Assam govt or masterrol casual khokolork 5yr hobo lage karon 1995 or pora kam korisu khunkaly reatere hbo regulation nokore,aku poisa nakate,joldi regular kori ops diok naaa😊😮😂
Extension of service f the of the service period would be a good news for the present service holders, but it would be a bad news fo the existing unemployed youth
চাকৰি-৬২ কৰি দিয়ক আৰু পুৰণা পেন্সন দিয়াৰ ব্যৱস্থা কৰক।আমি চাকৰিয়াল বোৰেই আকৌ BJP চৰকাৰক ভোট দিম।
Bal dim
অতি শীঘ্ৰেই ঘোষণা কৰক ২ বছৰ চাকৰি কাল বৃদ্ধিৰ অসম চৰকাৰে। সুব সুন্দৰ পদক্ষেপ।
Thanks Sir very nice video Sir
চাকৰি কাল বৃদ্ধি কৰক। ops দিয়ক। BJP jindabad হৈ থাকক অসম তথা কেন্দ্ৰত।
চাকৰিয়ালৰ কাৰ্যকাল বৃদ্ধি কৰক আৰু নিবনোৱাৰ সংখ্যা বৃদ্ধি কৰক, চুৰ-ডকাইতৰ সংখ্যা বৃদ্ধি কৰক। ভাল পদক্ষেপ। ধন্যবাদ।
সুন্দৰ প্ৰদক্ষেপ। এতিয়াই ঘোষণা কৰে যেন।
যিহেতু পেঞ্চন চিষ্টেম দিব নোখোজে, আমৰণ কাল লৈকে চাকৰি কৰিব দিলে বেছি ভাল। কাৰণ নতুন চাকুৰিও নিদিয়ে, নিৰ্বাচনৰ আগত টুপ এটা মাৰি দিলে মামাই😅😅😅
চাকৰি ২ বছৰ বৰাব নালাগে ops দিয়ক আমাক ।
Val katha
Very good news
5বছৰ মান বৃদ্ধি কৰিলে আৰু ভাল আছিল অতি সুন্দৰ পদক্ষেপ
Mojaaaa
ধন্যবাদ
Good
নতুন নিযুক্তিত বাধা পৰিব । নিবনুৱাৰ সংখ্যা কমাতকৈ বাহিবহে ।তেও নিজকে মহা নেতা আৰু মহাৰাজ হৈ থাকক ।
Welcome
Good news
Good news 🎉❤
হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ২০ বছৰলৈ c m হৈ থাকক, ভগৱানে আপোনাক PM হবলৈ সহায় কৰক।
Honourable ,CM sir, employees retirement age increase from 1st january 2025.I will be hope it .Thanks
বহুত ভাল হব
Salute cm sir. God bless you.
Very good sir
Thank you CM sir
Good sir
Salute,cmSir
Excellent
বাকলি কাৰি কাৰ্য কাল বিৰধি সত্য হবনে
Appreciative steps by our C.M. sir & his Government,at the same time our earnest request 8th payment commission construction..🙏
Good step
বহুত ভাল সিদ্ধান্ত।
একো surprise নহয়। পশ্চিমীয় দেশত ৬৫ অবসৰ ৰ বয়স
Positive decision
চাকৰি বৰাই লাভ নাই কাৰণ নিবনুৱাৰ হাহাঁকাৰ হব
Congratulations 62, years increasing Himanta mama Zindabad.
লগতে অ পি এচ বাহাল ৰাখক ।এটা কথা প্ৰকাশ নকৰা কথাটো তুমি কিয় প্ৰকাশ কৰিলা।
অতি সুন্দৰ বাতৰি
Very very good news.
Bahut Val khobar
ভাল সিদ্ধান্ত।লগতে ops টো দি diok,আমি বিজেপি ৰ লগত থাকিম সদায়
আচৰিত আচৰিত কথা উলাই থাকে দে!
Misa jenei lage.
Kothatu bohut agor pora asha kora hoise.
Bohut dinor pora olai ase,kintu activate he nhy.
পুৰণা পেন্সন নীতি প্ৰদান কৰক।
Nokoru.. Moi CM k koribo dibo nuwarim
@@rupambordoloi2782 ,,😭😭😭
LoL😅😅😅😅@@rupambordoloi2782
70 years koribo lage,
Cm sir is great
Jadi hoi bihat votat jikibba himanta bjpea.❤❤❤❤❤
কোন তাৰিখৰ পৰা চাকৰিৰ কাৰ্য কাল বাঢ়িব আমাক জনাব , ধন্যবাদ। মই ফেব্ৰুৱাৰী মাহত অৱসৰৰ দিন, তেনেহলে মোৰ কি হব । অনুগ্ৰহ কৰি জনাব ।
2025 r february neki?
আপুনি নেপাৱ
Nabare komabohe.
Good news.
মহাশয় আপোনাৰ ভাগ্য বেয়া দুখ নকৰিব।
Welcome. Please do effect from this month.
কৰিলে সোনকালে কৰিব লাগে কি নিৰ্বাচন
এইবোৰ মিছা খবৰ প্ৰকাশ নকৰাই ভাল।
We need ops
এইটো যদি স“চা তেন্তে একেবাৰে ভূল সিদ্মান্ত ৷
আমৃত্যু পৰ্যন্ত বৃদ্ধি কৰিলে আৰু ভাল হ'ব ।।
Venture school janya five years bariye dile khub valo hoy
Very bad news for unemployment
মামাৰ কথা শিলৰ ৰেখা ।
সকলোৰে নালাগে। যাৰ কম বছৰৰ বাবে চৰকাৰী দৰ্মহা পালে সেই সকলৰ বাবেহে কাৰ্য কাল বঢ়াব লাগে আৰু ৫ বছৰ মান ❤❤
বিহুৰ সময়ত ঘোষণা কৰা গ্ৰেজুৱেট স্কেল কি হ'ল???
Joy sri CM jee
একেখিনি কথাকে কিহৰ বাৰে বাৰে বকি আছেহে???? কাম নাই যদি শুই থাক!
বহুত দিন আগৰ পৰা এই অফাৰ শুনি আছো ,কথাটো মাথোন পাকেপৃকাৰে ,অকল কাৰ্য্যকৰী
OPS he lage amak
Government should not increase the retirement age rather should reduced by 2 years .retirement age should be 58 and make way for new generations
সুন্দৰ নিদৰ্শন
Government employee OPS dibo buli kuwa hole ' Surprise'
70 year habo lagei
Micha kotha,aru nalage brhabo amak ops diyak
The service period was 58 years. It has been increased to 60. There is no need to increase it further.😢
60 basarar pisat Amani lage bhutore.Nbahuai bhal.
Logote OPS dibo lagibo.
5 bosor brithi hob lage kendriya sorkareor dore.
Sakorikorabilak prithibir thakok aamibor morijowaival
Job powa age42 years hobolage
Misa kotha
CM Jinda bad
Fake news.
কোন মাহৰ পৰা কৰিব ?
😁😁😁😁
Election or pisot bridhi koribo ,
Fake news
Nes tu jadie kuwa dare hoi apunalukaloi dyanaba
Assam govt or masterrol casual khokolork 5yr hobo lage karon 1995 or pora kam korisu khunkaly reatere hbo regulation nokore,aku poisa nakate,joldi regular kori ops diok naaa😊😮😂
যদি এতিয়াই ল'ব নালাগে অৱসৰ কিন্তু মোৰ চলিত ফেব্ৰুৱাৰী মাহত অৱসৰৰ দিন, তেনেহলে মই কি অৱসৰ লম নে, কথা টো অনুগ্ৰহ কৰি জনাব। ধন্যবাদ
Sir please fitment tu 2.87 hobo neki
😅😅
Extension of service f the of the service period would be a good news for the present service holders, but it would be a bad news fo the existing unemployed youth
Madam, should not make any fake news.
Is this news genuine
৫ বছৰ বড়ালে বেছি ভাল হ'ব
আপুনি কেনেকৈ গম পালে..... আপুনি কিয় ৰাজহুৱা কৰি আছে...?
Mur February t ret home date tu janaba na
Honkal a korok
আপোনালোকে ক'ত খবৰ পালে।
5 bosoram holeo beya nahoi
Komabo lage
May be Fake
Nalage bakar bur ki koribo
Morok bekar bur
2 bosor komabo.
Muk nelage dei.
কাৰ্য্যকাল বানান ভুল হৈছে এডিটৰ ডাঙৰীয়া !
Bead news