আহক চাওঁ শ্ৰীলংকাৰ এখন সুন্দৰ Tamil Hindu Village.🇱🇰 by Bhukhan Pathak. Sri Lanka
HTML-код
- Опубликовано: 12 сен 2023
- Sri Lanka Village life
Beautiful sri lanka
Bhukhan Pathak
Assamese vlog
Assamese Mixture
#bhukhanpathak #hinduvillagesrilanka Развлечения
কোনো ধৰণৰ চিনাকি নাথাকাকৈ, কোনো এখন দেশত গৈ... মানুহৰ লগত কথা পতা , মানুহক মান্তি কৰোৱা , কিছুমান ভাষাৰ বিতৰণ অসুবিধা মাজত সাহস কৰা টো এটা ডাঙৰ পদক্ষেপ। মই বুজিছো এইটো দেখাত সাধাৰণ লাগিলেও বহুততকে বহু কষ্ট আৰু সাধনা লুকাই আছে। বহুত ভাল কৰিছা ভূষণ দা.....❤️🩹💌 লখিমপুৰ ৰ পৰা ।
You are absolutely correct.
শিল্কাৰ ঘৰ ভিতৰতে দেখিছো আগবঢ়ি যাওক | ওপৰত থকাজনে কুশলে ৰাখক | আগবাঢ়ি যাওক |
Thank you so much 🙏🙏🥰🥰🥰🥰🥰 for your kind words.
Right
Nice video
ঘৰতে বহি শ্ৰীলংকাৰ গাঁও দেখিলোঁ।তাৰবাবে ভূষনক বহুত বহুত ধন্যবাদ। আমাৰ অসমৰ গাঁওৰ নিচিনাই লাগিছে।
Gaon paribesh haleo kintu sapha ase gaonkhon.aru manuh bur jote tote ulai nuphure jen paisu.val lagil sai video to.
সুন্দৰ অতি সুন্দৰ ভিডিঅ -
সচাকৈ আছৰিত লাগিছে -
কোনো এখন দেশৰ ভাষা নজনাকৈ ,সেই দেশত হৈ ভিডি'অ বনাই আমালৈ দিছো
এনেকুৱা এখন গাৱত নিভীক ভাৱে ঘুৰি পকি ..তাৰ জনজীৱনৰ চিত্ৰপট দাঙি ধৰাটো ইমান মুখৰ কথা নহয়৷ভুষনক ধন্যবাদ জনালোঁ৷ইমান দিন শ্ৰীলংকাত আছা বহুত পাই পইছা খৰছ হৈছে ছাগৈ৷যাহওক তোমাৰ video বোৰ সচাই ধুনীয়া আমি সদায় চাই আছোঁ৷
Thank you 🙏🙏🙏
বৰ ভাল লাগিল । ঘৰত বহিয়ে তামিল গাওঁ দেখিলোঁ ধন্যবাদ ভূষণ ভাই আগ বাৰি যাওঁক।
Bhukhon da bohut val lagil video sai...
বহুত ভাল লাগিছে। আমি সদায়ে চাও কিন্তু,বৰ ভাল লাগে
আপোনাক কিন্তু মানিছো সাহক দেখি বহুত বহুত ধন্যবাদ আপোনালৈ
সুন্দৰ ভিডিঅ ভাল লাগিল দাদা । God bless you
বহুত ধন্যবাদ আপোনাক ভাল লাগিছে মেঘালয়ৰ পৰা ❤
শ্ৰীলংকা একেই বাৰে সাধাৰণ ঠাই নিকী।
বহুত ভাল লাগিছে। আমি শ্ৰী লঙ্কা নোযোৱাকৈ
চাবলৈ পাইছো ।
Bohut bohut bhal lagil video tu
তোমাৰ চেষ্টাক ধন্যবাদ জ্ঞাপন কৰিছো going on
বৰ ভাল লাগিল অাগলৈ ভাল ভিডিও পাম বুলি অাশা থাকিল 🙏
Appreciable vedio to learn somthing about srilanka ,
সুন্দৰ ভিডিঅ ৷ বহুত নেদেখা দৃশ্য দেখিলো ৷ আমাৰ আৰ্শীবাদ থাকিল 🙏
বহুত ভাল লাগিছে ! ঘৰতে বহি চাব পাৰিছো
Mr. BHUKHAN PATHAK I am from Guwahati Assam.I appreciate your videos.We can learn enough through your videos about Srilankans culture ,food habit, their behaviours ,Natural beauties of Srilanka etc.etc. Shrilankans are very polite,gentle,honest etc. Thanks Bhukhan.
Thank you so much 🙏🙏🙏🙏
Khub xundor lagise, Lage raho
Bahut val lagil video Tu sai bhukhon da
Bhukhan tumar Sri Lankar video atai keita saisho Val lagil.
আপুনি সাহসীকতাৰ পৰিচয় দিলে। ভগৱানে আৰু শক্তি দিয়ক❤️🙏
সুন্দৰ ভিডিঅ। বহুত ভাল লাগিছে।
তোমাৰ ভিদিওঁ চাই ভাল লাগে।।সাহসী এজন মানুহ আগবাঢ়ি যোৱা ❤️
Bohut peacefull Jen lagise.
Val lagil tumar vedio tu sai
Bohut Bohut val lagil sai
ঠাই খন বহুত ধুনিয়া প্ৰাই অসমৰ নিচিনা ভাল লাগল চাই , আৰু আতাইতকৈ ভাল লাগিল ৰাস্টাৰ সেই জেওৰাবোৰ , চাগে জেওৰাবোৰ তাল গছৰ ন.. সচাকে বহুত ধুনিয়া গাও খন ॥
Srilanka r video bur sai bhut besi val lagil❤
বহুত ভাল লাগিল
Bohut vhal lagise tumar srilongka jurni
Bhukhan da proud of assam
Goan bor sai bhal lagese❤
সুন্দৰ লাগিল video tu,,
Love form Gujarat. Vaity tomar vedio sai moi bohot val paow.
বহুত জেগা চাব পাৰিলো from udalguri
Unique and ultimate video. Grand salute to you
Val lagil dada video tu sai
Bohut moja lagil video to sai
বহুত বহুত ভাল লাগিল।।অনুৰোধ মতে পোৱা বাবে।।
Bhut vl hoi xun shri lankar manuhbur
Val lagil video2 sai. Aru bonai jua. Important video hoi aibilak
Bohut bohut vl lagil .. thanks bhukhon da❤❤❤ love from charaideo patsaku 💕💕💕❤️
আমি চাই আছো ভূষণ , আপুনি ইমান কষ্ট কৰিছে ।আমাৰ আশীৰ্বাদ সদায় আছে আপোনালৈ
Cute boys Ritik,aksoy kumar ,salman khan
সুন্দৰ👍
বহুত ভাল লাগিল।
বহুত ভাল লাগিল। তোমাৰ ভিডিঅ'ত নজনা কথা শিকিলোঁ
Bhal laagise bhukhan da apunar video bur sai....
Dhuniyaaa daaaa
Video tu sai bohut val lagil ❤❤❤
Tumar vidiobur sai bahut val lagil
বহুত ভাল লাগিচে
শ্ৰীলংকাৰ পৰা আপুনি যেনেকৈ কৰোঁ সহায় নোলোৱা কৈ ভিডিও বনাই অমাক দেখা আছে ,, ভাল লাগিছে ,,
Excellent video sir purly beautiful
Val lagise Sai derike salu bhut val lagil
গাঁৱখনৰ মানুহ খিনি বৰ সহজ সৰল। খুব পৰিস্কাৰ গাঁও। বিছনা ত শুই তোমাৰ কাৰণে শ্ৰীলংকাৰ গাঁৱ দেখা পাইছোঁ। ভূষণ শত কোটি প্ৰণাম জনালোঁ তোমাক। আগুৱাই যোৱা। অসম বাসীৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে।
🙏🙏🙏🙏🙏🙏🥰🥰🥰🥰🥰🥰🥰🥰
Bahut besi vall lagise bhukhan da.really daily saw tmr video
বহুত ভাল লাগিল😊
Thank you so much for your beautiful videos. Nice video.
Khub bhal lagil..Go ahead ❤❤
Ultimate village... ❤❤❤
Bahute bhal lagil.
God bless u bro,,,we always with u,,,❤
Moja bhukhan da vl hoise
Mojja video 👍
May God bless you
Bhut Val lagile tomar video to sai ❤❤
Confidence lavel 💯
সুন্দৰ পদক্ষেপ
Tumr video saw bohut val laga
Bahut poripati hoi manuhbur bahut hahaj harol Val lagil
বহুত বহুত ভাল লাগিছে চাই। শুভেচ্ছা থাকিল। নতুন আৰু আশাৰে দেই ।💯🌹
বহুত ভাল পালোঁ চাই
সুন্দৰ গাঁও
Good work Bhushan. Keep doing your best.
Bohut val lagel tumar video sai
Proud of you, hard working person
বহুত ভাল লাগিল ।ভাই এনেবোৰ দৃশ্য ই মানুহৰ আশাবোৰ সজীৱ কৰি ৰাখে। আগলৈ আৰু আশা কৰিলো।
Bohut vl lga video
আমি নিজৰ জিলা খনতে হাবা থুৰি খাও, আৰু বিদেশত সহজ নহয়
Excellent 👍 so proud
Khub xundor bhusan 👍👍tumar kosto borak moi appreciate koru..tumi aguai jua...
Val lagil video tu sai 👌
অতি সুন্দৰ
Ultimate video 👍🏻 bohut val palu video to sai go ahead bro ❤❤
সুন্দৰ ভাই, মই এনকুৱা দৃশ্যহে ভাল পাওঁ। অসমৰ ঘৰত থাকি ভাৰতবৰ্ষৰ লগতে বিদেশৰ সকলো ঠাই দেখা পাও। বহুত সুন্দৰ।
Best of the best bhukhon da nice
apunar video bur sai vl lge good job
Vl lagila sai sri Lanka tamil gau
Bhukhan da tumar video bu sai val larga 🥰😍❤❤
Val lagise tumer video sai
ভাল লাগিল
Bohoot bhal lagil 😊
Xundar bhukhan Bhai Val lagise
Bhut bhal lagil video sai
Oa dada amk.emn sondor thai dekhour babea thankyou ❤️❤️❤️❤️
Val lagel sai..
Bohut Bhal lagil tumar VDO 👌👌👌tumi aguai jua👍👍👍
Amazing video moja moja Bhukhan da❤👌 love you dada ❤ I am from Margherita