদায় গধুলি পচিম আকাশত মেঘৰ গুম গুমনিএজাক ডাঙৰ ধুমুহা 1 ঘন্টা মান থাকি আমাৰ গুৱাহাটীৰ ওপৰেদি পাৰ হৈ উজনিৰ ফাললৈ গুছি গৈছিল গুৱাহাটীত ডাঙৰ ডাঙৰ বিল আছিল বৰষুণ আহিলে বৰ ভাল লাগিছিল মাছ মাৰি আগৰ গুৱাহাটী নাই আগৰ বৰষুণ জাকো নাই আমাৰ সেই দিন ভাল আছিল অহা দিন বিলাক কেনেকে পাৰ কৰো একো ভাবিব পৰা নাই ক এটা কথা মনলৈ আহিছে গৰমৰ পৰা বাচিবলৈ হলে শিলঙলৈ যোৱাই ভাল হব জান টো বাচিব
গৰমে সকলোকে দহিছে, সেই বাতৰটো আপুনি কোট টাই মাৰি আমাক জনাইছে ৷
আপোনাৰ হে ঠাণ্ডা লাগিছে যেন পাইছোঁ।
গৰম বুলি সকলোৱে গম পাইছে মহাশয়।
গৰমৰ পৰা পৰিত্ৰান পাবলৈ ৰাইজক উপদেশ দিয়ক
বিদ্যালয় সমূহ সাময়িক ভাৱে চৰকাৰে বন্ধ ঘোষনা কৰিব লাগিছিল।
মই গোলাঘাটৰ, আগতে নাই পোৱা। বহুত গৰম।
গছ কাটি আলি বনাওক ।পাহাৰ ভাঙক। সোনকালে মৰক।
Right
অদ্ভুত গৰম সঁচাকৈ।আহিনত এইবাৰ প্ৰথম অভিজ্ঞতা।।
এসপ্তাহ বিদ্যালয়বোৰ বন্ধ দিয়া হেঁতেন ভাল আছিল । একোটা শ্ৰেণীকোঠাত ৮০/৯০ জন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ পৰিবেশটো বৰ কষ্টকৰ হৈ পৰিছে।
Half yearly September't hoa karane hoise...nhle July't disil agate Summer vacation't
প্ৰাথমিক বিদ্যালয় সমূহৰলৈ লক্ষ্য ৰাখি এই গৰমত আৰু দুদিন মান বন্ধ ৰখা ব্যৱস্থা কৰক।
Private sector school teachers bilajor kosto hoise 5ta 5ta class koribo Lage ,,,Ami morim bondho dibo lage😢
এই কথা শুনাৰ পিছতো আৰু গছ কাতি থাকক 😢 ।
প্ৰদূষণ ৰোধ কৰিবলৈ নিউজ কৰক গৰম বুলি টো সকলোৱেই গম পাই ছে
বইটামাৰী বঙাইগাঁও। খুব গৰম।৩৭ চে।
পুনৰ যুদ্ধকালীন তৎপৰতাৰে গছ ৰুপন কৰক চৰকাৰে সহায় কৰিব লাগে। নহলে অসম মৰুভূমিত পৰিণত হব।
এই ৰদত ৰেলৱে ট্ৰেকত কাম কৰিব লগা হৈছে। কি কষ্ট অ প্ৰভু......
গৰমৰ বন্ধৰ দীয়ক
প্ৰকৃতিৰ ওপৰত যি অত্যাচাৰ তাৰ পৰিনাম ভোগ কৰিবলৈ সকলো সাজু থাকক।বন ধ্বংসৰ পৰিনাম।
School xomuh bondho dbo lge nohole morning school dbo lge.... lora suwali khini r bht kosto hoise
পাঠশালাৰ পৰা ।এনেকুৱা দিন এনেকুৱা সময়ত মনতেই নপৰে।
AC বোৰ বন্ধ কৰি দিয়ক গৰম সহ্য কৰিবলৈ চেষ্টা কৰক গৰম গৰম বুলি ভাবি থাকিলে গৰম বেছি অনুভৱ কৰিব আমি ছোন ঘৰত কৰিব লগা কাম নিয়মিত ভাবে কৰি আছো ।
বিউটি চৌধুৰী।জুইৰ দৰে গৰম। ওদালগুৰিত ৩৬ ডিগ্ৰী চেলচিয়াছ
গছ গছনী ধংসৰ পৰিণাম এই বোৰ
সকলো ৱে সজাগ হওক জিমান পাৰে গছ ৰুৱক🙏
৩৭ ডিগ্ৰী।অসহ্য গৰম। ভিতৰতো থকা কষ্টকৰ হৈছে।
বৰডুমচা - তিনিচুকীয়া।
শিৱসাগৰৰ পৰা কৈছোঁ বহুত গৰম , ৩৬
পিছে আপুনি গৰম অনুভৱ কৰা নাই । AC ত থাকি বাতৰি পৰিবেশন কৰিছে ।
এটা কথা সূৰ্যৰ তাপমান বাঢ়িব এইটো বহুত বছৰৰ আগতে বাইবেলত উল্লেখ কৰা আছে ।
মানুহে আৰু পৰিবেশক ধংশ কৰা ফল। লখিমপুৰ।
অসম, এতিয়া, দুই, নম্বৰ, ৰাজস্থান,, হৈছে
গৰমে দহিছে । মাৰ্ঘেৰিটাত আগতে কেতিয়াও আহিন মাহত এনে গৰম পোৱা নাই । গছ গছনি কাটি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰাৰ বাবেই প্ৰকৃতি বিটুষ্ট হৈ পৰিছে । এইটো সঁচা কথা অসমত গছপুলি পুৱা নাটক খন নকৰি গছ কথা বন্ধ কৰিলেই অসমত গছ গছনিয়েভৰি পৰিব
মই কলিয়াবৰৰ , ইমান গৰম আগতে নাই পোৱা
আমাৰ ঘৰত গেছ নাই চিলিণ্ডাৰ নাই ভালেই হৈছে বাহিৰৰ ৰদত য়ে সকলো বনাই খাই আছো😊
গৰম তো গৰম তাতে কাৰেণ্ট নাথাকে । আমি সৰ্ব সাধাৰণে গৰমত আছো আৰু নেতা সকলে এচি ৰুমত আছে ।
মই দৰঙৰ ছিপাঝাৰৰ লোকৰাই নগেন শৰ্মাই কৈছোঁ ৩৭' গছ নাকাটিলেও ১২টা সূৰ্যৰ তাপ হ'ব ই : ধৰ্ম গ্ৰন্থ
ধুবুৰী জিলাটো বহুত গৰম পৰিছে
জীৱকূল শেষ হৈ যাব। AC ত থকা ডাঙৰ ডাঙৰ মানুহ বোৰে ৰাজত্ব কৰিব।
ফৰলেনত বৃহৎ বৃহত গছ কটা হৈছে।উন্নয়নো লাগে।কিন্তু পৰিত্ৰানৰ উপায় নাই আৰু ভয়ানক ভৱিয্যতৰ দিশে মানৱ জাতি।
বৰপেটা জিলাতো ৪০ ডিগ্ৰী চেলচিয়াছ এনেকৈ কি হব😢
দুখিয়া ৰ দুখ। ধনী সমভ়ৰানত
জূইতকৈও বেলিৰ প্ৰকোপ সৰ্বাধিক বেছি ।
তেজপুৰ চহৰত আজি অতিপাত গৰম 😢
4 land বনাব লাগে আৰু গছ কিটিবলাগে ,11 kv line খুটা পুটিব লাগে আৰু গছ কাটিব লাগে কাম টো সেইবিলাগকে হৈ আছে , য'ত 4 land বনাই হ'ল তাৰ কাষে কাষে গছ ৰুলেনে বাৰু,আৰু এতিয়া গৰমৰ বাবে গাই একো লাভ নাই,দিয়ক আৰু গৰম দিয়ক ভালহে হৈছে এয়াটো গৰমেই নহয় আৰু দিয়ক
আৰু ৰখক ছোন 10 বছৰ মান । জলা ফুটিব মানুহৰ গাত চাই থাকক
যিমান গছ গছনি আছে সেইবোৰ যাতে সোনকালে শেষ হয় তাৰ বাবে অসম চৰকাৰ যিমান সোনকালে পাৰে গছ কটা মেছিনৰ লাইচেন্স প্রদান কৰক | যিটো সময়ত বননিকৰণ কৰিবৰ বাবে লাখ লাখ টকা খৰচ কৰিব লাগে সেই সময়ত গছ কটা মেছিন প্রদান কৰিছে | বৰ ভাল পদক্ষেপ | এতিয়াও সময় আছে মানৱজাতি যদি জীয়াই থাকিব লাগে গছ গটা বন্ধ কৰক তথা বননি কৰণ কৰক
ছাৰ আপুনি নাজানে বেছি ভাগ মানুহে কোট, জাকেত, আদি পিন্ধা ৰ বাবে ৪৫ ডিগ্ৰী ত গৰম হৈছে
আমি বিশ্বনাথৰ পৰা চাইছো উৎকট গৰমৰ অনুভব ! প্ৰকৃতিক ধংশ কৰি আমি ফল আৰ্জি লৈ ছো ।ভোগ কৰিব লাগিবই ।
আহিন আহিছে সঁচা কিন্তু শৰতে যেন ভয়তে লুকাই আছে গৰমৰ উৎপাতত।
গছপুলিবোৰ কেতিয়া ডাঙৰ হ'ব জানো
এতিয়া মীয়ায় গৰম জিহাদ চলাই আছে। সম্পূৰ্ণ দায়ী মিয়া
এইবাৰ শৰৎ নহয় -- গ্ৰীষ্মহে হ’ল৷
অসমত খাদ্যৰ অভাৱ হব ! ধানৰ গছ পকি লেৰেলি গৈছে |
এই সময়ত হোৱা গৰমৰ দৰে
আগত কোনোদিনে পোৱা নাই।
মই চাই আছো চৰাইদেউ সোণাৰি ৰ পৰা
But still you are wearing coats and neck tie.. Malik e koise Garm, toh Garam, malik e kole Thanda to Thanda, this is today’s Reporters…. Salute…
মামাই অসম বন্ধ দি দিয়ক। 26 ৰ নিবাচনত সুবিধা হব।
বহুত গৰম ৩৭%স্কুলত ল'ৰা ছোৱালী লৈ থাকিব পৰা নাই মৰিগাঁও
জুই দৰে গৰম। তাতে আকৌ বিদ্যুত লোকাভাকু আৰু ওচৰতে আছে দুটাকৈ কাঠ ফলা মিল। হাজাৰ হাজাৰ কাঠ ফালি তহিলঙ। চাবুৱা।
আহিনৰ মাহত এনে গৰম কেতিয়াও পোৱা নাই। আমাৰ এই অঞ্চলত পথ নিৰ্মাণৰ নামত 1000ৰ ওপৰত গছ কটা গৈছে। অন্যান্য অঞ্চলতো একেই হৈ আছে বুলি ভাবিছোঁ। ইয়াৰ প্ৰভাৱ এয়া
বহুত গৰম পৰিছে মহাশয়.
Second summer vacation ghohona koribo logiya poristhitir udvabh hoise.
উৎকট গৰমে দহিছে সকলোকে আমাৰ চামতা অঞ্চলত ৷৩৯ ডিগ্ৰী তাপমান ৷
শেৱালী ফুলাৰ সময়ত এনেকুৱা গৰম নহয় সেয়ে সকলোৱে গছপুলি ৰোৱক।
ঘৰত ফেন চলাব নালাগে। গছৰ তলত থাকিব লাগে।
Four lane কাৰণে কিমান গছ কাটি তহিলং কৰা মনত আছেনে মানুহে গমেই পোৱা নাই প্ৰকৃতিয়ে কেনেকৈ ৰূপ সলাই ছে
😅nije kaidal gosor jibon basaisa😅
Absolutely correct
গছ কাটিবলৈ দিয়ক । ঠাণ্ডা হব দিয়ক ।
আহিনৰ সেই দিনবোৰ এতিয়া একেবাৰেই নাই ।ভাবিলেই কিবা লাগে।
Voltage হ্ৰাস হৈ পাংখাৰ গতি অতিশয় হ্ৰাস হৈছে শিৱসাগৰৰ ডিমৌৰ সংমণ্ডলৰ অধীনস্থ মিলন নগৰত। AC এ Error signal সঘনাই প্ৰদৰ্শনে গৰমৰ মাত্ৰাত অস্হিৰ জনজীৱন। APDCL এ ৰাইজৰ পক্ষত ,public interested হৈ Voltage ৰ ওপৰত মনোযোগ দিয়ক।
সকলোৱে নিজৰ ঘৰৰ কাষত গছ ৰোৱক,ৰাস্তাৰ কাষত গছ ৰোৱক,মই কিন্তু ঘৰত ইমান গৰম পোৱা নাই,ৰাতি হলে ব্লেংকেত লব লগা হয়,কাৰন মোৰ ঘৰ গছৰে আৱৰী ৰাখিচো,
Himanta Mama, school college bondha diyok.
গৰমে মাৰিব নেকি
Sarupeta ত তাপমাত্ৰা আজি 41 ডিগ্ৰী ।
আপুনি ইমান গৰমৰ কোট টাই পিন্ধি আছে, মই হ'লে নোৱাৰো দেই।
😂ac
Experiencing extremely hot here in Nazira.Even walls,floors are becoming more nd more warmer35degree celsius here.
সঁচাকৈয়ে বহুত বেছি গৰম 😢😢😢
সূৰ্য দেৱতা খং উঠিছে
হয়, অতি গৰম। এয়া কোনোবা দুষ্ট চক্ৰৰ হাত আছে নেকি। আপোনাৰে ভাল কোট টাই লগাই থাকিব পাৰিছে, কৃষ্ণ 🙏
চিত্ৰ গগৈ কাকভোঙা গৰ্ৰমৰ বাবে বৰ অশান্তি হৈছে।
গৰমেই পৰম ধৰ্ম।কাৰণ ৰাম ৰাম কৃষ্ণ কৃষ্ণ ইমান গৰম উহ হে ৰাম 😅😅😅😅। লখিমপুৰ (লিলাবাৰী)!
জধে মধে গছ গছনি কটাৰ ফল।
শনি আৰু কালিৰ প্ৰভাৱ ।
গছ গছনি কাটি শেষ কৰাৰ ফল ভোগ কৰিবই লাগিব
মোৰ নাম কেশৱ মই ধেমাজি জিলাৰ 33
33% কিন্তু 42%😢