শব্দবিহীন || REDFM LOVE STORY BY RJ PAHI
HTML-код
- Опубликовано: 22 янв 2022
- Presenting another love story by RJ Pahi.
Subscribe to the channel for more of such videos.
Send us your love story at the following address in the form of letters.
Address : Red FM Office, Jupitara Palace 1st floor ABC GS Rd Guwahati 781005.
WE DO NOT ACCEPT IT ON OUR WHATSAPP NO. OR MAIL
এতিয়াৰ পৰা Love story mail অথবা WhatsApp যোগে গ্ৰহণ কৰা নহয়। Love story পঠিয়াবলৈ আপুনি চিঠি লিখি তলত উল্লেখিত ঠিকনাত পোষ্ট কৰক ।
Red FM Office, Jupitara Palace 1st floor ABC GS Rd Guwahati 781005.
#LoveStoryWithRJPahi
___________________________________________________
Now Enjoy your favorite show on the Red FM India App.
Download NOW: bit.ly/redfmapp
Connect with us at our social media handles
Facebook: / redfmindia
Twitter: / redfmindia
Instagram: / redfmindia
RUclips: / 935redtv
Telegram: t.me/redfmindia
Clubhouse: www.clubhouse.com/club/red-fm...
Follow your favorite RJ's at: www.redfmindia.in/
Regional Red FM RUclips Channels -
/ bauaaredfmindia
Follow RJ Pahi :
rjpahi
redfmrjpahi
Follow RJ Mandy :
rjmandys
RedfmRJMandy
Follow RJ Kuldeep :
redfm_rjkuldeep
redfmrjkuldeep
বহুত ধুনীয়া লাগিছে লাভ ষ্টোৰিটো , পাহি বা আপোনাৰ কন্ঠ ইমান ধুনীয়া শুনিলে শুনি থাকিব মন যায় , আগতে ৰেডিঅ'ত শুকুৰবাৰে ৰাতি ৰাতি সদায় শুনি বনলৈ ৰৈ থাকো নতুন নতুন লাভ ষ্টোৰি সেই খিনি সময় ৰৈ থাকো , আজি পৰা প্ৰায় ছয় বছৰ মান আগতৰ কথা , তেতিয়া কলেজ পাচ কৰি ঘৰতে আছিলোঁ , তেতিয়া আজি কালি দৰে ডাঙৰ মোবাইল নাছিল , ৰেডিঅ' শুনিছিলো , এতিয়া মোবাইল যেতিয়াই মন যায় , তেতিয়া শুনিব পাৰি , এতিয়া নিজৰ কাম বিজি তথাপিও সময় উলিয়াই শুনু আৰু বহুত ভাল লাগে , মোৰ লাভ ষ্টোৰিটো এনেকুৱাই ,
অৱশেষত অপেক্ষাৰ অন্ত পৰিল 😌🙂
সচাঁকে পাহি বা, আপোনাৰ মাত ইমান যে ধুনীয়া, শুনিলে শুনি থাকিব মন যায়।
প্ৰেম কি এক আবেগ ,,কি ধুনীয়া এটা সম্পৰ্ক ।এই মধুৰ মিলন ত মইও ভৰি দিছোঁ 2 বছৰ আগৰে পৰা ।" জুন্নো "মোৰ উৎসাহ , মোৰ উখাহ,মৰম,,যাক মই কেতিয়াওঁ হেৰুৱাৱ নোখোজো।তুমি সদাই মোৰ লগত থাকিবা দেই দেহা।i love u so much ।।
আমাৰ নো আও কেতিয়া প্ৰেম হব 🥺🥴🥴🤭 l আন বিলাকৰ কাহিনী শুনি থাকোঁতে গৈছে🥺🥺😷
সুন্দৰ অনুভৱ 💙💙💙💙
Nice story pahi baa 🥰🥰🥰....... bohut dinor murot palu val lagel .....😊😊 hodai dibo sun love story 😇😇😇
Fast like fast view 🙏🥺..... Love you all Gay's. And most important people pahi va.... 💘❤🥺
Pahi ba apuni 🔥🔥🔥🔥 nd love story2 mja lagise ♥️♥️♥️
Heart touching ❤️
বহুত ভাল লাগিছে ❤️❤️❤️
পাহি বা আপোনাৰ মাতটে ইমান ভাল পাওঁ শুনিলে শুনি থাকিব মন যায় বহুত ভাল পাওঁ পাহি বা আপোনাৰ Love story বোৰ শুনি Love you Pahi ba💘💘💘💘
Love From Mangaldoi 🥰🤗❣️
Afer a long time ❤
তুমি সুখী হোৱা জাহ্নবী ♥️ যোৱা বোৰ গুচি গল তুমি আগবাঢ়ি যোৱা জীৱনত
Xodai xunu..aji loise jibnot aha nai..wait kri asu..xunu krn vl lge bht..njr nohole u..kntu ekdin mr jetiya hbo dim sure mi story..carry on kri thakibo baaa❤️
Vl lagil.. ❤️❤️❤️
Love from Goalpara ❣️😍😍
Pahi baa ki kbhr ? Khub hundor hoise love story
Heart touching😌