Это видео недоступно.
Сожалеем об этом.
৭০০০ বছৰ পিছতো ইয়াতে পায় ১৫৩ বিধ সঞ্জীৱনী Dronagiri Parvat In Sri Lanka . by Bhukhan Pathak
HTML-код
- Опубликовано: 20 авг 2023
- Fatafat app- play.google.com/store/apps/de...
Dronagiri Mountain part in Sri Lanka
Assamese vlog
Bhukhan Pathak
Assamese Mixture
Ramayan
#bhukhanpathak #ramayan #sanjivani
Jai shree Ram 🚩🚩
Jai maa Sita 📿📿📿
Jai Hanuman 🛐💪🙏
Love you Bhukhan daa ❤️👌
জয় শ্ৰী ৰাম জয় মা সীতা জয় হনুমান🕉🙏 ভগৱান ভগৱানেই হয় দেশ লৈ ভাষা বেলেগ পৰিচয় ভিন্ন সেয়ে...!!
Joysri honuman
ভুষন
ধেমাজি বাসীহৈ তুমালৈ বহু বহু ধন্যবাদ জনালো ।
ৰামায়নৰ বহু কথাৰ লগতে কিছু সম্পদ ভিদিঅটোৰ জৰিয়তে দেখা পালোঁ ।
উত্তৰ পূৰ্বাঞ্চলৰ এজন ভাল youtuber ভূষণ পাঠক ❤...
তেওঁ এনে এজন youtuber যাক বেলেগ কোনো youtuber ৰ লগত তুলনা কৰিব নোৱাৰো love you so much brother 💞 From Nalbari
9:51
kio dimpu baruah dkhun nalbarir
Youtubt paiye
Akdom xosa kotha.. bhukhan kunu show-off nakorae....na tar dami gari ase na iPhone ase kinto xi bohut purona youtuber hoi. Baki bur to natun
@@deep82307dimpur level
ভূষণ পাঠক ডাঙৰীয়াক মই বাকসা জিলাৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ..... আপোনাৰ জৰিয়তে ৰামায়ণত উল্লেখিত কিছু কাহিনীৰ বাস্তৱ ৰূপ দেখিলো... বহুত ভাল লাগিল...
বহু ত ভাল লাগিছে
এই ভিদিও টোৰ পৰা এটা কথা উপলব্ধি কৰিছো ।সুৰপনাখৰ নাক নকতা হেঁতেন ৰাৱণে সীতাক হৰণ নকৰিলে হেঁতেন ।শ্ৰীলঙ্কাত ৰাৱণ ক ভগৱান জ্ঞান কৰা হয় কাৰণ ৰাৱণ এজন ভাল ৰজা আছিল।ধন্যবাদ।
Jai shree ram, Jai Hanuman ji, ঈশ্বৰে সকলোকে মঙ্গল কৰক । ধন্যবাদ থাকিল ।
বহুত বহুত ধন্যবাদ তোমাক ইমান ধুনীয়াকৈ কথা খিনি বুজাইছা মোৰ আন্তৰিক শুভকামনা থাকিল তোমালৈ।
Jai sri ram jai hanuman jai maa Sita.. love you bhukhan daa ❤
বহুত বহুত ধন্যবাদ ভূষণ, video টো চাই বহুত বেছি ভাল লাগিল।
Bohut Bohut val lagil
ভূষন তোমাৰ কাৰনে বহুত ভাল ভাল বস্তু চাব পাৰে সুখী লগতে তুমি আমাৰ অসমৰ গৌৰৱ ❤❤❤❤❤❤❤
Bohut bohut bohut hundor video..❤ love from sivsagor..👍 Jai shree ram.. Jai BOJORONG BOLI..
বহুত সুন্দৰ ভিডিঅ’ , তোমাক অশেষ ধন্যবাদ ৷
Val lagil Hundor ❤❤
Actual RUclipsr...... Bhut nedekha bastu dekha paisu apunr vedio pora... All the best bhukhan
dhunia bro ..great work ..jai shri ram🙏🙏
Mojja
সুন্দৰ ভিডিঅ ৷ বহুত নেদেখা বস্তু দেখিলো আৰু নজনা কথা জানিলো --👏
জয় জয় জয় শ্ৰীৰাম, হনুমান। আপোনাৰ ভিডিওবোৰ চাই বহুতো কথা হৃদয়ঙ্গম হৈছে। কি বুলি ধণ্যবাদ দিম।
বহুত ভাল লাগিছে আপুনি যে নেদেখা ঠাই খিনি দেখুৱাই দিলে ধন্যবাদ থাকিল আৰু আশীৰ্বাদ কৰিছো, জয় বীৰ হনুমান 🪔👃👍👌
বহুত বহুত ধন্যবাদ
ভূষণ পাঠক ।
তোমাৰ জৰিয়তে ৰামায়নৰ বাস্তবকৈ দৃশ্য দেখা পালোঁ।।
মহাভাৰত নহয় ৰামায়ণ
Jai shree ram 🇮🇳🙏🙏🙏🙏🙏 from Assam Goalpara
Bohut bohut dhonyobad iman dhunia video orthat Mata Sita r aru Hanuman ba Ramayan r bikoye hokolu video dekhuar babe Jai shree Ram Jai Sita maa Jai hanuman
ধুনীয়া লাগিলে ভিডিঅ'টো চাই 😊❤ কামৰূপৰ পৰা মৰম জাছিলো দাদা 💝
অতি সুন্দৰ ভিডিঅ’ 🙏❤️👍👍
ভূষণ পাঠক ডাঙৰীয়া আপুনি এনেধৰনৰ ভিদিও বিলাক বনাই থাকক , বিশেষকৈ শ্রীলংকাৰ ৰাৱণ ৰ ওপৰত বনোৱা হনুমানে হিমালয় পৰ্বত ডাঙি সঞ্জীৱনি বৃক্ষ ৰে লক্ষ্মণ গাৰ পৰা কাড় পাত উলিয়াই এই সঞ্জীৱনি বৃক্ষৰে দৰৱ বনাই ভাই লক্ষ্মণৰ জীৱন বছাইছিল আৰু হনুমাণে সীতাক ৰাৱণৰ পৰা উদ্ধাৰ কৰি আনিছিল ।
এইয়া আপোনাৰ ভিদেও টোৱে প্ৰামাণিক তথ্য ডাঙি ধৰিছে। এনে ধৰণৰ ভিদেও বিলাকে ৰামায়ণ যে এখন কল্প কাহিনী নহয় তাৰ জলন্ত উদাহৰণ ৰামায়ণ এখন যে"মহাকাব্য " বা ৰাম - ৰাৱণৰ যুদ্ধ যে সঁচাকৈয়ে হৈছিল তাৰ এটি চাক্ষুক প্ৰমাণ ।আৰু এনেধৰণৰ ভিদেও বিলাক ভৱিষ্যেতেও পাই থাকিম বুলি আশা থাকিল ।
তোমাৰ ভিদিয়ৰ যোগে নেদেখা দেখা দেখিবলৈ পোৱা হ'ল মাজে সময়ে এনেকুৱা মিলিয়ন পাবৰ বাবে আশা কৰিলো আশীৰ্বাদ ওকৰিছো আৰু ৰাইজৰ সমাদৰ লাভ কৰা
Moi kin2 aibur video saihe bht val pau... Aru anekua dhunia dhunia videos bonai goi thakibo.. Ami asu.. Xodai sam.. Thank you for this.. ❤❤
Bohut bohut val lagil 👌🏿👌🏿💞💞
Joy shree ram❤
Joy Hanuman 🙏
কোনেও দেখুৱাব পৰানাচিল আপোনি এজন মহান পুৰুখ কৃষ্ণ কৃষ্ণ কৃষ্ণ ভগৱানে আপোনাক দয়া কৰক কৃষ্ণ কৃষ্ণ আগলৈ আৰু তেনেকো মানুহে নেদখা থাই দেখিবলৈ পাওঁ ধন্যবাদ থাকিল 🙏🙏🙏🙏🙏🙏🙏
Bohut val lagil bro... waiting for next video...
অসমীয়া আধ্যাত্মিকতামূলক ভিডিঅ।বৰ ভাল কথা।আগবাঢ়ি যোৱা।
Dhuniya lagil❤❤
Very informative video,specialy for students❤love from Nalbari
মোক চিনচা না
সুন্দৰ লাগিল৷মই দেখা ইউটিউবাৰ সকলৰ ভিতৰত আপোনাক সকলোটকৈ ভাল লাগিল৷কিন্তু ৰামায়নৰ কথাবোৰ ৭০০০ হেজাৰ নহয় বহুত পুৰণি৷
সুন্দৰ ভিডিঅ'Bonala bhukhan...Agghbari juwa aru natun natun video di thaka ramayana uporot.. God bless you 🙏
Grateful to you for showing us all the mythological allocation of holy Ramayana.
আজিকালি ভাল ভিডিঅৰ দৰ্শক নাই,জয় শ্ৰী ৰাম
পাঠক ডাঙৰীয়া, আপোনাক বহুত বহুত ধন্যবাদ, ভিডিও কেইটা চাই বৰ ভাল লাগিল।
Rawan r Lanka dekhabo.. waiting ❤
Jai shree ram 🙏
Jai hanuman 🙏
Jai maa sita 🙏
Jai Shree Ram 🙏🏼❤️
সুন্দৰ ভিডিও আপুনি আৰু আগুৱাই যাওক তাৰে কামনা কৰিলোঁ জয় শ্ৰী ৰাম ।জয় আই অসম
Video to sai vl lagisa aru ankwa video bonijwa Bhukan
Nice Bhukhan da ❤❤❤
Great work 🙏🙏
Bhut bhut val lgil...very informative video🙏
বহুত বহুত ভাল লাগিল আপোনাৰ বহুত কষ্ট বিনিময়ত বহুতো নেদেখা দেখিলোঁ নজনা জনিলো বহুত welcome aru dekhai যাওক আৰু আগ বাহী যাওক
Jai shree ram 🙏🙏♥️♥️
Jai jai bajrangbali 🙏🙏♥️♥️
সুন্দৰ ❤❤
ভিডিওটো বৰ ভাল লাগিল। জয় শ্ৰী ৰাম জয় শ্ৰী হনুমান জয় শ্ৰী মা সীতে।
Dada apunar karone aji e jaga bilak dekha paisu khota bur janiwa parisu.👍👍👍
Love from Golaghat Assam India ❤❤❤❤❤
Jai shree Ram Jai Hanuman Jai maa Sita ❤🙏
ভাল লাগিল । অশেষ ধন্যবাদ বহু নেদেখা ঠাইৰ দৃশ্য দেখুৱালা।
Very informative nd interesting video
Thanks ......God bless you.
Wow very nice..Joy shiree Ram
Bohut basi bhal lagil bhukhon,,,,,,,, amia nadakha srilanka tumi dekhai dila tumak dhanyabed,,,, aru basi Vl VDO bonai jua,,,,,,, Tumi aagbahi jua 👌👌👌
Sri Lankan aru video bonai juwa, bohut bhal lagise , tumak support kori asu.
❤ 19:00
Bhukhan daa bohut vl lagil video to sai .
And thank you so much Eman vl koi dekhuwai bhujai diyar Babe💞🫶 Jai Shree Ram 🙏
Bht val lagil sai bhukhan daa jaa siya 🙏🙏🙏
নেদেখা ঠাই দেখি ভাল লাগিল ❤
Joy shree ram...joy Hanuman....
ভাল লাগিল ভূটান।নেদেখা ঠাই দেখুৱালা। শাস্ত্ৰত শুনিছোঁ তুমি দেখৱালা। বহুত বহুত ধন্যবাদ
Bhukhon da ai gutai kaita vedio kin2 bahut besi val lagise sai
Jai Shree Ram 🙏🙏🙏
Jai shree ram ❤️❤️❤️🙏🙏🙏🙏🙏
Bahud2 bhal lagil apunar video tu Sai, dhanyawad thakil.
Dada apunar video chai bohut val lagil.....Love from Barpeta ❤
U r right bhukan.... This video is very informative & u r really doing hard work... Thank u very much for such a wonderful video.. 🎉
Bohutbohut. Bhal. Lagil.
Jai Shree Ram ❤
Very informative video.... nice
সুন্দৰ লাগিলে। বহুত ধন্যবাদ।🙏
🙏🙏🙏🙏🙏JAI SHREE RAM JI🙏🙏🙏🙏🙏
Jay sree ram jay HUNUMAN baba Ki Jay 🌹🙏❤🙏🙏🙏🙏🙏
bohut bahl lagil daa joy sri ram 🙏🙏🙏🙏🙏
বহুত ভাল লাগিল, আপুনি আৰু আগোৱাই যাওঁক, ভগবানে আপোনাক সহায় কৰক।
Jay shree ram
..jay aai axom ..
Joy shree Ram 🙏🙏🙏
Bohut. Val. Lagil. Dada. Vidio. Tu. Sai.
বহুত ধন্যবাদ ।ভি ডিঅটো চাই বহুত ভাল লাগিল।
JAI SHREE RAM 🙏
Bhukhan daa always legend.
No1 dimpu
No 2 bhukhan
Dutai akdam khundar very nice
Bhut val lagil apuner video sai bhut dhanyawad
Jai Hanuman 😊
দাদা ৰামে বনোৱা শিলৰ সাঁকোটো দেখাব বহুত মন আছে চাবলৈ ❤❤
Val lagil sai...mojja❤
Bht vl lagil bro apunar video tur. Dara nadakha Ramayan r bastobor video dakha palu 🙏
Jay barjarangbali 🙏jay shree ram
নিজকে পণ্ডিত বুলি ভবাৰ কাৰণে আপোনাৰ আজি views নহা হৈছে 🤣
🙏🙏🙏 Bohut besi vl lagile si.2mr karne bohut nedekha thai bilak dekha palu. Thanks .agoloi o dekhai jaba buli akha thakile.aru vl houk 2mr . Aru aguwai juwa 2mi tare kamna krilu🙏
সচাঁকৈ ভুষন ভাইটী তুমি বহুত কষ্ট কৰিব পাৰা।অসমৰ এজন খুউব Active utibar শাৰীত সদাই থাকিবা।
Jai shree Ram ❤❤❤ jai aii Axom ❤
Bhukhon da aponar shri Lanka r Ramayan r kotha jani hosake bohut val lagise + aponar bekgrund music tu eman val lagise
Video tu sai bohut val lagil 👍👌♥️♥️♥️
Bhal.lagise bhukhan tumar antorikta dekhi .ami xadai saport kru .❤
দেখি ভাল লাগিলে আপোনাক আন্তৰিকতাৰে ওলগ জনাইছোঁ আগুৱাই যাওঁক শুভেচ্ছা জনাইছোঁ
Eman bhal bhal video banai dekhuwai thaka karane dhanyabad.
Explore more and more....Almighty God will help you Bhukhon
বহুত বহুত ধন্যবাদ। তোমাৰ ভিডিও যোগেদি আমি নেদেখা ঠাই দেখিবলৈ পোৱাৰ বাবে। আৰু এনেকোৱা ভিডিও দিবা বুলি আখাঠাকিলে।