😮৭০০০ বছৰ পিছত ৰাৱনৰ Real সোনৰ লংকাৰ ৰাজমহল চাওঁ আহক Ravana Mahal , Sri Lanka by Bhukhan Pathak
HTML-код
- Опубликовано: 22 сен 2023
- Baahi app - baahi.xomoy.com/getapp/
Ravana Golden Lanka after 7000 years
Bhukhan Pathak
Sri Lanka Episode - 18
Assamese vlog
Assamese Mixture
Ramayan
Lions rock Sri Lanka
Sigiriya
#bhukhanpathak #ravanlanka Развлечения
Baahi App
_ baahi.xomoy.com/getapp/
ভাল লাগিল।
Xun khini ki hol
Video to Sai bahut bhal lagil .
J sree ram
Joy ssri Ram. 🙏
ভূষণ তোমাক অশেষ ধন্যবাদ ৷ ৰাৱণৰ সোণৰ লংকাৰ বিষয়ে কিতাপতহে পঢ়িছিলো ৷ এই ভিডিঅৰ জৰিয়তে দেখি ভাল লাগিল ৷ আমাৰ আৰ্শীবাদ থাকিল 👏
Gud😢 20:20
❤❤❤❤❤❤❤❤
আপোনাৰ কষ্টৰে... উপভোগ কৰিলোঁ ৰাৱণৰ সোণৰ লঙ্কা । ধেমাজি জিলাৰ পৰা মৰম যাচিলোঁ 😘😘
ইমান কষ্ট কৰি পৌৰাণিক ৰাৱণৰ মহল দেখাইছে আপোনাৰ গোটেইবোৰ ভিডিঅ মই চাইছোঁ ,,,
আপোনাৰ পৰাই সকলোবোৰ দেখিবলৈ সক্ষম হৈছোঁ নেদেখা সকলোবোৰ ঠাই
তাৰ বহুত বহুত ধন্যবাদ ভূষণ দা বহুতো শুভেচ্ছা
🥰❤️🤗
Thank you
ভাল লাগিল আপুনি ৰাৱণৰ ৰাজ্যৰ দেখুৱা বাবে 🎉🎉🎉
জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম কৃষ্ণ কৃষ্ণ ❤🎉🎉🎉ী🎉🙏🙏🙏🙏🙏Good
বহুত অপেক্ষাৰ পিছত চাব পাইছো Video টো দাদা মাজুলীৰ পৰা মৰমৰ পঠিয়াইছো লংকালৈ❤❤❤
Your efforts is highly appreciated. কষ্টৰ ফল অথলে নাযায়,এনে এক তথ্য সমৃদ্ধ ভিডিঅ’ চাই যথেষ্ট আপ্লুত হলো।
ডিব্ৰুগড়,অসম।
বহুত অপেক্ষাৰ পিছত চাব পৰিলোঁ video টো দাদা
গোপালপাৰাৰ পৰা মৰম পঠিয়াইছো ❤
বহুত ধুনীয়া হৈছে ।কষ্ট সাৰ্থক হব ।
জয় শ্ৰী ৰাম। ভিডিঅ টো চাই বৰ ভাল লাগিল। বহুত ধন্যবাদ।
ৰাৱনৰ মহল চাই বহুত ভাল লাগিল।সকলো ভিডিঅ চাইছো ।সূন্দৰ ।চাই থাকিম দি থাকিব চোন ।
Bohut vl lagisy Bhukan da.
Nice Bhushan da❤
সুন্দৰ ভিডিও । বহুত বহুত ভাল লাগিল । জয় শ্ৰী ৰাম🙏
Bahut val lagil.. thank you bro ❤
বহুত সুন্দৰ 🖐️🖐️🖐️🖐️🖐️🖐️👍👍👍
সুন্দৰ আৰু আগুৱাই যোৱা । আশীৰ্বাদ থাকিল
ভূষণতুমি ধুনীয়া ভিদিৱ বনাইছা ভগৱানে তোমাক সহায় কৰিব
বহুত ভাল লাগিল ইমান কষ্ট কৰি লঙ্কা খন দেখুৱা বাবে ধন্যবাদ থাকিল
Video tu sai hosakoi bht vl lgse , sadiya r pora morom disu 🙏🙏joi sri ram ❤️❤️❤️
ভাল লাগিল ভূষণ দা ❤ জয় শ্ৰী ৰাম
বহুত সুন্দৰ হৈছে
বহুত মৰম দিলো তোমাক বহুত কছত হৈছে তোমাৰ তোমাক দেখি মোৰ উখা বনধ হও হও হৈ গৈছে তোমাৰ কাৰণে আজি ৰাৱণৰ মহল দেখিলো ভগৱানে তোমাক আৰু সহায় কৰক তাৰ কামনাৰে জয় শিৰি ৰাম
ইমান কষ্ট কৰি ৰাৱণৰ মহল দেখুওৱাৰ বাবে বহুত ভাল লাগিল। মই যোৰহাটৰ পৰা আপোনালৈ মৰম পথালো ।
Historical place bilak dekhuar babe bohut bohut dhanyabad Bhukhan da.
Buhut buhut dada apunak je ki km...👍👍👍👍👍
দাদা বহু ভাল লাগিল।। শিৱসাগৰৰ পৰা মৰম যাচিলো
জয় শ্ৰীৰাম।ৰাৱণৰ লঙ্কা চাই খুব ভাল লাগিল।ধন্যবাদ।আগলৈ আৰু আশা কৰিছো।
Bhut bhal lagil dada
Jai Shree Ram 🙏❤️
তোমাৰ আতাইকৈ ভাল লগা ভিডিঅ Thankq so march ❤️
বহুত বহুত ধুনিয়া ❤❤
বহুত বহুত ভাল লাগিল ধন্যবাদ 🙏
Very nice video, 🌹 , jai shree Ram 🙏 , love from Guwahati, Assam , ♥️♥️♥️
Joy Sri Ram thank you so much বহুত বহুত ভাল লাগিল ❤❤❤
ভাল লাগে আপোনাৰ videos বোৰ চাই।
Jay Jay 🙏Sita Ram 🚩🚩❤❤❤
বহুত ভাল লাগিল দাদা love you ❤ eman কষ্ট কৰি আমাক দেখাইছে আৰু আগোৱাই juaa তাৰে kamona 🙏🙏🙏🙏🙏🙏🙏🙏
Bohut Bohut Bhal Lagishe. Karon Apunije Bohute Ne dekha Thai Rabone Bash Kora Bhognabebor Dekhuyale. Shosake Rabon Shorgot Bash Korisil Bhabile Asorit Lage.
ভাল লাগিল ।আশীৰ্বাদ থাকিল ।
Daily volging is not a joke salute to his hard work 🇮🇳
Val lagil apunar videos sai Bhukhan daa lots of love from Goalpara.🇮🇳❤️❤️❤️
Sai Bohut Val lagil da❤
ভাল লাগিল সুন্দৰ,আকৌ
চাবলৈ পোৱাৰ আশাত।
Bhut bhut bhut bhut bhut val lagil bhukhan bro video to sai
❤❤❤❤❤❤❤
অন্তৰৰ পৰা কৈছোঁ , বহুত বহুত ভাল লাগিল ৷কোনোকালে চাক্ষুষ অভিজ্ঞতাৰ সোৱাদ লবলৈ সম্ভৱ নোহোৱা ৰাৱনৰ ৰাজ প্ৰাসাদখনি দেখিবলৈ পাই আপ্লুত হ’লো ৷ আগলৈ এনেকোৱা আৰু ভিডিঅ’ পাই থাকিবলৈ আশীৰ্বাদ থাকিল ৷ জয় শ্ৰী ৰাম ৷
জয় শ্ৰী ৰাম 🙏 জয়তু ভূষণৰ RUclips channel ❤
Aponar ksto j hoise voice tu xunile gom poa jay by the way Go ahead of B.daaa God bless you 🙏🙏
Uh akbare 😂
Duniyaa suwali joni 😁🥺
@@mr_najrul_0726:26 bg and 3 hi bv
6:35
B.daaaaa😂
জয় শ্ৰীৰাম ।। ভাইটি বহুত ধন্যবাদ তোমাক।। তোমাৰ কষ্ট সাৰ্থক হ
ওক ।। কৃষ্ণ ।।
Nice 👍👍👌👌🙏🙏and god bless you
জয়শ্ৰী ৰাম ভিডিঅ টো চাই ভাল লাগিল
Wait kori asilu eitu episode le❤❤
Joy shree Ram 🙏💞 apunak vogoban kukhole rakhok,,bohut kosto korise,,,aagoloi aru apunar joriyote val val video dekhiboloi pam buli aakha thakil,,,love from bongaigaon 💗
বহুত ভাল লাগিল ভিডিও চাই 🙏🙏🙏Biswanath charialir পৰা বহুত মৰম যা ছিলো❤❤
ৰাৱণৰ ৰাজ্য দেখুওৱা বাবে আপোনাক অশেষ ধন্যবাদ 🙏
প্ৰথমেই like এটা কৰি লৈছো। যিহেতু video টো বহুত ভাল হ'ব বুলি জানো। ধন্যবাদ ভূষণ ❤❤❤
Jai shree Ram ❤❤
ভূষণ তোমাৰ ভি ডি অ’বোৰ ব্যতিক্ৰমী। মজাটো তাতেই।
সুন্দৰ ভূষন
Moja lagche kokai ❤❤❤❤ from Haflong Dima Hasao Assam
Bhukan, thank you for your Beautiful video. Really you are a very . Strong and Courageous boy. May God bless you
অতি সুন্দৰ❤️❤️❤️❤️
ভাল লাগিল👌👌👌
ভাল লাগিল ।বহু কথা জানিব পাৰিলো।সুন্দৰ।
ৰাৱণৰ ৰাণীৰ নাম মন্দোদৰী আছিলে
ৰাৱণৰ লংকা আমি শুনিছোঁহে কিন্তু তুমি ভিডিও কৰি দেখুৱালা বহুত ভাল লাগিল জয় শ্ৰীৰাম ❤
Full video dia babe bohut val lagisl
Jai Shree Ram ❤🙏👏
Joi Shree ram 🙏🙏🙏
Jai shree Ram 👍👍👌👌👏👏🙏🎉❣
বহুত ভাল লাগিল ধণ্যবাদ ভগৱন্তয় সহায় কৰক আৰু আগবঢ়াই যোৱাত
Val lagil sai❤
Love From Udalguri 🥰 Big fan sir ❤️
Thank you for your show Ravana mahal.
বহুত ভাল লাগিল ধন্যবাদ ।
Val lagila sai
Nice vlogs from Bhusan Pathak great job as a utuber God bless you ❤
তাত গৰম কেনেকুৱা দাদা আজি❤🎉jai shree ram
বহুত ভাল লাগিলে।
বহুত ভাল লাগিল দেই
জয় শ্ৰীৰাম জয় শ্ৰীৰাম❤❤❤❤
So happy! Such content is highly appreciated dada... We want such videos in near future too 🎉
Thank you so much 🙏
মজা ভোষণ ভাই জয় হৌ
বহুত ভাল লাগিল তোমাৰ ভিডিও টো চাই
Jay Shri Ram❤ Love from Assam India Basugaon
Hoy neki moy Kokrajhar dholmara gourangtari hoy vi
Jai Shree ram ❤❤❤❤❤
বহুত ভাল লাগিল শ্ৰীলংকাৰ video টো চাই জয় শ্ৰী ৰাম
Bahut bhal lagil. keep it up
Jay shriram
ৰাৱণৰ পত্নীৰ নাম আছিল মন্দোদৰী ...।
Bhukhn da 🔥🔥🔥😊😊
Dada apunar video sai vhal lagila Jai shree ram ❤😊
Aaji kali hoga muta vlog t koi Bhukan daa bht uporot . . I follow Bhukhan daa since his 1st video of mission china box office prediction. . Bhukhan daa ❤very informative
Thank you so much 🙏
সুন্দৰ,কষ্ট বিলাক সাৰ্থক হওক কামনা কৰিলোঁ
Wow dhuniya❤❤❤
সুন্দৰ চাই ভাল লাগিল।
Joy shree ram 🙏
❤❤❤❤❤❤❤❤
শ্ৰী লংকাত, গা ভালে আছে নে? বহুত কষ্ট কৰি ভি বি অ কৰিছা । তোমাৰ কষ্টৰ অন্তত আমি উপভোগ কৰিছো। দুলীয়াজানৰ পৰা মৰম যাচিলো।ভালে থাকিবা।🙏🌹
bahut val lagil dada video 2 sai from rangia station ❤
JAI SHREE RAM 🙏🙏🙏