পাকিস্তানৰ পইচা লৈ সোমালো পাকিস্তান তাৰ পিছত কি হ'ল? 😮 Pakistan Trip Epsd -2 by Bhukhan Pathak

Поделиться
HTML-код
  • Опубликовано: 19 фев 2022
  • পাকিস্তানৰ পইচা লৈ সোমালো পাকিস্তান তাৰ পিছত কি হ'ল? 😮 Pakistan Trip Epsd -2 by Bhukhan Pathak
    Assamese vlog
    Bhukhan Pathak
    Assamese Mixture
    #bhukhanpathak #pakistantrip
  • РазвлеченияРазвлечения

Комментарии • 2 тыс.

  • @arotisaikia7271
    @arotisaikia7271 2 года назад +544

    ভূষন তোমাৰ কষ্টৰ ফলত আমি পাকিস্থান দেখিছোঁ।বহুত ধন্যবাদ।কুশলে ঘূৰি অহাৰ বাবে ভগৱন্তক প্ৰাৰ্থনা জনাইছোঁ।

  • @sashankasarma92
    @sashankasarma92 Год назад +19

    অসমৰ গামোছাৰ সৌস্তৱ বৰাই ভুখনে পাকিস্তান খন সুন্দৰকৈ দেখুৱালে বহুত বহুত ধন্যবাদ ,আৰু মানুহৰ ব্যবহাৰ খিনি ভাল লাগিছে। ভালে ভালে ঘুৰী অহিবৰ বাবে ভগবানৰ ওছৰত প্ৰাথ্না জনাইছু।NEET & CLEAN PAKISTAN

  • @desiboyaxom5588
    @desiboyaxom5588 2 года назад +52

    পাকিস্তানৰ কৰ্মচাৰী মানুহ বিলাকৰ অকণ মানো attitude নাই, ব্যৱহাৰ বিলাক দেখি ভাল লাগিল।
    ধন্যবাদ তোমাক, ফ্ৰি কৈ পাকিস্তান দেখুৱাই দিয়া বাবে।😊🤗

  • @bkdikshitadas3720
    @bkdikshitadas3720 2 года назад +37

    ধন্যবাদ ভূষণ দা পাকিস্তান চাব পালোঁ তোমাৰ বাবে,,,,ভালে ভালে ঘূৰি অহা অসমলৈ,,,,,জয় আই অসম

  • @anuphazarika1849
    @anuphazarika1849 2 года назад +22

    আমাৰ বাহিৰে বিশ্বৰ সকলো লোকেই সভ্য হৈ গৈছে যেন লাগিছে আপোনাৰ ভিডিও টো চাই। সুন্দৰ ভিডিও

  • @assamvillager1
    @assamvillager1 2 года назад +49

    যিমান ভাবিছিলো সিমানো বেয়া নহয়, আমাৰে দেশৰ অংশ।
    বহুত ভাল লাগিল।☘️🥰

  • @user-nl2cp4hi6h
    @user-nl2cp4hi6h 2 года назад +27

    অসমৰ প্ৰথম youtuber যিয়ে pakhistan যায় দেখুৱালে।। ভাল লাগিল ভূষণ তোমাৰ প্ৰতিভা প্ৰদৰ্শন বৰ সুন্দৰ কৈ সন্নিবিষ্ট কৰি দেখুৱাইছা।।

  • @jaduranjandihingia8114
    @jaduranjandihingia8114 2 года назад +27

    সুন্দৰ 🌺সঁচাই পাকিস্তানৰ পৰিবেশ টো বৰ পৰিষ্কাৰ হয়💚

    • @nabanishant3419
      @nabanishant3419 2 месяца назад

      O Bhai aibor indiai poisa dise.....Aapunio jabo pare ako problem nai....all boundaries aase..

  • @gorumorardeka
    @gorumorardeka 2 года назад +163

    সুন্দৰ ককাই👌🏽গামোচা খনে আৰু অধিক সৌষ্ঠৱ বৃদ্ধি কৰিছে❤️

  • @beautifulnaturedebangapall2007
    @beautifulnaturedebangapall2007 2 года назад +77

    বহুত বহুত ধন্যবাদ দাদা আপুনি ইমান সুন্দৰ কৈ পাকিস্তান খন দেখুওৱাৰ বাবে 🥰❤️ইমান সুন্দৰ ব্যৱহাৰ তেওঁলোকৰ 🥰❤️

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 2 года назад +15

    কাহানিও নেদেখা পাকিস্তান খন ভূষণ দাৰ বাবে দেখিবলৈ সক্ষম হলো, বহুত বেছি ধন্যবাদ, সু-শৰীৰে ঘূৰি অহাৰ বাবে প্ৰাৰ্থনা কৰিলোঁ ভগৱন্তৰ ওচৰত ❤️🤗🙏

  • @tulonmohan9583
    @tulonmohan9583 Год назад +3

    মজা!''গামোচা সে পত্তা চলা''--এই বাক্য টোৱে মোক গৌৰৱান্বিত কৰি তুলিছে। আপোনালৈ বহুত বহুত ধন্যবাদ।

  • @anupamroy9799
    @anupamroy9799 2 года назад +199

    ভূষণ দা আপোনাৰ যাত্ৰা শুভ হওক তাৰে কামনা কৰোঁ লগতে আমাক সকলোকে যাতে পাকিস্তান খন ধুনীয়াকৈ দেখুৱাই যোৱা তাৰে আশা থাকিল।🇮🇳❤️

    • @pranayoza9628
      @pranayoza9628 2 года назад

      Pakistan keneke dekhuaba. Katarpur pisat gole guliyai mariba bhulhan k

  • @mhmondal5463
    @mhmondal5463 2 года назад +13

    Video টো দেখি ভাল লাগিছে । ১৫ মিনিট ৯ ছেকেণ্ড দেখিলোঁ প্ৰথম পৰা শেষ লৈকে। ভাৰতৰ আৰু পাকিস্তান ৰ সকলো মানুহক নম্ৰ । ৰাজনৈতিক দল বিলাক আসন ৰক্ষা ৰ বাবে ৰাজনীতি কৰি থাকে। ভোটদানৰ সময় আহিলে । পাকিস্তান ৰাজনৈতিক দল বিলাক কব ভাৰত এইটো কৰিলে সি টো কৰিলে। আকৌ ভাৰতৰ দ'ল বিলাক কব‌ পাকিস্তান এইটো কৰিলে সি টো কৰিলে ইত্যাদি। Politics কৰে ৰাজনৈতিক দল বিলাক সাধাৰণতে মানুহ বুৰ্বগ হৈ ভোটদানৰ কৰো। এনেদৰে politics কৰিলে দেশৰ কেতিয়াও উন্নয়ন নহয়।

  • @pranamidutta373
    @pranamidutta373 2 года назад +21

    যাত্ৰা শুভ হঁওক, পাকিস্তানৰ মানুহবোৰ চোন ভালেই আৰু চাম দেই

  • @udhabray9354
    @udhabray9354 2 года назад +6

    বহুত ভাল লাগিছে চাই পাকিস্তানখন বিউটিফুল ...vary nice 👍🏾 thnk u so much

  • @assamson4816
    @assamson4816 2 года назад +480

    পাকিস্তান বুলি কলেই দেখোন আমাৰ ভয় লাগি যায়। ইন্দিয়াৰ বুলি গম পালে মাৰিব বুলি ভাবিছিলোঁ। কিন্তু ইমান ভাল ব্যৱহাৰ তেওঁ লোকৰ। ভাল লাগিছে। তুমি ভালে ভালে আহি যোৱা অসম। জয় আই অসম। 🙏

    • @publicentertainment2739
      @publicentertainment2739 2 года назад +40

      Bjp a amak bhoi khuwai thoise

    • @assamvillager1
      @assamvillager1 2 года назад +27

      News channel bor main bodmas

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 года назад

      Mesh Rashi March 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi March 2022 ৷ Assamese Astrology
      RUclips link : ruclips.net/video/RLbyey_yKuQ/видео.html

    • @sabitakalita7096
      @sabitakalita7096 2 года назад +7

      অ হয় মোৰো ভয় লাগে।

    • @krishnadasassam6479
      @krishnadasassam6479 2 года назад +5

      কি কথা কোৱা তাৰ মানে তুমি ভয় পাদুৰা

  • @exploretheworldwithpro5857
    @exploretheworldwithpro5857 2 года назад +121

    ইমান ভাল মানুহ ,, আমি কিয় কাজিয়া কৰি মৰিছোঁ,, তাতো একেই ইয়াতো একেই মানুহ,, একেই মৰম একেই বতৰ চব একেই,,

    • @vadalmaji
      @vadalmaji 2 года назад +3

      Politic tu bhal nahi.

    • @dgnh.5408
      @dgnh.5408 2 года назад

      Kiman val gom pala a..,....

    • @rashmigogoi9111
      @rashmigogoi9111 2 года назад +5

      Politics e sob samporka beya kori dise

    • @munmiborah4520
      @munmiborah4520 2 года назад +1

      Khub hundar

    • @manabdas9631
      @manabdas9631 2 года назад +1

      Kela tar kati Kati xoday terrorist par kori thake Indiat. Aru koisa nhy val. Adin Borofor majot ahi duty kori Saba ahi sn.gom paba.

  • @sushilkurmi3123
    @sushilkurmi3123 2 года назад +43

    বহুত বহুত ভাল লাগিলে পাকিস্তান মানুহৰ ব্যবহাৰ দেখি ধন্যবাদ জ্ঞাপন কৰিছো দাদা আপোনালৈ👍👍👍🇮🇳🇮🇳

  • @azzuu786
    @azzuu786 2 года назад +5

    আপোনাৰ জৰিয়তে আজি পাকিস্তান ৰ সাধাৰণ মানুহ খিনি দেখিলোঁ।তোমাক বহুত বহুত ধন্যবাদ।ভালে ভালে ঘূৰি অহা তুমি।
    বহুত ভাল লাগিছে মানুহ খিনিৰ ব্যৱহাৰ ।

  • @birajcreation1385
    @birajcreation1385 2 года назад +52

    সকলোতকৈ বেছি ভাল লাগিল পাকিস্তানৰ মানুহৰ ব্যবহাৰ আৰু গামোচাখন পিন্ধি দিয়া চিনাকী টো❤️।

  • @homelibrary4267
    @homelibrary4267 2 года назад +31

    অন্ধভক্ত সকলে এতিয়া কি কব। আজি নিজকে অন্ধভক্ত যেন অনুভৱ কৰিছো। সেই ঠাইৰ মানুহৰ ব্যৱহাৰ সচাকৈ খুব ভাল লাগিছে।

    • @abduljalil716
      @abduljalil716 2 года назад +2

      অন্ধভক্তহঁতৰ কামেই হ'ল সন্ত্রাস বিয়পোৱা।

    • @manabdas9631
      @manabdas9631 2 года назад +3

      Kukur.... Najana Jodi ki bl likha. Turist place ot sbre bebohar val. Samba border tangdhar border ahi Sabi. Guli Bomor bahire kotha nky.

    • @mayurkashyapsarma1447
      @mayurkashyapsarma1447 2 года назад +1

      1ta video sai toi gom pai goli pakisitan val buli pagol
      Kiman kori thoise fakistan a pahori goli neki
      Fuck pakistan

    • @dristishekhawat3441
      @dristishekhawat3441 2 года назад +1

      Kotha kuar agot olop bhabibo lage..amar army hodai mari ase pakistan a..laj pua nai ei kotha tu kobo.. hospitality beleg aru country issue beleg

    • @joy5320
      @joy5320 2 года назад +2

      @@mayurkashyapsarma1447 Agor pakistan aru etiar pakistan buhut beleg. Agote military rule asil so Pakistan khon bor bhl nasil. Kintu ajikali buhut change hoi goise.
      Manuhor byobohar saaa. Ki gentle bhabe koi kotha bur.
      Aru buhut foreigner e Pakistan goise. Heibilag vlog saa. Tetia heh gom pabi Pakistanor asol sobhab. Tahtor hospitality culture ase. Amar Indiar dore ekei. Amaru "atithi devo bhaba" ase.

  • @KherkataryEntertainment
    @KherkataryEntertainment Месяц назад +1

    ভাল লাগিল চায় । সুন্দৰ অভিজ্ঞতা 🙏🏼🙏🏼🥀🥀🥀🥀🥀🥀🥀🥀🥀

  • @user-ju2ug5zb4w
    @user-ju2ug5zb4w 2 года назад +18

    অতি সুন্দৰ ককাইদেউ মাজুলীৰ পৰা মৰম যাচিলো ❤️

  • @Sizuukaaaa
    @Sizuukaaaa 2 года назад +79

    Pakistani people are welcoming ❤️ just wow 😲

  • @moumabhi3772
    @moumabhi3772 2 года назад +7

    তোমাৰ এটা ভাল লগা ভিডিঅ চালো।
    পাকিস্তানৰ মানুহবোৰৰ সুন্দৰ অমায়িক ব্যৱহাৰ দেখি খুবেই ভাল লাগিল ।

  • @jharnaghandique8729
    @jharnaghandique8729 2 года назад +17

    বৰ সুন্দৰ ভূষণ ।এনেকৈও পাকিস্তান যাব পাৰি বুলি আজিহে জানিলো । enjoy yourself safely as a good trip of pakistan .

  • @MahendraChoudhary-mu6zq
    @MahendraChoudhary-mu6zq 14 дней назад

    দাদা আপোনাক বহুত বহুত ধন্যবাদ জনালো ।পাকিস্তান খন আপোনাৰ বাবে দেখিবলৈ সক্ষম হলো

  • @FearlessYouths
    @FearlessYouths 2 года назад +8

    Apuni mur Heikaranei favourite RUclipsr.. apunar monot kono hinka nai. Love you Bhukan Da

  • @dollymanashroy6071
    @dollymanashroy6071 2 года назад +11

    ধন্যবাদ ভূষণ দা বহুত মৰম জাচিলো আপোনাক আৰু ভালদৰে নিজৰ ঘৰলৈ অসমলৈ ঘূৰি আহক

  • @deepjyotitechnicalvideo
    @deepjyotitechnicalvideo 2 года назад +5

    নেদেখা ঠাইবোৰ ঘৰৰ পৰাই আপোনাৰ ভিডিঅ' ৰ জৰিয়তে চাবলৈ পাইছো । 👌👌ধন্যবাদ ভূষন দা ❤️❤️

  • @assamgyan6850
    @assamgyan6850 2 года назад +5

    ভূষণ দা ,আপোনাক লৈ শেহতীয়াকৈ যি ignorance বিয়পাইছিল একাংশই, তেওঁলোকৰ গালত এই ভিডিওকেইটা প্ৰচণ্ড চৰ যেন হৈছে৷ আৰু ভাল ভাল ভিডিও আশা কৰিলোঁ পাকিস্তানৰপৰা ৷

  • @Abhilashbordoloi
    @Abhilashbordoloi 2 года назад +7

    খুব ভাল লাগিলে ভিডিও টো। আপোনাৰ excitement বুজি পাইছোঁ। তেনেকুৱা ঠাইলৈ যোৱাৰ ভীষণ ইচ্ছা আছে।

  • @pujapathak3808
    @pujapathak3808 2 года назад +69

    পাকিস্তান‌ দেখিলো‌ দেই ।।সঁচাই‌‌ পাকিস্তানৰ মানুহবোৰৰ‌ ব্যৱহাৰ দেখি‌ বহুত ভাল‌ লাগিল❤️

  • @Mobi7Ali
    @Mobi7Ali 2 года назад +4

    পলিটিক্সৰ পৰা আঁতৰি আহিলে পাকিস্তান আমাৰ সৈতে একেই। কোনো পাৰ্থক্য নাই তুমি কোৱাৰ দৰে। ভাল বেয়া সকলো ঠাইতে আছে। ভাল লাগিল ভূষণ দা তোমাৰ ভিডিও তো চাই বহুখিনি শিকিলোঁ।
    পাকিস্তান ভ্ৰমণৰ হেঁপাহ এটা আছে।
    Next ভিডিও তো আৰু ভাল হওক

  • @JoyramBonia
    @JoyramBonia 9 дней назад

    আপোনাৰ video বোৰ চাবলে পালে এনেকুৱা লাগে যেন মানে আপোনাৰ লগতে আমাক সকলোকে লৈ যোৱাত বাস্তৱ যেন মনোভাৱ হৈ আহে। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাকিস্তানৰ video best nice .so sweet and very good.thank you from hyde

  • @AMANSINGHASSAM
    @AMANSINGHASSAM 2 года назад +17

    কৰ্তাৰপুৰ চাহেব পাকিস্তান ৱাহেগুৰু 🙏
    ভূষণ দা বহুত ভাল লাগিল ।

  • @rekhadaspathsala8371
    @rekhadaspathsala8371 2 года назад +73

    Beleg kam korise kintu.... First assamese youtuber Pakistan juwa.... Mojja lagi ase.... Excited hoi asu tamam.... Wait kori thakibo mane dhoijyi a nuhuwa hoise.... Parile adinot duta tinita vlog diyok

  • @rajibteronofficial9246
    @rajibteronofficial9246 2 года назад +16

    Just wow ❤️ for Pakistani people s behaviour 😘❤️

  • @JatinNath-jg1yu
    @JatinNath-jg1yu Месяц назад +1

    সছাকৈ বহুত ভাললাগিছে্্্্্্

  • @marjina9594
    @marjina9594 2 года назад +9

    মানুহবোৰৰ ব্যৱহাৰ দেখি বৰ ভাল লাগিল🥰

  • @sabitarajbangshi8991
    @sabitarajbangshi8991 2 года назад +15

    ভূষন পাকিস্তানৰ পৰিবেশ দেখি খুব ভাল লাগিছে। ভাষা নাই তোমাক ধন্যবাদ দিবৰ কাৰনে। ভগৱান তোমাৰ সাৰথি হওক।

  • @SujitRoy-zx9tc
    @SujitRoy-zx9tc 2 года назад +20

    দাদা বহুত বহুত ধন্যবাদ আপোনালৈ,, আপোনাৰ বহুূলীয়া কষ্টৰ বাবে আমি আজি ঘৰতে বহি পাকিস্তানৰ পৰিবেশ চাবলৈ পালোঁ। আৰু আমিও যাবলৈ বহুত আগ্ৰহী গতিকে কেনেকৈ আগ বাঢ়িব লাগিব অকণমান জনাব দাদা

  • @anupomrajkhowa4035
    @anupomrajkhowa4035 2 года назад +1

    , সুন্দৰ ভূষণ দা

  • @dwijensanvimusical3130
    @dwijensanvimusical3130 2 года назад +28

    ধন্যবাদ ভূষণ, ভিডিও টো ছাই বহুত ভাল লাগিল আৰু পাকিস্তানি নিৰাপত্তা ৰক্ষিৰ ব্যৱহাৰ বহুত সুন্দৰ। (The behavior of Pakistani defense is very good not only defense all common behave of people which I see in your video is well)

  • @anshumaan9
    @anshumaan9 2 года назад +3

    Assamese gamocha in Pakistan.. great Bhukhan da

  • @2nobhebelisonowalbordoloni178
    @2nobhebelisonowalbordoloni178 2 года назад +3

    💞💞বহুত বহুত ধন্যবাদ ভূষণ দা আপুনি ইমান সুন্দৰ কৈ পাকিস্তানখন দেখুৱাৰ বাবে, 💞💞 আৰু আপুনি কুশলে ঘূৰি অহাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাথনা💞💞 জনাইছোঁ

  • @Maloticreations
    @Maloticreations 2 года назад +2

    বহুত বেছি ভাল লাগিল অ যাবলৈ মন গৈছে পাকিস্তানলৈ এবাৰ । ইম‍ান সুন্দৰ ব্যৱহাৰ।

  • @pahiphukan8201
    @pahiphukan8201 2 года назад +6

    ভূষণ দা তোমাৰ পৰাই পাকিস্তানৰ বহুতো নজনা কথা জানিব পাৰিছো , তাৰ বাবে অশেষ ধন্যবাদ জনাইছো 🙏🙏🙏

  • @Joon591
    @Joon591 2 года назад +8

    Next level Bhukhan da
    আশা কৰিলো তুমি আমাক পাকিস্তানখন ভালদৰে দেখাবা❤️

  • @nayanjyotinath2786
    @nayanjyotinath2786 2 года назад +7

    মানুহ কেইজনৰ ব্যৱহাৰ সুব ভাল লাগিল । আপোনাৰ জৰিয়তে পাকিস্তানৰ মাটিত খোজ দিলো ইউটিউবৰ জৰিয়তে ! আগলৈও সুন্দৰ সুন্দৰ দৃশ্য দেখা পাম বুলি আশা থাকিল । ❤🇮🇳

  • @updateassampd
    @updateassampd 2 года назад +16

    বহুত বহুত ধন্যবাদ ভূষণ দা ফাৰ্ষ্ট time Pakistan চালোঁ তোমাৰ কাৰণে শুভেচ্ছা থাকিল❤️

  • @karishmasaikia6001
    @karishmasaikia6001 2 года назад +76

    ভূষণ দা আপোনাৰ কষ্টৰ ফল বহুত বহুত ধন্যবাদ জয় আই অসম।🙏❤️❤️

    • @SURAJ-he6ig
      @SURAJ-he6ig Месяц назад +1

      Ì😅😅😅😅😊😅😊😅😅😊😅😊😅😅😊😅😊😅😅😅😅😊😅😮😊😮😊😮😊😮😮😊 3:56

  • @sailendrachoudhury5888
    @sailendrachoudhury5888 2 года назад +39

    তোমাৰ যাত্ৰা শুভ হওঁক । আজি পাকিস্তান দেখিলোঁ তোমাৰ জৰিয়তে ,ভাল লাগিল ।

  • @ashiklaskar5596
    @ashiklaskar5596 11 месяцев назад +4

    আমার ভারতের মানুষ দেখে মনে অনেক খুশি লাগছে, ধন্যবাদ

  • @abduljalil716
    @abduljalil716 2 года назад +36

    ভূষণ তোমাক ধন্যবাদ। তুমি দেখুৱা পাকিস্তান আৰু গদীমিডিয়াই দেখুৱা পাকিস্তানৰ মাজত আকাশ - পাতাল পাৰ্থক্য দেখা যায়।

    • @rupamdey4443
      @rupamdey4443 2 года назад

      Vl lagah apunak pakishta 26/11 mumbai attackor bikhoya ki koi apuni ajmal kasab to pakishthaniai asil

    • @abduljalil716
      @abduljalil716 2 года назад +1

      @@rupamdey4443 ফটাঢোলটো আৰু কিমান বজাবি ? কেতিয়াবা ভালঢোল বজাবলৈও চেষ্টা কৰ, যদি নোৱাৰ ভুষন দাৰ পৰা অলপ শিকিলবি।

    • @prasannabora7644
      @prasannabora7644 2 года назад

      Gutei country khon cover hoise ne Video tut??????

  • @motlebhussainmondal880
    @motlebhussainmondal880 2 года назад +18

    So beautiful. We are lucky to observe your ancient India .

  • @dharmitanath9414
    @dharmitanath9414 2 года назад +2

    Life ot aji prothom bar Bhukhan dar babe valke pakistan sabo parilu. Thank you Bhukhan da ❤️.
    Love from Kokrajhar ❤️

  • @purnimamamun9928
    @purnimamamun9928 2 года назад +6

    তুমি দেখুওৱা পাকিস্তান খন চাই ভাল লাগিল,তোমাৰ তাত থকা পাছৰ সময় খিনিও ভেলে যাওঁক, শুভেচ্ছা থাকিল।

  • @emdadhasan7291
    @emdadhasan7291 2 года назад +133

    আপোনাৰ ভিডিঅ'বোৰৰ জৰিয়তে বহুতৰে মনৰ পৰা পাকিস্তান সম্পৰ্কে থকা ভুল ধাৰণাবোৰ দূৰ হ'ব বুলি আশা ৰাখিলোঁ ! কাৰণ ৰাজনৈতিক দল বোৰে পাকিস্তান সম্পৰ্কে আমাক বহুতো আসোঁৱাহ ত সোমোৱাই ৰাখিছে!! শুভ যাত্ৰা!!!

    • @lakhyatalukdar2557
      @lakhyatalukdar2557 2 года назад +7

      Kelaa....
      Polical party baad diok.. Indian ARMY news sabo.. tar pisot ai2 kotha kobo..
      Bal r Pakistan

    • @HimShankar993
      @HimShankar993 2 года назад +1

      Oi ammichodu anti-national

  • @anandarabha5976
    @anandarabha5976 2 года назад +123

    vedioৰ পৰা দেখি pakistan বাসীক অতি আপোন আপোন যেন লাগিল ! Thank u vukhan, so beautiful places..

  • @om6083
    @om6083 2 года назад +4

    Next level video.....
    সুন্দৰ

  • @Mitashri_Khaund
    @Mitashri_Khaund 2 года назад +3

    বহুত ভাল লাগিল দাদা । আৰু পাকিস্তানৰ পৰা ভাল ভাল ভিডিও পাম বুলি আশা ৰাখিলোঁ লগত এই যাত্ৰা শুভ হওঁক ।

  • @Sirajvloge763
    @Sirajvloge763 2 года назад +54

    পাকিস্থানৰ মানুহ বিলাকৰ ইমান সুন্দৰ আদৰ-সাদৰ।

    • @pritamrabha6654
      @pritamrabha6654 2 года назад +2

      সচা কথা। অসমৰ বাংলাদেশী গেদা সকলে পাকিস্তানী মানুহৰ পৰা ব্যৱহাৰ শিক্ষা লব লাগে

    • @himasrikalita5508
      @himasrikalita5508 2 года назад +3

      Video voice aji clear paisu .

    • @Sirajvloge763
      @Sirajvloge763 2 года назад +3

      @@pritamrabha6654 Apunalor dore Ovrdro manuh thoka babe aji manuh bor divaid hoise

  • @prohladgorh5831
    @prohladgorh5831 2 года назад +7

    Apuni Assam best RUclipsr mur falor pora♥️💯

  • @pranatidevihajong224
    @pranatidevihajong224 2 года назад

    Dhuniya thai,vaal lagil sai.thank you

  • @gangashreesaikia3946
    @gangashreesaikia3946 2 года назад +9

    Such a polite behaviour by every Pakistani people👌👌👌

  • @AMN2023
    @AMN2023 2 года назад +11

    ভূষন দাদা তোমালৈ বহুত বহুত ধন্যবাদ তোমাৰ কাৰণে ই আমি পাকিস্তান দেখিব পাম । গোলাঘাটৰ পৰা বহুত মৰম যাচিঁলো 🌱 আৰু সকলোৱে যেন মোৰ চেনেলটো এবাৰ উপভোগ কৰিব বুলি আশা ৰাখিলোঁ 🙏🙏🌱

  • @av4g489
    @av4g489 2 года назад +34

    মানুহবোৰৰ ব্যৱহাৰ দেখি নিজকে অন্ধভক্তযেন অনুভৱ হ'ল।

    • @user-ps5vt4xv7g
      @user-ps5vt4xv7g 2 года назад +2

      তই এটা ফাকিস্তানৰ অবৈধ সন্তান যিয়ে ১৯৪৭ ত গুছি নগলি খাবলৈ নেপাই মৰাৰ ভয়ত,,,,
      চুদুৰভাই গেদাৰ জাত এনেকুৱা জাগাত সদায়েই ভাল মানুহ ৰাখে যাতে টুৰিষ্ট বিলাকে ভাল পায় আৰু বেছিকৈ টুৰিষ্ট যাব আৰু ভিক্ষাৰীৰ দেশখনে দুপইচা পাব আমাৰ পৰা?,

    • @manabdas9631
      @manabdas9631 2 года назад

      Goti

    • @av4g489
      @av4g489 2 года назад

      @@user-ps5vt4xv7g তোৰ নামতোয়ে দেখুন বাংলাদেশ 😀😀

    • @user-ps5vt4xv7g
      @user-ps5vt4xv7g 2 года назад

      @@av4g489
      কামলা দেশ 😜😜😜😜😜
      হিন্দুস্তান জিন্দাবাদ পাকিস্তান চুদিৰভাই ৰ জাত 🤭🤭🤭🤭

    • @rajib2931
      @rajib2931 2 года назад

      Pak zindabad

  • @taralideka3509
    @taralideka3509 2 года назад +1

    সচাই খুব ভাল লাগিল ভিডিঅটি চাই .. thank you Bhukhan Pathak

  • @assamskyvlogs
    @assamskyvlogs 2 года назад +6

    I liked watching the video a lot 🙏
    Jai Bharat 🙏
    Jai Pakistan 🙏
    Jai Aai Axom 🙏
    Love From Udalguri dst Assam 🙏

  • @hafijulali8769
    @hafijulali8769 2 года назад +13

    কৰাচী পৰা ঘুৰি আহক শুভেচ্ছা থাকিল।

  • @AssameseNetwork
    @AssameseNetwork 2 года назад +4

    ভূষণ Video বোৰ চাই আছো । খুব ভাল লাগি আছে Video বিলাক । Next Video2 কালি Upload দিবা Excited হৈ আছো ভাই Love You Bro...

  • @sureshzg8962
    @sureshzg8962 2 года назад +2

    বহুত ভাল লাগিছে দাদা 🥰 ইয়াৰ পাছৰ খণ্ডৰ চাবলৈ ৰৈ আছোঁ।

  • @gautamdey3221
    @gautamdey3221 2 года назад

    Superb, superb. Thanks Bhukan pathak

  • @hopunmorisika8180
    @hopunmorisika8180 2 года назад +34

    পুৰা 15 মিনিট 9 চেকেণ্ডত চালোঁ, ভাল লাগিল

    • @mostakassam8548
      @mostakassam8548 2 года назад +5

      মইও এই ভিডিও ৰ দ্বাৰা ই পাকিস্তান দেখিলোঁ ধন্যবাদ দাদা ।

  • @kalendas1935
    @kalendas1935 2 года назад +7

    Bhukan da apuni prothom axomor bekti ji jone pakistan dekhuwale salute apukak agote dekhisu kintu apunar nisina nohay love you bhukhon da selut apunak joy I axom bharat mata ki jai joy I axom

  • @azizulassamindia3748
    @azizulassamindia3748 2 года назад +3

    বহুত ভাল লাগিছে ধন্যবাদ দাদা ইমান ধুনীয়া।

  • @iftikarawalahmed4554
    @iftikarawalahmed4554 2 года назад

    Bohut Val Lagise,,, waiting for next video

  • @BishnumixVlogs
    @BishnumixVlogs 2 года назад +6

    Wow so beautiful vlogs 👌❤️❤️

  • @pranjalds8
    @pranjalds8 2 года назад +4

    আগুৱাই যোৱা ককাইদেউ ❣️❣️

  • @Thesherrish
    @Thesherrish 2 года назад

    ভুষন মামা আপোনাৰ ভিডিঅ'টো চাই বহুত ভাল লাগিল। আমি ঘৰৰ সকলোৱে একেলগে ভিডিঅ'টো চালো। মোৰ নানিমা এই আপোনাক বহুত ধন্যবাদ দিছে কাৰন আপোনাৰ বাবেই ইমান ধুনীয়া কৈ পাকিস্তান খন চাব পালে। দ্বিতীয় টো ভিডিঅৰ বাবে ৰৈ আছো।

  • @brvlogs6168
    @brvlogs6168 2 года назад +3

    অতি সুন্দৰ পৰিবেশ ❤️❤️❤️❤️❤️

  • @taherali7921
    @taherali7921 2 года назад +43

    Love you bhukhan da ...
    Eagerly waiting for your next video

  • @luitporiyaaxomiya716
    @luitporiyaaxomiya716 2 года назад +7

    In one word our ভূষণ দা awasome 🔥🔥🔥

  • @minikalita8587
    @minikalita8587 2 года назад +22

    বহুত ভাল লাগিলে। আশা কৰিছো দুয়োখন দেশে যাতে এই মিলনৰ এনাজৰী দাল অতুত ৰাখে। জয় আই অসম।

  • @kamanbimal1446
    @kamanbimal1446 2 года назад +1

    ইয়াৰ next video লাগিব কিন্ত আমি অপেক্ষাত আছো ভূষন দা আৰু ইমান দুৰ টকা খৰছ কৰি গৈ আছে ভগৱ!নৰ ওচৰত সুস্হ আৰু শান্তি কামনা কৰিলো

  • @ajoytanti2263
    @ajoytanti2263 2 года назад +9

    Next level 🔥👍🔥🔥

  • @abhaybarman9337
    @abhaybarman9337 2 года назад +8

    Bhukhan Da Vlog bilak aru alop long dibo sai val lage ❤️
    Love From Tezpur ❤️❤️

  • @hirumonimedak8272
    @hirumonimedak8272 10 месяцев назад +1

    Bohut bohut donyobat pakishtankon dekuway❤❤❤❤

  • @rupamray4967
    @rupamray4967 2 года назад +6

    ভূষণ দা বহুত বহুত ধন্যবাদ জীৱনত কেতিয়াও পাকিস্তান নেদেখিলো হৈ আপোনাৰ কাৰোনে দেখা পালো ধন্যবাদ ভূষণ দা# জয় আই অসম

  • @numalsangma9450
    @numalsangma9450 2 года назад +7

    বহুত বহুত ভাল লাগিল vedio টো চাই...আপোনাৰ কুশলে থকাতো কামনা কৰিলো...

  • @doligogoi6994
    @doligogoi6994 2 года назад +9

    Next level 🔥

  • @aproy4764
    @aproy4764 2 года назад +2

    Beautiful Pix. Thank you for sharing your experience 🥳🥳🥳

  • @Annie_Bordoloi
    @Annie_Bordoloi 2 года назад +1

    *Bohut vl lagil enjoy korok Pakistan ot & Mur ajon friend ase Pakistanr karachi hoi bohut val hoi behavior manuh buror😍*

  • @AB.R3555
    @AB.R3555 2 года назад +16

    পাকিস্তানৰ মানুহবোৰ ইমানও বেয়া নহয় আমি যিমান ভাবো ভয় কৰিবলগীয়া একো নাই মানুহবোৰ বহুত মৰমিয়াল পাৰিলে future অত এবাৰ ফুৰি আহিম পাকিস্তান love from india Assam Jai Hind .

    • @hanseali1924
      @hanseali1924 11 месяцев назад +1

      আমি পাকিস্তানৰ মানুহক ভয় কিয়ো কৰু কেতিয়াওতু তুমি বা মৈ তাৰ মানুহ লগ পৱা নাই বা খঙাল দেখা নাই গতিকে এইবোৰ ভাৰতত কিছুমান ৰাজনৈতিক দলে হিন্দু আৰু মুছলমাল বিৰোধি বনাই জিকিবৰ কাৰনে ভাৰতৰ মানুহক ভয় খুৱাই ৰাখিছে আৰু ধন ঘতিবৰ কাৰনে হিতা হিতি কৰি ফিলিম বনাই ফিলিম চুপাৰহিত কৰিছে।আৰু আমি নিশ্বয় সেইবোৰ কথাক লৈ মনত খং ভাবলৈ জিয়াই থাকু।

  • @aakashbora631
    @aakashbora631 2 года назад +3

    Excited for next video 🔥🔥🔥🔥🔥

  • @swastikaayanvlogs7570
    @swastikaayanvlogs7570 2 года назад +1

    Bohut VL lgil apunr video sai😍😍😍😍😍

  • @minakshiboro1667
    @minakshiboro1667 2 года назад +1

    Buhut buhut val lagil Sai ...

  • @deen-e-talk6777
    @deen-e-talk6777 2 года назад +10

    *Ultimate🔥🔥🔥*