সেই বেয়া VIDEO বোৰ চাইছিলোঁ 😡😡😡 || Assamese Podcast Ft Trandali Murchana

Поделиться
HTML-код
  • Опубликовано: 29 дек 2024

Комментарии • 783

  • @bhriguphukan8313
    @bhriguphukan8313 7 месяцев назад +19

    আপোনাৰ কথাখিনিয়ে হৃদয় ছুই গ'ল ।বহুত ভালেৰে থাকক ।

  • @dalimihandique1580
    @dalimihandique1580 7 месяцев назад +27

    সংগ্ৰাম জীৱনৰ আন এটি নাম।
    গীতৰ কথাৰে
    --_সংগ্ৰাম লাগে আজি
    সংগ্ৰাম লাগে
    সংগ্ৰামৰ বিনে আজি
    একোৱেই নাহে।
    বহুত ভাল লাগিল। আগুৱাই যোৱা।সোণ পুৰিলে উজ্জ্বল হয়।

  • @kakalidutta1741
    @kakalidutta1741 7 месяцев назад +20

    তন্দ্ৰালী তুমি বহুত সাহসী ছোৱালী। তোমাৰ পৰা শিকিবলৈ বহুত আছে। তোমাৰ কথা শুনি মোৰ চকু পানীৰে ভৰি আহিছে। তুমি সদায় ভালে থাকা। মই কিন্তু সদায় তোমাৰ লগত সদায় থাকিম দেই।

  • @chinupathak2664
    @chinupathak2664 7 месяцев назад +12

    ঠিক আপোনাৰ দৰেই মোৰো জীৱনটো এটা ট্টজেডী হৈয়েই ৰ'ল। মোক তেওঁ মানসিক ৰোগী সজাই Enjoy কৰিছিল। আলোচনাখিনি শুনি আৰু অভিনয় চাই সুখী হলোঁ।

  • @dhanadadevidoley8594
    @dhanadadevidoley8594 7 месяцев назад +9

    তুমি বহুত সুন্দৰ মনৰ অধিকাৰী। তোমাৰ যি জন‌ ‌মানুহ আছিল সেই জন তোমাৰ উপযুক্ত ই নহয় । গতিকে জীৱনত অকলশৰেই আগবাঢ়ি যোৱা‌ যাৰ কোনো নাই তেওৰ ভগৱান আছে। জীৱনত বহুত ধুমুহা আহে আৰু বহুত ঘাট প্ৰতিঘাট আহে সেইয়া অতিক্ৰম কৰি‌ সাহসেৰে জীৱনটো আগুৱাই যোৱা‌টোহে আচল জীৱন। সদায় আনন্দ মনৰে ‌থাকিবা ।ভাল কাম কৰি‌যোৱা ভগৱানে সহায় কৰিব

  • @hemantahazarika9715
    @hemantahazarika9715 6 месяцев назад +48

    অশিক্ষিত মানুহক নিৰ্বাচন কৰক , কিন্তু অকমন্য আৰু এলেহুৱা মানুহক জীৱন সংগী হিচাপে নিৰ্বাচন নকৰিলে বহু ছোৱালীৰ জীৱন বাচিব, কামত সৰু বৰ বিচাৰ নকৰা মানুহ বাচক, আত্ম অহংকাৰী আৰু মিথ্যাভাষিক বাচনি কৰক, অতিপাত ফিতাহী আৰু ফটোৱা স্বভাৱৰ মানুহক নিৰ্বাচন কৰিব নালাগে, কিন্তু অশিক্ষিত মানুহক আমি বেয়া বুলি কব নোৱাৰো, পৃথিৱীত এনে বহু ব্যক্তি আছে যি স্কুলৰ দেওনা দেখি পোৱা নাই অথচ সমাজত এজন সচাঁ আৰু সচেতন মানুহ হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে, বহুত আছে তেনে উদাহৰণ,,,

  • @RanjanaMoran-h3p
    @RanjanaMoran-h3p 5 месяцев назад +11

    বহুত ভাল লাগিল কথা বোৰ শুনি। এগৰাকী সাহসী মহিলা বিষয়ে জানি আৰু বেছি ভাল লাগিল । অনাগত দিন বোৰ সুখৰ হওঁক ❤❤❤❤

    • @LBordoloi-xw1zf
      @LBordoloi-xw1zf 4 месяца назад

      তোমাৰ সাংসাৰিক জীৱনৰ কাহিনী শুনি বৰ বেয়া লাগিল
      এতিয়া তুমি তোমাৰ কামৰ মাজেৰে জীৱনটোক আগবঢ়াই নিয়া তাকে কামনা কৰিলো।

  • @bulubaishya5454
    @bulubaishya5454 7 месяцев назад +16

    বহুত ভাল লাগিল ৷ কোনোবাই কৰা অৱহেলাত নিজক দুৰ্বল বা ধ্বংস নকৰি নিজৰ জীৱনটো নিজৰ ধৰণেৰে সজায় ল’ব লাগে ৷ সৰু সৰু কথাত সুখী হ’ব পাৰিলেই জীৱনটো উৎযাপন কৰাত সহজ হয় অন্যথা যিমান পালেও কিছুমান মানুহে আৰু পোৱাৰ হাবিয়াসত নিজক সুখী বুলি ভাবিবও নোৱাৰে, ক’বও নোৱাৰে ৷
    আপোনাৰ মাৰ মৃত্যুৰ দিনাৰ কথাটোৱে সঁচাকৈ আবেগিক কৰিলে কাৰণ মোৰ মা ঢুকোৱাৰ দিনাও মই গুৱাহাটীৰ পৰা নলবাৰীৰ ঘৰলৈ বাছত অকলে যাবলগীয়া হৈছিল কান্দি কান্দি, এখেতৰো কিবা এটা অসুখ হৈ আছিল বাবে, ময়ো বাছত সহযাত্ৰীৰ পৰা সহানুভূতি পাইছিলোঁ কিন্তু মাক মই দেখিলোঁ কিন্তু মাই মোক নেদেখাকৈয়ে গুচি গ’ল যি আজিও সেই দুখে অন্তৰত খুন্দিয়াই থাকে ৷
    আপুনি আগুৱাই যাওক ভাল কামবোৰৰ মাজতে জিলিকি থাকক সদায়ে শুভেচ্ছা জনালোঁ ৷
    মোৰো মনৰ কথাখিনি কৰবাত মিল থকা বাবে মন্তব্যটো দীঘলীয়া হ’ল বেয়া নাপাব ৷

  • @bhabenborah6730
    @bhabenborah6730 4 месяца назад +8

    জীৱনত বহুত প্ৰগেম চালো কিন্তু আপোনালোকৰ এই প্ৰগেমতোৰ দৰে প্ৰগেম চোৱা নাছিলো ।জীৱনত বহুত উপকাৰত আহিল ধন্যবাদ আপোনালোকক

  • @kakalidutta1741
    @kakalidutta1741 7 месяцев назад +7

    পল্লবী, তুমি বহুত সুন্দৰ, সুন্দৰ কাম কৰি আছা। বহুত আগুৱাই যোৱা।

  • @KiranBorah-ex7bq
    @KiranBorah-ex7bq 8 дней назад

    এনেকুৱা কিছুমান কথা নিজৰ জীৱনৰ লগত মিলি যায়, কিছুমানে নাৰী জীৱনৰ লগত খেলা খিলিবলৈকে আহে,ভাল ভাল কাম কৰি আগবাঢ়ি যাউক

  • @himajitaborah8148
    @himajitaborah8148 7 месяцев назад +4

    বৰ ভাল লাগিল। বাইদেউ গৰাকী মংগল হওঁক। ধন্যবাদ 🙏

  • @bimansaikia4305
    @bimansaikia4305 2 месяца назад +1

    আপুনি যে ইমান জ্ঞানী তাৰ বাবে অশেষ ধন্যবাদ।সকলোত উচ্চ আকাশ আকাশতকৈ উচ্চ জ্ঞান। এই প্ৰবিত্ৰ জ্ঞানক প্ৰবিত্ৰ কামত ক্ষতোৱাৰ বাবে অশেষ ধন্যবাদ।

  • @JyotiChutia-x3i
    @JyotiChutia-x3i 6 месяцев назад +3

    বহুত মৰম আৰু শুভেচ্ছা জনালোঁ। মৰিগাঁও জিলাত সতীৰ্থ হিচাপে পাই বহুত ভাল লাগিল। সাহসী মহিলা..... নাৰীৰ সমাজৰ আদৰ্শ হৈ হওঁক। ❤❤❤

  • @manuramadevi4319
    @manuramadevi4319 6 месяцев назад +2

    কথাবোৰ শুনি বৰ ভাল লাগিল । সাহস আৰু প্ৰেৰণাও পালো। তন্দ্ৰালিক ভগবানে বহুত সাহস দিয়ক ।

  • @bhabeshdas5924
    @bhabeshdas5924 4 месяца назад +2

    আপোনাৰ কথা খিনি শুনি বৰ ভাল পালো। আপোনাৰ পৰা শিকিব লগা বহুত আছে। আপোনাৰ প্ৰকল্প বোৰ সফল হ‌ওক। আপোনালৈ বহুত বহুত আন্তৰিক শুভ কামনা জনালোঁ।

  • @hirenbarman3254
    @hirenbarman3254 6 месяцев назад +1

    বৰ ভাল লাগিল , দুখো লাগিছে আৰু ধন্যবাদো দিলোঁ ৷ সাক্ষাৎকাৰটোই বৰ গুৰুত্বপূৰ্ণ বাৰ্তা দিলে ছোৱালী সকলোলৈ ৷ শেয়াৰ কৰিও দিলো বহুতকে আৰু টেলিগ্ৰামত ৷

  • @Kothopokothon-z7i
    @Kothopokothon-z7i 14 дней назад

    আপোনাৰ কথাখিনিয়ে সাহস দিলে। ভালে থাকক তন্দ্ৰালী মুৰ্চনা ❤ কথা ষ্টুডিঅ'লৈ ধন্যবাদ ইমান ধুনীয়া পডকাষ্টৰ বাবে।

  • @nomaldoley5216
    @nomaldoley5216 20 дней назад

    বাইদেউ,জীৱনলৈ সংঘাত আহিলে তোমাৰ দৰে পদক্ষেপ ল'ব লাগিব।বহুতে অনুপ্ৰেৰণা পাব ।বহুত বহুত ধন্যবাদ থাকিল। আচলতে,সংঘাতে নতুন দিগন্ত উন্মোচন কৰে কথাবোৰ বাস্তৱ সম্মত ।

  • @girishphukan4335
    @girishphukan4335 7 месяцев назад +3

    তন্দ্ৰালীৰ জীৱনৰ কাহিনী শুনি বৰ দুখ লাগিল ৷ কিন্ত তেওঁৰ আমাৰ ছোৱালী বিলাকে বহুত শিকিব লগীয়া আছে ৷ কাৰোবাৰ লগত ৰিলেচন কৰাৰ আগতে এইবোৰ কথা চিন্তা কৰিব ৷ শেষত এংকৰ পল্লবীলৈ ধন্যবাদ জনালোঁ ৷

    • @user-wb6pb2df1z
      @user-wb6pb2df1z 7 месяцев назад

      Lakh lakh toka khoros kori biya potar agote agreement kori lobo lage , mantal torture bahut khini komibo suali bilakor

  • @apurbohazarika7863
    @apurbohazarika7863 5 месяцев назад +1

    তন্দ্ৰালী তোমাৰ জীৱন সংগ্ৰামৰ কথাবোৰ জানি দুখ লাগিল ,তুমিযে দুখৰ মাজতো তৰা হৈ জলিকি আছা , তোমাৰ পৰৱৰ্তী জীৱন সুখময় হওঁক❤❤❤❤❤

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 7 месяцев назад +4

    Podcast সদায় চাই আহিছো। আগলৈ চাম। আজি বিশেষ ভাল লাগিল। টন্দ্ৰালীৰ কথা শুনি বহুত বেয়া লাগিছে কিন্তু নিজে নিজৰ ওপৰত নিৰ্ভৰ হৈ খোৱা লোৱা কৰি আহিছে। প্ৰজিটিভ মনৰ মানুহক মোৰ বহুত বেছি ভাল লাগে❤ টন্দ্ৰালীলৈ বহুত বেছি শুভেচ্ছা জনালো আগুৱাই যোৱা... Best of luck❤❤❤

  • @bidit.cht2448
    @bidit.cht2448 7 месяцев назад +4

    দুখৰ সুউচ্চ পাহাৰ বগাই সুখৰ উপত্যকাত আপোনাৰ এই যাত্ৰাত ভগৱান আপোনাৰ সহায় হওক , শুভকামনা জনাইছো

  • @pabitrapranmahanta6142
    @pabitrapranmahanta6142 4 месяца назад

    কথাখিনি জানি অত্যন্ত দুখ লাগিল । কাৰো জীৱনলৈ এনে সাংসাৰিক জীৱন যাতে নাহে ।তন্দ্ৰালীৰ সাহসিকতাক শ্ৰদ্ধা জনালোঁ ।

  • @drhiteshbaruah
    @drhiteshbaruah 5 месяцев назад +3

    Good works
    ভাল পাইছো
    ভাল হব
    ভলে থাকক
    ভাল কাম কৰক
    পৃথিৱীখন ভালে থাকিব ।

  • @nirabkk8536
    @nirabkk8536 6 месяцев назад +1

    কথাখিনিয়ে হৃদয় চুই গ'ল,,ভালে থাকক আৰু আগুৱাই যাওঁক।

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz 7 месяцев назад +7

    বহুত শুভেচ্ছা থাকিল।

  • @manjitman2384
    @manjitman2384 6 месяцев назад +2

    খুব সুন্দৰ বা , আপোনাৰ কথখিনিয়ে হৃদয় চুই গল

  • @simantasarmah4613
    @simantasarmah4613 7 месяцев назад +5

    ভালে থাকা। সংগ্ৰাম সকলোৰে আছে। তাৰ মাজেৰেই আগবাঢ়ি যোৱা।

  • @PadmaLalung-iq7ik
    @PadmaLalung-iq7ik 25 дней назад

    ধন্যবাদ প্ৰেৰণা সূৰ্য হে মহিমাময়ী নাৰী। সমাজ। তোমাৰ বাবেই ৰামধেনুৰ সাতো
    ৰঙেৰে জিলিকি উঠিব । Thanks

  • @narenborah2130
    @narenborah2130 6 месяцев назад +4

    অতি সুন্দৰ অভিব্যক্তি, শুনি অভিভূত হ'লো । সৎ সাহসেৰে আৰু আগুৱাই যাওঁক । প্ৰয়োজনত সহায় কৰাৰ আশা ৰাখিলো ।

  • @bishnukeot3548
    @bishnukeot3548 Месяц назад

    বাইদেউ, সম্পূৰ্ণ আলোচনা টো চালোঁ। জীৱন জিন্দাবাদ। কেতিয়াও হাৰি নাযাব লৈ বিনম্ৰ অনুৰোধ । দুয়োগৰাকী লৈ আন্তৰিক অভিনন্দন ।❤🎉❤

  • @rubigogoi5237
    @rubigogoi5237 4 месяца назад +1

    আপোনাৰ মাৰ মৃত্যুৰ বৰ্ণনাই মোৰ হৃদয় চুই গ'ল😢😢
    ঈশ্বৰে আপোনক কুঁশলে ৰাখক❤️

  • @muhibarali8537
    @muhibarali8537 16 дней назад

    পল্লৱী বাইদেউ আৰু studio আনজনী বাইদেউলৈ বহু শুভেচ্ছা থাকিল? আপোনালোকে কোৱা কথাখিনি সত্য সেয়েহে আপোলোক দুয়োজনলৈ অশেষ ধন্যবাদ থাকিল 🎉

  • @minakhilahongogoi4369
    @minakhilahongogoi4369 6 месяцев назад +7

    এগৰাকী টেট শিক্ষয়িত্ৰী হিচাপে তন্দ্ৰালী মূৰ্চনা বাইদেউক জানি আহিছো।তেখেত আমাৰ শিক্ষকসকলক নেতৃত্বও প্ৰদান কৰি আহিছে বহু সময়ত।বাইদেউৰ জীৱন সংগ্ৰামৰ কথাখিনিয়ে অন্তৰ চুই গ'ল।অনাগত দিনত বাইদেউ সাহসী পদক্ষেপেৰে সৃষ্টিমূলক প্ৰতিভাৰে আগবাঢ়ি যাওক।দেশৰ সম্পদ হওক।বহুত বহুত শুভেচ্ছা দুয়োগৰাকী উদ্যমী নাৰীলৈ💐💐

  • @pmurchana
    @pmurchana 3 месяца назад

    তন্দ্ৰালীৰ কথা বিলাক ভাল লাগিল। পিছত ভালদৰে অলপ মোৰ মন্তব্য দিম। ধন্যবাদ তন্দ্ৰালী।

  • @mousumibora8613
    @mousumibora8613 7 месяцев назад +8

    বাইদেউ আপোনাৰ কথাখিনি য়ে হৃদয় চুই গৈছে । আপুনি সাহসেৰে জীয়াই থাকক । মই আপোনাৰ দৰে এগৰাকী TET শিক্ষয়িত্ৰী ।

  • @dipanjalinath9914
    @dipanjalinath9914 5 месяцев назад

    বহুত ভাল লাগিল সঁচাকৈ,সাহসী নাৰী দুয়ো গৰাকীলৈ ❤❤,🙏🙏

  • @ragineeswargam86
    @ragineeswargam86 7 месяцев назад +4

    বৰ ভাল লাগিল ৷ইমান ধুনীয়া মনৰ নাৰী ...!মোৰ লগত মনৰ মিল হৈ গৈছে৷মোৰ তৰফৰ পৰা তন্দ্ৰালী মুৰ্চনা.. বাইদেউলৈ .আন্তৰিক বহুত বহুত শুভকামনা জনালোঁ৷আৰু ভগৱানৰ চৰনত মঙ্গল প্ৰাৰ্থনা জনাইছোঁ৷ভালে থাকক আপোনালোক৷🙏

  • @triptidas9754
    @triptidas9754 6 месяцев назад +2

    কথা ষ্টুডিওলৈ বহুত বহুত শুভকামনা জনালো 🎉তন্দ্রালীৰ কথাবোৰ খুব বেছি ভাল লাগিল❤❤❤

  • @jibannath2527
    @jibannath2527 24 дня назад

    আপোনালোক দুয়ো গৰাকীৰে কথা বোৰ শুনি ভালেই লাগিল । পিচ এষাৰ বাক্যইহে মনটো অকনমান চুই গল যে কম শিক্ষিত হলেও সকলোৰে মনোভাৱ একা নহয় ।। শিক্ষাৰ লগত মনটোৰ তুলনা হয় বুলি মই নাভাবো

  • @diptimudoi6177
    @diptimudoi6177 5 месяцев назад

    তন্দালী সচাই আমাৰ সাহস আৰু প্ৰেৰনা।ইমান মৰম লগা আৰু কথাবোৰো খুউৱ ভাল লাগে।

  • @kashmirisaikia3694
    @kashmirisaikia3694 4 месяца назад

    বহুত দূখ লাগিল আৰু ভালো লাগিল অনুষ্ঠানটো চাই। ভগৱানে সহায় কৰিব তোমাক।❤❤❤

  • @probalkhataniar2919
    @probalkhataniar2919 7 месяцев назад +2

    সুন্দৰতা জীৱনৰ সম্পদ।হাজাৰ সমস্যাৰ মাজত উজ্জল নক্ষত্ৰ হৈ আগবাঢ়ি যোৱা ।তাৰে কামনা🙏🙏

  • @nilakshibordoloi9322
    @nilakshibordoloi9322 Месяц назад

    বৰ ভাল লাগিল, এনেকুৱা অনুষ্ঠান আমাক লাগে ❤❤❤❤❤

  • @BhabendraMazumdar
    @BhabendraMazumdar 25 дней назад

    শিক্ষা ধকা মানে জ্ঞানী নহয ! আৰু এটা কথা কও যে অভিনয় কৰা মানুহে সদাই নিজৰ জীৱন টো অভিনয়ৰ দৰে চলি গৈ যায় !!

  • @RimjhimBuragohain-bc1ei
    @RimjhimBuragohain-bc1ei 6 месяцев назад +1

    বহুত ভাল লাগিল আৰু দূখও লাগিল অনুষ্ঠানটো চাই। ❤❤❤

  • @KarunaRajbongshi-vj2db
    @KarunaRajbongshi-vj2db Месяц назад

    বহুত ভাল লাগিল আপোনাৰ কথা খিনি শুনি ।ধন্যবাদ ।

  • @anantadutta7927
    @anantadutta7927 6 месяцев назад +1

    😊আপোনাৰ কথা ই হৃদয় জোকাৰি গৈছে।

  • @aqiburhazarika
    @aqiburhazarika 6 месяцев назад +2

    ইমান সুন্দৰ মনৰ বা তুমি, পাবলৈ কপাল লাগিব কিন্ত।

  • @deepaphukan1251
    @deepaphukan1251 7 месяцев назад +6

    বৰ ভাল লাগিল চাই ❤❤❤

  • @hiramanilahkar8101
    @hiramanilahkar8101 5 месяцев назад

    তন্দ্ৰালী বা আপুনি বহুত সাহসী নাৰী, ভাল লাগিল বা আগুৱাই যাওঁক, lots of love 😘 ❤️ 😍 😘

  • @Gemgirlsghjjkk
    @Gemgirlsghjjkk 6 месяцев назад +1

    বহুত বেছি ভাল লাগিল এই episode টো। সচাই কৈছো আপোনাৰ ভাল হওক মনৰ পৰা শুভকামনা @Tandrali Murssana❤

  • @ujjal5414
    @ujjal5414 7 месяцев назад +7

    ইমান ধুনীয়া মনৰ ছোৱালী এজনী পাবলৈ হ'লে কপালঅ লাগিব

  • @RunjunBhagwati
    @RunjunBhagwati 7 месяцев назад +5

    Bohut bhal lagil morom thake Kam kori jaba

  • @jayasaikia3124
    @jayasaikia3124 Месяц назад

    বৰ ভাল লাগিল দেই কথাখিনি শুনি।সময়খিনি বৰ ধুনীয়াকৈ পাৰ কৰিলো । ইমান খিনি সময় কেনেকৈ গ'ল ধৰিবই নোৱাৰিলো তন্দালী বৰ ভাল লাগিল আৰু নিজকে অকনমান হতাশাগ্ৰস্তৰ পৰা উদ্ধাৰ হোৱা যেন লাগিল।❤

  • @Hunsang13thF
    @Hunsang13thF 6 месяцев назад +1

    আজি প্ৰথম চাইছোঁ ভিদিও টো চাই ইমানেই ভাল লাগিল কিছু কথা শুনি চকুপানী ওলাই গল নতুন ভিদিও অহালৈ সদায় বাত চাই ৰমঃ আজি আপোনালোকক চাই এনেকুৱা লাগিল যে মনৰ সকলোবোৰ সুখ দুখৰ কথা কৈ যাম । বহুত বহুত ভাল লাগিল ❤❤❤😘😘

  • @bornaligogoi4589
    @bornaligogoi4589 6 месяцев назад +1

    অনুষ্ঠানটি চাই যথেষ্ট ভাল লাগিল,লগতে যিসকল হতাশ তথা নিজকে অকলশৰীয়া বুলি ভাবে তেওঁলোকে অলপ হ'লেও জীয়াই থকাৰ সাহস আৰু বাট বিচাৰি পাব।অনুষ্ঠানটিৰ উজ্বল ভৱিষ্যত কামনা কৰিছোঁ ❤❤

  • @deepadas4
    @deepadas4 3 месяца назад

    ভাল লাগিল তোমাৰ কথা বিলাক। ঈশ্বৰে সদাই এনেকৈ ভালে কুশলে ৰাখক তোমাক।

  • @abhigyanrawani
    @abhigyanrawani 13 дней назад

    ❤❤❤Love you Tandrali and Pallabi.❤❤❤ তোমালোক দুয়ো নিজৰ নিজৰ কৰ্মক্ষেত্ৰত সাহসেৰে আগুৱাই গৈ বহুত উন্নতি কৰা। তন্দ্ৰালী,তুমি সঁচাই বহুত নিকা মনৰ ছোৱালী। কেতিয়াও আশা নেহেৰুৱাবা। চাবা, ভগৱানে এদিন তোমাৰ মনৰ কামনা পূৰ্ণ কৰিব।
    জানানে, তোমাৰ জীৱন সংঘাতৰ নব্বৈ শতাংশ কথাই মোৰ জীৱনৰ লগত মিলি গৈছে। আচৰিত যেন লাগি গ'ল মোৰ। মইও এটি সন্তানৰ সৈতে আগতকৈ বহুত সুখত আছোঁ এতিয়া। অভাৱ আছে যদিও অশান্তি নাই। স্বাধীন মনে জীয়াই থাকি সন্তানৰ দায়িত্ব পালন কৰাৰ লগতে সমাজৰ হকেও কাম কৰি আছোঁ।
    তুমিও সদায় ইতিবাচক চিন্তাৰে নিজকে সমৃদ্ধ কৰি ৰাখা। মোৰ মৰম আৰু শুভ কামনা তোমালোক দুয়ো গৰাকীলৈ থাকিল।

  • @rabhadhaneswar4198
    @rabhadhaneswar4198 4 месяца назад

    কথোপকথন খিনি শুনি অত্যন্ত দুখ লাগিল৷ লগতে কিছুমান শিকিবলগীয়া কথাও জানিব পাৰিলোঁ৷

  • @rekhamonidas9423
    @rekhamonidas9423 4 месяца назад

    ইমান ধুনীয়া কথা কৈছে বহুত উৎসাহ পাইছো।

  • @dhurbajyotikachari4589
    @dhurbajyotikachari4589 7 месяцев назад +1

    Hosai Trandali k bht dhunia lage bhal lage ..log pabo mon jai..emn hongram kari jiyai thaki homajot bhal kam karise..bht bht Dhanyabad..trandarli

  • @kulenfitcentre
    @kulenfitcentre Месяц назад

    তোমালোকৰ আলোচনা বৰ সুন্দৰ হৈছে l tanrali তোমাৰ ফোন নম্বৰ দিবা । কেতিয়াবা মঞ্চ পৰিচালনা কৰিব মতিম ।
    এইয়াই জীৱন দুখ বোৰ পাহৰি ভাল দিনলৈ অপেক্ষা কৰি থাকিলে হল । ভগৱানে চকু মেলি চাব। তোমালোকৰ জীৱন উজ্জল হক ।তাৰে কামনা কৰিলোঁ

  • @ritumoniboruahdrmelody3758
    @ritumoniboruahdrmelody3758 4 месяца назад

    তন্দ্ৰালীক অন্তৰংগভাৱে লগ পাইছিলো ৷ খুউৱ ভাল বান্ধৱী আছিলো দুইজনী ৷ লগ এৰা এৰি হোৱাৰ পাছত বহুত ঘটনা ঘটিল তাইৰ লগত , যিবোৰ কথা ষ্টুডিঅ’ৰ জৰিয়তেহে গম পালো ৷ কথা ষ্টুডিঅ’ক অশেষ ধন্যবাদ ৷ তন্দ্ৰালীৰ ভাল হ’ব ৷ ভগৱানে তাইৰ ভাল কৰিব ৷ সেই প্ৰৱঞ্চকটোৰপৰা আতৰি আহি তাই শুদ্ধ পথত ভৰি দিলে ৷ Love you Tandrali❤

  • @anjanahazarika2740
    @anjanahazarika2740 7 месяцев назад +1

    বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো দুয়ো গৰাকীলৈ আৰু বা আপোনাৰ ভিডিঅ চাই চকুপানীৰ ওলাই গল
    আপোনি আগবাঢ়ি যক তাৰ কামনাৰে

  • @ApekshyaMohan
    @ApekshyaMohan Месяц назад

    অনুষ্ঠানটো আজিহে চালোঁ অকণো স্কীপ নকৰাকৈ। বহুত বেছি ভাল লাগিল।আন্তৰিক শুভকামনা দুয়োলৈ।

  • @BIMANHAZARIKA-h4y
    @BIMANHAZARIKA-h4y 23 дня назад

    বাইদেউ, অনুস্থানত চাই খুউব ভাল লাগিছে, অকল নাৰীয়েই পুৰুষো নি: সঙ্গ হয়, পুৰুষ ও নিযাতিত হয়

  • @dipikabasumatary4313
    @dipikabasumatary4313 7 месяцев назад +1

    আপোনাৰ কথাখিনি বহুত ভাল লাগিল বাইদেউ l বাইদেউ আপোনৰ বহুত সাহস আছে l

  • @sujatabaruahdutta6543
    @sujatabaruahdutta6543 Месяц назад

    তোমাৰ জীৱনৰ দুখৰ কাহিনী শুনি মৰ্মাহত হ'লো. কিন্তু তাৰ পিছতো যে তুমি ইমান আগবাঢ়িব পাৰিছা বহুত ভাল লাগিছে . আৰু আগবাঢ়ি যোৱা মৰম আশীৰ্বাদ থাকিল দেই . তোমাৰ লগত মোৰো জীৱন কাহিনীৰ বহুত মিল আছে কিন্তু মোৰ স্বামী এজন ভাল মনৰ ব্যক্তি হয় . সেয়েহে টকা বহুত নহলেও মই সুখতেই আছো . আৰু ময়ো তোমাৰ দৰে চৰকাৰী বিদ্যালয়ৰ এগৰাকী শিকয়িত্ৰী . বহুত সৰু হবা তুমি মোতকৈ সেয়েহে তুমি কৈছো বেয়া নাপাবা . . . শুভকামনা থাকিল . 😊🌹❤️

  • @nijarasaikia8259
    @nijarasaikia8259 6 месяцев назад +1

    দুখ লাগিল তোমাৰ জীৱন কাহিনী শুনি... তুমি সাহসী আগুৱাই যোৱা

  • @trishna1323
    @trishna1323 7 месяцев назад +6

    পল্লবী আৰু তন্দ্ৰালী দুয়োগৰাকীৰ কথাবোৰ বৰ ভাল লাগিল

  • @PahiPhukan-zl9zs
    @PahiPhukan-zl9zs 7 месяцев назад +1

    বা তোমাৰ কথাই মন চুই গৈছে,তুমি বহুত ভাল অন্তৰ মানুহ সেই কাৰণে তুমি আমাৰ প্ৰেৰণা,তোমাৰ লৈ বহুত বহুত মৰমৰ জনাইছোঁ তুমি আৰু জীৱন ত আগবাঢ়ি যোৱা ,❤তুমি সদায় কুখলে থাকা তাকেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ❤

  • @runuchutia4464
    @runuchutia4464 4 месяца назад

    বহুত ভাল লাগিল সদায় সুখী হৈ থকক

  • @kuntalapatowary8533
    @kuntalapatowary8533 5 месяцев назад +1

    আই ঐ দেহি! ইমান সুন্দৰ কথাবোৰ❤

  • @priyojonorbandhun
    @priyojonorbandhun 7 месяцев назад +2

    আনৰ সুখৰ কথা ভাৱিছা। তোমালৈ বহুত ধন্যবাদ।❤️❤️🙏❤️❤️

  • @gitanjalideka8767
    @gitanjalideka8767 21 день назад

    4:09 সংগ্ৰামৰ মাজেৰে জীৱনক আগুৱাই নিয়া আৰু জয়ী হোৱাৰ পথটো অতি কষ্টকৰ; আপোনাৰ সুখ্যাতিত মই শলাগ মানি ছোঁ👍🙏।হয়, হতাশাগ্ৰস্ততাই মানুহক অধোন্নতিৰ পথহে দেখুৱাই লৈ যায়! আপোনাক ধন্যবাদ যাচিছোঁ👍🙏💕

  • @DEBAJITAdhikary-uk7fu
    @DEBAJITAdhikary-uk7fu 6 месяцев назад +1

    তনৰালী তুমিআৰু আগুৱাই যোৱা ।ভাল লাগিল ।

  • @rimadowerah5746
    @rimadowerah5746 6 месяцев назад +1

    উহ! বহুত দুখ লাগিল অনুষ্ঠান টি চাই। কুশলে থাকা।❤

  • @ritakalita6139
    @ritakalita6139 6 месяцев назад +1

    গোটেই কথাখিনি শুনি বহুত দুখ লাগিল , কিমান দুখৰ জীৱন পাৰ কৰিছে , লগ পাবলৈ খুব মন আছে।

  • @BarsaRuhi
    @BarsaRuhi 4 месяца назад

    Bevesar দিনক দিনে বহুত বাঢ়িব ধৰিছে । মানুহ বোৰ নিজেই নিজেই নৰকত যাব বিচাৰে । এই বোৰ বেমাৰ আচলতে। নিজেই ঠিক কৰিব লাগে । আপুনি যুঁজি যাওঁক বা ।❤❤❤ কষ্ট কৰিলে ফল পাবই।

  • @animadeka-l2s
    @animadeka-l2s 6 месяцев назад +1

    মাকৰ কথা সদাই শুনিব লাগে কাৰন তেওঁলোকৰ শিক্ষাৰ অভিগতাতকৈও জীৱনৰ অভিগতা বহুত বেছি।মাৰ আশীৰ্বাদৰ বাবে তোমাৰ ভাল হৈছে।তোমাৰ মৰম সঁচা আছিল কিন্তু তেওঁৰ মিছা আছিল

  • @aimonichetia1974
    @aimonichetia1974 7 месяцев назад +13

    লক্ষ্মীছাঁয়া বা তোমাক মই Moran HS schoolt পঢ়ি থকাৰ পৰাই চিনি পাওঁ । তুমি তেতিয়া স্কুলত প্ৰতিটো দিশতে আগবঢ়া আছিলা । মইও তেতিয়া মৰান হায়াৰছেকেণ্ডাৰীৰ সপ্তম মানৰ ছাত্ৰী আছিলো ।তুমি যেতিয়া স্কুললৈ আহা তেতিয়া তোমাক খুউব জুমি জুমি চাওঁ ।তোমাক তেতিয়াৰ পৰাই এতিয়ালৈকে বহুত ভাল পাওঁ ।তুমি আগবাঢ়ি যোৱা ঘাত-প্ৰতিঘাতৰ মাজেৰে আগবাঢ়ি যোৱাজনহে প্ৰকৃত নাৰী বা প্ৰকৃত পুৰুষ ।

  • @MaramiDas-c1f
    @MaramiDas-c1f 6 месяцев назад +1

    তন্দ্ৰালী তুমি অনন্যা।তোমাৰ আকাশলংঘী সপোনবোৰ পূৰণ হওঁক তাকে কামনা কৰোঁ।

  • @swapnalikakoty123
    @swapnalikakoty123 7 месяцев назад +1

    Tandrali আপোনালৈ বহত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ জীৱনটো মধুৰ হ‌ওক ! জীৱনৰ কথাখিনি শুনি আপ্লুত হৈছিলো শেষত মিমিক্ৰী খিনি শুনি যে কি ক'ম ভাষাই বিচাৰি পোৱা নাই ❤❤❤❤❤❤❤❤❤❤❤❤❤🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘

  • @bhaskar1991
    @bhaskar1991 6 месяцев назад +1

    আপোনাৰ কথাবোৰ শুনি বৰ ভাল লাগিল বাইদেউ আপুনি ভালে থাকক

  • @Swapnamalakar-t3h
    @Swapnamalakar-t3h 25 дней назад

    Xub val lagil bahut kotha xikilo bahut abhigyata hol,tumar bahut kala ase ,aguai joa,best of luck 🤞🙏🙏🙏

  • @irenicc223
    @irenicc223 4 месяца назад

    তন্দ্ৰালী তুমি বেলিৰ দৰে আজীৱন উজ্জ্বলি থাকা ❤তোমাৰ সাহসীকতাক সন্মান জনাইছো 🙏

  • @pallavimisra9687
    @pallavimisra9687 4 месяца назад

    Trandali Baa,, hats off to you,,,apunar gute khini Kothai abekik korai pelaise,,aru Eman dhunia Kotha bur share Korise, xocha koi bohut Val lagise..Sodai bhal houk apunar.❤

  • @binagogoi4463
    @binagogoi4463 6 месяцев назад +1

    তন্দ্ৰালীৰ হৃদয়ৰ ছোৱালীজনীক নিচুকাবলৈ কেৱল ❤❤❤❤❤❤ এয়াই আছে ।

  • @munmeebaruah2410
    @munmeebaruah2410 7 месяцев назад +3

    Congratulations ba....ru aguwai jauk val val kam kork....😊❤

  • @nikunath9678
    @nikunath9678 7 месяцев назад +4

    মই বহুত কান্দিলো তুমাৰ কথা শুনি দূখ লাগিল।😢

  • @lupaduarahbaruah9219
    @lupaduarahbaruah9219 6 месяцев назад +1

    সদায় সুখী হৈ থাকা লক্ষ্মীছায়া।

  • @amalburagohain6223
    @amalburagohain6223 6 месяцев назад +1

    একেখন জিলাতে বহ দিন কৰ্ম সম্পাদন কৰি আহিলো যদিও আপোনাৰ ব্যক্তিগত জীৱনৰ কথা আজিহে গম পালো। ভাঙি নপৰিব ,, সাহসেৰে জীৱন টো নতুনকৈ আৰম্ভ কৰক ।

  • @amiyamazudermazumder5301
    @amiyamazudermazumder5301 6 месяцев назад +1

    সত্যৰ সদায় জয়।সত্যত আছে আপুনি। আমাৰ আৰ্শীবাদ থাকিল।

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 7 месяцев назад +1

    2 yu garaki baideo khube bhale thakok. God bless you baideo.

  • @munmungogoi6787
    @munmungogoi6787 7 месяцев назад +3

    অভিনয় বৰ ধুনীয়া আগবাঢ়ি যোৱা তাকে কামনা কৰিলো

  • @amiyahazarika6110
    @amiyahazarika6110 6 месяцев назад +1

    ❤🎉মই সদাই চাও বহুত ভাল পাও আপোনালোকলৈ বহুত বহুত শুভেচ্ছা জনালোঁ ভগবানে ভালে ৰাখক 🎉🎉❤

  • @litudeka5058
    @litudeka5058 6 месяцев назад +1

    বহুত ভাল লাগিল vdo to চাই.. বহুতো নজনা কথা জানিলো..

  • @geetimalikagogoi967
    @geetimalikagogoi967 4 месяца назад

    বৰ সাহসী ছোৱালী । আমি একেলগে কলাক্ষেত্ৰত DIVA modelling কৰিছিলোঁ ।।। জীৱন নিজৰ ,, স্বাধীনতা নিজৰ । কৰ্মোদ্যমেৰে আগুৱাই যোৱা 🎉🎉❤🎉🎉