সুন্দৰ বক্তব্য | এটা কথা বুজি নাপালো পিছ ফালে যুৱক জন কি কাৰণে থিয় হৈ আছে ? আধ্যাত্মিকৰ কথা বা ভাষন দি থাকিলে তেনেদৰে থাকিলে ভাল নালাগে | বিশেষ কৈ মনচত দেই |
Apunar kisuman kotha vl lage Mur, Namghrt ji jon vogowan thake, mondir t to ake jine thake, apuni aei fal to kisuman lucsure Mari lav nai, vogowan 1jonei 🙏🙏🙏
Namghr aru mondir tat bohut khinie parthoiko ase namghrt Akol ajonoke sinta kori smoron koru aru mondir tu bohut dhrono vag vag koi ase ...aji shiv mondirot goi Krishna buli kobo janu.
Namghr aru mondir tat bohut khinie parthoiko ase namghrt Akol ajonoke sinta kori smoron koru aru mondir tu bohut dhrono vag vag koi ase ...aji shiv mondirot goi Krishna buli kobo janu.
Aami eibur sob janu.kiyonu aami educated ,garba kari koi thaku.kintu xamanya morality hain nai .jane aane side diya ambulance khonor pisot nijor gadi khon logai diyu. Rail phatak duita side block kari diu,nijor kam tu karabole alop taka diu, aaru belegor pora axa karu je tekhet bhal hok
Change your childhood message. Motivate next generation with some collective message about current scope of science, start up etc. Donot speak about daily activities. You are wasting your time along with other
❤❤❤❤❤❤❤❤❤
গঠন মূলক বক্তব্য আগবঢ়োৱাৰ বাবে আপোনালৈ অশেষ ধন্যৱাদ ।ইশ্বৰে মঙ্গল কৰক ।
অতি সুন্দৰ কথা সত্য কথা ভাল লাগিছে তোমাৰ মঙ্গল কামনা কৰিলো আগ বাঢ়ি যোৱা তাকে কামনা কৰিলো জয় শ্ৰী কৃষ্ণ
বা অতি সুন্দৰ মধুৰ অমৃত শ্ৰৱণ কৰিবলৈ পায় আমি ধন্য হলো। প্ৰভু ভগৱন্তই কুশলে ৰাশক এই প্ৰাৰ্থনা জনালোঁ 🙏🙏
আপোনাক ভগৱানে আৰু সহায়ক কৰিব ধন্যবাদ
বাইদেৱে যিকেইটা কথা ক'লে বৰ সুন্দৰ কথা ক'লে ❤️❤️❤️❤️
সুন্দৰ গঠনমূলক বাৰ্তাবাহক ভাষণ!🙏
❤❤❤
Krishna Krishna har har Mahadev 🙏🙏🙏🙏🙏🙏
অতি সচা কথা কৈছে। হৃদয়স্পৰ্শী বক্তৃতা প্ৰদান কৰিলে। সুন্দৰ ব্যাখ্যা আগবঢ়োৱাৰ কাৰণে ভগ্নী স্বৰপ এঞ্জেলালৈ বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।
ধন্যবাদ
বা জনী ভিডিঅ বোৰ সদায চাই থাকিব মন যায একেতা ভিডিঅ সদায চাই থাকো
সুন্দৰ
Angela good very good god bless you go ahed thanks
Krishna sundor hoise ai 🙏
শীতৰে সেমেকা ৰাতি তোমাৰেই পধুলীৰ ওখকৈ শেৱালী জুপি মাজ নিশাতেই ডাল ভৰি ফুলি তল সৰি আছে পৰি পৰি ।পূৱৰ মলয়া থাকে ৰিপ ৰিপ কৰি শেৱালী ফুলৰ গোন্ধ কঢ়িয়াই নিয়ে । তিনি ও দিশতে সুগন্ধে আমোল মোল কৰে। আকাশ জোনাক মুকলি বতাহ । কুঁৱলী থাকে পৰি কি যে আমোল মোৰ শেৱালীৰ ফুল বহু দূৰ বিয়পাই সুগন্ধি গোন্ধ। শেৱালী কিন্তু এজোপী তোমাৰ পধুলীত । গোন্ধ বিয়পাই গোটেই জগত। জগত বিলোৱা শেৱালীৰ গোন্ধ বোৰ তোমাৰ পধুলীৰ শেৱালী ফুলবোৰ। এজোপা গছত ফুলা শেৱালী গোন্ধৰে জগতৰ মোহিলে মন। ফুল আৰু গোন্ধ একে ই হয়নে নহয়। সেই দৰেই তুমি ম ই এজোপা শেৱালী ফুলৰ অগনন ফুল ৰ গোন্ধ হয় নে নহয় কোৱা। এজোপা শেৱালী ফুল ফুলবোৰৰ জগত বিয়পা গোন্ধ। গতিকে ব্ৰহ্ম ই হ'ল ৰাতি ফুলা শেৱালী জোপা। ফুলৰ গোন্ধেই হ'ল অনন্ত কোটি জীৱ বিলাক। জীৱ মানে তুমি আৰু আমি শব্দ ব্ৰহ্ম জগত বিয়পা শেৱালী ফুলৰ গোন্ধ। ৰাতি ফুলা শেৱালী ৰাতিতে সৰা। গছ আৰু শেৱালী ফুলবোৰ ব্ৰহ্ম বা পৰম আত্মা আমি সকলোৱেই এক ব্ৰহ্ম ৰ অভিন্ন এক। ব্ৰহ্ম অদ্বৈত। দেহ বিলাক ব্ৰহ্মৰ মায়াৰ ভ্ৰম। তুমি আমি কোনো দেহ নহয় আমাৰ সকলোৰে জীৱৰ সমষ্টি ব্ৰহ্ম বা আত্মা। ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্ম সত্য নিগূন সচিদানন্দ অমৰন অভগন অসীম সবব্যাপী সবাৰো উদ্ধত কালৰ অতীত চৈতন্য সনাতন কল্পনাতীত ব্ৰহ্ম এক ও অভিন্ন যত জীৱ তত শিৱ ব্ৰহ্ম এক সত্য আৰু সকলো জীৱ ৰ সমষ্টি ও অভিন্ন । আমি সকলোৱেই ব্ৰহ্ম ত আছোঁ ব্ৰহ্ম আমাত নাই। ধন্যবাদ। প্ৰদীপ গগৈ গুৱাহাটী।
সুন্দৰ বক্তব্য 🙏🏻🙏🏻
👍👍xundor🙏🙏🙏
Krisna 🙏baba volanath
Hondor vakhn
সুন্দৰ শব্দ গাঁথনি ভাল লাগিল
Every speech anjelar xodai bhal lage. Xuni thakibo mon jai👌👌💕
Nice, nice very nice baideo. Hoityo kotha.
সত্যম শিৱম সুন্দৰম। সত্য ই শিৱ আৰু শিৱ ই সুন্দৰ। শিৱ বুলি বেলেগ বস্তু একো নাই। যত জীৱ তত শিৱ। জীৱ ই ব্ৰহ্ম আৰু ব্ৰহ্ম হ'ল জীৱ বা আত্মা বা চেতনা। সকলো এক ও অভিন্ন। অথাৎ শিৱ ই ভাঙ খোৱা নাই। শিৱ মানে যদি জীৱ হয়। জীৱ ই যদি আত্মা বা ব্ৰহ্ম হয় ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্ম অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত কল্পনাতীত কালৰ অতীত চৈতন্য সনাতন অদাহ্য অদ্ৰৱনীয় অসীম সবব্যাপী নিগূন সচিদানন্দ ইত্যাদি ্ গৰুতো অধম কূষ্ণ বদতি। মূখ গছত নালাগে। ভাৰতীয় দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত। চাৰি মুঠি জীৱ হ'ল উৰণ বুৰণ গজন ভ্ৰমণ চাৰি বেৰ সত্য শৌচ ক্ষমা দয়া। ঈশ্বৰ উপলব্ধি আগ্ৰহ শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস অহম ব্ৰহ্মাশ্মি। সদাচাৰী হ'বলৈ আৰম্ভ কৰিব লাগিব মন আৰু হ্নদয়ৰৰ পৰা কামনা বাসনা আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰজ তম হিঙসা খিয়াল শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অনাচাৰ অভিমান অহ্ঙকাৰ কূটনৈতিক সামাজিক বৈষম্যতা ইন্দ্ৰিয় আসক্তি আদি অমানুষিক কাৰ্যকলাপ সকলো খিনি বিসৰ্জন দিব লাগিব। বাৰিষা কালত নদীৰ বুকুত বোকা পানী গেলা পচা জাবৰ জোঠৰ ভৰপূৰ হৈ উতি আহে কিন্তু শৰৎকালত জোনৰ পোহৰত সেই একেই নদীৰ পানী ফটিকৰ ধাৰ যেন পৰিস্কাৰ হয় কিয়। নদীৰ বুকুত থকা লেতেৰা জাবৰ জোঠৰ আতৰ হোৱাৰ ফলত। হ্নদয়ৰ পৰা ও তথা কথিত অসৎ ভাৱধাৰা আঁতৰিলেই মানুহ গুছি দেৱতা হ'ব। অসুৰৰ ঠাইত দেৱতা হ'ব। অসমৰ মানুহৰ 70/শতাংশ লোকৰ ভাৰতীয় দৰ্শনৰ আধ্যাত্মিকতাবাদৰ ওপৰত আত্ম বোধ আত্ম উপলব্ধি নাই। ধন্যবাদ। প্ৰদীপ গগৈ গুৱাহাটী।
তুমি আগুৱাই যোৱা পিচলৈ নাচাবা ধন্যবাদ
লক্ষ্মী চৰিত্ৰ কিতাপখনৰ মতে ভগৱানক পূজা অৰ্চনা কৰা উচিত ।
আজিকালি নাম গাবলৈ অহা ভকত কিছুমানে মদ ভাং খাই আহে; ভাওৰীয়া দেখিছো মদ নহ'লে ভাও দিব নোৱাৰে। আপোনালোকৰ অধিৱেশনতো মদৰ বটল পোৱা যায়। গতিকে আনক সমালোচনা কৰাৰ আগতে নিজৰ সমাজখন শুদ্ধ কৰক। আৰু শংকৰদেৱ সকলোৰে গুৰু নহয়।
সুন্দৰ বক্তব্য | এটা কথা বুজি নাপালো পিছ ফালে যুৱক জন কি কাৰণে থিয় হৈ আছে ? আধ্যাত্মিকৰ কথা বা ভাষন দি থাকিলে তেনেদৰে থাকিলে ভাল নালাগে | বিশেষ কৈ মনচত দেই |
অসমীয়া মানুহৰ মুখত ভাল ভাল কথা শুনি থাকোঁ মাজে সময়ে।কিন্তু --------/
100% xosa kotha Angela mam
সুন্দৰ কথা
অসমত যে ভাং ৰ বেপাৰ ড্ৰাস্ক ৰ বেপাৰ চলি আছে অলপ চকু দিব বাইদেউ । অকল ধৰ্ম কথাই ভাবি থাকিলে নহব।
সুন্দৰ অতি সুন্দৰ গঠন মুলকসমাজ সঙ্কাৰব বৰ গুৰু গম্ভীৰ তেজস্বী বক্তব্য দীৰ্ঘায়ু হ ওক আইজনী
মদ খোৱা মানুহে খাবই, খি লাগা হলে শিৱ ভক্তই হওঁক বা কৃষ্ণ ভক্তই হওঁক , বিষয় বোৰ এক পক্ষীয় হব নালাগে, শিৱ ৰ নিচিনা ভগৱানৰ ভকত আপুনি বা মই কৌটি জন্মতো হব নোৱাৰিম নামঘৰ গৈ আছো কিন্তু দেখাকে .
Apunar kisuman kotha vl lage Mur, Namghrt ji jon vogowan thake, mondir t to ake jine thake, apuni aei fal to kisuman lucsure Mari lav nai, vogowan 1jonei 🙏🙏🙏
Namghr aru mondir tat bohut khinie parthoiko ase namghrt Akol ajonoke sinta kori smoron koru aru mondir tu bohut dhrono vag vag koi ase ...aji shiv mondirot goi Krishna buli kobo janu.
Namghr aru mondir tat bohut khinie parthoiko ase namghrt Akol ajonoke sinta kori smoron koru aru mondir tu bohut dhrono vag vag koi ase ...aji shiv mondirot goi Krishna buli kobo janu.
বৰ সুন্দৰ বাইদেউ।
আমাৰ নামঘৰলৈও প্ৰায় নাহেই মইটো ভাদমাহটো গৈয়ে আছো বহুত ভাল লাগে নামঘৰত সেই খন্তেক কটাই সকলো পাহৰি ভগৱানৰ নাম লৈ ৷
আপুনি শংকৰ সংঘৰ
You should not make any communal statement like this...সকলোৰে ভক্তি বা আৰধ্য দেৱতা বা দেৱী বেলেগ বেলেগ , তাৰ মানে এইটো নহয় যে কোনোবাই অসন্মান কৰিছে
আপুনি শংকৰ সংঘৰ কাৰণেই শিৱমন্দিৰ যোৱাত মানা কৰিছে বাইদেউ।
ইমান ধুনীয়াকৈ যে উল্টা বুজিলে ভাল লাগিল।আপোনাৰ মগজু মানিবলগীয়া।
Khosa baydew,apunar kothath khokti ase.
শিৱই ভাং খাই নাছি থকা মূল কাৰণ কি আছিল আৰু পাৰ্বতীয়ে কিয় শিৱৰ্ক গছকি কালি হ'ল ? আৰু জিভা ওলাই জুৱা মূল কাৰণ কি ? শিৱৰ পুতেকক কিয় হাতী মাথা লগালে ? গনেশ পূজা কিয় কৰা হয় ? শিৱৰাত্ৰি পতা মূল কাৰণ কি ?
20%সচা হয়
Hundor
Mozzzzzzzza baido borvati mur hohur dauta ghor
Baba jindabad 🎉
Krishna Krishna
বৰ সুন্দৰ 🙏🙏🙏
Ki koi mondirot kimam namgharat kiman jai ki jay koi
Aami eibur sob janu.kiyonu aami educated ,garba kari koi thaku.kintu xamanya morality hain nai .jane aane side diya ambulance khonor pisot nijor gadi khon logai diyu. Rail phatak duita side block kari diu,nijor kam tu karabole alop taka diu, aaru belegor pora axa karu je tekhet bhal hok
Apunak Kune kole bhang khale Siva bhakta hoi buli Miya manuheu bhang khai
Change your childhood message.
Motivate next generation with some collective message about current scope of science, start up etc. Donot speak about daily activities. You are wasting your time along with other
কৃষ্ণ কৃষ্ণ আই
আপুনি শিৱ ভক্তৰ বিৰুদ্ধে কথা কোৱাৰ আগতে দহবাৰ ভাবিব দেই। বৈষ্ণব সকলৰ অধিকাংশই যে মদ খাই সেয়াও কব। কোনে কেনেকৈ ভক্তি কৰিব লাগে আপুনি পাঠ পঢ়াব নালাগে। যদি সাংবাদিকতা এৰি সন্ন্যাস লয় তেতিয়াহে আপোনাক মানিব। ধন্যবাদ 🙏
Every speech anjelar xodai bhal lage. Xuni thakibo mon jai👌👌💕 ekdom xosa kotha
Vadt maa kamakhya baisista goisu
Bordhunia kotha kole apuni ai. apunaloi kuti kuti pronam jonaisu .akha koru hokolu notun projonmo ahok namghorole krishna.
বাইদেউ শিখা শৰ্মা হ'বলৈ গৈ আছ
সুগঠনমূলক আৰু যুক্তিপূৰ্ণতাৰে কথাখিনি আগবঢ়ালে শুনি ভাল লাগিল।
Ekdom hosa kotha
ভগৱান মহাদেৱে নিচা খোৱা টো কোনেনো উলিয়ালে কৃষ্ণ