Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
প্রভুকোটি কোটি ধন্যবাদ তোমাৰ অবিহনে জীৱন অসাৰ
মোক উদ্ধাৰ কৰা প্রভু যীশু🙏
হে প্ৰভু তোমি মোৰ ল'ৰা তোক ভাল কৰি দিয়া....আমেন
হে প্ৰভু ,সদায় ৰক্ষা কৰে আমাক , এই বাৰো পৰিত্ৰাণ কৰক , আমেন
Jisu pita tumi hokolu Jana pita ,amr hoi thoka situation tu tumatke valka ru kuna janibo ,pita udhar kora 🙏pap vul bur maf kora,praise the lord 🙏
হে প্ৰভু যীশু তোমাক বহু বেছি বিশ্বাস কৰো। তুমি মোক সকলো বেমাৰৰ পৰা পৰিত্ৰাণ কৰা।🙏🙏🙏
প্ৰভু মোক বেমাৰৰ পৰা মুক্তি দিয়া যিশুৱা মোৰ শৰী সুস্থ কৰি দিয়া প্ৰভু মই বৰ উপাই বিহীন ✝️🛐 praise the lord ✝️🛐💓
ভগবান বহোত ভাল। হোয় 🦋💕💕🙏🙏🙏🙏🙏🙏। যীশু কৃষ্ণ বোহোত ভাল🙏🙏🙏🙏♥️♥️♥️
হে প্ৰভু যীশু তোমাক বহুত বিশ্বাস কৰো। তুমি মোক সকলো বেমাৰৰ পৰা পৰিত্ৰাণ কৰা।🙏🙏🙏🙏🙏🙏🙏
Praise the lord he probhu Mur sakorir hokolu homoshya homadhan kori diyok probhu
ঈশ্বৰৰ মহিমা হওক আমেন হালেলুইয়া
গীতমালা:86:হে মোৰ ঈশ্বৰ,তোমাত বিশ্বাস কৰোঁতাদাসক তুমি পৰিত্ৰাণ কৰা।
moi je apunar usorolai jaboi pora ni pita ...apunak dudin sapunot dekhilu...Jonai nojonai sadai parthona Koru....apuni arsivad koribo..logote jisu pitaru arsivad bisarisu.amen
@@momisarma7222 same praise the lord 🙏🙏✝️✝️✝️💕💕💕 Amen
Aapunak gole log pam nai atiya
jai jisu pita
mur udhar kora pita jisu
হে প্ৰভু ৰক্ষা কৰা মোক মোৰ আশা সপোন বোৰ ৰক্ষা কৰা চোন বহুত বিপদত পৰিছো
হে প্ৰভু আমাৰ লৰাটো দুখ পালে ভাল কৰি দিযা প্ৰভু যীচু পিতা🛐🛐🛐❤️❤️❤️✝️✝️✝️আমেন 🙏🙏🙏
ঈশ্বৰ প্ৰশংসা হ ওক প্ৰভু যীশু ভাটিৰ সকাম থুৱো প ইচা চুৰ কৰিছে সি নিজে দিয়ে যে আমিন ❤❤❤❤
যীচু তুমি মোৰ জীৱনৰ পৰম বন্ধুযীচু তুমি মোৰ যৌৱনৰ পৰম বন্ধু ৰক্ষা কৰিবা সকলোকে 🙏🏻
হে প্ৰভু যীচু, আমাক বিপদৰ পৰা উদ্ধাৰ কৰা..মাক ৰোগৰ পৰা মুক্ত কৰা.. সকলোবোৰ ৰিপ'ৰ্ট ভাল আহে যেন।
হে পৰমপিতা পৰমেশ্বৰ প্ৰভূ যীচু, মই মহা পাপিয়ে আপোনাৰ ওচৰত প্ৰাৰ্থনা মোৰ সকলো বেমাৰ দুৰ কৰি মই যে সোনকালে মাতৃ হব পাৰো মোক আশীবাদ কৰে যে। পৰম পিতাৰ ওপৰত মোৰ বিশ্বাস আছে।ম
🙏 হে প্ৰভু যিশু মই আপোনাক বিশ্বাসত লৈছোঁ মোৰ দেউতা অসুস্থ হৈ আছে তেখেত সোনকালে সুস্থ হৈ উঠিব বুলি মোৰ বিশ্বাস আছে প্ৰভু যিশু 🙏
মোৰ ভাইটি ব্লাদ কেঞ্চাৰত আক্ৰান্ত । তাক ৰক্ষা কৰা প্ৰভু।
হে প্ৰভু 🙏যীচু পিতা🙏 মই বহুত দিনৰ পৰা বেমাৰত ভুগি আছো, মোক তুমি বেমাৰৰ পৰা উদ্ধাৰ কৰা 🙏 আশীৰ্বাদ কৰা 🙏 প্ৰভু আমেন🙏
Lord bless you ✨ amen
Amen 🎉🎉🎉 Hallelujah 🎉🎉🎉 Amen 🎉🎉🎉 Hallelujah 🎉🎉🎉 Amen 🎉🎉🎉 Hallelujah 😂😂😂😂 প্ৰভু বহুত দুখত আছো কৃপা কৰক 🎉🎉🎉🎉🎉
হে প্ৰভু , মোৰ মা বৰ অসুস্থ , তেওঁক ,সুস্থ কৰি তোলা প্ৰভু , মই উপাইবিহীন , ৰক্ষা কৰা ।
Amen 🙏
প্ৰভূ আমাক তোমাৰ আশীৱাদ দিয়া ।তোমাক আমি বিশ্বাস কৰো ।আলেলোয়া আমেন ।
হে যীচু প্ৰভু মোৰ আইক আৰোগ্য কৰি তুলক।আপোনালৈ শতকুটি প্ৰণাম।
সেই প্ৰভু আমাৰ পৰিয়াল টিক দয়া কৰা প্ৰভু সকলো মনৰ আশা পূৰণ কৰা প্ৰভু
🙏ঈশ্বৰৰ প্ৰশংসাৰ হওক,🙏 আমাৰ সকলোকে ভালে কুশলে ৰাখিবা 🙏প্ৰভু🙏আমেন 🙏
প্রভু কৌটি কৌটি ধন্যৱাদ সকলো তোমাৰ কাৰণে পাইছো তোমাক প্ৰাৰ্থনা কৰি সকলো সমাধান পাইছো তুমিয়েই জীৱন্ত ঈশ্বৰ তোমাৰ বাহিৰে পৰিত্ৰান নাই হাল্লেলুৱা
ঈশ্বৰৰ প্ৰশংসা হওক। আৰু গুৰুদেৱলৈও ধন্যবাদ। যিজন গুৰুপিতাৰ পৰা তোমাক চিনি পালো । তেওঁক কোশলে ৰাখিবা । হে ঈশ্বৰ তোমাৰ স্থান সদায় মোৰ হ্নদয়ত,তুমি মহান দয়ালু পিতা তোমাক ধন্যবাদ প্ৰভু ধন্যবাদ ধন্যবাদ,আমেন আমেন আমেন হাল্লেলুইয়া 🙏🙏🙏
😊
প্রভু যীচুৰ জয় হওঁক হাল্লেলুৱা
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🏼 প্ৰভু আপোনাৰ চৰণত ধৰি মই মোৰ পাপ ভুল স্বীকাৰ কৰিছো , আপুনি মোৰ পাপ আৰু ভুলৰ বাবে ক্ষমা কৰিব , শুদ্ধ পথত লৈ যাওক প্ৰভু ,,,দয়া কৰিব প্ৰভু ✝️🙏🏼🙏🏼
হে প্ৰভু, আমাৰ সকলোৰে ভাল কৰক, মোৰ অসুখটো ভাল কৰিবলৈ কাতৰ অনুৰোধ আৰু মোৰ অজানিতে কিবা ভুল হ'লে ক্ষমা কৰিব প্ৰভু।আমেন
হে প্ৰভু , মোক যুজিৱলৈ শক্তি দিয়া ।
পৃথিৱীৰ ৰ্সবজনলৈ প্ৰভূ যীচু কৃপা মিলক অ প্ৰভূ যীচু পিতা ধন্যবাদ জনাইছো ঈশ্বৰৰ প্ৰশংসা হওক🙏🙏
হে ভগৱান সদায় আমাক কৃপা কৰিবা🙏🙏🙏🙏🙏
হে যিচু প্ৰভূ মোক অকনমান কৃপা দিয়া
পিতা তোমাৰ পবিত্ৰ আত্মা আমাৰ মাজত সদায়েই মজুত থাকিব আমিন আমিন আমিন 🙏🙏🙏🙏🙏🙏🙏
probhu Alice r loraa to xusthyoo kori d🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
হে প্রভূ, মই (মাধূর্য) আৰু (মনমোহন) এ এইবাৰ মেট্রিক পৰীক্ষা দিবলৈ গৈ আছো। সকলো পৰীক্ষা যেন ভাল হয় তুমি যেন কৃপা কৰা।
Praise the lord মোৰ দেউতাক ৰোগৰ পৰা সুস্থ কৰি তোলক প্ৰভু
আমেন 🛐🛐🛐❤️❤️❤️✝️✝️✝️✝️
হে প্ৰভু ঈশ্বৰ ছোৱালী জনী আজি পৰীক্ষা ।কাঁহ ধৰিছে ভা ল কৰি দিয়া প্ৰভু ।তোমাক হত কোতি প্ৰনাম জনাইছৈ ।পৰীক্ষা ভাল হবলৈ আশীৱাদ দিবা প্ৰভু ।ধন্যবাদ প্ৰভু ধন্যবাদ ।🙏🙏🙏
ঈশ্বৰৰ প্রশংসা হওকঈশ্বৰৰ গৌৰৱ হওক আছো বাট চাই তোমাকদেখা দিয়া প্রভু
🙏🙏 প্ৰণাম প্ৰভূ মোৰ বাইদেউ আৰু সকলো শাৰীৰিক অসুস্থলোকক অতি সোনকালে আৰোগ্য কৰি তোলা এয়ে প্ৰাৰ্থনা । আমেন আমেন ।🙏🙏
প্ৰভু সকলো আপোনাৰ হাতত দুখ সূখ🎉🎉🎉🎉🎉🎉🎉 ভাল পথ দিয়ক🎉🎉🎉🎉🎉
যীচুতুমি মোৰ পৰম বন্ধু যীচুতুমি জৌৱনৰ পৰম বন্ধু যীচু তুমি মোৰ জীৱনৰ পৰম ৰক্ষক
ঈশ্বৰৰ প্রশংসা হওঁক🛐 হে প্রভু গুৰুজনা এই আত্মাৰ প্রাথনা যোগেদি আমাৰ ঘৰৰ সকলোকে আশীর্বাদ কৰে আমেন🛐🛐🛐🛐🛐🛐
যীচু তুমি আমাক উদ্ধাৰ কৰা ।
দয়া কৰা প্ৰভু🙏🙏🙏 প্ৰভু সদাই আছো তোমাৰ লগত🙏🙏
প্রভূ তোমাৰ কৃপা সদায় আমাৰ ওপৰত বনায় ৰাখিবা 🙏🙏
Joy jishu pitah baba mor hokoy bemar sirodinoloi val kori di joy jishu pitah baba joy
ঈশ্বৰৰ প্ৰসংশাৰ হওক 🛐🛐🛐❤️❤️❤️ঈশ্বৰৰ গৌৰব হওক ✝️✝️✝️আমেন 🙏🙏🙏
Provu muk doya kora✝️✝️✝️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🛐❤❤❤
প্ৰভু আশীৰ্বাদ কৰিব,ঘৰখনৰ পৰা অমঙ্গল বিলাক নাইকিয়া কৰিব, বেমাৰ আজাৰৰ পৰা মুক্ত কৰিব , লৰা ছোৱালী হালৰ ভাল হওঁক ,,এয়ে প্ৰাৰ্থনা কৰিছোঁ প্ৰভুৰ চৰণত,,,
প্ৰভুক ধন্যবাদ আজিৰ দিনটো দেখুওৱাৰ বাবে🙏🙏🙏💕💖❤️✝️✝️✝️🛐🛐🛐
প্ৰভু মোৰ বাইদেউক অতি সোনকালে আৰোগ্য কৰে যেন এয়ে প্ৰভুৰ চৰণত প্ৰাৰ্থনা ।
হে প্ৰভু যীচু আমাক বিপদৰ পৰা ৰক্ষা কৰা। মাৰ বেমাৰটো অতি সোনকালে ভাল কৰি দিয়া প্ৰভু। আমেন
Prabhu , kali tumak moi ji besarilu dila tumi kihere pujim moi tumak disu mur hridoy khon dhali. Tumak prabhu
প্ৰভু মোক মা হোৱাত সহায় কৰা🥺🥺🙏🙏
প্ৰভূ ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰুদেবকো প্ৰশংসা জনাইছো প্ৰভূ যীচু খ্ৰীষ্টৰ মহান বাণী সমূহ শুনি আমিবোৰ উপকৃত হৈছোঁ ধন্যবাদ আমেন হালেলুবা
Joy jishu pitah baba muk toka poisa bohut diya logote mor petor bemar sirodinoloi val kori diya 🪔
provu ashirbad korok mur maa val hoi uthe jen hunkale
হে পৰম পিতা তুমি জগতৰ জীৱিত ঈচচৰ তোমাৰ নাম ললেই আমি পৰিত্রান পাও আমেন আমেন
ঈশ্বৰৰ প্ৰশংসা হওঁক। তোমাৰ মহিমা সদা- সৰ্ব্বদায় হওঁক। আমেন 🙏
হে প্ৰভু,মোক সুস্থ কৰি দিয়া, আজি বহুত দিনৰ পৰা প্ৰেঢাবৰ infaction ত ভুগি আছো, আৰু মোৰ ল'ৰাটো সৎ পথৰ মাৰ্গ দেখুৱাই আগবঢ়ায় লৈ যোৱা,কিবা যদি ভুল কৰিছো ,ক্ষমা কৰি দিয়া প্ৰভু
Prabhu Jisu 🙏🙏🙏🙏🙏🙏🙏🙏🙏hustha kori rakha probhu amak...Tumr mohima opar...Praise you Jesus 🙏🙏🙏🙏 AMEN
Priase the lord ✝️✝️✝️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
ঈশ্বৰৰ প্ৰশংসা হওকপ্ৰভু যীচু আমাক সদায় ৰক্ষা কৰি ৰাখিবা
Prabhuk,mani,moi,anando,paisu,thanku,jisus,thankumuk,sukhi,kora,karone,probhu,thanku,jisus,bohut,bohut,thanku,mur,prathona,sunar,karone
হে প্রভু সকলোকে সুন্দৰকৈ চলাই নিবা আৰু আশীর্বাদ কৰিবা🛐🛐🛐🛐
ঈশ্বৰৰ গুন গৰিমা ৰে আমাৰ জীৱন লৈ শান্তি নিজৰা বৈ যাওক ৷সকলোৰে মংগল হওক ৷যীশুৰ গুনেৰে আমাৰ জীৱন সমৃদ্ধ হওক ৷
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤🎉😮😊firi
সদায় হৃদয়ত ৰাখিম ❤। মোক ৰক্ষা কৰা প্ৰভু
প্ৰভূ মই বহুত নানা ধৰণৰ দুখ, চিন্তা হৈ আছে amen
Tumak pronam probhu jisu mok daiya kora 🙏🙏🙏🙏🙏🙏🙏🙏🙏 guru Janako pronam 🙏🙏🙏🙏🙏🙏
Prabhu amar prathona khuna
হে ঈশ্বৰ , হে প্রভু , মোৰ পৰিয়ালৰ সকলো সদস্য সুস্থ হৈ থাকক এয়ে কামনা কৰো
Prabhu muk akhirbad koribo.. Prabhu moi apunak hewa jonaisu
হে প্ৰভু যীশু পৃথিৱীৰ সকলো মানুহকে সুখ শান্তিৰে ৰাখা প্ৰভু । সকলোৰে মনোকামনা পুৰণ কৰা দয়াময় প্ৰভু ।
Probhu jisu apunak kakuti krisu mur deutak husto kri Tula lgte mur maaku husto kri rakha mur maa deutae mur hklu 🙏🙏
Praise the Lord🙏 amen Amen Amen Amen Amen Amen Amen🙏🙏🙏🙏🙏🙏🙏😭😭😭😭😭😭😭😭😭😭
হে প্ৰভূ মোৰ অশান্তি মনটোক শান্তি দিয়া
Muk hunkale bhl kri dia prabhu 🙏 praise the lord ✝️
Amen🎉🎉🎉🎉🎉🎉🎉 Amen 🎉🎉🎉🎉🎉🎉🎉 Amen🎉🎉🎉🎉🎉🎉🎉❤papa ji🎉🎉🎉🎉🎉🎉🎉🎉
ঈশ্বৰৰ পসংখা হওঁক । গুৰু জনাৰ লগতে ঘৰৰ সকলো পৰিয়াল টি প্ৰভু ঈশ্বৰে সুস্থ কৰি ৰাখে । আজি মোৰ প্ৰয়োজনীয় আহাৰ মোক দিয়া প্ৰভু । আমেন
ঈশ্বৰৰ প্ৰশংখা হওক মোৰ মনৰ আশা পূৰণ কৰা প্ৰভূ
ঈশ্বৰৰ প্ৰসংশা হওক🙏ধন্যবাদ জনাইছো প্ৰভু 🙏 আমেন
প্ৰভু মংগল কৰিব। মোৰ কৰ্ম স্হান উন্নত কৰক প্ৰভু। প্ৰভূ আপুনি যি ৰূপতে আছে আপোনাক মনৰ পৰা ধ্যান কৰিছো। আশীৰ্বাদ কৰিব প্ৰভূ। 🙏🙏
ঈশ্বৰৰ প্ৰশংসা হওক ✝️🙏 আমেন ✝️ হালেলুইয়া 🙏🙏
যীচু পিতাই তুমি মোৰ মাক উদ্বাৰ কৰা...
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 প্ৰভু যীচু প্ৰাথনা সকলোকে সুস্থ কৰক মোকো কৰক 🙏🙏 আমেন ❤️❤️
Doya kore prabhu
প্ৰভু কৃপা কৰা । 😭😭😭😭😭😭😭🙏🙏🙏
হে প্ৰভু এই দুৰাচাৰীক এই বিপদৰ পৰা ৰক্ষা কৰা।
This song is mine one of the most favourite Assamese gospel music song. AMEN 🙏 God bless you abundantly sir.
হে পিতা মোৰ ল'ৰাৰ চাইনাচাইটিছ ভাল কৰি দিয়ক।🙏🏻
ঈশ্বৰৰ প্ৰচণ্ড হওঁক 🙏🛐❤️আশীৰ্বাদ কৰিবা পিতা 🙏❤️
প্রভু তোমাৰ প্ৰাৰ্থনাই মোৰ জীৱন সলনি কৰিলে তোমাক কোটি কোটি ধন্যৱাদ জনাইছো হাল্লেলুৱা ৷
Praise the lord🙏🙏হে প্ৰভু দয়া কৰা।ৰাষ্টা দেখুৱাই দিয়া প্ৰভু।বিপদত পৰা উদ্ধাৰ কৰা।
হে প্ৰভু কৃপা কৰিবা মনৰ আশা পূৰণ কৰিবা প্ৰভু।
ঈশ্বৰৰ প্ৰশংসা হওক । গুৰু পিতা মাতা দীৰ্ঘ জীৱি হওক । প্ৰাথনা । আমেন ।
Preas tha lordহে প্ৰভু উদ্ধাৰ কৰক🙏🙏😔😔
প্রভুকোটি কোটি ধন্যবাদ তোমাৰ অবিহনে জীৱন অসাৰ
মোক উদ্ধাৰ কৰা প্রভু যীশু🙏
হে প্ৰভু তোমি মোৰ ল'ৰা তোক ভাল কৰি দিয়া....আমেন
হে প্ৰভু ,সদায় ৰক্ষা কৰে আমাক , এই বাৰো পৰিত্ৰাণ কৰক , আমেন
Jisu pita tumi hokolu Jana pita ,amr hoi thoka situation tu tumatke valka ru kuna janibo ,pita udhar kora 🙏pap vul bur maf kora,praise the lord 🙏
হে প্ৰভু যীশু তোমাক বহু বেছি বিশ্বাস কৰো। তুমি মোক সকলো বেমাৰৰ পৰা পৰিত্ৰাণ কৰা।🙏🙏🙏
প্ৰভু মোক বেমাৰৰ পৰা মুক্তি দিয়া যিশুৱা মোৰ শৰী সুস্থ কৰি দিয়া প্ৰভু মই বৰ উপাই বিহীন ✝️🛐 praise the lord ✝️🛐💓
ভগবান বহোত ভাল। হোয় 🦋💕💕🙏🙏🙏🙏🙏🙏। যীশু কৃষ্ণ বোহোত ভাল🙏🙏🙏🙏♥️♥️♥️
হে প্ৰভু যীশু তোমাক বহুত বিশ্বাস কৰো। তুমি মোক সকলো বেমাৰৰ পৰা পৰিত্ৰাণ কৰা।🙏🙏🙏🙏🙏🙏🙏
Praise the lord he probhu Mur sakorir hokolu homoshya homadhan kori diyok probhu
ঈশ্বৰৰ মহিমা হওক আমেন হালেলুইয়া
গীতমালা:86:হে মোৰ ঈশ্বৰ,
তোমাত বিশ্বাস কৰোঁতা
দাসক তুমি পৰিত্ৰাণ কৰা।
moi je apunar usorolai jaboi pora ni pita ...apunak dudin sapunot dekhilu...Jonai nojonai sadai parthona Koru....apuni arsivad koribo..logote jisu pitaru arsivad bisarisu.amen
@@momisarma7222 same praise the lord 🙏🙏✝️✝️✝️💕💕💕 Amen
Aapunak gole log pam nai atiya
jai jisu pita
mur udhar kora pita jisu
হে প্ৰভু ৰক্ষা কৰা মোক মোৰ আশা সপোন বোৰ ৰক্ষা কৰা চোন বহুত বিপদত পৰিছো
হে প্ৰভু আমাৰ লৰাটো দুখ পালে ভাল কৰি দিযা প্ৰভু যীচু পিতা🛐🛐🛐❤️❤️❤️✝️✝️✝️আমেন 🙏🙏🙏
ঈশ্বৰ প্ৰশংসা হ ওক প্ৰভু যীশু ভাটিৰ সকাম থুৱো প ইচা চুৰ কৰিছে সি নিজে দিয়ে যে আমিন ❤❤❤❤
যীচু তুমি মোৰ জীৱনৰ পৰম বন্ধু
যীচু তুমি মোৰ যৌৱনৰ পৰম বন্ধু
ৰক্ষা কৰিবা সকলোকে 🙏🏻
হে প্ৰভু যীচু, আমাক বিপদৰ পৰা উদ্ধাৰ কৰা..মাক ৰোগৰ পৰা মুক্ত কৰা.. সকলোবোৰ ৰিপ'ৰ্ট ভাল আহে যেন।
হে পৰমপিতা পৰমেশ্বৰ প্ৰভূ যীচু, মই মহা পাপিয়ে আপোনাৰ ওচৰত প্ৰাৰ্থনা মোৰ সকলো বেমাৰ দুৰ কৰি মই যে সোনকালে মাতৃ হব পাৰো মোক আশীবাদ কৰে যে। পৰম পিতাৰ ওপৰত মোৰ বিশ্বাস আছে।ম
🙏 হে প্ৰভু যিশু মই আপোনাক বিশ্বাসত লৈছোঁ মোৰ দেউতা অসুস্থ হৈ আছে তেখেত সোনকালে সুস্থ হৈ উঠিব বুলি মোৰ বিশ্বাস আছে প্ৰভু যিশু 🙏
মোৰ ভাইটি ব্লাদ কেঞ্চাৰত আক্ৰান্ত । তাক ৰক্ষা কৰা প্ৰভু।
হে প্ৰভু 🙏যীচু পিতা🙏 মই বহুত দিনৰ পৰা বেমাৰত ভুগি আছো, মোক তুমি বেমাৰৰ পৰা উদ্ধাৰ কৰা 🙏 আশীৰ্বাদ কৰা 🙏 প্ৰভু আমেন🙏
Lord bless you ✨ amen
Amen 🎉🎉🎉 Hallelujah 🎉🎉🎉 Amen 🎉🎉🎉 Hallelujah 🎉🎉🎉 Amen 🎉🎉🎉 Hallelujah 😂😂😂😂 প্ৰভু বহুত দুখত আছো কৃপা কৰক 🎉🎉🎉🎉🎉
হে প্ৰভু , মোৰ মা বৰ অসুস্থ , তেওঁক ,সুস্থ কৰি তোলা প্ৰভু , মই উপাইবিহীন , ৰক্ষা কৰা ।
Amen 🙏
প্ৰভূ আমাক তোমাৰ আশীৱাদ দিয়া ।তোমাক আমি বিশ্বাস কৰো ।আলেলোয়া আমেন ।
হে যীচু প্ৰভু মোৰ আইক আৰোগ্য কৰি তুলক।আপোনালৈ শতকুটি প্ৰণাম।
সেই প্ৰভু আমাৰ পৰিয়াল টিক দয়া কৰা প্ৰভু সকলো মনৰ আশা পূৰণ কৰা প্ৰভু
🙏ঈশ্বৰৰ প্ৰশংসাৰ হওক,🙏 আমাৰ সকলোকে ভালে কুশলে ৰাখিবা 🙏প্ৰভু🙏আমেন 🙏
প্রভু কৌটি কৌটি ধন্যৱাদ সকলো তোমাৰ কাৰণে পাইছো তোমাক প্ৰাৰ্থনা কৰি সকলো সমাধান পাইছো তুমিয়েই জীৱন্ত ঈশ্বৰ তোমাৰ বাহিৰে পৰিত্ৰান নাই হাল্লেলুৱা
ঈশ্বৰৰ প্ৰশংসা হওক। আৰু গুৰুদেৱলৈও ধন্যবাদ। যিজন গুৰুপিতাৰ পৰা তোমাক চিনি পালো । তেওঁক কোশলে ৰাখিবা । হে ঈশ্বৰ তোমাৰ স্থান সদায় মোৰ হ্নদয়ত,তুমি মহান দয়ালু পিতা তোমাক ধন্যবাদ প্ৰভু ধন্যবাদ ধন্যবাদ,আমেন আমেন আমেন হাল্লেলুইয়া 🙏🙏🙏
😊
প্রভু যীচুৰ জয় হওঁক হাল্লেলুৱা
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🏼 প্ৰভু আপোনাৰ চৰণত ধৰি মই মোৰ পাপ ভুল স্বীকাৰ কৰিছো , আপুনি মোৰ পাপ আৰু ভুলৰ বাবে ক্ষমা কৰিব , শুদ্ধ পথত লৈ যাওক প্ৰভু ,,,দয়া কৰিব প্ৰভু ✝️🙏🏼🙏🏼
হে প্ৰভু, আমাৰ সকলোৰে ভাল কৰক, মোৰ অসুখটো ভাল কৰিবলৈ কাতৰ অনুৰোধ আৰু মোৰ অজানিতে কিবা ভুল হ'লে ক্ষমা কৰিব প্ৰভু।আমেন
হে প্ৰভু , মোক যুজিৱলৈ শক্তি দিয়া ।
পৃথিৱীৰ ৰ্সবজনলৈ প্ৰভূ যীচু কৃপা মিলক অ প্ৰভূ যীচু পিতা ধন্যবাদ জনাইছো ঈশ্বৰৰ প্ৰশংসা হওক🙏🙏
হে ভগৱান সদায় আমাক কৃপা কৰিবা🙏🙏🙏🙏🙏
হে যিচু প্ৰভূ মোক অকনমান কৃপা দিয়া
পিতা তোমাৰ পবিত্ৰ আত্মা আমাৰ মাজত সদায়েই মজুত থাকিব আমিন আমিন আমিন 🙏🙏🙏🙏🙏🙏🙏
probhu Alice r loraa to xusthyoo kori d🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
হে প্রভূ, মই (মাধূর্য) আৰু (মনমোহন) এ এইবাৰ মেট্রিক পৰীক্ষা দিবলৈ গৈ আছো। সকলো পৰীক্ষা যেন ভাল হয় তুমি যেন কৃপা কৰা।
Praise the lord মোৰ দেউতাক ৰোগৰ পৰা সুস্থ কৰি তোলক প্ৰভু
আমেন 🛐🛐🛐❤️❤️❤️✝️✝️✝️✝️
হে প্ৰভু ঈশ্বৰ ছোৱালী জনী আজি পৰীক্ষা ।কাঁহ ধৰিছে ভা ল কৰি দিয়া প্ৰভু ।তোমাক হত কোতি প্ৰনাম জনাইছৈ ।পৰীক্ষা ভাল হবলৈ আশীৱাদ দিবা প্ৰভু ।ধন্যবাদ প্ৰভু ধন্যবাদ ।🙏🙏🙏
ঈশ্বৰৰ প্রশংসা হওক
ঈশ্বৰৰ গৌৰৱ হওক
আছো বাট চাই তোমাক
দেখা দিয়া প্রভু
🙏🙏 প্ৰণাম প্ৰভূ মোৰ বাইদেউ আৰু সকলো শাৰীৰিক অসুস্থলোকক অতি সোনকালে আৰোগ্য কৰি তোলা এয়ে প্ৰাৰ্থনা । আমেন আমেন ।🙏🙏
প্ৰভু সকলো আপোনাৰ হাতত দুখ সূখ🎉🎉🎉🎉🎉🎉🎉 ভাল পথ দিয়ক🎉🎉🎉🎉🎉
যীচুতুমি মোৰ পৰম বন্ধু যীচুতুমি জৌৱনৰ পৰম বন্ধু যীচু তুমি মোৰ জীৱনৰ পৰম ৰক্ষক
ঈশ্বৰৰ প্রশংসা হওঁক🛐
হে প্রভু গুৰুজনা এই আত্মাৰ প্রাথনা যোগেদি আমাৰ ঘৰৰ সকলোকে আশীর্বাদ কৰে আমেন🛐🛐🛐🛐🛐🛐
যীচু তুমি আমাক উদ্ধাৰ কৰা ।
দয়া কৰা প্ৰভু🙏🙏🙏 প্ৰভু সদাই আছো তোমাৰ লগত🙏🙏
প্রভূ তোমাৰ কৃপা সদায় আমাৰ ওপৰত বনায় ৰাখিবা 🙏🙏
Joy jishu pitah baba mor hokoy bemar sirodinoloi val kori di joy jishu pitah baba joy
ঈশ্বৰৰ প্ৰসংশাৰ হওক 🛐🛐🛐❤️❤️❤️ঈশ্বৰৰ গৌৰব হওক ✝️✝️✝️আমেন 🙏🙏🙏
Provu muk doya kora✝️✝️✝️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🛐❤❤❤
প্ৰভু আশীৰ্বাদ কৰিব,ঘৰখনৰ পৰা অমঙ্গল বিলাক নাইকিয়া কৰিব, বেমাৰ আজাৰৰ পৰা মুক্ত কৰিব , লৰা ছোৱালী হালৰ ভাল হওঁক ,,এয়ে প্ৰাৰ্থনা কৰিছোঁ প্ৰভুৰ চৰণত,,,
প্ৰভুক ধন্যবাদ আজিৰ দিনটো দেখুওৱাৰ বাবে🙏🙏🙏💕💖❤️✝️✝️✝️🛐🛐🛐
প্ৰভু মোৰ বাইদেউক অতি সোনকালে আৰোগ্য কৰে যেন এয়ে প্ৰভুৰ চৰণত প্ৰাৰ্থনা ।
হে প্ৰভু যীচু আমাক বিপদৰ পৰা ৰক্ষা কৰা। মাৰ বেমাৰটো অতি সোনকালে ভাল কৰি দিয়া প্ৰভু। আমেন
Prabhu , kali tumak moi ji besarilu dila tumi kihere pujim moi tumak disu mur hridoy khon dhali. Tumak prabhu
প্ৰভু মোক মা হোৱাত সহায় কৰা🥺🥺🙏🙏
প্ৰভূ ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰুদেবকো প্ৰশংসা জনাইছো প্ৰভূ যীচু খ্ৰীষ্টৰ মহান বাণী সমূহ শুনি আমিবোৰ উপকৃত হৈছোঁ ধন্যবাদ আমেন হালেলুবা
Joy jishu pitah baba muk toka poisa bohut diya logote mor petor bemar sirodinoloi val kori diya 🪔
provu ashirbad korok mur maa val hoi uthe jen hunkale
হে পৰম পিতা তুমি জগতৰ জীৱিত ঈচচৰ তোমাৰ নাম ললেই আমি পৰিত্রান পাও আমেন আমেন
ঈশ্বৰৰ প্ৰশংসা হওঁক। তোমাৰ মহিমা সদা- সৰ্ব্বদায় হওঁক। আমেন 🙏
হে প্ৰভু,মোক সুস্থ কৰি দিয়া, আজি বহুত দিনৰ পৰা প্ৰেঢাবৰ infaction ত ভুগি আছো, আৰু মোৰ ল'ৰাটো সৎ পথৰ মাৰ্গ দেখুৱাই আগবঢ়ায় লৈ যোৱা,কিবা যদি ভুল কৰিছো ,ক্ষমা কৰি দিয়া প্ৰভু
Prabhu Jisu 🙏🙏🙏🙏🙏🙏🙏🙏🙏hustha kori rakha probhu amak...Tumr mohima opar...Praise you Jesus 🙏🙏🙏🙏 AMEN
Priase the lord ✝️✝️✝️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
ঈশ্বৰৰ প্ৰশংসা হওক
প্ৰভু যীচু আমাক সদায় ৰক্ষা কৰি ৰাখিবা
Prabhuk,mani,moi,anando,paisu,thanku,jisus,thankumuk,sukhi,kora,karone,probhu,thanku,jisus,bohut,bohut,thanku,mur,prathona,sunar,karone
হে প্রভু সকলোকে সুন্দৰকৈ চলাই নিবা আৰু আশীর্বাদ কৰিবা🛐🛐🛐🛐
ঈশ্বৰৰ গুন গৰিমা ৰে আমাৰ জীৱন লৈ শান্তি নিজৰা বৈ যাওক ৷সকলোৰে মংগল হওক ৷যীশুৰ গুনেৰে আমাৰ জীৱন সমৃদ্ধ হওক ৷
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤🎉😮😊firi
সদায় হৃদয়ত ৰাখিম ❤। মোক ৰক্ষা কৰা প্ৰভু
প্ৰভূ মই বহুত নানা ধৰণৰ দুখ, চিন্তা হৈ আছে amen
Tumak pronam probhu jisu mok daiya kora 🙏🙏🙏🙏🙏🙏🙏🙏🙏 guru Janako pronam 🙏🙏🙏🙏🙏🙏
Prabhu amar prathona khuna
হে ঈশ্বৰ , হে প্রভু , মোৰ পৰিয়ালৰ সকলো সদস্য সুস্থ হৈ থাকক এয়ে কামনা কৰো
Prabhu muk akhirbad koribo.. Prabhu moi apunak hewa jonaisu
হে প্ৰভু যীশু পৃথিৱীৰ সকলো মানুহকে সুখ শান্তিৰে ৰাখা প্ৰভু । সকলোৰে মনোকামনা পুৰণ কৰা দয়াময় প্ৰভু ।
Probhu jisu apunak kakuti krisu mur deutak husto kri Tula lgte mur maaku husto kri rakha mur maa deutae mur hklu 🙏🙏
Praise the Lord🙏 amen Amen Amen Amen Amen Amen Amen🙏🙏🙏🙏🙏🙏🙏😭😭😭😭😭😭😭😭😭😭
হে প্ৰভূ মোৰ অশান্তি মনটোক শান্তি দিয়া
Muk hunkale bhl kri dia prabhu 🙏 praise the lord ✝️
Amen🎉🎉🎉🎉🎉🎉🎉 Amen 🎉🎉🎉🎉🎉🎉🎉 Amen🎉🎉🎉🎉🎉🎉🎉❤papa ji🎉🎉🎉🎉🎉🎉🎉🎉
ঈশ্বৰৰ পসংখা হওঁক । গুৰু জনাৰ লগতে ঘৰৰ সকলো পৰিয়াল টি প্ৰভু ঈশ্বৰে সুস্থ কৰি ৰাখে । আজি মোৰ প্ৰয়োজনীয় আহাৰ মোক দিয়া প্ৰভু । আমেন
ঈশ্বৰৰ প্ৰশংখা হওক মোৰ মনৰ আশা পূৰণ কৰা প্ৰভূ
ঈশ্বৰৰ প্ৰসংশা হওক🙏
ধন্যবাদ জনাইছো প্ৰভু 🙏
আমেন
প্ৰভু মংগল কৰিব।
মোৰ কৰ্ম স্হান উন্নত কৰক প্ৰভু।
প্ৰভূ আপুনি যি ৰূপতে আছে আপোনাক মনৰ পৰা ধ্যান কৰিছো।
আশীৰ্বাদ কৰিব প্ৰভূ। 🙏🙏
ঈশ্বৰৰ প্ৰশংসা হওক ✝️🙏 আমেন ✝️ হালেলুইয়া 🙏🙏
যীচু পিতাই তুমি মোৰ মাক উদ্বাৰ কৰা...
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 প্ৰভু যীচু প্ৰাথনা সকলোকে সুস্থ কৰক মোকো কৰক 🙏🙏 আমেন ❤️❤️
Doya kore prabhu
প্ৰভু কৃপা কৰা । 😭😭😭😭😭😭😭🙏🙏🙏
হে প্ৰভু এই দুৰাচাৰীক এই বিপদৰ পৰা ৰক্ষা কৰা।
This song is mine one of the most favourite Assamese gospel music song. AMEN 🙏 God bless you abundantly sir.
হে পিতা মোৰ ল'ৰাৰ চাইনাচাইটিছ ভাল কৰি দিয়ক।🙏🏻
ঈশ্বৰৰ প্ৰচণ্ড হওঁক 🙏🛐❤️
আশীৰ্বাদ কৰিবা পিতা 🙏❤️
প্রভু তোমাৰ প্ৰাৰ্থনাই মোৰ জীৱন সলনি কৰিলে তোমাক কোটি কোটি ধন্যৱাদ জনাইছো হাল্লেলুৱা ৷
Praise the lord🙏🙏হে প্ৰভু দয়া কৰা।ৰাষ্টা দেখুৱাই দিয়া প্ৰভু।বিপদত পৰা উদ্ধাৰ কৰা।
হে প্ৰভু কৃপা কৰিবা মনৰ আশা পূৰণ কৰিবা প্ৰভু।
ঈশ্বৰৰ প্ৰশংসা হওক । গুৰু পিতা মাতা দীৰ্ঘ জীৱি হওক । প্ৰাথনা । আমেন ।
Preas tha lord
হে প্ৰভু উদ্ধাৰ কৰক🙏🙏😔😔