ডেৰ বছৰৰ মূৰত পত্নী-পুত্ৰৰ সৈতে এনিশা কটালে অখিল গগৈয়ে
HTML-код
- Опубликовано: 8 сен 2024
- ডেৰ বছৰৰ পাছত দুদিনৰ পেৰ’লত আহিল অখিল গগৈ।
চানমাৰিৰ নিজৰাপাৰৰ নিজৰ ঘৰখনত পত্নী-পুত্ৰৰ সৈতে এনিশা কটালে অখিল গগৈয়ে।
পত্নী-পুত্ৰৰ সৈতে দেখা গ’ল অখিল গগৈৰ আৱেগিক মূহুৰ্ত।
#AkhilGogoi #ReleaseAkhilGogoi #CAA #CAAProtest #RaijorDal
Like, share and subscribe our channel.
Follow us on:
Facebook - / nenownews
Twitter - / nenownews
Instagram - / nenownews
খুব মনোমোহা দৃশ্য দেখি আনন্দৰ চকুৰ পানী ওলাই আহিল,,ঈশ্বৰে আমাৰ পাৰ্থনা সৰু সৰু মানুহ হলেও সুনিলে,,এই দৃশ্য চাবলৈ বৰ মন আছিল
দেখি বৰ ভাল লাগিল দো অখিল গণৈ চাৰৰ সৈতে পৰিয়ালক
এইয়া মহান শিৱসাগৰ বাসী ৰাইজৰ মৰম আৰু সাভিমানৰ ফচল। ৰাইজলৈ নমস্কাৰ।
Enekoie xodai porialor logot thakok🙏❤
এইটো এটা হৃদয় বিধায়ক ঘটনা তেওঁৰ ল'ৰা আৰু পত্নী তিনিও ইমান আনন্দিত হৈ পৰিছে সেই সময়ৰ কথা আমি ভাষাৰে বুজাব নোৱাৰোঁ
♥️♥️♥️
❤️❤️
God bless you
Bhal lagise😅😭😭😭😭😭😭😭😭😭😭😭😭😭
bohut val Lagisa Ahil d a
Thanks God 🙏🙏🙏.
God bless you.
💕💕💕💕💕💕💕💕
Apuni Jen hodai porialor logot anekoi thake take kamona koru vogobanor usarot
🙏🙏🙏💕💕💕💕
😭😭
Nasitkata aru strong minedor howok..
Aha koru dinbur vl hb
Apunar shirt Khodai etai dekha pau... Beleg eta logaok..
Bhamon a chowdang ok thoge
👍👍❤️❤️