Neel Barakha - নীল বৰষা | Assamese Short Film | Soubhik Rajkhowa & Rose Bordoloi

Поделиться
HTML-код
  • Опубликовано: 19 окт 2024

Комментарии • 16 тыс.

  • @Bicky415
    @Bicky415 Год назад +38

    সম্পৰ্কবোৰ হৃদয়ৰ পৰা গঢ়িব লাগে শব্দৰে নহয়,✨অভিমান বোৰ: শব্দৰে হব লাঘৱ হৃদয়ৰ পৰা নহয় ।💗
    তোমালোকৰ অভিনয় ই সঁচাকৈ হৃদয় চুই যায় 💗✨

  • @daijipuma4377
    @daijipuma4377 Год назад +13

    Bhut besi vl lagil sai aguyai jua tare kamona 🤗🤗🧚🏾‍♀️🧚🏾‍♀️🧚🏾‍♀️🧚🏾‍♀️

  • @praytasheeborah6980
    @praytasheeborah6980 Год назад +6

    Mojja shoubhik da , rose ba, kaku da, pakhi ba, 😘😘😘❤️❤️❤️💜💜😥😥😥

  • @sigma-17
    @sigma-17 Год назад +14

    Goru sor bhaiok moja lagise gunda akdom heavy pura khatra lagise ❤❤❤❤❤❤❤❤goru sor 🔥🔥🔥🔥🔥🔥🔥🔥

  • @mayatamang3800
    @mayatamang3800 Год назад +5

    Bohut bohut bohut val lagise apunalukor video ❤️❤️❤️❤️❤️😊😊😇😇😇😇😇

  • @naresh_creation_802
    @naresh_creation_802 Год назад +7

    হৃদয় চুই গল video খিনি
    বহুত ভাল লাগিল । বহুত ভাল লাগিল সচাকে 🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰👆👆❤️❤️❤️❤️❤️

  • @monjugogoi9656
    @monjugogoi9656 Год назад +172

    অৱশেষত চাব পালোঁ ,🥰 বহুত ভাল লাগিল বহুত ধুনীয়া অভিনয় সকলোৰে সুন্দৰ হৈছে ।❤️
    এনেদৰে আৰু ভাল ভাল আৰু ধুনীয়া ধুনীয়া short flim দিয়া‌ যে আমাৰ মাজত ,🥳❤️
    Soubhik da, rose ba, Shankar da, gorusur,kalpana khuri,pakhi ba,kaku da 🥰❤️ সকলো লৈকে 1ta like kri diba ❤️🥳

  • @sgogoi459
    @sgogoi459 Год назад +15

    সুন্দৰ কাহিনী, সুন্দৰ অভিনয়, সুন্দৰ নিৰ্দেশনা.. সকলো ধুনীয়া হৈছে...👌❤❤🔥🔥সকলোৰে অভিনয় বহুত ভাল হৈছে ,হৃদয় চুই গৈছে❤❤ ধন্যবাদ সকলোলৈ 🙏 শুভেচ্ছা থাকিল সকলো অভিনেতা অভিনেত্ৰীলৈ.... আৰু ধুনীয়া ভাল ভাল চুটি ছবি যাতে আগলৈ আমাক উপহাৰ দিয়ে🎁🎁 Love from Duliajan ❤❤

  • @sayanikabora4132
    @sayanikabora4132 Год назад +18

    বহুত বহুত ভাল লাগিল চাই । ইমান ধুনীয়া বনাইছে চবেই ধুনীয়া acting কৰিছে । 2nd part চাবলৈ ৰৈ আছো সোনকালে লাগে ।♥️♥️♥️♥️♥️♥️♥️

  • @Rakesh-pl7ms
    @Rakesh-pl7ms Год назад +13

    জীৱনত যে বন্ধুত্বৰ প্ৰয়োজন বুজি পালো।🥰 Best story .... Aru laga anakowa😍😍

  • @rabindrabarman2021
    @rabindrabarman2021 Год назад +9

    আপোনাৰ পাগলামী vlog বোৰতকৈ short film বোৰহে ভাল লাগে সৌভিক দা। Short film bonai juwa dada support paba

  • @sunitasonowal7223
    @sunitasonowal7223 Год назад +7

    খুব সুন্দৰ হৈছে 👏 কাহিনী টু,, মন চুই গ ল চাই পেলাই,, আৰু আগুৱাই যোৱা আগলৈ আৰু বহুত মৰম 💕💕

  • @polirajkhowavlogs
    @polirajkhowavlogs Год назад +19

    অতি সুন্দৰ short film ধুনীয়া অভিনয় কৰিছে সকলোৱে। Love from Hyderabad .

  • @lijaassamesekitchen5193
    @lijaassamesekitchen5193 Год назад +17

    বহুত ভাল লাগিল। আপোনালোকৰ অভিনয় ধুনীয়া হৈছে। নীল- বৰষা পৰিয়ালটোলৈ বহুত শুভকামনা আৰু মৰম জাচিলো 🥰

  • @anjandas3709
    @anjandas3709 8 месяцев назад +5

    Mojja haise bhal lagise kahini to super se upar....

  • @anupathak3789
    @anupathak3789 Год назад +1

    Woww finally apuni aru ata story dile aru aneke di thakibo please apunalok dutatke bohut val lage

  • @rupamhazarika8750
    @rupamhazarika8750 Год назад +46

    কবলৈ ভাষা নাই । অতি সুন্দৰ কাহিনী আৰু অভিনয়।❤️💝

  • @nishitacreation3839
    @nishitacreation3839 Год назад +24

    বহুত ভাল লাগিল তোমালোকৰ short film খন অভিনয় বহুত সুন্দৰ হৈছে 💞নিজৰ সময় খিনি দেখা যেন লাগিল

  • @tannushreetannu2778
    @tannushreetannu2778 Год назад +50

    সকলোৰে Acting 🔥🔥🔥🔥 𝐔𝐟𝐟𝐟𝐬𝐬𝐬 🥺❤️ একো কব ভাষা নাই হয়টো শব্দৰ অভাৱ 🥺❤️ শেষত এটাই কথা ক‌ও আগুৱাই যোৱা এনেদৰে 🙏🥺

  • @bhaskarjyotidas2579
    @bhaskarjyotidas2579 Год назад +16

    Congratulations 👏🎉 nice short film😍😍😍❤️❤️❤️❤️

  • @Yuvi_ffshorts
    @Yuvi_ffshorts Год назад +72

    অতি সুন্দৰ short film.. ধুনীয়া আভিনয় কৰিছে সকলোৱে।। অভিনন্দন থাকিল💗

    • @minakhisaikia9125
      @minakhisaikia9125 Год назад +3

      Bor bhal lagil dai Sai, akow ekhon sabole akha korisu

    • @ankitsenapati4892
      @ankitsenapati4892 Год назад +1

      Moja suobik da bohut bohut Val lagishe love you

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 Год назад +59

    নাজিৰা কলেজত শিৱ দৌলত চুটিং ,,খুব ভাল লাগিল শিৱসাগৰবাসী হিচাপে সদায় শুভেচ্ছা আছে তোমালোকৰ লগত,,খুব ভাল কাহিনী খুব সুন্দৰ হৈছে ❤️🔥🤗

  • @daywidrashmi
    @daywidrashmi Год назад +5

    bohut bohut bohut val lage tumalukr vdo vlog bur sai..xoday enedorei aguai jua🥰🥰🥰🥰🥰🥰🥰❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @dipshikasonowal816
    @dipshikasonowal816 Год назад +7

    Bohut val lagil short film son sai ❤️☺️

  • @parashcreation9492
    @parashcreation9492 Год назад +54

    এতিয়া ৰ পৰাই অপেক্ষা কৰি আছো ❣️
    অৱশেষত অপেক্ষা পাছত চাবলৈ পালোঁ মন চুই গল ❣️ সঁচা কাৰোবাক ভাল পালে এনেকৈ য়ে পাব লাগে
    বাকী শুভেচ্ছা থাকিল আগুৱাই যোৱা
    সকলোৱে অভিনয় সঁচা বহুত ভাল হৈছে
    গৰু চোৰ জুই

  • @karishmasaikia323
    @karishmasaikia323 Год назад +108

    অবশেষত অপেক্ষাৰ অন্ত পৰিল। সকলোৱে নীল-বৰষা চাবলৈ পালে। সচাকৈ বহুত ভাল লাগিল শৌভিক দা❣️ ইমান দিনৰ কষ্ট সাৰ্থক হোৱা দেখি সচায় ভাল লাগিছে ❤️🥰 সকলোৱে খুব ধুনীয়া অভিনয় কৰিছে আৰু সকলোলৈকে বহুত মৰম যাছিলো😊❤️😍 আৰু আগবাঢ়ি যোৱা তাৰে কামনা কৰিলো 🥰🥰

  • @Jintu560
    @Jintu560 Год назад +22

    সকলোৰে অভিনয় ধুনীয়া হৈছে । মৰিগাঁও ৰ পৰা মৰম জাচিলো নিল বৰষা পৰিয়াল লৈ 🥰💛

  • @silpadevi9028
    @silpadevi9028 Год назад +1

    Xca a emn dhuniya lgil sai ☺vl pwa xca ankwa hb lga 💝2mluk agwai jwa

  • @hiramonirajbongshi5450
    @hiramonirajbongshi5450 Год назад +34

    বহুত অপেক্ষা কৰি আছিলো চাৱলৈ পাই ভাল লাগিলে বহুতে আগৰ কিছু মান কথা মনত পৰি গল নীল বৰষা❤️❤️❤️

  • @Dipankar88763
    @Dipankar88763 Год назад +16

    কাহিনীটো বহুত ধুনীয়া হয়। সৌভিক দাদাৰ অভিনয় বহুত ভাল হৈছে আৰু বাকী কেইজনে আৰু অলপ ভাল কৰিবলৈ চেষ্টা কৰিব লাগে আগলৈ। শুভকামনা থাকিল তোমালোকলৈ আগুৱাই যোৱা।

  • @nijumonibodophukan612
    @nijumonibodophukan612 Год назад +23

    সকলো কলাকুশলীক আন্তৰিক অভিনন্দন জনালোঁ 💐 চাই ভাল লাগিল । মনৰ হেপাঁহেৰে আগুৱাই যোৱা 💕👍🏻

  • @alashikimran
    @alashikimran Год назад +3

    Mojja lagise ... Villain Tu kintu khatraa

  • @abhigyakachari1002
    @abhigyakachari1002 Год назад +11

    সুন্দৰ নীল বৰষা💗❤অভিনয় ধুনিয়া🤟🔥🔥

  • @gitashreebaishya7792
    @gitashreebaishya7792 Год назад +45

    বহুত সুন্দৰ👍♥️ হৃদয় চুই গ'ল♥️ চকুপানী ৰখাব নোৱাৰিলো😥🥰

  • @bdking4616
    @bdking4616 Год назад +78

    শৰীৰ চুব পৰাটো নহয়,
    হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম।♥️
    কাৰোবাক ভালপাওঁ বুলি কবলৈ
    সময় নালাগে কিন্তু সেই ভালপোৱা
    জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে। ♥️🌍মৰমে কেতিয়াওঁ নকয় তুমি কোন?
    মৰমে মাথোঁ কয় তুমি মোৰ।
    মৰমে কেতিয়াওঁ নকয় তুমি ক'ত থাকা?
    মৰমে মাথোঁ কয় তুমি মোৰ
    অন্তৰত থাকা।
    মৰমে কেতিয়াওঁ নকয় তুমি মোক
    ভালপোৱানে।
    মৰমে মাথোঁ কয় মই তোমাকেই ভাল পাও।♥️♥️love is very important fore any person....love is more🌍♥️Val lgil aguai jua dada

    • @safrinsultana3092
      @safrinsultana3092 Год назад

      You are right

    • @dimpleborah-kl4th
      @dimpleborah-kl4th Год назад +2

      ❤️❤️

    • @Radhe_radhe409
      @Radhe_radhe409 Год назад +2

      Knowledge is much more important than love....love is just a temporary thing and sometimes this temporary thing can spoil our life....

  • @krishnakantagogoi705
    @krishnakantagogoi705 Год назад +1

    Mak kosom moja dai bohut val lagele 💕💕💞❤❤

  • @ankitakonwar2581
    @ankitakonwar2581 Год назад +10

    নীল বৰষা ৰ premot এইবাৰ 😩❤
    সকলোৰে অভিনয় ধুনীয়া হৈছে 😘❤
    নীল (সৌভিক) দা Always fire 🔥🔥 😩
    Love you Neel Borokha team 😘❤

  • @porinitasaikia7508
    @porinitasaikia7508 Год назад +44

    কাকুৰ অভিনয় কথাকোৱাৰ ইস্টাইল বহুত ভাল লাগিছে 👍👍👍

  • @porimainaneog3156
    @porimainaneog3156 Год назад +33

    অন্তৰ চুই গ'ল... এই কাহিনী টোৱে আমাৰ কিছুমান স্মৃতি সজীৱ কৰি তুলিলে🥰🥰।
    Love from Sivasagar❤️

  • @priyankavlog5068
    @priyankavlog5068 Год назад +4

    Jui pura🔥🔥🔥 aru flim lagibo❤❤❤

  • @jeevanff4440
    @jeevanff4440 Год назад +7

    সুন্দৰ হৈছে আশা ৰাখিলোঁ আগলৈও এনেকুৱা দেশিবলৈ পাম । শেষৰ part টো বহুত ভাল লাগিল সৌভিক দা আৰু সকলোকে । গৰু চুৰৰ অভিনয় ভাল লাগিল।all the best ❤️👍

  • @manalishadas2421
    @manalishadas2421 Год назад +32

    ইমানেই ধুনীয়া লাগিছে Short film খন চাই ☺☺ সকলোৰে অভিনয় ইমান সুন্দৰ হৈছে❤ কাকু দাৰ অভিনয় কিন্তু ধুনীয়া হৈছে ☺☺☺ পাখি বা তোমাক ইমান মৰম লাগিছে❤Soubhik দা & Rose baa ❤❤❤❤😍😍😍

  • @aaisu_1657
    @aaisu_1657 Год назад +88

    বহুত ভাল লাগিল নীল-বৰষা 💘 সকলোৰে অভিনয় খুউব ধুনীয়া হৈছে ❤️❤️❤️

    • @pakhilabaishya5253
      @pakhilabaishya5253 Год назад +2

      সকলোৰে অভিনয় খুউব ধুনীয়া হৈছে😍😍😍😍

    • @pompigogoi2634
      @pompigogoi2634 Год назад

      Hoxa a 🥰

  • @mgofficial8902
    @mgofficial8902 Год назад +3

    Woowwww amr ghro usro school khn t shooting kri sile but aji loike gon a nepalu🥺 aji video tu sai h gom pisu 🙂 bdw nice ❤

  • @pahibor5907
    @pahibor5907 Год назад +8

    আমাৰ কলেজীয়া দিনলে মনত পৰি গল।🔥😍

  • @madhusmitasrecipecornerandvlog
    @madhusmitasrecipecornerandvlog Год назад +19

    বৰ ধুনীয়া অভিনয় সকলোৰে।আৰু আগুৱাই যোৱা🥰

  • @ajarjun2285
    @ajarjun2285 Год назад +9

    আগৰ কি খনত কৈ ধুনীয়া হৈছে ❤️‍🩹
    সৌভিক দা তুমি জুই 🔥❤️

  • @Trinacrafts-y2n
    @Trinacrafts-y2n Год назад +93

    Pakhi ba kaku da rose ba soubhik da চাৰি ওকে মই বহুত ভাল পাও and story Tu sai bahut val lagise 🥰❤️❤️

  • @chandamitachanda8680
    @chandamitachanda8680 Год назад +4

    বহুত ভাল লাগিল নীল বৰষা।
    ইমান বন্ধুত্ব লগতে প্ৰেম আৰু দুই ভনীৰ ইমান মৰম 💖💖💖💖

  • @foodandpeace1271
    @foodandpeace1271 Год назад +13

    মজা লাগিল। বন্ধুত্ব, প্ৰেমৰ অপূৰ্ব সমাহাৰে ছবিখনক জীপাল কৰি তুলিছে। বিশেষকৈ শেষৰ দৃশ্য❤️

  • @dipankardas8356
    @dipankardas8356 Год назад +20

    অৱশেষত অপেক্ষাৰ অন্ত পৰিল... নীল_বৰষা...বহুত ভাল লাগিলে চাই🥰 তোমালোক সকলোবোৰ 🔥🔥🔥... Love you all😚💖

  • @itsrajib-fr7br
    @itsrajib-fr7br Год назад +2

    ভালপোৱা এনেকোৱা হ'ব লাগে 🥰💗💓❤️💖✨✨

  • @madhusmitaborgohain6766
    @madhusmitaborgohain6766 Год назад +4

    সকলোৰে অভিনয় নিখুঁত আৰু বৰ ধুনীয়া হৈছে ..ভাল লাগিল দেই।আৰু আগুৱাই যোৱা তোমালোক। নতুন বছৰত আৰু নতুন আশাৰে...আগলৈ..... আশা থাকিল🥰

  • @chayanikakalita2306
    @chayanikakalita2306 Год назад +82

    সুন্দৰ নীল বৰষা 👍 অভিনয়ধুনীয়া হৈছে ❤️

    • @ritumonidas2854
      @ritumonidas2854 Год назад +2

      Val lagsa de. 🤗🤗🤗🤗❤️❤️❤️❤️

  • @karnawrld692
    @karnawrld692 Год назад +6

    বহুত বহুত ভাল লাগিল সৌভিক দাদা আৰু সকলোকে মানে কবলৈ ভাষা ইমান সুন্দৰ হৈছে আৰু এনেকুৱা short film পাই যাম বুলি বহুত আশা ৰাখিলোঁ ।। 💕💕💕💕💕💕💕

  • @Karabibarman123
    @Karabibarman123 Год назад +8

    বহু অপেক্ষাৰ অন্তত। বহুত বহুত বেছিকৈয়ে ভাল লাগিল কাহিনীটো । আগলৈও এনেকুৱা ভিডিও পাম বুলি আশা থাকিল❤

  • @bhagyasritalukdar2713
    @bhagyasritalukdar2713 Год назад +5

    Moja hoise dei akdom🥰... Soubhik da rock 😍🤗

  • @moromikalita0076
    @moromikalita0076 Год назад +13

    বোজাব নোৱাৰা অনুভূতি, কবলৈ ভাষা নাই ইমান ভাল লাগিল💯💯💯 আগলেও আৰু চাব পাম বুলি আশা কৰিলো।

  • @sbshiva7412
    @sbshiva7412 Год назад +5

    হাঁহি ধেমালি,কান্দোনেৰে ভৰা এখন চিনেমা 😅❤ সঁচাই ভাল লাগিল চাই ❤

  • @sourabhbora4841
    @sourabhbora4841 Год назад +19

    ভাল পোৱাৰ লগতে এজন ভাল বন্ধত্বও দেখা গৈছে💛🤝

  • @amanishadevi5947
    @amanishadevi5947 Год назад +9

    মন চুই গ'ল ❣️... সকলোলৈকে মৰম ও‌ শুভকামনা।

  • @Sophie77772
    @Sophie77772 Год назад +62

    গৰু চুৰৰ অভিনয় জুই 🔥🔥
    কাকু দা , পাখি বা, ৰ'জ বা আৰু সৌভিক দা সকলোৰে অভিনয় ধুনীয়া হৈছে😍❤️
    আৰু আগুৱাই যোৱা ❤️❤️

  • @NitulHira-jt3id
    @NitulHira-jt3id 8 месяцев назад +2

    Bohut besi val lagile aru aneke bonaba sun❤️🤗🥰

  • @air33-ias53
    @air33-ias53 Год назад +8

    সকলোৰে অভিনয় বহুত ধুনীয়া হৈছে। Congratulations to all of you guys 💕

    • @masudali5826
      @masudali5826 Год назад

      সুন্দৰ হৈছে। সুন্দৰ অভিনয় আৰু আগলৈ কি বনাবা

  • @kumkumgogoi8446
    @kumkumgogoi8446 Год назад +7

    Wow mind blowing acting and story....shouvik da congratulations for your success in new film ❤️☺️

  • @lunaboruah5284
    @lunaboruah5284 Год назад +14

    সকলোৰে প্ৰেম যাতে পূৰ্ণতা পাই,😌♥️
    ভাল পোৱা জনৰ বাবে বহুত ত্যাগ কৰিব পৰা তুহে প্ৰকৃত ভালপোৱা 💫

  • @jundas9675
    @jundas9675 Год назад

    Wou beh ki bonaisa vaxa nai aku কবলৈ সদাই এনেকৈ আগ বাঁহী যোৱা asu Ami logt bhut ,bhut vll hoise reeee ❤❤❤❤❤❤❤❤❤❤❤ba aru dada hot। Aru bonai juwa ❤❤❤❤❤❤❤

  • @anamikadas16
    @anamikadas16 Год назад +17

    Neel Borsha💟Gungun Bikram😘
    true love is never ending.... Purest Love 💟❣️

  • @manalishadas2421
    @manalishadas2421 Год назад +327

    সৌভিক দা ইমান ধুনীয়া হৈছে তোমাৰ অভিনয় ❤ বহুত শুভকামনা আৰু মৰম নীল -বৰষা পৰিয়ালটোলৈ ❤❤❤😍

  • @Freefire-el9il
    @Freefire-el9il Год назад +4

    Kalpaa acting osm just wow (goru sur jindabad)❤️

  • @KarabiHira-lv3lg
    @KarabiHira-lv3lg Год назад +3

    Bhut vll lgise sai xsai bhut vll lgise😊

  • @priyomsewali8207
    @priyomsewali8207 Год назад +4

    What is a sweet story .pakhi ba and rose ba always favourite kaku da jui sauvik da tu outstanding aru goru Sur voia nok . lots of love to the whole team of nill borosha .

  • @barashakumari4016
    @barashakumari4016 Год назад +16

    অপেক্ষাৰ অন্তত আজি নীল - বৰষা ❤️ বহুত বেছি ভাল লাগিল 🥰🥺

  • @itz_arushi7049
    @itz_arushi7049 Год назад +11

    বহুত অপেক্ষা অন্তত আজি তোমালোকৰ Short film খন চাবলৈ পালো 🤗 ইমান সুন্দৰ হৈছে সকলোৰে অভিনয়বোৰ বহুত ভাল লাগিল চাই দাদা❤

  • @karabigogoi3030
    @karabigogoi3030 Год назад +2

    Amazing short film ❤bohut val lagil dei saii

  • @monushgamer1961
    @monushgamer1961 Год назад +85

    গৰু চুৰৰ acting is the best 👏👏👏👏👍👍👍

  • @banditadeka3037
    @banditadeka3037 Год назад +4

    উফ সকলোৰে অভিনয় ধুনীয়া হৈছে 😍আৰু আগবাঢ়ি যোৱা 👌গৰু চোৰ 🔥🔥

  • @nenachoudhury6820
    @nenachoudhury6820 Год назад +6

    অপেক্ষা ৰ অন্তত আজি চাবলৈ পাই বৰ ভাল লাগিল....সুব ধুনীয়া লাগিল চাই 💓এনেদৰেই যাতে আৰু আগুৱাই যায় তাৰে কামনা কৰিলোঁ🥺🙃

  • @chistyvlog8873
    @chistyvlog8873 8 месяцев назад +2

    Khub val lgil pohi aha clg khont Sutting kra dekhi...

  • @nibirhazarika....
    @nibirhazarika.... Год назад +7

    Soubhik Daa aru Kalpa Daar Entry Next Level 🔥🔥⚡⚡

  • @opffgirl5147
    @opffgirl5147 Год назад +36

    Pakhi ba and Kaku da r acting 🔥🔥

  • @gagennath2825
    @gagennath2825 Год назад +18

    বহু অপেক্ষাৰ অন্তত এখন সুন্দৰ কাহিনী থকা ছবি উপভোগ কৰিব পাৰিলোঁ ❤️❤️❤️

  • @satabdahazarika159
    @satabdahazarika159 Год назад

    Mnt pri gol.agor din bur 💗💗mjhhh hoise 🔥🔥👌👌

  • @dimpidekatalukdar3573
    @dimpidekatalukdar3573 Год назад +4

    বহুত অপেক্ষাৰ অন্তত আজি নীল বৰষা ❤️❤️❤️❤️ বহুত বেছি ভাল লাগিল 😍😍😍😍

  • @dibyabikash9941
    @dibyabikash9941 Год назад +7

    সুন্দৰ কাহিনী , সুন্দৰ সংলাপ , অতি সুন্দৰ পৰিচালনা । হৃদয় স্পৰ্শী গল ।

  • @bonasmitasaikia8938
    @bonasmitasaikia8938 Год назад +28

    প্রথমতে অৰ্ণৱ আস্থা... এতিয়া নীল বৰষা ❤

  • @parthapratimdeka023
    @parthapratimdeka023 Год назад +10

    সঁচা ভাল পোৱাত যিমান অজুহাত নাহক কিয় ভগৱানে মিলাই দিব নিজৰ প্ৰেয়সী জনীক🥺😘

  • @bikukalita2061
    @bikukalita2061 Год назад +3

    বহুতবহুত ভাল লাগিছে

  • @JkRava-k8s
    @JkRava-k8s 7 месяцев назад +4

    Dhuniya lagil de ❤

  • @karishmasaikia589
    @karishmasaikia589 Год назад +7

    খুব সুন্দৰ হৈছে ❤️ হৃদই চুই গল 😍

  • @fiddusali722
    @fiddusali722 5 месяцев назад

    O ba aru dada eman dhunia hoysy bohut mojja lagisy waw❤❤❤❤❤

  • @goNXTPlayers
    @goNXTPlayers Год назад +5

    A bhaii moja moja 🤟✨👀one off the best part 〽️🤟off my life 😘

  • @aninditagondhia1452
    @aninditagondhia1452 Год назад +232

    Excited for নীল - বৰষা 😍❤️

    • @gitarthakalita5835
      @gitarthakalita5835 Год назад +3

      Hii

    • @Dilip-vc6db
      @Dilip-vc6db Год назад +1

      @@gitarthakalita5835 hlo

    • @amigogoi8972
      @amigogoi8972 Год назад

      ❤️❤️❤️❤️❤️❤️

    • @swapnadeuri4911
      @swapnadeuri4911 Год назад

      Tumar logot friend holu tumiyo mur logot friend hoba buli akha korilu m

    • @chottomodelshraboni8601
      @chottomodelshraboni8601 Год назад

      সবাই আমার পরিবারের সদস্য হয়ে যাও প্লিজ

  • @parineetaborah645
    @parineetaborah645 Год назад +7

    অৱশেষত অপেক্ষাৰ অন্ত পৰিল... সচাঁই বহুত ভাল লাগিল🥺❤️

  • @korobibarhoi9076
    @korobibarhoi9076 Год назад

    My all'time val loga lora to hoxai dei সৌভিক da tumak bohut jui lage 😚💥💥

  • @nivadowarah2039
    @nivadowarah2039 Год назад +5

    ❤️🥰💕😍 Beautiful Love story

  • @swastikajogi
    @swastikajogi Год назад +3

    Bhut dhuniya story tuh... Vl lagise bhut..but last or scene tuh besi vl lagil mojjah 👏❤️

  • @koustovhazarika71
    @koustovhazarika71 Год назад +43

    when rose said " তুমি দিয়া হেন্দুৰ এতিয়াও লৈ আছোঁ" My old memories are fresh and my eyes are crying🥲

    • @as04gamer83
      @as04gamer83 Год назад

      Ki karisili toi old memoryt

    • @koustovhazarika71
      @koustovhazarika71 Год назад

      @@as04gamer83 Drink two pegs of wine with me sometime, then I will tell you my old memories, I feel old memories only when I drink wine😎

    • @as04gamer83
      @as04gamer83 Год назад

      Give me your addres
      মোক আপোনাৰ ঠিকনা দিয়ক

    • @as04gamer83
      @as04gamer83 Год назад

      Mod khuwabi toi

    • @koustovhazarika71
      @koustovhazarika71 Год назад

      @@as04gamer83 come to Bengaluru

  • @Vloging7856
    @Vloging7856 2 месяца назад +2

    I'm very excited ❤🎉

  • @bandanaboruah3459
    @bandanaboruah3459 Год назад +8

    সকলোৰে অভিনয় ধুনীয়া হৈছে শুভেচ্ছা জনালো💐💐আৰু যাতে আগবাঢ়ি যোৱা তাৰে কামনা কৰিছোঁ।