গান গাব বুলি ঘৰৰ পৰা ওলাই অহা ল'ৰাজন...'আঁৰৰ মানুহগৰাকী'
HTML-код
- Опубликовано: 7 фев 2025
- মুম্বাইৰ পৰা আহিছিল এটা বিশেষ ফোন আৰু তাৰ পাছতেই সৃষ্টি হৈছিল সেই জনপ্ৰিয় গীতটো। কি ভাবি লিখিছিল 'ঊল গুঁঠিব জানেনে নাজানে তাই'? ‘আঁৰৰ মানুহগৰাকী’ত এইবাৰৰ অতিথি প্ৰায় ২০ টা বছৰ একক,অনন্য হৈ সংগীত ক্ষেত্ৰত কাম কৰি যোৱা মানস ৰবীন
#nbnews #nbnewsdigital #aarormanuhgoraki #manashrabin #musician #singer #artist
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
বহু শিল্পীৰ সাক্ষাৎকাৰৰ অনুষ্ঠান চাইছো। আজিৰ অনুষ্ঠানটিৰ মূল ব্যক্তি শ্ৰীযুত মানস ৰবীন, তেওঁৰ পত্নী আৰু লগতে সাক্ষাৎকাৰ লোৱা সাংবাদিক গৰাকীৰ কথা কোৱা, প্ৰশ্ন সোধা, উত্তৰ দিয়াৰ শৈলী অতি উচ্চ মানৰ হৈছে।
ভাল লাগিল। যথেষ্ট আনন্দ উপভোগ কৰিলোঁ।
ইমান সুন্দৰ কৈ প্ৰস্ন কৰা সাংবাদিক বাইদেউ সঁচাকৈয়ে ধন্যবাদৰ পাত্ৰ 🎉
Right 👍
অতি সূন্দৰ অনুষ্ঠান
মানস ৰবিন দাক বহুত ভাল পাও। অনুষ্ঠানটো চাই বহুত ভাল লাগিল। মানুহজন খুব ভাল ।
বোৱাৰী জনী বৰ গহীন গম্ভীৰ, সূনদৰ কথা বতৰা, পৰিপাতি কাপোৰ , এগৰাকী শিক্ষয়িত্ৰী সচা অৰ্থত ....বৰ ভাল লাগিল দেই ....
মানস দাৰ বৌজনীক বহুত ভাল লাগিল,ধুনীয়া❤❤❤
মানস ৰবিনৰ গান বিলাক শুনি বহুত ভাল লাগে। একেবাৰেই সহজ সৰল শিল্পী। তেওঁ পত্নী বৰ ধুনীয়া আৰু মৰমীয়াল ভাল লাগিল।
সুন্দৰ ভিডিও, তেখেতৰ পত্নী গৰাকীৰ কথা খিনি বৰ ভাল লাগিল।
বহুত ভাল মানুহ জনৰ কথাবোৰ আজি পত্নীৰ আৰু দেউতাকৰ মুখেৰে জানিলোঁ ভাল লাগিলে তেওঁৰ সকলো দিনে সুখী থাকক
খুব ভাল লাগিল ভিডিঅ'টো চাই।মানসদাৰ গীতবোৰ সঁচাকৈ অতুলনীয়।সকলো ভালে থাকক,সুখি পৰিয়াল,দেখি অনুভৱ হৈছে।বৌ গৰাকী বৰ মৰম লগা।❤❤❤
বহুত ভাল লাগিল প্ৰিয় শিল্পী গৰাকীৰ অনুষ্ঠানটো ।
বহুত interview চালোঁ মানস দা আৰু বৌ সঁচাই ইমান সহজ সৰল, বিৰাট ভাল লাগিল, অলপো কৃতিমতা নাই। সদাই ভালে থাকক সুস্থ থাকক আপোনালোক।
বৰ সুন্দৰ অনুষ্ঠান। দুয়োজনৰ কথা শুনি ভাল লাগিল।
অনুস্থানটি বহুত ভাল লাগিল। মোৰ প্ৰিয়, শ্ৰদ্ধাৰ এজন প্ৰকৃত শিল্পী মানস ৰবিন।
চাৰক বহুত বছৰৰ পাছত দেখা পালোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়ছো আপোনালোক ভালে থাকক।
বাইদেউ আমাৰ স্কুলত আহিছিল,যেতিয়া গম পাইছিলোঁ মানস দাৰ পত্নী,আকৌ বাইক ৰ পৰা ৰখাই ফটো ললোঁ,সিমান ধুনীয়া বাইদেউ ।
দাদাৰ সকলো গীতে মনত আছে, আচৰিত !
মানস ৰবীনৰ সুযোগ্য পত্নী | গাম্ভীর্য, সৰলতা বিদ্যমান।
ইমান ধুনীয়া অনুষ্ঠান টো background music টোৱে বেয়া কৰিলে । বাদ বাকী ভাল লাগিল।
শ্রদ্ধেয় পিতৃকে ধৰি মানস ৰবিনদেৱৰ পৰিয়ালটি কুশলে থাকক এয়ে আন্তৰিক শুভেচ্ছা জনাইছো🙏🙏🙏
বহুত ভাল লগা এজন শিল্পী
সাজপাৰ লগতে কথা বতৰাবোৰ বহুত ভাল লাগিল
Moyuri baa Mousom Gogoi da aru bouk anibosun apunar ai anushthan t .❤
Manas ; The most true Jatio ostitta thoka ajon dhunia monor artist.
God bless him ❤.
মানস ৰবিন এক কথাৰ মানুহ ,উদাহৰন CAA
সুন্দৰ video আগবঢ়ালে ভাল লাগিল
অনুষ্ঠানটো সঁচাই ভাল লাগিল ।।।
মানস দা আৰু বৌক বহুত ভাল লাগে❤
গীতিকাৰ চিন্তা, অনুভৱ -- থাকে জানো -- তেওঁলোক মাত্ৰা -- কল্পনা জগতত -- উতি বাঢ়ি থাকে
ভাল লগা প্ৰিয় শিল্পী❤
অতি সুন্দৰ 💞👌
মানস দা বহোত ভাল লাগিল
বৌঊ আপোনী বহোত ধুনীয়া
ভাল লাগিল সুন্দৰ বাৰ্তা❤❤
Bhal lagil kokai
বহুত সুন্দৰ ❤❤❤❤❤❤
N b news ankargaraki bahut dhunia aru katha pota hayli bor Val dhanybad thakil.........
...
Vale lagil hundor hoise bowgoraki bohut vl lagil
ভিডিঅটো চাই বহুত ভাল লাগিল।
Bahut dhunia programme val lagil sai
Background music tur bahire baki hokolu vaal lagil... Manash da bowk aji 1st dkhlu.. Hosai bohut vaal monor agoraki❤
ভাল লাগিছে।
তুমি খুব ভাল লাগিল তোমাৰ পৰিয়াল টি দেখি।
আমাৰ ঘৰৰ ওচৰতে ঘৰলৈ আহিলে কেতিয়াবা লগ পালে বহুত ভাল লাগি যায়
Hosai bohut val lagil ❤
Family Interview Sai Val lagil.
❤❤❤ ভাল লাগিল
Vl lagil Sai bhut
Hosai eman val lagile kotha bur huni ❤❤❤❤
Mojja song likhicil dai.
Bhut val lagil ataike morom dilu
ইমান দুনিয়া কটন শৈলি গহিন ভাল লাগিল
ইমান ধুনীয়া কথন শৈলী গহীন ভাল লাগিল।
@@junmoniborah6402Good 👍
You are great Junmoni.Corrected sentence reading koriboloi help kora babe. Assamese t wrong spelling, Sentance dekhile olop dukh lage.@@junmoniborah6402
Mozza MoZzaa 🔥
Val lagil sai
ভাল হৈছে সাক্ষাৎ।
Hundor .
ভাল লাগিল !
Mur piyo manuh jon❤❤❤
Mur best singer manas da
Xundor lagil
Nice mojaa lagil❤
Good intervew...manshd da👌👌
Bow gorakik bohut val lagel.
Khub val.lagil bor dhuniya anusthan
ভাল লাগিল।কিন্তু প্ৰথমৰ পৰা প্ৰায় ৪০ মিনিট সময় বেক গ্ৰাউণ্ড মিউজিকে অলপ বিজুতি ঘটোৱা যেন অনুভব হল।ডিব্ৰুগড়ৰ জীয়ৰী,শিৱসাগৰৰ বোৱাৰী আৰু মানস ৰবীনৰ পত্নী।মাৰ্জিত,পৰিপাটি অসমীয়া সাজত অতুলনীয়।শিল্পী মানস ডাঙৰীয়াৰ কৃতিমতা নাই।জয় আই অসম🙏🙏🙏
My faberat singer, ull guthib janana gantu bahut bhall pao.
কবলৈ। ভাষা। বিচাৰি। পোয়া। নাই। ভাল। লাগিল
Bohut vl lgile vl jomoni ktha patile ❤❤
Nice dada❤❤❤
Bor dhuniya❤❤❤
Beutiful
Val lagil❤
বৰ ভাল লাগিল
Axomiya channel or anchor Bure kio imn besi kotha koi . Guest maati Ani nije he besi kotha koi ... Kintu program tu vl hoise
Very good
Val lagil
Xei bor din kiman jei glod Deen jivon asil o..❤❤❤❤
Jai ho
Bht vl LGA manuh jn manash da.g jn manuhey sidha koi koi vl pi
Good mankh dada baidew
Bor dhunia
মৌচম গগৈক লাগে
ajanee sikhaotir lagate ajanee bhadra mahilao katha batra bahut bhal lagise.
Haxyatkarti khuob val lagil
নিজক প্ৰতিস্থা কৰোতে সকলোৰে কস্ত হয়।
vl lagil
❤❤
Manas dak tu val lagei bow r kotha bilak bohut val lagil .
val lagiel sai
Bor hundor
❤
❤️❤️❤️❤️❤️
Good
❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Hahi hahi hat sapori sapori bojai hunilu interview2
manok dak xoki eman vallage
সাদৰী তিৰোতা, বৌ গৰাকী
Gayatri mahanta kotha u hudib lge
Muru same
চুমী কি খবৰ মা দেউতাৰ ভাল নে
♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥🥰🥰🥰🥰🥰