Raja Rani - ৰাজা ৰাণী | Assamese Short Film | Soubhik Rajkhowa | Rose Bordoloi
HTML-код
- Опубликовано: 12 сен 2024
- Cast
Soubhik Rajkhowa
Rose Bordoloi
Kalpa Jyoti Phukan
Ankrita Devi
Anjana Boruah
Archita Sut
Kashmiri Saikia
Anupam Chetry
Sanu Bora
Pranab Sharma
Udita Saha
Ritul Phukan
Puspa Lata Dutta
Rashmi Borah
Kalpana Hazarika
Puja Borah
Mintu Saikia
Hari Saha
Duke Phukan
Bablu Rajkhowa
Dop
Samrit Baruah
Director
Kalpa Jyoti Phukan
Story & Script
Soubhik Rajkhowa
Poster
Partha Jit Hira
Makeup Artist
Dimpi Saikia
Poster Click
Deeku Bhowmick
Special Thanks
Achurjya Borpatra
Rantu Bharali
Prafulla Borah
Kukil Phukan
Kuki Rajkhowa
Mamoni Baruah
Mayur Milon Bordoloi
Location
North Lakhimpur, Dhekiyajuli
Credits:
Singer: Achurjya Borpatra
Lyrics: Rakesh Gogoi
Composition: Rakesh Gogoi and Achurjya Borpatra
Music: Arnab Bashistha
Guitar and Stroke: Rupam Sarmah
Electric Guitar: Chinmoy Sarma
Sarod: Tarun Kalita
Flute: Mantu Das
Recording Studio: RedAV Studio by Pinku Das
Studio A by Arnab Bashistha
Mix and Mastur: Diganta Bordoloi ( Studio Audioholic)
Artwork: Hemchand
Hridoy sui jua ak kahini❤ hosai vl lagil sai🥰♥️♥️♥️
Hosai bohut dhuni ak love story.l love Soubhik daa aru rose baa apunaluk aru aguwai jauk
ইমান সুন্দৰ অভিনয় আৰু কাহিনীটো হৃদয় চুই গৈছে আৰু সঁচা প্রেম কেতিয়াওঁ মিলন নহয়
Hosa oo
Khub val lagil❤❤ last scene kadi dilu😢😢😢
কি কম মই মোৰ কবলৈ ভাষা নাই মোৰ হৃদয় চুই গৈছে বহুত ধুনীয়া কাহিনী আৰু আগুৱাই যোৱা মই ভগৱানৰ ওচৰত প্ৰাথনা কৰিছোঁ ❤❤❤❤ soubhik da আৰু rose ba ভগৱানে আপোনালোক সদায় আশীৰ্বাদ কৰক 🌹❤🌹
Fg percentage in NBA rim is as didn't de eg ft dgxgzxWfhggfffyrfdsddddrrttt ty
Mind blowing lvstry showbhik daa aru rose baa vry heart touching stry ❤❤🥺🥺
Well done to all members 👍🏻👍🏻❤❤🔥
Bhut val lagil sai....❤❤❤❤😢😢😢😢..last t..olp dukh lagil😢😢
Souvik da mojja lagila bohut dhuk lagila sai sokur pani musi a tot puya a nie😭🥺🥺.
কি কম সৌভিক দা কবলৈ ভাষা নাই ইমান ধুনীয়া কাহিনী 🥺💕 শেষত কান্দি পেলালো 😭
Same 😢
Hllw
Bandita Saikia Tumi mur Maina name tu copy korila dekhun
Same 😢😢
Ross baa la beya lage jay aru sovike da lhu beya lage jay 😢tume xodey xukhu thek😢❤😊
সৌভিক দাদাক ভাল পোৱা সকলে like ata কৰিব ❤❤❤❤। Like he খুজিছোঁ পইচা খোজা নাই😂😂😂।
😂
Sdjjgx 😢❤❤
কবলৈ ভাষা নাই ,😢ইমান সুন্দৰ অভিনয় লগতে কাহিনীটো,হৃদয় চুই আপোনালোক আগুৱাই যাওক😢❤❤বহুত বহুত মৰম আপোনালোক সকলোলৈ❤❤এতিয়ালৈকে ৩ বাৰ মান চালোঁ😢😢আজি আকৌ এবাৰ চাই কমেণ্ট কৰিলোঁ❤😢চকুপানী ৰখাব নোৱাৰিলো😢মৃত্যু সময় খিনি যে ইজনে সিজনৰ বাবে 😢😢😢😢oh My God 😢ভাষা নাই soubhik da nd rose ba❤
সচাঁকৈ হৃদয় চুই গ'ল কাহিনীটোৱে🥺❤️
Bohut dhuniya lagise ❤❤❤
Bht dhunia kahini..aru agbahi jua.. heart touch kori goise short film khn a.. lot's of love 💕..sokolure Val pua manuh jon/ joni Val a thakok..❤
আধৰোৱা এক সচাঁ প্ৰেমে বুকুত খুন্দিয়াই গ'ল❤️😭
Hosakoi bohut besi Val lagil sai ....soku pani ulai gol❤️❤️agbahi juwa tuma luk ❤️❤️
বহু অপেক্ষাৰ অন্ত পৰিল🥺 হিদয় চুই যোৱা এক প্ৰেম কাহিনীৰো অন্ত পৰিল 😢 বহুত ভাল লাগিল চাই সচাঁই কোনোৱে নাজানে কাৰ কেতিয়া কি হৈ😟 এনেকৈ আগ বাঢ়ি যোৱা আৰু আমাৰ কাৰণে আগলৈও এনেদৰে ধুনীয়া ধুনীয়া কাহিনী আগবঢ়াই লৈ আহা❤ সৌভিক দা🎉
Bor ধুনীয়া কাহিনী 😢দুখ লাগিগল😢😢
হৃদয় চুই গল এই কাহিনীটোৱে 😌 আচলতে সচাঁ মৰম ভালপোৱা মিলন নহলেও আজীৱন অমৰ হৈ ৰৈ যায় 😔 আগলৈ আৰু ভাল কাম কৰি যোৱা মোৰ ফালৰপৰা best which থাকিল তোমালোকৰ লৈ 👍
ইমান সুন্দৰ কাহিনী...!!
অন্তৰ চুই গ'ল। বহুত ভাল লাগিল।
খুব সুন্দৰ আগোৱাই যোৱা তোমালোক , আৰু তোমালোকৰ প্ৰেম যুগমীয়া হওক
এই কাহিনীটো কোনে কোনে ভাল পালা লাইক এটা কৰিবা
হৃদয় চুই যোৱা এটা কাহিনী 😍👍Raja Rani ❤
Bohut val hoise.......❤ hridoy sui jua kahini❤
Tumi amr hero hoi soubhik da 🎉❤anekoie agbahi jua 💗..Raja Rani uff this story is unbelievable ❤Thank you soubhik da amak emn ata beautiful story forward r babe 😊 apunar team to 🔥 love you Rose ba and soubhik da ❤
Soukhik is pagol😂
Amar nokobi tur hero hoi sage sudu
Raja
Ayuibvm❤🎉😂😢😮😅😊
Amar hero😂😂😂
এনেকুৱা চিনেমা নবনাবদে বহুত দুখ লাগি গ'ল। 😢অন্তত ৰাজা ৰাণীৰ মিল হ'ব লাগিছিল আৰু দোখীয়ে শাস্তি পাব লাগিছিল।❤👌🤞👍💜😇
Garu sur majja acting 🥰
Kbole aru bhakha a nai ....emn hundor ata kahini 💯🥺❤️
Heart touching story 😢😢😢
অতি সুন্দৰ 👌গানটো শুনি আবেগিক হৈ গলো আৰু আগুৱাই যোৱা❤️❤️❤️❤️
দুখ লাগিল 😢😢😢😢লগতে ভালো লাগিল❤❤❤soubhik ৰ sort film বোৰ সদাই heart touching হয় ❤❤❤❤❤love frm Bukakhat ❤
দুখ লাগিল 😢😢 লগতে ভাল লাগিল 🎉🎉🎉
Bukakhat nhoi Bokakhat hoi 𝚜𝚙𝚎𝚕𝚕𝚒𝚗𝚐 vul
Bhut vl lgil oo
Soku pani ulai gol gol 🥺❤️✨xomaj khon ekebare nuhua hoi gol goi 🥺
আগুৱাই যোৱা আমাৰ সহযোগিতা সদাই তোমাৰ লগত আছে।।❤️
Moja lagile sai soubhik da raja rani short film ❤❤❤
Moja lagil short film khon sai fali disa soubhik da bhut time pora rokhi aselu sam sam buli... 🥳🎉 NEED MORE LIKE THIS..💕💞
Hidoi sui goise dada kahini tui .. Bohut dhuniya lagise 🥰🥰🥰 Dada .....xekhot sokur Pani ulai gol.....apuni xosakoi Hero dada🥰🥰🔥
অতি সুন্দৰ 👌সকলো কলা কুশলীলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু ভৱিষ্যত জীৱনৰ উজ্বল কামনা কৰিলোঁ 💐
বহুত আবেগিক হৈ গলো😢❤।। সকলোৰে অভিনয় ধুনীয়া হৈছে❤
সচাই বহুত ভাল লাগিল সৌভিক দা ❤হৃদয় চুই যোৱা কাহিনী
Super soubhik daa apunar short flim khon sai bohut vl lgele❤❤❤
কি কম কবলৈ ভাষা নাই........ সঁচা ভাল পোৱা এইয়াই প্ৰমাণ ❤😔🥺
Soubik da bohut val lagil fliim khon sai
অপেক্ষা অন্ত পৰিল।
বহুত ভাল লাগিলে
আৰু আগুৱাই যোৱা মই ভগৱানক পাৰ্থ না কৰিছোঁ 🌹
Bht dhunia hoise . soubhik da ru Rose baa gd bless u.. Anekua jen Real lifet karo lgt nhy hekht sokur ulai gol💔😰
কবলৈ ভাষা নাই ইমান ধুনীযা কাহিনী❤❤😢 শেষত ইমান দুখ লগা কাহিনীটোৰ চকুপানী ৰখাব নোৱাৰিলো😭💧
Guru sur top level acting❤❤
বাপ ৰে দাদা চুকুৰ পানী ওলাই গৈছে ও 🥺🥺,thnkyou so much দাদা,মেইন কি যানে আমাৰ অসমীয়া জাতি টোত হে এইবোৰ বেছি। ইমান ধুনীয়া ভিদিও দিয়াৰ বাবে ধন্যবাদ 🙏🙏 আকৌ আগুৱাই যোৱা 🙏🙏🙏
baapreee iman dhuniya hol. Bohut kandilu. Next kahinit duitai mill hoba dei gunda sunda mari mill hoba. Love u both❤
Juna juna soubhik daa k vall pai like kora❤
Kio
Vlog t fotuwa baci
@@nilkalita4911tuk kio lga
😊চ😊 পৰ 😢🎉
Fr😊222😂😂❤❤❤R ki@@nilkalita4911
গানটো শুনি চকুৰ পানী ওলাই গল... গাৰ নোম শিয়ৰি উঠিল... ❤😢 Love you all ❤❤
হৃদয় চুই যোৱা কাহিনী😢😢
বহুত ভাল লাগিছে চাইকিন্তু অকণমান দুখ লাগিল বহুত বহুত ভাল লাগিল
সুন্দৰ অভিনয়ৰ সকলোৰে আৰু আগুৱাই যোৱা।।🧿🫶🏻
আৱেগিক হৈ পৰিলো সঁচাই 🙂❤️
ভালপোৱা পাবলৈও ভাগ্য লাগে আৰু এক হবলৈও
সেয়ে থকা জনক গুৰুত্ব দিয়ক 🙂❤️🫂
অতি সুন্দৰ কাহিনী 😊... গান টো শুনি বহুত আবেগিক হৈ গলোঁ 😢... বহুত ভাল লাগিল চাই আৰু বহুত দুখো লাগিল😔 ..সিহঁতৰ প্ৰেম আধৰুৱা হৈ ৰল😔🥺🥺
Mojjah lage ❤️short flim bur sai last kon beya lagil 🥺😭
বহুত ধুনীয়া কাহিনী লৰালি ধেমালি বোৰ মনত পেলাই দিলা কিন্তু শেষত কন্দৱাই দিলা 😢😢😢
খুব সুন্দৰ কাহিনী ভাল লাগিল। গানটোও বহুত ধুনীয়া। ❤
গান টো শুনি আবেগিক হলোঁ...সকলোলৈ মৰম❤
Mojja. ❤❤❤❤❤
Mojaa ❤❤
Moja❤
Rat
@@music_vloge ter is
Sokupani ulai gl o..Eman hundor story aru acting hokolue Eman dhunia krise❤❤❤
গানটো শুনি আবেগিক হলো 😢 সকলোলৈ বহুত বহুত মৰম ❤❤❤
সুন্দৰ কাহিনী। কাহীনি আৰু অতিকৈ প্ৰিয় শিল্পী জনৰ নদিয়াল গীতটি শুনি সচাই বৰ আবেগীক হৈ পৰিলো। love from lakhimapur❤❤
দুখ লাগি গল সচাকৈ অতি সুন্দৰ কাহিনী ❤
Camera quality background music ultimate hoise 🔥❤️
শেষৰ ফালে চকু পানী ওলাই গল 😢
বৰ ধুনীয়া হৈছে ❤...
Love you all❤
গানটোয়ে হৃদয় চুই গৈছে ❤️❤️বহুত বহুত মৰম সকলোলৈকে 💞
কিছুলোকৰ সঁচা ভালপোৱাৰ মিলন কেতিয়াও নহয়। চিৰজীৱন আজীৱন অধৰুৱা হৈ ৰৈ যাই। আজি আকৌ প্ৰমাণ দেখিলোঁ❤ 🐝🌙
Xosa ktha dada
Yes 🥰
😊😊
Hsa 😢😢😢
HSA kotha 😢
Bohut dhuniya hoise god bless you soubhik da ❤👩❤️💋👨😭
কন্দুৱাই পেলালে দাদা 🥺❣️ সকলো কাহানিৰ অন্ত তোন হাঁহি ৰে শেষ নহৈ ✨🙂
সমাজত থকা কিছুমান স্বাৰ্থপৰ মানুহৰ বাবেই সচা ভাল পোৱা মানুহৰ কিছুমানে নিজৰ ভাল পোৱা হেৰুৱাই আৰু কিছুমানে নিজৰ প্ৰাণ হেৰুৱায়।
চকুৰ পানী ৰখাব নোৱাৰিলো😢 ইমান দুখ লগা কাহিনীটো 😢 সকলোৰে অভিনয় সুন্দৰ হৈছে❤ আগলৈ আৰু ধুনীয়া ধুনীয়া কাহিনী চাব পাম বুলি আশা থাকিল সৌভিক দা❤💕
Mindblowing brother ❤ enekua hei hobo lagey short film 🔥
বাস্তৱ জীৱনত ভালপোৱা সফল নহলে দুয়ো একেলগে মৰি লগত থকাই ভাল 😢💗 বাস্তৱ জীৱনত আপোন মানুহখিনিও যদি বুজি নাপায় মৰি থকাই ভাল কেতিয়াবা মৰণে যেন আপোন আপোন লাগে
বহুত দুখ লগা কাহিনী আৰু গানটো শুনি আবেগিক হৈ গলোঁ 😢😢😢 আৰু বাঘে চেলেকাৰ অভিনয় ধুনীয়া হৈছে👌👌👌❤
চুটি ছবি খনৰ কাৰণে বহুত অপেক্ষা কৰি আছিলোঁ.......... ফল টো মিঠা এ পালোঁ বাৰু.......বহুত ভাল লাগিল👀💗......বাকী বহুত খিনি মৰম যোৰহাটৰ পৰা ❤️
বহুত ভাল লাগিছে,,,,আবেগৰ নদীত বৈ গৈ থাকিলো চকুৰে পানী নিগৰী গল,,,,তোমালোক সদাই ভালে থাকা,,,,Lost of love from patsala
অতি সুন্দৰ কাহিনী দাদা । বহুত ভাল ও লাগিল বহুত দুখ ও লাগিল । মই নকন্দাকৈ থাকিব নোৱাৰিলো 😢😭
হৃদয় চুই যোৱা বহুত ধুনীয়া কাহিনী ❤👍😍raja rani ❤
No Hollywood No bollywood our assam favorite assamese short film ৰাজাৰাণী" my assam favorite youtuber soubhik rajkhua daa & rose baa , im excited soubhik daa 😘😘😘😘😘
Bohot bohot Val lagil sai 👍👌 aru jate anekoiye Val video sab pau judi
সচায় হৃদয় চুই গ'ল কাহিনীটোয়ে ❤️🥺
জানো এনেকোৱা লাগিল নিজৰ লগত ঘটি গ'ল😌🥲
সুন্দৰ কাহিনী♥ বা আৰু দাদা💕🥰
বহুত মৰম ♥ থাকিল ভাইটি ৰ পৰা♥ আৰু টীম তোলৈ শুভেচ্ছা থাকিল💌 @Love♥ from jorhat dahotia📍♥
ৰজা ৰাণী 1Million হবলৈ গৈ আছে congratulation🎉❤❤
Hodai hohuai thaka soubhik daa a aji dekhun konduai dile 🥺❤️
চকু পানী বৈ আহিল ❤️। সচাঁই বৰ হৃদয়বিদাৰক কাহিনী গানটোৱ বেছিকৈ মোক কন্দোৱালে।😭😭
সচাই বহুত ভাল লাগিল সৌভিক দা❤❤শেষৰ ফালে গাৰ লুম শিয়ঁৰি উঠিল😥😥😥আগলৈ আৰু ভাল ভাল এনেকুৱা কাহিনী তোমাৰ পৰা আশা কৰিলোঁ🙏🙏🙏🙏
বহুত বেয়া লাগিলে কাহিনীটো চায় 😢😢 ।। সঁচাকৈয়ে চকুপানী ওলাই গৈছে 😭😭,, কি কম আৰু সৌভিক দা🥺🥺🥺 ।।।। আগলৈ আৰু এনেকুৱা ভিডিও পাম বুলি আশা কৰিলো😔😔😔
Duniya soubhik da bohut bhal lagil sai bihekoi lastor gantu
❤️এক অন্তৰ স্পৰ্শ কৰা এটি কাহিনী 💝❣️_এনেকুৱা কাহিনী আৰু🎶 গীত যদি শুনা যায়_মনটো_আৰু_হৃদয়_উচুপি উঠে💘❣️_😔_শেষত মনটো বিশাদে তুলি পেলালে যায় 😔😓
কাহিনী_সংগীত_অভিনয়_অতি সুন্দৰ দাদা ❣️❣️❣️❣️
আকৌ_যাতে🌼 এখন চাব পাৰো ❣️🍭 সমাজে কিয় এই প্ৰেম বোৰক সহাঁৰি নিদিয়ে 💔
❤️Keep__-it-__up_-_bro❤️
সৌভিক_দা_বাবে_লাইক_কৰিব
Fainally ... Congratulations Soubhik da🙌
Spelling tu huddho ke likha bro fainally nhoi finally 💀
KOTHA TU TU ETAI NA .... BANAN T LAGI LAV NAI...BUJI PAISA TU TATEI JOTESTHO।।।।
চকুৰ পানী ৰখাব নোৱাৰিলো ইমান দুখ লগা কাহিনীটো..😭😭😭
😂😂😂😂😂🤣🤣🤣
বানপানী নকৰিবা😂😂
Kahini tu akdom xosa xosa feel hoi goise😢apunaluk keijon akeloge thake je ❤bohut dhunia hoise 🎉
কবলৈ ভাষা নাই হৃদয় চুই গ'ল 😢❤ বহুত মৰম তোমালোকক ❤️
😢😢😢😢😢😢😢😢
কোনে কোনে বহু দিনৰ পৰাই অধিক আগ্ৰহী হৈ আছিলে ।❤❤❤😊😊😊
Moi agohi hoi asilu
ইমান ধুনীয়া কাহিনী ❤️ শেষৰ ফালে চকুপানী ৰখাব নোৱাৰিলোঁ 😟
Mojjja bornaisa dada aru ba aru bonura bohut val lagise
কি কম কবলৈ ভাষা নাই😢❤কাহিনীটো বহুত ভাল লাগিছে আৰু তাত কৈ বেছি ভাল লাগিছে গানটো🙂 । আশা কৰিছো অতি সোনকালে আকৌ এটা এনেকুৱা এটা কাহিনী পাওঁ যে🙂love from jorhat ❤
বহুত বেছি ভাল লাগিল, ক'বলৈ ভাষা নাই ইমান ধুনীয়া কাহিনী, শেষলৈ চকুৰ পানী ওলাই গৈছিল।।🥺❤️
হৃদয় চুই গল❤
Moja lagil short flim khon sai aru akon debo anakua short flim❤😊