সুদক্ষিণা শৰ্মাৰ সম্পূর্ণ জীৱনী || Sudakshina Sharma Biography || Bhupen Hazarika Sister ||

Поделиться
HTML-код
  • Опубликовано: 2 июл 2023
  • সুদক্ষিণা শৰ্মাৰ সম্পূর্ণ জীৱনী || Sudakshina Sharma Biography || Bhupen Hazarika Sister ||
    সুদক্ষিণা শৰ্মা অসমৰ এগৰাকী খ্যাতনামা গায়িকা। তেওঁ অসম তথা ভাৰতৰ এগৰাকী সুখ্যাত গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত তথা চলচ্চিত্ৰ পৰিচালক ভূপেন হাজৰিকাৰ ভগ্নী আৰু গীতিকাৰ, সুৰকাৰ আৰু সংগীতশিল্পী দিলীপ শৰ্মাৰ পত্নী। জন্মসূত্ৰে তেওঁৰ নাম আছিল নিৰুপমা হাজৰিকা। ঘৰুৱা নাম কুইন, অৰ্থাৎ কুইন হাজৰিকা। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁক নাম দিলে কুইনী হাজৰিকা।প্ৰথমাৱস্থাত এই নামেৰে তেওঁ ৰেডিঅ'ত গীত গাইছিল। তেওঁৰ বিনয়ী আৰু হাঁহিমুখীয়া স্বভাৱৰ বাবে শহুৰেক দীননাথ শৰ্মাই তেওঁক ‘সুদক্ষিণা’ নামটো দিছিল |
    #sudakshinaSharma
    #assameseSinger
    #bhupenhazarika

Комментарии • 1