মোৰ হৃদয়ত মৰহি যোৱা হাষ্ণাহানা তুমি || REDFM LOVE STORY BY RJ PAHI

Поделиться
HTML-код
  • Опубликовано: 25 авг 2024
  • Thank you for being a part of the 10 years celebration of RedFM Love Story. Keep showering the love, we will continue entertaining you with more content on this channel.
    Subscribe to the channel for more of such videos.
    Send us your love story at the following address in the form of letters.
    Address : Red FM Office, Jupitara Palace 1st floor ABC GS Rd Guwahati 781005.
    WE DO NOT ACCEPT IT ON OUR WHATSAPP NO. OR MAIL
    এতিয়াৰ পৰা Love story mail অথবা WhatsApp যোগে গ্ৰহণ কৰা নহয়। Love story পঠিয়াবলৈ আপুনি চিঠি লিখি তলত উল্লেখিত ঠিকনাত পোষ্ট কৰক ।
    Red FM Office, Jupitara Palace 1st floor ABC GS Rd Guwahati 781005.
    #LoveStoryWithRJPahi
    ___________________________________________________
    Now Enjoy your favorite show on the Red FM India App.
    Download NOW: bit.ly/redfmapp
    Connect with us at our social media handles
    Facebook: / redfmindia
    Twitter: / redfmindia
    Instagram: / redfmindia
    RUclips: / 935redtv
    Telegram: t.me/redfmindia
    Clubhouse: www.clubhouse....
    Follow your favorite RJ's at: www.redfmindia...
    Regional Red FM RUclips Channels -
    / bauaaredfmindia
    Follow RJ Pahi :
    rjpahi
    redfmrjpahi
    Follow RJ Mandy :
    rjmandys
    RedfmRJMandy
    Follow RJ Kuldeep :
    redfm_rjkuldeep
    redfmrjkuldeep

Комментарии • 432

  • @smritirekhadeka808
    @smritirekhadeka808 2 года назад +832

    ধন্যবাদ পাহি বা। story টো আপোনাৰ কণ্ঠত শুনি বহুত বেছি সুখী হ'লো। আৰু বুজিলোঁ ভুল যে মোৰেই আছিল ,,সি মোৰ দুৰ্বলতাৰ সুযোগ লৈছিল,,যিটো মই হ'ব দিব নালাগিছিল,,relationship ত থাকোতে উপলব্ধি কৰা নাছিলোঁ,,পিছত হে উপলব্ধি কৰিছোঁ মই যে কিমান ডাঙৰ ভুল কৰি আছিলোঁ ।

    • @kailashbarman4714
      @kailashbarman4714 2 года назад +17

      bht dhuk lageise tumar love story tu xuni

    • @armyboy4346
      @armyboy4346 2 года назад +7

      Val lagil tumar love story. mor ghor o Deomornoi te hoi.

    • @dolybasumatary1598
      @dolybasumatary1598 2 года назад +7

      Pahi baa a thike koise...baa apuni....bare bare ata vul a Kori asily..so kuni baya lagil....by the way May God bless you 🥰

    • @dolidad1341
      @dolidad1341 2 года назад +5

      Beya lagise tumar karne tumar val hobo adin

    • @bikram626
      @bikram626 2 года назад +13

      মোৰ মতে অকল তোমাৰে নহয়?
      তাৰো আছিল ভুল?
      সিও কম নহয়
      যাকে ভাল লাগে তাৰ লগতে relationship ot যাব বিছাৰে
      মজা?😂🙏
      বেয়াও লাগিল শুনি?

  • @Mintu_deka
    @Mintu_deka 2 года назад +16

    ইমান খিনি গম পোৱাৰ পিছত ও ছোৱালী জনি আঁতৰি যাব লাগিছিল তাই জানিব লাগিছিল যে যিজন লৰাৰ তাইৰ প্ৰতি একো এ value নাই.....কিছুমান লৰাবোৰে এনেকুৱা কিয় কৰে লৰাবোৰক মানে এজনী হলে নহয় এ নেকি😔...আৰু এটা কথা ছোৱালী জনি বহুত ভাল পাইছিল নিজতকৈ ও বেছি খেইকাৰণে চাগে এৰিব পৰা নাই so যি হব লগা হল next টাইম তুমি একো ভুল নকবিৰা....by the way পাহি বা তোমাৰ কথাবোৰ বহুত ভাল লাগে.....love from baihata chariali..... কান্দি ললো শুনি😔🥺🥺.... আমাৰ ও বহুত এনেকুৱা হৈছে... মইও নিজেই সৰু হওঁ 2 yrr হল মাজে মাজে কাজিয়া হৈ তথাপিও মই সৰু হৈ কাৰণ এই2 কৰিম খেই 2 কৰিম বুলি কৈ ন 😔😔

  • @Enthusiast_V
    @Enthusiast_V 2 года назад +14

    Although this story is full of her unintentional fault but this story nurtures many of us that-
    1.Uh shouldn't lose ur identity for someone....
    2.Uh can't get dominate by someone so harshly..
    3.Uh shouldn't be blind when uh are in love, uh should know what is right & what is wrong...
    Btw I just want to say uh that SMRITI try to love urself primarily 💌...

  • @manalishadas2421
    @manalishadas2421 2 года назад +67

    আমাৰ হে কলেজত পঢ়ি থাকোঁতে কাৰো লগত প্ৰেম নহল😂😂😁 সকলোকে ভাল বন্ধু বনাই থৈছিলো 😀 আমি এইবোৰ প্ৰেম কি জনাই নাছিলো অকল পঢ়া আৰু ফাল্টু কৰি কলেজ জীৱন শেষ কৰিলো 😁 এতিয়া লগৰবোৰক বহুত Miss কৰো😢 কলেজ জীৱনটো সুখৰ জীৱন ❤

  • @jitualicomedystar7154
    @jitualicomedystar7154 2 года назад +22

    বন্ধুজন ঢুকুৱা সেইখিনি অলপ দুখ লাগিল ... কাৰণ এজন প্ৰকৃত বন্ধুহে জানে বন্ধুত্বৰ মহত্ব। সকলোৰে বন্ধুত্ব আজীবন জীয়াই থাকক তাৰে কামনা কৰিলো। #জীৱন জিন্দাবাদ। বৰলা সন্হা জিন্দাবাদ✊✊।

    • @bikram626
      @bikram626 2 года назад +4

      এজন ল'ৰাই যদি তিনি-চাৰি জনি ছোৱালীক relationship অট্ লৈ থাকে?😁
      কৰ পৰা ৰ্বৰলা হৈ নেথাকিবা?😂
      হয়নে নহয় বন্ধু ?😝

    • @kasabadam3312
      @kasabadam3312 2 года назад +2

      Hoi

    • @jitualicomedystar7154
      @jitualicomedystar7154 2 года назад +1

      @@bikram626 hoi de bhaii 😅😢

    • @himakhiborgohain2881
      @himakhiborgohain2881 Год назад

      @@kasabadam3312 k

  • @Cartoontvha
    @Cartoontvha 2 года назад +18

    সদায় আপোনাৰ মাতত নতুন প্ৰেমৰ কাহিনী শুনিবলৈ প্ৰতি দিনাই আগ্ৰহৰে বাট চাই থাকো ❤️you pahi baa

  • @shikhabanikya4455
    @shikhabanikya4455 2 года назад +17

    সদায় নিজক প্ৰথমে ভাল পাব শিকিব লাগে।।।ভাল পালে বুলিয়ে নিজক বিলীন কৰিব নালাগে।।।প্ৰেম মানে বিশ্বাস।।সন্দেহ নহয়।।।

  • @rinkunath6439
    @rinkunath6439 2 года назад +6

    পাহি ... মই তোমাৰ regular listner..
    But ...আজি মই তোমাৰ এটা কথাই সম্পূৰ্ণ appreciate কৰোঁ..
    মানুহে নিজৰ আত্মসন্মান কিয় ইমান তললৈ নমাই দিয়ে...প্ৰেমক কিয় প্ৰাথমিকতা দিয়ে ...?

  • @user-bx5cx1ef7c
    @user-bx5cx1ef7c Год назад +3

    এনেকুৱা এজনী পাবলৈ কপাল লাগিব।

  • @debajitgogoi9762
    @debajitgogoi9762 2 года назад +7

    পাহি বা মইও আপোনাৰ story শুনি ভাল পাও।মোৰ যেতিয়া প্ৰথম ভালপোৱা হৈছিল,তেতিয়াৰ পৰা।মই সেই ছোৱালী জনীক দুখ নিদিও,কাৰণ তাই মনত ভাল পোৱা সেই ভাৱবোৰ নাছিল।তাই বাবে তিনি বছৰ ৰৈছিলো,কিন্তু নাপালো।মোৰ জীৱনলৈ বহুত আহিছিল বেলেগ,কিন্তু মই তেওঁলোকক একো উওৰ দিয়া নাছিলো কাৰণ মোৰ মন তেওঁ প্ৰতিহে আছিল।একো ভাল পোৱা কি বস্তু নজনা লৰাটোৱে প্ৰথম প্ৰেমত পৰিছিলো।বৰ্তমান ২০২২ৰ ১৫ মাৰ্চ Hs পৰীক্ষা এগৰাকী অচিনাকি ছোৱালী লগ পাইছিলো,তেতিয়াৰ পৰা তাই প্ৰতি ভাল লগা হ'ল।এতিয়া তাই মোৰে।নাজানো তেওঁ মোৰ জীৱনত শেষৰলৈকে থাকে নে নাথাকে,কিন্তু মই তেওঁক বহুত ভাল পাওঁ।

    • @Maina191
      @Maina191 2 года назад

      Khodai khukhi hua taik loi vaiti 🙏God bless you

  • @CRICKET_FANCLUB.
    @CRICKET_FANCLUB. Год назад +3

    আনৰ ষ্টৰী বোৰ শুনি বহুত ভাল লাগে ।। আগতে ৰেডিঅ ত শুনিছিলোঁ ।। এতিয়া RUclips তে শুনোঁ ।।

  • @user-yh2qv4to2e
    @user-yh2qv4to2e 2 года назад +12

    সদায় আপোনাৰ মতাত ভালপোৱা কাহানি শুনিব বাট চাই থাকোঁ

  • @priyankasaikia5302
    @priyankasaikia5302 2 года назад +27

    ঘৰৰ ওচৰৰ ছোৱালী,,,,,, তোমাৰেই ভুল আছিল স্মৃতি,,,,,,,,, একো নাই কোনোবা better পাবা ❤️

  • @chayanikaborgohain3121
    @chayanikaborgohain3121 2 года назад +6

    Pahi baa Moi vabu karubar premot iman besi bilin hoi jabo nlage jate hei manuh jonor obihone thakibo pora njai 🤘🤘
    aru iman besi sacrifice koribou nlage dorkar hole avoid koribo lage🤞🤞
    aru main kthatu hl manuh hodai valuable hbo lage available nhoy😗😗

  • @priyakshidutta1165
    @priyakshidutta1165 2 года назад +22

    ভালপোৱাক সন্মান কৰো কিন্তু বিশ্বাস নকৰো।।

  • @barnalideka8564
    @barnalideka8564 2 года назад +8

    পাহি বা তোমাৰ মাতটো ত যাদু আছে 💓💖🥀

  • @Trends_only07
    @Trends_only07 2 года назад +6

    Hosai val lage pahi ba aibur huni 😔 ata time t muru hei premei hoisil jibur apunar story t hdai huniboloi pau 🙂thank you pahi ba 🙂

  • @junukijaha2877
    @junukijaha2877 2 года назад +2

    খংহে উঠিল গল্পটো শুনি।আৰু গল্পটো পঢ়ি থকা সময়ত পাহি বাৰ অনুভূতিখিনিৰ দৰেই অৱস্থা মোৰো হল।

  • @AssamMinivloger
    @AssamMinivloger 2 года назад +2

    Ata gf ba bf life t ale loi misa misi pasot heart huat koi single a best🕺🕺💞,nijr experience r pora klo

  • @vreegudekavlog4773
    @vreegudekavlog4773 2 года назад +6

    Love From Mangaldoi 🥰🤗❣️
    কি কম, বহুত দুখ লাগিলে story টো শুনি। আমি একেখন কলেজ ৰ এই হয় আৰু class ও একেই, আৰু কলেজত দেখা পাওঁ যদি ও কোন হয় চিনি নাপাওঁ হলে ও লগৰ হিচাপে কৈছোঁ বান্ধবী আমাৰ 5th r exam ও শেষ হল এতিয়া 6 sem পালোঁ, হৈ যোৱা কথা বোৰ বাদ দিয়া যি টি ভাবি মন বেয়া কৰি নাথাকি lest sem ৰ exam to ভাল কৈ দিয়া । জীৱনত আৰু হাজাৰ হাজাৰ মানুহ লগ পাবা ।
    লগৰ টোক ও Miss কৰো দেই, কৰবাত গ'লে পুনিয়া পালে টাক বেছি মনত পৰে,তাৰ ঘৰ পুনিয়া তে আছিল।

    • @nathda3884
      @nathda3884 2 года назад +1

      Baba tumiiii clg r a akaaa....

    • @vreegudekavlog4773
      @vreegudekavlog4773 2 года назад

      @@nathda3884 সখি হেৰা চোন 😀

  • @dncreative6497
    @dncreative6497 2 года назад +16

    অপেক্ষা,,, বহুত ধুনীয়া লাগিল শুনি,লৰা জনে বেয়া কৰিছে কিন্তু,,, সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল।।

  • @NorthEast.vlogs97
    @NorthEast.vlogs97 Год назад +5

    মোৰ লগত ও এনেকোৱা ঘটনা এ হৈছিল বা। কথা বোৰ জানি মই আঁতৰি আহিছিলো । 😭

  • @barnalibaishya6822
    @barnalibaishya6822 2 года назад +6

    Amr usrr hoiii ,,,,,, lv u phi ba

  • @treveling2003
    @treveling2003 2 года назад +7

    Love from charaideo ♥️ sonari 💚🥀🍃
    So sweet voice pahi baa ♥️💚🌹

  • @kashyabhazarika5323
    @kashyabhazarika5323 2 года назад +6

    Nice story pahi baa 😍😍 অপেক্ষাৰ অন্তত 😇😇

  • @Gitasree204
    @Gitasree204 2 года назад +38

    মোৰ আপোনজনৰ বহুত গা বেয়া আজি 10 11 দিন ধৰি কথা পাতিব পৰা নাই বহুত বেয়া লাগি আছে মনতো মইও যাব পৰা নাই তাৰ ওচৰত please সকলোৱে আশীৰ্বাদ কৰিব সি সোনকালে সুস্থ হৈ উঠক আৰু মোৰ লগত সোনকালে কথা পাতক 😔😔🙏🙏 মই তাক বহুত ভাল পাওঁ ❤❤❤

  • @manalishadevi6538
    @manalishadevi6538 2 года назад +3

    Val lagil mor freindr love story to pahi baa r mokhut xoni

  • @ssvoice2402
    @ssvoice2402 2 года назад +2

    Katiyaba hoi anekwa 🙂nije njona ke nijor self respect nhua kri peluwa hoi horu hbo nkhujileu vl pwa jonok heruwa voyot kaneke kun homoi t horu hoi nijor self respect heruwa hoi gom a pwa njai ba 🙂pwa jone ha buje nupuwa jone kebol vbibo ha pare🙂kebol ata anuvob

  • @manalishadas2421
    @manalishadas2421 2 года назад +9

    ভুলটো তোমাৰে হয় ☺ সি যদি তোমাক সচাঁকৈয়ে ভাল পালে হয় তোমাক তেনেকুৱা নকৰিলে নহয় । কি জানা কাকো ইমান অধিকাৰ দিব নালাগে তুমি ৰাজুক নিজে অধিকাৰ দিছা সেইকাৰণে সি তোমাৰ জীৱনৰ লগত খেলিব পাৰিছে। সকলো ছোৱালীকে কৈছে নিজৰ জীৱনৰ লগত কাকো খেলা খেলিব নিদিবা ☺ নিজকে বহুত শক্তিশালী কৰি তোলা ❤ কাৰো স্মৃতিৰেখা তোমাক কৈছো তোমাৰ জীৱনটো আৰম্ভ হৈছেহে আৰু বহুত মানুহ লগ পাবা জীৱনত so এইবোৰ ভাবি মনটো বেয়া নকৰিবা ☺☺😊

    • @smritirekhadeka808
      @smritirekhadeka808 2 года назад

      নিজতকৈও বেছি ভাল পাইছিলোঁ যে তাক সেইকাৰণে প্ৰতিটো কথাই শুনিছিলোঁ,,হেৰুৱাৰ ভয়ত।কিন্তু মই ভুল আছিলোঁ,,তাৰ কথা জানিও মই তাক নিজৰ কৰি পোৱাৰ সপোন দেখিছিলোঁ।। এতিয়াহে উপলব্ধি কৰিছোঁ মই যে বহুত ডাঙৰ ভুল কৰিছিলোঁ ।

    • @manalishadas2421
      @manalishadas2421 2 года назад

      @@smritirekhadeka808 একো নাই মানুহে হয় আমি ভুলটো হবই দিয়াচোন☺ কিন্তু এতিয়া আৰু হৈ যোৱা কথাবোৰ ভাবি মন বেয়া নকৰিবা ☺ তোমাৰ জীৱনৰ ভৱিষ্যতে বহুত ভাল এজন আহিব যিয়ে তোমাক বুজি পাব বহুত ভাল পাব তোমাক হেৰুৱাৰ ভয় থাকিব তেনেকুৱা ☺😊😊😊

  • @sabinabegum5837
    @sabinabegum5837 2 года назад +5

    Best of luck 👍 for your future

  • @ankitagoswami5927
    @ankitagoswami5927 2 года назад +1

    পাহি বা। মোৰ relationship 3 year হ'ল। সি মোক বহুত ভাল পাইছিল এতিয়াও পায় মই তাৰ লগত মাজতে বহুত বেয়া কৰিছিলো বিশ্বাস ভাঙিলো বহুত কষ্ট দিছিলোঁ কিন্তু পাহি বা মই ভুল বুজি পালো বহুত ক্ষমা খুজিছোঁ সি মোক বহুত ভাল পায় বাবে মোৰ লগত আছে এতিয়া মই তাক বিচাৰো আগৰ দৰে আমাৰ ভালপোৱা নাই সি নেদেখোঁৱাই। ইমান কষ্ট দিয়াৰ যোগ্য মই হ'লেও তাক বিচাৰো মই পাহি বা এটা last chance বিচাৰো তাৰ পৰা

  • @himangshudeka.
    @himangshudeka. 2 года назад +1

    Pahi baa apunar love story Moi xidai xunu bahut val lage kin2 muru man jai apunar lgt share koribo mur story but Moi sithi likhibo vl koi njnu ...... love from mangaldai (deomoronoi)💝❤️🥀
    Akhaa koru apunar mitha matere xodai love story xunibo paw and apuni bhu dur aguwai jai apuni.. pahi baa atiyaa okole thakiboli a xikisu aru maaa dewtar xopun bur puraboloi aarombho korisu...LOVE YOU PAHI BAA ❤️🥀

  • @dhritimankalita2083
    @dhritimankalita2083 2 года назад +36

    অপেক্ষা মাঠো আপোনাৰ সুৱলা মাতৰ Love Story টোৰ ভালপোৱাবোৰ কিয় এনেদৰে আতৰি যায় ❣️❣️

  • @nikkiplusbeauty5375
    @nikkiplusbeauty5375 2 года назад +1

    Sm story mr lgt hoi ase ....moi tak eribo nuaru ...plss apunaluk mule pray kra jate sb thk hoi jauk

  • @pujamalakar1896
    @pujamalakar1896 2 года назад +1

    Pahi baa ai love story tu mur love story r lgt pura milise 🥺

  • @dhunuofficial5280
    @dhunuofficial5280 2 года назад +5

    Sokur pani kon pine boi goise moi gomei powa nai o. Sem mor nisina

  • @jagannath...deka..65
    @jagannath...deka..65 2 года назад +9

    Smriti মযো দৰঙ জিলাৰে লৰা মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ।
    কি আচৰিত তুমি কিয ইমান তল পৰিচা???
    কি তোমাৰ কোনো ভেলু নাই নেকি???
    মানুহ চিনিবলৈ শিকা,,
    কাৰোবাক ভাল পালা বুলিযে প্ৰতিতো কথা মানিব লাগে নেকি???

  • @Hritikesh_01
    @Hritikesh_01 2 года назад +3

    Jui lagil dei story2 akdom

  • @sabananargis8019
    @sabananargis8019 2 года назад +5

    Moio sipajharr hoi story2 xuni BHT bya lagil..but atai Kom sowali hle emn xaro HB nalage...

  • @ssvoice2402
    @ssvoice2402 2 года назад +2

    🙂ki baru akebare mur nsina a j tmr story tu...🙂 bishak hua ni🙂

  • @jeherulhaque9067
    @jeherulhaque9067 2 года назад +3

    First mur story tur name Bohut val lagil 🤗
    Val lagil smitir xosa val pua bur dekhi
    Ai story tur logot mur o pray mil ase
    Rajui smitik xosa val poa a nasil ketiya o
    Kintu smitir val pua xosa asil because moi o janu karobak xosakoi val poar pasot tew jiman aghat nokorak kio ami nijotkoi besi val pua xei person tok besi xomoi beya pai thakibo nowaru o. Xodai jibon logori koribo bisaru kintu uapai nai bisarile janu xokolo poa jai ?

    • @smritirekhadeka808
      @smritirekhadeka808 2 года назад +3

      Thank you..mor condition to apuni buji powar babe...xsa vl powai mnuhk durbl kre jito mor jibnt hol..

    • @jeherulhaque9067
      @jeherulhaque9067 2 года назад

      @@smritirekhadeka808 Ako nai dok hoi jai ketiyaba
      Apunai xofol hok ai to a kamona koru
      Aru apunar protarok raju adin nohoi adin nijor vul feel kori Bohut kandibo j xeito sure

  • @bhaswatidas6732
    @bhaswatidas6732 2 года назад +6

    Happy bihu baa ❣️

  • @ansumaangogoi1994
    @ansumaangogoi1994 2 года назад +5

    কিছুমান ছোৱালী কিয় ইমান এনেকোৱা ? তুমি জানি-শুনি ভুল কৰি পেলাই নিজৰ জীৱনটো অন্ধকাৰ কৰিলা।

  • @Utpal_official231
    @Utpal_official231 2 года назад +1

    Pahi ba tumar story bur xuni bohut val pau aru ketiyaba soku pani ulai jai

  • @ankurbarman6503
    @ankurbarman6503 2 года назад +2

    Nice tumar video hirdy siohh jai fe

  • @Trends_only07
    @Trends_only07 2 года назад +8

    Smriti ba 🙂♥ hopun bur atia u vagi nepelaba 😔 hei lorajon e ji vul korisil moi u heitu vul agote kori ahilu, kintu jetia nijei atori ahilu tetia bujilu tai mur babe ki asil... Atia hazar bar sesta koriu taik pabo nuwaru moi, kintu hdai vogoban k pray koru jate tai mur dukhbur pahori mur lgt rosa hopunbur pur koribole akou ata hujuk die jen 😔 smriti ba bohut morom apunale, aru tmi dukhot nathakiba ketia u, karon vogoban i tenekuwa... Krishna i janu radha k paisil, mahadev a janu hotik paisil ru ram u last t hita k herueaisil.... Jibon Tu hundor kora, aji moi jiman khini dukh loi jiyai asu hei lora joneu dukh pabo jana, ji joni swali a tar premot ondho hoi goisil heijoni swali k jetia he sini pabo nuwarile kot hukh ahibo ru.... Ji a nohouk amar logot ji hol aibur jate belegor logot nhoi tarei akha thakil 😔

    • @smritirekhadeka808
      @smritirekhadeka808 2 года назад +2

      Umm

    • @Trends_only07
      @Trends_only07 2 года назад +2

      Ajiloike jodi he realize kora nasil thn atia ai video tur joriote realize koribo . smriti ba huna, ketia u tak uvoti ahibo nidiba 😔 ji tmr value buji napale he future t je tmk hukhi kori rakhibo kune jane, aji aibur hunu uvotibo kintu pasoloi akou jodi ari thoi jai, akou jodi tmi vagi para 🙂 gotike life Tu first a bonai luwa.... Morom thakil tumale 🙂💖

    • @smritirekhadeka808
      @smritirekhadeka808 2 года назад

      @@Trends_only07 tq..buji powa krne bht besi vl lgil..jibnt mnuhe abarei vul kre..ru ketiyao jani xuni vul nkro...1st life tar pist he love..atiyahe bujiso kthbr..

    • @Trends_only07
      @Trends_only07 2 года назад +2

      Aguwai juwa tarei kamona korilu ba 🙂✨ life t ji hol hokolu pahori ata new life start kora... Jar babe nijor freedom heruwai life r goal ki asil pahori goisila atia tu freedom paisa nhoi, hokolu monor mote kora, kobole Tu nijore beya lagise kintu jak kobo lage tak nuwaru j kobo, heibabe jak paisu takei monor kotha bur koisu, last t ata request korixu jodi besike kolu beya napba 🙂
      ....... 👉May God bless you👈........

  • @pd3414
    @pd3414 Год назад

    Exactly... Pahi baa e monor katha bur kole.
    Eman control koribo diye kio lora suali bure....
    Valpua beleg bostu, control dominate eibur beleg....
    Jiyai thoka r freedom nai jadi relationship nki einur

  • @lingesar9584
    @lingesar9584 2 года назад +1

    Honestly tai tar bf k bhut vl paisil,,, jitu hoitu bhute bujibo nuwaribo.... Kimn vl pisil tai khai lorajonok,,, 🙂 i really suppport her.

  • @maidangsripatowary42
    @maidangsripatowary42 2 года назад +1

    Love you pahi baa apunar mattu bahut dhuniya xunile xuni thakibo mn jai ❤️❤️❤️

  • @ratulray12
    @ratulray12 2 года назад +1

    ল'ৰা এজনে এনেকুৱা বেয়া কাম কৰিব ছি ছি নিজকে ল'ৰা বুলি পৰিচয় দিবলৈ লাজ লাগে।

  • @Abhijitdas600
    @Abhijitdas600 2 года назад +5

    Pahi ba love from Goalpara ♥️♥️

  • @__mon__0.2
    @__mon__0.2 2 года назад +5

    Wait is over ❤️❤️❤️

  • @dhanadanath4001
    @dhanadanath4001 2 года назад +4

    Love from Sipajhar ❤️

  • @lachitdas545
    @lachitdas545 2 года назад +3

    পাহী বা মঙলদৈৰ পৰা মৰম যাচিলোঁ

  • @bhagyasribarua9093
    @bhagyasribarua9093 2 года назад +4

    চিনাকি কাহিনী টো

  • @hemanfreefly
    @hemanfreefly 2 года назад +1

    Kanake mane?? Kaneke hobo pare.. Ami j napaw ankakua valpua.. Iman aku nibisaru.. Just loyalty he bisaru...

  • @ssborah5800
    @ssborah5800 2 года назад +24

    অপেক্ষাৰ অন্তত 🥰❤️

  • @rahulborah9274
    @rahulborah9274 2 года назад +20

    Where does the love,care,feelings,emotions etc goes after break up. Hope viewers will ans...thank you.love u all❤

    • @Enthusiast_V
      @Enthusiast_V 2 года назад +2

      According to me love, care, feelings, emotions are just temporary spiritual terms of our body which stays only for some period of time for someone...
      1.People who moves on-
      For these peoples after break up these feelings usually starts to lessen with time and ultimately one day it gets disappear and they moves on...
      2.People who can't move on-
      They just tangles with this emotions & convert this emotions into permanent one which doesn't allows them to move on..
      Although my ans may not be proper but I do hope uh can relate to this ans...

    • @rahulborah9274
      @rahulborah9274 2 года назад

      @@Enthusiast_V thank you Mr. Vivek....for u r wise response.....🤗❤

  • @dolybasumatary1598
    @dolybasumatary1598 2 года назад +2

    Khosake.... comment nokori thakibo nuwarilu.... story tu khuni baya lagil....matured girl but dessitions are wrong....

  • @ankurbhuyan9821
    @ankurbhuyan9821 2 года назад +2

    Amar mangaldai re dekhun pise . Atiyao tmi dermoni clgt prhi ASA ne , lg pam pise tmk . Bhut val lagil xuni ,

  • @rangiarsuwaligituma4986
    @rangiarsuwaligituma4986 2 года назад +1

    premt imanu ondho hbo nalage..

  • @nilutpolboruah9260
    @nilutpolboruah9260 2 года назад +1

    মোৰ ৰং কলা।সেইবাবে মই lucky..নহলে মইও এনেকুৱা টেঙা পালো হয় এইবোৰ bakwas relationship t সোমায়।

  • @jeherulhaque9067
    @jeherulhaque9067 2 года назад +1

    Bohut bohut val lagil story tu 🤗🤗

  • @mehboobsuma7912
    @mehboobsuma7912 2 года назад +1

    পাহি বা মোৰ story টো আপোনাৰ মুখৰ পৰা শুনিব বহুত হেপাহ আছে শুনাবনে .?

  • @runaahmed3625
    @runaahmed3625 2 года назад +5

    ❤❤❤

  • @udayjyotibora7561
    @udayjyotibora7561 2 года назад +4

    Love from sipazar.. ❤️👍❤️

  • @pranabjyotinath8832
    @pranabjyotinath8832 Год назад

    Tumar xukolu story xuni dukh kastu xukolu pahori jau ane kuya lage akhon belag prithit thoka jen lage tumar matot sotory xumoh xuni 🍂❤️

  • @bhaskardas577
    @bhaskardas577 2 года назад +1

    পাহি বা তেওঁ যাব খুজিছিল 😞 মই যাবলৈ দিলে 😢 ইয়াতকৈ বেছি আৰু ‌কিমান ভাল পাব‌ ‌লাগিছিল তেওঁক 😪😪

  • @sumidas8400
    @sumidas8400 2 года назад

    Hosai val lage pahi ba love story bor huni...aru kisuman love story huni bohut dukh lage soku pani ulai jai

  • @manalishadas2421
    @manalishadas2421 2 года назад +3

    1st view ❤❤❤

  • @pranjitboruah401
    @pranjitboruah401 2 года назад +1

    Pahi baa,, mja..

  • @anantaswargiary5754
    @anantaswargiary5754 2 года назад +1

    Pahi Baa apunak Udalguri..pora.. agutiya koi Bihur hubhesa jasilu.

  • @SupriyaHazarika
    @SupriyaHazarika 2 года назад +3

    Love from Dergaon ☺❤

  • @sangitaray3440
    @sangitaray3440 2 года назад +3

    1st comments ☺️ 1st view

  • @dimple9519
    @dimple9519 2 года назад +2

    Story tu ekdm sm mur nisina lgi gol😓

  • @asbcreation7716
    @asbcreation7716 2 года назад +1

    Val puak honman koru kin2 bissha nokoru

  • @karinamantri6048
    @karinamantri6048 2 года назад +4

    hi ba

  • @tapongogoi7294
    @tapongogoi7294 Год назад +1

    Pahi baa mor nam tapon aru tair nmm babli ...moi heii lra tor nisina moiuu tkk blg lra lgt ptib nidiselu ktha akl taka vl puu kintu taiuu mor 2 nd love amr 2 year hl kintu kli mor bck up hl......kintu ami atiau agr dorai vl puu doitkkk aru mrm kru kintu tkk moi fredom bsi nidiselu boli nkuu akl hrua voi kriselu aru hdii tkk care kriselu hikna hoito ajiuu moka vl pii hee aru tmi dia aii love story to mok shere krisa ...hikna tq pahi ba moi mor vol bojilu ajir pora taik bsi hondekh nkru hklora agt ktha dilu ...taiii mok baba mtisel moi taik bati aru hdii moi trr babai hoi thkib bisaru kintu hidina blg lra atii taik phn kra kna moi trr phn to krhi rastat sor dii plu pst nija kdisuhi tai lss pla kna kintu aji moi atii kuu tai hoito mok atiauu vl pii moiuu puu aru adin taik aa biya krmmm jii ki nhouk pahi ba tq aponr khanitoa mok bht hikla o moi tair makk dautak uu sbb koi mff khojim aru aku mou tair agr baba hoi jbb khoju krn amr 2 year hl moi taik arib noaru taiuu mok arib nora jnu......hakhot atiii kom moi tak fredom khii ona nsilu hruar voi kriselu ...moku tai blg lgt ktha ptib nidisel aiia hoito hrua voi fredom khi ona nhoi phii baa ....aru ankoia amr prem ajii hakh naa asa njnu ......hakhot atii kom phi ba tq aponr kthabora mok bht hikla ....dhoinbad ....aponi agoai joak hakhot atii requast moi mor vol bor hodhorbb khojuu aponi kola honib taii pahi bakk khob vl pii video aponr siii abr rply diii koi diok son ami aku lgt thkibla plz pahi baa moi vl hom aru taik respect u dim abr koi diok moi taik tatia kom pahi baii amk lgt thkib koisa boli aru tai tatia hsi mok agr drii vl pbb koi diok na aponi 🙏❤️👍

  • @pujakalita9910
    @pujakalita9910 2 года назад

    ❤️❤️❤️ dhuniya love story pahi baa ...

  • @jbprimevideo2133
    @jbprimevideo2133 2 года назад

    Hoi pahi baa thank u story tur babe

  • @dipjyotinath524
    @dipjyotinath524 2 года назад +2

    Love form Sunitpur❤❤❤

  • @surujloch4831
    @surujloch4831 2 года назад +2

    So cute

  • @kd1653
    @kd1653 2 года назад

    সচা প্রেম আছিল নে ইমান সন্দেহ ৰ মাজত

  • @dimpigogoi4232
    @dimpigogoi4232 2 года назад +4

    ❣️❣️❣️

  • @mathsstudypoint3034
    @mathsstudypoint3034 2 года назад +2

    Love u pahi baa😍💟

  • @dhrubajyotisaikia2239
    @dhrubajyotisaikia2239 2 года назад

    Dux lagil khuni 😥 muru asil keneke share korib lagib janab sun

  • @pkassamko2022
    @pkassamko2022 2 года назад +2

    pahi baaa

  • @jonalidas3228
    @jonalidas3228 2 года назад +1

    1st view nd 1st comment

  • @Pabangogoiassamvlog
    @Pabangogoiassamvlog 2 года назад

    ভাল লাগিল ভিদিও টো চাই। ফুল ভিদিও চালো আৰু বন্ধু হ'ল। আশা কৰো মোকো sabদিৱ।

  • @alexwarn8335
    @alexwarn8335 2 года назад +2

    Love you baa💓💓

  • @plizanath1406
    @plizanath1406 2 года назад +2

    Love from Shipajhar ❤❤

  • @moni5939
    @moni5939 2 года назад +1

    Ke manyy 😳💞

  • @manashsharma7382
    @manashsharma7382 2 года назад

    Bahut dhunia story val laghile suni

  • @Babli_Chetia
    @Babli_Chetia 2 года назад +1

    mur story tu same ,,he muk bare bare protarona kori asil,, hoitu moi buji pua nasilu j he muk use kori ase buli ,,kintu moi etia nije nijok bujai buku dath kori tar pora atori ahisu hoitu maje maje smriti bur mnt pori soku pani ulabo mur ,,ru aidorei amr 4 year r relationship tu khtm hl

  • @nayanjyoti3927
    @nayanjyoti3927 Год назад

    হয় পাহি বা

  • @hiro408
    @hiro408 2 года назад +2

    Eta lorar logote kio khowa kamora kore, ei prithibit ki lorar akal lagise neki. but moi kintu lora de.

  • @bikramdas123
    @bikramdas123 2 года назад +1

    Ba story bur keneke dim.... Muru dibo ase story ba 😥

  • @priyankanag4106
    @priyankanag4106 2 года назад

    Thx pahi ba story to daya krina

  • @babismitakonwar3740
    @babismitakonwar3740 2 года назад +3

    Moiu tumar nisinai week oo smriti ba🥺🥺🥺

  • @digantacreation1244
    @digantacreation1244 2 года назад

    Love story dB mn asil.... But sithi kenekoi ki Kariba lage ako najano....