আধৰুৱা আশা | REDFM LOVE STORY BY RJ PAHI |

Поделиться
HTML-код
  • Опубликовано: 3 окт 2024
  • Red FM Love Story by RJ Pahi is just not only a weekend show, it is roller coaster ride of emotions. Enjoy real love stories by real people with a beautiful narration by RJ Pahi. This show is weaved with love and drama. A two hours beautiful journey of love, emotion, jealousy, heart break, longing and hope. Every weekend Saturday 9-11 PM and Sunday 7-9 PM. Let's get lost in love together.
    Follow RedFM Assamese Social Media:
    / redfmassamese
    / redfmassamese
    ___________________________________________________
    Now Enjoy your favorite show on the Red FM India App.
    Download NOW: bit.ly/redfmapp
    Connect with us at our social media handles
    Facebook: / redfmindia
    Twitter: / redfmindia
    Instagram: / redfmindia
    RUclips: / 935redtv
    Telegram: t.me/redfmindia
    Clubhouse: www.clubhouse....
    Follow your favorite RJ's at: www.redfmindia...
    Follow RJ Pahi :
    / rjpahi
    / rjpahiassam
    Follow RJ Kuldeep :
    / rjkuldeep_
    / rjkuldeeep
    Follow RJ Pallavi :
    / radiojockeypallavi
    / rj_pallavi_official

Комментарии • 357

  • @RedFMAssamese
    @RedFMAssamese  10 месяцев назад +15

    1.আপোনাৰ বয়স ১৮ বছৰৰ ওপৰত হ'ব লাগিব ।
    2. আপোনাৰ কাহিনীটোয়ে কোনো ধৰণৰ হিংসাত্মক অথবা অপৰাধমূলক কাৰ্যকলাপক উৎসাহিত কৰিব নালাগে।
    3.কাহিনীটো সামাজিকভাৱে গ্ৰহণযোগ্য হ'ব লাগিব।
    4. গোপনীয়তাৰ বাবে আপোনাৰ সঙ্গীৰ নাম সলনি কৰা হ'ব।
    5.এবাৰ কাহিনীটো সম্প্ৰচাৰ হোৱাৰ পাছত delete কৰা নহ'ব। আপোনাৰ চিঠিখনেই ইয়াৰ সন্মতিপত্ৰ হিচাপে গ্ৰহণ কৰা হ'ব ।
    আপোনাৰ কাহিনীটো লিখি post কৰক Red FM Office, Jupitara Palace 1st Floor ,ABC, GS Road, Guwahati, 781005
    .
    .
    .
    If you want to share your Love Story kindly follow the below instructions
    1. You must be above 18years
    2. Your story should not highlight violence or criminal case
    3. The story should be socially acceptable
    4. Your partner name will be changed for privacy.
    5. Once story is broadcasted will not be withdrawn. Your letter is your consent
    Write you story and post it to
    Red FM Office , Jupitara Palace 1st Floor, ABC, GS Road Guwahati 781005.

    • @mitalithakuria1393
      @mitalithakuria1393 10 месяцев назад +1

      😊

    • @juntikaman
      @juntikaman 10 месяцев назад

      77799p

    • @anjudoley
      @anjudoley 10 месяцев назад

      😢

    • @rupabegum2017
      @rupabegum2017 10 месяцев назад

      Ba mr ghr me ghr gowahatit nhii...moi msgr joriote apunr agt me story to share kribo bisaro

    • @rupabegum2017
      @rupabegum2017 10 месяцев назад

      Plzz help me ..moi kenkoi mr stroy to dio

  • @dibyajyotikalita5092
    @dibyajyotikalita5092 10 месяцев назад +14

    এইবোৰ হৈছে ভালপোৱাৰ নামত আৱৰ্জনা।।।।।। ৰাজা ভাই ভালে থকা তুমি

    • @Mumumou2006
      @Mumumou2006 5 месяцев назад

      Nd that girl too jar lgt pravin relationship t asil...😂😂😂ki story baru eibur che che

  • @priyankasaikia5302
    @priyankasaikia5302 10 месяцев назад +130

    ৰাজা মোৰ boyfriend ৰ best friend,,,,,but ৰাজা বহুত সলনি হৈ গৈছিল,,,, আজি বুজিলো,,,,, BF য়ে মোক প্ৰায়ে কয় ৰাজা gayeb হৈ গ'ল,,, ফ'ন নাপাওঁ মেছেজ নাপাওঁ,,,,,,, বহুত দুখৰ status বোৰ পাইছিলো তাৰ,,,,, আজি বুজিলো 😢😢,,, 😢😢😢but,,,,,, তোমাৰ ভুল আছিল বৰ্নালী বা,,,, তুমি কাক ভাল পোৱা সেইটো চোৱাতকৈ তোমাক কোনে ভাল পায় সেইটো চাবা,,,,, তুমি বিশ্বাসঘাটকতা কৰিলা ৰাজাক 😢

    • @manabdeka6509
      @manabdeka6509 10 месяцев назад +3

      Kiy anakuya kara najanu 😢😢

    • @mrmanoj2668
      @mrmanoj2668 10 месяцев назад +2

      Xuwali bore kio aneku Kore najanu😢

    • @Aradhan378
      @Aradhan378 10 месяцев назад +3

      Bay apunar love story shear nakarene aru please raja dak tewr love story Tu shear karbo kabo please🙏🙏🙏🙏🙏🙏🙏

    • @sanghigai834
      @sanghigai834 10 месяцев назад +5

      Prem kora najai hoi jai..

    • @ManabManabkalita
      @ManabManabkalita 10 месяцев назад +4

      Xasa vl puwa nai aji kali

  • @Pooja_senapati
    @Pooja_senapati 10 месяцев назад +11

    তুমি ৰাজাক কষ্ট দিয়াৰ বাবে তুমিও সেই কষ্ট পালা ।। তুমি ভূল আছিলা ব‌নালী ।। আনক দুখ দি কেতিয়াও সুখী হ'ব নোৱাৰে কোনো।।

  • @jitumonirabha5287
    @jitumonirabha5287 10 месяцев назад +43

    ৰাজাৰ দৰে পৰিস্থিতি জোনে আছে সেই জনে বুজিব ৰাজাৰ কষ্ট 😢আৰু বৰ্নালী দৰে ছোৱালীৰ কাৰণে কাৰোবাৰ মুখৰ হাঁহি নহোবা হৈ যায়

    • @simonsal
      @simonsal 10 месяцев назад

      Raja nd mur same hol o

    • @gogoi__
      @gogoi__ 8 месяцев назад +2

      Umm aky mur logot hol 😢🥺

    • @DharitriDas-s6x
      @DharitriDas-s6x 3 месяца назад

      এনেকোৱা লৰা ও আছে মোৰ লগতো হয়ছে ৮ বছৰ সম্পৰ্ক ৬ মাহ আগতে শেষ হয়ছিলে এতিয়া সেয় ছোৱালী জনিক আঙুঠি pendala .নাজানো কিয় মোক এনেকোৱা কৰিলে উওৰ আজিও নাপালো .মই নিজে সলনি হয়লো kinto পাহৰিৱ পৰা নাই move on হৱ পৰা নাই 😢

  • @brahmastramusic992
    @brahmastramusic992 10 месяцев назад +9

    Idk what others say but pahi baa enekua story aru share koriba because etu e society r reality hodai sweet love stories hunile nohobo harsh reality o janibo lagibo

  • @seemantabasumataryseemanta1154
    @seemantabasumataryseemanta1154 10 месяцев назад +13

    প্রেম মানে চাগে সকলো মিছা... এটা সম্পৰ্কত থাকি আন এটা সম্পৰ্কত কেনেকৈ সোমাব পাৰে...

    • @Medico_600
      @Medico_600 10 месяцев назад +1

      Nijor character herai pelua lora swali a tenkua kore 😑 jar jenekua soritro tar tenkeua kormo😊

    • @dbtravelvlog4461
      @dbtravelvlog4461 10 месяцев назад

      Umm anekuwa suwali aru lorak. Bonri aru .bonora buli koi

  • @sourabhjyotiboro6113
    @sourabhjyotiboro6113 10 месяцев назад +48

    Pahi baa anekuwa love story next time hunibo nibisaru.....please don't share love story like this 🙏🏻

  • @bastobborah48
    @bastobborah48 10 месяцев назад +10

    এনেধৰণৰ প্ৰেমৰ বাবেই বিশ্বাস কৰিবলৈ দিগদাৰ পাহী বা... মই এটা ৯ বছৰীয়া প্ৰেমৰ সম্পৰ্কত আছোঁ... আমাৰ ১১ বছৰীয়া চিনাকী... বহু ঘাত-প্ৰতিঘাত আছে... এদিন লিখিম |

  • @utdeepkumar1210
    @utdeepkumar1210 10 месяцев назад +18

    আজিৰ Love Story টো শুনি কাণেৰে তেজ ওলাব বাকী ।
    I Hope Aru Anekowa Story Jate Xunibo Napao🙌🙌

  • @moyuri9503
    @moyuri9503 10 месяцев назад +10

    বহু অপেক্ষাৰ অন্তত, পাহি বাৰ মাতত ভাল লগা ভাল পোৱা বোৰ...❤😍

  • @জীৱনৰৰংবিচাৰি
    @জীৱনৰৰংবিচাৰি 10 месяцев назад +21

    ছোৱালী জনী বনৰ পক্ষী আৰু ল'ৰা to বনৰা কেলা এটাই গম পালোঁ প্রেম মানে ভলুকা বাঁহ 😎👏

  • @Medico_600
    @Medico_600 10 месяцев назад +18

    পাহি বা request কৰিছো তোমাক 🙏 এনেকোৱা story বোৰ upload নকৰিবা।

  • @trishnabora1314
    @trishnabora1314 10 месяцев назад +24

    প্ৰেম প্ৰাৰ্থনা আৰু সেইবাবেই ই পবিত্ৰ। দুটা আত্মাক কষ্ট দি কেতিয়াও তেওঁলোক সুখী হ'ব নোৱাৰে। ভালপোৱাক আচলতে সন্মান কৰিব নাজানে তেওঁলোকে। নিজৰ অভিজ্ঞতাৰ পৰা কৈছো এনেকুৱা কৰিব নাপায় কাৰণ নিজৰ ভিতৰৰ চাকিগছি নুমাই গ'লে কিমান কষ্ট পাই সেয়া কেৱল কষ্ট পোৱাজনেহে বুজে। প্ৰেম সদায় পবিত্ৰ। ইয়াত কেৱল কিছুমান মানুহে দাগ সানে।❤

  • @maina097
    @maina097 10 месяцев назад +4

    বৰ্ণালী বিশ্বাস কি আগতীয়াকৈ শিকি লোৱা নিজক অলপ time দিয়া আমাক সকলোকে ভাল পোৱা লাগে জীৱন ত আগুৱাই যাবলৈ আৰু আমি পাইও হেৰুৱাই দিও।
    তুমি যিখিনি আঘাত পইচা সেই খিনি ৰাজা/ সেই ছোৱালী জনিও বহুত বেছি আঘাত পাইছে ।।
    এতিয়া নিজক শুদ্ধ কৰা জীৱন ত আগুৱাই যাবলৈ চেষ্টা কৰা অকল ভাল পোৱা ত লাগি থাকিলেই নহব ।।
    Wish you all the best
    তুমি পাৰিবা 🎉সকলো কথা বাদ দি এতিয়া নিজক time দিয়া ঘৰৰ মানুহক time দিয়া জীৱনটো বহুত ধুনীয়া হব ।।

  • @nilutpolboruah9260
    @nilutpolboruah9260 10 месяцев назад +58

    এইবোৰক প্ৰেম নকয়,খজতি বুলি কয়। এনেকুৱা প্ৰেম কাহিনী আৰু যাতে প্ৰকাশ নকৰে পাহি বা🙏

  • @rdassam9458
    @rdassam9458 10 месяцев назад +17

    দুটা relettionship চলোৱা মানুহৰ ওপৰত বহুত খং উঠে কাৰণ মই নিজে ভুক্তভোগি 😢😢

  • @ankurdutta9081
    @ankurdutta9081 5 месяцев назад +1

    বৰ্ণালী চৰিত্ৰ বেয়া।প্ৰবীণ এটা ভুবুলা.ৰাজাক দিয়া কষ্ট খিনি দুদিন দেৰি কৈ হলেও পালে বাৰু শুনি ভাল লাগিল।ৰাজা দিন ভাল আছিল কাৰণ তাই দৰে এজনী নি জীৱনটো শেষ নকৰিলে নিজৰ।

  • @dhritimankalita2083
    @dhritimankalita2083 10 месяцев назад +8

    সপোন বোৰ দেখায় কিয় যদি সম্পূৰ্ণ কৰাব নোৱাৰে আধৰুৱা কৰি যায় সম্পৰ্কবোৰ প্ৰেম আহে ঠিকে কিন্তু ধুমুহা হৈ আতৰি যায় কিন্তু বৰ্নালী আৰু প্ৰবীন ভুল তোমালোক দুইটাৰে এইটো ঠিক নকৰিলা ৰাজাৰ লগত অন্যায় কৰি কাৰোবাৰ হৃদয় আৰু সচা ভালপোৱাৰ লগত খেলিলা ।

    • @mrmanoj2668
      @mrmanoj2668 10 месяцев назад

      Right 👍 bro

    • @pulenbarman7761
      @pulenbarman7761 10 месяцев назад

      Right bro 👍

    • @Medico_600
      @Medico_600 10 месяцев назад +2

      Thik koisa … besike swali jonir bhul jodi tai nij morji re prabin or kakh nujua hole prabin a chance napai aeibur aru anu swali a jodi chance nidie lora a patta ketiau lbo nuaru

  • @MGHimanta
    @MGHimanta 10 месяцев назад +3

    অচিন আকাশৰ তুমি এটি চিনাকি তৰা যেন । শব্দবিহিন কবিতাত তুমি অৰ্থৰে ভৰা যেন । প্ৰতিটো সপোনত মোৰ ,তুমি আঁকোৱালি ধৰা যেন । সময়ৰ শেষ অধ্যায় টো তুমি মোৰ হৈ ৰোৱা যেন

  • @nccabinash6337
    @nccabinash6337 10 месяцев назад +22

    চৰকাৰী চাকৰিৰ বাবে এইবিলাক ভুল হব এ ।। অসমীয়া বিভাগৰ শিক্ষক যে 😂 ভাল‌ দৰমাহা পায় ।। প্ৰবিন যদি কোম্পানীত কাম কৰা লৰা হ'ল হয় তেতিয়াহলে এই ভূল নহ'ল হয় 😂

  • @ejazexperiment7190
    @ejazexperiment7190 10 месяцев назад +6

    তাই কাকো ভালে পোৱা নাছিল। আচল কথাটো এই যে তাৰ চৰকাৰী চাকৰি আছিল আৰু তাই তাৰ চাকৰিটো দেখি বহুত সপোন দেখিছিল। সেই কাৰণে সি বাদ দিয়াত তাইৰ বহুত কষ্ট পাইছি 😂

  • @imranshah3110
    @imranshah3110 10 месяцев назад +1

    লৰা তেনেকুৱা থাকে কিছুমান। আৰু সেইটো স্বাভাৱিক। কিন্তু ছোৱালী যদি বৰ্ণালীৰ নিচিনা হ'লে পৃথিৱী ধ্বংস হ'বলৈ বেছি দিন নালাগে। কাৰণ ভগবানে ছোৱালী ক সংযম তথা ধৈৰ্য শক্তি বেছিকৈ দিছে।

  • @sangitadeka7153
    @sangitadeka7153 10 месяцев назад +4

    বেলেগক দুখ দিলে নিজেও দুখ পাই সেইয়াই হ'ল বৰ্নালীৰ লগত।।। ৰাজাক দুখ দিওতে ভাবিছিল নে তেওঁ কিমান কষ্ট পাব পাৰে বুলি।।এইবোৰক জানো প্ৰেম বুলি কয় 🙂কি যে হ'ব।।।

  • @JituTaro
    @JituTaro 10 месяцев назад +1

    Pahi Ba Love Story bur kio Eman deri ke ahe olp xunkale RUclips t aplot dibo sun.❤ Love from Sonapur.❤

  • @jagannath...deka..65
    @jagannath...deka..65 10 месяцев назад +2

    কি কম যি নহওঁক ভগৱানে যি কৰে ভাল কৰে দে🎉

  • @ManashjyotiDeka-zg7kw
    @ManashjyotiDeka-zg7kw 10 месяцев назад

    Enkua story ndbo bht ksto paisu khuni ।। Moi etia eta mdahi Holu aru sakri u gl ।। Sbbb khkh ❤️❤️ btt ma papa krne jiyaii asu ❤️ 8bsr val pua asl pahi baa ।

  • @Fun76.
    @Fun76. 10 месяцев назад +3

    এইবোৰ আচলতে ধেমালি প্ৰেম,, যৌৱনৰ প্ৰেম,, অন্তৰৰ হব নোৱাৰে, জীৱনত ইঁহতি কেতিয়াও সুখী হব নোৱাৰে

  • @himad1111
    @himad1111 10 месяцев назад +4

    Barnali probin e enjoy korile tmr lgt... ru tmi tar boli hoi khosa vlpua jnk eri dila.... actually karma returns... rajai kandile so tmi kndibo lga hol.... kobo npai bt truth is truth.... nxt jn ketiao tnkua nkora kru lgt... cz ji kora tmi kheye pba... baki happy thka

    • @DaizyHassan-d9g
      @DaizyHassan-d9g 7 месяцев назад

      But probinor janu bhul nasile????????????ei story t sobbot ke besi bhul asile probin or ........

  • @nayanjyotisaikia7751
    @nayanjyotisaikia7751 10 месяцев назад

    Pahi baa, apunar hokolubur kahini moi byostotar majote holeu xhunu.... Lot's of Love pahi ba

  • @archanabarman4043
    @archanabarman4043 10 месяцев назад +3

    এনে কোৱা মানুহৰ বাবে বহুত ৰ জীৱন ধ্বংখ হৈ

    • @moni5939
      @moni5939 10 месяцев назад

      Mar dimpu da 😂

  • @dipakalita9938
    @dipakalita9938 10 месяцев назад +2

    Dada buli vaba jnr lgt enekuwa feelngs ahe nki.. Fatuwa swli.. Eaiborstory ndba... Mr love story dibo mn.. Bt biya thik howar pisdinai moi share krim... Wait kri aso khei din2 loi

  • @dhunisaikia2590
    @dhunisaikia2590 10 месяцев назад +1

    প্ৰেম অনুভৱ হে কৰিব পাৰি ❤😢 ভাল পোৱা মানে সদায় ভাল পোৱা জনক লগ ৰাখিব পাৰিম আচলতে তেনেকুৱা নহয়।

  • @gangster7464
    @gangster7464 10 месяцев назад +14

    ৰজাক গাজা দি পবিনৰ লগত লিলিমাই 😂 ওচৰতে পাইছে অাৰু 😅

    • @moni5939
      @moni5939 10 месяцев назад

      Mar dimpu da 😂

    • @bijoy4524
      @bijoy4524 10 месяцев назад

      Mr raja

  • @hemantapatar3992
    @hemantapatar3992 9 месяцев назад +1

    শালিকা প্ৰেম বুলি কয় ইয়াক। আমি জানো প্ৰেম কাক কয়, যত নেকি ৪-৫ বছৰ ধৰি তাইৰ কাৰণে অপেক্ষা কৰি আছোঁ

  • @Sanbir_15
    @Sanbir_15 10 месяцев назад +10

    Best Example : 5G(Generation)
    Meaningless love ( Barnali & Prabin )

  • @RanjitDas-f2j
    @RanjitDas-f2j 10 месяцев назад +3

    পাহি বা‌ xeii Raja jon moi ,,,,সপোন বোৰ সপোন বোৰে হৈ পৰিল ,,মই তাইক আকৌ বুকুত নললো ,,,নগাওঁৰ লৰা জন মই ,,,নাম বোৰ বেলেগ কৈ দিলে ,,

    • @Priyashigogoi-xh7kq
      @Priyashigogoi-xh7kq 3 месяца назад

      Vl krla tmoi,,,,, thgrmi mnhr pra hdai atri thkbo lgee....si emn bea u thke ne mnhh

  • @Phaguninath
    @Phaguninath 10 месяцев назад

    এইটো love story নামত দিয়াতকৈ, বিশ্বাসঘাটক story বুলি নাম দিব লাগিছিল।
    পাহি বা এনেকুৱা story বোৰৰ কাৰণে বিশ্বাসঘাটক story নামত এটা চেনেল খুলিব।
    চিঃ বৰ্ণালী তুমি বুজিয়ে নোপোৱা ভাল পোৱা কি
    তোমাৰ প্ৰতিটো ভুল ভুল নহয় পাপ হৈ
    3টা জীৱন শেষ কৰি দিলা
    Last পাহি বাৰ কথা খিনীয়ে মন চুই গৈছে
    Love you পাহি বা❤️

  • @krishtikangkana939
    @krishtikangkana939 10 месяцев назад +24

    এইয়া প্ৰেম হব নোৱাৰে.. ইয়াত বৰ্ণালীৰ স্বাৰ্থ লুকাই থকা যেন লাগে.আৰু তাই বহুত চঞ্চল মনৰ ছোৱালী ...

    • @simonsal
      @simonsal 10 месяцев назад

      Same name same Kam mur joniu korile o

  • @vreegudekavlog4773
    @vreegudekavlog4773 10 месяцев назад +3

    Love From Mangaldoi Ba 🥰🤗❣️
    বৰ্ণালী বা তুমি নিজে টো পাগল হৈচা ই বাকী কেইজনক ও পাগল কৰি দিচা 😤

    • @moni5939
      @moni5939 10 месяцев назад

      Mar dimpu da 😂😂😂😂

  • @Nitusvlogandkitchen
    @Nitusvlogandkitchen 10 месяцев назад

    Pahi ba tumr story bur huni bht val paw kin2 anakwa story a mon2 bea kori dia parila anakwa story bur share nkoriba baa plzzz and love you pahi baa❤❤❤

  • @meghaligam1627
    @meghaligam1627 7 месяцев назад

    এটা relationship ত থকাৰ পাছতো আনৰ মাজত সোমাব চেষ্টা কৰিছে । চেষ্টা কৰিছে কৰিছেই share ও কৰিছে সমাজত। বৰ্ণালী আৰু প্ৰবীন দুয়োৰে ভুল আছিল। কিন্তু প্ৰবীন ৰ মগজ তো মানিব লাগিব বিয়াৰ কথা পাতিম বুলি কৈ ওলোটা বৰ্ণালীকে ফছালে 😅। But... বৰ্ণালী তোমালে এটা কথা তুমি যদি আজি ৰাজাৰ সতে loyal হৈ থাকিলা হয় আজি তোমাৰ এনে দহা নহল হয়। পিছে একো নাই যিহেতু ভুল হলেই তাক তুমি accept কৰিবই লাগিব । And সকলো বোৰ বেয়া সময় পাহৰি আগুৱাই যোৱা। I hope all good now.all the best.❤

  • @rupshreebora7463
    @rupshreebora7463 10 месяцев назад +2

    এনেকুৱা ছোৱালী লৰা কাৰণে টো ভাল এটা সম্পৰ্ক হেৰাই যায় যি এটা সম্পৰ্কত থকা পিছতো ভুল কৰি আছে,, আনক দুখ দিছে আৰু সিহঁত ও দুখ পাইছে।। এনে হোৱা বাবে বিশ্বাস নামৰ শব্দ টো হেৰাই যাব ধৰিছে। আজি ইমান বছৰে বহুত শুনিলো স্তৰী কিন্তু এনেকুৱা পাগল প্ৰেমিক প্ৰেমিকা দেখা নাই।

  • @munmidevi6863
    @munmidevi6863 10 месяцев назад +4

    Barnali tumi definitely vul...kintu kunuba khinit amr emotions r uport control nathake.. xeikaronei Tumi eibur korila...bht r hy enekua tumi express korisa bht e nkre...n prabin r o bht vul ase.....by the way vul manuhei kore xomoy ase nijok thik kora...eibur actually lv nhy physical attraction...

  • @rjfamilyvlog5683
    @rjfamilyvlog5683 10 месяцев назад +1

    Right

  • @enamulhoque650
    @enamulhoque650 10 месяцев назад +2

    Manuhok bishas kora loi doubt kora tmi nu kiman val? agor bf k cheat kora.. Karma hit back and more to go. God is great, Tmr aru bohut herabo baki ase just wait and see Bornali

  • @lakhyataye8852
    @lakhyataye8852 10 месяцев назад +2

    Story tu kintu Naughty Americat k kom nhoi ako deii😂😂..

  • @biswajitkumar323
    @biswajitkumar323 Месяц назад

    প্ৰবীণে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে

  • @monikonch279
    @monikonch279 10 месяцев назад +4

    অপেক্ষা💗🥺

  • @manaspratimkalita2161
    @manaspratimkalita2161 10 месяцев назад +2

    "Karma hits back "

  • @nayangaming9155
    @nayangaming9155 10 месяцев назад +2

    Ba tumar mat tu bor bhal lage😊😊😊❤❤❤

  • @riderrajdeep5228
    @riderrajdeep5228 10 месяцев назад +1

    Wait

  • @udayjyotibora7561
    @udayjyotibora7561 10 месяцев назад +1

    কলি যুগৰ প্ৰেম

  • @rupabegum2017
    @rupabegum2017 10 месяцев назад

    Mr stroy to share kribo bisaro ba ❤ kenkoi krim mr ghr gwt fb ni mr..kenkoi dio apunk...me story to bht besi interesting hoi ba

  • @sarabjandeorimajuli
    @sarabjandeorimajuli 10 месяцев назад +1

    Eta kotha confirm j bornaliye prabin k sakori dekhi vl paisile..eyat .bornali eyat swartho jorito hoi ase...karubak dukh di tumi ketiyau hantit. Thakibo nuware..

  • @pikipiku
    @pikipiku 10 месяцев назад +3

    বৰ্নালী❌
    বনৰী✔️

  • @dhirajkumardas2055
    @dhirajkumardas2055 10 месяцев назад +3

    পাহি বা এই love story tই বুজাইছে কি । ভুল কাৰ জানি বুজি ভুল কৰিছে । ইয়াতকৈ বেয়া শাস্তি পাব লাগিছিলে এনেকুৱা চৰিত্ৰবান মানুহে ।ভাল নালাগিলে শুনি আজিৰ story t ত ।বহুত ডাঙৰ দোষ কৰিছে ভুল নহয়। মই ভালদৰেই বুজাবলো হেঁতেন মই লগ পালে।।

  • @RijumoniKalita-j1h
    @RijumoniKalita-j1h 5 месяцев назад

    বৰ্ণালী তুমি আন এটা ছোৱালীৰ ৮ বছৰীয়া ভালপোৱা কাঢ়ি আনিব খুজিছিলা বাবে তোমাৰ আজি কোনো নাই। তোমাৰ লগত কোনো থাকিব o নোৱাৰে😢

  • @BhagirathBarman-rc3rk
    @BhagirathBarman-rc3rk 10 месяцев назад

    Pahi ba tumar mukhere love story bilak suni bohut val lage❤❤❤

  • @ringkuahmed6204
    @ringkuahmed6204 10 месяцев назад

    কাহিনী টো একো বুজিই নাপালো .......😮 এনেকুৱা কাহিনী প্ৰকাশ নকৰিবা 😢 🙏

  • @Damsel960
    @Damsel960 10 месяцев назад +8

    Balor bhal pua ihotor 😂😂etuk bhl pua nokoi o bupaihot cheat kori blgr lgt lelai thka buli koi, duyutake dui gale dui sor bohabo he mon goise🤣

  • @ilovemynalbari9589
    @ilovemynalbari9589 10 месяцев назад +1

    I ❤❤❤❤ pahi

  • @bishwadas6267
    @bishwadas6267 9 месяцев назад

    Val loga love story ❤

  • @mridulmunuthakuria2468
    @mridulmunuthakuria2468 10 месяцев назад +5

    ৰাতি লিলিমাই ভালে চলিছিল নঃ 🤣🤣🤣🤣

  • @khushisaikia1653
    @khushisaikia1653 10 месяцев назад +3

    Bornali tumi bohut vul korisa olp jodi vabi sala hoi aji raja tumar logot thakil hoi kar majot kajiya nohoi kua . pobin aru tumak xokula dada vonti buli vaba aru tumaluka u . atiya kuna dada vonti buli vabib kua .tumak kintu bohut bea paisu balakot 8years vall pua majot kumaisa tumi aru pobin tumi tu ajon teacher n tumar laj loga nai vontik vall pua kotha vabibola

  • @udayjyotibora7561
    @udayjyotibora7561 10 месяцев назад

    কলি যুগৰ প্ৰেম

  • @udayjyotibora7561
    @udayjyotibora7561 10 месяцев назад

    কলি যুগৰ প্ৰেম

  • @jyotibarman9196
    @jyotibarman9196 10 месяцев назад

    Mja tenekuway lage tumak

  • @DaizyHassan-d9g
    @DaizyHassan-d9g 7 месяцев назад

    Sobbei eyate najanu kaak bhul buli koise but moi manu ejoni suwali eta relationship ot thaki belegor bhalpuwa nibichare....bornali aru rajar bhalpuwat kiba nohoi kiba kami toh asilei jar babe bornali belegor bhalpuwa bicharibo logia hoise..kintu iyate probinor he besi bhul asile hi ji ki nohouk khi tu etiya happy asei..i think bornalik o rajai akowali lobo lage aru past pahoribo lage..aji jodi bornali enekoi mori gole hoi tetiya sobbei tair karone kandile heten..aru jiyai ase babe bhul buli koi ase !!!!this is great truth of human being 😅Bhul toh manuhei koribo aru hokolu bhulore kiba nohoi kiba solution thakei so wait bornali , tumar life eu tumak edin hukhor ghor dibo...

  • @hrishirajphukon889
    @hrishirajphukon889 10 месяцев назад +5

    পথাৰত ফুৰিব গৈছে guys 😂

  • @riturajstudio1071
    @riturajstudio1071 10 месяцев назад +1

    Sorry.. Moi ankua love story val npau. Ankua ajonok protarona kri aan ajonok valpabo bisorak Prem buli kobo nuaru. Moiu aji apunr matot first time adhorua akhar love story tu adhorua k xunilu, xompurno xunibo nuarilu.. Sorry 🙏🏼🙏🏼

  • @manashsaikia5926
    @manashsaikia5926 10 месяцев назад

    New Generation 🙂

  • @nilasishgoswami1590
    @nilasishgoswami1590 10 месяцев назад

    Hiii Pahi baa, I am from kolkata,but I love to listen your story. Mujhe ek question tha,agar main bengali/hindi main latter veeju th kea app wo read karogi??? @pahi

    • @Manuhhoi
      @Manuhhoi 10 месяцев назад

      Why not

  • @sagarikadas1491
    @sagarikadas1491 10 месяцев назад

    Pahi baa It's a request এনেকুৱা কাহিনীবোৰ আগলৈ upload নকৰিব।

  • @bsgamer244
    @bsgamer244 6 месяцев назад

    ❤❤

  • @jagannath...deka..65
    @jagannath...deka..65 10 месяцев назад +3

    মোমায়েৰ ৰ লগত প্ৰেম, কি আচৰিত 🙄🙄

  • @Cabincrewgayatri2001
    @Cabincrewgayatri2001 10 месяцев назад

    No words

  • @DharitriDas-s6x
    @DharitriDas-s6x 3 месяца назад

    মোৰ ৮ বছৰ সম্পৰ্ক দুয়ো জনক মই বহুত বুজাছিলো Kinto নোবুজিলে শেষত মই নিজে আতৰি আহিলো

  • @Abinash12343
    @Abinash12343 10 месяцев назад

    সুন্দৰ

  • @hemantapatar3992
    @hemantapatar3992 9 месяцев назад

    এটা অনুৰোধ, এইবোৰ কাহিনী প্ৰকাশ নকৰিব। প্ৰেমৰ মহত্ব বুজাবোৰে দুখ পাব, কাৰণ এইটো কেতিয়াও Love story হ'ব নোৱাৰে।

  • @amarjitdeori4194
    @amarjitdeori4194 10 месяцев назад

    এনে ধৰণৰ লাভ ষ্টৰি শুনিব নিবিচাৰোঁ পাহী বা

  • @dilipbaro9655
    @dilipbaro9655 10 месяцев назад

    Nyc love story

  • @Manoranjan_deka_
    @Manoranjan_deka_ 10 месяцев назад +1

    Wating ❤🥺

  • @jyotishmangoswami98
    @jyotishmangoswami98 10 месяцев назад +14

    Worst Love story I have ever heard

  • @sbgamer2305
    @sbgamer2305 10 месяцев назад +1

    Rajar dore same problem Mur lgt hoise 😔😔

  • @ilovemynalbari9589
    @ilovemynalbari9589 10 месяцев назад

    I miss you

  • @shivani3813
    @shivani3813 9 месяцев назад

    Pahi baa anekuwa story aru nidibo please🙏

  • @jugalkalita4104
    @jugalkalita4104 6 месяцев назад

    প্ৰবীণ শিক্ষকৰ নামত এজন কলংক হয়।। ছোৱালী জনিৰ কথা নকওঁ আৰু।। বহুত বেয়াকৈ ওলাই যাব।
    পাহি বা এনেকুৱা কাঁহানি আৰু নপঢ়িব বুলি আশা কৰিছোঁ

  • @krishnakantalahon6167
    @krishnakantalahon6167 10 месяцев назад +1

    অন্তৰখন বহুত বহল চাগে...!😂এটা Boyfriend থকা পিছতো, এজনী Girlfriend থকা পিছতো তৃতীয় এজনৰ লগত লিলিমাই। 😅😅💔কি নাম দিম এই ভালপোৱাক?? 😂😂😂

  • @Unspokenwords529
    @Unspokenwords529 10 месяцев назад

    Love from karnataka ❤

  • @rubisarma7450
    @rubisarma7450 10 месяцев назад +1

    Anekuwa 3dr class suwali o thaki neki ? Suwali namot kalima hanise tai.. mor a gali dibo mon goise

  • @mainacreation6296
    @mainacreation6296 10 месяцев назад

    এই love story টোৰ porai atai bujilu loratu sorittou be aru swali joni sorittou bea hihote ga khojuti maribo he anekua kori ase

  • @SiddharthGogoi-m6d
    @SiddharthGogoi-m6d 10 месяцев назад +1

    Joldiii baaaa

  • @sangeetasonar3178
    @sangeetasonar3178 9 месяцев назад

    Actually apuni manuh sinibo nwarile birnali ba..June apunak imn vl paisile tauk apuni ari dile..aru june apunak..sarthor karone vl paisile .tk ha apuni..😔

  • @lela_gaming5678
    @lela_gaming5678 10 месяцев назад

    New experience

  • @AVNiYoutubeFamily
    @AVNiYoutubeFamily 9 месяцев назад

    Mur mama ghoru nagaon or porunigudam ot

  • @DipiNath-l3o
    @DipiNath-l3o 10 месяцев назад

    Ksshi n dpika❤❤

  • @birenkhodal8889
    @birenkhodal8889 10 месяцев назад

    I love you pahi ba...❤

  • @Krishnakantaray-s3x
    @Krishnakantaray-s3x 9 месяцев назад

    Anekua story nokolei Val pam agoloi

  • @simangsrisimangsribasumata3634
    @simangsrisimangsribasumata3634 8 месяцев назад

    Bornali tumi tarei juigyo